Difference between revisions of "Advanced-Cpp/C2/Classes-And-Objects/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|Border=1 !Time !Narration |- | 00:01 | C++ত Classes আৰু Objectsৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম |- | 00:07 |...")
 
Line 323: Line 323:
 
|-
 
|-
 
| 05:22
 
| 05:22
লিখক '''./class'''(dot slash class)
+
|লিখক '''./class'''(dot slash class)
  
 
|-
 
|-

Revision as of 19:38, 16 October 2014

Time Narration
00:01 C++ত Classes আৰু Objectsৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:09   Classes.
00:11 Objects.
00:12   Encapsulation আৰু
00:14   Data abstraction.
00:16 আমি এটা উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:20 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:23 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10
00:28  g++ compiler সংস্কৰণ 4.6.1
00:32 আমি classes ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:36 'Class ' এটা   keyword class ' ব্যবহাৰ কৰি নির্মিত হয় '
00:39 'data' আৰু functions ৰাখে
00:42  Class এ Code আৰু data সংযোগ কৰে.
00:45  Classৰ data আৰু functions ক Classৰ সদস্য হিসেবে বোলা হয়
00:51 আমি অবজেক্টলৈ যাও.
00:53 Objects বোৰ ভেৰিয়েবল হয়
00:55 সিহত  'class এটাৰ প্ৰতিলিপি হয়. 
00:58 প্রত্যেকৰে properties আৰু behavior আছে. 
01:01 Properties বোৰক  data উপাদানৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়

আৰু

01:06 Behavior,ক  methods' নামৰ সদস্য ফাংশনৰ মাধ্যমেৰে সংজ্ঞায়িত কৰা হয়.
01:10 এতিয়া এটা ক্লাছৰ বাবে আমি সিনট্যাক্স চাও
01:14 ইয়াতে, 'ক্লাছ এটাক সংজ্ঞায়িত কৰাত ব্যবহৃত হোৱা class,  এটা সাংকেতিক শব্দ হয়. 
01:18 Class-name এটা ক্লাছৰ নাম হয়
01: 21 Public, private আৰু protected এক্সেস specifier হয়
01:26 আৰু ইয়াতে আমি public, private আৰু protected হিসাবে ডেটা সদস্যক আৰু সদস্য ফাংশনক সংজ্ঞায়িত কৰিছো.
01:34 এই ভাবে যি আমি ক্লাছ বন্ধ কৰো.
01:37 এতিয়া আমি এটা উদাহৰণ চাও
01:39 আমি ইতিমধেয় সম্পাদকত (editor) কোডটো টাইপ কৰিছো.
01:42 আমি এইটো খুলিম.
01:44 মন কৰক যে, আমাৰ ফাইলৰ নাম class hyphen obj dot cpp  হয়
01:50 এই উদাহৰণত আমি ক্লাছ ব্যবহাৰ কৰি এটা বর্গক্ষেত্রৰ এলাকা নিৰুপণ কৰিম.
01:56 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:58 এইটো আমাৰ হেডাৰ ফাইল   iostream" ' হিচাবে.
02:02 ইয়াতে আমি  std namespace ব্যবহাৰ কৰিছো
02:06 এইটো  square নামৰ এটা classৰ দিক্লেয়াৰ কৰা হয়.
02:10 ইয়াত আমি কোনো access specifier ' দিক্লেয়াৰ কৰা নাই.
02:14 সেয়ে ডিফল্টৰুপে এইটো private হয়.
02:17 সেয়ে x ভেৰিয়েবল class squareৰ এটা private সদস্য হয়
02:22 এইটো public specifier হয়

 

02: 25 ফাংশন area এটা public ফাংশন হয়
02:28 আৰু এই ভাবে যি আমি ক্লাস বন্ধ কৰো.
02: 31 এতিয়া access specifiers বিষয়ে আৰু জানিবলৈ আমাৰ স্লাইডবোৰলৈ উভতি যাও .
02:36   Public specifier
02:39 Public specifier এ  ক্লাছৰ বাহিৰত  data বোৰ ব্যবহাৰ কৰিবলৈ অনুমতি দিয়ে.
02:44 এটা 'Public ' সদস্যক প্রোগ্রামত যি কোনো স্থানত ব্যবহাৰ কৰিব পাৰি.
02:49   Private specifier
02:51 Private হিসাবে দিক্লেয়াৰ কৰা সদস্যক classৰ বাহিৰত ব্যবহৃত কৰিব নোৱাৰে
02:57 Private' সদস্যক মাত্র classৰ সদস্যবোৰ দ্বাৰাহে ব্যবহাৰ কৰিব পাৰি.
03:03   Protected specifier
03:05 Protected' সদস্য classৰ ' বাহিৰৰ পৰা ব্যবহাৰ কৰিব নোৱাৰে.
03:10 সিহত  derived classৰ' দ্বাৰা ব্যবহাৰ কৰিব পাৰি. .
03:13 আমি প্রোগ্রামটোলৈ উভতি যাও.
03:16 ইয়াত এই স্টেতমেন্টত আমাৰ উচৰত  'class ' নাম আছে 
03:21   scope resolution operator আৰু function ৰ নাম  
03:25 আমি এই অপাৰেটৰটো ব্যবহাৰ কৰা আবশ্যক.
03:27 এইটোৱে সুনির্দিষ্ট কৰে যে ফাংশন  area global ফাংশন নহয়
03:33 ই ক্লাছ squareৰ এটা সদস্য ফাংশন হয়.
03:36   ইয়াত আমি int a হিচাবে এটা আৰ্গিউমেন্ট পাছ কৰো. 
03:40 এতিয়া আমি scope resolution operator ৰ সম্পর্কে আৰু জানিবলৈ স্লাইডলৈ উভতি যাও.
03:46 ইয়াক লোকাই থকা data উপলব্ধৰ বাবে ব্যবহাৰ কৰা হয়.
03:49 আমি একেই নামৰ ভেৰিয়েবল অথবা ফাংশনৰ উপলব্ধৰ বাবে scope resolution অপাৰেটৰ ব্যবহাৰ  কৰো. 
03:56 ধৰক local আৰু global ভেৰিয়েবলৰ একেই নাম আছে .
04:01 local ভেৰিয়েবলটোৱে অগ্রাধিকাৰ পায়.
04:05 আমি ::(scope resolution operator) ব্যবহাৰ কৰি  global ভেৰিয়েবল উপলব্ধ কৰিব পাৰো .
04:10 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ আহক.
04:12   ইয়াতে aৰ মান xত সংৰক্ষন কৰা আছে
04:17   তাৰপিছত অামি বর্গক্ষেত্রৰ এলাকালৈ উভতি আহো
04:20 ইয়াত x private  সদস্য হয়
04:22 private পেৰামিটাৰ উপলব্ধৰ বাবে অামি public  সদস্য a. ব্যবহাৰ কৰিছো
04:27 private সদস্য সদায়ে লোকাই থাকে.
04:30 এইটো আমাৰ  main function. হয়.
04:33 ইয়াত, class square.ৰ অবজেক্ট sqr হয়.
04:37 আমি এনে ধৰনে যি object তৈয়াৰ কৰো.
04:40 object-name'ৰ পিছত class-name
04:43   ইয়াত আমি object sqr আৰু (dot)'. operator ব্যবহাৰ কৰি ফাংছন area কল কৰো
04:50 তাৰপিছত আমি  4 হিচাবে আৰ্গিউমেন্ট পাছ কৰো
04:53 আমি  xৰ মান 4 হিচাবে সেট কৰো.
04:57 এইটো আমাৰ return স্টেতমেন্ট হয়
04:59 এতিয়া Saveত ক্লিক কৰক
  05:00 আমি প্ৰোগ্ৰামটো সম্পাদনা কৰো.
  05:03 আপোনাৰ কিবৰ্দত Ctrl, Alt আৰু T কি একেলগে টিপি টাৰ্মিনোল ৱিন্দো খোলক
05:11 কম্পাইল কৰিবলৈ লিখক g++ স্পেচ class hyphen obj dot cpp স্পেচ hyphen o স্পেচ class
05:20 Enter টিপক
05:22 লিখক ./class(dot slash class)
05:24 Enter টিপক
05:25 আউপোটতো এনেধৰনে প্ৰদৰ্শন কৰা হব:
05:28 Area of the square is 16
05:30 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ উভতি যাও.
05:35   এতিয়ালৈকে আমি দেখিলো,
05:37 class.ত data আৰু functions একেলগে সংযুক্ত হয়
05:41 Class এটা একক ইউনিট হয়.  
05:44 যত সিহতক ব্যবহাৰ কৰি data আৰু functionক দলবদ্ধ কৰা হয়. 
05:49 এইটো প্রক্রিয়াক Encapsulation. বোলা হয়
05:53 তাৰপিছত আমি private আৰু public সদস্যৰ সৈতে ক্লাছ দেখিছো.
05:59 private data লোকাই থোৱা হৈছে.
06:02 ই  class.ৰ বাহিৰত উপব্ধ নহয়.
06:05 এই প্রক্রিয়াটোক Data abstraction.  বোলা হয়
06:09 interfaceটো দেখা গৈছে, কিন্তু সম্পাদনা কৰাটো লোকাই থোৱা হৈছে .
06:14 ইয়াতে এই টিউটৰিয়েলৰ অন্ত পৰিছে
06:17 আমাৰ স্লাইদবোৰলৈ উভতি যাও .
06:19 সংক্ষেপ কৰো
06:20 এই টিউটৰিয়েলত আমি শিকিলো,
06:23 Encapsulation
06:24 Data Abstraction
06:25 Private members
06:27 int x;
06:29 Public ফাংছন
06:30 int area(int);
06:32 Classes
06:33 class square
06:35 object এটা তৈয়াৰ কৰিবলৈ
06:37 square sqr;
06:39 'object'sqr dot area(); ব্যবহাৰ  কৰি ফাংছন কল কৰা
06:43 এটা নিয়োগ হিচাবে
06:44 এটা দিয়া বৃত্তৰ পেৰিমিটাৰ (ঘেৰ) উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক


06:49 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
06:52 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:55 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:00   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:02 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:16   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:26 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:31 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi