Difference between revisions of "C-and-Cpp/C2/Functions/Assamese"
From Script | Spoken-Tutorial
Line 17: | Line 17: | ||
| 00.09 | | 00.09 | ||
|“ফাংচন”(function) কি হয় | |“ফাংচন”(function) কি হয় | ||
− | |||
|- | |- | ||
Line 46: | Line 45: | ||
|00.29 | |00.29 | ||
| GCC আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version)৪.৬.১ | | GCC আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version)৪.৬.১ | ||
− | |||
|- | |- | ||
Line 63: | Line 61: | ||
| 00.49 | | 00.49 | ||
|এবাৰ কাৰ্যকৰী(execute) কৰাৰ পাচত পৰিচালনা( control)টো য’ৰ পৰা আহৰন(access) কৰা হৈছিল তালৈ ঘূৰি(return) আহিব | |এবাৰ কাৰ্যকৰী(execute) কৰাৰ পাচত পৰিচালনা( control)টো য’ৰ পৰা আহৰন(access) কৰা হৈছিল তালৈ ঘূৰি(return) আহিব | ||
− | |||
− | |||
|- | |- | ||
| 00.55 | | 00.55 | ||
Line 76: | Line 72: | ||
| 01.05 | | 01.05 | ||
|“ফান নেইম”(fun_name)এ ফাংচনৰ নাম সুচায় | |“ফান নেইম”(fun_name)এ ফাংচনৰ নাম সুচায় | ||
− | |||
|- | |- | ||
Line 89: | Line 84: | ||
| 01.18 | | 01.18 | ||
|ইয়াক “ফাংচন ওইডাউট আৰগুমেন্টচ”(functions without arguments) কোৱা হয় | |ইয়াক “ফাংচন ওইডাউট আৰগুমেন্টচ”(functions without arguments) কোৱা হয় | ||
− | |||
|- | |- | ||
| 01.21 | | 01.21 | ||
|আৰু ইয়াক '“ফাংচন ওইথ আৰগুমেন্টচ”(functions with arguments) কোৱা হয় | |আৰু ইয়াক '“ফাংচন ওইথ আৰগুমেন্টচ”(functions with arguments) কোৱা হয় | ||
− | |||
|- | |- | ||
Line 107: | Line 100: | ||
|01.32 | |01.32 | ||
|গতিকে ইয়াক মই খুলিম | |গতিকে ইয়াক মই খুলিম | ||
− | |||
|- | |- | ||
Line 120: | Line 112: | ||
| 01.43 | | 01.43 | ||
|ক’ড( code)টোৰ বিৱৰণ( explain) দিও আহক | |ক’ড( code)টোৰ বিৱৰণ( explain) দিও আহক | ||
− | |||
|- | |- | ||
Line 142: | Line 133: | ||
|01.58 | |01.58 | ||
|আৰু “ৰিটাৰ্ন টাইপ”(return type) টো “ভইড”(void)' | |আৰু “ৰিটাৰ্ন টাইপ”(return type) টো “ভইড”(void)' | ||
− | |||
|- | |- | ||
| 02.01 | | 02.01 | ||
|ফাংচন(function) দুই প্ৰকাৰৰ | |ফাংচন(function) দুই প্ৰকাৰৰ | ||
− | |||
|- | |- | ||
Line 156: | Line 145: | ||
| 02.06 | | 02.06 | ||
| “প্ৰি-ডিফাইনড ”(Pre-defined)ফাংচন( function) উদাহৰণ স্বৰূপে “printf” আৰু “মেইন ফাংচন” (main function) | | “প্ৰি-ডিফাইনড ”(Pre-defined)ফাংচন( function) উদাহৰণ স্বৰূপে “printf” আৰু “মেইন ফাংচন” (main function) | ||
− | |||
− | |||
|- | |- | ||
Line 166: | Line 153: | ||
| 02.19 | | 02.19 | ||
| ইয়াত '''c ''' ভেৰিয়েবল (variable) এটা ঘোষণা(declare) কৰা হৈছে | | ইয়াত '''c ''' ভেৰিয়েবল (variable) এটা ঘোষণা(declare) কৰা হৈছে | ||
− | |||
|- | |- | ||
Line 183: | Line 169: | ||
| 02.29 | | 02.29 | ||
| এইটো আমাৰ “মেইন ফাংচন” (main function) | | এইটো আমাৰ “মেইন ফাংচন” (main function) | ||
− | |||
|- | |- | ||
Line 208: | Line 193: | ||
| 02.53 | | 02.53 | ||
|কম্পাইল (compile) কৰিবলৈ লিখক'''gcc function dot c hyphen o fun''' | |কম্পাইল (compile) কৰিবলৈ লিখক'''gcc function dot c hyphen o fun''' | ||
− | |||
− | |||
|- | |- | ||
| 03.00 | | 03.00 | ||
|কাৰ্যকৰী( execute) কৰিবলৈ লিখক'''./fun''' (ডট শ্লেছ ফান). | |কাৰ্যকৰী( execute) কৰিবলৈ লিখক'''./fun''' (ডট শ্লেছ ফান). | ||
− | |||
− | |||
|- | |- | ||
| 03.05 | | 03.05 | ||
|আমি আউটপুট (output) টো'''Sum of a and b is 5 ''হিচাবে দেখা পাম | |আমি আউটপুট (output) টো'''Sum of a and b is 5 ''হিচাবে দেখা পাম | ||
− | |||
− | |||
|- | |- | ||
Line 242: | Line 221: | ||
| 03.27 | | 03.27 | ||
|লিখক'''int add(int a, int b) ''' | |লিখক'''int add(int a, int b) ''' | ||
− | |||
|- | |- | ||
| 03.32 | | 03.32 | ||
|ইয়াত আমি “ফাংচন এড'''(function add)ঘোষণা( declare) কৰিছো | |ইয়াত আমি “ফাংচন এড'''(function add)ঘোষণা( declare) কৰিছো | ||
− | |||
|- | |- | ||
Line 268: | Line 245: | ||
| 03.49 | | 03.49 | ||
|লিখক'''int main() ''' | |লিখক'''int main() ''' | ||
− | |||
|- | |- | ||
| 03.52 | | 03.52 | ||
| এতিয়া 'sum'' নামৰ ভেৰিয়েবল (variable) এটা ঘোষণা( declare) কৰো | | এতিয়া 'sum'' নামৰ ভেৰিয়েবল (variable) এটা ঘোষণা( declare) কৰো | ||
− | |||
|- | |- | ||
| 03.54 | | 03.54 | ||
|'''int sum; '''লিখক | |'''int sum; '''লিখক | ||
− | |||
|- | |- | ||
| 03.57 | | 03.57 | ||
|তাৰপাছত লিখক '''sum = add(5,4); ''' | |তাৰপাছত লিখক '''sum = add(5,4); ''' | ||
− | |||
− | |||
|- | |- | ||
Line 321: | Line 293: | ||
| 04.32 | | 04.32 | ||
|লিখক return 0; | |লিখক return 0; | ||
− | |||
|- | |- | ||
| 04.36 | | 04.36 | ||
|এটা “নন ভইদ ফাংচন”('non-void function) ত'''return''' ষ্টেটমেন্ত(statement) টো ব্যৱ্হাৰ কৰিবই লাগিব যত ই এটা মান( value) ঘূৰাই দিয়ে | |এটা “নন ভইদ ফাংচন”('non-void function) ত'''return''' ষ্টেটমেন্ত(statement) টো ব্যৱ্হাৰ কৰিবই লাগিব যত ই এটা মান( value) ঘূৰাই দিয়ে | ||
− | |||
|- | |- | ||
Line 347: | Line 317: | ||
| 04.50 | | 04.50 | ||
|আহক কাৰ্যকৰী( execute) কৰো | |আহক কাৰ্যকৰী( execute) কৰো | ||
− | |||
− | |||
|- | |- | ||
| 04.52 | | 04.52 | ||
|আউট পুট ( output) টো '''Sum is 9 '''হিচাবে দেখা গৈছে | |আউট পুট ( output) টো '''Sum is 9 '''হিচাবে দেখা গৈছে | ||
− | |||
|- | |- | ||
Line 365: | Line 332: | ||
| 05.04 | | 05.04 | ||
|ইয়াত মই সামান্য পৰিবৰ্তন( change) কৰিছো | |ইয়াত মই সামান্য পৰিবৰ্তন( change) কৰিছো | ||
− | |||
|- | |- | ||
Line 382: | Line 348: | ||
| 05.19 | | 05.19 | ||
|আমি প্ৰথমে হেদাৰ ফাইল (header file)টো <iostream> হিচাবে পৰিবৰ্তন( change) কৰিম | |আমি প্ৰথমে হেদাৰ ফাইল (header file)টো <iostream> হিচাবে পৰিবৰ্তন( change) কৰিম | ||
− | |||
|- | |- | ||
Line 403: | Line 368: | ||
| 05.48 | | 05.48 | ||
|ইয়াত “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier)আৰু '''\n'''ৰ প্ৰয়োজন নাই | |ইয়াত “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier)আৰু '''\n'''ৰ প্ৰয়োজন নাই | ||
− | |||
|- | |- | ||
Line 440: | Line 404: | ||
| 06.16 | | 06.16 | ||
|লিখক'''g++ function dot cpp hyphen o fun1 ''' | |লিখক'''g++ function dot cpp hyphen o fun1 ''' | ||
− | |||
− | |||
|- | |- | ||
| 06.23 | | 06.23 | ||
|ফান( Fun) ফাইলৰ আউটপুটটো ( output) “অভাৰৰাইট” (overwrite) নহবৰ বাবে নাম “ফান ওৱান”(fun1) দিয়া হৈছে | |ফান( Fun) ফাইলৰ আউটপুটটো ( output) “অভাৰৰাইট” (overwrite) নহবৰ বাবে নাম “ফান ওৱান”(fun1) দিয়া হৈছে | ||
− | |||
|- | |- | ||
Line 455: | Line 416: | ||
| 06.34 | | 06.34 | ||
|লিখক'''./fun1 ''' | |লিখক'''./fun1 ''' | ||
− | |||
|- | |- | ||
Line 503: | Line 463: | ||
| 07.21 | | 07.21 | ||
|গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ(return type) আৰু ৰিটাৰ্ণ ভেলো(return value) ৰ মাজত বৈসাদৃশ্য( mismatch) আহিছে | |গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ(return type) আৰু ৰিটাৰ্ণ ভেলো(return value) ৰ মাজত বৈসাদৃশ্য( mismatch) আহিছে | ||
− | |||
|- | |- | ||
Line 548: | Line 507: | ||
| 07.55 | | 07.55 | ||
|৪ নাইকীয়া কৰক | |৪ নাইকীয়া কৰক | ||
− | |||
|- | |- | ||
| 07.56 | | 07.56 | ||
|ছেভ(Save)' টিপক | |ছেভ(Save)' টিপক | ||
− | |||
|- | |- | ||
Line 590: | Line 547: | ||
| 08.25 | | 08.25 | ||
|তাৰবাবে ভুলটো( error) দেখা পোৱা গৈছে | |তাৰবাবে ভুলটো( error) দেখা পোৱা গৈছে | ||
− | |||
|- | |- | ||
Line 619: | Line 575: | ||
| 08.42 | | 08.42 | ||
|আমাৰ শ্লাইড(slides) লৈ উভতি আহো | |আমাৰ শ্লাইড(slides) লৈ উভতি আহো | ||
− | |||
|- | |- | ||
Line 636: | Line 591: | ||
| 08.51 | | 08.51 | ||
|“ফাংচন উইডাউত আৰগুমেন্টচ” (Function without arguments) | |“ফাংচন উইডাউত আৰগুমেন্টচ” (Function without arguments) | ||
− | |||
|- | |- | ||
Line 649: | Line 603: | ||
| 08.57 | | 08.57 | ||
|উদাহৰণঃ int add(int a and int b) | |উদাহৰণঃ int add(int a and int b) | ||
− | |||
|- | |- | ||
Line 694: | Line 647: | ||
| 09.40 | | 09.40 | ||
|ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ | |ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ | ||
− | |||
|- | |- | ||
Line 703: | Line 655: | ||
| 09.52 | | 09.52 | ||
|মই কৃষ্ণ কমল দুৱৰা | |মই কৃষ্ণ কমল দুৱৰা | ||
− | |||
|- | |- | ||
| 09.55 | | 09.55 | ||
|উপভোগ কৰাৰ বাবে ধন্যবাদ । | |উপভোগ কৰাৰ বাবে ধন্যবাদ । |
Revision as of 13:18, 23 September 2014
Time | Narration
|
00.01 | C আৰু C++ ৰ ফাংচন (Functions in C and C++)ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial) লৈ আদৰণি জনাইছো । |
00.06 | এই টিউট’ৰিয়েলত আমি শিকিম |
00.09 | “ফাংচন”(function) কি হয় |
00.11 | “ফাংচন”(function) ৰ গাঠনি (Syntax) |
00.13 | ৰিটাৰ্ন ষ্টেটমেন্ট(return statement)ৰ বিশেষত্ত( Significance) |
00.16 | এইয়া আমি উদাহৰণ( examples)ৰ যোগেদি শিকিম |
00.18 | আমি কিছুমান সাধাৰন ভুল (errors) আৰু তাৰ সমাধানো( solution) চাম |
00.22 | এই টিউট’ৰিয়েলটো বানীবদ্ধ( record ) কৰিবলৈ মই ব্যৱ্হাৰ কৰিছো |
00.25 | “উবুন্টু অপাৰেটিং ছিষ্টেম”ৰ(Ubuntu Operating System)১১.১০ তাঙৰণ( version) |
00.29 | GCC আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version)৪.৬.১ |
00.35 | এতিয়া আমি ফাংচনে(functions)ৰে আৰম্ভ কৰো |
00.39 | ফাংচন (function)হৈছে বিশেষ কামত ব্যৱ্হৃত স্ব্পৰিপুৰ্ণ( self-contained) প্ৰোগ্ৰাম( program) |
00.45 | সকলো প্ৰোগ্ৰাম( program) এক বা ততোধিক ফাংচনে((functions)ৰে গঠিত |
00.49 | এবাৰ কাৰ্যকৰী(execute) কৰাৰ পাচত পৰিচালনা( control)টো য’ৰ পৰা আহৰন(access) কৰা হৈছিল তালৈ ঘূৰি(return) আহিব |
00.55 | এতিয়া ফাংচনৰ(function)গাঠনি( syntax) চাওঁ আহক |
00.59 | “ৰি টাইপ”(ret-type) এ “ফাংচন ৰিটাৰ্নচ”দাতা (function returns data) ৰ প্ৰকাৰ( types) সুচায় |
01.05 | “ফান নেইম”(fun_name)এ ফাংচনৰ নাম সুচায় |
01.09 | “পেৰামিটাৰ” (parameters) বোৰ হৈছে “ভেৰিয়েবল” (variable) বোৰৰ নাম আৰু সিহঁতৰ প্ৰকাৰ( types). |
01.14 | আমি “এম্পটি পেৰামিটাৰ লিষ্ট”(empty parameter list)সুচাব( specify) পাৰো |
01.18 | ইয়াক “ফাংচন ওইডাউট আৰগুমেন্টচ”(functions without arguments) কোৱা হয় |
01.21 | আৰু ইয়াক '“ফাংচন ওইথ আৰগুমেন্টচ”(functions with arguments) কোৱা হয় |
01.26 | আহক “ভইড”(void) ব্যৱ্হৃত প্ৰোগ্ৰাম( program) চাওঁ |
01.29 | মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো এদিতৰ( editor)ত লিখি থৈছো |
01.32 | গতিকে ইয়াক মই খুলিম |
01.35 | আমাৰ ফাইলৰ নাম(filenam) হৈছে ফাংচন (function) |
01.38 | আৰু ফাইলটো “ডট c” (.c)এষ্টেনচনেৰে( extentsion) ছেভ (save) কৰা হৈছে |
01.43 | ক’ড( code)টোৰ বিৱৰণ( explain) দিও আহক |
01.45 | এইটো আমাৰ' হেদাৰ ফাইল(header file) |
01.47 | “ফাংচন”( function) ব্যৱ্হাৰ কৰাৰ আগতে ইয়াক বৰ্ণনা( define) কৰিবই লাগিব |
01.51 | ইয়াত আমি “এড” (add) নামৰ ফাংচন( function) বৰ্ণনা কৰিছো |
01.54 | “এড ফাংচন ” ('add function) টো “আৰগুমেন্টচ”(arguments) ৰহিত
( without) ফাংচন (function) |
01.58 | আৰু “ৰিটাৰ্ন টাইপ”(return type) টো “ভইড”(void)' |
02.01 | ফাংচন(function) দুই প্ৰকাৰৰ |
02.03 | “ইউজাৰ-ডিফাইনড”(User-defined) যিটো “এড ফাংচন ” ('add function) আৰু |
02.06 | “প্ৰি-ডিফাইনড ”(Pre-defined)ফাংচন( function) উদাহৰণ স্বৰূপে “printf” আৰু “মেইন ফাংচন” (main function) |
02.12 | ইয়াতa আৰু bক ২ আৰু ৩ৰে প্ৰাৰম্ভণ(initialize) কৰা হৈছে |
02.19 | ইয়াত c ভেৰিয়েবল (variable) এটা ঘোষণা(declare) কৰা হৈছে |
02.21 | তাৰপিছ্ত আমি a আৰু bৰ মান দুটা যোগ( add) কৰিছো |
02.24 | ফলাফলটো(result) 'c ত ৰখা হৈছে |
02.27 | তাৰপাছত আমি ফলাফলটো(result) ছপা( print) কৰিছো |
02.29 | এইটো আমাৰ “মেইন ফাংচন” (main function) |
02.32 | ইয়াত “এড ফাংচন ” (add function) টো মতা( call) হৈছে |
02.34 | এতিয়া যোগ( addition operation) হব আৰু ফলাফলটো( result) ছপা( print) হব |
02.39 | এতিয়া ছেভ (Save) টিপক |
02.42 | আমি প্ৰোগ্ৰামটো( program) কাৰ্য্যকৰী( execute) কৰো |
02.45 | “তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T ব্যৱহাৰ কৰক |
02.53 | কম্পাইল (compile) কৰিবলৈ লিখকgcc function dot c hyphen o fun |
03.00 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক./fun (ডট শ্লেছ ফান). |
03.05 | আমি আউটপুট (output) টো'Sum of a and b is 5 হিচাবে দেখা পাম |
03.10 | এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ওভতি আহো |
03.13 | ফাংচন(Function)ত “পেৰামিটাৰ”(parameters)বা “আৰগুমেন্টচ”(arguments)নামেৰে বিশেষ আইদেন্তিফায়াৰ(identifiers) থাকে |
03.20 | আহক একে উদাহৰণ আৰগুমেন্টচ(arguments)ৰ সহায়ত চাওঁ |
03.23 | ইয়াত মই সামান্য পৰিবৰ্তন কৰিম |
03.27 | লিখকint add(int a, int b) |
03.32 | ইয়াত আমি “ফাংচন এড(function add)ঘোষণা( declare) কৰিছো |
03.36 | int a আাৰু int b “ফাংচন এড” ৰ “আৰগুমেন্ট”(argument) |
03.41 | এইটো নাইকীয়া( delete) কৰক |
03.42 | ইয়াত a আৰু b ক প্ৰাৰম্ভণ( initialize) কৰাৰ প্ৰয়োজন নাই |
03.46 | printf ষ্টেটমেন্ত( statement)টো নাইকীয়া( Delete) কৰক |
03.49 | লিখকint main() |
03.52 | এতিয়া 'sum নামৰ ভেৰিয়েবল (variable) এটা ঘোষণা( declare) কৰো |
03.54 | int sum; লিখক |
03.57 | তাৰপাছত লিখক sum = add(5,4); |
04.03 | ইয়াত আমি “এড ফাংচন” (add function) মাতিছো( call) |
04.05 | তাৰপাছত 5আৰু 4 পেৰামিটাৰ(parameter) হিচাবে পঠিয়াইছো( pass) |
04.10 | 5 aত আৰু 4' b. ত জমা(store) হব |
04.14 | যোগফলটো( addition operation) প্ৰদৰ্শন( performed) কৰা হব |
04.18 | এতিয়া ফলাফলটো( result)ছপা( print) কৰো |
04.20 | তাৰবাবে ইয়াত লিখক |
04.21 | printf(“Sum is %d\n”,sum); |
04.27 | আমি ইতিমধ্যে ওপৰত ফাংচনটো( function) মাতিছো( called) গতিকে এইটো নাইকীয়া( Delete) কৰক |
04.32 | লিখক return 0; |
04.36 | এটা “নন ভইদ ফাংচন”('non-void function) তreturn ষ্টেটমেন্ত(statement) টো ব্যৱ্হাৰ কৰিবই লাগিব যত ই এটা মান( value) ঘূৰাই দিয়ে |
04.41 | ছেভ(Save) টিপক |
04.43 | আমি প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী( execute) কৰো আহক |
04.45 | আমাৰ প্ৰান্তলৈ( terminal) উভতি আহো |
04.48 | এতিয়া আগৰ দৰে প্ৰোগ্ৰাম( program)টো কম্পাইল( compile) কৰক |
04.50 | আহক কাৰ্যকৰী( execute) কৰো |
04.52 | আউট পুট ( output) টো Sum is 9 হিচাবে দেখা গৈছে |
04.57 | এতিয়া একে প্ৰোগ্ৰাম(program)টো C++.ত কেনেকৈ কাৰ্যকৰী( execute) কৰা হয় চাওঁ আহক |
05.02 | আমাৰ প্ৰোগ্ৰাম (program)টো লৈ উভতি আহো |
05.04 | ইয়াত মই সামান্য পৰিবৰ্তন( change) কৰিছো |
05.07 | প্ৰথমে একেলগেShift, Ctrl and S কী টিপক |
05.12 | এতিয়া ফাইল( file)টো.cpp এষ্টেনচন(extension)ৰে ছেভ(save) কৰক |
05.18 | ছেভ(save) টিপক |
05.19 | আমি প্ৰথমে হেদাৰ ফাইল (header file)টো <iostream> হিচাবে পৰিবৰ্তন( change) কৰিম |
05.24 | আমি ইয়াত “ইউজিং”(using ) ষ্টেটমেন্ত(statement) সংলগ্ন( include) কৰিম |
05.28 | ফাংচন দিক্লাৰেচন(function declaration) টো C++.ত একে হ্য় |
05.32 | গতিকে ইয়াত পৰিবৰ্তনৰ প্ৰয়োজন নাই |
05.37 | এতিয়া C++ ত শাৰী(line) ছপা(print) কৰিবলৈ printf ষ্টেটমেন্তৰ ঠাইত cout<< ষ্টেটমেন্ত(statement) ব্যৱ্হাৰ কৰক |
05.48 | ইয়াত “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier)আৰু \nৰ প্ৰয়োজন নাই |
05.52 | “ক’মা”( comma) নাইকীয়া( Delete) কৰক |
05.54 | এতিয়া দুটা আৰম্ভণি “কোণ বন্ধনি”( angle brackets) লিখক |
05.58 | “ছাম”(Sum) ৰ পিছত পুনৰ দুটা আৰম্ভণি “কোণ বন্ধনি”( angle brackets)লিখক |
06.03 | উৰ্ধকমা( double quotes)ৰ ভিতৰত \n লিখক |
06.07 | সামৰনী বন্ধনি( closing bracket) নাইকীয়া( Delete) কৰক |
06.09 | এতিয়া ছেভSave. টিপক |
06.11 | প্ৰোগ্ৰাম( program)টো কম্পাইল( compile) কৰো আহক |
06.14 | আমাৰ প্ৰান্তলৈ( terminal) উভতি আহো |
06.16 | লিখকg++ function dot cpp hyphen o fun1 |
06.23 | ফান( Fun) ফাইলৰ আউটপুটটো ( output) “অভাৰৰাইট” (overwrite) নহবৰ বাবে নাম “ফান ওৱান”(fun1) দিয়া হৈছে |
06.31 | এতিয়া “এন্টাৰ(Enter)' টিপক |
06.34 | লিখক./fun1 |
06.38 | আউটপুটটোঃSum is 9 হিচাবে দেখা গৈছে |
06.42 | এতিয়া আমি হব পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম |
06.47 | ধৰাহওঁক ইয়াত আমি 4ৰ সলনি x লিখিলো |
06.51 | মই বাকী ক’ড( code)বোৰ একে ৰাখিম |
06.55 | ছেভSave. টিপক |
06.58 | অমি প্ৰোগ্ৰাম( program)টো কম্পাইল( compile) কৰো |
07.02 | আমি ১০ নং শাৰীত ভুল দেখা পাইছো |
07.06 | এই পৰিসৰ( scope)ত x ঘোষণা কৰা হোৱা নাই(x was not declared in this scope. ) |
07.09 | ইয়াৰ কাৰণ হৈছে x এটা “কেৰেক্টাৰ” ভেৰিয়েবল(character variable) |
07.13 | এইটো কতো ঘোষণা( declared) কৰা হোৱা নাছিল |
07.15 | আৰু আমাৰ addফাংচন( function)ৰ integer “ভেৰিয়েবল”(variable) টো এটা আৰ্গুমেন্ট( argument) হয় |
07.21 | গতিকে তাৰ বাবে ৰিটাৰ্ণ টাইপ(return type) আৰু ৰিটাৰ্ণ ভেলো(return value) ৰ মাজত বৈসাদৃশ্য( mismatch) আহিছে |
07.25 | এতিয়া আমাৰ প্ৰোগ্ৰাম(program)টোলৈ উভতি আহো |
07.27 | এতিয়া ভুলটো( error) শুধৰণি কৰো |
07.30 | ১০ নং শাৰীত ৪ লিখক |
07.32 | ছেভ”('Save) টিপক |
07.35 | আকৌ কাৰ্যকৰী( execute) কৰো আহক |
07.37 | প্ৰম্পত( prompt) খালি( clear) কৰো |
07.40 | আগৰ দৰে প্ৰোগ্ৰাম(program)টো কম্পাইল( Compile) কৰক |
07.42 | হ্য় ই কাম কৰিছে |
07.45 | এতিয়া আমি হব পৰা অন্য সাধাৰণ ভুল( error) বিলাক লক্ষ্য কৰিম |
07.50 | ধৰাহওঁক ইয়াত আমি কেৱল এটা পেৰামিটাৰ(parameter) পঠাইছো |
07.55 | ৪ নাইকীয়া কৰক |
07.56 | ছেভ(Save)' টিপক |
07.58 | প্ৰান্তলৈ( terminal.) উভতি আহো |
08.00 | কম্পাইল( compile) কৰো আহক |
08.01 | ১০ নং শাৰীত ভুল দেখা পাইছো |
08.06 | too few arguments to function 'int add (int, int)' |
08.11 | আমাৰ প্ৰোগ্ৰাম(program)টোলৈ উভতি আহো |
08.14 | ইয়াত আপুনি দুই ধৰণৰ পেৰামিটাৰ(parameter) দেখিব |
08.19 | int a and int b. |
08.22 | ইয়াত আমি কেৱল এটা পেৰামিটাৰ(parameter) পঠাইছো |
08.25 | তাৰবাবে ভুলটো( error) দেখা পোৱা গৈছে |
08.27 | এতিয়া ভুল( error)টো শুধৰণি ( fix) কৰো |
08.29 | ৪ লিখক |
08.31 | ছেভ(Save) টিপক |
08.34 | প্ৰান্তলৈ(terminal) উভতি আহক |
08.36 | আকৌ কাৰ্যকৰী( execute) কৰো আহক |
08.39 | হয় ই কাম কৰিছে |
08.42 | আমাৰ শ্লাইড(slides) লৈ উভতি আহো |
08.44 | সংক্ষিপ্তে( summarise) আমি এই টিউটৰিয়েল( tutorial)ত শিকিছো |
08.49 | ফাংচন(Function) |
08.50 | ফাংচনৰ(Function) গাঠনি |
08.51 | “ফাংচন উইডাউত আৰগুমেন্টচ” (Function without arguments) |
08.53 | উদাহৰণঃ void add( ) |
08.55 | আৰগুমেন্টচ ( arguments) থকা ফাংচন(Function) |
08.57 | উদাহৰণঃ int add(int a and int b) |
09.02 | অনুশিলনী (assignmen)হিচাপে |
09.03 | এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ এটা প্ৰোগ্ৰাম লিখক |
09.07 | এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব |
09.11 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
09.14 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক |
09.18 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে |
09.21 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে |
09.24 | “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে |
09.28 | অধিক জানিবলৈ অনুগ্ৰহ কৰি contact @spoken-tutorial.org লৈ লিখক |
09.35 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
09.40 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
09.47 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
09.52 | মই কৃষ্ণ কমল দুৱৰা |
09.55 | উপভোগ কৰাৰ বাবে ধন্যবাদ । |