Difference between revisions of "Linux/C2/Redirection-Pipes/Assamese"
From Script | Spoken-Tutorial
(3 intermediate revisions by the same user not shown) | |||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | | ৰিডাইৰেক্সন আৰু পাইপছ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ। | + | |নমস্কাৰ দৰ্শক সকল. ৰিডাইৰেক্সন আৰু পাইপছ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ। |
|- | |- | ||
|00:07 | |00:07 | ||
Line 10: | Line 10: | ||
|- | |- | ||
|00:09 | |00:09 | ||
− | |আমি ধৰি লৈছোঁ যে ইতিমধ্যে | + | |আমি ধৰি লৈছোঁ যে ইতিমধ্যে আপোনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষয়ে এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু প্ৰাথমিক ধাৰণা আছে। |
|- | |- | ||
|00:16 | |00:16 | ||
Line 19: | Line 19: | ||
|- | |- | ||
|00:25 | |00:25 | ||
− | | অন্য ধৰণেৰে উল্লেখ নকৰিলে এই | + | | অন্য ধৰণেৰে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷ |
|- | |- | ||
|00:32 | |00:32 | ||
− | | লিনাক্সত আমি | + | | লিনাক্সত আমি কৰা বেছিভাগ কামেই টাৰমিনেলৰ জৰিয়তে কৰা হয়৷ |
|- | |- | ||
|00:35 | |00:35 | ||
− | | যেতিয়া এটা কমাণ্ড কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে কিবৰ্ডৰ জৰিয়তে টাইপ | + | | যেতিয়া এটা কমাণ্ড কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে কিবৰ্ডৰ জৰিয়তে টাইপ কৰোঁ৷ |
|- | |- | ||
|00:39 | |00:39 | ||
Line 31: | Line 31: | ||
|- | |- | ||
|00:41 | |00:41 | ||
− | |আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে | + | |আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে ‘date’ টাইপ কৰি এন্টাৰ টিপি দিওঁ |
|- | |- | ||
|00:46 | |00:46 | ||
Line 40: | Line 40: | ||
|- | |- | ||
|00:56 | |00:56 | ||
− | | ধৰক, কিছুমান কামাণ্ড | + | | ধৰক, কিছুমান কামাণ্ড কাৰ্যকৰী কৰোঁতে কিছু বিসংগতি ঘটিল। |
|- | |- | ||
|00:59 | |00:59 | ||
Line 55: | Line 55: | ||
|- | |- | ||
|01:20 | |01:20 | ||
− | |কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য হৈছে | + | |কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য হৈছে ইনপুটিং, আউটপুটিং আৰু ইৰৰ ৰিপৰ্টিং |
|- | |- | ||
|01:24 | |01:24 | ||
Line 67: | Line 67: | ||
|- | |- | ||
|01:41 | |01:41 | ||
− | | ফাইল | + | | ফাইল IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচ কৰা হয়৷ |
|- | |- | ||
|01:44 | |01:44 | ||
− | |প্ৰকৃত ষ্ট্ৰিম | + | |কেৰেক্টাৰৰ প্ৰকৃত ষ্ট্ৰিম হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। |
|- | |- | ||
|01:51 | |01:51 | ||
Line 85: | Line 85: | ||
|- | |- | ||
|02:12 | |02:12 | ||
− | |stdin | + | |stdin ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিম৷ |
|- | |- | ||
|02:15 | |02:15 | ||
Line 94: | Line 94: | ||
|- | |- | ||
|02:19 | |02:19 | ||
− | | stdout | + | | stdout ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম। |
|- | |- | ||
|02:22 | |02:22 | ||
Line 106: | Line 106: | ||
|- | |- | ||
|02:40 | |02:40 | ||
− | | ডিফল্ট হিচাপে | + | | ডিফল্ট হিচাপে ইনপুট, টাৰমিনেল কিষ্ট্ৰ’কৰ পৰা গ্ৰহণ কৰে |
|- | |- | ||
|02:44 | |02:44 | ||
Line 136: | Line 136: | ||
|- | |- | ||
|03:17 | |03:17 | ||
− | |left angled bracket অপাৰেটৰ ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ | + | |left angled bracket অপাৰেটৰ ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম, চাওঁ আহক। |
− | + | ||
|- | |- | ||
|03:22 | |03:22 | ||
Line 149: | Line 148: | ||
|- | |- | ||
|03:32 | |03:32 | ||
− | | কি ঘটিল? আমি | + | | কি ঘটিল? আমি কাৰ্ডালৰ ব্লিংক কৰি থকা দেখা পাইছোঁ। ইয়াৰ অৰ্থ এয়ে যে আমি কিবৰ্ডৰ জৰিয়তে এণ্টাৰ কৰাটো প্ৰয়োজন |
|- | |- | ||
− | |03:37 | + | |03:37 |
| কিবা অলপ কথা ভৰাওক, ধৰক— "This tutorial is very important"। | | কিবা অলপ কথা ভৰাওক, ধৰক— "This tutorial is very important"। | ||
|- | |- | ||
Line 158: | Line 157: | ||
|- | |- | ||
|03:48 | |03:48 | ||
− | | এতিয়া | + | | এতিয়া Ctrl আৰু d চাবিটো একেলগে হেঁচি দিয়ক |
|- | |- | ||
|03:52 | |03:52 | ||
Line 218: | Line 217: | ||
|- | |- | ||
|05:20 | |05:20 | ||
− | | | + | |ধৰক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়। n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে। |
|- | |- | ||
|05:29 | |05:29 | ||
Line 248: | Line 247: | ||
|- | |- | ||
|06:10 | |06:10 | ||
− | | গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। | + | | গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। |
|- | |- | ||
|06:15 | |06:15 | ||
− | | কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা | + | | কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা ডবল ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে। |
|- | |- | ||
|06:22 | |06:22 | ||
Line 291: | Line 290: | ||
|- | |- | ||
| 7:24 | | 7:24 | ||
− | |ধৰক, একেখন ডাইৰাক্টৰীত | + | |ধৰক, একেখন ডাইৰাক্টৰীত আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷ |
|- | |- | ||
| 7:30 | | 7:30 | ||
− | |এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷ | + | |এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷ আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt" |
|- | |- | ||
Line 314: | Line 313: | ||
|- | |- | ||
|08:15 | |08:15 | ||
− | | এইটোও আমি চাওঁ | + | | এইটোও আমি চাওঁ আহক৷ |
|- | |- | ||
Line 322: | Line 321: | ||
|- | |- | ||
|08:29 | |08:29 | ||
− | | কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা | + | | কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা ডবল ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন। |
|- | |- | ||
Line 334: | Line 333: | ||
|- | |- | ||
|08:50 | |08:50 | ||
− | |এতিয়া ধৰা হওক, আমি কোনো ( | + | |এতিয়া ধৰা হওক, আমি কোনো (ভুল খবৰ) বিসংগতিৰ বাৰ্তা স্ক্ৰিনত চাব নিবিচাৰো ৷ (সিহঁতক) সেইবিলাকক কিছুমান অন্য ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷ |
|- | |- | ||
|08:55 | |08:55 | ||
|তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো— | |তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো— | ||
− | "wc স্পেচ aaa স্পেচ 2 'right- | + | "wc স্পেচ aaa স্পেচ 2 'right-angled bracket' errorlog dot txt" |
|- | |- | ||
|09:06 | |09:06 | ||
Line 350: | Line 349: | ||
|- | |- | ||
|09:22 | |09:22 | ||
− | | | + | |এতিয়া ধৰি লওঁ ঘে "cat স্পেচ bbb স্পেচ 2 'right-angled bracket' errorlog dot txt" কামাণ্ডটো চলাওঁতে মই কিছু অন্য ভুল কৰিলো৷ |
− | + | ||
− | + | ||
|- | |- | ||
|09:34 | |09:34 | ||
Line 362: | Line 359: | ||
|- | |- | ||
|09:46 | |09:46 | ||
− | | কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ? | + | | কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ? সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ— "wc স্পেচ aaa space 2 দুবাৰ'right-angled bracket' errorlog dot txt" |
− | সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ— | + | |
− | "wc স্পেচ aaa space 2 দুবাৰ'right-angled bracket' errorlog dot txt" | + | |
− | + | ||
|- | |- | ||
|09:58 | |09:58 | ||
Line 388: | Line 382: | ||
|- | |- | ||
|10:30 | |10:30 | ||
− | |এইটো দেখিবলৈ এনেধৰণৰ— | + | |এইটো দেখিবলৈ এনেধৰণৰ— command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4 |
− | command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4 | + | |
− | + | ||
|- | |- | ||
|10.45 | |10.45 | ||
Line 428: | Line 420: | ||
|- | |- | ||
|11:40 | |11:40 | ||
− | | ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, | + | | ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ্ক মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷ |
|- | |- | ||
|11:46 | |11:46 | ||
− | | আমি বিভিন্ন কামাণ্ডো প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷ | + | | আমি বিভিন্ন কামাণ্ডো শৃং্খলা হিচাবে প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷ |
|- | |- | ||
| 11:50 | | 11:50 | ||
− | |এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো৷ আমি লিখিম— "wc space minus l | + | |এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো৷ আমি লিখিম— "ls space minus l 'vertical bar' wc space minus l" |
|- | |- | ||
Line 448: | Line 440: | ||
|- | |- | ||
|12:10 | |12:10 | ||
− | |পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো | + | |পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো যোৰা কৰিব পাৰো৷ |
|- | |- | ||
Line 495: | Line 487: | ||
|- | |- | ||
|12:58 | |12:58 | ||
− | | কামাণ্ড শিকিবলৈ | + | | কামাণ্ড শিকিবলৈ আটাইতকৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷ |
|- | |- |
Latest revision as of 12:54, 11 September 2014
Time | Narration |
---|---|
00:00 | নমস্কাৰ দৰ্শক সকল. ৰিডাইৰেক্সন আৰু পাইপছ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ। |
00:07 | মই উবুণ্টু 10.04 ব্যৱহাৰ কৰিছোঁ৷ |
00:09 | আমি ধৰি লৈছোঁ যে ইতিমধ্যে আপোনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষয়ে এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু প্ৰাথমিক ধাৰণা আছে। |
00:16 | যদি আপুনি আগ্ৰহী, সেই সম্পৰ্কীয় আন এটা কথন প্ৰশিক্ষণ তলত উল্লেখ কৰা ৱেবচাইটত পাব |
00:22 | মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ। |
00:25 | অন্য ধৰণেৰে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷ |
00:32 | লিনাক্সত আমি কৰা বেছিভাগ কামেই টাৰমিনেলৰ জৰিয়তে কৰা হয়৷ |
00:35 | যেতিয়া এটা কমাণ্ড কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে কিবৰ্ডৰ জৰিয়তে টাইপ কৰোঁ৷ |
00:39 | ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷ |
00:41 | আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে ‘date’ টাইপ কৰি এন্টাৰ টিপি দিওঁ |
00:46 | গতিকে আমি সাধাৰণ অৱস্থাত কিব’ৰ্ডৰ জৰিয়তে ইনপুট দিওঁ। |
00:48 | একে ধৰণেৰে আমাৰ কামাণ্ডৰ (আউটপুটবোৰ) আউটপুটবোৰো টাৰমিনেল (উইনদতও) উইণ্ডত দেখা পোৱা গৈছে৷ |
00:56 | ধৰক, কিছুমান কামাণ্ড কাৰ্যকৰী কৰোঁতে কিছু বিসংগতি ঘটিল। |
00:59 | ধৰক, আমি "cat space aaa" টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷ |
01:05 | কিন্তু aaa নামৰ কোনো ফাইলৰ স্থিতি নাই। |
01:08 | গতিকে তাত এটা বিসংগতি প্ৰদৰ্শিত হৈ থাকে৷ |
01:10 | এতিয়া এই বিসংগতিটো টাৰমিনেল (উইণ্ড’ত) উইণ্ডতো আহিব৷ গতিকে আমি (টাৰমিনেলত) টাৰমিনেলতো বিসংগতিৰ ৰিপৰ্টিংটো দেখিম৷ |
01:20 | কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য হৈছে ইনপুটিং, আউটপুটিং আৰু ইৰৰ ৰিপৰ্টিং |
01:24 | ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব, সেইকেইটা হ’ল— ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷ |
01:31 | Bash-ৰ নিচিনা লিনাক্স shell-এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৰ কেৰেক্টাৰৰ ৰূপত। |
01:37 | ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন |
01:41 | ফাইল IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচ কৰা হয়৷ |
01:44 | কেৰেক্টাৰৰ প্ৰকৃত ষ্ট্ৰিম হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। |
01:51 | লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে। |
01:57 | এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায় |
02:05 | লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড I/O ষ্ট্ৰিম ব্যৱহাৰ কৰে৷ |
02:08 | তাৰ প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে |
02:12 | stdin ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিম৷ |
02:15 | এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে |
02:17 | ইয়াৰ ফাইল ডেচক্ৰিপটৰ হ’ল 0 |
02:19 | stdout ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম। |
02:22 | ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডিচক্ৰিপটৰ হ’ল 1। |
02:26 | stderr ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম। ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2। |
02:36 | ইনপুট ষ্ট্ৰীমে প্ৰগামলৈ ইনপুটৰ যোগান ধৰে। |
02:40 | ডিফল্ট হিচাপে ইনপুট, টাৰমিনেল কিষ্ট্ৰ’কৰ পৰা গ্ৰহণ কৰে |
02:44 | আউটপুট ষ্ট্ৰীমে, ডিফল্ট হিচাপে টাৰমিনেলত, টেক্সট কেৰেক্টাৰ ছপা কৰে। |
02:47 | টাৰমিনেল প্ৰথম অৱস্থাত একোটা ASCII টাইপৰাইটাৰ বা ডিচপ্লে টাৰমিনেল আছিল। |
02:52 | কিন্তু এতিয়া ইয়াক সাধাৰণতে গ্ৰাফিকেল ডেস্কটপত টেক্সট উইণ্ড’ হিচাপে পোৱা হয়। |
02:56 | আমি দেখিলো যে তিনিওটা ষ্ট্ৰীম ডিফল্ট হিচাপে কিছুমান ফাইলৰ সৈতে যুক্ত হৈ আছে। |
03:01 | কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰ সলনি কৰিব পাৰো |
03:04 | এই তিনিটা ষ্ট্ৰীমক আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ। |
03:07 | এই প্ৰক্ৰিয়াটোক ৰিডাইৰেক্সন বুলি কোৱা হয়৷ |
03:09 | এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত পুনৰ্নিৰ্দেশ (redirection) কৰা হয়৷ |
03:14 | প্ৰথমে অামি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷ |
03:17 | left angled bracket অপাৰেটৰ ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম, চাওঁ আহক। |
03:22 | আমি জানো যে এটা ফাইলৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে wc কমাণ্ড ব্যৱহাৰ কৰা হয়। |
03:28 | টাৰমিনেল উইণ্ড’ত wc টাইপ কৰক |
03:31 | এতিয়া এন্টাৰটো হেঁচি দিয়ক |
03:32 | কি ঘটিল? আমি কাৰ্ডালৰ ব্লিংক কৰি থকা দেখা পাইছোঁ। ইয়াৰ অৰ্থ এয়ে যে আমি কিবৰ্ডৰ জৰিয়তে এণ্টাৰ কৰাটো প্ৰয়োজন |
03:37 | কিবা অলপ কথা ভৰাওক, ধৰক— "This tutorial is very important"। |
03:46 | এতিয়া এন্টাৰটো হেঁচি দিয়ক৷ |
03:48 | এতিয়া Ctrl আৰু d চাবিটো একেলগে হেঁচি দিয়ক |
03:52 | এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব। |
03:55 | কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব |
03:57 | এতিয়া, ইয়াত wc কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই। |
04:01 | সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰিব |
04:04 | এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিব’ৰ্ডৰ সৈতে যুক্ত হয়। সেইবাবে wc-এ কিব’ৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব। |
04:12 | এতিয়া যদি আমি লিখোঁ— "wc স্পেচ 'left-angled bracket" wc স্পেচ test1 dot txt" |
04:19 | যিটো ঘটিল, সেইটো হ’ল— wc-এ আমাক test1 dot txt ফাইলটোৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে। |
04:27 | এতিয়া টাইপ কৰক— "wc স্পেচ test1 dot txt" |
04:34 | আমি একেটা (ফলকে) ফলাফলেই দেখিম |
04:37 | গতিকে পাৰ্থক্যটো কি? |
04:39 | যেতিয়া আমি "wc স্পেচ test1 dot txt" বুলি লিখোঁ, কমাণ্ডে test1 dot txt ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে। |
04:46 | কিন্তু যেতিয়া আমি "wc স্পেচ 'left-angled bracket' test1 dot txt" বুলি লিখোঁ, wc-এ খুলিবৰ বাবে কোনো ফাইল নাপায়। |
04:53 | পৰিৱৰ্তে ই standardin-ৰ পৰা ইনপুট ল’ব বিচাৰে। |
04:57 | আমি ইতিমধ্যে standardin-ক test1 dot txt ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ |
05:01 | গতিকে (টেষ্ট ১) test1 ৰ পৰা কামাণ্ডটোৱে (অধ্যয়ন) পঠন কৰে |
05:04 | কিন্তু প্ৰকৃতপক্ষে standardin-অলৈ তথ্যখিনি ক’ৰ পৰা আহিল সেই কথা জনা নাযায়। |
05:10 | গতিকে, ষ্টেণ্ডাৰ্ড ইনপুটক ৰিডাইৰেক্ট কৰা দেখিলো |
05:12 | এতিয়া, ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ ৰিডাইৰেক্ট কৰা চাম। |
05:17 | আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে: |
05:20 | ধৰক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়। n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে। |
05:29 | ফাইলটোত লিখাৰ অধিকাৰ আপোনাৰ থাকিবই লাগিব। |
05:32 | ঘদি ফাইলটোৰ অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷ |
05:35 | যদি ফাইলটো ইতিমধ্যেই থাকে, তাত থকা তথ্য-পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়। |
05:40 | ' n 'double right-angled bracket'-এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n-ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে। |
05:47 | ইয়াতো ফাইলটোত লিখাৰ অধিকাৰ আপোনাৰ থাকিবই লাগিব। |
05:50 | ঘদি ফাইলটোৰ (স্থিতি) অধিকাৰ নাথাকে, এইটো সৃষ্টি কৰা হয়৷ |
05:52 | যদি ফাইলটো ইতিমধ্যেই থাকে, তেনেহ’লে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়। |
05:59 | “n single right angle bracket” বা “n double right angle bracket”-অত থকা n ফাইলটো ডেচক্ৰিপ্টৰক সূচায়। |
06:05 | যদি ইয়াক বাদ দিয়া হয়, তেনেহ’লে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1-অক গ্ৰহণ কৰা হয়। |
06:10 | গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। |
06:15 | কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা ডবল ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে। |
06:22 | এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম৷ |
06:24 | শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin-অত wc কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়। |
06:31 | কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো? |
06:34 | আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷ |
06:38 | ডিফল্ট হিচাপে wc-এ ইয়াৰ আউটপুটটো standardout-অত লিখে। |
06:42 | Standardout-টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে। |
06:45 | গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷ |
06:48 | কিন্তু ঘদি আমি (ষ্টেণ্ডাৰ্ড আউট) Standardout-টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো, তেতিয়া wc কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব৷ |
6:57 | ধৰক আমি লিখো— "wc স্পেচ test1 dot txt 'right-angled bracket' wc_results dot txt" |
07:09 | এন্টাৰ প্ৰেছ কৰক৷ |
07:11 | এতিয়া চাব লাগিব যে আমি wc_results dot txt-ৰ তথ্য-পাতিখিনি c-a-t কমাণ্ডৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰিছোঁ নে নাই। |
7:23 | হয়, এইটো পৰা গৈছে। |
7:24 | ধৰক, একেখন ডাইৰাক্টৰীত আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷ |
7:30 | এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷ আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt" |
07:44 | গতিকে wc_results ফাইলৰ তথ্য-পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হ’ব। |
7:48 | এইটো চাওঁ আহক৷ |
07:56 | যদি আমি লিখো— "wc স্পেচ test1 dot txt 'right-angled bracket' দুবাৰ wc underscore results dot txt" |
08:07 | নতুন ফলাফলবোৰ wc underscore results dot txt ফাইলৰ ইতিমধ্যে থকা তথ্য-পাতিবোৰৰ ওপৰত লিখিত নহ’ব। পুৰণা তথ্যপাতিৰ পিছত যোগ হৈ হে যাব। |
08:15 | এইটোও আমি চাওঁ আহক৷ |
08:26 | একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হ’ল। |
08:29 | কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা ডবল ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন। |
08:38 | aaa নামৰ কোনো ফাইল নাই বুলি আমি জানো যদিও লিখিম— "wc space aaa" |
08:46 | শ্বেলটোৱে বিসংগতি প্ৰদৰ্শন কৰিব— “No such file or directory”. |
08:50 | এতিয়া ধৰা হওক, আমি কোনো (ভুল খবৰ) বিসংগতিৰ বাৰ্তা স্ক্ৰিনত চাব নিবিচাৰো ৷ (সিহঁতক) সেইবিলাকক কিছুমান অন্য ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷ |
08:55 | তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—
"wc স্পেচ aaa স্পেচ 2 'right-angled bracket' errorlog dot txt" |
09:06 | এতিয়া এৰৰটো টাৰ্মিনেলত নেদেখাই, আৰু ই errorlog dot txt ফাইলত হে লিখা হব |
09:12 | আমি "cat space errorlog dot txt" কামাণ্ডটোৰ দ্বাৰা এইটো চাব পাৰো৷ |
09:22 | এতিয়া ধৰি লওঁ ঘে "cat স্পেচ bbb স্পেচ 2 'right-angled bracket' errorlog dot txt" কামাণ্ডটো চলাওঁতে মই কিছু অন্য ভুল কৰিলো৷ |
09:34 | আগৰ ভুলটো অ’ভাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ |
09:39 | “cat space errorlog dot txt"-টো চাওক। |
09:46 | কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ? সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ— "wc স্পেচ aaa space 2 দুবাৰ'right-angled bracket' errorlog dot txt" |
09:58 | আমি এইটো (কেট) cat কামাণ্ড ব্যৱহাৰ কৰি (চেক) পৰীক্ষা কৰিম৷ |
10:06 | তিনিটা ষ্ট্ৰীম— standard out, standard in আৰু standard error কেনেকৈ পৃথকভাবে ৰিডাইৰেকটেড আৰু মেনিপুলেটেড হ’ল, সেয়া আমি দেখিলো। কিন্তু যেতিয়া আমি ষ্টীমকেইটাক একেলগে মেনিপুলেট কৰিব পাৰোঁ, অৰ্থাৎ বেলেগ বেলেগ ষ্ট্ৰীমক যুক্ত কৰিব পাৰোঁ, তেতিয়াহে এই ধাৰণাৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি। |
10:20 | এই পদ্ধতিটোক পাইপলাইনিং বোলে৷ |
10:22 | পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ |
10:25 | চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷ |
10:30 | এইটো দেখিবলৈ এনেধৰণৰ— command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4 |
10.45 | ধৰক, আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ |
10:51 | আমি কি কৰিব পাৰো? আমি জানো যে "ls space minus l"-এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷ |
10:58 | আমি এটা ফাইললৈ আউটপুটটো ৰিডাইৰেক্ট কৰিব পাৰো— "ls space minus l 'right-angled bracket' files dot txt" |
11:08 | "cat space files dot txt" এই কমাণ্ডটো চলাওক |
11.14 | এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷ |
11.17 | গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জুখিব খোজোঁ, তেনেহ’লে files dot txt— এইটো ব্যৱহাৰ কৰিব পাৰোঁ। |
11:24 | "wc space minus l files dot txt" কমাণ্ড ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰোঁ। |
11:32 | ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷ |
11:35 | প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ। ইয়াত সেইটো— files dot txt . |
11:40 | ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ্ক মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷ |
11:46 | আমি বিভিন্ন কামাণ্ডো শৃং্খলা হিচাবে প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷ |
11:50 | এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো৷ আমি লিখিম— "ls space minus l 'vertical bar' wc space minus l" |
12:01 | আৰু অতি সহজতে আমি (একোফল) একে ফলাফল পাব পাৰো৷ |
12:06 | ls কমাণ্ডৰ আউটপুট wc কমাণ্ডৰ ইনপুট হিচাপে যায়। |
12:10 | পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো যোৰা কৰিব পাৰো৷ |
12:15 | পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল প্ৰৰ্দশিত বিভিন্ন পৄস্ঠা পঢ়িবলৈ |
12:19 | টাইপ কৰক "cd space slash user slash bin" |
12:24 | গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷ |
12:28 | এতিয়া "ls minus l" ৰান কৰক৷ |
12:31 | আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰো (তাক) তেতিয়া পাৰিম৷ |
12:37 | তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷ |
12:41 | ইয়াৰ পৰা উলাই আহিবলৈ (‘কিউ’) q প্ৰেছ কৰক৷ |
12:45 | এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷ |
12:48 | আৰু অধিক কামাণ্ড আছে৷ |
12:50 | তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷ |
12:54 | 'man' কমাণ্ড ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷ |
12:58 | কামাণ্ড শিকিবলৈ আটাইতকৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷ |
13:04 | ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে। |
13:07 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
13:15 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
13:19 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
} |