Difference between revisions of "Ruby/C2/Logical-and-other-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
 
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
  
 
|-
 
|-
|  00.02
+
|  00:02
 
|নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
 
|নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
  
 
|-
 
|-
| 00.06
+
| 00:06
 
| এই টিওটৰিয়েলত আমি শিকিম
 
| এই টিওটৰিয়েলত আমি শিকিম
  
 
|-
 
|-
| 00.09
+
| 00:09
 
| '''Logical Operators '''
 
| '''Logical Operators '''
  
 
|-
 
|-
| 00.11
+
| 00:11
 
|“Parallel assignment” আৰু
 
|“Parallel assignment” আৰু
  
 
|-
 
|-
| 00.13
+
| 00:13
 
| '''Range Operators '''
 
| '''Range Operators '''
  
 
|-
 
|-
|  00.15
+
|  00:15
 
|ইয়াত আমি ব্যৱহাৰ কৰিছো
 
|ইয়াত আমি ব্যৱহাৰ কৰিছো
  
 
|-
 
|-
|  00.17
+
|  00:17
 
| ‘‘উবুন্টু লিনাক্স  12.04 ''
 
| ‘‘উবুন্টু লিনাক্স  12.04 ''
  
 
|-
 
|-
|  00.20
+
|  00:20
 
|  ''' Ruby 1.9.3  '''
 
|  ''' Ruby 1.9.3  '''
  
 
|-
 
|-
| 00.23
+
| 00:23
 
|এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত  ”টাৰমিনেল” আৰু  “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ  জ্ঞান থকাটো দৰকাৰ ৷
 
|এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত  ”টাৰমিনেল” আৰু  “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ  জ্ঞান থকাটো দৰকাৰ ৷
  
 
|-
 
|-
| 00.29
+
| 00:29
 
|ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
 
|ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
  
 
|-
 
|-
|  00.33
+
|  00:33
 
| অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷
 
| অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷
  
 
|-
 
|-
| 00.38
+
| 00:38
 
|লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় ।
 
|লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় ।
  
 
|-
 
|-
|  00.42
+
|  00:42
 
|কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে
 
|কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে
  
 
|-
 
|-
| 00.45
+
| 00:45
 
|আৰু “true” বা “false” ভেলু উভতাই ।
 
|আৰু “true” বা “false” ভেলু উভতাই ।
  
 
|-
 
|-
| 00.48
+
| 00:48
 
|লজিকেল অপাৰেটৰ হল,
 
|লজিকেল অপাৰেটৰ হল,
  
 
|-
 
|-
| 00.51
+
| 00:51
 
| “double ampersand (&&)”  মানে,  “(and)”
 
| “double ampersand (&&)”  মানে,  “(and)”
  
 
|-
 
|-
| 00.54
+
| 00:54
 
| “double pipe” মানে, “(or)”
 
| “double pipe” মানে, “(or)”
  
 
|-
 
|-
| 00.56
+
| 00:56
 
|“Exclamation (!)”মানে, “(not)”
 
|“Exclamation (!)”মানে, “(not)”
  
 
|-
 
|-
|  01.00
+
|  01:00
 
| “&&(double ampersand)” আৰু “and”  “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় ।
 
| “&&(double ampersand)” আৰু “and”  “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় ।
  
 
|-
 
|-
| 01.07
+
| 01:07
 
|দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় ।
 
|দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় ।
  
 
|-
 
|-
| 01.12
+
| 01:12
 
|দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”     
 
|দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”     
 
|-
 
|-
| 01.15
+
| 01:15
 
|সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে ।
 
|সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে ।
  
 
|-
 
|-
| 01.20
+
| 01:20
 
|উদাহৰণ কিছোমান চাওঁ আহক ।
 
|উদাহৰণ কিছোমান চাওঁ আহক ।
  
 
|-
 
|-
| 01.22
+
| 01:22
 
|আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম ।
 
|আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম ।
  
 
|-
 
|-
|  01.25
+
|  01:25
 
|  “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক ।
 
|  “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক ।
  
 
|-
 
|-
|  01.31
+
|  01:31
 
|“interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক
 
|“interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক
  
 
|-
 
|-
|  01.36
+
|  01:36
 
| টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5”
 
| টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5”
  
 
|-
 
|-
| 01.47
+
| 01:47
 
| “এণ্টাৰ” টিপক
 
| “এণ্টাৰ” টিপক
 
|-
 
|-
|  01.49
+
|  01:49
 
|আমি আওতপুত “true” বোলি পাওঁ ।
 
|আমি আওতপুত “true” বোলি পাওঁ ।
  
 
|-
 
|-
| 01.53
+
| 01:53
 
|ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় ।
 
|ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় ।
  
 
|-
 
|-
| 01.59
+
| 01:59
 
|“এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় ।
 
|“এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় ।
  
 
|-
 
|-
|  02.03
+
|  02:03
 
|যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ ।
 
|যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ ।
 
   
 
   
 
|-
 
|-
| 02.08
+
| 02:08
 
|এতিয়া  পূৰ্ব  কমাণ্ডটো পাবলৈ “আপ এৰো’”  কি টিপক ।
 
|এতিয়া  পূৰ্ব  কমাণ্ডটো পাবলৈ “আপ এৰো’”  কি টিপক ।
  
 
|-
 
|-
| 02.12
+
| 02:12
 
| আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক ।
 
| আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক ।
  
 
|-
 
|-
| 02.17
+
| 02:17
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
|  02.19
+
|  02:19
 
|আমি একেইটা ফলাফল পাম ।
 
|আমি একেইটা ফলাফল পাম ।
  
 
|-
 
|-
|  02.22
+
|  02:22
 
| এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ  “আপ এৰো’” কি টিপক ।
 
| এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ  “আপ এৰো’” কি টিপক ।
  
 
|-
 
|-
|  02.27
+
|  02:27
 
| “এক্সপ্ৰেচন” 1 “>”চিহ্ন  “<”চিহ্নৰ সৈতে সলনি কৰক
 
| “এক্সপ্ৰেচন” 1 “>”চিহ্ন  “<”চিহ্নৰ সৈতে সলনি কৰক
  
 
|-
 
|-
| 02.32
+
| 02:32
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
|  02.35
+
|  02:35
 
| আমি আওতপুত “false” বোলি পাওঁ ।
 
| আমি আওতপুত “false” বোলি পাওঁ ।
  
 
|-
 
|-
| 02.38
+
| 02:38
 
|কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় ।
 
|কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় ।
  
 
|-
 
|-
|  02.43
+
|  02:43
 
| যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
 
| যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
  
 
|-
 
|-
| 02.49
+
| 02:49
 
|সেই বাবে আমি আওতপুত “false” বোলি পাওঁ ।
 
|সেই বাবে আমি আওতপুত “false” বোলি পাওঁ ।
  
 
|-
 
|-
| 02.53
+
| 02:53
 
| “double  pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় ।
 
| “double  pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় ।
  
 
|-
 
|-
| 02.59
+
| 02:59
 
|দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় ।
 
|দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় ।
  
 
|-
 
|-
| 03.04
+
| 03:04
 
|দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”
 
|দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”
  
 
|-
 
|-
| 03.07
+
| 03:07
 
|সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে ।
 
|সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে ।
  
 
|-
 
|-
|  03.11
+
|  03:11
 
| উদাহৰণ কিছোমান চাওঁ আহক ।
 
| উদাহৰণ কিছোমান চাওঁ আহক ।
  
 
|-
 
|-
| 03.15
+
| 03:15
 
|''' 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7'''
 
|''' 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7'''
  
 
|-
 
|-
| 03.23
+
| 03:23
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
| 03.26
+
| 03:26
 
|আমি আওতপুত “true” বোলি পাওঁ ।
 
|আমি আওতপুত “true” বোলি পাওঁ ।
  
 
|-
 
|-
| 03.29
+
| 03:29
|ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10<6 “true” হয় ।
+
|ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10>6 “true” হয় ।
  
 
|-
 
|-
| 03.35
+
| 03:35
 
| যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
 
| যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
  
 
|-
 
|-
| 03.40
+
| 03:40
 
|সেই বাবে আমি আওতপুত “true” বোলি পাওঁ ।
 
|সেই বাবে আমি আওতপুত “true” বোলি পাওঁ ।
  
 
|-
 
|-
|  03.42
+
|  03:42
 
| এতিয়া  পূৰ্ব  কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক ।
 
| এতিয়া  পূৰ্ব  কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক ।
  
 
|-
 
|-
|  03.46
+
|  03:46
 
| "এক্সপ্ৰেচন” 1 “>”চিহ্ন  “<”চিহ্নৰ সৈতে সলনি কৰক
 
| "এক্সপ্ৰেচন” 1 “>”চিহ্ন  “<”চিহ্নৰ সৈতে সলনি কৰক
  
 
|-
 
|-
|  03.52
+
|  03:52
 
|  আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক ।
 
|  আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক ।
  
 
|-
 
|-
|  03.57
+
|  03:57
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
| 04.00
+
| 04:00
 
|ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় ।
 
|ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় ।
  
 
|-
 
|-
|  04.05
+
|  04:05
 
|“এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় ।
 
|“এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় ।
  
 
|-
 
|-
|  04.10
+
|  04:10
 
|  যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ ।
 
|  যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ ।
  
 
|-
 
|-
| 04.15
+
| 04:15
 
|“!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত  মোল ঘূৰাই দিয়ে ।
 
|“!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত  মোল ঘূৰাই দিয়ে ।
  
 
|-
 
|-
|  04.20
+
|  04:20
 
|যদি  “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া  “exclamation mark” অপাৰেটৰে “false” ভেলু  ঘোৰাই দিব ।
 
|যদি  “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া  “exclamation mark” অপাৰেটৰে “false” ভেলু  ঘোৰাই দিব ।
  
 
|-
 
|-
| 04.27
+
| 04:27
 
|ই “true” ৰিটাৰ্ন  কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় ।
 
|ই “true” ৰিটাৰ্ন  কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় ।
  
 
|-
 
|-
|  04.30
+
|  04:30
 
|দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা”
 
|দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা”
  
 
|-
 
|-
| 04.33
+
| 04:33
 
| সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে ।
 
| সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে ।
  
 
|-
 
|-
|  04.37
+
|  04:37
 
| “not” অপাৰেটৰটো চাওঁ আহক ।
 
| “not” অপাৰেটৰটো চাওঁ আহক ।
  
 
|-
 
|-
| 04.40
+
| 04:40
 
|প্ৰথমে টাইপ কৰক “10 double equal to 10”
 
|প্ৰথমে টাইপ কৰক “10 double equal to 10”
  
 
|-
 
|-
|  04.45
+
|  04:45
 
| “এণ্টাৰ” টিপক
 
| “এণ্টাৰ” টিপক
  
 
|-
 
|-
| 04.47
+
| 04:47
 
|আমি আওতপুত “true” বোলি পাওঁ ।
 
|আমি আওতপুত “true” বোলি পাওঁ ।
 
|-
 
|-
| 04.50
+
| 04:50
 
|উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ,
 
|উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ,
  
 
|-
 
|-
|  04.53
+
|  04:53
 
| এক্সপ্ৰেচনটোৰ  আগত “not” অপাৰেটৰ বহাওঁক ।
 
| এক্সপ্ৰেচনটোৰ  আগত “not” অপাৰেটৰ বহাওঁক ।
  
 
|-
 
|-
| 04.57
+
| 04:57
 
|টাইপ কৰক  “Exclamation mark ব্ৰেকেটত 10 double equal to 10”
 
|টাইপ কৰক  “Exclamation mark ব্ৰেকেটত 10 double equal to 10”
  
 
|-
 
|-
|  05.04
+
|  05:04
 
| “এণ্টাৰ” টিপক
 
| “এণ্টাৰ” টিপক
  
 
|-
 
|-
|  05.06
+
|  05:06
 
|আমি আওতপুত “false” বোলি পাওঁ ।
 
|আমি আওতপুত “false” বোলি পাওঁ ।
  
 
|-
 
|-
| 05.10
+
| 05:10
 
| “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক ।
 
| “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক ।
  
 
|-
 
|-
| 05.15
+
| 05:15
 
|এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ ।
 
|এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ ।
  
 
|-
 
|-
| 05.20
+
| 05:20
 
|“Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি ।
 
|“Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি ।
  
 
|-
 
|-
| 05.26
+
| 05:26
 
| “টাৰমিনেল”লৈ যাওক ।
 
| “টাৰমিনেল”লৈ যাওক ।
  
 
|-
 
|-
| 05.29
+
| 05:29
 
|“Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক ।
 
|“Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক ।
  
 
|-
 
|-
| 05.36
+
| 05:36
 
| টাইপ কৰক  “a কমা b কমা c equal to 10 কমা 20 কমা 30”
 
| টাইপ কৰক  “a কমা b কমা c equal to 10 কমা 20 কমা 30”
  
 
|-
 
|-
| 05.45
+
| 05:45
 
|আৰু “এণ্টাৰ” টিপক ।
 
|আৰু “এণ্টাৰ” টিপক ।
  
 
|-
 
|-
| 05.47
+
| 05:47
 
|ইয়াত “১০”ক  “a” ভেৰিয়েবল  দি আৰোপ কৰিম ।
 
|ইয়াত “১০”ক  “a” ভেৰিয়েবল  দি আৰোপ কৰিম ।
  
 
|-
 
|-
| 05.52
+
| 05:52
 
|“২০”ক  “b” ভেৰিয়েবল  দি আৰোপ কৰিম ।
 
|“২০”ক  “b” ভেৰিয়েবল  দি আৰোপ কৰিম ।
 
|-
 
|-
| 05.54
+
| 05:54
 
|“৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম ।
 
|“৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম ।
  
 
|-
 
|-
| 05.56
+
| 05:56
 
|সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে ।
 
|সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে ।
  
 
|-
 
|-
| 06.01
+
| 06:01
 
|যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে ।
 
|যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে ।
  
 
|-
 
|-
| 06.10
+
| 06:10
 
|আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম ।
 
|আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম ।
  
 
|-
 
|-
| 06.14
+
| 06:14
 
| বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক ।
 
| বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক ।
  
 
|-
 
|-
|06.20
+
|06:20
 
| “a” টাইপ কৰি “এণ্টাৰ” টিপক ।
 
| “a” টাইপ কৰি “এণ্টাৰ” টিপক ।
  
 
|-
 
|-
| 06.23
+
| 06:23
 
|“a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব ।
 
|“a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব ।
  
 
|-
 
|-
| 06.28
+
| 06:28
 
|“b” টাইপ কৰি “এণ্টাৰ” টিপক ।
 
|“b” টাইপ কৰি “এণ্টাৰ” টিপক ।
  
 
|-
 
|-
| 06.31
+
| 06:31
 
|আমি ২০ পাম ।
 
|আমি ২০ পাম ।
  
 
|-
 
|-
|  06.33
+
|  06:33
 
| “c” টাইপ কৰি “এণ্টাৰ” টিপক ।
 
| “c” টাইপ কৰি “এণ্টাৰ” টিপক ।
  
 
|-
 
|-
| 06.37
+
| 06:37
 
|৩০ দেখোৱা হব ।
 
|৩০ দেখোৱা হব ।
  
 
|-
 
|-
|  06.40
+
|  06:40
 
|  দুটা ভেৰিয়েবোলত থকা ভেলু  আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে ।
 
|  দুটা ভেৰিয়েবোলত থকা ভেলু  আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে ।
 
|-
 
|-
| 06.45
+
| 06:45
 
|a আৰু b’ৰ মান  আদান-প্ৰদান কৰো আহক ।
 
|a আৰু b’ৰ মান  আদান-প্ৰদান কৰো আহক ।
  
 
|-
 
|-
| 06.50
+
| 06:50
 
|টাইপ কৰক  “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b”
 
|টাইপ কৰক  “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b”
  
 
|-
 
|-
| 07.11
+
| 07:11
 
| “এণ্টাৰ” টিপক
 
| “এণ্টাৰ” টিপক
  
 
|-
 
|-
| 07.13
+
| 07:13
 
| আমি আওতপুত “a=১০” পাম
 
| আমি আওতপুত “a=১০” পাম
  
 
|-
 
|-
| 07.16
+
| 07:16
 
|'''b=২০ '''
 
|'''b=২০ '''
  
 
|-
 
|-
| 07.20
+
| 07:20
 
|এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক ।
 
|এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক ।
  
 
|-
 
|-
| 07.23
+
| 07:23
 
|টাইপ কৰক -
 
|টাইপ কৰক -
  
 
|-
 
|-
| 07.25
+
| 07:25
 
|'''a কমা b equal to b কমা a '''
 
|'''a কমা b equal to b কমা a '''
  
 
|-
 
|-
| 07.31
+
| 07:31
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
| 07.33
+
| 07:33
 
| এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক ।
 
| এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক ।
  
 
|-
 
|-
|  07.39
+
|  07:39
 
| আমি আওতপুত এই দৰে পাম
 
| আমি আওতপুত এই দৰে পাম
  
 
|-
 
|-
| 07.41
+
| 07:41
 
|'''a=২০ '''
 
|'''a=২০ '''
  
 
|-
 
|-
| 07.44
+
| 07:44
 
| '''b=১০ '''
 
| '''b=১০ '''
  
 
|-
 
|-
| 07.47
+
| 07:47
 
| এতিয়া আমি “Ruby”ত  “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম ।
 
| এতিয়া আমি “Ruby”ত  “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম ।
  
 
|-
 
|-
| 07.50
+
| 07:50
 
|“ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে ।
 
|“ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে ।
  
 
|-
 
|-
| 07.58
+
| 07:58
 
|“চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
 
|“চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
| 08.02
+
| 08:02
 
|“চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
 
|“চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
| 08.06
+
| 08:06
 
|ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু  থাকে ।
 
|ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু  থাকে ।
  
 
|-
 
|-
| 08.13
+
| 08:13
 
|“(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে ।
 
|“(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে ।
  
 
|-
 
|-
| 08.16
+
| 08:16
 
|“(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
 
|“(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
  
 
|-
 
|-
| 08.20
+
| 08:20
 
|এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
 
|এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
| 08.26
+
| 08:26
 
|আমি এইটো “equality” (===)  অপাৰেটৰ ব্যৱহাৰ কৰি কৰো ।
 
|আমি এইটো “equality” (===)  অপাৰেটৰ ব্যৱহাৰ কৰি কৰো ।
  
 
|-
 
|-
| 08.30
+
| 08:30
 
|“ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক ।
 
|“ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক ।
  
 
|-
 
|-
| 08.33
+
| 08:33
 
|“টাৰমিনেল”লৈ যাওক ।
 
|“টাৰমিনেল”লৈ যাওক ।
  
 
|-
 
|-
| 08.36
+
| 08:36
 
|টাইপ কৰক “ব্ৰেকেটত 1  দুটা ডট 10 তাৰপিছত ডট to underscore a”
 
|টাইপ কৰক “ব্ৰেকেটত 1  দুটা ডট 10 তাৰপিছত ডট to underscore a”
  
 
|-
 
|-
| 08.46
+
| 08:46
 
|“Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে ।
 
|“Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে ।
 
|-
 
|-
| 08.50
+
| 08:50
 
|“Inclusive operator”ত  ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে ।
 
|“Inclusive operator”ত  ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে ।
  
 
|-
 
|-
| 08.57
+
| 08:57
 
|ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
 
|ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
| 09.03
+
| 09:03
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
| 09.05
+
| 09:05
 
|ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে ।
 
|ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে ।
  
 
|-
 
|-
| 09.11
+
| 09:11
 
|এতিয়া আমি  “exclusive range” অপাৰেটৰ চাম ।
 
|এতিয়া আমি  “exclusive range” অপাৰেটৰ চাম ।
  
 
|-
 
|-
| 09.16
+
| 09:16
 
|টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a”
 
|টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a”
  
 
|-
 
|-
| 09.27
+
| 09:27
 
|তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
 
|তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
  
 
|-
 
|-
| 09.31
+
| 09:31
 
|“Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে ।
 
|“Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে ।
  
 
|-
 
|-
| 09.37
+
| 09:37
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
| 09.39
+
| 09:39
 
|ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে ।
 
|ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে ।
  
 
|-
 
|-
| 09.45
+
| 09:45
 
|এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক  ।
 
|এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক  ।
  
 
|-
 
|-
| 09.50
+
| 09:50
 
|টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫"
 
|টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫"
  
 
|-
 
|-
| 10.00
+
| 10:00
 
|“এণ্টাৰ” টিপক
 
|“এণ্টাৰ” টিপক
  
 
|-
 
|-
| 10.02
+
| 10:02
 
|এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় ।
 
|এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
| 10.07
+
| 10:07
 
|আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে ।
 
|আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে ।
  
 
|-
 
|-
| 10.14
+
| 10:14
 
|এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল ।
 
|এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল ।
  
 
|-
 
|-
| 10.17
+
| 10:17
 
|আমি এই টিওটৰিয়েলত শিকিলো
 
|আমি এই টিওটৰিয়েলত শিকিলো
  
 
|-
 
|-
| 10.20
+
| 10:20
 
|'''Logical operator''' মানে ''' double ampersand, double pipe আৰু exclamation mark operators '''
 
|'''Logical operator''' মানে ''' double ampersand, double pipe আৰু exclamation mark operators '''
  
 
|-
 
|-
| 10.27
+
| 10:27
 
|'''Parallel assignment''' উদাহৰন হিচাবে: a,b,c=10,20,30
 
|'''Parallel assignment''' উদাহৰন হিচাবে: a,b,c=10,20,30
  
 
|-
 
|-
| 10.34
+
| 10:34
 
|'''Range Operator, Inclusive operator '''(..) আৰু Exclusive operator(...)'''
 
|'''Range Operator, Inclusive operator '''(..) আৰু Exclusive operator(...)'''
  
 
|-
 
|-
| 10.39
+
| 10:39
 
|কাৰ্য্য হিচাবে কৰক
 
|কাৰ্য্য হিচাবে কৰক
  
 
|-
 
|-
| 10.41
+
| 10:41
 
|“Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু
 
|“Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু
  
 
|-
 
|-
| 10.45
+
| 10:45
 
|তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক
 
|তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক
 
|-
 
|-
|  10.49
+
|  10:49
 
| তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
 
| তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
  
 
|-
 
|-
| 10.52
+
| 10:52
 
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
 
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
  
 
|-
 
|-
| 10.56
+
| 10:56
 
|যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
 
|যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
  
 
|-
 
|-
|  11.00
+
|  11:00
 
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে :
 
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে :
  
 
|-   
 
|-   
| 11.03
+
| 11:03
 
|স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
 
|স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
  
 
|-
 
|-
|11.05
+
|11:05
 
|এটা অন্‌লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
 
|এটা অন্‌লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
  
 
|-
 
|-
| 11.09
+
| 11:09
 
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
 
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
  
 
|-
 
|-
|  11.15
+
|  11:15
 
| স্পকেন টিওটৰিয়েলৰ প্ৰকল্প  “Talk to a Teacher”  প্ৰকল্পৰ এটা অংগ ।
 
| স্পকেন টিওটৰিয়েলৰ প্ৰকল্প  “Talk to a Teacher”  প্ৰকল্পৰ এটা অংগ ।
  
 
|-
 
|-
| 11.19
+
| 11:19
 
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
 
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
  
 
|-
 
|-
| 11.25
+
| 11:25
 
|এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
 
|এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
  
 
|-
 
|-
| 11.34
+
| 11:34
 
|এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে.
 
|এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে.
  
 
|-
 
|-
| 11.38
+
| 11:38
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|}
 
|}

Latest revision as of 11:20, 11 September 2014

Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00:06 এই টিওটৰিয়েলত আমি শিকিম
00:09 Logical Operators
00:11 “Parallel assignment” আৰু
00:13 Range Operators
00:15 ইয়াত আমি ব্যৱহাৰ কৰিছো
00:17 ‘‘উবুন্টু লিনাক্স 12.04
00:20 Ruby 1.9.3
00:23 এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷
00:29 ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
00:33 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷
00:38 লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় ।
00:42 কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে
00:45 আৰু “true” বা “false” ভেলু উভতাই ।
00:48 লজিকেল অপাৰেটৰ হল,
00:51 “double ampersand (&&)” মানে, “(and)”
00:54 “double pipe” মানে, “(or)”
00:56 “Exclamation (!)”মানে, “(not)”
01:00 “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় ।
01:07 দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় ।
01:12 দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”
01:15 সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে ।
01:20 উদাহৰণ কিছোমান চাওঁ আহক ।
01:22 আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম ।
01:25 “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক ।
01:31 “interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক
01:36 টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5”
01:47 “এণ্টাৰ” টিপক
01:49 আমি আওতপুত “true” বোলি পাওঁ ।
01:53 ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় ।
01:59 “এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় ।
02:03 যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ ।
02:08 এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” কি টিপক ।
02:12 আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক ।
02:17 “এণ্টাৰ” টিপক
02:19 আমি একেইটা ফলাফল পাম ।
02:22 এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ “আপ এৰো’” কি টিপক ।
02:27 “এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক
02:32 “এণ্টাৰ” টিপক
02:35 আমি আওতপুত “false” বোলি পাওঁ ।
02:38 কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় ।
02:43 যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
02:49 সেই বাবে আমি আওতপুত “false” বোলি পাওঁ ।
02:53 “double pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় ।
02:59 দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় ।
03:04 দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা”
03:07 সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে ।
03:11 উদাহৰণ কিছোমান চাওঁ আহক ।
03:15 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7
03:23 “এণ্টাৰ” টিপক
03:26 আমি আওতপুত “true” বোলি পাওঁ ।
03:29 ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10>6 “true” হয় ।
03:35 যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
03:40 সেই বাবে আমি আওতপুত “true” বোলি পাওঁ ।
03:42 এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক ।
03:46 "এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক
03:52 আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক ।
03:57 “এণ্টাৰ” টিপক
04:00 ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় ।
04:05 “এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় ।
04:10 যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ ।
04:15 “!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে ।
04:20 যদি “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “false” ভেলু ঘোৰাই দিব ।
04:27 ই “true” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় ।
04:30 দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা”
04:33 সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে ।
04:37 “not” অপাৰেটৰটো চাওঁ আহক ।
04:40 প্ৰথমে টাইপ কৰক “10 double equal to 10”
04:45 “এণ্টাৰ” টিপক
04:47 আমি আওতপুত “true” বোলি পাওঁ ।
04:50 উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ,
04:53 এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক ।
04:57 টাইপ কৰক “Exclamation mark ব্ৰেকেটত 10 double equal to 10”
05:04 “এণ্টাৰ” টিপক
05:06 আমি আওতপুত “false” বোলি পাওঁ ।
05:10 “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক ।
05:15 এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ ।
05:20 “Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি ।
05:26 “টাৰমিনেল”লৈ যাওক ।
05:29 “Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক ।
05:36 টাইপ কৰক “a কমা b কমা c equal to 10 কমা 20 কমা 30”
05:45 আৰু “এণ্টাৰ” টিপক ।
05:47 ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম ।
05:52 “২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম ।
05:54 “৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম ।
05:56 সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে ।
06:01 যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে ।
06:10 আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম ।
06:14 বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক ।
06:20 “a” টাইপ কৰি “এণ্টাৰ” টিপক ।
06:23 “a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব ।
06:28 “b” টাইপ কৰি “এণ্টাৰ” টিপক ।
06:31 আমি ২০ পাম ।
06:33 “c” টাইপ কৰি “এণ্টাৰ” টিপক ।
06:37 ৩০ দেখোৱা হব ।
06:40 দুটা ভেৰিয়েবোলত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে ।
06:45 a আৰু b’ৰ মান আদান-প্ৰদান কৰো আহক ।
06:50 টাইপ কৰক “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b”
07:11 “এণ্টাৰ” টিপক
07:13 আমি আওতপুত “a=১০” পাম
07:16 b=২০
07:20 এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক ।
07:23 টাইপ কৰক -
07:25 a কমা b equal to b কমা a
07:31 “এণ্টাৰ” টিপক
07:33 এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক ।
07:39 আমি আওতপুত এই দৰে পাম
07:41 a=২০
07:44 b=১০
07:47 এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম ।
07:50 “ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে ।
07:58 “চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
08:02 “চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
08:06 ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু থাকে ।
08:13 “(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে ।
08:16 “(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
08:20 এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
08:26 আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো ।
08:30 “ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক ।
08:33 “টাৰমিনেল”লৈ যাওক ।
08:36 টাইপ কৰক “ব্ৰেকেটত 1 দুটা ডট 10 তাৰপিছত ডট to underscore a”
08:46 “Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে ।
08:50 “Inclusive operator”ত ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে ।
08:57 ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
09:03 “এণ্টাৰ” টিপক
09:05 ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে ।
09:11 এতিয়া আমি “exclusive range” অপাৰেটৰ চাম ।
09:16 টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a”
09:27 তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
09:31 “Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে ।
09:37 “এণ্টাৰ” টিপক
09:39 ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে ।
09:45 এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক ।
09:50 টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫"
10:00 “এণ্টাৰ” টিপক
10:02 এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় ।
10:07 আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে ।
10:14 এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল ।
10:17 আমি এই টিওটৰিয়েলত শিকিলো
10:20 Logical operator মানে double ampersand, double pipe আৰু exclamation mark operators
10:27 Parallel assignment উদাহৰন হিচাবে: a,b,c=10,20,30
10:34 Range Operator, Inclusive operator (..) আৰু Exclusive operator(...)
10:39 কাৰ্য্য হিচাবে কৰক
10:41 “Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু
10:45 তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক
10:49 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
10:52 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
10:56 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
11:00 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে :
11:03 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
11:05 এটা অন্‌লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11:09 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
11:15 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11:19 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
11:25 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
11:34 এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে.
11:38 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya