Difference between revisions of "Ruby/C2/Logical-and-other-Operators/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00.02 |“Ruby”ৰ “Logical & Other Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপো…') |
PoojaMoolya (Talk | contribs) |
||
(5 intermediate revisions by one other user not shown) | |||
Line 1: | Line 1: | ||
− | |||
− | |||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | 00 | + | | 00:02 |
− | |“Ruby”ৰ “Logical & | + | |নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
|- | |- | ||
− | | 00 | + | | 00:06 |
| এই টিওটৰিয়েলত আমি শিকিম | | এই টিওটৰিয়েলত আমি শিকিম | ||
|- | |- | ||
− | | 00 | + | | 00:09 |
| '''Logical Operators ''' | | '''Logical Operators ''' | ||
|- | |- | ||
− | | 00 | + | | 00:11 |
− | |“Parallel assignment” আৰু | + | |“Parallel assignment” আৰু |
|- | |- | ||
− | | 00 | + | | 00:13 |
| '''Range Operators ''' | | '''Range Operators ''' | ||
|- | |- | ||
− | | 00 | + | | 00:15 |
|ইয়াত আমি ব্যৱহাৰ কৰিছো | |ইয়াত আমি ব্যৱহাৰ কৰিছো | ||
|- | |- | ||
− | | 00 | + | | 00:17 |
| ‘‘উবুন্টু লিনাক্স 12.04 '' | | ‘‘উবুন্টু লিনাক্স 12.04 '' | ||
|- | |- | ||
− | | 00 | + | | 00:20 |
| ''' Ruby 1.9.3 ''' | | ''' Ruby 1.9.3 ''' | ||
|- | |- | ||
− | | 00 | + | | 00:23 |
− | |এই | + | |এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷ |
|- | |- | ||
− | | 00 | + | | 00:29 |
|ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ | |ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:33 |
− | | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট | + | | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷ |
|- | |- | ||
− | | 00 | + | | 00:38 |
|লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় । | |লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় । | ||
|- | |- | ||
− | | 00 | + | | 00:42 |
|কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে | |কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে | ||
|- | |- | ||
− | | 00 | + | | 00:45 |
− | |আৰু | + | |আৰু “true” বা “false” ভেলু উভতাই । |
|- | |- | ||
− | | 00 | + | | 00:48 |
− | | | + | |লজিকেল অপাৰেটৰ হল, |
|- | |- | ||
− | | 00 | + | | 00:51 |
| “double ampersand (&&)” মানে, “(and)” | | “double ampersand (&&)” মানে, “(and)” | ||
− | |||
|- | |- | ||
− | | 00 | + | | 00:54 |
− | | “double pipe” মানে, “(or)” | + | | “double pipe” মানে, “(or)” |
|- | |- | ||
− | | 00 | + | | 00:56 |
|“Exclamation (!)”মানে, “(not)” | |“Exclamation (!)”মানে, “(not)” | ||
|- | |- | ||
− | | 01 | + | | 01:00 |
| “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় । | | “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় । | ||
|- | |- | ||
− | | 01 | + | | 01:07 |
|দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় । | |দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় । | ||
|- | |- | ||
− | | 01 | + | | 01:12 |
− | |দুইটাৰ মাজত এটাই পাৰ্থক্য – | + | |দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা” |
|- | |- | ||
− | | 01 | + | | 01:15 |
− | |সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ | + | |সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে । |
|- | |- | ||
− | | 01 | + | | 01:20 |
|উদাহৰণ কিছোমান চাওঁ আহক । | |উদাহৰণ কিছোমান চাওঁ আহক । | ||
|- | |- | ||
− | | 01 | + | | 01:22 |
|আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম । | |আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম । | ||
|- | |- | ||
− | | 01 | + | | 01:25 |
− | | “Ctrl, Alt আৰু T” | + | | “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক । |
|- | |- | ||
− | | 01 | + | | 01:31 |
|“interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক | |“interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 01 | + | | 01:36 |
− | | টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5” | + | | টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5” |
|- | |- | ||
− | | 01 | + | | 01:47 |
| “এণ্টাৰ” টিপক | | “এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 01 | + | | 01:49 |
− | |আমি আওতপুত | + | |আমি আওতপুত “true” বোলি পাওঁ । |
|- | |- | ||
− | | 01 | + | | 01:53 |
− | |ইয়াত | + | |ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় । |
|- | |- | ||
− | | 01 | + | | 01:59 |
− | | | + | |“এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় । |
|- | |- | ||
− | | 02 | + | | 02:03 |
− | |যিহেটো দুয়োটা এক্সপ্ৰেচন | + | |যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ । |
|- | |- | ||
− | | 02 | + | | 02:08 |
− | |এতিয়া | + | |এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” কি টিপক । |
|- | |- | ||
− | | 02 | + | | 02:12 |
− | | আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে | + | | আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক । |
|- | |- | ||
− | | 02 | + | | 02:17 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 02 | + | | 02:19 |
|আমি একেইটা ফলাফল পাম । | |আমি একেইটা ফলাফল পাম । | ||
|- | |- | ||
− | | 02 | + | | 02:22 |
− | | এতিয়া | + | | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ “আপ এৰো’” কি টিপক । |
|- | |- | ||
− | | 02 | + | | 02:27 |
− | | | + | | “এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক |
|- | |- | ||
− | | 02 | + | | 02:32 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 02 | + | | 02:35 |
− | | আমি আওতপুত | + | | আমি আওতপুত “false” বোলি পাওঁ । |
|- | |- | ||
− | | 02 | + | | 02:38 |
− | |কাৰণ “৩<২” | + | |কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় । |
|- | |- | ||
− | | 02 | + | | 02:43 |
− | | যিহেটো প্ৰথম এক্সপ্ৰেচনটো | + | | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । |
|- | |- | ||
− | | 02 | + | | 02:49 |
− | |সেই বাবে আমি আওতপুত | + | |সেই বাবে আমি আওতপুত “false” বোলি পাওঁ । |
|- | |- | ||
− | | 02 | + | | 02:53 |
− | | “double pipe” আৰু “or” | + | | “double pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় । |
|- | |- | ||
− | | 02 | + | | 02:59 |
− | |দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো | + | |দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় । |
|- | |- | ||
− | | 03 | + | | 03:04 |
− | |দুইটাৰ মাজত এটাই পাৰ্থক্য – | + | |দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা” |
|- | |- | ||
− | | 03 | + | | 03:07 |
− | |সাঙ্কেতিক “or”, মানে, | + | |সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে । |
|- | |- | ||
− | | 03 | + | | 03:11 |
| উদাহৰণ কিছোমান চাওঁ আহক । | | উদাহৰণ কিছোমান চাওঁ আহক । | ||
|- | |- | ||
− | | 03 | + | | 03:15 |
− | |''' 10 greater than 6 | + | |''' 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7''' |
|- | |- | ||
− | | 03 | + | | 03:23 |
− | |“এণ্টাৰ” টিপক | + | |“এণ্টাৰ” টিপক |
|- | |- | ||
− | | 03 | + | | 03:26 |
− | |আমি আওতপুত | + | |আমি আওতপুত “true” বোলি পাওঁ । |
|- | |- | ||
− | | 03 | + | | 03:29 |
− | |ইয়াত | + | |ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10>6 “true” হয় । |
|- | |- | ||
− | | 03 | + | | 03:35 |
− | | যিহেটো প্ৰথম এক্সপ্ৰেচনটো | + | | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । |
|- | |- | ||
− | | 03 | + | | 03:40 |
− | |সেই বাবে আমি আওতপুত | + | |সেই বাবে আমি আওতপুত “true” বোলি পাওঁ । |
|- | |- | ||
− | | 03 | + | | 03:42 |
− | | এতিয়া | + | | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক । |
|- | |- | ||
− | | 03 | + | | 03:46 |
− | | | + | | "এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক |
|- | |- | ||
− | | 03 | + | | 03:52 |
− | | আৰু “pipe” চিহ্নটো “or” শব্দৰে | + | | আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক । |
|- | |- | ||
− | | 03 | + | | 03:57 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 04 | + | | 04:00 |
− | |ইয়াত | + | |ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় । |
|- | |- | ||
− | | 04 | + | | 04:05 |
− | | | + | |“এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় । |
|- | |- | ||
− | | 04 | + | | 04:10 |
− | | যিহেটো দুয়োটা এক্সপ্ৰেচন | + | | যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ । |
|- | |- | ||
− | | 04 | + | | 04:15 |
|“!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে । | |“!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে । | ||
|- | |- | ||
− | | 04 | + | | 04:20 |
− | |যদি “এক্সপ্ৰেচনটো” | + | |যদি “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “false” ভেলু ঘোৰাই দিব । |
|- | |- | ||
− | | 04 | + | | 04:27 |
− | |ই | + | |ই “true” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় । |
|- | |- | ||
− | | 04 | + | | 04:30 |
− | |দুইটাৰ মাজত এটাই পাৰ্থক্য – | + | |দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা” |
|- | |- | ||
− | | 04 | + | | 04:33 |
− | | সাঙ্কেতিক “not”, মানে, “ ! | + | | সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে । |
|- | |- | ||
− | | 04 | + | | 04:37 |
− | | “not” অপাৰেটৰটো চাওঁ | + | | “not” অপাৰেটৰটো চাওঁ আহক । |
|- | |- | ||
− | | 04 | + | | 04:40 |
|প্ৰথমে টাইপ কৰক “10 double equal to 10” | |প্ৰথমে টাইপ কৰক “10 double equal to 10” | ||
|- | |- | ||
− | | 04 | + | | 04:45 |
| “এণ্টাৰ” টিপক | | “এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 04 | + | | 04:47 |
− | |আমি আওতপুত | + | |আমি আওতপুত “true” বোলি পাওঁ । |
|- | |- | ||
− | | 04 | + | | 04:50 |
|উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ, | |উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ, | ||
|- | |- | ||
− | | 04 | + | | 04:53 |
| এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক । | | এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক । | ||
|- | |- | ||
− | | 04 | + | | 04:57 |
− | |টাইপ কৰক “Exclamation mark | + | |টাইপ কৰক “Exclamation mark ব্ৰেকেটত 10 double equal to 10” |
|- | |- | ||
− | | 05 | + | | 05:04 |
| “এণ্টাৰ” টিপক | | “এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 05 | + | | 05:06 |
− | |আমি আওতপুত | + | |আমি আওতপুত “false” বোলি পাওঁ । |
|- | |- | ||
− | | 05 | + | | 05:10 |
− | | “irb” কনচ’ল | + | | “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক । |
|- | |- | ||
− | | 05 | + | | 05:15 |
− | |এতিয়া “parallel | + | |এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ । |
|- | |- | ||
− | | 05 | + | | 05:20 |
− | |“Parallel assignment”ৰ যৰিয়তে | + | |“Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি । |
|- | |- | ||
− | | 05 | + | | 05:26 |
− | | | + | | “টাৰমিনেল”লৈ যাওক । |
|- | |- | ||
− | | 05 | + | | 05:29 |
|“Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক । | |“Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক । | ||
|- | |- | ||
− | | 05 | + | | 05:36 |
− | | টাইপ কৰক “a | + | | টাইপ কৰক “a কমা b কমা c equal to 10 কমা 20 কমা 30” |
|- | |- | ||
− | | 05 | + | | 05:45 |
|আৰু “এণ্টাৰ” টিপক । | |আৰু “এণ্টাৰ” টিপক । | ||
|- | |- | ||
− | | 05 | + | | 05:47 |
|ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম । | |ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম । | ||
|- | |- | ||
− | | 05 | + | | 05:52 |
|“২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম । | |“২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম । | ||
|- | |- | ||
− | | 05 | + | | 05:54 |
|“৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম । | |“৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম । | ||
|- | |- | ||
− | | 05 | + | | 05:56 |
− | |সোঁহাতৰ | + | |সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে । |
|- | |- | ||
− | | 06 | + | | 06:01 |
− | |যদি আমি | + | |যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে । |
|- | |- | ||
− | | 06 | + | | 06:10 |
− | |আামি “এৰে” | + | |আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম । |
|- | |- | ||
− | | 06 | + | | 06:14 |
| বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক । | | বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক । | ||
|- | |- | ||
− | |06 | + | |06:20 |
| “a” টাইপ কৰি “এণ্টাৰ” টিপক । | | “a” টাইপ কৰি “এণ্টাৰ” টিপক । | ||
|- | |- | ||
− | | 06 | + | | 06:23 |
− | |“a” | + | |“a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব । |
|- | |- | ||
− | | 06 | + | | 06:28 |
|“b” টাইপ কৰি “এণ্টাৰ” টিপক । | |“b” টাইপ কৰি “এণ্টাৰ” টিপক । | ||
|- | |- | ||
− | | 06 | + | | 06:31 |
− | | | + | |আমি ২০ পাম । |
− | আমি ২০ পাম । | + | |
|- | |- | ||
− | | 06 | + | | 06:33 |
| “c” টাইপ কৰি “এণ্টাৰ” টিপক । | | “c” টাইপ কৰি “এণ্টাৰ” টিপক । | ||
|- | |- | ||
− | | 06 | + | | 06:37 |
− | |৩০ | + | |৩০ দেখোৱা হব । |
|- | |- | ||
− | | 06 | + | | 06:40 |
− | | দুটা | + | | দুটা ভেৰিয়েবোলত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে । |
|- | |- | ||
− | | 06 | + | | 06:45 |
− | |a আৰু b’ৰ | + | |a আৰু b’ৰ মান আদান-প্ৰদান কৰো আহক । |
|- | |- | ||
− | | 06 | + | | 06:50 |
− | |টাইপ কৰক “puts | + | |টাইপ কৰক “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b” |
|- | |- | ||
− | | 07 | + | | 07:11 |
| “এণ্টাৰ” টিপক | | “এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 07 | + | | 07:13 |
| আমি আওতপুত “a=১০” পাম | | আমি আওতপুত “a=১০” পাম | ||
|- | |- | ||
− | | 07 | + | | 07:16 |
− | |'''b= | + | |'''b=২০ ''' |
|- | |- | ||
− | | 07 | + | | 07:20 |
|এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক । | |এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক । | ||
|- | |- | ||
− | | 07 | + | | 07:23 |
|টাইপ কৰক - | |টাইপ কৰক - | ||
|- | |- | ||
− | | 07 | + | | 07:25 |
− | |'''a | + | |'''a কমা b equal to b কমা a ''' |
|- | |- | ||
− | | 07 | + | | 07:31 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 07 | + | | 07:33 |
− | | এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ | + | | এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক । |
|- | |- | ||
− | | 07 | + | | 07:39 |
| আমি আওতপুত এই দৰে পাম | | আমি আওতপুত এই দৰে পাম | ||
|- | |- | ||
− | | 07 | + | | 07:41 |
− | |'''a= | + | |'''a=২০ ''' |
|- | |- | ||
− | | 07 | + | | 07:44 |
− | | '''b= | + | | '''b=১০ ''' |
|- | |- | ||
− | | 07 | + | | 07:47 |
− | | এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ | + | | এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম । |
|- | |- | ||
− | | 07 | + | | 07:50 |
− | |“ৰেঞ্জ”ত থকা | + | |“ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে । |
|- | |- | ||
− | | 07 | + | | 07:58 |
|“চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । | |“চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । | ||
|- | |- | ||
− | | 08 | + | | 08:02 |
− | |“চিকুৱেন্স ৰেঞ্জ” এটা | + | |“চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
|- | |- | ||
− | | 08 | + | | 08:06 |
− | |ইয়াত এটা | + | |ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু থাকে । |
|- | |- | ||
− | | 08 | + | | 08:13 |
|“(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে । | |“(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে । | ||
|- | |- | ||
− | | 08 | + | | 08:16 |
|“(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । | |“(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । | ||
|- | |- | ||
− | | 08 | + | | 08:20 |
− | |এটা | + | |এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । |
|- | |- | ||
− | | 08 | + | | 08:26 |
|আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো । | |আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো । | ||
|- | |- | ||
− | | 08 | + | | 08:30 |
− | |“ৰেঞ্জ’ৰ” উদাহৰণ চাওঁ আহক । | + | |“ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক । |
|- | |- | ||
− | | 08 | + | | 08:33 |
− | | | + | |“টাৰমিনেল”লৈ যাওক । |
|- | |- | ||
− | | 08 | + | | 08:36 |
− | |টাইপ কৰক | + | |টাইপ কৰক “ব্ৰেকেটত 1 দুটা ডট 10 তাৰপিছত ডট to underscore a” |
|- | |- | ||
− | | 08 | + | | 08:46 |
− | |“Two dot” | + | |“Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে । |
|- | |- | ||
− | | 08 | + | | 08:50 |
− | |“Inclusive operator”ত ৰেঞ্জত থকা | + | |“Inclusive operator”ত ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে । |
|- | |- | ||
− | | 08 | + | | 08:57 |
− | |ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা | + | |ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
|- | |- | ||
− | | 09 | + | | 09:03 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 09 | + | | 09:05 |
|ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে । | |ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে । | ||
|- | |- | ||
− | | 09 | + | | 09:11 |
|এতিয়া আমি “exclusive range” অপাৰেটৰ চাম । | |এতিয়া আমি “exclusive range” অপাৰেটৰ চাম । | ||
|- | |- | ||
− | | 09 | + | | 09:16 |
− | |টাইপ কৰক | + | |টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a” |
|- | |- | ||
− | | 09 | + | | 09:27 |
|তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । | |তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । | ||
|- | |- | ||
− | | 09 | + | | 09:31 |
− | |“Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ | + | |“Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে । |
|- | |- | ||
− | | 09 | + | | 09:37 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 09 | + | | 09:39 |
− | |ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে । | + | |ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে । |
|- | |- | ||
− | | 09 | + | | 09:45 |
− | |এতিয়া ১-১০’ৰ ৰেঞ্জত | + | |এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক । |
|- | |- | ||
− | | 09 | + | | 09:50 |
− | |টাইপ কৰক | + | |টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫" |
|- | |- | ||
− | | 10 | + | | 10:00 |
|“এণ্টাৰ” টিপক | |“এণ্টাৰ” টিপক | ||
|- | |- | ||
− | | 10 | + | | 10:02 |
− | | | + | |এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় । |
|- | |- | ||
− | | 10 | + | | 10:07 |
− | |আমি আওতপুত | + | |আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে । |
|- | |- | ||
− | | 10 | + | | 10:14 |
− | |স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল । | + | |এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল । |
|- | |- | ||
− | | 10 | + | | 10:17 |
|আমি এই টিওটৰিয়েলত শিকিলো | |আমি এই টিওটৰিয়েলত শিকিলো | ||
|- | |- | ||
− | | 10 | + | | 10:20 |
− | |'''Logical operator''' | + | |'''Logical operator''' মানে ''' double ampersand, double pipe আৰু exclamation mark operators ''' |
|- | |- | ||
− | | 10 | + | | 10:27 |
− | |'''Parallel assignment''' | + | |'''Parallel assignment''' উদাহৰন হিচাবে: a,b,c=10,20,30 |
|- | |- | ||
− | | 10 | + | | 10:34 |
− | |'''Range Operator | + | |'''Range Operator, Inclusive operator '''(..) আৰু Exclusive operator(...)''' |
|- | |- | ||
− | | 10 | + | | 10:39 |
|কাৰ্য্য হিচাবে কৰক | |কাৰ্য্য হিচাবে কৰক | ||
|- | |- | ||
− | | 10 | + | | 10:41 |
|“Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু | |“Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু | ||
|- | |- | ||
− | | 10 | + | | 10:45 |
|তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক | |তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক | ||
− | |||
|- | |- | ||
− | | 10 | + | | 10:49 |
| তলৰ সংযোগত থকা ভিদিয়তো চাওক । | | তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
|- | |- | ||
− | | 10 | + | | 10:52 |
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | |স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | ||
|- | |- | ||
− | | 10 | + | | 10:56 |
− | |যদি আপোনাৰ | + | |যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
|- | |- | ||
− | | 11 | + | | 11:00 |
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে : | | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে : | ||
|- | |- | ||
− | | 11 | + | | 11:03 |
|স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | |স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
|- | |- | ||
− | |11 | + | |11:05 |
|এটা অন্লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | |এটা অন্লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
|- | |- | ||
− | | 11 | + | | 11:09 |
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | |অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | ||
|- | |- | ||
− | | 11 | + | | 11:15 |
| স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | ||
|- | |- | ||
− | | 11 | + | | 11:19 |
− | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা | + | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
|- | |- | ||
− | | 11 | + | | 11:25 |
|এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | |এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | ||
|- | |- | ||
− | | 11 | + | | 11:34 |
− | |এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. | + | |এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. |
|- | |- | ||
− | | 11 | + | | 11:38 |
− | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | + | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
|} | |} |
Latest revision as of 11:20, 11 September 2014
Time | Narration |
00:02 | নমস্কাৰ দৰ্শক সকল. “Ruby”ৰ “Logical & অন্য Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00:06 | এই টিওটৰিয়েলত আমি শিকিম |
00:09 | Logical Operators |
00:11 | “Parallel assignment” আৰু |
00:13 | Range Operators |
00:15 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00:17 | ‘‘উবুন্টু লিনাক্স 12.04 |
00:20 | Ruby 1.9.3 |
00:23 | এই টিওটৰিয়েলটো অনুসৰণ কৰিবলৈ “লিনাক্সত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷ |
00:29 | ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ |
00:33 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰিব ৷ |
00:38 | লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় । |
00:42 | কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে |
00:45 | আৰু “true” বা “false” ভেলু উভতাই । |
00:48 | লজিকেল অপাৰেটৰ হল, |
00:51 | “double ampersand (&&)” মানে, “(and)” |
00:54 | “double pipe” মানে, “(or)” |
00:56 | “Exclamation (!)”মানে, “(not)” |
01:00 | “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় । |
01:07 | দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় । |
01:12 | দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা” |
01:15 | সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ প্ৰধানতা আছে । |
01:20 | উদাহৰণ কিছোমান চাওঁ আহক । |
01:22 | আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম । |
01:25 | “Ctrl, Alt আৰু T” একেলগে টিপি “টাৰমিনেল” খোলক । |
01:31 | “interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক |
01:36 | টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5” |
01:47 | “এণ্টাৰ” টিপক |
01:49 | আমি আওতপুত “true” বোলি পাওঁ । |
01:53 | ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, ৩>২ হয় বোলি “true” হয় । |
01:59 | “এক্সপ্ৰেচন” 2, অৰ্থাৎ, ৪>৫ এইতো “true” হয় । |
02:03 | যিহেটো দুয়োটা এক্সপ্ৰেচন “true” হয়, সেয়েহে আমি আওতপুত “true” বোলি পাওঁ । |
02:08 | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” কি টিপক । |
02:12 | আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে সলনি কৰক । |
02:17 | “এণ্টাৰ” টিপক |
02:19 | আমি একেইটা ফলাফল পাম । |
02:22 | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ আকৌ “আপ এৰো’” কি টিপক । |
02:27 | “এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক |
02:32 | “এণ্টাৰ” টিপক |
02:35 | আমি আওতপুত “false” বোলি পাওঁ । |
02:38 | কাৰণ “৩<২” “false” অৰ্থাৎ মিথ্যা হয় । |
02:43 | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “false” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । |
02:49 | সেই বাবে আমি আওতপুত “false” বোলি পাওঁ । |
02:53 | “double pipe” আৰু “or” “true” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “true” হয় । |
02:59 | দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “false” হয় । |
03:04 | দুইটাৰ মাজত এটাই পাৰ্থক্য হয় – “প্ৰধানতা” |
03:07 | সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ প্ৰধানতা আছে । |
03:11 | উদাহৰণ কিছোমান চাওঁ আহক । |
03:15 | 10 greater than 6 স্পেচ double pipe স্পেচ 12 less than 7 |
03:23 | “এণ্টাৰ” টিপক |
03:26 | আমি আওতপুত “true” বোলি পাওঁ । |
03:29 | ইয়াত “এক্সপ্ৰেচন 1”, অৰ্থাৎ, 10>6 “true” হয় । |
03:35 | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “true” হয়, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । |
03:40 | সেই বাবে আমি আওতপুত “true” বোলি পাওঁ । |
03:42 | এতিয়া পূৰ্ব কমাণ্ডটো পাবলৈ “আপ এৰো’” টিপক । |
03:46 | "এক্সপ্ৰেচন” 1 “>”চিহ্ন “<”চিহ্নৰ সৈতে সলনি কৰক |
03:52 | আৰু “pipe” চিহ্নটো “or” শব্দৰে সলনি কৰক । |
03:57 | “এণ্টাৰ” টিপক |
04:00 | ইয়াত “এক্সপ্ৰেচন” 1, অৰ্থাৎ, 10<6 “false” হয় । |
04:05 | “এক্সপ্ৰেচন” 2, অৰ্থাৎ, 12<7 ইয়ো “false” হয় । |
04:10 | যিহেটো দুয়োটা এক্সপ্ৰেচন “false” হয়, সেয়েহে আমি আওতপুত “false” বোলি পাওঁ । |
04:15 | “!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে । |
04:20 | যদি “এক্সপ্ৰেচনটো” “true” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “false” ভেলু ঘোৰাই দিব । |
04:27 | ই “true” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “false” হয় । |
04:30 | দুইটাৰ মাজত এটাই পাৰ্থক্য – “প্ৰধানতা” |
04:33 | সাঙ্কেতিক “not”, মানে, “ ! ”ত উচ্চতৰ “প্ৰধানতা” আছে । |
04:37 | “not” অপাৰেটৰটো চাওঁ আহক । |
04:40 | প্ৰথমে টাইপ কৰক “10 double equal to 10” |
04:45 | “এণ্টাৰ” টিপক |
04:47 | আমি আওতপুত “true” বোলি পাওঁ । |
04:50 | উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ, |
04:53 | এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক । |
04:57 | টাইপ কৰক “Exclamation mark ব্ৰেকেটত 10 double equal to 10” |
05:04 | “এণ্টাৰ” টিপক |
05:06 | আমি আওতপুত “false” বোলি পাওঁ । |
05:10 | “irb” কনচ’ল পৰিস্কাৰ কৰিবলৈ “Ctrl+L” একেলগে টিপক । |
05:15 | এতিয়া “parallel assignment”ৰ বিষয়ে চাওঁ । |
05:20 | “Parallel assignment”ৰ যৰিয়তে একক লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক ভেৰিয়েবল ইনিচিয়েলাইজ মানে আৰম্ভনি কৰিব পাৰি । |
05:26 | “টাৰমিনেল”লৈ যাওক । |
05:29 | “Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক । |
05:36 | টাইপ কৰক “a কমা b কমা c equal to 10 কমা 20 কমা 30” |
05:45 | আৰু “এণ্টাৰ” টিপক । |
05:47 | ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম । |
05:52 | “২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম । |
05:54 | “৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম । |
05:56 | সোঁহাতৰ চাইদে “এৰে” দৰে কর্ম কৰে । |
06:01 | যদি আমি বাওহাতৰ ফালে গুণিতক ভাৰিয়েবলবোৰ তালিকাবদ্ধ কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে । |
06:10 | আামি “এৰে” বিষয়ে পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম । |
06:14 | বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক । |
06:20 | “a” টাইপ কৰি “এণ্টাৰ” টিপক । |
06:23 | “a” ভেৰিয়াবোলত থকা মান“10” দেখোৱা হব । |
06:28 | “b” টাইপ কৰি “এণ্টাৰ” টিপক । |
06:31 | আমি ২০ পাম । |
06:33 | “c” টাইপ কৰি “এণ্টাৰ” টিপক । |
06:37 | ৩০ দেখোৱা হব । |
06:40 | দুটা ভেৰিয়েবোলত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অাহে । |
06:45 | a আৰু b’ৰ মান আদান-প্ৰদান কৰো আহক । |
06:50 | টাইপ কৰক “puts স্পেচ ডবল কোট্চত a equal to hash কাৰ্লী ব্ৰেকেটত a কমা ডবল কোট্চত b equal to hash কাৰ্লী ব্ৰেকেটত b” |
07:11 | “এণ্টাৰ” টিপক |
07:13 | আমি আওতপুত “a=১০” পাম |
07:16 | b=২০ |
07:20 | এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক । |
07:23 | টাইপ কৰক - |
07:25 | a কমা b equal to b কমা a |
07:31 | “এণ্টাৰ” টিপক |
07:33 | এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰো” কি দুবাৰ টিপক । |
07:39 | আমি আওতপুত এই দৰে পাম |
07:41 | a=২০ |
07:44 | b=১০ |
07:47 | এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয়ে শিকিম । |
07:50 | “ৰেঞ্জ”ত থকা মান সংখ্যা, কেৰেক্টাৰ, চ্ট্ৰীং বা অব্জেক্ট হব পাৰে । |
07:58 | “চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । |
08:02 | “চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমত থকা মানৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
08:06 | ইয়াত এটা start ভেলু, range of values আৰু এটা end ভেলু থাকে । |
08:13 | “(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে । |
08:16 | “(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । |
08:20 | এটা মান প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । |
08:26 | আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো । |
08:30 | “ৰেঞ্জ’ৰ” উদাহৰণ এটা চাওঁ আহক । |
08:33 | “টাৰমিনেল”লৈ যাওক । |
08:36 | টাইপ কৰক “ব্ৰেকেটত 1 দুটা ডট 10 তাৰপিছত ডট to underscore a” |
08:46 | “Two dot” অপাৰেটৰে “inclusive range” এটা উত্পন্ন কৰে । |
08:50 | “Inclusive operator”ত ৰেঞ্জত থকা আৰম্ভনি মান আৰু শেষৰ মান দুয়োটা থাকে । |
08:57 | ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা তালিকালৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
09:03 | “এণ্টাৰ” টিপক |
09:05 | ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে । |
09:11 | এতিয়া আমি “exclusive range” অপাৰেটৰ চাম । |
09:16 | টাইপ কৰক “ব্ৰেকেটত 1 তিনিটা ডট 10 তাৰপিছত ডট to underscore a” |
09:27 | তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । |
09:31 | “Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ মানটো সন্নিবিষ্ট নকৰে । |
09:37 | “এণ্টাৰ” টিপক |
09:39 | ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে । |
09:45 | এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক । |
09:50 | টাইপ কৰক ““ব্ৰেকেটত 1 দুটা ডট 10 তিনিবাৰ ইকুয়েল টু তাৰপিছত ৫" |
10:00 | “এণ্টাৰ” টিপক |
10:02 | এই মানটো ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় । |
10:07 | আমি আওতপুত “true” বোলি পাওঁ যিহেটো ৫, ১-১০’ৰ ৰেঞ্জত থাকে । |
10:14 | এই স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল । |
10:17 | আমি এই টিওটৰিয়েলত শিকিলো |
10:20 | Logical operator মানে double ampersand, double pipe আৰু exclamation mark operators |
10:27 | Parallel assignment উদাহৰন হিচাবে: a,b,c=10,20,30 |
10:34 | Range Operator, Inclusive operator (..) আৰু Exclusive operator(...) |
10:39 | কাৰ্য্য হিচাবে কৰক |
10:41 | “Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু |
10:45 | তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক |
10:49 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
10:52 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
10:56 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
11:00 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে : |
11:03 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
11:05 | এটা অন্লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
11:09 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
11:15 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
11:19 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
11:25 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
11:34 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. |
11:38 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |