Difference between revisions of "LibreOffice-Suite-Base/C2/Create-queries-using-Query-Wizard/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Visual Cues !Narration |- ||00:02 ||লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ …')
 
 
(3 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
!Visual Cues
+
!Time
 
!Narration
 
!Narration
 
|-
 
|-
 
||00:02
 
||00:02
||লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম।
+
||নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
 
||00:06
 
||00:06
||এই ট্যুটৰিয়েলত আমি কেনেকৈ Query Wizard ব্যৱহাৰ কৰি চিম্পল কুৱেৰি (query) তৈয়াৰ কৰা হয়, ফিল্ড নিৰ্বাচন কৰা হয়, ফিল্ডৰ চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান ক্ৰাইটেৰিয়া বা চৰ্ত দিয়া হয়, সেই বিষয়ে শিকিম।
+
||এই ট্যুটৰিয়েলত আমি কেনেকৈ Query Wizard ব্যৱহাৰ কৰি চিম্পল কুৱেৰি (query) তৈয়াৰ কৰা হয়, ফিল্ড নিৰ্বাচন কৰা হয়, ফিল্ডৰ চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ বা চৰ্ত দিয়া হয়, সেই বিষয়ে শিকিম।
 
+
 
+
 
|-
 
|-
 
||00:24
 
||00:24
Line 21: Line 19:
 
|-
 
|-
 
||00:36
 
||00:36
||অন্য ভাষাত, আমি দিয়া কিছুমান চৰ্তৰ ভিত্তিত ডাটাবেছটোত আমি অনুসন্ধান চলাব পাৰোঁ।  kisu dat baser babe
+
||অন্য ভাষাত, আমি দিয়া কিছুমান চৰ্তৰ ভিত্তিত ডাটাবেছটোত আমি অনুসন্ধান চলাব পাৰোঁ।   
  
 
|-
 
|-
 
||00:48
 
||00:48
 
||উদাহৰণ স্বৰূপে, আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক।
 
||উদাহৰণ স্বৰূপে, আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক।
 
 
|-
 
|-
 
||00:56
 
||00:56
 
||আমাৰ লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো।
 
||আমাৰ লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো।
 
 
|-
 
|-
 
||01:04
 
||01:04
 
||এতিয়া আমি এই লাইব্ৰেৰী ডাটাবেছটোত লাইব্ৰেৰীৰ সকলো সদস্যৰ বাবে কুৱেৰি কৰিব পাৰোঁ।
 
||এতিয়া আমি এই লাইব্ৰেৰী ডাটাবেছটোত লাইব্ৰেৰীৰ সকলো সদস্যৰ বাবে কুৱেৰি কৰিব পাৰোঁ।
 
 
|-
 
|-
 
||01:12
 
||01:12
||অথবা লাইব্ৰেৰীত নথকা সকলো কিতাপৰ বাবে আমি ডাটাবেছটোত কুৱেৰি কৰিব পাৰোঁ।  
+
||অথবা লাইব্ৰেৰীত নথকা সকলো কিতাপৰ বাবে আমি ডাটাবেছটোত কুৱেৰি কৰিব পাৰোঁ।
 
+
 
|-
 
|-
 
||01:21
 
||01:21
 
||বেছ ব্যৱহাৰ কৰি এটা চিম্পল কুৱেৰি কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে চোৱা যাওক।
 
||বেছ ব্যৱহাৰ কৰি এটা চিম্পল কুৱেৰি কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে চোৱা যাওক।
 
 
|-
 
|-
 
||01:30
 
||01:30
 
||আমাৰ উদাহৰণটো হ’ব— ফোন নম্বৰৰ সৈতে লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা তৈয়াৰ কৰা।
 
||আমাৰ উদাহৰণটো হ’ব— ফোন নম্বৰৰ সৈতে লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা তৈয়াৰ কৰা।
 
 
|-
 
|-
 
||01:44
 
||01:44
 
||আমি লাইব্ৰেৰী ডাটাবেছটোত আছোঁ। আপুনি সম্ভৱতঃ এয়া কেনেকৈ খোলে সেইবিষয়ে এতিয়া জানে।
 
||আমি লাইব্ৰেৰী ডাটাবেছটোত আছোঁ। আপুনি সম্ভৱতঃ এয়া কেনেকৈ খোলে সেইবিষয়ে এতিয়া জানে।
 
 
|-
 
|-
 
||01:51
 
||01:51
 
||বাওঁ পেনেলৰ Queries আইকনত ক্লিক কৰক।
 
||বাওঁ পেনেলৰ Queries আইকনত ক্লিক কৰক।
 
 
|-
 
|-
 
||01:57
 
||01:57
 
||সোঁ পেনেলত আমি তিনিটা অপশ্যন দেখা পাওঁ।
 
||সোঁ পেনেলত আমি তিনিটা অপশ্যন দেখা পাওঁ।
 
 
|-
 
|-
 
||02:03
 
||02:03
 
||যিহেতু প্ৰথমতে আমি এটা চিম্পল কুৱেৰি তৈয়াৰ কৰিম, গতিকে আমি এটা সহজ আৰু দ্ৰুত পদ্ধতি নিৰ্বাচন কৰিম।
 
||যিহেতু প্ৰথমতে আমি এটা চিম্পল কুৱেৰি তৈয়াৰ কৰিম, গতিকে আমি এটা সহজ আৰু দ্ৰুত পদ্ধতি নিৰ্বাচন কৰিম।
 
 
|-
 
|-
 
||02:11
 
||02:11
 
||আৰু সেইটো হৈছে Query Wizard ব্যৱহাৰ কৰা।
 
||আৰু সেইটো হৈছে Query Wizard ব্যৱহাৰ কৰা।
 
 
|-
 
|-
 
||02:17
 
||02:17
 
||কমপ্লেক্স কুৱেৰিৰ বাবে Create Query in Design View-ৰ দৰে সুবিধাজনক অপশ্যন বেছত আছে।
 
||কমপ্লেক্স কুৱেৰিৰ বাবে Create Query in Design View-ৰ দৰে সুবিধাজনক অপশ্যন বেছত আছে।
 
 
|-
 
|-
 
||02:28
 
||02:28
 
||আৰু আছে 'Create Query in SQL view' অপশ্যন, এই বিষয়ে আমি পিছত শিকিম।
 
||আৰু আছে 'Create Query in SQL view' অপশ্যন, এই বিষয়ে আমি পিছত শিকিম।
 
 
|-
 
|-
 
||02:36
 
||02:36
 
||এতিয়াৰ বাবে 'Use Wizard to Create Query'-ত ক্লিক কৰক।
 
||এতিয়াৰ বাবে 'Use Wizard to Create Query'-ত ক্লিক কৰক।
 
 
|-
 
|-
 
||02:43
 
||02:43
 
||এতিয়া আমি এখন পপআপ উইণ্ড’ দেখা পাইছোঁ, য’ত একেবাৰে ওপৰত Query Wizard বুলি কোৱা হৈছে।
 
||এতিয়া আমি এখন পপআপ উইণ্ড’ দেখা পাইছোঁ, য’ত একেবাৰে ওপৰত Query Wizard বুলি কোৱা হৈছে।
 
 
|-
 
|-
 
||02:50
 
||02:50
Line 158: Line 141:
 
||05:11
 
||05:11
 
||তিনি নম্বৰ ধাপ— Search Conditions।
 
||তিনি নম্বৰ ধাপ— Search Conditions।
+
   
 
|-
 
|-
 
||05:16
 
||05:16
Line 185: Line 168:
 
|-
 
|-
 
||06:02
 
||06:02
||‘Value’ টেক্সট বক্সত কেপিটেল R আৰু ‘পাৰ্চেণ্টেজ চিম্বল’ টাইপ কৰক।
+
||‘Value’ টেক্সট বক্সত ডাঙৰ ফলা R আৰু ‘পাৰ্চেণ্টেজ চিম্বল’ টাইপ কৰক।
  
 
|-
 
|-
Line 297: Line 280:
 
|-
 
|-
 
||09:45
 
||09:45
||সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ Query Wizard ব্যৱহাৰ কৰি চিম্পল কুৱেৰি (query) তৈয়াৰ কৰা হয়, ফিল্ড নিৰ্বাচন কৰা হয়, ফিল্ডৰ চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান ক্ৰাইটেৰিয়া বা চৰ্ত দিয়া হয়।
+
||সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ Query Wizard ব্যৱহাৰ কৰি চিম্পল কুৱেৰি (query) তৈয়াৰ কৰা হয়, ফিল্ড নিৰ্বাচন কৰা হয়, ফিল্ডৰ চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ বা চৰ্ত দিয়া হয়।
  
 
|-
 
|-
 
||10:00
 
||10:00
||স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।  
+
||স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
 
+
  
 
|-
 
|-
 
||10:12
 
||10:12
||এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।  
+
||এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।
  
 
|-
 
|-
Line 314: Line 296:
 
|-
 
|-
 
||10:22
 
||10:22
||এই স্ক্ৰীপ্তটো আগবঢ়ালে DesiCrew Solutions-অৰ প্ৰিয়া সুৰেশে
+
||এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . অংশগ্ৰহণৰ বাবে ধন্যবাদ।
আৰু এয়া আছিল DesiCrew solutions-অৰ Soundharya।
+
অংশগ্ৰহণৰ বাবে ধন্যবাদ।
+
  
 
|-
 
|-

Latest revision as of 12:56, 3 September 2014

Time Narration
00:02 নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই ট্যুটৰিয়েলত আমি কেনেকৈ Query Wizard ব্যৱহাৰ কৰি চিম্পল কুৱেৰি (query) তৈয়াৰ কৰা হয়, ফিল্ড নিৰ্বাচন কৰা হয়, ফিল্ডৰ চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ বা চৰ্ত দিয়া হয়, সেই বিষয়ে শিকিম।
00:24 প্ৰথমতে, কুৱেৰিনো কি সেই বিষয়ে শিকা যাওক।
00:29 এটা ডাটাবেছৰ পৰা কিছুমান নিৰ্দিষ্ট তথ্য আহৰণ কৰিবলৈ এটা কুৱেৰি ব্যৱহাৰ কৰিব পাৰি।
00:36 অন্য ভাষাত, আমি দিয়া কিছুমান চৰ্তৰ ভিত্তিত ডাটাবেছটোত আমি অনুসন্ধান চলাব পাৰোঁ।
00:48 উদাহৰণ স্বৰূপে, আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক।
00:56 আমাৰ লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো।
01:04 এতিয়া আমি এই লাইব্ৰেৰী ডাটাবেছটোত লাইব্ৰেৰীৰ সকলো সদস্যৰ বাবে কুৱেৰি কৰিব পাৰোঁ।
01:12 অথবা লাইব্ৰেৰীত নথকা সকলো কিতাপৰ বাবে আমি ডাটাবেছটোত কুৱেৰি কৰিব পাৰোঁ।
01:21 বেছ ব্যৱহাৰ কৰি এটা চিম্পল কুৱেৰি কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে চোৱা যাওক।
01:30 আমাৰ উদাহৰণটো হ’ব— ফোন নম্বৰৰ সৈতে লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা তৈয়াৰ কৰা।
01:44 আমি লাইব্ৰেৰী ডাটাবেছটোত আছোঁ। আপুনি সম্ভৱতঃ এয়া কেনেকৈ খোলে সেইবিষয়ে এতিয়া জানে।
01:51 বাওঁ পেনেলৰ Queries আইকনত ক্লিক কৰক।
01:57 সোঁ পেনেলত আমি তিনিটা অপশ্যন দেখা পাওঁ।
02:03 যিহেতু প্ৰথমতে আমি এটা চিম্পল কুৱেৰি তৈয়াৰ কৰিম, গতিকে আমি এটা সহজ আৰু দ্ৰুত পদ্ধতি নিৰ্বাচন কৰিম।
02:11 আৰু সেইটো হৈছে Query Wizard ব্যৱহাৰ কৰা।
02:17 কমপ্লেক্স কুৱেৰিৰ বাবে Create Query in Design View-ৰ দৰে সুবিধাজনক অপশ্যন বেছত আছে।
02:28 আৰু আছে 'Create Query in SQL view' অপশ্যন, এই বিষয়ে আমি পিছত শিকিম।
02:36 এতিয়াৰ বাবে 'Use Wizard to Create Query'-ত ক্লিক কৰক।
02:43 এতিয়া আমি এখন পপআপ উইণ্ড’ দেখা পাইছোঁ, য’ত একেবাৰে ওপৰত Query Wizard বুলি কোৱা হৈছে।
02:50 বাওঁফালে আঠটা ধাপ (step) দেখা পাইছোঁ, এইবোৰৰ মাজেৰে আমি আগবাঢ়িম।
02:57 আমি এক নম্বৰ ধাপ— Field Selection-অত আছোঁ।
03:03 সোঁফালে, Table লেবেলৰ তলফালে আমি এটা ড্ৰপডাউন বক্স দেখা পাম।
03:11 ইয়াতে এই কুৱেৰিৰ পৰা আমাক লগা ডাটাৰ চ’ৰ্চ নিৰ্বাচন কৰিম।
03:21 যিহেতু আমাৰ নমুনা কুৱেৰিটোৰ লক্ষ্য হ’ল লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা লাভ কৰা, গতিকে আমি ড্ৰপডাউন বক্সটোৰ Tables: Members-অত ক্লিক কৰিম।
03:35 এতিয়া, বাওঁফালৰ Available Fields তালিকাত থকা Name ফিল্ডত ডবল ক্লিক কৰিম আৰু ইয়াক সোঁফালে থকা লিষ্ট বক্সলৈ লৈ যাম।
03:50 ইয়াৰ পিছত, বাওঁফালৰ Phone ফিল্ডত ক্লিক কৰিম আৰু ইয়াক সোঁফাললৈ লৈ যাম।
04:00 মন কৰিব যে সকলোবোৰ ফিল্ড সোঁফাললৈ নিবলৈ আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটন ব্যৱহাৰ কৰিব পাৰোঁ।
04:09 এতিয়া তলত থকা Next বাটনত ক্লিক কৰোঁ।
04:15 এতিয়া আমি দুই নম্বৰ ধাপ অৰ্থাৎ Sorting Order-অত উপনীত হ’লো।
04:20 যিহেতু আমাৰ কুৱেৰিৰ ফলাফল হ’ল সদস্য আৰু তেওঁলোকৰ ফোন নম্বৰৰ এখন তালিকা, গতিকে ইয়াক যেনে আছে তেনেভাৱেই ৰাখিব পাৰি
04:30 অথবা সদস্যৰ নাম অনুযায়ী আমি তালিকাখন সজাব পাৰোঁ।
04:36 Base Wizard-এ ফলাফল তালিকাত একে সময়ত চাৰিটালৈকে ফিল্ড চৰ্টিং কৰাৰ সুবিধা দিয়ে।
04:45 এতিয়াৰ বাবে, একেবাৰে ওপৰৰ ড্ৰপডাউন বক্সত ক্লিক কৰক
04:51 আৰু Members Name-অত ক্লিক কৰক।
04:55 আমি নামবিলাক এচেণ্ডিং নে ডিচেণ্ডিং ক্ৰমত সজাম, সেইটোও নিৰ্বাচন কৰি দিব পাৰোঁ।
05:03 Ascending অপশ্যনত ক্লিক কৰক
05:07 আৰু পৰৱৰ্তী ধাপলৈ আগবাঢ়ি যাওক।
05:11 তিনি নম্বৰ ধাপ— Search Conditions।
05:16 এই ধাপটোৱে আমাৰ ফলাফল কিছুমান চৰ্তৰ অধীনত সীমাবদ্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰে।
05:22 উদাহৰণ হিচাপে, আমি অকল সেই সকল সদস্য বিচাৰিব পাৰোঁ, যিসকলৰ নাম R আখৰেৰে আৰম্ভ হৈছে।
05:34 ইয়াৰ বাবে আমি Fields ড্ৰপডাউন বক্সত ক্লিক কৰিম আৰু তাৰ পিছত Members Name-অত ক্লিক কৰিম।
05:45 এতিয়া Condition ড্ৰপডাউন বক্সত ক্লিক কৰক।
05:51 ইয়াত থকা বিভিন্ন চৰ্তসমূহ লক্ষ্য কৰক;
05:58 Like-অত ক্লিক কৰা যাওক।
06:02 ‘Value’ টেক্সট বক্সত ডাঙৰ ফলা R আৰু ‘পাৰ্চেণ্টেজ চিম্বল’ টাইপ কৰক।
06:13 এই ধৰণে আমাৰ কুৱেৰিত আমি চিম্পল আৰু কমপ্লেক্স চৰ্ত সুমুৱাব পাৰোঁ।
06:22 এতিয়া, সকলোবোৰ সদস্যৰ তালিকা দেখুৱাবলৈ Value টেক্সট বক্সৰ 'R%' ডিলিট কৰি দিয়ক আৰু Next বাটনত ক্লিক কৰক।
06:37 লক্ষ্য কৰক যে আমি সাত নম্বৰ ধাপলৈ জঁপিয়াই আহিলো।
06:43 এখন মাত্ৰ টেবুলৰ পৰা এটা চিম্পল কুৱেৰি তৈয়াৰ কৰা বাবে এইটো ঘটিল।
06:51 আৰু আমাৰ কুৱেৰিটোৱে সাৰাংশৰ পৰিৱৰ্তে সবিশেষ প্ৰদৰ্শন কৰিব।
06:57 Summary কুৱেৰিয়ে গ্ৰুপিঙৰ জৰিয়তে এগ্ৰিগেট ফাংশ্যনৰ পৰা তথ্য প্ৰদৰ্শন কৰে।
07:05 কিছুমান উদাহৰণ হৈছে সদস্যৰ সংখ্যা অথবা সকলোবোৰ কিতাপৰ মূল্যৰ যোগফল।
07:13 এই বিষয়ে আমি পিছত শিকিম।
07:17 ঠিক আছে, এতিয়া Alias চেট কৰা যাওক;
07:23 অৰ্থাৎ ফলাফল তালিকাৰ বাবে সুবিধাজনক আৰু বৰ্ণনাত্মক লেবেল বা হেডাৰ দিয়া যাওক।
07:32 সেই অনুসৰি Name ফিল্ডৰ বাবে Member Name আৰু Phone ফিল্ডৰ বাবে Phone Number বুলি alias দিব পাৰি।
07:46 গতিকে দুয়োটা টেক্সট বক্সত এই নতুন alias দুটা টাইপ কৰক আৰু Next বাটনত ক্লিক কৰক।
07:57 এতিয়া আমি একেবাৰে শেষৰ ধাপ অৰ্থাৎ আঠ নম্বৰ ধাপত উপনীত হ’লো।
08:03 ইয়াত আমাৰ চিম্পল কুৱেৰিটোৰ বাবে এটা ধুনীয়া বৰ্ণনাত্মক নাম দিয়ক।
08:09 'Name of the Query’ লেবেলৰ বিপৰীতে 'List of all members and their phone numbers' বুলি টাইপ কৰক।
08:20 এতিয়া লক্ষ্য কৰক যে উইজাৰ্ডখনত আমাৰ পছন্দসমূহৰ এক ৰূপৰেখা (overview) দেখা পাইছোঁ।
08:27 ইয়াৰ পৰা আমি কেনেকৈ আগবাঢ়িম?
08:31 ওপৰৰ সোঁফালে থকা Display Query অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত Finish বাটনত ক্লিক কৰক।
08:41 উইজাৰ্ড উইণ্ড’খন বন্ধ হৈ গৈছে আৰু 'List of all members and their phone numbers' নামৰ এখন নতুন উইণ্ড’ খোল খাইছে।
08:52 লক্ষ্য কৰক যে আমি আগতে ভৰ্তি কৰা চাৰিওজন সদস্যৰ নাম, তেওঁলোকৰ ফোন নম্বৰৰ সৈতে দেখা পাইছোঁ।
09:04 আমি আৰু দেখা পাইছোঁ যে তালিকাখন আখৰ অনুযায়ী এচেণ্ডিং ক্ৰমত সজ্জিত হৈছে।
09:13 গতিকে এয়া হ’ল আমাৰ প্ৰথম চিম্পল কুৱেৰি।
09:18 আপোনাৰ বাবে এটা এচাইনমেণ্ট:
09:21 এচেণ্ডিং ক্ৰমত সকলোবোৰ কিতাপৰ তালিকা কৰিবলৈ এটা কুৱেৰি তৈয়াৰ কৰক।
09:28 সকলোবোৰ ফিল্ড অন্তৰ্ভুক্ত কৰক।
09:31 ইয়াক ‘List of all books in the Library’ বুলি নামকৰণ কৰক।
09:38 এইখিনিতে লিবাৰ অফিচ বেছত Creating Queries using Wizard সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে।
09:45 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ Query Wizard ব্যৱহাৰ কৰি চিম্পল কুৱেৰি (query) তৈয়াৰ কৰা হয়, ফিল্ড নিৰ্বাচন কৰা হয়, ফিল্ডৰ চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ বা চৰ্ত দিয়া হয়।
10:00 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
10:12 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।
10:17 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
10:22 এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা . অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya