Difference between revisions of "LibreOffice Suite Base/C2/Add-Push-Button-to-a-form/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 239: Line 239:
 
|-
 
|-
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:06
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:06
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| ইয়াতে এটা কাম আছ
+
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| ইয়াতে এটা কাম আছে
  
 
|-
 
|-
Line 247: Line 247:
 
|-
 
|-
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:18
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:18
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| আৰু তলত থকা পিছৰ লাইনটোত 4টা নেৰ’ পুশ্ব বাটন যোগ কৰক| এই বাটনবোৰ আমাক ৰেকৰ্ডবোৰৰ মাজেৰে নেভিগেইট কৰিবলৈ সহায় কৰিব লাগে|
+
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| আৰু তলত থকা পিছৰ লাইনটোত 4টা নেৰো’ পুশ্ব বাটন যোগ কৰক| এই বাটনবোৰ আমাক ৰেকৰ্ডবোৰৰ মাজেৰে নেভিগেইট কৰিবলৈ সহায় কৰিব লাগে|
  
 
|-
 
|-
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:30
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:30
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| এইখিনিতেএই লিবাৰ অফিচ বেইছৰ টিউট’ৰিয়েলৰ অন্ত পৰিছে|
+
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| এইখিনিতেই লিবাৰ অফিচ বেইছৰ টিউটৰিয়েলৰ অন্ত পৰিছে|
  
 
|-
 
|-
Line 267: Line 267:
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:57
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 08:57
 
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| অধিক তথ্য এই লিংকত উপলব্ধ [http://spoken-tutorial.org/NMEICT-Intro http://spoken-tutori][http://spoken-tutorial.org/NMEICT-Intro al.org/NMEICT-Intro].
 
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| অধিক তথ্য এই লিংকত উপলব্ধ [http://spoken-tutorial.org/NMEICT-Intro http://spoken-tutori][http://spoken-tutorial.org/NMEICT-Intro al.org/NMEICT-Intro].
 
|-
 
| style="border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.191cm;"|
 
| colspan="2"  style="border:0.1pt solid #000000;padding:0.191cm;"|
 
  
 
|-
 
|-
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 09:02
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 09:02
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| এইয়া হৈছে মৌচুমী মেধী বিদায় লৈছে|
+
| colspan="2"  style="background-color:#ffffff;border:0.1pt solid #000000;padding:0.049cm;"| আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছে|
 
|-
 
|-
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 09:10
 
| style="background-color:#ffffff;border-top:0.1pt solid #000000;border-bottom:0.1pt solid #000000;border-left:0.1pt solid #000000;border-right:none;padding:0.049cm;"| 09:10

Revision as of 16:21, 1 September 2014

Visual Cues
Narration
00:00 লিবাৰ অফিচ বেইছৰ স্প’কেন টিউট’ৰিয়েললৈ আপোনালোকক আদৰনি জনাইছোঁ
00:03 এই টিউট’ৰিয়েলত আমি এখন ফৰ্মত এটা পুশ্ব বাটন যোগ কৰা শিকিম|
00:10 পূৰ্ব টিউট’ৰিয়েলত আমি এখন ফৰ্মত এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিলো|
00:17 এতিয়া এই টিউট’ৰিয়েলত আমি এখন ফৰ্মত এটা পুশ্ব বাটন যোগ কৰা শিকিম|
00:24   আহক আমি লিবাৰ অফিচ বেইচ প্ৰ’গ্ৰামটো খোলো, যদি ই ইতিমধ্যে খোলা হৈ থকা নাই, 
00:36 আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছ খোলক| পূৰ্বৰে পৰা থকা ডেটাবেইছ এটা খোলিবলৈ আপুনি এতিয়ালৈকে হয়তো জানে |
00:45 ফাইল মেন্যুত থকা অপেনত ক্লিক কৰক আৰু লাইব্ৰেৰী ডেটাবেইছ বাচনি কৰক|
00:52 এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো|
00:56 আমি আগৰ টিউট’ৰিয়েলত কাম কৰা “Books Issued to Members” ফৰ্মখন খোলা|
01:04 এইটো কৰিবলৈ আমি বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো |
01:09 আৰু তাৰ পাছত সো পেনেলত থকা “Books Issued to Members” ফৰ্মখনত সো ক্লিক কৰক|
01:16 এতিয়া এদিটত ক্লিক কৰক|
01:19 এতিয়া আমি ফৰ্ম ডিজাইন ৱিণ্ড’খনত আছো|
01:23 আমি আমাৰ ফৰ্মত পুশ্ব বাটন যোগ কৰাৰ বিষয়ে কোৱাৰ আগেয়ে, মেম্বাৰ নেইমচৰ বাবে দ্বিতীয় লিষ্ট বক্সৰ বাবে কিছো পদ্ধতি বনাও |
01:34 মনত ৰাখিব, আমাক পুৰ্ব টিউট’ৰিয়েলত দ্বিতীয় লিষ্ট বক্স তৈয়াৰ কৰিবলৈ এটা কাম দিয়া হৈছিলে |
01:41 প্ৰথমে আমি মেম্বাৰ নেইম লেবেলৰ সোঁফালে থকা টেক্সট বক্সটো আতৰাওঁ |
01:50 সেইটো কৰিবলৈ টেক্সট বক্সটোত ৰাইট ক্লিক কৰিব লাগিব আৰু তাৰ পাছ্ত কাট-ত ক্লিক কৰিব লাগিব|
01:57 এতিয়া টেক্সট বক্সটো ডিলিট হ’ব|
02:00 ইয়াৰ পিছত আহক আমি ফৰ্ম এলিমেন্টবোৰক ব্যবস্থা কৰো|
02:04 যিহেতু টেক্সট বক্সতকৈ লিষ্ট বক্সক বেছি ঠাইৰ প্ৰয়োজন হয়, আমি ফৰ্ম এলিমেন্টক ফৰ্ম খনৰ আৰু তললৈ পুশ্ব কৰিম|
02:15 এইয়া যি আমি কৰিম|
02:17 প্ৰথমে বুক টাইটল লেবেলৰ তলত থকা ফৰ্ম এলিমেন্টবোৰক বাছনি কৰো|
02:26 এইটো কৰিবলৈ আমি ক্লিক, ড্ৰেগ আৰু ড্ৰ্প পদ্ধতি ব্যৱহাৰ কৰিম|
02:32 পিছত, বাচনি হৈ থকা জাগাখিনিত ক্লিক কৰক আৰু উলম্বিক ভাৱে তললৈ এনেকৈ ড্ৰেগ কৰক,
02:39 যাতে বুক টাইটল লেবেলৰ কাষৰ প্ৰথমটো লিষ্ট বক্সৰ কাৰণে যথেষ্ট ৰোম থাকে
02:48 এতিয়া আমি মেম্বাৰ নেইম লেবেলৰ বাবেও একেখিনি পদক্ষেপ পুনৰাই কৰিম|
03:05 এতিয়া আমি দ্বিতীয় লিষ্ট বক্সটোত মেম্বাৰ নেইম লেবেলৰ বাওঁফাললৈ ক্লিক, ড্ৰেগ আৰু ড্ৰ্প কৰো
03:14 আৰু ইয়াৰ সোঁফাললৈ ইয়াক স্থানান্তৰ কৰিম যাতে ই বাকী ফৰ্ম কন্ট্ৰলবোৰৰ সৈতে সুন্দৰ ভাৱে এলাইনহৈ  থাকে
03:22 ঠিক আছে, এতিয়া আমি কী-বোৰ্ডৰ শ্বৰ্টকাট কন্ট্ৰল S ব্যৱহাৰ কৰি আমাৰ ফৰ্মখন সংৰক্ষন কৰো আহক|
03:32 এতিয়া আমি আমাৰ ফৰ্ম খনত পুশ্ব বাটন যোগ কৰিবলৈ সাজো হয় |
03:39 পুশ্ব বাটন হৈছে ফৰ্ম কন্ট্ৰলৰ অনয় এটা উদাহৰণ|
03:44 আমি OK, Cancel, Next,  আৰু Finish বাটনৰ সৈতে পৰিচিত হয়, এইবিলাক হৈছে পুশ্ব বাটনৰ কিছুমান উদাহৰণ|
03:56 বেইছৰ সহায়ত, আমি এই পুশ্ব বাটনবিলাক ফৰ্মত যোগ কৰিব পাৰো আৰু সিহঁতক ক্লিক কৰাত নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ বেইছক আমি নিৰ্দেশনা দিব পাৰো|
04:07 আকৌ, ছেভ বা আনডু, বা ডিলিট হৈছে কিছুমান উদাহৰণ|
04:14 দেখা যাওক কেনেকৈ হয়|
04:17 আহক আমি আমাৰ ফৰ্মত ঠিক তলৰ চিত্ৰত দেখুওৱাৰ দৰে|,অনয় ফৰ্ম এলিমেন্টবিলাকৰ তলত চাৰিটা পুশ্ব বাটন যোগ কৰো 
04:30 এইটো কৰিবলৈ আমি আমাৰ ফৰ্ম ডিজাইন ৱিণ্ড’ খনলৈ উভতি যাব লাগিব|
04:35 আৰু ফৰ্ম কন্ট্ৰলচ টুলবাৰত পুশ্ব বাটন আইকনত এবাৰ ক্লিক কৰক|
04:43 এই আইকনটো এটা বাটনৰ নিচিনা দেখা যায় য’ত Ok শব্দটো লিখা থাকে|
04:50 মন কৰক যে মাউছ পইন্টাৰটো প্লাছ চিম্বল যেন দেখা যায়|
04:57 এতিয়া আমি  ক্লিক, ড্ৰেগ আৰি ড্ৰপ কৰি অইন এলিমেন্টবিলাকৰ তলত বাওঁফালে আমাৰ প্ৰথম বাটনটো ড্ৰ’ কৰো.
05:10 আৰু ইয়াক আমি প্ৰয়োজন অনুসাৰে আকাৰ পৰিবৰ্তন কৰিম|
05:14 এতিয়া আমি উপৰৰ পদক্ষেপ সমূহ পুনৰায় তিনিবাৰ কৰিম,
05:27 আৰু এতিয়া, আমাৰ উচৰত আৰু তিনিটা বাটন আছে যি এদাল হ’ৰাইয’ন্টেল লাইনত এলাইনদ হৈ আছে|
05:35 আমি ফৰ্মখনত পুশ্ব বাটন বোৰ ড্ৰ’ কৰা হৈ গ'ল; এতিয়া আমি সিহঁতৰ লেবেলবোৰ সলনি কৰো|
05:43 এইটো কৰিবলৈ প্ৰথম বাটনটোত ডাবল ক্লিক কৰক|
05:49 এতিয়া আমি প্ৰপাৰ্টিজ ৱিণ্ড’খন দেখা পাম| ইয়াত “Label”ৰ বিপৰীতে “Save Record” টাইপ কৰো আহক|
05:59 এতিয়া ফৰ্মখনৰ দ্বিতীয় বাটনত ক্লিক কৰো|
06:06 আৰু প্ৰপাৰ্টিজ ৱিণ্ড’খনত আমি “Label”ৰ বিপৰীতে “Undo Changes” টাইপ কৰিম|
06;15 তৄতীয় আৰু চতুৰ্থ বাটনৰ বাবে আমি  “Delete Record” টাইপ কৰিম
06:25 আৰু “New Record” টাইপ কৰিম|
06:31 এতিয়া আমি সিহঁতৰ কামবিলাক সংজ্ঞাবদ্ধ কৰো|
06:37 এইটো কৰিবলৈ, আমি “Save Record” বাটনত ক্লিক কাৰো আহক|
06:43 আৰু প্ৰপাৰ্টিজ ৱিণ্ড’খনত, আমি তললৈ স্ক্ৰ’ল কৰিম যেতিয়ালৈকে আমি “Action” লেবেলখন দেখা নাপাও|
06:51 ইয়াত আমি ড্ৰপ ডাউন লিষ্ট বক্সত ক্লিক কৰিম আৰু তাৰ পাছত “Save record”-ত ক্লিক কৰিম|
06:59 অইন তিনিটা বাটনৰ বাবে আমি সেই একেই পদক্ষেপকেইটা অনুসৰণ কৰো|
07:05 “Undo Changes” বাটনৰ বাবে আমি “Undo Changes” বাচনি কৰিম|
07:12 “Delete Record” বাটনৰ বাবে আমি “Delete Record” বাচনি কৰিম|
07:18 আৰু “New Record” বাটনৰ বাবে আমি “New Record” বাচনি কৰিম|
07:25 গতিকে আমি পুশ্ব বাটনবোৰ যোগ কৰিলো|
07:29 ঠিক আছে, এতিয়া আমি কী-বোৰ্ডৰ শ্বৰ্টকাট কন্ট্ৰল S ব্যৱহাৰ কৰি আমাৰ ফৰ্মখন সংৰক্ষন কৰো আৰু এই ৱিণ্ড’খন বন্ধ কৰো |
07:40 পৰৱৰ্তী টিউট’ৰিয়েলত আমি আমাৰ ফৰ্মত কৰিব পৰা তিনিটা সাধাৰণ ম’ডিফিকেশ্যনৰ বিষয়ে চাম,
07:47 আৰু তাৰ পাছত আমি ফৰ্মখন ডেটা এন্ট্ৰি আৰু ডেটা আপডেইট কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰিম|
07:54 উদাহৰণ স্বৰূপে, যেতিয়া লাইব্ৰেৰী মেম্বাৰ এজনে কিতাপ এখন ঘূৰাই দিয়ে তেতিয়া আমি এই ফৰ্ম খন ব্যৱহাৰ কৰি এই ইনফৰ্মেশ্যনটো ডেটাবেইছত আপডেইট কৰিব পাৰিম|
08:06 ইয়াতে এটা কাম আছে
08:08 ফৰ্ম খনৰ চতুৰ্থ বাটনৰ কাষত পঞ্চম পুশ্ব বাটনটো যোগ কৰক আৰু যেতিয়া ইয়াক ব্যৱহাৰ কৰে ,  ই ফৰ্ম খনক ৰিফ্ৰেশ্ব কৰিব লাগে|
08:18 আৰু তলত থকা পিছৰ লাইনটোত 4টা নেৰো’ পুশ্ব বাটন যোগ কৰক| এই বাটনবোৰ আমাক ৰেকৰ্ডবোৰৰ মাজেৰে নেভিগেইট কৰিবলৈ সহায় কৰিব লাগে|
08:30 এইখিনিতেই লিবাৰ অফিচ বেইছৰ টিউটৰিয়েলৰ অন্ত পৰিছে|
08:35 চমুকৈ কবলৈ গলে আমি শিকিলো: এখন ফৰ্মত পুশ্ব বাটন যোগ কৰা
08:40 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
08:52 এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে|
08:57 অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:02 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছে|
09:10 অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Mousumi, PoojaMoolya