Difference between revisions of "LibreOffice Suite Impress/C3/Slide-Creation/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '=Resources for recording= Slide Creation {| border=1 || '''Visual Cue''' || '''Narration''' |- || 00.00 || লিবাৰঅফিছ ইমপ…')
 
Line 8: Line 8:
 
|-
 
|-
 
|| 00.00
 
|| 00.00
|| লিবাৰঅফিছ ইমপ্ৰেছত শ্লাইড ক্ৰিয়েশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
+
|| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত শ্লাইড ক্ৰিয়েশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
  
 
|-
 
|-
Line 20: Line 20:
 
|-
 
|-
 
|| 00.21
 
|| 00.21
||শ্লাইড শ্ব’ ডেস্কটপ বা প্ৰজেক্টৰত দেখুৱাব পাৰি।
+
||শ্লাইড শ্ব’ ডেস্কটপ বা প্ৰজেক্টত দেখুৱাব পাৰি।
  
 
|-
 
|-
Line 43: Line 43:
 
|-
 
|-
 
|| 00.47
 
|| 00.47
|| মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Sliede Show-ত ক্লিক কৰক।  
+
|| মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক।
  
 
|-
 
|-
Line 75: Line 75:
 
|-
 
|-
 
|| 01.33
 
|| 01.33
|| Mouse pointer as pen অপশ্যন ব্যৱহাৰ কৰি আপুনি দৰ্শকৰ সৈতে যোগাযোগো কৰিব পাৰে।  
+
|| Mouse pointer as pen অপশ্যন ব্যৱহাৰ কৰি আপুনি দৰ্শকৰ সৈতে যোগাযোগো কৰিব পাৰে।
  
 
|-
 
|-
Line 83: Line 83:
 
|-
 
|-
 
|| 01.45
 
|| 01.45
|| মেইন মেনুৰ পৰা Slide Show আৰু তাৰ পিছত Slide Show Setting-অত ক্লিক কৰক।  
+
|| মেইন মেনুৰ পৰা Slide Show আৰু তাৰ পিছত Slide Show Setting-অত ক্লিক কৰক।
  
 
|-
 
|-
Line 103: Line 103:
 
|-
 
|-
 
|| 02.13
 
|| 02.13
||লক্ষ্য কৰক যে কাৰ্চৰডাল এতিয়া এটা পেনলৈ পৰিৱৰ্তিত হৈ গৈছে।
+
||লক্ষ্য কৰক যে কাৰ্চৰডাল এতিয়া এটা পেনললৈ পৰিৱৰ্তিত হৈ গৈছে।
  
 
|-
 
|-
Line 195: Line 195:
 
|-
 
|-
 
|| 04.19
 
|| 04.19
|| লক্ষ্য কৰক যে মেইন পেনত টেনজিশ্যন এফেক্ট প্ৰদৰ্শিত হৈছে।
+
|| লক্ষ্য কৰক যে মেইন পেনত ট্ৰেনজিশ্যন এফেক্ট প্ৰদৰ্শিত হৈছে।
  
 
|-
 
|-
Line 223: Line 223:
 
|-
 
|-
 
||05.00
 
||05.00
|| Apply to selected slides-ৰ অধীনত থকা wheel clockwise, 4 spokes বাছনি কৰক।  
+
|| Apply to selected slides-ৰ অধীনত থকা wheel clockwise, 4 spokes বাছনি কৰক।
  
 
|-
 
|-
Line 287: Line 287:
 
|-
 
|-
 
|| 06.25
 
|| 06.25
|| এই ধৰণে প্ৰত্যেকখন শ্লাইডতে বেলেগে বেলেগে ট্ৰেনজিশ্যন প্ৰয়োগ নকৰিলেও হয়।  
+
|| এই ধৰণে প্ৰত্যেকখন শ্লাইডতে বেলেগে বেলেগে ট্ৰেনজিশ্যন প্ৰয়োগ নকৰিলেও হয়।
  
 
|-
 
|-
Line 307: Line 307:
 
|-
 
|-
 
|| 07.03
 
|| 07.03
|| যেতিয়া এটা প্ৰেজেণ্টেশ্যনৰ কিছুমান শ্লাইড দীঘলীয়া সময়ৰ বা অধিক জটিল হয়, তেতিয়া এইটো উপযোগী হৈ পৰে।
+
|| যেতিয়া এটা প্ৰেজেণ্টেশ্যনৰ কিছুমান শ্লাইড দীঘলীয়া সময়ৰ বাবে অধিক জটিল হয়, তেতিয়া এইটো উপযোগী হৈ পৰে।
  
 
|-
 
|-
Line 335: Line 335:
 
|-
 
|-
 
|| 07.42
 
|| 07.42
|| Task পেনলৈ যাওক।
+
|| Task পেনললৈ যাওক।
  
 
|-
 
|-
Line 352: Line 352:
 
|| 08.08
 
|| 08.08
 
||মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক।
 
||মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক।
 
  
 
|-
 
|-
Line 375: Line 374:
  
 
|-
 
|-
|| 08.42  
+
|| 08.42
 
|| এটা ক্লকৱাইজ হুইল যোগ দিয়ক।
 
|| এটা ক্লকৱাইজ হুইল যোগ দিয়ক।
  
Line 396: Line 395:
 
|-
 
|-
 
|| 09.09
 
|| 09.09
||স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
+
||স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
  
 
|-
 
|-
Line 408: Line 407:
 
|-
 
|-
 
|| 09.37
 
|| 09.37
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro লিংকত পোৱা যাব।
+
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই লিংকত পোৱা যাব।
  
 
|-
 
|-
 
|| 09.48
 
|| 09.48
||এই টিউটৰিয়েল আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদান কৰাৰ বাবে ধন্যবাদ।
+
||এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামিয়ে আৰু এইয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ।
 
|}
 
|}

Revision as of 10:51, 26 August 2014

Resources for recording

Slide Creation

Visual Cue Narration
00.00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত শ্লাইড ক্ৰিয়েশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
00.06 এই টিউটৰিয়েলত আমি শ্লাইড শ্ব’ (Slide Shows), শ্লাইড ট্ৰেনজিশ্যন (Slide Transitions), অটোমেটিক শ্ব’ (Automatic Shows)-ৰ বিষয়ে শিকিম।
00.16 দৰ্শকৰ আগত শ্লাইড প্ৰদৰ্শন কৰিবলৈ শ্লাইড শ্ব’ ব্যৱহাৰ কৰা হয়।
00.21 শ্লাইড শ্ব’ ডেস্কটপ বা প্ৰজেক্টত দেখুৱাব পাৰি।
00.25 শ্লাইড শ্ব’ই কম্পিউটাৰৰ গোটেই পৰ্দাখন আগুৰি লয়।
00.30 শ্লাইড শ্ব’ ম’ডত থকা অৱস্থাত প্ৰেজেণ্টেশ্যন এডিট কৰিব নোৱাৰি।
00.34 শ্লাইড শ্ব’ কেৱল দেখুৱাবৰ বাবেহে।
00.38 Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক।
00.43 প্ৰেজেণ্টেশ্যনটো শ্লাইড শ্ব’ হিচাপে চোৱা যাওক।
00.47 মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক।
00.53 ইয়াৰ পৰিৱৰ্তে শ্লাইড শ্ব’ আৰম্ভ কৰিবলৈ F5 ফাংশ্যন কীও ব্যৱহাৰ কৰিব পাৰে।
01.00 প্ৰেজেণ্টেশ্যনটো শ্লাইড শ্ব’ হিচাপে প্ৰদৰ্শিত হৈছে।
01.04 আপোনাৰ কীব’ৰ্ডৰ এৰো (arrow) বাটন ব্যৱহাৰ কৰি এখন শ্লাইডৰ পৰা আন এখন শ্লাইডলৈ যাব পাৰে।
01.10 ইয়াৰ বিকল্প হিচাপে, মাউচত ৰাইট ক্লিক কৰি কনটেক্সট মেনুৰ পৰা Next নিৰ্বাচন কৰক।
01.16 ইয়ে আপোনাক পিছৰ শ্লাইডখনলৈ লৈ যাব।
01.20 শ্লাইড শ্ব’ বন্ধ কৰিবলৈ মাউচত ৰাইট ক্লিক কৰক আৰু কনটেক্সট মেনুত End Show নিৰ্বাচন কৰক।
01.28 Escape বাটন ক্লিক কৰিও শ্লাইড শ্ব’ বন্ধ কৰিব পাৰি।
01.33 Mouse pointer as pen অপশ্যন ব্যৱহাৰ কৰি আপুনি দৰ্শকৰ সৈতে যোগাযোগো কৰিব পাৰে।
01.40 এই অপশ্যনটো সক্ৰিয় কৰি ই কেনেকৈ কাম কৰে চোৱা যাওক।
01.45 মেইন মেনুৰ পৰা Slide Show আৰু তাৰ পিছত Slide Show Setting-অত ক্লিক কৰক।
01.51 Slide Show ডায়লগ বক্সটো ওলাই আহে।
01.54 Options-অৰ অধীনত থকা Mouse Pointer visible আৰু Mouse Pointer as Pen বক্সত চ্চেক (check) দিয়ক।
02.02 ডায়লগ বক্সটো বন্ধ কৰিবলৈ OK-ত ক্লিক কৰক।
02.06 মেইন মেনুৰ পৰা আকৌ Slide Show আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক।
02.13 লক্ষ্য কৰক যে কাৰ্চৰডাল এতিয়া এটা পেনললৈ পৰিৱৰ্তিত হৈ গৈছে।
02.17 এই অপশ্যনে শ্লাইড শ্ব’ ম’ডত থকা অৱস্থাত প্ৰেজেণ্টেশ্যনটোত লিখিবলৈ বা আঁকিবলৈ সুবিধা দিয়ে।
02.24 লেফট্ মাউচ বাটনত ক্লিক কৰি পেনটোৰ সহায়ত আঁকিব পাৰি।
02.29 প্ৰথম পইণ্টটোৰ বিপৰীতে এটা টিক মাৰ্ক আঁকি চাওঁ।
02.34 এইখিনিতে টিউটৰিয়েলটো ৰখাই থওক আৰু এই এছাইনমেণ্ট কৰক।
02.38 এখন ইমপ্ৰেছ শ্লাইডত এটা সৰু ডায়গ্ৰাম আঁকিবলৈ স্কেছ পেন ব্যৱহাৰ কৰক।
02.47 এতিয়া মাউচত লেফট্ ক্লিক কৰক। পিছৰ শ্লাইডখন প্ৰদৰ্শিত হৈছে।
02.52 স্পেচ বাৰ টিপিও আপুনি পিছৰ শ্লাইডখনলৈ যাব পাৰে।
02.57 এতিয়া শ্লাইড শ্ব’টো বন্ধ কৰা যাওক। ৰাইট ক্লিক কৰি কনটেক্সট মেনুত End Show-ত ক্লিক কৰক।
03.05 ইয়াৰ পিছত Slide Transitions-অৰ বিষয়ে শিকা যাওক।
03.09 Slide Transitions-নো কি?
03.12 এটা প্ৰেজেণ্টেশ্যনত এখন শ্লাইডৰ পৰা আন এখনলৈ যাওঁতে শ্লাইডত প্ৰয়োগ কৰা এফেক্টেই হৈছে ট্ৰেনজিশ্যন।
03.22 মেইন পেনত Slide Sorter টেবত ক্লিক কৰক।
03.26 প্ৰেজেণ্টেশ্যনটোৰ সকলোবিলাক শ্লাইড ইয়াত প্ৰদৰ্শিত হৈছে।
03.31 এই ভিউৰ জৰিয়তে এটা প্ৰেজেণ্টেশ্যনৰ শ্লাইডবিলাকৰ ক্ৰম আপুনি সহজেই সাল-সলনি কৰিব পাৰে।
03.37 ১ নম্বৰ শ্লাইডখন চিলেক্ট কৰক।
03.40 এতিয়া লেফট্ মাউচ বাটন ক্লিক কৰক। শ্লাইডখন ড্ৰেগ আৰু ড্ৰপ কৰি তিনি নম্বৰ আৰু চাৰি নম্বৰ শ্লাইডৰ মাজত বহুৱাই দিয়ক।
03.48 শ্লাইডবিলাক ৰিএৰেঞ্জড্ হৈ গ’ল।
03.52 এই একশ্যনটো আনডু কৰিবলৈ Ctrl+Z টিপক।
03.57 এবাৰতে আপুনি প্ৰত্যেকখন শ্লাইডত বেলেগ বেলেগ ট্ৰেনজিশ্যন যোগ দিব পাৰে।
04.02 Slide Sorter ভিউৰ পৰা প্ৰথম শ্লাইডখন চিলেক্ট কৰক।
04.06 এতিয়া Task পেনৰ পৰা Slide Transitions-অত ক্লিক কৰক।
04.13 Apply to selected slides-অৰ অধীনত স্ক্ৰল কৰি Wipe Up চিলেক্ট কৰক।
04.19 লক্ষ্য কৰক যে মেইন পেনত ট্ৰেনজিশ্যন এফেক্ট প্ৰদৰ্শিত হৈছে।
04.24 স্পীড ড্ৰপ ডাউন মেনুৰ পৰা নিৰ্দিষ্ট অপশ্যন বাছনি কৰি আপুনি ট্ৰেনজিশ্যন স্পীড নিয়ন্ত্ৰণ কৰিব পাৰে।
04.31 Modify Transitions-ৰ অধীনত থকা Speed ড্ৰপ ডাউন বক্সত ক্লিক কৰক। এতিয়া Medium-অত ক্লিক কৰক।
04.39 এতিয়া, ট্ৰেনজিশ্যনৰ বাবে চাউণ্ড সজোৱা যাওক।
04.43 Modify Transitions-ৰ অধীনত থকা Sound ড্ৰপ ডাউন বক্সত ক্লিক কৰক। Beam বাছনি কৰক।
04.52 একেদৰে, দ্বিতীয়খন শ্লাইড চিলেক্ট কৰক।
04.56 Task পেনত Slide Transitions-অত ক্লিক কৰক।
05.00 Apply to selected slides-ৰ অধীনত থকা wheel clockwise, 4 spokes বাছনি কৰক।
05.08 এতিয়া Speed ড্ৰপ ডাউন বক্সত ক্লিক কৰক। Medium চিলেক্ট কৰক।
05.13 ইয়াৰ পিছত Sound ড্ৰপ ডাউন বক্সত ক্লিক কৰক। Applause বাছনি কৰক।
05.21 এতিয়া আমি তৈয়াৰ কৰা ট্ৰেনজিশ্যন এফেক্ট চোৱা যাওক।
05.25 Play-ত ক্লিক কৰক।
05.28 শ্লাইড ট্ৰেনজিশ্যন কেনেকৈ এনিমেট কৰা যায় আৰু চাউণ্ড এফেক্ট যোগ দিয়া যায় সেই বিষয়ে এতিয়া আমি শিকিলো।
05.35 এতিয়া শিকা যাওক নিজে নিজে গৈ থকা এটা প্ৰেজেণ্টেশ্যন কেনেকৈ তৈয়াৰ কৰিব পাৰি।
05.42 Task পেনৰ পৰা Slide Transitions-অত ক্লিক কৰক।
05.46 Transition Type-ত Checkerboard Down চিলেক্ট কৰক।
05.50 Speed ড্ৰপ ডাউনৰ পৰা Medium চিলেক্ট কৰক।
05.55 Sound ড্ৰপ ডাউনৰ পৰা Gong চিলেক্ট কৰক।
06.00 Loop Until Next Sound-অত চ্চেক (check) দিয়ক।
06.04 Automatically After ৰেডিঅ’ বাটনত ক্লিক কৰক।
06.09 সময় হিচাপে 1 sec চিলেক্ট কৰক।
06.14 Apply to all Slides-অত ক্লিক কৰক।
06.18 মন কৰিব যে Apply to all Slides বাটনত ক্লিক কৰিলে একেটা ট্ৰেনজিশ্যন সকলোবোৰ শ্লাইডতে প্ৰয়োগ হয়।
06.25 এই ধৰণে প্ৰত্যেকখন শ্লাইডতে বেলেগে বেলেগে ট্ৰেনজিশ্যন প্ৰয়োগ নকৰিলেও হয়।
06.31 Main মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show চিলেক্ট কৰক।
06.38 লক্ষ্য কৰক যে শ্লাইডবিলাক নিজে নিজে আগবাঢ়ি গৈছে।
06.49 প্ৰেজণ্টেশ্যনটো বন্ধ কৰিবলৈ Escape কী টিপক।
06.54 এতিয়া শিকা যাওক— বেলেগ বেলেগ সময়ৰ বাবে প্ৰদৰ্শিত হোৱা শ্লাইডেৰে নিজে নিজে আগবাঢ়ি যোৱা প্ৰেজেণ্টেশ্যন কেনেকৈ তৈয়াৰ কৰিব পাৰি।
07.03 যেতিয়া এটা প্ৰেজেণ্টেশ্যনৰ কিছুমান শ্লাইড দীঘলীয়া সময়ৰ বাবে অধিক জটিল হয়, তেতিয়া এইটো উপযোগী হৈ পৰে।
07.13 মেইন পেনৰ পৰা প্ৰথমে Slide Sorter টেবত ক্লিক কৰক।
07.18 দ্বিতীয়খন শ্লাইড চিলেক্ট কৰক।
07.21 Task পেনলৈ যাওক।
07.24 Slide Transitions-অৰ অধীনত থকা Advance Slide অপশ্যনলৈ যাওক।
07.29 Automatically after ফিল্ডত সময় হিচাপে 2 seconds ভৰাওক।
07.37 মেইন পেনৰ পৰা তৃতীয়খন শ্লাইড চিলেক্ট কৰক।
07.42 Task পেনললৈ যাওক।
7.44 Slide Transitions-অৰ অধীনত থকা Advance slide অপশ্যনলৈ যাওক।
07.49 Automatically after ফিল্ডত সময় হিচাপে 3 seconds ভৰাওক।
07.57 চতুৰ্থখন শ্লাইড চিলেক্ট কৰক আৰু আগৰ শ্লাইডখনত কৰা কামখিনি কৰক। সময় 4 second দিয়ক।
08.08 মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক।
08.13 লক্ষ্য কৰক যে প্ৰত্যেকখন শ্লাইড বেলেগ বেলেগ দৈৰ্ঘ্যৰ সময়ৰ বাবে প্ৰদৰ্শিত হৈছে
08.19 Escape কী টিপি প্ৰেজেণ্টেশ্যনটো বন্ধ কৰক।
08.24 এইখিনিতে এই টিউটৰিয়েলৰ অন্ত পৰিছে। এই টিউটৰিয়েলত আমি শ্লাইড শ্ব’, শ্লাইড ট্ৰেনজিশ্যন, অটোমেটিক শ্ব’ৰ বিষয়ে শিকিলো।
08.37 আপোনাৰ বাবে এটা এছাইনমেণ্ট:
08.40 এটা নতুন প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰক।
08.42 এটা ক্লকৱাইজ হুইল যোগ দিয়ক।
08.46 দ্বিতীয় আৰু তৃতীয়খন শ্লাইডত 2 spoke transition যোগ দি Gong চাউণ্ড যোগ দিয়ক।
08.54 এটা অটোমেটিক শ্লাইড শ্ব’ তৈয়াৰ কৰক।
08.58 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
09.04 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09.09 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
09.18 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
09.25 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
09.37 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই লিংকত পোৱা যাব।
09.48 এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামিয়ে আৰু এইয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya