Difference between revisions of "Linux/C2/Basic-Commands/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 4: Line 4:
  
 
|-
 
|-
|0:00
+
|00:00
 
||লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷
 
||লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷
  
 
|-
 
|-
|0:05
+
|00:05
 
||এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷
 
||এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷
  
 
|-
 
|-
|0:10
+
|00:10
 
||মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷
 
||মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷
  
 
|-
 
|-
|0:12
+
|00:12
 
||আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷
 
||আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷
  
 
|-
 
|-
|0:17
+
|00:17
 
||ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org  এই ৱেবছাইটত উপলব্ধ৷
 
||ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org  এই ৱেবছাইটত উপলব্ধ৷
  
 
|-
 
|-
|0:26
+
|00:26
 
||এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম  
 
||এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম  
  
 
|-
 
|-
|0:33
+
|00:33
 
||তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ  সহায় পাব পাৰি তাক শিকিম৷
 
||তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ  সহায় পাব পাৰি তাক শিকিম৷
  
 
|-
 
|-
|0:39
+
|00:39
 
||এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")"
 
||এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")"
  
 
|-
 
|-
|0:43
+
|00:43
 
||সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷
 
||সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷
  
 
|-
 
|-
|0:52
+
|00:52
 
||লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷
 
||লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷
  
 
|-
 
|-
|0:59
+
|00:59
 
||কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ
 
||কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ
  
 
|-
 
|-
|1:05
+
|01:05
 
||এপ্লিকেচন মেনুলৈ ঘাওক৷
 
||এপ্লিকেচন মেনুলৈ ঘাওক৷
  
 
|-
 
|-
|1:08
+
|01:08
 
||একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷
 
||একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷
  
 
|-
 
|-
|1:14
+
|01:14
 
|| টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t  প্ৰেছ কৰক৷
 
|| টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t  প্ৰেছ কৰক৷
  
 
|-
 
|-
|1:20
+
|01:20
 
||এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷
 
||এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷
  
 
|-
 
|-
|1:29
+
|01:29
 
||টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷
 
||টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|1:34
+
|01:34
 
||ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷
 
||ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷
  
 
|-
 
|-
|1:47
+
|01:47
 
||কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে
 
||কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে
  
 
|-
 
|-
|1:54
+
|01:54
 
||এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷
 
||এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷
  
 
|-
 
|-
|1:59
+
|01:59
 
||আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷
 
||আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷
  
 
|-
 
|-
|2:08
+
|02:08
 
||আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷
 
||আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷
 
  
 
|-
 
|-
|2:13
+
|02:13
 
||লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷
 
||লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷
  
 
|-
 
|-
|2:22
+
|02:22
 
||লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell  যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷
 
||লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell  যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷
  
 
|-
 
|-
|2:35
+
|02:35
 
||এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷
 
||এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷
  
 
|-
 
|-
|2:44
+
|02:44
 
||তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash  প্ৰয়োগ কৰিম  
 
||তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash  প্ৰয়োগ কৰিম  
 
|-
 
|-
|2:51
+
|02:51
 
||কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷
 
||কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷
  
 
|-
 
|-
|2:58
+
|02:58
 
||বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell  (csh) আৰু Korn shell (ksh) হয়
 
||বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell  (csh) আৰু Korn shell (ksh) হয়
 
|-
 
|-
|3:08
+
|03:08
 
||কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ
 
||কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ
  
 
|-
 
|-
|3:11
+
|03:11
 
||টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷
 
||টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷
  
 
|-
 
|-
|3:27
+
|03:27
 
||সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell  দিয়ে৷
 
||সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell  দিয়ে৷
  
 
|-
 
|-
|3:34
+
|03:34
 
||বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব
 
||বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব
  
 
|-
 
|-
|3:42
+
|03:42
 
||কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷
 
||কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷
  
 
|-
 
|-
|3:47
+
|03:47
 
||এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক  
 
||এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক  
  
 
|-
 
|-
|3:55
+
|03:55
 
||কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷
 
||কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷
 
  
 
|-
 
|-
|4:03
+
|04:03
 
||এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin  ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷
 
||এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin  ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷
  
 
|-
 
|-
|4:09
+
|04:09
 
||ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷
 
||ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷
  
 
|-
 
|-
|4:18
+
|04:18
 
||ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found”  বুলি ভুল দেখৱাব৷
 
||ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found”  বুলি ভুল দেখৱাব৷
  
 
|-
 
|-
|4:27
+
|04:27
 
||PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷
 
||PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷
  
 
|-
 
|-
|4:34
+
|04:34
 
||এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷
 
||এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷
  
 
|-
 
|-
|4:44
+
|04:44
 
||ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷
 
||ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷
  
 
|-
 
|-
|4:52
+
|04:52
 
||কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷
 
||কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷
  
 
|-
 
|-
|4:57
+
|04:57
 
||লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷
 
||লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷
  
 
|-
 
|-
|5:02
+
|05:02
 
||এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
 
||এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
  
 
|-
 
|-
|5:07
+
|05:07
 
||লিনাক্চত  প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে.  
 
||লিনাক্চত  প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে.  
 
|-
 
|-
|5:18
+
|05:18
 
||এইবোৰ ইন্টাৰনেল কামাণ্ড৷
 
||এইবোৰ ইন্টাৰনেল কামাণ্ড৷
  
 
|-
 
|-
|5:20
+
|05:20
 
||echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয়
 
||echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয়
  
 
|-
 
|-
|5:25
+
|05:25
 
||টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷
 
||টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷
  
 
|-
 
|-
|5:33
+
|05:33
 
||type স্পেচ  echo আৰু এন্টাৰ ডবাওক৷
 
||type স্পেচ  echo আৰু এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|5:40
+
|05:40
 
||আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়.
 
||আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়.
  
 
|-
 
|-
|5:43
+
|05:43
 
||সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়.
 
||সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়.
 
|-
 
|-
|5:56
+
|05:56
 
||আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷
 
||আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷
  
 
|-
 
|-
|6:01
+
|06:01
 
||কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব
 
||কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব
  
 
|-
 
|-
|6:08
+
|06:08
 
|| দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো  তৰ্ক (arguments) হয়.
 
|| দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো  তৰ্ক (arguments) হয়.
  
 
|-
 
|-
|6:16
+
|06:16
 
||আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
 
||আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
 
|-
 
|-
|6:20
+
|06:20
 
||এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷
 
||এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷
  
 
|-
 
|-
|6:26
+
|06:26
 
||সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে  
 
||সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে  
  
 
|-
 
|-
|6:35
+
|06:35
 
||টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷
 
||টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷
  
 
|-
 
|-
|6:40
+
|06:40
 
||টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
 
||টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
  
 
|-
 
|-
|6:44
+
|06:44
 
||এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
 
||এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|6:49
+
|06:49
 
||আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷
 
||আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷
  
 
|-
 
|-
|6:55
+
|06:55
 
||ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷
 
||ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|7:04
+
|07:04
 
||টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
 
||টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
 
|-
 
|-
|7:11
+
|07:11
 
||এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷
 
||এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|7:19
+
|07:19
 
||আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
 
||আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
  
 
|-
 
|-
|7:23
+
|07:23
 
||এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷
 
||এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|7:32
+
|07:32
 
|| এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে
 
|| এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে
  
 
|-
 
|-
|7:40
+
|07:40
 
||লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷
 
||লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷
  
 
|-
 
|-
|7:45
+
|07:45
 
||যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷
 
||যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷
  
 
|-
 
|-
|7:48
+
|07:48
 
||কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম?
 
||কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম?
  
 
|-
 
|-
|7:55
+
|07:55
 
||প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷
 
||প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷
  
 
|-
 
|-
|8:01
+
|08:01
 
||man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷
 
||man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷
  
 
|-
 
|-
|8:08
+
|08:08
 
||ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷
 
||ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷
  
 
|-
 
|-
|8:16
+
|08:16
 
||আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷
 
||আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷
  
 
|-
 
|-
|8:30
+
|08:30
 
||বাহিৰলৈ আহিবলৈ q ডবাওক৷
 
||বাহিৰলৈ আহিবলৈ q ডবাওক৷
  
 
|-
 
|-
|8:35
+
|08:35
 
||man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷  প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷
 
||man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷  প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷
  
 
|-
 
|-
|8:43
+
|08:43
 
||এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷
 
||এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷
  
 
|-
 
|-
|8:49
+
|08:49
 
||ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে  man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷
 
||ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে  man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷
 
|-
 
|-
|8:55
+
|08:55
 
||ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে    
 
||ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে    
 
|-
 
|-
|9:07
+
|09:07
 
||আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷
 
||আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷
  
 
|-
 
|-
|9:14
+
|09:14
 
||টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷
 
||টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷
  
 
|-
 
|-
|9:23
+
|09:23
 
||ওলাই আহিবলৈ q টিপক ৷
 
||ওলাই আহিবলৈ q টিপক ৷
  
 
|-
 
|-
|9:26
+
|09:26
 
||man কামাণ্ডৰ বহুত অপচন থাকে৷
 
||man কামাণ্ডৰ বহুত অপচন থাকে৷
  
 
|-
 
|-
|9:30
+
|09:30
 
||ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু  তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷
 
||ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু  তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷
  
 
|-
 
|-
|9:41
+
|09:41
 
||man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷
 
||man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷
  
 
|-
 
|-
|9:50
+
|09:50
 
||উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷
 
||উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷
  
 
|-
 
|-
|9:56
+
|09:56
 
||সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷
 
||সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷
  

Latest revision as of 14:17, 7 August 2014

Time Narration
00:00 লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷
00:05 এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷
00:10 মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷
00:12 আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷
00:17 ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org  এই ৱেবছাইটত উপলব্ধ৷
00:26 এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম
00:33 তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ  সহায় পাব পাৰি তাক শিকিম৷
00:39 এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")"
00:43 সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷
00:52 লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷
00:59 কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ
01:05 এপ্লিকেচন মেনুলৈ ঘাওক৷
01:08 একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷
01:14 টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t  প্ৰেছ কৰক৷
01:20 এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷
01:29 টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷
01:34 ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷
01:47 কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে
01:54 এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷
01:59 আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷
02:08 আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷
02:13 লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷
02:22 লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell  যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷
02:35 এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷
02:44 তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash  প্ৰয়োগ কৰিম
02:51 কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷
02:58 বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell  (csh) আৰু Korn shell (ksh) হয়
03:08 কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ
03:11 টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷
03:27 সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell  দিয়ে৷
03:34 বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব
03:42 কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷
03:47 এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক
03:55 কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷
04:03 এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin  ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷
04:09 ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷
04:18 ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found”  বুলি ভুল দেখৱাব৷
04:27 PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷
04:34 এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷
04:44 ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷
04:52 কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷
04:57 লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷
05:02 এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
05:07 লিনাক্চত  প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে.
05:18 এইবোৰ ইন্টাৰনেল কামাণ্ড৷
05:20 echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয়
05:25 টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷
05:33 type স্পেচ  echo আৰু এন্টাৰ ডবাওক৷
05:40 আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়.
05:43 সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়.
05:56 আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷
06:01 কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব
06:08 দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়.
06:16 আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
06:20 এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷
06:26 সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে
06:35 টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷
06:40 টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
06:44 এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
06:49 আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷
06:55 ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷
07:04 টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
07:11 এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷
07:19 আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
07:23 এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷
07:32 এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে
07:40 লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷
07:45 যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷
07:48 কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম?
07:55 প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷
08:01 man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷
08:08 ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷
08:16 আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷
08:30 বাহিৰলৈ আহিবলৈ q ডবাওক৷
08:35 man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷  প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷
08:43 এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷
08:49 ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷
08:55 ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে  
09:07 আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷
09:14 টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷
09:23 ওলাই আহিবলৈ q টিপক ৷
09:26 man কামাণ্ডৰ বহুত অপচন থাকে৷
09:30 ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু  তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷
09:41 man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷
09:50 উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷
09:56 সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷
10:12 এতিয়া আমিও সকলো কমান্ডবোৰ বিচাৰিব পাৰো যাতে আমি দেখা পাও আচলতে আমাক কি লাগে.
10:17 এই একেটা কামকে apropos কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷
10:21 কামাণ্ডত প্ৰমটত apropos স্পেচ directories আৰু এন্টাৰ ডবাই আউটপুট চাওক৷
10:36 কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷
10:40 সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷
10:52 টাৰমিনেলৈ ঘাওক আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
10:58 এতিয়া whatis স্পেচ ls  টাইপ কৰি এন্টাৰ দিয়ক৷
11:06 কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷
11:13 তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷
11:18 কামাণ্ড প্ৰমটলৈ গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷
11:29 মই স্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলা অপচন দেখা পাওঁ৷
11:45 এয়াই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ ভাগ৷ স্পকেন টিউটৰিয়েলৰ Talk to a Teacher প্ৰজেক্টৰ এটা অংশ
11:56 ইয়াৰ উপৰত অধিক জানিবলৈ এই লিংকত চাওক৷

12:00

এই স্ক্ৰিপ্টটো  অৰুন পাঠকৰ দ্বাৰা অনুবাদিত হৈছে আৰু মই মৌচুমী মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. যোগ দানৰ বাবে ধনয়বাদ

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya