Difference between revisions of "Linux/C2/Basic-Commands/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(2 intermediate revisions by one other user not shown) | |||
Line 4: | Line 4: | ||
|- | |- | ||
− | | | + | |00:00 |
||লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷ | ||লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷ | ||
|- | |- | ||
− | | | + | |00:05 |
||এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷ | ||এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷ | ||
|- | |- | ||
− | | | + | |00:10 |
||মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷ | ||মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷ | ||
|- | |- | ||
− | | | + | |00:12 |
||আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷ | ||আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷ | ||
|- | |- | ||
− | | | + | |00:17 |
||ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org এই ৱেবছাইটত উপলব্ধ৷ | ||ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org এই ৱেবছাইটত উপলব্ধ৷ | ||
|- | |- | ||
− | | | + | |00:26 |
||এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম | ||এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম | ||
|- | |- | ||
− | | | + | |00:33 |
||তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম৷ | ||তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম৷ | ||
|- | |- | ||
− | | | + | |00:39 |
||এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")" | ||এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")" | ||
|- | |- | ||
− | | | + | |00:43 |
||সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷ | ||সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷ | ||
|- | |- | ||
− | | | + | |00:52 |
||লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷ | ||লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷ | ||
|- | |- | ||
− | | | + | |00:59 |
||কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ | ||কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ | ||
|- | |- | ||
− | | | + | |01:05 |
||এপ্লিকেচন মেনুলৈ ঘাওক৷ | ||এপ্লিকেচন মেনুলৈ ঘাওক৷ | ||
|- | |- | ||
− | | | + | |01:08 |
||একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷ | ||একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷ | ||
|- | |- | ||
− | | | + | |01:14 |
|| টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t প্ৰেছ কৰক৷ | || টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t প্ৰেছ কৰক৷ | ||
|- | |- | ||
− | | | + | |01:20 |
||এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷ | ||এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷ | ||
|- | |- | ||
− | | | + | |01:29 |
||টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷ | ||টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |01:34 |
||ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷ | ||ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷ | ||
|- | |- | ||
− | | | + | |01:47 |
||কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে | ||কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে | ||
|- | |- | ||
− | | | + | |01:54 |
||এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷ | ||এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷ | ||
|- | |- | ||
− | | | + | |01:59 |
||আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷ | ||আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷ | ||
|- | |- | ||
− | | | + | |02:08 |
||আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷ | ||আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷ | ||
− | |||
|- | |- | ||
− | | | + | |02:13 |
||লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷ | ||লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷ | ||
|- | |- | ||
− | | | + | |02:22 |
||লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷ | ||লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷ | ||
|- | |- | ||
− | | | + | |02:35 |
||এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷ | ||এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷ | ||
|- | |- | ||
− | | | + | |02:44 |
||তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash প্ৰয়োগ কৰিম | ||তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash প্ৰয়োগ কৰিম | ||
|- | |- | ||
− | | | + | |02:51 |
||কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷ | ||কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷ | ||
|- | |- | ||
− | | | + | |02:58 |
− | ||বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell (csh) আৰু Korn shell | + | ||বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell (csh) আৰু Korn shell (ksh) হয় |
− | (ksh) হয় | + | |
|- | |- | ||
− | | | + | |03:08 |
||কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ | ||কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ | ||
|- | |- | ||
− | | | + | |03:11 |
||টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷ | ||টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷ | ||
|- | |- | ||
− | | | + | |03:27 |
||সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell দিয়ে৷ | ||সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell দিয়ে৷ | ||
|- | |- | ||
− | | | + | |03:34 |
||বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব | ||বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব | ||
|- | |- | ||
− | | | + | |03:42 |
||কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷ | ||কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷ | ||
|- | |- | ||
− | | | + | |03:47 |
||এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক | ||এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক | ||
|- | |- | ||
− | | | + | |03:55 |
− | ||কামান্ড প্ৰৰ্ম্পটত Type | + | ||কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷ |
− | + | ||
|- | |- | ||
− | | | + | |04:03 |
||এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷ | ||এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷ | ||
|- | |- | ||
− | | | + | |04:09 |
− | ||ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ | + | ||ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷ |
|- | |- | ||
− | | | + | |04:18 |
||ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found” বুলি ভুল দেখৱাব৷ | ||ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found” বুলি ভুল দেখৱাব৷ | ||
|- | |- | ||
− | | | + | |04:27 |
||PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷ | ||PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷ | ||
|- | |- | ||
− | | | + | |04:34 |
||এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷ | ||এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷ | ||
|- | |- | ||
− | | | + | |04:44 |
||ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷ | ||ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷ | ||
|- | |- | ||
− | | | + | |04:52 |
||কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷ | ||কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷ | ||
|- | |- | ||
− | | | + | |04:57 |
||লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷ | ||লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷ | ||
|- | |- | ||
− | | | + | |05:02 |
||এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷ | ||এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷ | ||
− | |||
− | |||
|- | |- | ||
− | | | + | |05:07 |
− | ||লিনাক্চত প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ | + | ||লিনাক্চত প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে. |
− | + | ||
|- | |- | ||
− | | | + | |05:18 |
||এইবোৰ ইন্টাৰনেল কামাণ্ড৷ | ||এইবোৰ ইন্টাৰনেল কামাণ্ড৷ | ||
|- | |- | ||
− | | | + | |05:20 |
||echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয় | ||echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয় | ||
|- | |- | ||
− | | | + | |05:25 |
||টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷ | ||টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷ | ||
|- | |- | ||
− | | | + | |05:33 |
||type স্পেচ echo আৰু এন্টাৰ ডবাওক৷ | ||type স্পেচ echo আৰু এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |05:40 |
||আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়. | ||আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়. | ||
|- | |- | ||
− | | | + | |05:43 |
||সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়. | ||সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়. | ||
|- | |- | ||
− | | | + | |05:56 |
||আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷ | ||আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷ | ||
|- | |- | ||
− | | | + | |06:01 |
||কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব | ||কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব | ||
|- | |- | ||
− | | | + | |06:08 |
|| দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়. | || দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়. | ||
|- | |- | ||
− | | | + | |06:16 |
− | || | + | ||আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷ |
|- | |- | ||
− | | | + | |06:20 |
||এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷ | ||এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷ | ||
|- | |- | ||
− | | | + | |06:26 |
||সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে | ||সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে | ||
|- | |- | ||
− | | | + | |06:35 |
||টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷ | ||টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷ | ||
|- | |- | ||
− | | | + | |06:40 |
||টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ | ||টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ | ||
|- | |- | ||
− | | | + | |06:44 |
||এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷ | ||এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |06:49 |
||আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷ | ||আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |06:55 |
||ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷ | ||ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |07:04 |
||টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ | ||টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ | ||
|- | |- | ||
− | | | + | |07:11 |
||এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷ | ||এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |07:19 |
||আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ | ||আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ | ||
|- | |- | ||
− | | | + | |07:23 |
||এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷ | ||এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |07:32 |
|| এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে | || এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে | ||
|- | |- | ||
− | | | + | |07:40 |
||লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷ | ||লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷ | ||
|- | |- | ||
− | | | + | |07:45 |
||যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷ | ||যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷ | ||
|- | |- | ||
− | | | + | |07:48 |
||কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম? | ||কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম? | ||
|- | |- | ||
− | | | + | |07:55 |
||প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷ | ||প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷ | ||
|- | |- | ||
− | | | + | |08:01 |
||man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷ | ||man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷ | ||
|- | |- | ||
− | | | + | |08:08 |
||ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷ | ||ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷ | ||
|- | |- | ||
− | | | + | |08:16 |
||আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷ | ||আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷ | ||
|- | |- | ||
− | | | + | |08:30 |
||বাহিৰলৈ আহিবলৈ q ডবাওক৷ | ||বাহিৰলৈ আহিবলৈ q ডবাওক৷ | ||
|- | |- | ||
− | | | + | |08:35 |
||man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷ | ||man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷ | ||
|- | |- | ||
− | | | + | |08:43 |
||এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷ | ||এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷ | ||
|- | |- | ||
− | | | + | |08:49 |
||ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷ | ||ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷ | ||
|- | |- | ||
− | | | + | |08:55 |
||ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে | ||ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে | ||
|- | |- | ||
− | | | + | |09:07 |
||আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷ | ||আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷ | ||
|- | |- | ||
− | | | + | |09:14 |
||টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷ | ||টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷ | ||
|- | |- | ||
− | | | + | |09:23 |
||ওলাই আহিবলৈ q টিপক ৷ | ||ওলাই আহিবলৈ q টিপক ৷ | ||
|- | |- | ||
− | | | + | |09:26 |
||man কামাণ্ডৰ বহুত অপচন থাকে৷ | ||man কামাণ্ডৰ বহুত অপচন থাকে৷ | ||
|- | |- | ||
− | | | + | |09:30 |
||ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷ | ||ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷ | ||
|- | |- | ||
− | | | + | |09:41 |
||man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷ | ||man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷ | ||
|- | |- | ||
− | | | + | |09:50 |
||উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷ | ||উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷ | ||
|- | |- | ||
− | | | + | |09:56 |
||সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷ | ||সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷ | ||
Latest revision as of 14:17, 7 August 2014
Time | Narration |
00:00 | লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷ |
00:05 | এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷ |
00:10 | মই উবুন্টো 10.04 ব্যৱহাৰ কৰিছো৷ |
00:12 | আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷ |
00:17 | ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org এই ৱেবছাইটত উপলব্ধ৷ |
00:26 | এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম |
00:33 | তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম৷ |
00:39 | এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")" |
00:43 | সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷ |
00:52 | লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷ |
00:59 | কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ |
01:05 | এপ্লিকেচন মেনুলৈ ঘাওক৷ |
01:08 | একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷ |
01:14 | টাৰমিনেল উইন্দোএখন অ’পেন কৰিবলৈ কিবৰ্ডত ctrl alt t প্ৰেছ কৰক৷ |
01:20 | এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷ |
01:29 | টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷ |
01:34 | ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷ |
01:47 | কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে |
01:54 | এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷ |
01:59 | আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷ |
02:08 | আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷ |
02:13 | লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷ |
02:22 | লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷ |
02:35 | এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷ |
02:44 | তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash প্ৰয়োগ কৰিম |
02:51 | কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷ |
02:58 | বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell (csh) আৰু Korn shell (ksh) হয় |
03:08 | কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ |
03:11 | টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷ |
03:27 | সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell দিয়ে৷ |
03:34 | বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব |
03:42 | কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷ |
03:47 | এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক |
03:55 | কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷ |
04:03 | এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷ |
04:09 | ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷ |
04:18 | ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found” বুলি ভুল দেখৱাব৷ |
04:27 | PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷ |
04:34 | এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷ |
04:44 | ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷ |
04:52 | কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷ |
04:57 | লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷ |
05:02 | এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷ |
05:07 | লিনাক্চত প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে. |
05:18 | এইবোৰ ইন্টাৰনেল কামাণ্ড৷ |
05:20 | echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয় |
05:25 | টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷ |
05:33 | type স্পেচ echo আৰু এন্টাৰ ডবাওক৷ |
05:40 | আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়. |
05:43 | সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়. |
05:56 | আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷ |
06:01 | কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব |
06:08 | দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়. |
06:16 | আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷ |
06:20 | এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷ |
06:26 | সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে |
06:35 | টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷ |
06:40 | টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
06:44 | এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷ |
06:49 | আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷ |
06:55 | ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷ |
07:04 | টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
07:11 | এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷ |
07:19 | আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
07:23 | এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷ |
07:32 | এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে |
07:40 | লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷ |
07:45 | যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷ |
07:48 | কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম? |
07:55 | প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷ |
08:01 | man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷ |
08:08 | ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷ |
08:16 | আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷ |
08:30 | বাহিৰলৈ আহিবলৈ q ডবাওক৷ |
08:35 | man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷ |
08:43 | এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷ |
08:49 | ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷ |
08:55 | ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে |
09:07 | আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷ |
09:14 | টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷ |
09:23 | ওলাই আহিবলৈ q টিপক ৷ |
09:26 | man কামাণ্ডৰ বহুত অপচন থাকে৷ |
09:30 | ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷ |
09:41 | man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷ |
09:50 | উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷ |
09:56 | সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷ |
10:12 | এতিয়া আমিও সকলো কমান্ডবোৰ বিচাৰিব পাৰো যাতে আমি দেখা পাও আচলতে আমাক কি লাগে. |
10:17 | এই একেটা কামকে apropos কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷ |
10:21 | কামাণ্ডত প্ৰমটত apropos স্পেচ directories আৰু এন্টাৰ ডবাই আউটপুট চাওক৷ |
10:36 | কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷ |
10:40 | সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷ |
10:52 | টাৰমিনেলৈ ঘাওক আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
10:58 | এতিয়া whatis স্পেচ ls টাইপ কৰি এন্টাৰ দিয়ক৷ |
11:06 | কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷ |
11:13 | তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷ |
11:18 | কামাণ্ড প্ৰমটলৈ গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷ |
11:29 | মই স্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলা অপচন দেখা পাওঁ৷ |
11:45 | এয়াই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ ভাগ৷ স্পকেন টিউটৰিয়েলৰ Talk to a Teacher প্ৰজেক্টৰ এটা অংশ |
11:56 | ইয়াৰ উপৰত অধিক জানিবলৈ এই লিংকত চাওক৷ |
12:00 |
এই স্ক্ৰিপ্টটো অৰুন পাঠকৰ দ্বাৰা অনুবাদিত হৈছে আৰু মই মৌচুমী মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. যোগ দানৰ বাবে ধনয়বাদ |