Difference between revisions of "Linux/C2/General-Purpose-Utilities-in-Linux/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
|0:00
 
|0:00
|নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই  টিউটোৰীয়েলটিত আমি  আপনাক স্বাগত জনাইছো ।
+
|নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই  টিউটোৰীয়েলটিত আমি  আপোনাক স্বাগত জনাইছো ।
 
|-
 
|-
 
|0:06
 
|0:06
|এই টিউটোৰিয়েলটিত আমি লিনাক্সত  কিছু  অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে  ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে  পৰিচিত হম 
+
|এই টিউটোৰিয়েলত আমি লিনাক্সত  কিছু  অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে  ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে  পৰিচিত হম 
 
|-
 
|-
 
|0:14
 
|0:14
|এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত  কৰে ।
+
|এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত  কৰে ।
 
|-
 
|-
 
|0:21
 
|0:21
|আমি দেখা কম্মান্দ টো হৈছে  echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স  কমান্ড case sensitive হয় 
+
|আমি দেখা কম্মান্দ টো হৈছে  echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স  কমান্ড case sensitive হয় 
 
|-
 
|-
 
|0:29
 
|0:29
Line 19: Line 19:
 
|-
 
|-
 
|0:36
 
|0:36
|এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক  
+
|এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক
 
|-
 
|-
 
|0:43
 
|0:43
|Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কেিবলৈ সাহায্য কৰে।
+
|Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কৰিবলৈ সাহায্য কৰে।
 
|-
 
|-
 
|0:48
 
|0:48
Line 28: Line 28:
 
|-
 
|-
 
|0:52
 
|0:52
|টার্মিনেল খোলিবলৈ  অন্য এটি  টিউটোৰিয়েলত আগতেই  এটি  সাধাৰণ  প্রক্রিয়া ব্যাখ্যা কৰা হৈছে 
+
|টার্মিনেল খোলিবলৈ  অন্য এটি  টিউটোৰিয়েলত আগতেই  এটি  সাধাৰণ  প্রক্রিয়া ব্যাখ্যা কৰা হৈছে 
 
|-
 
|-
 
|0:58
 
|0:58
|প্রম্পটত  echo space hello world  লিখক . এন্টাৰ টিপক 
+
|প্রম্পটত  echo space hello world  লিখক. এন্টাৰ টিপক 
 
|-
 
|-
 
|1:08
 
|1:08
|এইটোৱে স্ক্রিনত  hello world লেখাটি  প্রিন্ট কৰে।
+
|এইটোৱে স্ক্রিনত  hello world লেখাটি  প্রিন্ট কৰে।
 
|-
 
|-
 
|1:14
 
|1:14
|আমি echo কমান্ডক এটা variableৰ মান  প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ  কৰো ।
+
|আমি echo কমান্ডক এটা variableৰ মান  প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ  কৰো ।
 
|-
 
|-
 
|1:19
 
|1:19
|প্রম্পটত  echo space dollar ডাঙৰ ফলাত shell লিখক.  এন্টাৰ টিপক   
+
|প্রম্পটত  echo space dollar ডাঙৰ ফলাত SHELL লিখক. এন্টাৰ টিপক   
 
|-
 
|-
 
|1:30
 
|1:30
|এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে  
+
|এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে
 
|-
 
|-
 
|1:36
 
|1:36
Line 49: Line 49:
 
|-
 
|-
 
|1:42
 
|1:42
|ইয়াৰ বাবে আমি লিনাক্সত  -e (hyphen e)option (বিকল্প) ব্যবহাৰ  কৰিব লাগিব ।
+
|ইয়াৰ বাবে আমি লিনাক্সত  -e (hyphen e)option (বিকল্প) ব্যবহাৰ  কৰিব লাগিব ।
 
|-
 
|-
 
|1:46
 
|1:46
|সাধাৰণ escape sequence বোৰ হল  ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence  হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
+
|সাধাৰণ escape sequence বোৰ হল ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence  হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
 
|-
 
|-
 
|2:03
 
|2:03
|এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি prompt মেচেজ বিচাৰো, promptঅত লিখক   echo space minus e single quote t  Enter a Command back slash c   আৰু এন্টাৰ টিপক ।
+
|এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক  echo space minus e চিংগল কোট t Enter a Command back slash c   আৰু এন্টাৰ টিপক ।
 
|-
 
|-
 
|2:32
 
|2:32
|আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে । 
+
|আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে
 
|-
 
|-
 
|2:38
 
|2:38
|আপোনি ছাগে জানিব বিছাৰে লিনাক্স  kernelঅৰ কোনটো  সংস্কৰণ আপোনি চলাই আছে।
+
|আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো  সংস্কৰণ আপোনি চলাই আছে।
 
|-
 
|-
 
|2:43
 
|2:43
|এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য  জানিবলৈ আমাৰ উচৰত uname command আছে. promptঅত লিখক uname space hyphen r আৰু এন্টাৰ টিপক  
+
|এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক  
 
|-
 
|-
 
|2:58
 
|2:58
|আপোনাৰ username জানিবলৈ, promptত লিখক who space am space I আৰু এন্টাৰ টিপক 
+
|আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|3:11
 
|3:11
Line 73: Line 73:
 
|-
 
|-
 
|3:21
 
|3:21
|কেতিয়াবা আপোনাৰ login passwordটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন  কৰিবলৈ বিছাৰিব পাৰে।
+
|কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন কৰিবলৈ বিছাৰিব পাৰে।
 
|-
 
|-
 
|3:28
 
|3:28
|ইয়াৰ বাবে  passwd কমান্ড আছে । prompt ত লিখক 
+
|ইয়াৰ বাবে  পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক 
<p>p-a-s-s-w-d আৰু এন্টাৰ টিপক  
+
<p>p-a-s-s-w-d আৰু এন্টাৰ টিপক  
 
|-
 
|-
 
|3:37
 
|3:37
|আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান password লিখিবলৈ সোধিব।
+
|আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান পাছৱৰ্ৰদ লিখিবলৈ সোধিব।
 
|-
 
|-
 
|3:43
 
|3:43
|আমি ইয়াত আমাৰ system ৰ বর্তমান password টাইপ কৰিম।
+
|আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান পাছৱৰ্ৰদ টাইপ কৰিম।
 
|-
 
|-
 
|3:48
 
|3:48
|যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন password লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
+
|যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
 
|-
 
|-
 
|4:02
 
|4:02
|কিন্তু  কি হব যদি আমি বর্তমানৰ password পাহৰি যাও?
+
|কিন্তু  কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও?
 
|-
 
|-
 
|4:06
 
|4:06
|তেতিয়াও বর্তমানৰ password নাজানাকৈ password পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল 
+
|তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল 
root user দ্বাৰা  কৰিব পৰা যাব
+
root user দ্বাৰা  কৰিব পৰা যাব
 
|-
 
|-
 
|4:1৪
 
|4:1৪
| এতিয়া root user কোন হয় ?  
+
| এতিয়া root user কোন হয় ?
 
+
 
|-
 
|-
 
|4:18
 
|4:18
Line 103: Line 102:
 
|-
 
|-
 
|4:22
 
|4:22
|উইন্ডোজত administrator status -প্রাপ্ত   ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
+
|উইন্ডোজত administrator status -প্রাপ্ত   ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
 
|-
 
|-
 
|4:30
 
|4:30
Line 109: Line 108:
 
|-
 
|-
 
|4:36
 
|4:36
|টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক  
+
|টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক  
 
|-
 
|-
 
|4:42
 
|4:42
|এইটোৱে আপোনক বর্তমান  সময় আৰু তাৰিখ দেখোৱাব।
+
|এইটোৱে আপোনক বর্তমান সময় আৰু তাৰিখ দেখোৱাব।
 
|-
 
|-
 
|4:45
 
|4:45
Line 118: Line 117:
 
|-
 
|-
 
|4:54
 
|4:54
|প্রম্পটত লিখকdate space plus 'percent' sign capital T আৰু এন্টাৰ টিপক   
+
|প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক  
 
|-
 
|-
 
|5:07
 
|5:07
|এইটোৱে আমাক কেবল  ঘন্টা মিনিট আৰু সেকেন্ডৰ(hh: mm: ss) ফৰম্যাটেত সময় দেখায়    ।
+
|এইটোৱে আমাক কেবল  ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায়   ।
 
|-
 
|-
 
|5:12
 
|5:12
|প্রম্পটত লিখক date space plus 'percentage sign small h  আৰু এন্টাৰ টিপক 
+
|প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h  আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|5:23
 
|5:23
Line 130: Line 129:
 
|-
 
|-
 
|5:25
 
|5:25
|প্রম্পটত লিখক date space plus percentage sign small m আৰু এন্টাৰ টিপক  
+
|প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক  
 
|-
 
|-
 
|5:38
 
|5:38
|এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ০২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে  এইটোক মিলাওক।
+
|এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে  এইটোক মিলাওক।
 
|-
 
|-
 
|5:50
 
|5:50
|প্রম্পটত লিখক date space plus percentage sign small y  আৰু এন্টাৰ টিপক ।
+
|প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y  আৰু এন্টাৰ টিপক ।
 
|-
 
|-
 
|6:01
 
|6:01
|এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায়  ।
+
|এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায়
 
|-
 
|-
 
|6:05
 
|6:05
|আমি এই অপশনবোৰক মিলাব পাৰো| উদাহৰনস্বৰুপে প্রম্পটত লিখক date space plus double quotesত percentage small h percentage সৰু ফলা y আৰু  এন্টাৰ টিপক 
+
|আমি এই অপশনবোৰক মিলাব পাৰো| উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু  এন্টাৰ টিপক 
 
|-
 
|-
 
|6:34
 
|6:34
|ইয়াত ফেব্রুয়াৰী ১১ দেখাইছে।
+
|ইয়াত ফেব্রুয়াৰী 11 দেখাইছে।
 
|-
 
|-
 
|6:39
 
|6:39
|অনয়এটি সম্পর্কযুক্ত কমান্ড হল- cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ  ক্যালেন্ডাৰ  দেখিবলৈ সাহায্য কৰে ।
+
|অনয়এটি সম্পর্কযুক্ত কমান্ড হল cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ  ক্যালেন্ডাৰ  দেখিবলৈ সাহায্য কৰে ।
 
|-
 
|-
 
|6:48
 
|6:48
|বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক 
+
|বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|6:56
 
|6:56
|যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওকdecember 2070 প্রম্পটত লিখক ‘ cal ' space ১২  space ২০৭০  আৰু এন্টাৰ টিপক 
+
|যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12  স্পেচ 2070  আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|7:13
 
|7:13
|এইটোৱে ডিসেম্বৰৰ ২০৭০ৰ ক্যালেন্ডাৰ দেখায়  ।
+
|এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায়
 
|-
 
|-
 
|7:19
 
|7:19
|পৰবর্তী আলোচনাৰ  পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত  আলোচনা কৰা যাওক ।
+
|পৰবর্তী আলোচনাৰ  পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক ।
 
|-
 
|-
 
|7:26
 
|7:26
|লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া  প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
+
|লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া  প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
 
|-
 
|-
 
|7:34
 
|7:34
|দৈনন্দিন জীবনত  ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে  লিনাক্স ফাইল  তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
+
|দৈনন্দিন জীবনত  ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে  লিনাক্স ফাইল  তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
 
|-
 
|-
 
|7:48
 
|7:48
|পিছত  ডিৰেক্টৰী কি হয়?
+
|পিছত  ডিৰেক্টৰী কি হয়?
 
|-
 
|-
 
|7:52
 
|7:52
|এটি ডিৰেক্টৰকীক  ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক  হিসাবে ভাবা হয়।
+
|এটি ডিৰেক্টৰকীক  ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক হিসাবে ভাবা হয়।
 
|-
 
|-
 
|7:58
 
|7:58
|এটা ডিৰেক্টৰীয়ে ফাইলবোৰক  শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ  সাহায্য কৰে।
+
|এটা ডিৰেক্টৰীয়ে ফাইলবোৰক  শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ  সাহায্য কৰে।
 
|-
 
|-
 
|8:04
 
|8:04
|এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় 
+
|এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় 
 
|-
 
|-
 
|8:08
 
|8:08
|লিনাক্স কম্পিউটাৰত আমি যেতিয়া  login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে  থাকো । home directory চাবলৈ প্রম্পটত লিখকecho space dollar HOME capitalত আৰু এন্টাৰ টিপক।
+
|লিনাক্স কম্পিউটাৰত আমি যেতিয়া  login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে  থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক।
 
|-
 
|-
 
|8:27
 
|8:27
|পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ  present working directory বোঝায় । প্রম্পটত  pwd লিখক আৰু এন্টাৰ টিপক ।
+
|পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ  present working directory বোঝায় । প্রম্পটত  pwd লিখক আৰু এন্টাৰ টিপক ।
 
|-
 
|-
 
|8:42
 
|8:42
| এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো ।ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে  
+
| এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে
 
|-
 
|-
 
|8:56
 
|8:56
Line 193: Line 192:
 
|-
 
|-
 
|9:01
 
|9:01
|আউটপুট-টি  লক্ষ্য কৰক 
+
|আউটপুট-টি লক্ষ্য কৰক 
 
|-
 
|-
 
|9:04
 
|9:04
|ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় ।   .
+
|ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় ।   .
 
|-
 
|-
 
|9:08
 
|9:08
|ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক option আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক  ls space minus minus all আৰু এন্টাৰ টিপক 
+
|ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক  ls space minus minus all আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|9:24
 
|9:24
|এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ( ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি  বিন্দুৰ সৈতে  আৰম্ভ হোৱা ফাইলৰ নাম ।
+
|এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে  আৰম্ভ হোৱা ফাইলৰ নাম ।
 
|-
 
|-
 
|9:33
 
|9:33
|যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বোচাৰো, তেনেহলে  আমি minus l অপশন  ব্যবহাৰ কৰিব পাৰো।
+
|যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে আমি minus l অপশন ব্যবহাৰ কৰিব পাৰো।
 
|-
 
|-
 
|9:40
 
|9:40
|কমান্ড প্রম্পটত লিখক ls space minus small l আৰু এন্টাৰ টিপক 
+
|কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|9:50
 
|9:50
|এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য  জনায় |  এই অপশনৰবিভন্ন  অংশৰ  ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
+
|এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য জনায় | এই অপশনৰ বিভন্ন  অংশৰ  ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
 
|-
 
|-
 
|10:06
 
|10:06
| ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম  
+
| ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম
 
|-
 
|-
 
|10:11
 
|10:11
Line 220: Line 219:
 
|-
 
|-
 
|10:23
 
|10:23
|মাত্ৰ right angle bracket আৰু file nameৰ পিছত কমান্ড লিখক| ধৰক আমি লিখো কমান্ড প্রম্পটত  
+
|মাত্ৰ right angle bracket আৰু ফাইল নেমৰ পিছত কমান্ড লিখক| ধৰক আমি লিখো কমান্ড প্রম্পটত
ls space minus small l space right angle bracket space fileinfo আৰু এন্টাৰ টিপক ।  
+
ls স্পেচ minus সৰু ফলা l স্পেচ right angle bracket স্পেচ fileinfo আৰু এন্টাৰ টিপক ।
 
|-
 
|-
 
|10:46
 
|10:46
|এতিয়া সমস্ত ফাইল আৰু ডিরেক্টরী সংক্রান্ত  তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত  হৈছে  
+
|এতিয়া সমস্ত ফাইল আৰু ডিৰেক্টৰী সংক্রান্ত তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত হৈছে 
 
|-
 
|-
 
|10:54
 
|10:54
|কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে  আমাৰ উচৰত cat  কম্মন্দ আছে ।  লিখক cat space  তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক 
+
|কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে  আমাৰ উচৰত cat  কম্মন্দ আছে । লিখক cat স্পেচ  তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক 
 
|-
 
|-
 
|11:12
 
|11:12
|এতিয়া আপনি  ফাইলটির  ভিতৰৰ  লেখাখিনি দেখিব পাৰে । cat ৰ  অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে promptত cat space right angle bracket space filename ধৰক file1 আৰু  এন্টাৰ টিপক 
+
|এতিয়া আপোনি  ফাইলটোৰ  ভিতৰৰ  লেখাখিনি দেখিব পাৰে । cat ৰ  অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে প্ৰম্পটত cat স্পেচ right angle bracket স্পেচ filename ধৰক file1 আৰু  এন্টাৰ টিপক 
 
|-
 
|-
 
|11:36
 
|11:36
|যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটি  ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে  
+
|যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটো  ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে  
 
|-
 
|-
 
|11:42
 
|11:42
|তেনেহলে  ইয়াত কিছু লেখা যাওক ।
+
|তেনেহলে  ইয়াত কিছু লেখা যাওক ।
 
|-
 
|-
 
|11:50
 
|11:50
|এইবাৰ ইনপুটৰ শেষক বোঝাবলৈ এন্টাৰ টিপক ।
+
|এইবাৰ ইনপুটৰ শেষক বোজাবলৈ এন্টাৰ টিপক ।
 
|-
 
|-
 
|11:56
 
|11:56
|এতিয়া Ctrl আৰু D কী-দুটি  একলগে  টিপক 
+
|এতিয়া Ctrl আৰু D কী-দুটি একলগে  টিপক 
 
|-
 
|-
 
|12:05
 
|12:05
|যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক overwrite কৰি দিব।
+
|যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক ওভাৰ ৰাইট কৰি দিব।
 
|-
 
|-
 
|12:13
 
|12:13
|আপোনি যদি উপস্থিত  ফাইলটিক শেষৰলৈ নতুন লেখাটি  সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat space double right angle bracket space file1 আৰু এন্টাৰ টিপক ।
+
|আপোনি যদি উপস্থিত  ফাইলটিক শেষৰলৈ নতুন লেখাটি  সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat স্পেচ double right angle bracket স্পেচ file1 আৰু এন্টাৰ টিপক ।
 
|-
 
|-
|12:36  
+
|12:36
 
|অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই
 
|অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই
 
|-
 
|-
Line 257: Line 256:
 
|-
 
|-
 
|13:02
 
|13:02
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
+
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
 
|-
 
|-
 
|13:10
 
|13:10
 
|এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
+
  
 
|}
 
|}

Revision as of 13:26, 24 July 2014

Time Narration
0:00 নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই টিউটোৰীয়েলটিত আমি আপোনাক স্বাগত জনাইছো ।
0:06 এই টিউটোৰিয়েলত আমি লিনাক্সত কিছু অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে পৰিচিত হম ।
0:14 এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত কৰে ।
0:21 আমি দেখা কম্মান্দ টো হৈছে echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স কমান্ড case sensitive হয় ।
0:29 উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে।
0:36 এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক
0:43 Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কৰিবলৈ সাহায্য কৰে।
0:48 এই কমান্ডটিয়ে সমস্ত ইউনিক্স সিস্টেমত কাম নকৰিবও পাৰে।
0:52 টার্মিনেল খোলিবলৈ অন্য এটি টিউটোৰিয়েলত আগতেই এটি সাধাৰণ প্রক্রিয়া ব্যাখ্যা কৰা হৈছে ।
0:58 প্রম্পটত echo space hello world লিখক. এন্টাৰ টিপক ।
1:08 এইটোৱে স্ক্রিনত hello world লেখাটি প্রিন্ট কৰে।
1:14 আমি echo কমান্ডক এটা variableৰ মান প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ কৰো ।
1:19 প্রম্পটত echo space dollar ডাঙৰ ফলাত SHELL লিখক. এন্টাৰ টিপক ।
1:30 এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে
1:36 আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম।
1:42 ইয়াৰ বাবে আমি লিনাক্সত -e (hyphen e)option (বিকল্প) ব্যবহাৰ কৰিব লাগিব ।
1:46 সাধাৰণ escape sequence বোৰ হল ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
2:03 এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক echo space minus e চিংগল কোট t Enter a Command back slash c আৰু এন্টাৰ টিপক ।
2:32 আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে ।
2:38 আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো সংস্কৰণ আপোনি চলাই আছে।
2:43 এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক ।
2:58 আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক ।
3:11 ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়.
3:21 কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন কৰিবলৈ বিছাৰিব পাৰে।
3:28 ইয়াৰ বাবে পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক ।

p-a-s-s-w-d আৰু এন্টাৰ টিপক ।

3:37 আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান পাছৱৰ্ৰদ লিখিবলৈ সোধিব।
3:43 আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান পাছৱৰ্ৰদ টাইপ কৰিম।
3:48 যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
4:02 কিন্তু কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও?
4:06 তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল

root user দ্বাৰা কৰিব পৰা যাব

4:1৪ এতিয়া root user কোন হয় ?
4:18 এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়।
4:22 উইন্ডোজত administrator status -প্রাপ্ত ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
4:30 আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে ।
4:36 টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক ।
4:42 এইটোৱে আপোনক বর্তমান সময় আৰু তাৰিখ দেখোৱাব।
4:45 আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে।
4:54 প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক ।
5:07 এইটোৱে আমাক কেবল ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায় ।
5:12 প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h আৰু এন্টাৰ টিপক ।
5:23 এইটোৱে মাহৰ নাম দিয়ে।
5:25 প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক ।
5:38 এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে এইটোক মিলাওক।
5:50 প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y আৰু এন্টাৰ টিপক ।
6:01 এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায় ।
6:05 উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু এন্টাৰ টিপক ।
6:34 ইয়াত ফেব্রুয়াৰী 11 দেখাইছে।
6:39 অনয়এটি সম্পর্কযুক্ত কমান্ড হল cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ ক্যালেন্ডাৰ দেখিবলৈ সাহায্য কৰে ।
6:48 বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক ।
6:56 যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12 স্পেচ 2070 আৰু এন্টাৰ টিপক ।
7:13 এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায় ।
7:19 পৰবর্তী আলোচনাৰ পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক ।
7:26 লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
7:34 দৈনন্দিন জীবনত ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে লিনাক্স ফাইল তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
7:48 পিছত ডিৰেক্টৰী কি হয়?
7:52 এটি ডিৰেক্টৰকীক ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক হিসাবে ভাবা হয়।
7:58 এটা ডিৰেক্টৰীয়ে ফাইলবোৰক শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ সাহায্য কৰে।
8:04 এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় ।
8:08 লিনাক্স কম্পিউটাৰত আমি যেতিয়া login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক।
8:27 পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ present working directory বোঝায় । প্রম্পটত pwd লিখক আৰু এন্টাৰ টিপক ।
8:42 এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে
8:56 ls কমান্ড লিখক আৰু এন্টাৰ টিপক।
9:01 আউটপুট-টি লক্ষ্য কৰক ।
9:04 ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় । .
9:08 ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক ls space minus minus all আৰু এন্টাৰ টিপক ।
9:24 এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে আৰম্ভ হোৱা ফাইলৰ নাম ।
9:33 যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে আমি minus l অপশন ব্যবহাৰ কৰিব পাৰো।
9:40 কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক ।
9:50 এই অপশনৰ বিভন্ন অংশৰ ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
10:06 ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম
10:11 স্ক্রিনত এই সমস্ত তথ্যবোৰ প্রদর্শন কৰাৰ পৰিবর্তে, আমি সেইবোৰ এটি ফাইলত সংৰক্ষণ কৰিব পাৰো। প্রকৃততে, এই পদ্ধতিতে আমি এটি ফাইলক যিকোনো কমান্ডৰ আউটপুটক সংৰক্ষণ কৰিব পাৰো।
10:23 ধৰক আমি লিখো কমান্ড প্রম্পটত

ls স্পেচ minus সৰু ফলা l স্পেচ right angle bracket স্পেচ fileinfo আৰু এন্টাৰ টিপক ।

10:46 এতিয়া সমস্ত ফাইল আৰু ডিৰেক্টৰী সংক্রান্ত তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত হৈছে ।
10:54 কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে আমাৰ উচৰত cat কম্মন্দ আছে । লিখক cat স্পেচ তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক ।
11:12 এতিয়া আপোনি ফাইলটোৰ ভিতৰৰ লেখাখিনি দেখিব পাৰে । cat ৰ অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে প্ৰম্পটত cat স্পেচ right angle bracket স্পেচ filename ধৰক file1 আৰু এন্টাৰ টিপক ।
11:36 যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটো ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে ।
11:42 তেনেহলে ইয়াত কিছু লেখা যাওক ।
11:50 এইবাৰ ইনপুটৰ শেষক বোজাবলৈ এন্টাৰ টিপক ।
11:56 এতিয়া Ctrl আৰু D কী-দুটি একলগে টিপক ।
12:05 যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক ওভাৰ ৰাইট কৰি দিব।
12:13 আপোনি যদি উপস্থিত ফাইলটিক শেষৰলৈ নতুন লেখাটি সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat স্পেচ double right angle bracket স্পেচ file1 আৰু এন্টাৰ টিপক ।
12:36 অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই
12:50 এই টিউটোৰিয়েলৰ শেষলৈ আহিলো. কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13:02 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
13:10 এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, PoojaMoolya