Difference between revisions of "Ruby/C2/Logical-and-other-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 44: Line 44:
 
| 00.29
 
| 00.29
 
|ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
 
|ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
 
  
 
|-
 
|-
Line 69: Line 68:
 
| 00.51
 
| 00.51
 
| “double ampersand (&&)”  মানে,  “(and)”
 
| “double ampersand (&&)”  মানে,  “(and)”
 
  
 
|-
 
|-
Line 191: Line 189:
 
|-
 
|-
 
| 03.07
 
| 03.07
|সাঙ্কেতিক “or”, মানে, “||double pipe)”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে ।
+
|সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে ।
  
 
|-
 
|-
Line 314: Line 312:
 
|-
 
|-
 
| 05.20
 
| 05.20
|“Parallel assignment”ৰ যৰিয়তে একাকী লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক চলক ইনিচিয়েলাইজ ( )কৰিব পাৰি ।
+
|“Parallel assignment”ৰ যৰিয়তে একাকী লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক চলক ইনিচিয়েলাইজ কৰিব পাৰি ।
  
 
|-
 
|-
Line 373: Line 371:
 
|-
 
|-
 
| 06.31
 
| 06.31
|
+
|আমি ২০ পাম ।
আমি ২০ পাম ।
+
  
 
|-
 
|-

Revision as of 10:20, 24 July 2014


Time' Narration
00.02 “Ruby”ৰ “Logical & Other Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিওটৰিয়েলত আমি শিকিম
00.09 Logical Operators
00.11 “Parallel assignment” আৰু
00.13 Range Operators
00.15 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.17 ‘‘উবুন্টু লিনাক্স 12.04
00.20 Ruby 1.9.3
00.23 এই টিওটৰিয়েল অনুকৰণ কৰিবলৈ “Linux”ত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷
00.29 ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
00.33 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷
00.38 লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় ।
00.42 কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে
00.45 আৰু “ট্ৰু” বা “ফলচ” ভেলু উভতাই ।
00.48 লাজিকেল অপাৰেটৰ হল,
00.51 “double ampersand (&&)” মানে, “(and)”
00.54 “double pipe” মানে, “(or)”
00.56 “Exclamation (!)”মানে, “(not)”
01.00 “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় ।
01.07 দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় ।
01.12 দুইটাৰ মাজত এটাই পাৰ্থক্য – “পূৰ্ববৰ্তী”
01.15 সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে ।
01.20 উদাহৰণ কিছোমান চাওঁ আহক ।
01.22 আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম ।
01.25 “Ctrl, Alt আৰু T” একেদায়ে টিপি “টাৰমিনেল” খোলক ।
01.31 “interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক
01.36 টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5” অৰ্থাৎ ৩>২ && ৪<৫
01.47 “এণ্টাৰ” টিপক
01.49 আমি আওতপুত “ট্ৰু” বোলি পাওঁ ।
01.53 ইয়াত “১ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ৩>2 “ট্ৰু” হয় ।
01.59 “২ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ৪>৫ “ট্ৰু” হয় ।
02.03 যিহেটো দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয়, সেয়েহে আমি আওতপুত “ট্ৰু” বোলি পাওঁ ।
02.08 এতিয়া পূৰ্ববৰ্তী কমাণ্ডটো পাবলৈ “আপ এৰ’” কি টিপক ।
02.12 আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে বদলি কৰক ।
02.17 “এণ্টাৰ” টিপক
02.19 আমি একেইটা ফলাফল পাম ।
02.22 এতিয়া পূৰ্ববৰ্তী কমাণ্ডটো পাবলৈ আকৌ “আপ এৰ’” টিপক ।
02.27 “১ নং এক্সপ্ৰেচন”ত “>”চিহ্ন “<”চিহ্নৰে বদলি কৰক
02.32 “এণ্টাৰ” টিপক
02.35 আমি আওতপুত “ফলচ” বোলি পাওঁ ।
02.38 কাৰণ “৩<২” “ফলচ” অৰ্থাৎ মিথ্যা হয় ।
02.43 যিহেটো প্ৰথম এক্সপ্ৰেচনটো “ফলচ”, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
02.49 সেই বাবে আমি আওতপুত “ফলচ” বোলি পাওঁ ।
02.53 “double pipe” আৰু “or” “ট্ৰু” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “ট্ৰু” হয় ।
02.59 দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “ফলচ” হয় ।
03.04 দুইটাৰ মাজত এটাই পাৰ্থক্য – “পূৰ্ববৰ্তী”
03.07 সাঙ্কেতিক “or”, মানে, “double pipe”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে ।
03.11 উদাহৰণ কিছোমান চাওঁ আহক ।
03.15 10 greater than 6 space double pipe space 12 less than 7
03.23 “এণ্টাৰ” টিপক
03.26 আমি আওতপুত “ট্ৰু” বোলি পাওঁ ।
03.29 ইয়াত “১ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ১০<৬ “ট্ৰু” হয় ।
03.35 যিহেটো প্ৰথম এক্সপ্ৰেচনটো “ট্ৰু”, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় ।
03.40 সেই বাবে আমি আওতপুত “ট্ৰু” বোলি পাওঁ ।
03.42 এতিয়া পূৰ্ববৰ্তী কমাণ্ডটো পাবলৈ “আপ এৰ’” টিপক ।
03.46 “১ নং এক্সপ্ৰেচন”ত “>”চিহ্ন “<”চিহ্নৰে বদলি কৰক
03.52 আৰু “pipe” চিহ্নটো “or” শব্দৰে বদলি কৰক ।
03.57 “এণ্টাৰ” টিপক
04.00 ইয়াত “১ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ১০<৬ “ফলচ” হয় ।
04.05 “২ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ১২>৭ “ফলচ” হয় ।
04.10 যিহেটো দুয়োটা এক্সপ্ৰেচন “ফলচ” হয়, সেয়েহে আমি আওতপুত “ফলচ” বোলি পাওঁ ।
04.15 “!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে ।
04.20 যদি “এক্সপ্ৰেচনটো” “ট্ৰু” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “ফলচ” ভেলু ৰিটাৰ্ন কৰিব ।
04.27 ই “ট্ৰু” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “ফলচ” হয় ।
04.30 দুইটাৰ মাজত এটাই পাৰ্থক্য – “পূৰ্ববৰ্তী”
04.33 সাঙ্কেতিক “not”, মানে, “ ! ”ৰ উচ্চতৰ “পূৰ্ববৰ্তী” আছে ।
04.37 “not” অপাৰেটৰটো চাওঁ কৰো আহক ।
04.40 প্ৰথমে টাইপ কৰক “10 double equal to 10”
04.45 “এণ্টাৰ” টিপক
04.47 আমি আওতপুত “ট্ৰু” বোলি পাওঁ ।
04.50 উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ,
04.53 এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক ।
04.57 টাইপ কৰক “Exclamation mark within brackets 10 double equal to 10”
05.04 “এণ্টাৰ” টিপক
05.06 আমি আওতপুত “ফলচ” বোলি পাওঁ ।
05.10 “irb” কনচ’ল নিকা কৰিবলৈ “Ctrl+L” একেদায়ে টিপক ।
05.15 এতিয়া “parallel assignment” কি চাওঁ আহক ।
05.20 “Parallel assignment”ৰ যৰিয়তে একাকী লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক চলক ইনিচিয়েলাইজ কৰিব পাৰি ।
05.26 “টাৰমিনেল” যাওক ।
05.29 “Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক ।
05.36 টাইপ কৰক “a comma b comma c equal to 10 comma 20 comma 30”
05.45 আৰু “এণ্টাৰ” টিপক ।
05.47 ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম ।
05.52 “২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম ।
05.54 “৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম ।
05.56 সোঁহাতৰ কাণ “এৰে” দৰে এক্ট কর্ম কৰে ।
06.01 যদি আমি আওহাতৰ ফালে গুণিতক চলক লিষ্ট কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে ।
06.10 আামি “এৰে” বিষয় পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম ।
06.14 বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক ।
06.20 “a” টাইপ কৰি “এণ্টাৰ” টিপক ।
06.23 “a” চলকত থকা “10” ডিচপ্লে হব ।
06.28 “b” টাইপ কৰি “এণ্টাৰ” টিপক ।
06.31 আমি ২০ পাম ।
06.33 “c” টাইপ কৰি “এণ্টাৰ” টিপক ।
06.37 ৩০ ডিচপ্লে হব ।
06.40 দুটা চলকত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অহে ।
06.45 a আৰু b’ৰ ভেলু আদান-প্ৰদান কৰো আহক ।
06.50 টাইপ কৰক “puts space within double quotes a equal to hash within curly brackets a comma within double quotes b equal to hash within curly brackets b”
07.11 “এণ্টাৰ” টিপক
07.13 আমি আওতপুত “a=১০” পাম
07.16 b=20
07.20 এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক ।
07.23 টাইপ কৰক -
07.25 a comma b equal to b comma a
07.31 “এণ্টাৰ” টিপক
07.33 এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰ” কি দুবাৰ টিপক ।
07.39 আমি আওতপুত এই দৰে পাম
07.41 a=20
07.44 b=10
07.47 এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয় হিকিম ।
07.50 “ৰেঞ্জ”ত থকা ভেলু সংখ্যা, কেৰেক্টাৰ, ইচ্ট্ৰীং বা অব্জেক্ট হব পাৰে ।
07.58 “চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
08.02 “চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমাগত ভেলুৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
08.06 ইয়াত এটা ষ্টাৰ্ট ভেলু , ভেলুৰ ৰেঞ্জ আৰু এটা এণ্ড ভেলু থাকে ।
08.13 “(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে ।
08.16 “(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
08.20 এটা ভেলু প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় ।
08.26 আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো ।
08.30 “ৰেঞ্জ’ৰ” উদাহৰণ চাওঁ আহক ।
08.33 “টাৰমিনেল” যাওক ।
08.36 টাইপ কৰক “Within brackets 1 two dots 10 then dot to underscore a”
08.46 “Two dot” অপাৰেটৰো “inclusive range” এটা উত্পন্ন কৰে ।
08.50 “Inclusive operator”ত ৰেঞ্জত থকা ষ্টাৰ্ট ভেলু আৰু এটা এণ্ড ভেলু দুয়োটা থাকে ।
08.57 ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা লিষ্টলৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
09.03 “এণ্টাৰ” টিপক
09.05 ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে ।
09.11 এতিয়া আমি “exclusive range” অপাৰেটৰ চাম ।
09.16 টাইপ কৰক “Within brackets 1 three dots 10 then dot to underscore a”
09.27 তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে ।
09.31 “Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ ভেলুটো সন্নিবিষ্ট নকৰে ।
09.37 “এণ্টাৰ” টিপক
09.39 ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে ।
09.45 এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক ।
09.50 টাইপ কৰক “Within brackets 1 two dots 10 three times equal to and then 5”
10.00 “এণ্টাৰ” টিপক
10.02 এটা ভেলু ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় ।
10.07 আমি আওতপুত “ট্ৰু” বোলি পাওঁ যিহেটো ৫ ১-১০’ৰ ৰেঞ্জত থাকে ।
10.14 স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল ।
10.17 আমি এই টিওটৰিয়েলত শিকিলো
10.20 Logical operator i.e double ampersand, double pipe and exclamation mark operators
10.27 Parallel assignment Ex: a,b,c=10,20,30
10.34 Range Operator Inclusive operator (..) and Exclusive operator(...)
10.39 কাৰ্য্য হিচাবে কৰক
10.41 “Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু
10.45 তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক
10.49 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
10.52 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
10.56 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
11.00 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে :
11.03 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
11.05 এটা অন্‌লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11.09 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
11.15 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11.19 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
11.25 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
11.34 এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে.
11.38 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya