Difference between revisions of "Ruby/C2/Logical-and-other-Operators/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00.02 |“Ruby”ৰ “Logical & Other Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপো…') |
|||
Line 191: | Line 191: | ||
|- | |- | ||
| 03.07 | | 03.07 | ||
− | |সাঙ্কেতিক “or”, মানে, “|| | + | |সাঙ্কেতিক “or”, মানে, “||double pipe)”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে । |
|- | |- |
Revision as of 10:18, 24 July 2014
Time' | Narration | |
00.02 | “Ruby”ৰ “Logical & Other Operators”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । | |
00.06 | এই টিওটৰিয়েলত আমি শিকিম | |
00.09 | Logical Operators | |
00.11 | “Parallel assignment” আৰু | |
00.13 | Range Operators | |
00.15 | ইয়াত আমি ব্যৱহাৰ কৰিছো | |
00.17 | ‘‘উবুন্টু লিনাক্স 12.04 | |
00.20 | Ruby 1.9.3 | |
00.23 | এই টিওটৰিয়েল অনুকৰণ কৰিবলৈ “Linux”ত ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাটো দৰকাৰ ৷ | |
00.29 | ইয়াৰ বাবে আপোনি “irb” বিষয় জনাটো দৰকাৰ
| |
00.33 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷ | |
00.38 | লাজিকেল অপাৰেটৰক “Boolean Operator” বোলিও জনা যায় । | |
00.42 | কাৰণ ই এক্সপ্ৰেচন এটাৰ অংশবোৰ মূল্যাংকন কৰে | |
00.45 | আৰু “ট্ৰু” বা “ফলচ” ভেলু উভতাই । | |
00.48 | লাজিকেল অপাৰেটৰ হল, | |
00.51 | “double ampersand (&&)” মানে, “(and)”
| |
00.54 | “double pipe” মানে, “(or)” | |
00.56 | “Exclamation (!)”মানে, “(not)” | |
01.00 | “&&(double ampersand)” আৰু “and” “ট্ৰু” বোলি ইভালুৱেট হ'ব যদিহে দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয় । | |
01.07 | দ্বিতীয় এক্সপ্ৰেচনটো মূল্যাংকন হ’ব যদিহে প্ৰথমটো “ট্ৰু” হয় । | |
01.12 | দুইটাৰ মাজত এটাই পাৰ্থক্য – “পূৰ্ববৰ্তী” | |
01.15 | সাঙ্কেতিক “and”, মানে, “&&(double ampersand)”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে । | |
01.20 | উদাহৰণ কিছোমান চাওঁ আহক । | |
01.22 | আমি ইয়াৰ বাবে “irb” ব্যৱহাৰ কৰিম । | |
01.25 | “Ctrl, Alt আৰু T” একেদায়ে টিপি “টাৰমিনেল” খোলক । | |
01.31 | “interactive Ruby” উৎক্ষেপ কৰিবলৈ “irb” টাইপ কৰি “এণ্টাৰ” টিপক | |
01.36 | টাইপ কৰক – “3 greater than 2 space double ampersand space 4 less than 5” অৰ্থাৎ ৩>২ && ৪<৫ | |
01.47 | “এণ্টাৰ” টিপক | |
01.49 | আমি আওতপুত “ট্ৰু” বোলি পাওঁ । | |
01.53 | ইয়াত “১ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ৩>2 “ট্ৰু” হয় । | |
01.59 | “২ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ৪>৫ “ট্ৰু” হয় । | |
02.03 | যিহেটো দুয়োটা এক্সপ্ৰেচন “ট্ৰু” হয়, সেয়েহে আমি আওতপুত “ট্ৰু” বোলি পাওঁ । | |
02.08 | এতিয়া পূৰ্ববৰ্তী কমাণ্ডটো পাবলৈ “আপ এৰ’” কি টিপক । | |
02.12 | আৰু “double ampersand(&&)” চিহ্নটো “and” শব্দৰে বদলি কৰক । | |
02.17 | “এণ্টাৰ” টিপক | |
02.19 | আমি একেইটা ফলাফল পাম । | |
02.22 | এতিয়া পূৰ্ববৰ্তী কমাণ্ডটো পাবলৈ আকৌ “আপ এৰ’” টিপক । | |
02.27 | “১ নং এক্সপ্ৰেচন”ত “>”চিহ্ন “<”চিহ্নৰে বদলি কৰক | |
02.32 | “এণ্টাৰ” টিপক | |
02.35 | আমি আওতপুত “ফলচ” বোলি পাওঁ । | |
02.38 | কাৰণ “৩<২” “ফলচ” অৰ্থাৎ মিথ্যা হয় । | |
02.43 | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “ফলচ”, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । | |
02.49 | সেই বাবে আমি আওতপুত “ফলচ” বোলি পাওঁ । | |
02.53 | “double pipe” আৰু “or” “ট্ৰু” হব, যদি দুয়োটা ভিতৰত যিকোনো এটা “এক্সপ্ৰেচন” “ট্ৰু” হয় । | |
02.59 | দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট হব যদিহে প্ৰথম এক্সপ্ৰেচনটো “ফলচ” হয় । | |
03.04 | দুইটাৰ মাজত এটাই পাৰ্থক্য – “পূৰ্ববৰ্তী” | |
03.07 | সাঙ্কেতিক “or”, মানে, “ | double pipe)”ৰ উচ্চতৰ পূৰ্ববৰ্তী আছে । |
03.11 | উদাহৰণ কিছোমান চাওঁ আহক । | |
03.15 | 10 greater than 6 space double pipe space 12 less than 7 | |
03.23 | “এণ্টাৰ” টিপক | |
03.26 | আমি আওতপুত “ট্ৰু” বোলি পাওঁ । | |
03.29 | ইয়াত “১ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ১০<৬ “ট্ৰু” হয় । | |
03.35 | যিহেটো প্ৰথম এক্সপ্ৰেচনটো “ট্ৰু”, সেয়েহে দ্বিতীয় এক্সপ্ৰেচনটো ইভালুৱেট নহয় । | |
03.40 | সেই বাবে আমি আওতপুত “ট্ৰু” বোলি পাওঁ । | |
03.42 | এতিয়া পূৰ্ববৰ্তী কমাণ্ডটো পাবলৈ “আপ এৰ’” টিপক । | |
03.46 | “১ নং এক্সপ্ৰেচন”ত “>”চিহ্ন “<”চিহ্নৰে বদলি কৰক | |
03.52 | আৰু “pipe” চিহ্নটো “or” শব্দৰে বদলি কৰক । | |
03.57 | “এণ্টাৰ” টিপক | |
04.00 | ইয়াত “১ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ১০<৬ “ফলচ” হয় । | |
04.05 | “২ নং এক্সপ্ৰেচন”, অৰ্থাৎ, ১২>৭ “ফলচ” হয় । | |
04.10 | যিহেটো দুয়োটা এক্সপ্ৰেচন “ফলচ” হয়, সেয়েহে আমি আওতপুত “ফলচ” বোলি পাওঁ । | |
04.15 | “!(exclamation mark)” আৰু “not” অপাৰেটৰে এক্সপ্ৰেচনটোৰ বিপৰীত মোল ঘূৰাই দিয়ে । | |
04.20 | যদি “এক্সপ্ৰেচনটো” “ট্ৰু” হয়, তেতিয়া “exclamation mark” অপাৰেটৰে “ফলচ” ভেলু ৰিটাৰ্ন কৰিব । | |
04.27 | ই “ট্ৰু” ৰিটাৰ্ন কৰিব যদিহে এক্সপ্ৰেচনটো “ফলচ” হয় । | |
04.30 | দুইটাৰ মাজত এটাই পাৰ্থক্য – “পূৰ্ববৰ্তী” | |
04.33 | সাঙ্কেতিক “not”, মানে, “ ! ”ৰ উচ্চতৰ “পূৰ্ববৰ্তী” আছে । | |
04.37 | “not” অপাৰেটৰটো চাওঁ কৰো আহক । | |
04.40 | প্ৰথমে টাইপ কৰক “10 double equal to 10” | |
04.45 | “এণ্টাৰ” টিপক | |
04.47 | আমি আওতপুত “ট্ৰু” বোলি পাওঁ । | |
04.50 | উপৰ’ৰ এক্সপ্ৰেচনটোৰ ফলাফল উলটি কৰিবলৈ, | |
04.53 | এক্সপ্ৰেচনটোৰ আগত “not” অপাৰেটৰ বহাওঁক । | |
04.57 | টাইপ কৰক “Exclamation mark within brackets 10 double equal to 10” | |
05.04 | “এণ্টাৰ” টিপক | |
05.06 | আমি আওতপুত “ফলচ” বোলি পাওঁ । | |
05.10 | “irb” কনচ’ল নিকা কৰিবলৈ “Ctrl+L” একেদায়ে টিপক । | |
05.15 | এতিয়া “parallel assignment” কি চাওঁ আহক । | |
05.20 | “Parallel assignment”ৰ যৰিয়তে একাকী লাইনৰ “Ruby” ক’ডৰ সহায়ত গুণিতক চলক ইনিচিয়েলাইজ ( )কৰিব পাৰি । | |
05.26 | “টাৰমিনেল” যাওক । | |
05.29 | “Parallel assignment” ব্যৱহাৰ কৰি তিনিটা ভেৰিয়েবল “a,b,c” ঘোষণা কৰক । | |
05.36 | টাইপ কৰক “a comma b comma c equal to 10 comma 20 comma 30” | |
05.45 | আৰু “এণ্টাৰ” টিপক । | |
05.47 | ইয়াত “১০”ক “a” ভেৰিয়েবল দি আৰোপ কৰিম । | |
05.52 | “২০”ক “b” ভেৰিয়েবল দি আৰোপ কৰিম । | |
05.54 | “৩০”ক “c” ভেৰিয়েবল দি আৰোপ কৰিম । | |
05.56 | সোঁহাতৰ কাণ “এৰে” দৰে এক্ট কর্ম কৰে । | |
06.01 | যদি আমি আওহাতৰ ফালে গুণিতক চলক লিষ্ট কৰো, তেতিয়া এৰেটো আনপেক্দ আৰু আনুষঙ্গিক () ভেৰিয়েবললৈ আৰোপ হয় থাকে । | |
06.10 | আামি “এৰে” বিষয় পাছত সৰ্বাঙ্গীন ভাবে অধ্যয়ন কৰিম । | |
06.14 | বৰ্তমান আমি “assignment”টো ভাল দৰে হৈছে নাই সেইটো অনুসন্ধান কৰো আহক । | |
06.20 | “a” টাইপ কৰি “এণ্টাৰ” টিপক । | |
06.23 | “a” চলকত থকা “10” ডিচপ্লে হব । | |
06.28 | “b” টাইপ কৰি “এণ্টাৰ” টিপক । | |
06.31 |
আমি ২০ পাম । | |
06.33 | “c” টাইপ কৰি “এণ্টাৰ” টিপক । | |
06.37 | ৩০ ডিচপ্লে হব । | |
06.40 | দুটা চলকত থকা ভেলু আদান-প্ৰদান কৰিবলৈও “Parallel assignment” কামত অহে । | |
06.45 | a আৰু b’ৰ ভেলু আদান-প্ৰদান কৰো আহক । | |
06.50 | টাইপ কৰক “puts space within double quotes a equal to hash within curly brackets a comma within double quotes b equal to hash within curly brackets b” | |
07.11 | “এণ্টাৰ” টিপক | |
07.13 | আমি আওতপুত “a=১০” পাম | |
07.16 | b=20 | |
07.20 | এতিয়া a আৰু b আদান-প্ৰদান কৰো আহক । | |
07.23 | টাইপ কৰক - | |
07.25 | a comma b equal to b comma a | |
07.31 | “এণ্টাৰ” টিপক | |
07.33 | এতিয়া “puts” কমাণ্ডটো পাবলৈ “আপ এৰ” কি দুবাৰ টিপক । | |
07.39 | আমি আওতপুত এই দৰে পাম | |
07.41 | a=20 | |
07.44 | b=10 | |
07.47 | এতিয়া আমি “Ruby”ত “range(বিস্তাৰ)”ৰ বিষয় হিকিম । | |
07.50 | “ৰেঞ্জ”ত থকা ভেলু সংখ্যা, কেৰেক্টাৰ, ইচ্ট্ৰীং বা অব্জেক্ট হব পাৰে । | |
07.58 | “চিকুৱেন্স (শৃংখল)” প্ৰকাশ কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । | |
08.02 | “চিকুৱেন্স ৰেঞ্জ” এটা ক্ৰমাগত ভেলুৰ ৰেঞ্জ উত্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় । | |
08.06 | ইয়াত এটা ষ্টাৰ্ট ভেলু , ভেলুৰ ৰেঞ্জ আৰু এটা এণ্ড ভেলু থাকে । | |
08.13 | “(..) দুটা ডট অপাৰেটৰে” “inclusive range” উত্পন্ন কৰে । | |
08.16 | “(...) তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । | |
08.20 | এটা ভেলু প্ৰধানকৈ কোন্তো ৰেঞ্জত পৰে তাকেই চিনাক্ত কৰিবলৈ “ৰেঞ্জ” ব্যৱহাৰ কৰা হয় । | |
08.26 | আমি এইটো “equality” (===) অপাৰেটৰ ব্যৱহাৰ কৰি কৰো । | |
08.30 | “ৰেঞ্জ’ৰ” উদাহৰণ চাওঁ আহক । | |
08.33 | “টাৰমিনেল” যাওক । | |
08.36 | টাইপ কৰক “Within brackets 1 two dots 10 then dot to underscore a” | |
08.46 | “Two dot” অপাৰেটৰো “inclusive range” এটা উত্পন্ন কৰে । | |
08.50 | “Inclusive operator”ত ৰেঞ্জত থকা ষ্টাৰ্ট ভেলু আৰু এটা এণ্ড ভেলু দুয়োটা থাকে । | |
08.57 | ইয়াত “to_a” মেথদটো “ৰেঞ্জ” এটা লিষ্টলৈ পৰিণত কৰিবলৈ ব্যৱহাৰ কৰা হয় । | |
09.03 | “এণ্টাৰ” টিপক | |
09.05 | ইয়াত আপোনি দেখা পাব যে ১ আৰু ১০ ৰেঞ্জত অন্তৰ্গত আছে । | |
09.11 | এতিয়া আমি “exclusive range” অপাৰেটৰ চাম । | |
09.16 | টাইপ কৰক “Within brackets 1 three dots 10 then dot to underscore a” | |
09.27 | তিনিটা ডট অপাৰেটৰে” “exclusive range” উত্পন্ন কৰে । | |
09.31 | “Exclusive range” অপাৰেটৰে শৃংখলৰ শেষৰ ভেলুটো সন্নিবিষ্ট নকৰে । | |
09.37 | “এণ্টাৰ” টিপক | |
09.39 | ইয়াত শেষৰ ভেলু ১০ ৰেঞ্জত সন্নিবিষ্ট নকৰে । | |
09.45 | এতিয়া ১-১০’ৰ ৰেঞ্জত ৫ আছে নে নাই চাওঁ আহক । | |
09.50 | টাইপ কৰক “Within brackets 1 two dots 10 three times equal to and then 5” | |
10.00 | “এণ্টাৰ” টিপক | |
10.02 | এটা ভেলু ৰেঞ্জত আছে নে নাই অনুসন্ধান কৰিবলৈ “Equality operator” ব্যৱহাৰ কৰা হয় । | |
10.07 | আমি আওতপুত “ট্ৰু” বোলি পাওঁ যিহেটো ৫ ১-১০’ৰ ৰেঞ্জত থাকে । | |
10.14 | স্পকেন টিওটৰিয়েল ইমানতে অন্ত পৰিল । | |
10.17 | আমি এই টিওটৰিয়েলত শিকিলো | |
10.20 | Logical operator i.e double ampersand, double pipe and exclamation mark operators | |
10.27 | Parallel assignment Ex: a,b,c=10,20,30 | |
10.34 | Range Operator Inclusive operator (..) and Exclusive operator(...) | |
10.39 | কাৰ্য্য হিচাবে কৰক | |
10.41 | “Parallel assignment” ব্যৱহাৰ কৰি দুটা চলক ঘোষনা কৰক আৰু | |
10.45 | তাহাতৰ যোগৰ ফলাফল ২০ আৰু ৫০ মাজত আছে নে নাই পৰীক্ষা কৰক | |
10.49 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । | |
10.52 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | |
10.56 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । | |
11.00 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে : | |
11.03 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | |
11.05 | এটা অন্লাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | |
11.09 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | |
11.15 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | |
11.19 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । | |
11.25 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | |
11.34 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. | |
11.38 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |