Difference between revisions of "Ruby/C3/Object-Oriented-Concept-in-Ruby/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00.01 | “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোন…')
 
Line 160: Line 160:
 
|  02.05
 
|  02.05
 
| এতিয়া আমি “class”ত “variables” বা “ভেৰিয়েবল” কিছোমান যোগ কৰিম ।  
 
| এতিয়া আমি “class”ত “variables” বা “ভেৰিয়েবল” কিছোমান যোগ কৰিম ।  
  Beneficial upokari
+
 
 
|-
 
|-
 
| 02.11
 
| 02.11

Revision as of 10:01, 24 July 2014


Time' Narration
00.01 “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিওটৰিয়েলত আমি শিকিম
00.08 classes
00.09 “objects” উত্পন্ন কৰা
00.10 “Ruby”ত “(মেথড)method” ডিফাইন কৰা ভিন্ন প্ৰকাৰ
00.13 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.14 ‘‘উবুন্টু লিনাক্স ১২.০৪
00.16 Ruby 1.9.3
00.19 "Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00.24 অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷
00.28 আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা বিষয়ে ৰোমন্থন কৰক ।
00.33 এতিয়া আামি সেই নিৰ্দেশিকালৈ যাওঁ আহক ।
00.35 “ruby hyphen tutorial” আৰু “classes” নিৰ্দেশিকালৈ ।
00.41 “Ruby” এক ৰকমৰ “object oriented” ভাষা হয় ।
00.44 “Ruby”ত প্ৰত্যেক দ্ৰব্য তাত্‍পৰ্য হয় ; ভেলু পৰা আদি কৰি “string” বা সংখ্যা লৈকে ।
00.49 “class” হল আনুষঙ্গিক “data” বা “functions”ৰ সমাহৰণ ।
00.53 ই ইনফৰমেইচন আয়োজন কৰাত সহায় কৰে ।
00.56 “object” হল “class” এটাৰ “instantiation” ।
01.00 “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়।
01.05 তাৰ পাছত “class”ৰ নাম ।
01.08 “end” ব্যৱহাৰ কৰি ইয়াক ধাৰ্য্য কৰা হয় ।
01.11 “class”ৰ উদাহৰণ এটা চাওঁ আহক ।
01.14 class Product
01.16 ruby code
01.17 end
01.20 “class” এটাৰ নাম সদায় বৰফলা দি আৰম্ভ হয়।
01.24 এটাতকৈ বেছি শব্দ থকা নামবোৰ কেমেলকেছ কৰা হয় ।
01.28 উদাহৰণ স্বৰূপে,
01.30 UserInformation
01.32 ProductInformation
01.34 পৰবৰ্তী ফাইলৰ নাম বিলাকত আন্দাৰস্কোৰ(_ ) ব্যৱহাৰ কৰি এই শব্দবোৰ বেলেগ কৰা হয়:
01.37 user underscore information
01.40 product underscore information
01.45 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01.48 নাম ৰাখক “class_definition.rb”
01.52 মোৰ লগত classes”ৰ ইমপ্লিমেন্টেছনৰ উদাহৰণ এটা আছে ।
01.57 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
02.02 মই এই উদাহৰণত “Order” নামৰ “class” এটা ঘোষণা কৰিছো ।
02.05 এতিয়া আমি “class”ত “variables” বা “ভেৰিয়েবল” কিছোমান যোগ কৰিম ।
02.11 তাৰ পাছত মই “myinstance” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰিম ।
02.15 আৰু মই ইয়াক মান এটা আৰোপ কৰিলো ।
02.18 মই “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো ।
02.21 আৰু মই ইয়াক মান এটা আৰোপ কৰিলো ।
02.24 এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো ।
02.30 টাইপ কৰক “puts Order dot instance underscore variables.”


02.36 নতুন লাইনৰ বাবে এই লাইন দালৰ আগত যোগ কৰক “puts” কিবা কেৰেক্টাৰ “slash n” ।
02.43 সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক ।
02.51 এতিয়া কডটো সম্পাদন কৰো আহক ।
02.53 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
02.56 ruby space class underscore definition dot rb
03.02 আৰু আওতপুত চাওঁক
03.05 আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো দেখা পাব ।
03.09 এতিয়া আহক টাইপ কৰো “puts Order dot class underscore variables.”
03.15 আমি দিমাৰকেছনটো লাইন দালৰ তলত কপি আৰু পেচ্ট কৰি চেভ কৰো আহক ।
03.21 “টাৰমিনেল” যাওক আৰু ফাইলটো আগৰ দৰে সম্পাদন কৰো আহক ।
03.26 আওতপুটত আপোনি ঘোষণা কৰা “ক্লাচ ভেৰিয়েবলটো” লগতে দেখা পাব ।
03.32 এতিয়া আপোনি আপোনাৰ নিজৰ “ক্লাছ” লিখিব পাৰিব লাগে ।
03.35 এতিয়া “object” কি চাওঁ আহক ।
03.40 “object” হল “class” এটাৰ “instance” ।
03.43 মানে হল যে “object” এটা ক্লাছ এটাৰ পৰা উত্পন্ন কৰা হয় ।
03.46 “object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব ।
03.52 “object” এটা আপোনি কি দৰে ঘোষণা কৰিব
03.54 আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো ।


03.58 আমি ইয়াত “Product class”ৰ “object” এটা ঘোষণা কৰিছো ।
04.02 ইয়াত “object” এটা উত্পন্ন হল ।
04.05 product = Product.new
04.09 এই প্ৰক্ৰিয়াকে “object”ৰ ইনিচিয়েলাইজেছন বুলি কোৱা হয় ।
04.12 এই “object”টোৰ টাইপ : “Product”
04.16 এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি চাওঁ আহক ।
04.20 “initialize(ইনিচিয়েলাইজ) মেথড” এটা “object” উত্পন্ন কৰা সময়ত মাতা হয় ।
04.26 “object”ত “new” মাতা লগে লগে দৰাচলতে আমি “initialize(ইনিচিয়েলাইজ) মেথড”টো আমন্ত্ৰণ কৰো ।
04.31 এটা “initialize(ইনিচিয়েলাইজ) মেথডে” “পেৰামিটাৰ”ৰ তালিকা এটাও লব পাৰে ।
04.37 অইন “Ruby methods”ৰ দৰেই, ইয়াক “def” কিৱৰ্ডৰ পাছত লিখা হয় ।
04.43 উদাহৰণ এটা চাওঁ আহক ।
04.46 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
04.50 নাম ৰাখক “object undescore initialize dot rb”
04.55 মোৰ লগত “object initialization”ৰ উদাহৰণ এটা আছে ।
05.00 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
05.04 মই “Order” নামৰ “class” এটা ঘোষণা কৰিছো ।
05.08 তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টো “আৰগুমেণ্ট”(argument) বিনে ঘোষণা কৰিছো ।
05.13 “I have created an object” মেচেজটো ডিচপ্লে কৰিবলৈ মই “puts method”টো ঘোষণা কৰিছো ।
05.20 তাৰ পাছত মই “Order dot new” বুলি ঘোষণা কৰিছো ।
05.24 ই “initialize(ইনিচিয়েলাইজ) মেথডে”টো মাতিব ।
05.27 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
05.31 ruby space object underscore initialize dot rb
05.36 আৰু আওতপুত চাওঁক
05.39 আওতপুটত “I have created an object” মেচেজটো দেখা পাব ।
05.43 এতিয়া আহক “gedit” যাওঁ আৰু মেথডটোত “আৰগুমেণ্ট”(argument) এটা যোগ কৰো ।
05.48 “puts”টো পৰিবৰ্ত্তন কৰো আহক ।
05.51 “আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই ডিচপ্লে কৰিব ।
05.55 এতিয়া টাইপ কৰো আহক
05.56 Order dot new(“I have created an object”).
06.04 ইয়াত আমি নতুন মেথডটোক আৰগুমেণ্ট এটা দিছো ।
06.08 এই “আৰগুমেণ্টটো” “initialize(ইনিচিয়েলাইজ) মেথড”টোত পাছ হব ।
06.13 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
06.16 ruby space object underscore initialize dot rb
06.20 আৰু আওতপুত চাওঁক ।
06.22 আওতপুটত “I have created an object” মেচেজটো দেখা পাব ।
06.29 এতিয়া আপোনি “object initialization” মানে কি বুজি পালে হয়টো ।
06.33 ৰোমন্থন কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে ।
06.39 ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰো “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় ।
06.45 যদি মেথড এটাৰ নামটোত এটাতকৈ বেচি শব্দ থাকে তেতিয়া “আন্দাৰস্কোৰ(_ )” ব্যৱহাৰ কৰা হয় ।
06.48 মেথদ এটাৰ নামত জোৰা লগাব পৰা কেৰেক্টাৰ কিছুমান হল :
06.54  ? (question-mark)
06.56 = (equal to)
06.58 প্ৰত্যেকটা কেৰেক্টাৰে মেথডটোক কিবা এটা অৰ্থ দিয়ে ।
07.02 উদাহৰণ চাওঁ আহক ।
07.05 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
07.09 নাম ৰাখক “class underscore methods dot rb” ।
07.14 মোৰ লগত “ফৰ” লুপৰ উদাহৰণ এটা আছে ।
07.17 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
07.21 মই ইয়াত “Order” নামৰ “class” এটা ঘোষণা কৰিছো ।
07.23 এতিয়া মোৰ লগত “breathe” আৰো “walk” নামৰ দুটা মেথদ আছে ।
07.28 দুইটা মেথদেই “def” আৰো “end” কিৱৰ্ডেৰে ডিফাইন কৰা হৈছে ।
07.32 তাৰ পাছত মই “object Animal” এটা ইনিচিয়েলাইজ কৰিলো ।
07.36 মই ইয়াক “animal” নামৰ ভেৰিয়েবল এটা সৰু আখৰ “a”ৰে আৰোপ কৰিলো ।
07.40 তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটা ইন্ভোক aahban কৰিলো ।
07.48 এতিয়া আহক প্ৰ’গ্ৰেমটো সম্পাদন কৰো ।
07.51 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
07.53 ruby space class underscore methods dot rb
07.58 আৰু আওতপুত চাওঁক ।
08.00 এই লাইন কেইটা :
08.02 “ I breathe”
08.03 “ I walk”
08.04 আপোনি প্ৰীন্ট হোৱা দেখা পাব ।
08.05 কাৰন আপোনি “breathe” আৰু “walk” মেথড দুটা ইন্ভোক কৰিছে ।
08.10 আমি মেথডৰ ভিতৰত ডিফাইন কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে ।
08.16 এতিয়া আগত প্ৰশ্ন বোধক চিন(?) থকা মেথড কেনেকৈ উত্পন্ন কৰে চাওঁ আহক ।
08.21 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
08.25 নাম ৰাখক “class underscore methods underscore with underscore trailing underscore characters dot rb”
08.35 মোৰ লগত “class methods” লগত থকা প্ৰশ্ন বোধক চিন ক’ডৰ উদাহৰণ এটা আছে ।
08.40 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
08.45 ইয়াত মই আগৰ উদাহৰণৰ দৰে একে ক্লাছ ব্যৱহাৰ কৰিছো ।
08.48 ইয়াত “breathe” মেথডৰ আগত প্ৰশ্ন বোধক চিন(?) আছে ।
08.52 এই মেথডবোৰ সাধাৰণতে “Boolean values” ৰিটাৰ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
08.55 ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হইছে ।
09.00 মেথডটো “animal dot breathe question-mark” ঘোষণা কৰি ইন্ভোক কৰা হয় ।
09.06 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
09.09 ruby space class underscore methods underscore with underscore trailing underscore characters dot rb আৰু আওতপুত চাওঁক ।
09.22 আওতপুটত “true” বোলি দেখা পাব ।
09.26 এতিয়া “walk” নামৰ আন এটা মেথদ ডিফাইন কৰো আহক ।
09.30 তাৰ কাষে কাষে “equal-to” চিহ্ন “=(ভেলু)” পাতক ।
09.36 আহক আমি এই মেথডটো “animal dot walk”ক মাতি ইন্ভোক কৰো ।
09.41 তাৰ পাছত এই মেথডটো সম্পাদন কৰক ।
09.44 “টাৰমিনেল” যাওক আৰু টাইপ কৰক
09.45 ruby class underscore methods underscore with underscore trailing underscore characters dot rb


09.52 আৰু আওতপুত চাওঁক ।
09.56 ই এটা “আনডিফাইন্দ মেথড” বোলি ইৰ'ৰ দেখাব ।
09.59 কাৰণ “equal-to” চিহ্নৰ আন এটা অৰ্থ আছে ।
10.03 ইয়াক মেথড এটাক ভেলু এটা আৰোপ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
10.08 আহক এইবাৰ মেথডটো অলপ আলগ প্ৰকাৰে ইন্ভোক কৰো ।
10.13 টাইপ কৰক “puts animal dot walk equal to “ hops””
10.17 এইবাৰ চাওঁ আহক ।
10.20 “টাৰমিনেল” যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুত চাওঁক ।
10.27 আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাৱ ।
10.30 ই প্ৰমাণ কৰে যে “equal-to” চিহ্ন মেথদৰ পিছত থকা মানে কাৰ্য্যভাৰ বুজায় ।
10.36 এতিয়া আপোনি আপোনাৰ নিজৰ “মেথড” লিখিব পাৰিব লাগে ।
10.42 আমি এই টিওটৰিয়েলত শিকিলো
10.44 “ক্লাছ” কেনেকৈ ঘোষণা কৰে
10.46 ক্লাছ এটাৰ “objects” কেনেকৈ উত্পন্ন কৰে
10.48 “Ruby”ত মেথড ডিফাইন কৰা ভিন্ন প্ৰকাৰ
10.52 কাৰ্য্য হিচাবে কৰক
10.54 ক্লাছ “Product” এটা ডিফাইন কৰক
10.56 “myvar”ৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড ডিফাইন কৰক ।
11.01 মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি ডিফাইন কৰিব ।
11.05 উৰ্দ্ধত মেথড দুটা ব্যৱহাৰ কৰি ক্লাছটোৰ অবজেক্ট এটা উত্পন্ন কৰক আৰু মান দিয়ক(set) আৰু লওঁক(get) ।
11.12 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
11.14 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
11.18 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
11.22 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে
11.24 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
11.27 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11.30 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
11.36 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11.39 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
11.46 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
11.56 মই অন্জনা নাইৰ ইয়াতে বিদায় লৈছো । ধন্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble