Difference between revisions of "Linux/C2/File-System/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- | 0:00 | Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম। |- | 0:04 |মই Ubuntu 10.04 ব্যৱহা…')
 
 
(7 intermediate revisions by 2 users not shown)
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
| 0:00
+
| 00:00
| Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম।
+
| লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
 
|-
 
|-
| 0:04
+
| 00:04
 
|মই  Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
 
|মই  Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
 
|-
 
|-
| 0:07
+
| 00:07
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে।
+
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে।
 
|-
 
|-
| 0:13
+
| 00:13
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা tutorial’ত উপলব্ধ।
+
|যদি আপোনি যানিব বিছাৰে, তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা স্পোকেন টিউটৰিয়েলত উপলব্ধ।
 
|-
 
|-
| 0:25
+
| 00:25
|লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়।
+
|লগতে মন কৰক যে লিনাক্চটো কেছ চেঞ্চিতিভ হয়।
 
|-
 
|-
| 0:28
+
| 00:28
| উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।  
+
| উল্লেখ নাথাকিলে এই টিউটৰিয়েলৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
 
|-
 
|-
| 0:36
+
| 00:36
| Linux’ত প্রায় সকলোবোৰেই এটা ফাইল হয়।  
+
| লিনাক্সত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
 
|-
 
|-
| 0:39
+
| 00:39
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।  
+
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
 
|-
 
|-
| 0:47
+
| 00:47
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্র য’ত তথ্য জমা কৰিব পৰা যায়।
+
|একেদৰে লিনাক্সত এটা ফাইল হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
 
+
|-  
|-
+
| 00:53
| 0:53
+
|এটা directory (দিৰেক্তৰি) কি?
|এটি দিৰেক্তৰি কি?
+
 
|-
 
|-
| 0:56
+
| 00:56
|দিৰেক্তৰি বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
+
|directory (দিৰেক্তৰি) বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়।
 
|-
 
|-
| 1:02
+
| 01:02
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।  
+
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
|-
+
|-  
| 1:08
+
| 01:08
 
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
 
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
 
|-
 
|-
| 1:12
+
| 01:12
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।  
+
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ দিৰেক্তৰিৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
 
|-
 
|-
| 1:20
+
| 01:20
 
|যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
 
|যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
 
|-
 
|-
| 1:31
+
| 01:31
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্রদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
+
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
 
|-
 
|-
| 1:42
+
| 01:42
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্রপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।  
+
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
 
|-
 
|-
| 1:55
+
| 01:55
|ফাইলৰ inode’ত প্রপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
+
|ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
| 2:08
+
|চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
+
 
|-
 
|-
|2:23
+
| 02:08
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।
+
|চিচটেমটোৱে ফাইল’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
 
|-
 
|-
| 2:37
+
|02:23
|আচলতে Linux’ত ৩ প্রকাৰৰ ফাইল থাকে:
+
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰো ধৰি ৰাখে।
 
|-
 
|-
| 2:41
+
| 02:37
|1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
+
|আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে:
 
|-
 
|-
| 2:48
+
| 02:41
|2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
+
|প্ৰথমটো হৈছে Regular বা সাধাৰণ ফাইল: য’ত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
 
|-
 
|-
| 2:52
+
| 02:48
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্রতিনিধিত্ব কৰো।
+
|দ্বিতীয়টো হৈছে Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
 
|-
 
|-
| 2:59
+
| 02:52
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
+
|তৃতীয়টো হৈছে Device Files: সকলো hardware device আৰু peripheral লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো।
 
|-
 
|-
| 3:15
+
| 02:59
| Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
+
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ লিনাক্স ফাইল. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ ফাইল’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
 
|-
 
|-
| 3:22
+
| 03:15
|ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে।
+
| লিনাক্সৰ সকলো ফাইল ’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
 
|-
 
|-
| 3:34
+
| 03:22
|একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে।  
+
|ধৰি লও এখন দিৰেক্তৰিত কিছো ফাইল আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে লিনাক্স File System Tree’ক জন্ম দিয়ে।
 
|-
 
|-
| 3:42
+
| 03:34
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে।
+
|একেবাৰে ওপৰত root আছে( যি frontslash (/)’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য ফাইল আৰু দিৰেক্তৰি থাকে।
 
|-
 
|-
| 3:51
+
| 03:42
|আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
+
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা ফাইল বা দিৰেক্তৰি আন এটালৈ পথোৱাত সহায় কৰে।
 
|-
 
|-
| 3:56
+
| 03:51
|এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
+
|আমি যিহেটো লিনাক্স file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
 
|-
 
|-
| 4:01
+
| 03:56
 +
|এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
 +
|-
 +
| 04:01
 
|বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
 
|বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
 
|-
 
|-
| 4:05
+
| 04:05
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে home directory’ত থাকিম।
+
|যেতিয়া আমি লিনাক্স system’ত login কৰিম, আমি দিফল্ট ৰূপে দিৰেক্তৰিত থাকিম।
 
|-
 
|-
| 4:11
+
| 04:11
|এতিয়া terminal’লৈ যাও
+
|এতিয়া টাৰ্মিনেললৈ যাও
 
|-
 
|-
| 4:13
+
| 04:13
| Ctrl+alt+T’এ Ubuntu terminal start কৰিবলৈ সহায় কৰে।
+
| Ctrl+alt+T’ ই  Ubuntu টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে।
 
|-
 
|-
| 4:17
+
| 04:17
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্রক্ৰিয়া দিয়া হৈছে।  
+
|হব পাৰে এই কম্মান্দ’টো সকলো unix system’ত নচলিব পাৰে. এটা টাৰ্মিনেল খোলিবলৈ এটা অন্য স্পকেন টিউটৰিয়েলত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
 
|-
 
|-
| 4:27
+
| 04:27
| home directory চাবলৈ, command prompt’ত type কৰক
+
| home directory চাবলৈ, কম্মান্দ প্ৰম্পটত টাইপ কৰক
"echo space dollar H-O-M-E capital’ত" আৰু enter press কৰক।
+
"echo space dollar H-O-M-E ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক
 
|-
 
|-
| 4:40
+
| 04:40
 
|ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
 
|ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
 
|-
 
|-
| 4:44
+
| 04:44
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।  
+
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
 
|-
 
|-
| 4:47
+
| 04:47
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়।. আকৌ আগৰ slide’লৈ যাওক।
+
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
 
|-
 
|-
| 4:56
+
| 04:56
|pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
+
|pwd কম্মান্দ’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
 
|-
 
|-
| 5:03
+
| 05:03
| command prompt’ত "pwd" type কৰক আৰু enter press কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
+
|কম্মান্দপ্ৰম্পটত "pwd" টাইপ কৰক আৰু এন্টাৰ টিপক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
 
|-
 
|-
| 5:13
+
| 05:13
 
|আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
 
|আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
 
|-
 
|-
| 5:17
+
| 05:17
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে।
+
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd কম্মান্দ আছে।
 
|-
 
|-
| 5:22
+
| 05:22
|আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
+
|আপোনি কম্মান্দটো টাইপ কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো টাইপ কৰক।
 
|-
 
|-
| 5:28
+
| 05:28
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter press কৰক।
+
| কম্মান্দ প্ৰম্পটত pwd টাইপ কৰি current directory আকৌ সাওক। এন্টাৰ টিপক।
 
|-
 
|-
|5:37
+
| 05:37
| গতিকে আমি এই directory’ত স্থাপন হ’লো।
+
| গতিকে আমি এই ডিৰেক্টৰীত স্থাপন হ’লো।
 
|-
 
|-
| 5:41
+
| 05:41
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে type
+
|এতিযা ধৰক আমি slash usr directory’লৈ মোভ কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter press কৰক।
+
"cd space slash usr"। মনত ৰাখিব ইয়াত লিনাক্স’ৰ slash মানে front slash আৰু এন্টাৰ টিপক।
 
|-
 
|-
| 5:56
+
| 05:56
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক।
+
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাইপ কৰক pwd আৰু এন্টাৰ টিপক।
 
|-
 
|-
| 6:03
+
| 06:03
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো  
+
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো
 
|-
 
|-
| 6:08
+
| 06:08
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্রক্রিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।  
+
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ হ'ল এইবোৰ প্ৰকৃত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
 
|-
 
|-
| 6:18
+
| 06:18
|ইয়াৰ সলনি আমি ৰিলেতিভ পাথনেম ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।  
+
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
 
|-
 
|-
| 6:23
+
| 06:23
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্রেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্রেজেন্ত কৰে।
+
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে।
 
|-
 
|-
| 6:36
+
| 06:36
 
|এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
 
|এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
 
|-
 
|-
| 6:40
+
| 06:40
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ হ’ম দিৰেক্তৰিলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।  
+
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
 
|-
 
|-
| 6:46
+
| 06:46
|কমান্দ প্রম্পতত "cd" তাইপ কৰক আৰু enter প্রেচ কৰক।
+
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক।
 
|-
 
|-
| 6:51
+
| 06:51
|এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
+
|এতিয়া pwd কম্মান্দ’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
 
|-
 
|-
| 6:55
+
| 06:55
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।
+
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata  
<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
+
 
 
|-
 
|-
| 7:01
+
| 07:01
|এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্রম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" আৰু এন্তাৰ প্রেচ কৰক।
+
|এতিয়া মিউচ্যিক দিৰেক্তৰিলৈ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ টিপক।
 +
 
 
|-
 
|-
| 7:13
+
| 07:13
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্রেচ কৰক।. চাওক আমি /home/gnuhata/Music মোভ কৰিলো।
+
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ টিপক। চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
 +
 
 
|-
 
|-
| 7:26
+
| 07:26
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।  
+
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।
 +
 
 
|-
 
|-
| 7:33
+
| 07:33
|কমান্দ প্রম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্রেচ কৰক।
+
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ টিপক।
 +
 
 
|-
 
|-
| 7:40
+
| 07:40
| pwd তাইপ কৰি প্রেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
+
| pwd তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
 +
 
 
|-
 
|-
| 7:51
+
| 07:51
 
|এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
 
|এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
 
|-
 
|-
| 7:58
+
| 07:58
|কমান্দ প্রম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
+
|কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
 +
 
 
|-
 
|-
| 8:09
+
| 08:09
|pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnuhata/Documents’ত আছো।
+
|pwd তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
 +
 
 
|-
 
|-
| 8:19
+
| 08:19
|control L প্রেচ কৰি স্ক্রিণ ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।  
+
|control L প্ৰেচ কৰি স্ক্ৰীন পৰিস্কাৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।
 
|-
 
|-
| 8:23
+
| 08:23
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্রেচ কৰক।
+
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ টিপক।
 
|-
 
|-
| 8:32
+
| 08:32
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।  
+
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰিলৈ চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।
 
|-
 
|-
| 8:41
+
| 08:41
|<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্রিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki>
+
|আমি ৰিলেতিভ পথত [dot dot] /’ৰে প্ৰিথক হুৱা [slash] যিকোনো নাম্বাৰএকেলগ কৰিব পাৰো।  
 +
 
 
|-
 
|-
| 8:47
+
| 08:47
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্রজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
+
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ অনুক্ৰম দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।  
+
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি হয়।
User নাম gnuhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
+
 
|-
 
|-
| 9:05
+
| 09:05
| গতিকে আমি এতিয়া /home/gnuhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।  
+
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
 
|-
 
|-
| 9:12
+
| 09:12
|কমান্দ প্রম্পতত তাইপ কৰক
+
|কমান্দ প্রম্পতত তাইপ কৰক "cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ টিপক।
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্রেচ কৰক।
+
 
|-
 
|-
| 9:23
+
| 09:23
|কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
+
|কমান্দ pwd’ৰ দ্বাৰা বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /bin [slash bin]ত আছো।  
<nowiki>আমি এতিয়া /bin [slash bin]ত আছো। </nowiki>
+
 
|-
 
|-
| 9:30
+
| 09:30
|<nowiki>প্রথমে .. [dot dot] আমাক /home/gnuhata ৰ পৰা [slash home slash gnuhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki>
+
| .. [dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home ‘ইয়ালৈ লৈ যায়।
  
 
|-
 
|-
| 9:37
+
| 09:37
|<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়।  
+
|ইয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়।
 
|-
 
|-
| 9:43
+
| 09:43
|এতিয়া মাই / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
+
|এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
 
|-
 
|-
| 9:48
+
| 09:48
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।  
+
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।
 
|-
 
|-
| 9:52
+
| 09:52
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।  
+
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।
 
+
 
|-
 
|-
| 9:56
+
| 09:56
|আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব।
+
|আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি বৰ্তমান দিৰেক্তৰিত বনোৱা হ’ব।
 
|-
 
|-
 
| 10:04
 
| 10:04
Line 256: Line 260:
 
|-
 
|-
 
| 10:15
 
| 10:15
|ই testdir দিৰেক্তৰি সফলভাবে বনাব। successfully.
+
|ই testdir দিৰেক্তৰি সফলভাবে বনাব।
 
|-
 
|-
 
| 10:19
 
| 10:19
Line 262: Line 266:
 
|-
 
|-
 
| 10:25
 
| 10:25
| আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।  
+
| আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।
 
|-
 
|-
 
| 10:30
 
| 10:30
|আমি যুগান ধৰা যিকোনো ত্রি ১টাত দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।  
+
|আমি যুগান ধৰা যিকোনো treeত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহাৰ কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু সেই নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।
 
|-
 
|-
 
| 10:43
 
| 10:43
|বহুতো দিৰেক্তৰি বা দিৰেক্তৰি প্রজ্যায়বোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
+
|বহুতো দিৰেক্তৰি বা দিৰেক্তৰি ক্ৰমবোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
 
|-
 
|-
 
| 10:49
 
| 10:49
|"mkdir space test1 space test2" তাইপ কৰি এন্তাৰ দবাৱক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব।
+
|"mkdir space test1 space test2" তাইপ কৰি এন্তাৰ টিপক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব।
 
|-
 
|-
 
| 11:06
 
| 11:06
|"mkdir space testtree space testtree slash test3" তাইপ কৰক।
+
|তাইপ কৰক "mkdir space testtree space testtree slash test3"
 
|-
 
|-
 
| 11:20
 
| 11:20
|ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।  
+
|ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।
 
|-
 
|-
 
| 11:28
 
| 11:28
|সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।  
+
|সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।
 
|-
 
|-
 
| 11:47
 
| 11:47
Line 286: Line 290:
 
|-
 
|-
 
| 11:56
 
| 11:56
|"rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।  
+
|"rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।
 
|-
 
|-
 
| 12:09
 
| 12:09
|এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি প্রজ্যায়ক্রমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু ই খালি।
+
|এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি অনুক্ৰমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু এই দিৰেক্তৰিটো খালি হয়।
 
|-
 
|-
 
| 12:23
 
| 12:23
|এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক
+
|এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক "cd space testtree slash test3"
"cd space testtree slash test3"
+
 
|-
 
|-
 
| 12:35
 
| 12:35
|সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি।
+
|সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি হয়।
 
|-
 
|-
 
| 12:42
 
| 12:42
|"rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।  
+
|"rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।
 
|-
 
|-
 
| 12:55
 
| 12:55
|আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।  
+
|আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো অনুক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।
 
|-
 
|-
 
| 13:02
 
| 13:02
|সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে  
+
|সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো অনুক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে
 
|-
 
|-
 
| 13:08
 
| 13:08
|তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।  
+
|তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।
 
|-
 
|-
 
| 13:14
 
| 13:14
 
|"cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
 
|"cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
|-
+
|-    
 
| 13:20
 
| 13:20
|এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।  
+
|এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।
 
|-
 
|-
 
| 13:24
 
| 13:24
|তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।  
+
|তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।
 
|-
 
|-
 
| 13:30
 
| 13:30
Line 323: Line 326:
 
|-
 
|-
 
| 13:38
 
| 13:38
|বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।  
+
|বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রঅনুক্ৰমবোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।
 
|-
 
|-
 
| 13:48
 
| 13:48
|কমান্দ প্রম্পতত তাইপ কৰক-  
+
|কমান্দ প্রম্পতত তাইপ কৰক- "rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।
"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।
+
 
|-
 
|-
 
| 14:02
 
| 14:02
|চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।  
+
|চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।
 
|-
 
|-
 
| 14:11
 
| 14:11
|কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।  
+
|কিন্তু ১টা বস্তু আপোনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।
 
|-
 
|-
 
| 14:19
 
| 14:19
Line 342: Line 344:
 
|-
 
|-
 
| 14:36
 
| 14:36
|সেয়ে এই linux tutorial’ত আমি শিকিলো Linux Files আৰু দিৰেক্তৰি আৰু কেনেকৈ Linux দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।  
+
|সেয়ে এই লিনাক্স টিউটৰিয়েলত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।
 
|-
 
|-
 
| 14:49
 
| 14:49
|এইখিনিতেই এই tutorial’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে।
+
|এইখিনিতেই এইটিউটৰিয়েল’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে।
 
|-
 
|-
 
| 15:03
 
| 15:03
|ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-
+
|ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-  
 
|-
 
|-
 
| 15:08
 
| 15:08
|আৰু এয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ  পৰা।
+
|এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ  পৰা এয়া হৈছে মৌচুমী মেধী ।
যোগদানৰ বাবে ধন্যবাদ।s
+
যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 17:17, 23 July 2014

Time Narration
00:00 লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম।
00:04 মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
00:07 আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে।
00:13 যদি আপোনি যানিব বিছাৰে, তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা স্পোকেন টিউটৰিয়েলত উপলব্ধ।
00:25 লগতে মন কৰক যে লিনাক্চটো কেছ চেঞ্চিতিভ হয়।
00:28 উল্লেখ নাথাকিলে এই টিউটৰিয়েলৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
00:36 লিনাক্সত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
00:39 গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
00:47 একেদৰে লিনাক্সত এটা ফাইল হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
00:53 এটা directory (দিৰেক্তৰি) কি?
00:56 directory (দিৰেক্তৰি) বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়।
01:02 এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
01:08 এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
01:12 ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ দিৰেক্তৰিৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
01:20 যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
01:31 যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
01:42 একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
01:55 ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
02:08 চিচটেমটোৱে ফাইল’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
02:23 আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰো ধৰি ৰাখে।
02:37 আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে:
02:41 প্ৰথমটো হৈছে Regular বা সাধাৰণ ফাইল: য’ত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
02:48 দ্বিতীয়টো হৈছে Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
02:52 তৃতীয়টো হৈছে Device Files: সকলো hardware device আৰু peripheral লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো।
02:59 এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ লিনাক্স ফাইল. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ ফাইল’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
03:15 লিনাক্সৰ সকলো ফাইল ’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
03:22 ধৰি লও এখন দিৰেক্তৰিত কিছো ফাইল আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে লিনাক্স File System Tree’ক জন্ম দিয়ে।
03:34 একেবাৰে ওপৰত root আছে( যি frontslash (/)’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য ফাইল আৰু দিৰেক্তৰি থাকে।
03:42 যদিহে আমি শুদ্ধ পথটো জানো, ই এটা ফাইল বা দিৰেক্তৰি আন এটালৈ পথোৱাত সহায় কৰে।
03:51 আমি যিহেটো লিনাক্স file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
03:56 এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
04:01 বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
04:05 যেতিয়া আমি লিনাক্স system’ত login কৰিম, আমি দিফল্ট ৰূপে দিৰেক্তৰিত থাকিম।
04:11 এতিয়া টাৰ্মিনেললৈ যাও
04:13 Ctrl+alt+T’ ই Ubuntu টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে।
04:17 হব পাৰে এই কম্মান্দ’টো সকলো unix system’ত নচলিব পাৰে. এটা টাৰ্মিনেল খোলিবলৈ এটা অন্য স্পকেন টিউটৰিয়েলত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
04:27 home directory চাবলৈ, কম্মান্দ প্ৰম্পটত টাইপ কৰক

"echo space dollar H-O-M-E ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক

04:40 ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
04:44 আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
04:47 কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
04:56 pwd কম্মান্দ’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
05:03 কম্মান্দপ্ৰম্পটত "pwd" টাইপ কৰক আৰু এন্টাৰ টিপক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
05:13 আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
05:17 কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd কম্মান্দ আছে।
05:22 আপোনি কম্মান্দটো টাইপ কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো টাইপ কৰক।
05:28 কম্মান্দ প্ৰম্পটত pwd টাইপ কৰি current directory আকৌ সাওক। এন্টাৰ টিপক।
05:37 গতিকে আমি এই ডিৰেক্টৰীত স্থাপন হ’লো।
05:41 এতিযা ধৰক আমি slash usr directory’লৈ মোভ কৰিব বিচাৰিছো। গতিকে টাইপ কৰক

"cd space slash usr"। মনত ৰাখিব ইয়াত লিনাক্স’ৰ slash মানে front slash আৰু এন্টাৰ টিপক।

05:56 এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাইপ কৰক pwd আৰু এন্টাৰ টিপক।
06:03 হয়। আমি slash usr directory’লৈ মুভ কৰিলো
06:08 ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ হ'ল এইবোৰ প্ৰকৃত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
06:18 ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
06:23 ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে।
06:36 এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
06:40 কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
06:46 কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক।
06:51 এতিয়া pwd কম্মান্দ’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
06:55 এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata
07:01 এতিয়া মিউচ্যিক দিৰেক্তৰিলৈ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ টিপক।
07:13 এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ টিপক। চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
07:26 মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।
07:33 কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ টিপক।
07:40 pwd তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
07:51 এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
07:58 কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
08:09 pwd তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
08:19 control L প্ৰেচ কৰি স্ক্ৰীন পৰিস্কাৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।
08:23 cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ টিপক।
08:32 আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰিলৈ চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।
08:41 আমি ৰিলেতিভ পথত [dot dot] /’ৰে প্ৰিথক হুৱা [slash] যিকোনো নাম্বাৰএকেলগ কৰিব পাৰো।
08:47 এই স্লাইদত, আমি ফাইল চিচতেম’ৰ অনুক্ৰম দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home

আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি হয়।

09:05 গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
09:12 কমান্দ প্রম্পতত তাইপ কৰক "cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ টিপক।
09:23 কমান্দ pwd’ৰ দ্বাৰা বৰ্তমান দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /bin [slash bin]ত আছো।
09:30 .. ই [dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home ‘ইয়ালৈ লৈ যায়।
09:37 ইয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়।
09:43 এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
09:48 এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।
09:52 দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।
09:56 আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি বৰ্তমান দিৰেক্তৰিত বনোৱা হ’ব।
10:04 testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক।
10:15 ই testdir দিৰেক্তৰি সফলভাবে বনাব।
10:19 মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই।
10:25 আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।
10:30 আমি যুগান ধৰা যিকোনো treeত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহাৰ কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু সেই নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।
10:43 বহুতো দিৰেক্তৰি বা দিৰেক্তৰি ক্ৰমবোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
10:49 "mkdir space test1 space test2" তাইপ কৰি এন্তাৰ টিপক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব।
11:06 তাইপ কৰক "mkdir space testtree space testtree slash test3" ।
11:20 ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।
11:28 সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।
11:47 mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
11:56 "rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।
12:09 এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি অনুক্ৰমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু এই দিৰেক্তৰিটো খালি হয়।
12:23 এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক "cd space testtree slash test3"
12:35 সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি হয়।
12:42 "rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।
12:55 আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো অনুক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।
13:02 সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো অনুক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে
13:08 তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।
13:14 "cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
13:20 এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।
13:24 তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।
13:30 testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল।
13:38 বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রঅনুক্ৰমবোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।
13:48 কমান্দ প্রম্পতত তাইপ কৰক- "rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।
14:02 চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।
14:11 কিন্তু ১টা বস্তু আপোনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।
14:19 সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক।
14:27 এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল।
14:36 সেয়ে এই লিনাক্স টিউটৰিয়েলত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।
14:49 এইখিনিতেই এইটিউটৰিয়েল’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে।
15:03 ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-
15:08 এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা এয়া হৈছে মৌচুমী মেধী ।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya