Difference between revisions of "LibreOffice-Suite-Impress/C4/Presentation-Notes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '=Resources for recording= Presentation Notes {| border=1 || '''Visual Cue''' || '''Narration''' |- ||00.00 ||লিবাৰঅফিছ ই…')
 
Line 21: Line 21:
 
||  00.14
 
||  00.14
 
|| শ্লাইডত দৰ্শকৰ বাবে অতিৰিক্ত সমল বা প্ৰসংগ হিচাপে
 
|| শ্লাইডত দৰ্শকৰ বাবে অতিৰিক্ত সমল বা প্ৰসংগ হিচাপে
 
 
 
|-
 
|-
 
|| 00.20
 
|| 00.20
Line 306: Line 304:
 
|| 06.21
 
|| 06.21
 
||এই টিউটৰিয়েলত আমি নোটছৰ বিষয়ে আৰু নোটছ কেনেকৈ প্ৰিণ্ট কৰা হয়, সেই বিষয়ে শিকিলো।
 
||এই টিউটৰিয়েলত আমি নোটছৰ বিষয়ে আৰু নোটছ কেনেকৈ প্ৰিণ্ট কৰা হয়, সেই বিষয়ে শিকিলো।
 
 
 
|-
 
|-
 
|| 06.27
 
|| 06.27
Line 371: Line 367:
 
|-
 
|-
 
||07.51
 
||07.51
||এই টিউটৰিয়েল আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদান কৰাৰ বাবে ধন্যবাদ।
+
||এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা.যোগদান কৰাৰ বাবে ধন্যবাদ।
 
|-
 
|-
 
|}
 
|}

Revision as of 10:51, 22 July 2014

Resources for recording

Presentation Notes

Visual Cue Narration
00.00 লিবাৰঅফিছ ইমপ্ৰেছত প্ৰেজেণ্টেশ্যন নোটছ্ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ।
00.06 এই টিউটৰিয়েলত আমি নোটছৰ বিষয়ে আৰু সেইবোৰ কেনেকৈ প্ৰিণ্ট কৰিব পাৰি, সেই বিষয়ে শিকিম।
00.12 নোটছ্ দুটা উদ্দেশ্যত ব্যৱহাৰ কৰা হয়—
00.14 শ্লাইডত দৰ্শকৰ বাবে অতিৰিক্ত সমল বা প্ৰসংগ হিচাপে
00.20 আৰু দৰ্শকৰ সন্মুখত শ্লাইড প্ৰদৰ্শন কৰি থকা সময়ত প্ৰদৰ্শকজনক প্ৰাসংগিক টোকাৰে সহায় কৰিবলৈ।
00.27 Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক।
00.33 বাওঁফালে থকা শ্লাইডচ্ পেনৰ পৰা Overview নামৰ শ্লাইডখন বাছনি কৰক।
00.38 কথাখিনি এই ধৰণে সলনি কৰক—
00.40 To achieve 30% shift to OpenSource software within 1 year
00.46 To achieve 95% shift to OpenSource Software within 5 years
00.53 পৃষ্ঠাটোত কিছুমান টোকা যোগ কৰা যাওক যাতে যেতিয়া ইয়াক প্ৰিণ্ট কৰা যায়, পঢ়ুৱৈয়ে কিছুমান প্ৰাসংগিক সমল ইয়াত পায়।
01.01 নোটছ সম্পাদনা কৰিবলৈ Notes টেবত ক্লিক কৰক।
01.04 এটা Notes টেক্সট্ বক্স শ্লাইডৰ তলফালে প্ৰদৰ্শিত হয়। ইয়াত আমি আমাৰ টোকা টাইপ কৰিব পাৰোঁ।
01.12 Click to Add Notes-অত ক্লিক কৰক।
01.15 লক্ষ্য কৰক যে এই বক্সটো আপুনি সম্পাদনা কৰিব পাৰে।
01.19 এই টেক্সট্ বক্সত টাইপ কৰক:
01.22 Management would like to explore cost saving from shifting to Open Source Software
01.28 Open source software has now become a viable option to proprietary software.
01.35 Open source software will free the company from arbitrary software updates of proprietary software. <Pause>
01.46 আমি আমাৰ প্ৰথমটো নোট তৈয়াৰ কৰিলো।
01.49 এতিয়া নোটছৰ টেক্সট্ কেনেকৈ ফৰমেট কৰিব পাৰি সেই বিষয়ে শিকা যাওক।
01.54 টেক্সট্‌খিনি চিলেক্ট কৰক।
01.56 ইমপ্ৰেছ উইণ্ড’ৰ ওপৰৰ বাওঁ কোণত থকা Font Type ড্ৰপ ডাউনত ক্লিক কৰক আৰু TlwgMono চিলেক্ট কৰক।
02.05 ইয়াৰ পিছত Font size ড্ৰপ ডাউনৰ পৰা 18 চিলেক্ট কৰক।
02.10 একেটা টাস্ক বাৰতে থকা বুলেট আইকনত ক্লিক কৰক। টেক্সট্‌খিনি এতিয়া বুলেট পইণ্ট যুক্ত হৈ পৰিল।
02.18 সকলোবোৰ নোটছ্ এটা ষ্টেণ্ডাৰ্ড ফৰমেটত সজাবলৈ এটা Notes Master কেনেকৈ তৈয়াৰ কৰে, সেই বিষয়ে শিকা যাওক।
02.25 মেইন মেনুৰ পৰা ভিউত ক্লিক কৰক আৰু তাৰপিছত মাষ্টাৰত ক্লিক কৰক। এতিয়া নোটছ্ মাষ্টাৰত ক্লিক কৰক।
02.33 নোটছ্ মাষ্টাৰ ভিউ ওলাই আহে।
02.36 লক্ষ্য কৰক যে দুখন শ্লাইড প্ৰদৰ্শিত হৈছে।
02.40 ইয়াৰ অৰ্থ এয়ে যে প্ৰেজেণ্টেশ্যনত ব্যৱহাৰ কৰা প্ৰত্যেকখন মাষ্টাৰ শ্লাইডৰ বাবে এখনকৈ নোটছ মাষ্টাৰ থাকে।
02.47 নোটছ্ মাষ্টাৰ শ্লাইড এখন টেমপ্লেটৰ দৰে।
02.51 ইয়াত আপুনি ফৰমেটিং প্ৰিফাৰেঞ্চ চেট কৰিব পাৰে, যিবোৰ পিছত প্ৰেজেণ্টেশ্যনৰ সকলোবোৰ নোটছত প্ৰয়োগ কৰা হয়।
02.58 শ্লাইডছ্‌ পেনৰ পৰা প্ৰথমখন শ্লাইড চিলেক্ট কৰক।
03.01 নোটছ্ প্লেচ হ’ল্ডাৰত ক্লিক কৰক আৰু ইয়াত থকা টেক্সট্‌খিনি চিলেক্ট কৰক।
03.08 ইমপ্ৰেছ উইণ্ড’ৰ ওপৰৰ বাওঁ কোণত থকা Font size ড্ৰপ ডাউনত ক্লিক কৰক আৰু 32 চিলেক্ট কৰক।
03.16 মেইন মেনুৰ পৰা Format আৰু Character-অত ক্লিক কৰক।
03.21 কেৰেক্টাৰ ডায়লগ বক্স ওলাই আহে।
03.24 ফণ্ট এফেক্টচ্ টেবত ক্লিক কৰক।
03.28 ফণ্ট কালাৰ ড্ৰপ ডাউনত ক্লিক কৰি Red চিলেক্ট কৰক। অ’কেত ক্লিক কৰক।
03.35 নোটছত এটা ল’গ’ যোগ দিয়া যাওক।
03.38 এটা ত্ৰিভূজ যোগ দিওঁ আহক।
03.40 ড্ৰয়িং টুলবাৰৰ পৰা বেছিক চেপত ক্লিক কৰক আৰু Isosceles Triangle চিলেক্ট কৰক।
03.48 নোটছ টেক্সট্ বক্সৰ ওপৰৰ বাওঁ কোণত ত্ৰিভুজটো ভৰাওক।
03.53 ত্ৰিভুজটো চিলেক্ট কৰক আৰু ৰাইট ক্লিক কৰি কনটেক্সট্ মেনু উলিয়াওক। Area-ত ক্লিক কৰক।
03.59 এৰিয়া ডায়লগ বক্স ওলাই আহে।
04.02 এৰিয়া টেবত ক্লিক কৰক।
04.05 ফিল ড্ৰপ ডাউনত ক্লিক কৰক আৰু কালাৰত ক্লিক কৰক। এতিয়া Blue 7 বাছনি কৰক।
04.12 তৈয়াৰ কৰা সকলোবোৰ নোটছৰ বাবে এই ফৰমেটিং আৰু ল’গ’টো ডিফল্ট হ’ব।
04.18 অ’কেত ক্লিক কৰক।
04.20 মষ্টাৰ ভিউ টুলবাৰত ক্ল’জ মাষ্টাৰ ভিউত ক্লিক কৰক।
04.25 মেইন পেনত নোটছ্ টেবত ক্লিক কৰক।
04.29 বাওঁফালৰ শ্লাইডছ পেনৰ পৰা অভাৰভিউ নামৰ শ্লাইডখন বাছনি কৰক।
04.35 লক্ষ্য কৰক, নোটছবিলাক মাষ্টাৰ নোটছত চেট কৰা ধৰণে ফৰমেট হৈছে।
04.42 এতিয়া নোটছ্ প্লেচ হ’ল্ডাৰ আৰু শ্লাইড প্লেচ হ’ল্ডাৰ কেনেকৈ ৰি-চাইজ কৰা যায়, সেই বিষয়ে শিকা যাওক।
04.48 শ্লাইড প্লেচ হ’ল্ডাৰ চিলেক্ট কৰক, লেফট্ মাউচ বাটন টিপি ধৰি ইয়াক স্ক্ৰীনৰ ওপৰলৈ লৈ যাওক।
04.56 ইয়ে নোটছ্ প্লেচ হ’ল্ডাৰ ৰি-চাইজ কৰিবলৈ অধিক ঠাই উলিয়াই দিয়ে।
05.02 এতিয়া নোটছ্ টেক্সট্ প্লেচ হ’ল্ডাৰৰ সীমাৰেখাত ক্লিক কৰক।
05.06 লেফট্ মাউচ বাটন টিপি ধৰি ৰাখি ইয়াৰ আকাৰ বঢ়াবলৈ ওপৰলৈ ড্ৰেগ কৰক।
05.13 আমাক লগা ধৰণে প্লেচ হ’ল্ডাৰ ৰি-চাইজ কৰিবলৈ আমি শিকিলো।
05.18 এতিয়া নোটছ কেনেকৈ প্ৰিণ্ট কৰা হয়, সেই বিষয়ে শিকা যাওক।
05.22 মেইন নেুৰ পৰা ফাইলত ক্লিক কৰক আৰু প্ৰিণ্ট চিলেক্ট কৰক।
05.27 প্ৰিণ্ট ডায়লগ বক্স ওলাই আহে।
05.30 প্ৰিণ্টাৰৰ তালিকাৰ পৰা আপোনাৰ চিষ্টেমৰ সৈতে যুক্ত হৈ থকা প্ৰিণ্টাৰ চিলেক্ট কৰক।
05.35 নাম্বাৰ অৱ কপিজ ফিল্ডত 2 ভৰ্তি কৰক।
05.40 প্ৰপাৰটিজত ক্লিক কৰক আৰু অৰিয়েণ্টেচনৰ অধীনত লেণ্ডস্কেপ চিলেক্ট কৰক। অ’কেত ক্লিক কৰক।
05.48 প্ৰিণ্ট ডকুমেণ্টৰ অধীনত ড্ৰপ ডাউন মেনুৰ পৰা নোটছ্ চিলেক্ট কৰক।
05.53 এতিয়া লিবাৰঅফিচ ইমপ্ৰেছ টেব চিলেক্ট কৰক।
05.58 কনটেণ্টৰ অধীনত
06.00 শ্লাইড নেম বক্সত চ্চেক (check) দিয়ক।
06.02 ডেট এণ্ড টাইম বক্সত চ্চেক (check) দিয়ক।
06.05 অৰিজিনেল কালাৰ বক্সত চ্চেক (check) দিয়ক।
06.08 প্ৰিণ্টত ক্লিক কৰক।
06.11 যদি আপোনাৰ প্ৰিণ্টাৰ চেটিং শুদ্ধকৈ কনফিগাৰ কৰা আছে, তেনেহ’লে শ্লাইড প্ৰিণ্ট হ’বলৈ আৰম্ভ কৰিব।
06.18 এইখিনিতে এই টিউটৰিয়েলৰ অন্ত পৰিছে।
06.21 এই টিউটৰিয়েলত আমি নোটছৰ বিষয়ে আৰু নোটছ কেনেকৈ প্ৰিণ্ট কৰা হয়, সেই বিষয়ে শিকিলো।
06.27 আপোনাৰ বাবে এটা এছাইনমেণ্ট।
06.30 এটা নতুন প্ৰেজেণ্টেশ্যন খোলক,
06.32 নোটছ্ প্লেচ হ’ল্ডাৰত বিষয়বস্তু যোগ দিয়ক আৰু
06.36 এটা ত্ৰিভুজ যোগ দিয়ক।

সমকোণ চতুর্ভুজ

06.38 ফণ্টৰ আকাৰ 36 আৰু ৰং নীলা কৰক।
06.44 ত্ৰিভুজৰ ৰং সেউজীয়া দিয়ক
06.48 শ্লাইড টেক্সট্ হ’ল্ডাৰৰ আনুপাতিক কৰি নোটছ্ প্লেচ হ’ল্ডাৰৰ আকাৰ এডজাষ্ট কৰক।
06.54 পোৰট্ৰেইট ফৰমেটত ক’লা-বগা কৰি নোটছ প্ৰিণ্ট কৰক।
06.59 আপুনি ৫ কপি নোটছ্ প্ৰিণ্ট কৰিব লাগিব।
07.03 এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
07.09 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07.13 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
07.22 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
07.28 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
07.41 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro লিংকত পোৱা যাব।
07.51 এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা.যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi