Difference between revisions of "PERL/C2/Data-Structures/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 3: | Line 3: | ||
! <center>'''Narration'''</center> | ! <center>'''Narration'''</center> | ||
|- | |- | ||
− | | 00 | + | | 00:00 |
| ' পার্লত ''Data Structures'''ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | | ' পার্লত ''Data Structures'''ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | ||
|- | |- | ||
− | | 00 | + | | 00:05 |
| এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structures'''ৰ বিষয়ে শিকিম | | এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structures'''ৰ বিষয়ে শিকিম | ||
|- | |- | ||
− | | 00 | + | | 00:11 |
| ইয়াত আমি '' ' Ubuntu Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 ''' ব্যবহাৰ কৰিছো | | ইয়াত আমি '' ' Ubuntu Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 ''' ব্যবহাৰ কৰিছো | ||
|- | |- | ||
− | | 00 | + | | 00:18 |
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম. | | আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম. | ||
|- | |- | ||
− | | 00 | + | | 00:22 |
| আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. | | আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. | ||
|- | |- | ||
− | | 00 | + | | 00:25 |
| আপোনাৰ '' ' পার্লত' (Perl)' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব | | আপোনাৰ '' ' পার্লত' (Perl)' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব | ||
|- | |- | ||
− | | 00 | + | | 00:29 |
| ''' comments, loops''' আৰু '''conditional statements'''ৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. | | ''' comments, loops''' আৰু '''conditional statements'''ৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. | ||
|- | |- | ||
− | | 00 | + | | 00:36 |
|অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব. | |অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব. | ||
|- | |- | ||
− | | 00 | + | | 00:41 |
| '' ' পার্লত (Perl)''' '' 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ আছে | | '' ' পার্লত (Perl)''' '' 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ আছে | ||
|- | |- | ||
− | | 00 | + | | 00:44 |
| ''Scalar''' | | ''Scalar''' | ||
|- | |- | ||
− | | 00 | + | | 00:45 |
| '''Array''' | | '''Array''' | ||
|- | |- | ||
− | | 00 | + | | 00:46 |
| ''Hash''' যাক ''' Associative Array ''' বোলিও কোৱা হয় | | ''Hash''' যাক ''' Associative Array ''' বোলিও কোৱা হয় | ||
|- | |- | ||
− | | 00 | + | | 00:50 |
| '''Scalar:''' এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ (data structure)' যিকোনো ' ডাটা টাইপ ''ৰ এটি মান ধৰি ৰাখে | | '''Scalar:''' এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ (data structure)' যিকোনো ' ডাটা টাইপ ''ৰ এটি মান ধৰি ৰাখে | ||
|- | |- | ||
− | | 00 | + | | 00:56 |
| '' ' ডাটা টাইপ (data type) ''' ' string, number, double ''' ইত্যাদি '' হব পাৰে | | '' ' ডাটা টাইপ (data type) ''' ' string, number, double ''' ইত্যাদি '' হব পাৰে | ||
|- | |- | ||
− | | 01 | + | | 01:01 |
| ই এটা'' ' array ''' বা এটা hash ''ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে | | ই এটা'' ' array ''' বা এটা hash ''ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে | ||
|- | |- | ||
− | | 01 | + | | 01:06 |
| '' ' মন কৰক ''' ''পার্লত ( Perl)" থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব. | | '' ' মন কৰক ''' ''পার্লত ( Perl)" থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব. | ||
|- | |- | ||
− | | 01 | + | | 01:11 |
| স্কালাৰ (scalar) নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই | | স্কালাৰ (scalar) নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই | ||
|- | |- | ||
− | | 01 | + | | 01:16 |
| '''$count = 12''' semicolon | | '''$count = 12''' semicolon | ||
|- | |- | ||
− | | 01 | + | | 01:20 |
| '' $string''' = একক উদ্ধৃতিত ''' 'I am scalar of type string' ''' ''' সেমিকোলন . | | '' $string''' = একক উদ্ধৃতিত ''' 'I am scalar of type string' ''' ''' সেমিকোলন . | ||
|- | |- | ||
− | | 01 | + | | 01:26 |
| আমি '' ' স্কালাৰত(scalar) '''নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো | | আমি '' ' স্কালাৰত(scalar) '''নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো | ||
|- | |- | ||
− | | 01 | + | | 01:30 |
| ইয়ালৈ এটি মান ধার্য কৰক | | ইয়ালৈ এটি মান ধার্য কৰক | ||
|- | |- | ||
− | | 01 | + | | 01:32 |
| এটা '' স্কালাৰক' (scalar) অন্য এটালৈ ধার্য কৰক | | এটা '' স্কালাৰক' (scalar) অন্য এটালৈ ধার্য কৰক | ||
|- | |- | ||
− | | 01 | + | | 01:35 |
|' নম্বৰত '''Arithmetic operations''' scalarবোৰ যেনে add, subtract ইত্যাদি | |' নম্বৰত '''Arithmetic operations''' scalarবোৰ যেনে add, subtract ইত্যাদি | ||
|- | |- | ||
− | | 01 | + | | 01:41 |
|স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে '''concatenation, substr''' ইত্যাদি | |স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে '''concatenation, substr''' ইত্যাদি | ||
|- | |- | ||
− | | 01 | + | | 01:48 |
| এতিয়া আমি "স্কালাৰ ডাটা স্ট্রাকচাৰ(scalar data structure) ''ৰ এটি উদাহৰণ চাও | | এতিয়া আমি "স্কালাৰ ডাটা স্ট্রাকচাৰ(scalar data structure) ''ৰ এটি উদাহৰণ চাও | ||
|- | |- | ||
− | | 01 | + | | 01:52 |
| টার্মিনাললৈ যাওক আৰু টাইপ কৰক ''gedit scalars dot pl''' স্পেস ''&''' আৰু এন্টাৰ টিপক | | টার্মিনাললৈ যাওক আৰু টাইপ কৰক ''gedit scalars dot pl''' স্পেস ''&''' আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | | 02 | + | | 02:01 |
| ই ' scalars ডট PL ফাইল geditত খোলে' | | ই ' scalars ডট PL ফাইল geditত খোলে' | ||
|- | |- | ||
− | | 02 | + | | 02:05 |
| পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. | | পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. | ||
|- | |- | ||
− | | 02 | + | | 02:09 |
| এইট স্কালৰলৈ '''declaration''' আৰু '''assignment''' হয় | | এইট স্কালৰলৈ '''declaration''' আৰু '''assignment''' হয় | ||
|- | |- | ||
− | | 02 | + | | 02:13 |
| এইবোৰ কিছো গাণিতিক অপাৰেশন (arithmetic operations) হয় যি নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় | | এইবোৰ কিছো গাণিতিক অপাৰেশন (arithmetic operations) হয় যি নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় | ||
|- | |- | ||
− | | 02 | + | | 02:19 |
| এইবোৰ কিছো স্ট্রিং অপাৰেশন (string operations) হয় যি স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় | | এইবোৰ কিছো স্ট্রিং অপাৰেশন (string operations) হয় যি স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় | ||
|- | |- | ||
− | | 02 | + | | 02:25 |
| ''substr''' এটা '''PERL ফাংশন'' হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ''' অংশ প্রদান কৰে | | ''substr''' এটা '''PERL ফাংশন'' হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ''' অংশ প্রদান কৰে | ||
|- | |- | ||
− | | 02 | + | | 02:30 |
| ইয়াত ' সূচক 0 এটি ''' স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো | | ইয়াত ' সূচক 0 এটি ''' স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো | ||
|- | |- | ||
− | | 02 | + | | 02:39 |
| আৰু 11য়ে ''অফসেট উল্লেখ কৰে যৰলৈকে আমি ' স্ট্রিং ''' আউটপুটত বিছাৰো | | আৰু 11য়ে ''অফসেট উল্লেখ কৰে যৰলৈকে আমি ' স্ট্রিং ''' আউটপুটত বিছাৰো | ||
|- | |- | ||
− | | 02 | + | | 02:46 |
| ফাইলটি সংৰক্ষণ কৰিবলৈ '''ctrl + s''' প্রেস কৰক' | | ফাইলটি সংৰক্ষণ কৰিবলৈ '''ctrl + s''' প্রেস কৰক' | ||
|- | |- | ||
− | | 02 | + | | 02:50 |
| তাৰপিছত টার্মিনাললৈ যাওক আৰু '' ' পার্ল স্ক্রিপ্টক ''' | | তাৰপিছত টার্মিনাললৈ যাওক আৰু '' ' পার্ল স্ক্রিপ্টক ''' | ||
|- | |- | ||
− | | 02 | + | | 02:55 |
|'' perl scalars dot pl''' হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক | |'' perl scalars dot pl''' হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | | 03 | + | | 03:00 |
| টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয় | | টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয় | ||
|- | |- | ||
− | | 03 | + | | 03:05 |
| এতিয়া, আমি পার্লত array data structure চাও | | এতিয়া, আমি পার্লত array data structure চাও | ||
|- | |- | ||
− | | 03 | + | | 03:09 |
|'' Array :''' উপাদানবোৰৰ এটা তালিকা হয় | |'' Array :''' উপাদানবোৰৰ এটা তালিকা হয় | ||
|- | |- | ||
− | | 03 | + | | 03:12 |
| উপাদানসমূহ 'স্ট্রিং, সংখ্যা''' ইত্যাদি'' হব পাৰে | | উপাদানসমূহ 'স্ট্রিং, সংখ্যা''' ইত্যাদি'' হব পাৰে | ||
|- | |- | ||
− | | 03 | + | | 03:16 |
| ইয়াত এটা index আছে যি 'অ্যাৰে''ত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয় | | ইয়াত এটা index আছে যি 'অ্যাৰে''ত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয় | ||
|- | |- | ||
− | | 03 | + | | 03:22 |
|'' Index ''' শূন্যৰে আৰম্ভ হয়. | |'' Index ''' শূন্যৰে আৰম্ভ হয়. | ||
|- | |- | ||
− | | 03 | + | | 03:25 |
| অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই. | | অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই. | ||
|- | |- | ||
− | | 03 | + | | 03:33 |
|'' Perl array ('পার্ল অ্যাৰে''')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে | |'' Perl array ('পার্ল অ্যাৰে''')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে | ||
|- | |- | ||
− | | 03 | + | | 03:39 |
| এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে; | | এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে; | ||
|- | |- | ||
− | | 03 | + | | 03:41 |
|''at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন | |''at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন | ||
|- | |- | ||
− | | 03 | + | | 03:54 |
|এতিয়া array data structureঅৰ এটা উদাহৰণ চাও | |এতিয়া array data structureঅৰ এটা উদাহৰণ চাও | ||
|- | |- | ||
− | | 03 | + | | 03:57 |
| 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক | | 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | | 04 | + | | 04:08 |
| এইটোৱে '' 'perlArray dot PL''' ফাইলটো 'gedit'ত খুলে. | | এইটোৱে '' 'perlArray dot PL''' ফাইলটো 'gedit'ত খুলে. | ||
|- | |- | ||
− | | 04 | + | | 04:12 |
| পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক. | | পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক. | ||
|- | |- | ||
− | | 04 | + | | 04:18 |
| এই'টো number array হয় যত number type (ধৰনৰ) উপাদান বোৰ আছে | | এই'টো number array হয় যত number type (ধৰনৰ) উপাদান বোৰ আছে | ||
|- | |- | ||
− | | 04 | + | | 04:23 |
| এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে | | এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে | ||
|- | |- | ||
− | | 04 | + | | 04:29 |
| এইটো 'অ্যাৰেত''' দুয়ুটা উপাদান'' number আৰু string টাইপ আছে. | | এইটো 'অ্যাৰেত''' দুয়ুটা উপাদান'' number আৰু string টাইপ আছে. | ||
|- | |- | ||
− | | 04 | + | | 04:34 |
| এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়. | | এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়. | ||
|- | |- | ||
− | | 04 | + | | 04:39 |
| এইধৰনে যি আমি' 'পার্লত 'অ্যাৰে'''ক প্রিন্ট কৰিব পাৰো | | এইধৰনে যি আমি' 'পার্লত 'অ্যাৰে'''ক প্রিন্ট কৰিব পাৰো | ||
|- | |- | ||
− | | 04 | + | | 04:43 |
| '' ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক | | '' ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক | ||
|- | |- | ||
− | | 04 | + | | 04:47 |
| তাৰপিছত টার্মিনাললৈ যাওক আৰু'' Perl script ক এনেধৰনে দেখোৱাওক | | তাৰপিছত টার্মিনাললৈ যাওক আৰু'' Perl script ক এনেধৰনে দেখোৱাওক | ||
|- | |- | ||
− | | 04 | + | | 04:52 |
|'' perl perlArray dot pl আৰু এন্টাৰ টিপক | |'' perl perlArray dot pl আৰু এন্টাৰ টিপক | ||
|- | |- | ||
− | | 04 | + | | 04:59 |
| এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয় | | এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয় | ||
|- | |- | ||
− | | 05 | + | | 05:04 |
| এতিয়া, আমি পার্লত Hash data structure চাও | | এতিয়া, আমি পার্লত Hash data structure চাও | ||
|- | |- | ||
− | | 05 | + | | 05:08 |
|'' Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় | |'' Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় | ||
|- | |- | ||
− | | 05 | + | | 05:12 |
| এইটো Key Value pair data structure হয় | | এইটো Key Value pair data structure হয় | ||
|- | |- | ||
− | | 05 | + | | 05:15 |
|' hashত Key অতুলনিয় হয় . | |' hashত Key অতুলনিয় হয় . | ||
|- | |- | ||
− | | 05 | + | | 05:18 |
|যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান '' keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ''' বাতিল (overridde) কৰা হব | |যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান '' keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ''' বাতিল (overridde) কৰা হব | ||
|- | |- | ||
− | | 05 | + | | 05:28 |
|'' Value ''' ডুপ্লিকেট হব পাৰে. | |'' Value ''' ডুপ্লিকেট হব পাৰে. | ||
|- | |- | ||
− | | 05 | + | | 05:30 |
| এটি কোনো 'ডাটা টাইপৰ''' মান'' 'ধৰি ৰাখে | | এটি কোনো 'ডাটা টাইপৰ''' মান'' 'ধৰি ৰাখে | ||
|- | |- | ||
− | | 05 | + | | 05:34 |
|'' hash '' এৰ সিনটেক্চ হয়; | |'' hash '' এৰ সিনটেক্চ হয়; | ||
|- | |- | ||
− | | 05 | + | | 05:36 |
|percentage variable name space equal to space open bracket | |percentage variable name space equal to space open bracket | ||
|- | |- | ||
− | | 05 | + | | 05:41 |
| এন্টাৰ টিপক | | এন্টাৰ টিপক | ||
|- | |- | ||
− | | 05 | + | | 05:42 |
|'' single quote key Name single quote space equal to greater than sign space Value comma | |'' single quote key Name single quote space equal to greater than sign space Value comma | ||
|- | |- | ||
− | | 05 | + | | 05:50 |
| এন্টাৰ টিপক | | এন্টাৰ টিপক | ||
|- | |- | ||
− | | 05 | + | | 05:52 |
|' single quote key Name single quote space equal to greater than sign space Value | |' single quote key Name single quote space equal to greater than sign space Value | ||
|- | |- | ||
− | | 05 | + | | 05:58 |
| এন্টাৰ টিপক | | এন্টাৰ টিপক | ||
|- | |- | ||
− | | 06 | + | | 06:00 |
| বন্ধ বন্ধনী সেমিকোলন | | বন্ধ বন্ধনী সেমিকোলন | ||
|- | |- | ||
− | | 06 | + | | 06:03 |
| এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও. | | এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও. | ||
|- | |- | ||
− | | 06 | + | | 06:07 |
| টার্মিনাললৈ যাও আৰু টাইপ কৰক | | টার্মিনাললৈ যাও আৰু টাইপ কৰক | ||
|- | |- | ||
− | | 06 | + | | 06:10 |
|'' gedit perlHash dot pl space & এন্টাৰ টিপক | |'' gedit perlHash dot pl space & এন্টাৰ টিপক | ||
|- | |- | ||
− | | 06 | + | | 06:18 |
| এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে | | এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে | ||
|- | |- | ||
− | | 06 | + | | 06:22 |
| পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. | | পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. | ||
|- | |- | ||
− | | 06 | + | | 06:27 |
| এই'' 'হ্যাশ'''এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে. | | এই'' 'হ্যাশ'''এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে. | ||
|- | |- | ||
− | | 06 | + | | 06:31 |
| এই উদাহৰনটোৱে'' 'হ্যাশ'''ৰ ব্যবহাৰ দেখোৱায়. | | এই উদাহৰনটোৱে'' 'হ্যাশ'''ৰ ব্যবহাৰ দেখোৱায়. | ||
|- | |- | ||
− | | 06 | + | | 06:35 |
| এতোয়া চাও আমি '' 'হ্যাশ'''ৰ প্রিন্ট কিভাবে কৰে | | এতোয়া চাও আমি '' 'হ্যাশ'''ৰ প্রিন্ট কিভাবে কৰে | ||
|- | |- | ||
− | | 06 | + | | 06:38 |
| এতিয়াৰ বাবে, মাত্ৰ,''মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক | | এতিয়াৰ বাবে, মাত্ৰ,''মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক | ||
|- | |- | ||
− | | 06 | + | | 06:42 |
| বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব. | | বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব. | ||
|- | |- | ||
− | | 06 | + | | 06:47 |
| ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক | | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক | ||
|- | |- | ||
− | | 06 | + | | 06:50 |
| তাৰপিছত টার্মিনাললৈ যাওক আৰু'' Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক | | তাৰপিছত টার্মিনাললৈ যাওক আৰু'' Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক | ||
|- | |- | ||
− | | 06 | + | | 06:55 |
|perl perlHash dot pl আৰুএন্টাৰ টিপক | |perl perlHash dot pl আৰুএন্টাৰ টিপক | ||
|- | |- | ||
− | | 07 | + | | 07:01 |
| নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয় | | নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয় | ||
|- | |- | ||
− | | 07 | + | | 07:05 |
| সংক্ষেপ কৰা যাওক . | | সংক্ষেপ কৰা যাওক . | ||
|- | |- | ||
− | | 07 | + | | 07:06 |
| এই টিউটোৰিয়েলত, আমি শিকিছো - | | এই টিউটোৰিয়েলত, আমি শিকিছো - | ||
|- | |- | ||
− | | 07 | + | | 07:09 |
|' scalar | |' scalar | ||
|- | |- | ||
− | | 07 | + | | 07:10 |
|'' Array আৰু | |'' Array আৰু | ||
|- | |- | ||
− | | 07 | + | | 07:11 |
|' Perlত Hash Data Structure | |' Perlত Hash Data Structure | ||
|- | |- | ||
− | | 07 | + | | 07:13 |
| নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. | | নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. | ||
|- | |- | ||
− | | 07 | + | | 07:15 |
| আপোনাৰ বাবে নিয়োগ এটা- | | আপোনাৰ বাবে নিয়োগ এটা- | ||
|- | |- | ||
− | | 07 | + | | 07:17 |
|''scalar variable ঘোষণা কৰক | |''scalar variable ঘোষণা কৰক | ||
|- | |- | ||
− | | 07 | + | | 07:19 |
| এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক | | এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক | ||
|- | |- | ||
− | | 07 | + | | 07:23 |
| ৰঙা,হালধীয়া আৰু সেউজীয়া ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক | | ৰঙা,হালধীয়া আৰু সেউজীয়া ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক | ||
|- | |- | ||
− | | 07 | + | | 07:28 |
| Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক | | Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক | ||
|- | |- | ||
− | | 07 | + | | 07:33 |
| Hint: 'Employee' =>(equal to greater than sign) 'John' comma | | Hint: 'Employee' =>(equal to greater than sign) 'John' comma | ||
|- | |- | ||
− | | 07 | + | | 07:38 |
| 'Department' =>(equal to greater than sign) 'Engineering' | | 'Department' =>(equal to greater than sign) 'Engineering' | ||
|- | |- | ||
− | | 07 | + | | 07:42 |
| এই লিন্কত উপলব্ধ ভিদিওটো চাওক | | এই লিন্কত উপলব্ধ ভিদিওটো চাওক | ||
|- | |- | ||
− | | 07 | + | | 07:46 |
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | | 07 | + | | 07:49 |
| যদি আপোনাৰ বেন্দৱিথ (bandwidth) ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | | যদি আপোনাৰ বেন্দৱিথ (bandwidth) ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | | 07 | + | | 07:53 |
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
|- | |- | ||
− | | 07 | + | | 07:59 |
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
− | | 08 | + | | 08:03 |
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | | 08 | + | | 08:10 |
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
− | | 08 | + | | 08:15 |
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | | 08 | + | | 08:22 |
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | | 08 | + | | 08:33 |
| আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে | | আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে | ||
|- | |- | ||
− | | 08 | + | | 08:35 |
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | ||
|- | |- | ||
− | | 08 | + | | 08:38 |
| যোগদানৰ বাবে ধন্যবাদ। | | যোগদানৰ বাবে ধন্যবাদ। | ||
|} | |} |
Revision as of 10:10, 18 July 2014
|
|
---|---|
00:00 | ' পার্লত Data Structures'ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:05 | এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structuresৰ বিষয়ে শিকিম |
00:11 | ইয়াত আমি ' Ubuntu Linux12.04 ' 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 ব্যবহাৰ কৰিছো |
00:18 | আমি ' gedit ' টেক্সট এডিটৰ ও ব্যবহাৰ কৰিম. |
00:22 | আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
00:25 | আপোনাৰ ' পার্লত' (Perl)' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব |
00:29 | comments, loops আৰু conditional statementsৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. |
00:36 | অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব. |
00:41 | ' পার্লত (Perl) 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ আছে |
00:44 | Scalar' |
00:45 | Array |
00:46 | Hash' যাক Associative Array বোলিও কোৱা হয় |
00:50 | Scalar: এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ (data structure)' যিকোনো ' ডাটা টাইপ ৰ এটি মান ধৰি ৰাখে |
00:56 | ' ডাটা টাইপ (data type) ' string, number, double ইত্যাদি হব পাৰে |
01:01 | ই এটা ' array বা এটা hash ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে |
01:06 | ' মন কৰক পার্লত ( Perl)" থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব. |
01:11 | স্কালাৰ (scalar) নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই |
01:16 | $count = 12 semicolon |
01:20 | $string = একক উদ্ধৃতিত 'I am scalar of type string' সেমিকোলন . |
01:26 | আমি ' স্কালাৰত(scalar) 'নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো |
01:30 | ইয়ালৈ এটি মান ধার্য কৰক |
01:32 | এটা স্কালাৰক' (scalar) অন্য এটালৈ ধার্য কৰক |
01:35 | ' নম্বৰত Arithmetic operations scalarবোৰ যেনে add, subtract ইত্যাদি |
01:41 | স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে concatenation, substr ইত্যাদি |
01:48 | এতিয়া আমি "স্কালাৰ ডাটা স্ট্রাকচাৰ(scalar data structure) ৰ এটি উদাহৰণ চাও |
01:52 | টার্মিনাললৈ যাওক আৰু টাইপ কৰক gedit scalars dot pl স্পেস & আৰু এন্টাৰ টিপক |
02:01 | ই ' scalars ডট PL ফাইল geditত খোলে' |
02:05 | পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. |
02:09 | এইট স্কালৰলৈ declaration আৰু assignment হয় |
02:13 | এইবোৰ কিছো গাণিতিক অপাৰেশন (arithmetic operations) হয় যি নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় |
02:19 | এইবোৰ কিছো স্ট্রিং অপাৰেশন (string operations) হয় যি স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় |
02:25 | substr এটা PERL ফাংশন হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ অংশ প্রদান কৰে |
02:30 | ইয়াত ' সূচক 0 এটি স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো |
02:39 | আৰু 11য়ে অফসেট উল্লেখ কৰে যৰলৈকে আমি ' স্ট্রিং ' আউটপুটত বিছাৰো |
02:46 | ফাইলটি সংৰক্ষণ কৰিবলৈ ctrl + s প্রেস কৰক' |
02:50 | তাৰপিছত টার্মিনাললৈ যাওক আৰু ' পার্ল স্ক্রিপ্টক ' |
02:55 | perl scalars dot pl' হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক |
03:00 | টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয় |
03:05 | এতিয়া, আমি পার্লত array data structure চাও |
03:09 | Array :' উপাদানবোৰৰ এটা তালিকা হয় |
03:12 | উপাদানসমূহ 'স্ট্রিং, সংখ্যা' ইত্যাদি হব পাৰে |
03:16 | ইয়াত এটা index আছে যি 'অ্যাৰেত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয় |
03:22 | Index ' শূন্যৰে আৰম্ভ হয়. |
03:25 | অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই. |
03:33 | Perl array ('পার্ল অ্যাৰে')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে |
03:39 | এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে; |
03:41 | at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন |
03:54 | এতিয়া array data structureঅৰ এটা উদাহৰণ চাও |
03:57 | 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক |
04:08 | এইটোৱে 'perlArray dot PL' ফাইলটো 'gedit'ত খুলে. |
04:12 | পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক. |
04:18 | এই'টো number array হয় যত number type (ধৰনৰ) উপাদান বোৰ আছে |
04:23 | এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে |
04:29 | এইটো 'অ্যাৰেত' দুয়ুটা উপাদান number আৰু string টাইপ আছে. |
04:34 | এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়. |
04:39 | এইধৰনে যি আমি' 'পার্লত 'অ্যাৰেক প্রিন্ট কৰিব পাৰো |
04:43 | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক |
04:47 | তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script ক এনেধৰনে দেখোৱাওক |
04:52 | perl perlArray dot pl আৰু এন্টাৰ টিপক |
04:59 | এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয় |
05:04 | এতিয়া, আমি পার্লত Hash data structure চাও |
05:08 | Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় |
05:12 | এইটো Key Value pair data structure হয় |
05:15 | ' hashত Key অতুলনিয় হয় . |
05:18 | যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ' বাতিল (overridde) কৰা হব |
05:28 | Value ' ডুপ্লিকেট হব পাৰে. |
05:30 | এটি কোনো 'ডাটা টাইপৰ' মান 'ধৰি ৰাখে |
05:34 | hash এৰ সিনটেক্চ হয়; |
05:36 | percentage variable name space equal to space open bracket |
05:41 | এন্টাৰ টিপক |
05:42 | single quote key Name single quote space equal to greater than sign space Value comma |
05:50 | এন্টাৰ টিপক |
05:52 | ' single quote key Name single quote space equal to greater than sign space Value |
05:58 | এন্টাৰ টিপক |
06:00 | বন্ধ বন্ধনী সেমিকোলন |
06:03 | এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও. |
06:07 | টার্মিনাললৈ যাও আৰু টাইপ কৰক |
06:10 | gedit perlHash dot pl space & এন্টাৰ টিপক |
06:18 | এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে |
06:22 | পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. |
06:27 | এই 'হ্যাশ'এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে. |
06:31 | এই উদাহৰনটোৱে 'হ্যাশ'ৰ ব্যবহাৰ দেখোৱায়. |
06:35 | এতোয়া চাও আমি 'হ্যাশ'ৰ প্রিন্ট কিভাবে কৰে |
06:38 | এতিয়াৰ বাবে, মাত্ৰ,মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক |
06:42 | বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব. |
06:47 | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক |
06:50 | তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক |
06:55 | perl perlHash dot pl আৰুএন্টাৰ টিপক |
07:01 | নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয় |
07:05 | সংক্ষেপ কৰা যাওক . |
07:06 | এই টিউটোৰিয়েলত, আমি শিকিছো - |
07:09 | ' scalar |
07:10 | Array আৰু |
07:11 | ' Perlত Hash Data Structure |
07:13 | নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. |
07:15 | আপোনাৰ বাবে নিয়োগ এটা- |
07:17 | scalar variable ঘোষণা কৰক |
07:19 | এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক |
07:23 | ৰঙা,হালধীয়া আৰু সেউজীয়া ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক |
07:28 | Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক |
07:33 | Hint: 'Employee' =>(equal to greater than sign) 'John' comma |
07:38 | 'Department' =>(equal to greater than sign) 'Engineering' |
07:42 | এই লিন্কত উপলব্ধ ভিদিওটো চাওক |
07:46 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:49 | যদি আপোনাৰ বেন্দৱিথ (bandwidth) ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:53 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:59 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:03 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:10 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:15 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:33 | আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে |
08:35 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
08:38 | যোগদানৰ বাবে ধন্যবাদ। |