Difference between revisions of "PERL/C2/More-Conditional-statements/Assamese"
From Script | Spoken-Tutorial
Line 575: | Line 575: | ||
|- | |- | ||
|10.04 | |10.04 | ||
− | | ''' | + | | '''Perl '''ত '''switch''' বাক্য |
|- | |- | ||
|10.05 | |10.05 | ||
− | | | + | | চেম্পল প্ৰোগ্ৰাম বয়ৱহাৰ কৰি |
|- | |- | ||
|10.08 | |10.08 |
Revision as of 16:53, 17 July 2014
|
|
---|---|
00.00 | স্পকেন তিওতৰিয়েললৈ স্বাগতম যত পার্লৰ if-elsif-else আৰু switch কন্দিচনেল স্তেৎমেন্তৰ উপৰত কোৱা হব ৷ |
00.07 | এই তিওতৰিয়েলত আমি শিকিম |
00.10 | if-elsif-else স্তেৎমেন্ত আৰু switch স্তেৎমেন্তৰ বিষয়ে পার্লত । |
00.15 | মই ব্যৱহাৰ কৰিছো Ubuntu Linux12.04 অপাৰেতিং সিস্টেম আৰু Perl 5.14.2 |
00.22 | আৰু মই ব্যৱহাৰ কৰিম gedit টেক্সট এডিটৰ । |
00.25 | আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি ৷ |
00.29 | আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় ভেৰিয়েবোল (Variables) আৰু কম্মেন্ট (Comment) উপৰত পার্লৰ । |
00.34 | আৰু জ্ঞান থকা আৱশ্যকিয় প্রতিতু for, foreach, while আৰু do-while লুপৰ আৰু |
00.38 | if আৰু if-else স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ । |
00.43 | পৰাপক্ষ্ ৎ সম্পর্কিয় স্পকেন তিওতৰিয়েলৰ spoken tutorial ওয়েবসাইট । |
00.48 | If-elsif-else স্তেতমেন্ত পার্লত ব্যৱহাৰ কৰিব পাৰি |
00.52 | বিভিন্ন অৱস্থা চাবলৈ আৰু |
00.54 | জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট else ব্লক । |
00.59 | if-elsif-else স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয় |
01.04 | if space ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট প্রেস এন্তেৰ |
01.13 | কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্রু সেমিকলন হয় । |
01.18 | এন্টাৰ তিপক । |
01.20 | ক্লোজ কার্লী ব্র্যাকেট স্পেস elsif স্পেস ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট । |
01.30 | এন্টাৰ তিপক । |
01.31 | আন এটা কোডৰ তুকুৰা সেমিকোলন |
01.33 | এক্সিকিওত হব জেতিয়া elsif condition শুদ্ধ হব । |
01.37 | এন্টাৰ তিপক । |
01.39 | ক্লোজ কার্লী ব্র্যাকেট স্পেস else স্পেস ওপেন ব্র্যাকেট |
01.44 | এন্টাৰ |
01.45 | কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব |
01.51 | এন্টাৰ তিপক । |
01.52 | কার্লী ব্র্যাকেট বন্ধ কৰক । |
01.55 | প্রথমতে if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
02.01 | যদি নহয় তেন্তে else if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় । |
02.06 | নাইবা, else ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই । |
02.11 | এতিয়া আমি কিসুমান উদাহৰণ সাও if-elsif-else স্তেতমেন্তৰ । |
02.16 | তাৰমিনাল খুলক আৰু লিখক |
02.19 | 'gedit conditionalBlocks dot pl space ampersand |
02.26 | আৰু এন্টাৰ তিপক । |
02.28 | এনে কৰাৰ পাছত gedit ত conditionalBlocks.pl ফাইল খুল খাব । |
02.33 | স্ক্রীনত দেখুওাৰ দৰে কোড বিলাক লিখক । |
02.38 | আমি 'Perl' ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত । |
02.44 | মন কৰিব, eq হই string comparison অপাৰেতৰ |
02.49 | আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু । |
02.55 | এতিয়া তিপক ctrl+s ফাইল সেভ কৰিবলে । |
02.58 | এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক । |
03.02 | লিখক, perl conditionalBlocks dot pl |
03.09 | লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু । পার্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই । |
03.16 | যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয়, |
03.18 | এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব । |
03.23 | এতিয়া এন্টাৰ তিপক । |
03.25 | তাৰিনেলত দেখুৱা অউতপুত হৈছে |
03.27 | Hi, I am Perl |
03.29 | এতিয়া, যোৱা |
03.31 | gedit ত লই সুইচ কৰক |
03.33 | এইয়াত দেখুৱাৰ দৰে ভাৰিয়াব্লে ল্যাঙ্গুয়েজত 'Java' জুগ কৰক । |
03.37 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
03.40 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক । |
03.43 | perl conditionalBlocks dot pl টাইপ কৰক |
03.50 | আৰু এন্টাৰ তিপক । |
03.53 | তাৰমিনেলত অউতপুত দেখুৱা হৈছে Hi, I am Java |
03.59 | এতিয়া আকৈ gedit লৈ ঘুৰি যাও । |
04.03 | এতিয়া , language ভেৰিয়েবল লৈ 'English' দিয়া জাওক । |
04.07 | ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ । |
04.09 | তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক । |
04.13 | টাইপ কৰক perl conditionalBlocks dot pl |
04.18 | আৰু এন্টাৰ তিপক । |
04.19 | তাৰমিনেলত দেখুৱা অউতপুত হৈছে |
04.22 | I am not a computer language |
04.27 | তিনিউতা কেছে ইয়াকে দেখুয়াইছে; |
04.29 | অকল এটা if block যোনটোৱে কন্দিছন মানিব, এক্সিকিওত হব । |
04.35 | নহলে ডিফল্ট else block এক্সিকিওত হৈ যাব । |
04.39 | এই দৰে আমাৰ প্রয়োজন আনুসাৰি, আমাৰ বহুতু elsif কন্দিছন থাকিব পাৰে । |
04.46 | আপুনাৰ বাবে এখন assignment আছে । |
04.48 | এটা if-elsif-else বাক্য লিখক প্রিন্ট কৰিবলৈ |
04.51 | “I am a Science graduate” যদি stream হৈ science |
04.55 | “I am a Commerce graduate” যদি stream হৈ commerce |
04.59 | ' “I am an Arts graduate” যদি stream science নাইবা commerce নহই । |
05.06 | এতিয়া আমি switch স্টেতমেন্টৰ বিষয়ে শিকিম । |
05.10 | Perl 5.8 থকা লৈকে Perl ত switch স্টেতমেন্ট নাছিল । |
05.14 | তাৰ পাছত Switch module উলিওৱা হল, |
05.18 | যিহে switch স্টেতমেন্টৰ কামখিনি কৰে । |
05.22 | লখ্য কৰকঃ Perl ৰ Modules খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে । |
05.27 | switch ৰ নিয়ম এই দৰে হয়ঃ |
05.30 | 'Switch ব্যৱহাৰ কৰক সেমিকোলন । |
05.32 | এন্টাৰ তিপক । |
05.34 | switch স্পেস ওপেন ব্রাকেট dollar value ক্লোজ ব্রাকেট স্পেস ওপেন কার্লী ব্রাকেট |
05.42 | এন্টাৰ তিপক । |
05.44 | case স্পেস ১ স্পেস ওপেন কার্লী ব্রাকেট executes when dollar value equal to 1 ক্লোজ কার্লী ব্রাকেট । |
05.53 | এন্টাৰ তিপক । |
05.55 | case স্পেস উদ্ধকমা a স্পেস উদ্ধকমা স্পেস ওপেন কার্লী ব্রাকেট এক্সিকিওত হয় যেতিয়া ডলাৰ মান হয় উদ্ধকমা a উদ্ধকমা ক্লোজ কার্লী ব্রাকেট |
06.09 | এন্টাৰ তিপক । |
06.10 | ' else স্পেস ওপেন কার্লী ব্রাকেটএক্সিকিওত হয় যেতিয়া ডলাৰ মান কাৰো লগত নিমিলে |
06.18 | কার্লী ব্রাকেট বন্ধ কৰক । |
06.19 | এন্টাৰ তিপক |
06.20 | কার্লী ব্রাকেট বন্ধ কৰক |
06.22 | চেম্পল প্ৰোগ্ৰামৰ সহায়ত 'switch তু বুজিবলৈ চেষ্টা কৰক । |
06.26 | তাৰিনেল খুলক আৰু লিখক |
06.29 | gedit sampleSwitch dot pl space ampersand |
06.36 | আৰু এন্টাৰ তিপক । |
06.38 | এতিয়া, চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্রীনত দেখুৱাৰ দৰে । |
06.43 | এতিয়া আমি শিকিম কি দৰে switch স্টেতমেন্তে কাম কৰে । |
06.46 | Perl কোডৰ ভিতৰত use Switch স্টেতমেন্টৰ ভিতৰত Switch module থাকে । |
06.54 | লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত use keywordৰ উপৰত শিকিম। |
07.00 | আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম । |
07.03 | আমি 'Perl' তু ভেৰিয়েবল $varত দিলো । |
07.08 | ভেৰিয়েবল $varৰ মান চোৱা হয় switch স্টেতমেন্টত । |
07.14 | প্রথম কেছত ই 'Perlৰ কেছৰ লগত মিল খাই । |
07.19 | হেয় কাৰনে এই কেছৰ লগত লিখা case এক্সিকিউত হব । |
07.24 | ctrl+s তিপক ফাইল সেভ কৰিবলৈ । |
07.27 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
07.31 | perl sampleSwitch.pl |
07.36 | এন্টাৰ তিপক । |
07.38 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে |
07.41 | ' I am Perl |
07.43 | geditত sampleSwitch.pl উভতি যাওক । |
07.48 | এতিয়া, ভেৰিয়েবল $var ত 'Linux' দিয়া হল । |
07.52 | Ctrl S তিপক ফাইল সেভ কৰিবলৈ । |
07.57 | আকৌ, ভেৰিয়েবল $var switchত ছেক হব । |
08.03 | ই 'Linux' ৰ কেছৰ লগত মিল হল । |
08.05 | হেয় কাৰনে এই কেছৰ লগত লিখা code এক্সিকিউত হব । |
08.10 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক |
08.15 | perl sampleSwitch.pl |
08.19 | এন্টাৰ তিপক । |
08.21 | ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে |
08.24 | I am Linux |
08.26 | sampleSwitch.pl যাওক gedit.ত । |
08.30 | একেদৰে, যদি ভেৰিয়েবল $var ৰ মান 'Java' হয়, তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব । |
08.38 | এতিয়া, ভেৰিয়েবল $var ত 'English' দিয়া যাওক । |
08.42 | আকৌ, ভেৰিয়েবল $var ৰ মান switchত ছেক হব । |
08.47 | ই কোনো এটা case স্টেতমেন্টৰ লগত মিল নহয় । |
08.50 | হেয় কাৰনে else বাক্য এক্সিকিউত হয় । |
08.54 | এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক । |
09.00 | perl sampleSwitch.pl |
09.07 | আৰু এন্টাৰ তিপক । |
09.09 | অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে - |
09.12 | I am not a computer language |
09.17 | এই ৩ কেছে দেখাইছে যেঃ |
09.20 | এক্চপ্ৰেছনৰ মানে ভাবে case তো কি দৰে এক্সিকিউত কৰিব লাগে । |
09.25 | অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু |
09.28 | যেতিয়া কোনো ভলিদ case নাথাকে, তেতিয়া ডিফল্ট else কেছ এক্সিকিউত হব । |
09.35 | এইটো ধৰা বন্ধা নিয়ম নহই else case লিখা তু । |
09.39 | এনেকোৱা ক্ষেত্রত, |
09.41 | যদি কোনো cases নিমিলে |
09.44 | তেতিয়া switch বাক্যৰ কোনো অউতপুত নাথাকে । |
09.48 | ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে- |
09.50 | পুনৰ আগৰ কায্য খন লিখক |
09.53 | আগৰ তুতৰিয়েলত দিয়া হৈছে switch বাক্য প্রয়োগ কৰি । |
09.57 | সাৰাংশ বর্ননা কৰা হৈছে । |
09.59 | এই তিওতৰিয়েলত আমি শিকিলো - |
10.01 | if-elsif-else বাক্য আৰু |
10.04 | Perl ত switch বাক্য |
10.05 | চেম্পল প্ৰোগ্ৰাম বয়ৱহাৰ কৰি |
10.08 | তলৰ সংযোগত থকা ভিডিও তু সাওক । |
10.12 | ই স্পকেন তিওতৰিয়েলৰ প্রজেক্ট সমোহ বর্ণনা কৰে । |
10.15 | আপুনাৰ ভাল বেন্দৱিথ নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে । |
10.20 | The Spoken Tutorial Project ডলে এই কর্মশালা আয়োজন কৰে স্পকেন তিওতৰিয়েলs ব্যৱহাৰ কৰি |
10.25 | প্রমান পত্র দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীর্ণ হয় । |
10.30 | আৰু যানিবলৈ এই থিকনালৈ লিখক spoken hyphen tutorial dot org |
10.36 | স্পকেন তিওতৰিয়েল প্ৰোজেক্ট এটা ভাগ হয় Talk to a Teacher project |
10.40 | ইয়াক সহায় কৰে National Mission on Education ICT MHRD, Government of India ৰ যোগেদি । |
10.47 | অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT |
10.58 | আসা কৰো আপুনি Perl তিওতৰিয়েল ভাল পালে । |
11.00 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
11.03 | যোগ দিয়াৰ বাবে ধন্যবাদ । |