Difference between revisions of "LibreOffice-Suite-Draw/C2/Create-simple-drawings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 ||Visual Cues ||Narration |- ||00.02 ||LibreOffice Draw ত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্…')
 
 
(5 intermediate revisions by 3 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
||Visual Cues
+
||'''Time'''
||Narration
+
||'''Narration'''
 
|-
 
|-
||00.02
+
||00:02
||LibreOffice Draw ত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতৰম
+
||নমস্কাৰ দৰ্শক সকল. LibreOffice Drawত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতৰম
 
|-
 
|-
|| 00.08
+
|| 00:08
|| এই টিউটোৰিয়েলটিত আপোনি।
+
|| এই টিউটোৰিয়েলত আপোনি।
 
|-
 
|-
|| 00.13
+
|| 00:13
 
|| কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল।
 
|| কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল।
 
|-
 
|-
|| 00.17
+
|| 00:17
|| মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে সহজ আকৃতি অঙ্কন কৰিবলৈ শিকিব ।
+
|| মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে আকৃতি অঙ্কন কৰিবলৈ শিকিব ।
 
|-
 
|-
|| 00.22
+
|| 00:22
|| কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকে আপোনি শিকিব ।
+
|| কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকো আপোনি শিকিব ।
 
|-
 
|-
|| 00.27
+
|| 00:27
|| মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় ।
+
|| মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় ।
 
|-
 
|-
|| 00.33
+
|| 00:33
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো  
+
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যবহাৰ কৰিছো
 
|-
 
|-
||00.42
+
||00:42
||Object শব্দটোক সংজ্ঞা কৰা যাওক  
+
||Object শব্দটোক সংজ্ঞা কৰা যাওক
 
|-
 
|-
|| 00.44
+
|| 00:44
|| "অবজেক্ট" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় ।
+
|| "“Object” (অবজেক্ট)" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় ।
 
|-
 
|-
|| 00.55
+
|| 00:55
 
|| এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট ।
 
|| এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট ।
 
   
 
   
|-
+
|-  
|| 00.59
+
|| 00:59
|| ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক ।
+
|| ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক ।
  
 
|-
 
|-
|| 01.04
+
|| 01:04
|| প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰ,ে শিকিম।
+
|| প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰো শিকিম।
 
|-
 
|-
|| 01.08
+
|| 01:08
|| ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম ।
+
|| ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম ।
 
|-
 
|-
|| 01.13
+
|| 01:13
|| এইটো কৰাত, eight handles দৃশ্যমান হব ।  
+
|| এইটো কৰাত, eight handles দৃশ্যমান হব ।
 
|-
 
|-
|| 01.16
+
|| 01:16
|| Handles বোৰ হৈছে সৰু নিল বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে 
+
|| Handles বোৰ হৈছে সৰু নিলা বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে 
 
|-
 
|-
|| 01.22
+
|| 01:22
|| আপোনি পৰবর্তী টিউটোৰিয়েলতএ handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব ।
+
|| আপোনি পৰবর্তী টিউটোৰিয়েলত handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব ।
 
|-
 
|-
|| 01.27
+
|| 01:27
 
|| আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক ।
 
|| আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক ।
 
|-
 
|-
|| 01.30
+
|| 01:30
|| groundৰ বাবে এটি rectangle যোগ কৰা যাওক ।
+
|| groundৰ বাবে এটি rectangle যোগ কৰা যাওক ।
 
|-
 
|-
|| 01.34
+
|| 01:34
|| অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰপিছত "Rectangle" ত ক্লিক কৰক ।
+
|| অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰ পিছত "Rectangle" ত ক্লিক কৰক ।
 
|-
 
|-
|| 01.39
+
|| 01:39
|| এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰ Iৰ সৈতে এটি যোগ চিহ্ন দেখিব।
+
|| এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰৰ সৈতে এটি যোগ চিহ্ন দেখিব।
 
|-
 
|-
|| 01.45
+
|| 01:45
|| মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি  rectangle আঁকক ।
+
|| মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি  rectangle আঁকক ।
 
|-
 
|-
|| 01.50
+
|| 01:50
|| এতিয়া মাউসৰ বোতাম এৰি দিয়ক ।
+
|| এতিয়া মাউসৰ বোতাম এৰি দিয়ক ।
 
|-
 
|-
|| 01.52
+
|| 01:52
|| পিছত,water vapourৰ  উর্ধগতি দেখাবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক ।
+
|| পিছত, water vapourৰ  উর্ধগতি দেখিবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক ।
 
|-
 
|-
|| 02.00
+
|| 02:00
|| লাইন এদাল আকিবলৈ  Drawing টুলবাৰত "লাইন" ক্লিক কৰক 
+
|| লাইন এদাল আকিবলৈ  Drawing টুলবাৰত "লাইন" ক্লিক কৰক 
 
|-
 
|-
|| 02.04
+
|| 02:04
 
|| কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক ।
 
|| কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক ।
 
|-
 
|-
|| 02.06
+
|| 02:06
|| আপোনি slanting বাঁকানো ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে।  
+
|| আপোনি slanting ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে।
 
|-
 
|-
|| 02.10
+
|| 02:10
|| মাউসৰ বাও বাটনটো ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক।
+
|| মাউসৰ বাও বাটনটোত ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক।
 
|-
 
|-
|| 02.15
+
|| 02:15
 
|| আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে ।
 
|| আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে ।
 
|-
 
|-
|| 02.17
+
|| 02:17
|| এটি লাইনত দুটি হ্যান্ডল আছে ।
+
|| এটি লাইনত দুটা হ্যান্ডল আছে ।
 
|-
 
|-
|| 02.20
+
|| 02:20
|| এতিয়া, লাইনৰলৈ এটি আৰোহেদ যোগ কৰো ।
+
|| এতিয়া, লাইনৰলৈ এটা আৰোহেদ যোগ কৰো ।
 
|-
 
|-
|| 02.23
+
|| 02:23
 
|| আমি লাইনটো নির্বাচন কৰিম ।
 
|| আমি লাইনটো নির্বাচন কৰিম ।
 
|-
 
|-
|| 02.25
+
|| 02:25
|| কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "লাইন"ত ক্লিক কৰক ।
+
|| কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "“Line” (লাইন)"ত ক্লিক কৰক ।
 
|-
 
|-
|| 02.30
+
|| 02:30
|| আপোনি "লাইন" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া  Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক ।
+
|| আপোনি "“Line” (লাইন)" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া  Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক ।
 
|-
 
|-
|| 02.39
+
|| 02:39
|| এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে ।
+
|| এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে ।
 
|-
 
|-
|| 02.43
+
|| 02:43
 
|| প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক ।
 
|| প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক ।
 
|-
 
|-
|| 02.46
+
|| 02:46
|| Ok ক্লিক কৰক ।
+
|| Okত ক্লিক কৰক ।
 
|-
 
|-
|| 02.48
+
|| 02:48
 
|| এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে ।
 
|| এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে ।
 
|-
 
|-
|| 02.52
+
|| 02:52
 
|| কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ ।
 
|| কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ ।
 
|-
 
|-
|| 02.57
+
|| 02:57
|| সেয়ে প্রথমে CTRL + জেড টিপি এই পৰিবর্তনটি আনডো কৰো ।
+
|| সেয়ে প্রথমে CTRL + Z টিপি এই পৰিবর্তনটি আনডো কৰো ।
 
|-
 
|-
|| 03.02
+
|| 03:02
|| কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক ।
+
|| কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক ।
 
|-
 
|-
|| 03.05
+
|| 03:05
|| এতিয়া "লাইন" ট্যাবত ক্লিক কৰক ।
+
|| এতিয়া "লাইন (“Line”)" ট্যাবত ক্লিক কৰক ।
 
|-
 
|-
|| 03.09
+
|| 03:09
|| এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "স্টাইল" নামৰ ক্ষেত্র দেখিব পাৰে।
+
|| এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "“Style” (স্টাইল)" নামৰ ক্ষেত্র দেখিব পাৰে।
 
|-
 
|-
|| 03.14
+
|| 03:14
|| আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে ।
+
|| আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে ।
 
|-
 
|-
|| 03.19
+
|| 03:19
|| বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক ।
+
|| বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক ।
 
|-
 
|-
|| 03.23
+
|| 03:23
|| সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' .
+
|| সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' .
 
|-
 
|-
|| 03.26
+
|| 03:26
|| ওকেত ক্লিক কৰক ।
+
|| OKত ক্লিক কৰক ।
 
|-
 
|-
|| 03.28
+
|| 03:28
|| লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে ।  
+
|| লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে ।
 
|-
 
|-
|| 03.33
+
|| 03:33
|| আমি “Lines and Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো ।
+
|| আমি “Lines আৰু Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো ।
 
|-
 
|-
|| 03.38
+
|| 03:38
||এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু
+
||এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু
 
|-
 
|-
|| 03.42
+
|| 03:42
|| অঙ্কন টুলবাৰ পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক ।
+
|| অঙ্কন টুলবাৰ (Drawing toolbar)পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক ।
 
|-
 
|-
|| 03.48
+
|| 03:48
||কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক ।
+
||কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক ।
 
|-
 
|-
|| 03.51
+
|| 03:51
|| মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক 
+
|| মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক
 
|-
 
|-
|| 03.56
+
|| 03:56
|| এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ?
+
|| এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ?
 
|-
 
|-
|| 04.00
+
|| 04:00
 
|| একে ভাবে আৰু এটা এৰো যোগ কৰো ।
 
|| একে ভাবে আৰু এটা এৰো যোগ কৰো ।
 
|-
 
|-
|| 04.06
+
|| 04:06
|| এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
+
|| এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
 
|-
 
|-
|| 04.09
+
|| 04:09
|| আপনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক ।
+
|| আপোনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক ।
 
|-
 
|-
|| 04.13
+
|| 04:13
|| লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক ।
+
|| লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক ।
 
|-
 
|-
|| 04.16
+
|| 04:16
|| লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে  transparency মানে স্বচ্ছতা পৰিবর্তন কৰক ।
+
|| লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে  transparency মানে স্বচ্ছতা পৰিবর্তন কৰক ।
 
|-
 
|-
|| 04.24
+
|| 04:24
 
|| Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক ।
 
|| Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক ।
 
|-
 
|-
|| 04.28
+
|| 04:28
|| পিছত , আমি এটি স্তাৰ অঙ্কন কৰো ।
+
|| পিছত , আমি এটি স্তাৰ অঙ্কন কৰো ।
 
|-
 
|-
|| 04.31
+
|| 04:31
|| অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
+
|| অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
 
|-
 
|-
|| 04.37
+
|| 04:37
 
|| 5-Point Star” নির্বাচন কৰো ।
 
|| 5-Point Star” নির্বাচন কৰো ।
 
|-
 
|-
|| 04.41
+
|| 04:41
|| এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক।
+
|| এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক।
 
|-
 
|-
|| 04.44
+
|| 04:44
 
|| মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক ।
 
|| মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক ।
 
|-
 
|-
|| 04.48
+
|| 04:48
|| আপোনি এটি স্তাৰ অঙ্কন কৰক ।
+
|| আপোনি এটি স্তাৰ অঙ্কন কৰক ।
 
|-
 
|-
|| 04.50
+
|| 04:50
|| এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম।
+
|| এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম।
 
|-
 
|-
|| 04.54
+
|| 04:54
|| এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক।
+
|| এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক।
 
|-
 
|-
|| 04.59
+
|| 04:59
|| এতিয়া মাউসৰ বোতামটো এৰি দিয়ক ।
+
|| এতিয়া মাউসৰ বোতামটো এৰি দিয়ক ।
 
|-
 
|-
|| 05.02
+
|| 05:02
|| আপনি এটা object মোভকৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys  ব্যবহাৰ কৰিবও পাৰে।
+
|| আপনি এটা object মোভ কৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys  ব্যবহাৰ কৰিবও পাৰে।
 
|-
 
|-
|| 05.08
+
|| 05:08
 
|| এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো?
 
|| এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো?
 
|-
 
|-
|| 05.11
+
|| 05:11
|| এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক ।
+
|| এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক ।
 
|-
 
|-
||05.17
+
||05:17
 
||সেই objectটো মোছা গল. এইটো সহজ নহয় জানো?
 
||সেই objectটো মোছা গল. এইটো সহজ নহয় জানো?
 
|-
 
|-
|| 05.20
+
|| 05:20
|| এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ ।
+
|| এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ ।
 
|-
 
|-
|| 05.26
+
|| 05:26
||ৰুলাৰ  page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় ।  
+
||ৰুলাৰ  page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় ।
 
|-
 
|-
|| 05.31
+
|| 05:31
|| এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয়
+
|| এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয়
 
|-
 
|-
|| 05.35
+
|| 05:35
|| ৰুলাৰ  ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় ।
+
|| ৰুলাৰ  ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় ।
 
|-
 
|-
|| 05.40
+
|| 05:40
|| পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক ।
+
|| পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক ।
 
|-
 
|-
|| 05.45
+
|| 05:45
 
|| আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে ।
 
|| আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে ।
 
|-
 
|-
|| 05.48
+
|| 05:48
|| "সেনটিমিটাৰত" ক্লিক কৰক।
+
|| "সেনটিমিটাৰত (“Centimeter”)" ক্লিক কৰক।
 
|-
 
|-
|| 05.50
+
|| 05:50
|| এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে ।
+
|| এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে ।
 
|-
 
|-
|| 05.55
+
|| 05:55
 
|| একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো।
 
|| একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো।
 
|-
 
|-
|| 06.00
+
|| 06:00
|| বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক ।
+
|| বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰুলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক ।
 
|-
 
|-
||06.08  
+
||06:08
 
|| লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে।
 
|| লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে।
 
|-
 
|-
|| 06.12
+
|| 06:12
|| ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ" ত নির্দিষ্ট কৰো।
+
|| ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ"(“Page Setup”) ত নির্দিষ্ট কৰো।
 
|-
 
|-
|| 06.19
+
|| 06:19
|| দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে ।
+
|| দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে ।
 
|-
 
|-
|| 06.23
+
|| 06:23
|| cloudনির্বাচন কৰক ।
+
|| cloud নির্বাচন কৰক ।
 
|-
 
|-
|| 06.25
+
|| 06:25
|| আপোনি ৰুলাৰৰ উপত দুটি  small start আৰু end marks দেখা পাইচেনে?
+
|| আপোনি ৰুলাৰৰ উপৰত  small start আৰু end marks দেখা পাইচেনে?
 
|-
 
|-
|| 06.29
+
|| 06:29
|| এইবোৰে  cloudৰ edges মানে প্রান্তদুটি নির্দেশ কৰে 
+
|| এইবোৰে  cloudৰ প্রান্ত দুটি নির্দেশ কৰে 
 
|-
 
|-
|| 06.32
+
|| 06:32
|| আপোনি যদি এই ​​চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, আপনি দেখিব যে চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে  
+
|| আপোনি যদি এই ​​চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে
 
|-
 
|-
|| 06.38
+
|| 06:38
 
|| ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় ।
 
|| ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় ।
 
|-
 
|-
|| 06.42
+
|| 06:42
||ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে ।
+
||ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে ।
 
|-
 
|-
|| 06.49
+
|| 06:49
 
|| পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,।
 
|| পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,।
 
|-
 
|-
|| 06.53
+
|| 06:53
|| আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ  “Align” টুলবাৰ ব্যবহাৰ কৰো ।
+
|| আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ  “Align” টুলবাৰ ব্যবহাৰ কৰো ।
 
|-
 
|-
|| 07.01
+
|| 07:01
|| "এলাইন" টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ত গৈ আৰু "View " ক্লিক কৰক ।
+
|| "এলাইন"(“Align”) টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ( “Main Menu”)ত গৈ আৰু "View " ক্লিক কৰক ।
 
|-
 
|-
||07.07
+
||07:07
 
||“View” মেনু অধিনত “Toolbars” ক্লিক কৰক.
 
||“View” মেনু অধিনত “Toolbars” ক্লিক কৰক.
 
|-
 
|-
|| 07.11
+
|| 07:11
|| আপনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব ।
+
|| আপোনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব ।
 
|-
 
|-
|| 07.13
+
|| 07:13
||  "এলাইন" ক্লিক কৰক।
+
|| "“Align”" ক্লিক কৰক।
 
|-
 
|-
|| 07.15
+
|| 07:15
|| আপোনি "এলাইন" টুলবাৰ দেখিব পাৰিব ।
+
|| আপোনি "“Align”" টুলবাৰ দেখিব পাৰিব ।
 
|-
 
|-
|| 07.18
+
|| 07:18
|| এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় ।
+
|| এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় ।
 
|-
 
|-
|| 07.24
+
|| 07:24
|| cloudনির্বাচন কৰক ।
+
|| cloud নির্বাচন কৰক ।
 
|-
 
|-
|| 07.6
+
|| 07:26
||Align”টুলবাৰত left ক্লিক কৰক।
+
||Align” টুলবাৰত left ক্লিক কৰক।
 
|-
 
|-
|| 07.29
+
|| 07:29
 
||cloud টি বাওফালে এলাইন হৈছে।
 
||cloud টি বাওফালে এলাইন হৈছে।
 
|-
 
|-
|| 07.32
+
|| 07:32
|| এতিয়া “Centered” আৰু “Centre” এই দুটি বিকল্পৰ পার্থক্য বুজো ।
+
|| এতিয়া “Centered” আৰু “Centre” এই দুটা বিকল্পৰ পার্থক্য বুজো ।
 
|-
 
|-
|| 07.38
+
|| 07:38
|| বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক ।  
+
|| বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক ।
 
|-
 
|-
|| 07.43
+
|| 07:43
 
|| প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক ।
 
|| প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক ।
 
|-
 
|-
|| 07.47
+
|| 07:47
 
|| বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক ।
 
|| বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক ।
 
|-
 
|-
|| 07.52
+
|| 07:52
|| এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক ।
+
|| এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক ।
 
|-
 
|-
|| 07.56
+
|| 07:56
 
|| বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে ।
 
|| বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে ।
 
|-
 
|-
|| 07.59
+
|| 07:59
 
|| “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়।
 
|| “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়।
 
|-
 
|-
|| 08.06
+
|| 08:06
|| এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়।  
+
|| এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়।
 
|-
 
|-
|| 08.10
+
|| 08:10
 
|| এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো ।
 
|| এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো ।
 
|-
 
|-
|| 08.15
+
|| 08:15
 
|| বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে ।
 
|| বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে ।
 
|-
 
|-
|| 08.18
+
|| 08:18
 
|| “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে ।
 
|| “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে ।
 
|-
 
|-
|| 08.23
+
|| 08:23
|| এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় ।
+
|| এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় ।
 
|-
 
|-
|| 08.33
+
|| 08:33
|| এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে 
+
|| এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে 
 
|-
 
|-
|| 08.40
+
|| 08:40
| ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব 
+
| ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব
 
|-
 
|-
|| 08.43
+
|| 08:43
|| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
+
|| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
 
|-
 
|-
|| 08.46
+
|| 08:46
|| মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক ।  
+
|| মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক ।
 
|-
 
|-
|| 08.50
+
|| 08:50
 
|| এই দুটি আকৃতি তৈয়াৰ কৰক।
 
|| এই দুটি আকৃতি তৈয়াৰ কৰক।
 
|-
 
|-
|| 08.53
+
|| 08:53
|| এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক।
+
|| এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক।
 
|-
 
|-
|| 08.55
+
|| 08:55
|| আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক  মুছি পেলাওক।
+
|| আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক  মুছি পেলাওক।
 
|-
 
|-
|| 08.59
+
|| 08:59
 
|| কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক ।
 
|| কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক ।
 
|-
 
|-
|| 09.04
+
|| 09:04
|| তাৰপিছত "এলাইন" টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক।
+
|| তাৰপিছত "“Align” টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক।
 
+
 
|-
 
|-
|| 09.11
+
|| 09:11
 
|| ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল ।
 
|| ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল ।
 
|-
 
|-
|| 09.15
+
|| 09:15
|| এই টিউটোৰিয়েলত আপোনি 
+
|| এই টিউটোৰিয়েলত আপোনি
 
|-
 
|-
|| 09.19
+
|| 09:19
|| মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু  ৰেকটেঙ্ল,
+
|| মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু  ৰেকটেঙ্ল,
 
|-
 
|-
|| 09.24
+
|| 09:24
|| মৌলিক জ্যামিতিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ  ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব ।
+
|| মৌলিক জ্যামিত্ৰিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ  ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব ।
 
|-
 
|-
|| 09.29
+
|| 09:29
|| আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব
+
|| আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব
 
|-
 
|-
|| 09.32
+
|| 09:32
|| ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক ।
+
|| ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক ।
 
|-
 
|-
||09.37
+
||09:37
 
||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
 
||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
 
|-
 
|-
||09.41
+
||09:41
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
||09.44
+
||09:44
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
||09.48
+
||09:48
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
+
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|-
 
|-
||09.51
+
||09:51
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
+
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|-
 
|-
||09.54
+
||09:54
 
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
||09.58
+
||09:58
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
||10.04
+
||10:04
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
||10.09
+
||10:09
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
||10.17
+
||10:17
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
||10.27
+
||10:27
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 11:30, 17 July 2014

Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. LibreOffice Drawত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতৰম
00:08 এই টিউটোৰিয়েলত আপোনি।
00:13 কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল।
00:17 মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে আকৃতি অঙ্কন কৰিবলৈ শিকিব ।
00:22 কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকো আপোনি শিকিব ।
00:27 মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় ।
00:33 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যবহাৰ কৰিছো
00:42 Object শব্দটোক সংজ্ঞা কৰা যাওক
00:44 "“Object” (অবজেক্ট)" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় ।
00:55 এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট ।
00:59 ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক ।
01:04 প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰো শিকিম।
01:08 ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম ।
01:13 এইটো কৰাত, eight handles দৃশ্যমান হব ।
01:16 Handles বোৰ হৈছে সৰু নিলা বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে ।
01:22 আপোনি পৰবর্তী টিউটোৰিয়েলত handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব ।
01:27 আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক ।
01:30 groundৰ বাবে এটি rectangle যোগ কৰা যাওক ।
01:34 অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰ পিছত "Rectangle" ত ক্লিক কৰক ।
01:39 এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰৰ সৈতে এটি যোগ চিহ্ন দেখিব।
01:45 মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি rectangle আঁকক ।
01:50 এতিয়া মাউসৰ বোতাম এৰি দিয়ক ।
01:52 পিছত, water vapourৰ উর্ধগতি দেখিবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক ।
02:00 লাইন এদাল আকিবলৈ Drawing টুলবাৰত "লাইন" ক্লিক কৰক ।
02:04 কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক ।
02:06 আপোনি slanting ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে।
02:10 মাউসৰ বাও বাটনটোত ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক।
02:15 আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে ।
02:17 এটি লাইনত দুটা হ্যান্ডল আছে ।
02:20 এতিয়া, লাইনৰলৈ এটা আৰোহেদ যোগ কৰো ।
02:23 আমি লাইনটো নির্বাচন কৰিম ।
02:25 কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "“Line” (লাইন)"ত ক্লিক কৰক ।
02:30 আপোনি "“Line” (লাইন)" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক ।
02:39 এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে ।
02:43 প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক ।
02:46 Okত ক্লিক কৰক ।
02:48 এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে ।
02:52 কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ ।
02:57 সেয়ে প্রথমে CTRL + Z টিপি এই পৰিবর্তনটি আনডো কৰো ।
03:02 কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক ।
03:05 এতিয়া "লাইন (“Line”)" ট্যাবত ক্লিক কৰক ।
03:09 এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "“Style” (স্টাইল)" নামৰ ক্ষেত্র দেখিব পাৰে।
03:14 আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে ।
03:19 বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক ।
03:23 সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' .
03:26 OKত ক্লিক কৰক ।
03:28 লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে ।
03:33 আমি “Lines আৰু Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো ।
03:38 এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু ।
03:42 অঙ্কন টুলবাৰ (Drawing toolbar)পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক ।
03:48 কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক ।
03:51 মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক
03:56 এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ?
04:00 একে ভাবে আৰু এটা এৰো যোগ কৰো ।
04:06 এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
04:09 আপোনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক ।
04:13 লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক ।
04:16 লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে transparency মানে স্বচ্ছতা পৰিবর্তন কৰক ।
04:24 Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক ।
04:28 পিছত , আমি এটি স্তাৰ অঙ্কন কৰো ।
04:31 অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
04:37 5-Point Star” নির্বাচন কৰো ।
04:41 এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক।
04:44 মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক ।
04:48 আপোনি এটি স্তাৰ অঙ্কন কৰক ।
04:50 এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম।
04:54 এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক।
04:59 এতিয়া মাউসৰ বোতামটো এৰি দিয়ক ।
05:02 আপনি এটা object মোভ কৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys ব্যবহাৰ কৰিবও পাৰে।
05:08 এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো?
05:11 এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক ।
05:17 সেই objectটো মোছা গল. এইটো সহজ নহয় জানো?
05:20 এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ ।
05:26 ৰুলাৰ page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় ।
05:31 এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয় ।
05:35 ৰুলাৰ ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় ।
05:40 পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক ।
05:45 আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে ।
05:48 "সেনটিমিটাৰত (“Centimeter”)" ক্লিক কৰক।
05:50 এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে ।
05:55 একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো।
06:00 বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰুলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক ।
06:08 লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে।
06:12 ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ"(“Page Setup”) ত নির্দিষ্ট কৰো।
06:19 দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে ।
06:23 cloud নির্বাচন কৰক ।
06:25 আপোনি ৰুলাৰৰ উপৰত small start আৰু end marks দেখা পাইচেনে?
06:29 এইবোৰে cloudৰ প্রান্ত দুটি নির্দেশ কৰে ।
06:32 আপোনি যদি এই ​​চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে
06:38 ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় ।
06:42 ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে ।
06:49 পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,।
06:53 আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ “Align” টুলবাৰ ব্যবহাৰ কৰো ।
07:01 "এলাইন"(“Align”) টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ( “Main Menu”)ত গৈ আৰু "View " ক্লিক কৰক ।
07:07 “View” মেনু অধিনত “Toolbars” ক্লিক কৰক.
07:11 আপোনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব ।
07:13 "“Align”" ক্লিক কৰক।
07:15 আপোনি "“Align”" টুলবাৰ দেখিব পাৰিব ।
07:18 এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় ।
07:24 cloud নির্বাচন কৰক ।
07:26 Align” টুলবাৰত left ক্লিক কৰক।
07:29 cloud টি বাওফালে এলাইন হৈছে।
07:32 এতিয়া “Centered” আৰু “Centre” এই দুটা বিকল্পৰ পার্থক্য বুজো ।
07:38 বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক ।
07:43 প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক ।
07:47 বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক ।
07:52 এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক ।
07:56 বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে ।
07:59 “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়।
08:06 এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়।
08:10 এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো ।
08:15 বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে ।
08:18 “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে ।
08:23 এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় ।
08:33 এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে ।
08:40 ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব
08:43 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
08:46 মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক ।
08:50 এই দুটি আকৃতি তৈয়াৰ কৰক।
08:53 এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক।
08:55 আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক মুছি পেলাওক।
08:59 কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক ।
09:04 তাৰপিছত "“Align” টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক।
09:11 ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল ।
09:15 এই টিউটোৰিয়েলত আপোনি
09:19 মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু ৰেকটেঙ্ল,
09:24 মৌলিক জ্যামিত্ৰিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব ।
09:29 আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব ।
09:32 ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক ।
09:37 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
09:41 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:44 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:48 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:51 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:54 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:58 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10:04 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:27 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble