Difference between revisions of "LaTeX/C2/What-is-Compiling/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
!Time
+
|'''Time'''
!Narration
+
|'''Narration'''
 
|-
 
|-
|0:00  
+
|00:00  
 
|LaTeX ব্যৱহাৰ কৰি কেনেকৈ এটা সাধাৰণ ডকুমেণ্ট তৈয়াৰ কৰিব পাৰি, সেই সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম।   
 
|LaTeX ব্যৱহাৰ কৰি কেনেকৈ এটা সাধাৰণ ডকুমেণ্ট তৈয়াৰ কৰিব পাৰি, সেই সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম।   
 
|-
 
|-
|0:08  
+
|00:08  
 
|মই এই পদ্ধতিটো MacOSX অপাৰেটিং চিষ্টেমত ব্যাখ্যা কৰিম।
 
|মই এই পদ্ধতিটো MacOSX অপাৰেটিং চিষ্টেমত ব্যাখ্যা কৰিম।
 
|-
 
|-
|0:13  
+
|00:13  
 
|একেধৰণৰ পদ্ধতি আন আন অপাৰেটিং চিষ্টেমতো উপলব্ধ. যেনে লিনাক্স আৰু উইণ্ডজ।  
 
|একেধৰণৰ পদ্ধতি আন আন অপাৰেটিং চিষ্টেমতো উপলব্ধ. যেনে লিনাক্স আৰু উইণ্ডজ।  
 
|-
 
|-
|0:19  
+
|00:19  
 
|আপোনাৰ বাবে প্ৰথম কামটো হ’ল, আপোনাৰ এডিটৰ ব্যৱহাৰ কৰি এটা চৰ্চ ফাইল তৈয়াৰ কৰা।  
 
|আপোনাৰ বাবে প্ৰথম কামটো হ’ল, আপোনাৰ এডিটৰ ব্যৱহাৰ কৰি এটা চৰ্চ ফাইল তৈয়াৰ কৰা।  
 
|-
 
|-
|0:24  
+
|00:24  
 
|মোৰ প্ৰিয় এডিটৰ হৈছে Emacs। মই ফাইলটো hello.tex বুলি নামকৰণ কৰিলো। ফাইলৰ এক্সটেনশ্যন হৈছে tex। যদিও ইয়াৰ বানানটো t-e-x, কিন্তু ইয়াক tec হিচাপে উচ্চাৰণ কৰা হয়।
 
|মোৰ প্ৰিয় এডিটৰ হৈছে Emacs। মই ফাইলটো hello.tex বুলি নামকৰণ কৰিলো। ফাইলৰ এক্সটেনশ্যন হৈছে tex। যদিও ইয়াৰ বানানটো t-e-x, কিন্তু ইয়াক tec হিচাপে উচ্চাৰণ কৰা হয়।
 
|-
 
|-
|0:40  
+
|00:40  
 
|এতিয়া প্ৰথম কামটো হ’ল কোনটো ডকুমেণ্ট ক্লাছৰ প্ৰতি আমি আগ্ৰহী, সেইটো LaTeX-অক জনোৱা।
 
|এতিয়া প্ৰথম কামটো হ’ল কোনটো ডকুমেণ্ট ক্লাছৰ প্ৰতি আমি আগ্ৰহী, সেইটো LaTeX-অক জনোৱা।
 
|-
 
|-
|0:46  
+
|00:46  
 
|মই তলত কোৱা ধৰণে আৰ্টিকল ক্লাছ ব্যৱহাৰ কৰিম।
 
|মই তলত কোৱা ধৰণে আৰ্টিকল ক্লাছ ব্যৱহাৰ কৰিম।
 
|-
 
|-
|1:01  
+
|01:01  
 
|ইয়াক চেভ কৰক।
 
|ইয়াক চেভ কৰক।
 
|-
 
|-
|1:03  
+
|01:03  
 
|ইয়াৰ বাহিৰেও কেইবাটাও অন্য ক্লাছ আছে।
 
|ইয়াৰ বাহিৰেও কেইবাটাও অন্য ক্লাছ আছে।
 
|-
 
|-
|1:06  
+
|01:06  
 
|আন প্ৰশিক্ষণত ইয়াৰ কিছুমানৰ সৈতে আমি চিনাকি হ’ম।
 
|আন প্ৰশিক্ষণত ইয়াৰ কিছুমানৰ সৈতে আমি চিনাকি হ’ম।
 
|-
 
|-
|1:10  
+
|01:10  
 
|মই ফণ্টৰ আকাৰ ১২ পইণ্ট ব্যৱহাৰ কৰিছোঁ।
 
|মই ফণ্টৰ আকাৰ ১২ পইণ্ট ব্যৱহাৰ কৰিছোঁ।
 
|-
 
|-
|1:14  
+
|01:14  
 
|১১ পইণ্ট আৰু ১o পইণ্টৰ দুটা সৰু আকাৰো LaTeX-অত জনপ্ৰিয়।
 
|১১ পইণ্ট আৰু ১o পইণ্টৰ দুটা সৰু আকাৰো LaTeX-অত জনপ্ৰিয়।
 
|-
 
|-
|1:23  
+
|01:23  
 
|এতিয়া ডকুমেণ্টটো আৰম্ভ কৰোঁ।
 
|এতিয়া ডকুমেণ্টটো আৰম্ভ কৰোঁ।
 
|-
 
|-
|1:29  
+
|01:29  
 
|মই Hello world! বুলি টাইপ কৰিম।
 
|মই Hello world! বুলি টাইপ কৰিম।
 
|-
 
|-
|1:34  
+
|01:34  
 
|এতিয়া ডকুমেণ্টটো সমাপ্ত কৰোঁ।
 
|এতিয়া ডকুমেণ্টটো সমাপ্ত কৰোঁ।
 
|-
 
|-
|1:36  
+
|01:36  
 
|ইয়াক চেভ কৰোঁ।
 
|ইয়াক চেভ কৰোঁ।
 
|-
 
|-
|1:39  
+
|01:39  
 
|Begin আৰু end document কমাণ্ডৰ ভিতৰত যিবোৰ আহে, সেইবোৰ ফাইনেল আউটপুটতহে দেখা যাব।
 
|Begin আৰু end document কমাণ্ডৰ ভিতৰত যিবোৰ আহে, সেইবোৰ ফাইনেল আউটপুটতহে দেখা যাব।
 
|-
 
|-
|1:47  
+
|01:47  
 
|ইয়াক চ’ৰ্চ ফাইল বুলি কোৱা হয়। মই ইয়াক hello.tex বুলি নামকৰণ কৰিলো।  
 
|ইয়াক চ’ৰ্চ ফাইল বুলি কোৱা হয়। মই ইয়াক hello.tex বুলি নামকৰণ কৰিলো।  
 
|-
 
|-
|1:51  
+
|01:51  
 
|ইয়াক pdflatex কমাণ্ড ব্যৱহাৰ কৰি কমপাইল কৰোঁ আহক।
 
|ইয়াক pdflatex কমাণ্ড ব্যৱহাৰ কৰি কমপাইল কৰোঁ আহক।
 
|-
 
|-
|1:55  
+
|01:55  
 
|আমি ইয়ালৈ আহিলো আৰু pdflatexhello.tex কমাণ্ডটো দেখা পালো।  
 
|আমি ইয়ালৈ আহিলো আৰু pdflatexhello.tex কমাণ্ডটো দেখা পালো।  
 
|-
 
|-
|2:08  
+
|02:08  
 
|ইয়াক কমপাইল কৰিবলৈ tex এক্সটেনশ্যনটো নোহোৱাকৈ আমি pdflatexhello কমাণ্ডটোও ব্যৱহাৰ কৰিব পাৰোঁ।   
 
|ইয়াক কমপাইল কৰিবলৈ tex এক্সটেনশ্যনটো নোহোৱাকৈ আমি pdflatexhello কমাণ্ডটোও ব্যৱহাৰ কৰিব পাৰোঁ।   
 
|-
 
|-
|2:23  
+
|02:23  
 
|এই ক্ষেত্ৰত ডিফল্ট এক্সটেনশ্যন tex ব্যৱহাৰ কৰা হ’ব।  
 
|এই ক্ষেত্ৰত ডিফল্ট এক্সটেনশ্যন tex ব্যৱহাৰ কৰা হ’ব।  
 
|-
 
|-
|2:28  
+
|02:28  
 
|Pdflatex কমাণ্ডটো লেটেক্স চৰ্চ ফাইলৰ পৰা পিডিএফ ফাইল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
|Pdflatex কমাণ্ডটো লেটেক্স চৰ্চ ফাইলৰ পৰা পিডিএফ ফাইল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
|-
 
|-
|2:35  
+
|02:35  
 
|এই কমাণ্ডটো চলালে লেটেক্সে কিছুমান লাগতিয়াল তথ্যও দিয়ে। এই বাৰ্তাবোৰ আমি ইয়াত দেখাৰ দৰে hello.log নামৰ এটা ফাইলত store মানে সঞ্চিত হয়।  
 
|এই কমাণ্ডটো চলালে লেটেক্সে কিছুমান লাগতিয়াল তথ্যও দিয়ে। এই বাৰ্তাবোৰ আমি ইয়াত দেখাৰ দৰে hello.log নামৰ এটা ফাইলত store মানে সঞ্চিত হয়।  
 
|-
 
|-
|2:48  
+
|02:48  
 
|আমি এতিয়ালৈকে তৈয়াৰ কৰা সকলোবোৰ ফাইলতে hello অহাটো লক্ষ্য কৰক।  
 
|আমি এতিয়ালৈকে তৈয়াৰ কৰা সকলোবোৰ ফাইলতে hello অহাটো লক্ষ্য কৰক।  
 
|-
 
|-
|2:53  
+
|02:53  
 
|এতিয়া আমি hello.pdf ফাইলটো খোলোঁ আহক।
 
|এতিয়া আমি hello.pdf ফাইলটো খোলোঁ আহক।
 
|-
 
|-
|2:57  
+
|02:57  
 
|মোৰ Mac চিষ্টেমত, skim hello.pdf কমাণ্ড চলাই এই কামটো কৰোঁ।
 
|মোৰ Mac চিষ্টেমত, skim hello.pdf কমাণ্ড চলাই এই কামটো কৰোঁ।
 
|-
 
|-
|3:12  
+
|03:12  
 
|Skim হৈছে Mac OSX-ৰ বাবে পোৱা এটা বিনামূলীয়া পিডিএফ ৰিডাৰ।
 
|Skim হৈছে Mac OSX-ৰ বাবে পোৱা এটা বিনামূলীয়া পিডিএফ ৰিডাৰ।
 
|-
 
|-
|3:18  
+
|03:18  
 
|কমাণ্ডটো চলালে, skim-এ hello.pdf ফাইলটো খোলে।
 
|কমাণ্ডটো চলালে, skim-এ hello.pdf ফাইলটো খোলে।
 
|-
 
|-
|3:22  
+
|03:22  
 
|আশা কৰা ধৰণে ইয়াত মাত্ৰ এটা শাৰী আছে। মই ফাইলটো জুম কৰোঁ।
 
|আশা কৰা ধৰণে ইয়াত মাত্ৰ এটা শাৰী আছে। মই ফাইলটো জুম কৰোঁ।
 
|-
 
|-
|3:33  
+
|03:33  
 
|Skim-এ মুকলি হৈ থকা ফাইলটোৰ latest version মানে শেহতীয়া সংস্কৰণটো দেখুৱায়।
 
|Skim-এ মুকলি হৈ থকা ফাইলটোৰ latest version মানে শেহতীয়া সংস্কৰণটো দেখুৱায়।
 
|-
 
|-
|3:37  
+
|03:37  
 
|উদাহৰণ স্বৰূপে, যদি মই ইয়াত সাল-সলনি কৰোঁ, ধৰক, ইয়াত মই অন্য এটা hello world বাক্যাংশ যোগ কৰোঁ।
 
|উদাহৰণ স্বৰূপে, যদি মই ইয়াত সাল-সলনি কৰোঁ, ধৰক, ইয়াত মই অন্য এটা hello world বাক্যাংশ যোগ কৰোঁ।
 
|-
 
|-
|3:48  
+
|03:48  
 
|প্ৰথমতে ইয়াক চেভ কৰোঁ আৰু তাৰপিছত কমপাইল কৰোঁ।
 
|প্ৰথমতে ইয়াক চেভ কৰোঁ আৰু তাৰপিছত কমপাইল কৰোঁ।
 
|-
 
|-
|3:56  
+
|03:56  
 
|ইয়াক কৰা যাওক। ফাইলটো আপডেটেড হ’ল।
 
|ইয়াক কৰা যাওক। ফাইলটো আপডেটেড হ’ল।
 
|-
 
|-
|4:01  
+
|04:01  
 
|ইয়াক মই মচি পেলাও, চেভ কৰোঁ, কমপাইল কৰোঁ, এতিয়া এইটো পূৰ্বৰ অৱস্থালৈ ঘূৰি গ’ল।  
 
|ইয়াক মই মচি পেলাও, চেভ কৰোঁ, কমপাইল কৰোঁ, এতিয়া এইটো পূৰ্বৰ অৱস্থালৈ ঘূৰি গ’ল।  
 
|-
 
|-
|4:14  
+
|04:14  
 
|লক্ষ্য কৰক যে ফাইলটো চেভ কৰাৰ পিছত মই সদায়েই ইয়াক কমপাইল কৰোঁ।
 
|লক্ষ্য কৰক যে ফাইলটো চেভ কৰাৰ পিছত মই সদায়েই ইয়াক কমপাইল কৰোঁ।
 
|-
 
|-
|4:21  
+
|04:21  
 
|প্ৰথমতে চেভ কৰক আৰু তাৰপিছত কমপাইল কৰক। আপুনি যদি চেভ নকৰে, তেনেহ’লে আপুনি কৰা সাল-সলনিবোৰ কমপাইল কৰা ৰূপটোত নোসোমাব।
 
|প্ৰথমতে চেভ কৰক আৰু তাৰপিছত কমপাইল কৰক। আপুনি যদি চেভ নকৰে, তেনেহ’লে আপুনি কৰা সাল-সলনিবোৰ কমপাইল কৰা ৰূপটোত নোসোমাব।
 
|-
 
|-
|4:30  
+
|04:30  
 
|এই কথন প্ৰশিক্ষণটো তৈয়াৰ কৰিবলৈ মই এই তিনিখন উইণ্ড সজাই লৈছিলো।  
 
|এই কথন প্ৰশিক্ষণটো তৈয়াৰ কৰিবলৈ মই এই তিনিখন উইণ্ড সজাই লৈছিলো।  
 
|-
 
|-
|4:36  
+
|04:36  
 
|ডকুমেণ্ট তৈয়াৰ কৰিবলৈ আপুনিও ঠিক এইধৰণেই সজোৱাৰ দৰকাৰ নাই। আৰু মন কৰিব যে আপুনি আপোনাৰ পছন্দ মতে এডিটৰ আৰু পিডিএফ ৰিডাৰ ব্যৱহাৰ কৰিব পাৰে।
 
|ডকুমেণ্ট তৈয়াৰ কৰিবলৈ আপুনিও ঠিক এইধৰণেই সজোৱাৰ দৰকাৰ নাই। আৰু মন কৰিব যে আপুনি আপোনাৰ পছন্দ মতে এডিটৰ আৰু পিডিএফ ৰিডাৰ ব্যৱহাৰ কৰিব পাৰে।
 
|-
 
|-
|4:45  
+
|04:45  
 
|লেটেক্স ব্যৱহাৰ কৰিবলৈ এই তিনিটা পৰ্যায়ৰ মাজেৰে যোৱাটো প্ৰয়োজনীয়: চ’ৰ্চ তৈয়াৰ, কমপিলেশ্যন আৰু পিডিএফ ফাইল দৰ্শন কৰা।
 
|লেটেক্স ব্যৱহাৰ কৰিবলৈ এই তিনিটা পৰ্যায়ৰ মাজেৰে যোৱাটো প্ৰয়োজনীয়: চ’ৰ্চ তৈয়াৰ, কমপিলেশ্যন আৰু পিডিএফ ফাইল দৰ্শন কৰা।
 
|-
 
|-
|5:08  
+
|05:08  
 
|চৰ্চ ফাইলটো সাল-সলনিৰ জৰিয়তে আপুনিও এই পৰ্যায়বোৰৰ মাজেৰে যোৱাটোত মই উৎসাহ দিওঁ।
 
|চৰ্চ ফাইলটো সাল-সলনিৰ জৰিয়তে আপুনিও এই পৰ্যায়বোৰৰ মাজেৰে যোৱাটোত মই উৎসাহ দিওঁ।
 
|-
 
|-
|5:12  
+
|05:12  
 
|Begin আৰু end কমাণ্ডৰ মাজত আপুনি হয়তো আৰু কেইটামান টেক্সট শাৰী যোগ দিব বিচাৰিব।
 
|Begin আৰু end কমাণ্ডৰ মাজত আপুনি হয়তো আৰু কেইটামান টেক্সট শাৰী যোগ দিব বিচাৰিব।
 
|-
 
|-
|5:20  
+
|05:20  
 
|আপুনি hello.log ফাইলটোও ব্ৰাউজ কৰিব বিচাৰিব পাৰে।
 
|আপুনি hello.log ফাইলটোও ব্ৰাউজ কৰিব বিচাৰিব পাৰে।
 
|-
 
|-
|5:24  
+
|05:24  
 
|এটা প্ৰদৰ্শনৰ জৰিয়তে এই প্ৰশিক্ষণটো মই আগবঢ়াই নিম।
 
|এটা প্ৰদৰ্শনৰ জৰিয়তে এই প্ৰশিক্ষণটো মই আগবঢ়াই নিম।
 
|-
 
|-
|5:28  
+
|05:28  
 
|প্ৰথমতে মই এইটো মচি পেলাম।
 
|প্ৰথমতে মই এইটো মচি পেলাম।
 
|-
 
|-
|5:38  
+
|05:38  
 
|লেটেক্সৰ উপযোগিতা সম্পৰ্কে কৈ মই আৰম্ভ কৰিম।  
 
|লেটেক্সৰ উপযোগিতা সম্পৰ্কে কৈ মই আৰম্ভ কৰিম।  
 
|-
 
|-
|5:42  
+
|05:42  
 
|লেটেক্স হৈছে এটা অতি সুন্দৰ টাইপছেটিং চফটৱেৰ।
 
|লেটেক্স হৈছে এটা অতি সুন্দৰ টাইপছেটিং চফটৱেৰ।
 
|-
 
|-
|5:47  
+
|05:47  
 
|লেটেক্সৰ জৰিয়তে তৈয়াৰ কৰা ডকুমেণ্টৰ গুণ অতুলনীয়।
 
|লেটেক্সৰ জৰিয়তে তৈয়াৰ কৰা ডকুমেণ্টৰ গুণ অতুলনীয়।
 
|-
 
|-
|5:51  
+
|05:51  
 
|লেটেক্স বিনামূলীয়া আৰু মুক্তউৎস।
 
|লেটেক্স বিনামূলীয়া আৰু মুক্তউৎস।
 
|-
 
|-
|5:53  
+
|05:53  
 
|ই উইণ্ডজ তথা Mac আৰু Linux-অকে ধৰি Unix চিষ্টেমসমূহত উপলব্ধ।
 
|ই উইণ্ডজ তথা Mac আৰু Linux-অকে ধৰি Unix চিষ্টেমসমূহত উপলব্ধ।
 
|-
 
|-
|6:00  
+
|06:00  
 
|লেটেক্সত বহুকেইটা বঢ়িয়া বৈশিষ্ট্য আছে, যেনে— সমীকৰণৰ স্বয়ংক্ৰিয় নাম্বাৰিং, চেপ্টাৰ আৰু চেকশ্যন, ফিগাৰ আৰু টেবুল আদি।  
 
|লেটেক্সত বহুকেইটা বঢ়িয়া বৈশিষ্ট্য আছে, যেনে— সমীকৰণৰ স্বয়ংক্ৰিয় নাম্বাৰিং, চেপ্টাৰ আৰু চেকশ্যন, ফিগাৰ আৰু টেবুল আদি।  
 
|-
 
|-
|6:08  
+
|06:08  
 
|বহুতো গাণিতিক সমীকৰণ থকা ডকুমেণ্ট লেটেক্সত বৰ সহজভাৱে তৈয়াৰ কৰিব পাৰি।  
 
|বহুতো গাণিতিক সমীকৰণ থকা ডকুমেণ্ট লেটেক্সত বৰ সহজভাৱে তৈয়াৰ কৰিব পাৰি।  
 
|-
 
|-
|6:13  
+
|06:13  
 
|সলনি কৰিব পৰা ফৰ্মেটৰ সৈতে তালিকাকৰণ (bibliographic entries) ইয়াত সহজে তৈয়াৰ কৰিব পাৰি।   
 
|সলনি কৰিব পৰা ফৰ্মেটৰ সৈতে তালিকাকৰণ (bibliographic entries) ইয়াত সহজে তৈয়াৰ কৰিব পাৰি।   
 
|-
 
|-
|6:19  
+
|06:19  
 
|লেটেক্সে নিজে নিজে ফৰমেটিং সম্পৰ্কত দায়িত্ব লোৱা বাবে লেখকে অন্য দৰকাৰী বিষয়, যেনে— বিষয়বস্তু চিন্তন, ধাৰণাৰ যুক্তিগত বিভাজন আদিত মনোনিৱেশ কৰিব পাৰে।
 
|লেটেক্সে নিজে নিজে ফৰমেটিং সম্পৰ্কত দায়িত্ব লোৱা বাবে লেখকে অন্য দৰকাৰী বিষয়, যেনে— বিষয়বস্তু চিন্তন, ধাৰণাৰ যুক্তিগত বিভাজন আদিত মনোনিৱেশ কৰিব পাৰে।
 
|-
 
|-
|6:31  
+
|06:31  
 
|লেটেক্স সম্পৰ্কত আৰু অধিক কথন প্ৰশিক্ষণ আছে। লেটেক্স সম্পৰ্কীয়— কমপিলেশ্যন কি, পত্ৰ লেখন, প্ৰতিবেদন লিখন, গাণিতিক টাইপছেটিং, সমীকৰণ, টেবুল আৰু ফিগাৰ, বিব্লিঅ’গ্ৰাফী কেনেকৈ তৈয়াৰ কৰা হয়, বিব্লিঅ’গ্ৰাফীৰ ভিতৰচ’ৰা— এই কথন প্ৰশিক্ষণবোৰ চাবলৈ moudgalya.org ৱেবচাইট চাওক।  
 
|6:53  
+
|06:53  
 
|ভাল ফলাফলৰ বাবে প্ৰশিক্ষণবোৰৰ এই ক্ৰম অনুমোদন কৰা হৈছে।
 
|ভাল ফলাফলৰ বাবে প্ৰশিক্ষণবোৰৰ এই ক্ৰম অনুমোদন কৰা হৈছে।
 
|-
 
|-
|6:57  
+
|06:57  
 
|এই প্ৰশিক্ষণসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা চ’ৰ্চ ফাইলবোৰো এই ৱেবচাইটত পোৱা যাব।
 
|এই প্ৰশিক্ষণসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা চ’ৰ্চ ফাইলবোৰো এই ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
|7:03  
+
|07:03  
 
|উইণ্ডজ অপাৰেটিং চিষ্টেমত লেটেক্স ইনষ্টল কৰা বিষয়ক এটা প্ৰশিক্ষণ আমি যোগ দিবলৈ পৰিকল্পনা কৰিছোঁ।
 
|উইণ্ডজ অপাৰেটিং চিষ্টেমত লেটেক্স ইনষ্টল কৰা বিষয়ক এটা প্ৰশিক্ষণ আমি যোগ দিবলৈ পৰিকল্পনা কৰিছোঁ।
 
|-
 
|-
|7:09  
+
|07:09  
 
|অদূৰ ভৱিষ্যতে অন্যান্য বিষয়ক প্ৰশিক্ষণো তাত থাকিব, উদাহৰণ স্বৰূপে, শ্লাইড প্ৰদৰ্শনৰ বাবে beamer।
 
|অদূৰ ভৱিষ্যতে অন্যান্য বিষয়ক প্ৰশিক্ষণো তাত থাকিব, উদাহৰণ স্বৰূপে, শ্লাইড প্ৰদৰ্শনৰ বাবে beamer।
 
|-
 
|-
|7:15  
+
|07:15  
 
|এই প্ৰদৰ্শনটো লেটেক্স ব্যৱহাৰ কৰি beamer-ৰ জৰিয়তে তৈয়াৰ কৰা হৈছে।
 
|এই প্ৰদৰ্শনটো লেটেক্স ব্যৱহাৰ কৰি beamer-ৰ জৰিয়তে তৈয়াৰ কৰা হৈছে।
 
|-
 
|-
|7:21  
+
|07:21  
 
|কেইটামান পৰামৰ্শ: যিমান সম্ভৱ সিমান কথন প্ৰশিক্ষণ চাওক।
 
|কেইটামান পৰামৰ্শ: যিমান সম্ভৱ সিমান কথন প্ৰশিক্ষণ চাওক।
 
|-
 
|-
|7:26  
+
|07:26  
 
|সমান্তৰালভাৱে সেইবোৰ অনুশীলন কৰক।
 
|সমান্তৰালভাৱে সেইবোৰ অনুশীলন কৰক।
 
|-
 
|-
|7:28  
+
|07:28  
 
|এটা কাৰ্যক্ষম লেটেক্স ফাইলৰ সৈতে আৰম্ভ কৰক।
 
|এটা কাৰ্যক্ষম লেটেক্স ফাইলৰ সৈতে আৰম্ভ কৰক।
 
|-
 
|-
|7:31  
+
|07:31  
 
|এবাৰত এটা সলনি কৰক, চেভ কৰক, কমপাইল কৰক আৰু পৰৱৰ্তী সলনি কৰাৰ আগতে নিশ্চিত কৰক যে আপুনি কৰাটোৱে ভালকৈ কাম কৰিছে।
 
|এবাৰত এটা সলনি কৰক, চেভ কৰক, কমপাইল কৰক আৰু পৰৱৰ্তী সলনি কৰাৰ আগতে নিশ্চিত কৰক যে আপুনি কৰাটোৱে ভালকৈ কাম কৰিছে।
 
|-
 
|-
|7:40  
+
|07:40  
 
|কমপাইলিং কৰাৰ আগতে চ’ৰ্চ ফাইলটো চেভ কৰিবলৈ নাপাহৰিব।  
 
|কমপাইলিং কৰাৰ আগতে চ’ৰ্চ ফাইলটো চেভ কৰিবলৈ নাপাহৰিব।  
 
|-
 
|-
|7:45  
+
|07:45  
 
|লেটেক্স সম্পৰ্কত বহুতো কিতাপ আছে। আমি দুখন অনুমোদন কৰোঁ।
 
|লেটেক্স সম্পৰ্কত বহুতো কিতাপ আছে। আমি দুখন অনুমোদন কৰোঁ।
 
|-
 
|-
|7:48  
+
|07:48  
 
|প্ৰথমখন হৈছে— লেটেক্স তৈয়াৰ কৰোঁতা Leslie Lamport-এ লিখা।
 
|প্ৰথমখন হৈছে— লেটেক্স তৈয়াৰ কৰোঁতা Leslie Lamport-এ লিখা।
 
|-
 
|-
|7:53  
+
|07:53  
 
|এই কিতাপখনৰ সুলভ মূলৰ ভাৰতীয় সংস্কৰণো আছে।
 
|এই কিতাপখনৰ সুলভ মূলৰ ভাৰতীয় সংস্কৰণো আছে।
 
|-
 
|-
|7:57  
+
|07:57  
 
|অগ্ৰণী ব্যৱহাৰকাৰীয়ে Latex Companion নামৰ কিতাপখন চাব পাৰে।
 
|অগ্ৰণী ব্যৱহাৰকাৰীয়ে Latex Companion নামৰ কিতাপখন চাব পাৰে।
 
|-
 
|-
|8:03  
+
|08:03  
 
|সাধাৰণতে বেছিভাগ ক্ষেত্ৰত প্ৰথমখন কিতাপ আৰু ৱেবচাইটৰ সন্ধানেই যথেষ্ট হ’ব পাৰে। যি কি নহওক, লেটেক্স সম্পৰ্কীয় সকলোবোৰ বিষয়বস্তুৰ বাবে প্ৰধান ৱেবচাইট হৈছে ctan.org।
 
|সাধাৰণতে বেছিভাগ ক্ষেত্ৰত প্ৰথমখন কিতাপ আৰু ৱেবচাইটৰ সন্ধানেই যথেষ্ট হ’ব পাৰে। যি কি নহওক, লেটেক্স সম্পৰ্কীয় সকলোবোৰ বিষয়বস্তুৰ বাবে প্ৰধান ৱেবচাইট হৈছে ctan.org।
 
|-
 
|-
|8:15  
+
|08:15  
 
|এই প্ৰশিক্ষণৰ বাবে পুঁজিৰ যোগান ধৰিছে National Mission on Education through ICT, Launched by MHRD, Government of India-ই।
 
|এই প্ৰশিক্ষণৰ বাবে পুঁজিৰ যোগান ধৰিছে National Mission on Education through ICT, Launched by MHRD, Government of India-ই।
 
|-
 
|-
|8:24  
+
|08:24  
 
|এই মিছনৰ ৱেব ঠিকনা হৈছে— sakshat.ac.in। কথন প্ৰশিক্ষণ হৈছে এই মিছনৰ Talk to a Teacher প্ৰকল্পৰ এটা উদ্যম। ইয়াৰ সমন্বয়ক হিচাপে আছে CDEEP, IIT Bombay: cdeep.iitb.ac.in
 
|এই মিছনৰ ৱেব ঠিকনা হৈছে— sakshat.ac.in। কথন প্ৰশিক্ষণ হৈছে এই মিছনৰ Talk to a Teacher প্ৰকল্পৰ এটা উদ্যম। ইয়াৰ সমন্বয়ক হিচাপে আছে CDEEP, IIT Bombay: cdeep.iitb.ac.in
 
|-
 
|-
|8:39  
+
|08:39  
 
|চফটৱেৰ উন্নয়ন জনপ্ৰিয়কৰণৰ বাবে কথন প্ৰশিক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ মাজত Fosse.in-ৰ জৰিয়তে সমন্বয় সাধন কৰা হয়।
 
|চফটৱেৰ উন্নয়ন জনপ্ৰিয়কৰণৰ বাবে কথন প্ৰশিক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ মাজত Fosse.in-ৰ জৰিয়তে সমন্বয় সাধন কৰা হয়।
 
|-
 
|-
|8:47  
+
|08:47  
 
|Fossee-এ Free and Open source software in science and engineering education-ক সূচায়ছে।  
 
|Fossee-এ Free and Open source software in science and engineering education-ক সূচায়ছে।  
 
|-
 
|-
|8:52  
+
|08:52  
 
|এই প্ৰকল্পটোলৈ national mission on education-এও সহযোগিতা আগবঢ়াইছে।
 
|এই প্ৰকল্পটোলৈ national mission on education-এও সহযোগিতা আগবঢ়াইছে।
 
|-
 
|-
|8:57  
+
|08:57  
 
|অধিক কথন প্ৰশিক্ষণ আৰু সেইবোৰৰ বিভিন্ন ভাষাৰ অনুবাদৰ বাবে এই সংযোগবোৰ চাওক।
 
|অধিক কথন প্ৰশিক্ষণ আৰু সেইবোৰৰ বিভিন্ন ভাষাৰ অনুবাদৰ বাবে এই সংযোগবোৰ চাওক।
 
|-
 
|-
|9:05  
+
|09:05  
 
|ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে। যোগদানৰ বাবে ধন্যবাদ। এয়া আছিল CDEEP, IIT, Bombay-ৰ Kannan Moudgalya। বিদায়।
 
|ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে। যোগদানৰ বাবে ধন্যবাদ। এয়া আছিল CDEEP, IIT, Bombay-ৰ Kannan Moudgalya। বিদায়।

Latest revision as of 11:16, 17 July 2014

Time Narration
00:00 LaTeX ব্যৱহাৰ কৰি কেনেকৈ এটা সাধাৰণ ডকুমেণ্ট তৈয়াৰ কৰিব পাৰি, সেই সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম।
00:08 মই এই পদ্ধতিটো MacOSX অপাৰেটিং চিষ্টেমত ব্যাখ্যা কৰিম।
00:13 একেধৰণৰ পদ্ধতি আন আন অপাৰেটিং চিষ্টেমতো উপলব্ধ. যেনে লিনাক্স আৰু উইণ্ডজ।
00:19 আপোনাৰ বাবে প্ৰথম কামটো হ’ল, আপোনাৰ এডিটৰ ব্যৱহাৰ কৰি এটা চৰ্চ ফাইল তৈয়াৰ কৰা।
00:24 মোৰ প্ৰিয় এডিটৰ হৈছে Emacs। মই ফাইলটো hello.tex বুলি নামকৰণ কৰিলো। ফাইলৰ এক্সটেনশ্যন হৈছে tex। যদিও ইয়াৰ বানানটো t-e-x, কিন্তু ইয়াক tec হিচাপে উচ্চাৰণ কৰা হয়।
00:40 এতিয়া প্ৰথম কামটো হ’ল কোনটো ডকুমেণ্ট ক্লাছৰ প্ৰতি আমি আগ্ৰহী, সেইটো LaTeX-অক জনোৱা।
00:46 মই তলত কোৱা ধৰণে আৰ্টিকল ক্লাছ ব্যৱহাৰ কৰিম।
01:01 ইয়াক চেভ কৰক।
01:03 ইয়াৰ বাহিৰেও কেইবাটাও অন্য ক্লাছ আছে।
01:06 আন প্ৰশিক্ষণত ইয়াৰ কিছুমানৰ সৈতে আমি চিনাকি হ’ম।
01:10 মই ফণ্টৰ আকাৰ ১২ পইণ্ট ব্যৱহাৰ কৰিছোঁ।
01:14 ১১ পইণ্ট আৰু ১o পইণ্টৰ দুটা সৰু আকাৰো LaTeX-অত জনপ্ৰিয়।
01:23 এতিয়া ডকুমেণ্টটো আৰম্ভ কৰোঁ।
01:29 মই Hello world! বুলি টাইপ কৰিম।
01:34 এতিয়া ডকুমেণ্টটো সমাপ্ত কৰোঁ।
01:36 ইয়াক চেভ কৰোঁ।
01:39 Begin আৰু end document কমাণ্ডৰ ভিতৰত যিবোৰ আহে, সেইবোৰ ফাইনেল আউটপুটতহে দেখা যাব।
01:47 ইয়াক চ’ৰ্চ ফাইল বুলি কোৱা হয়। মই ইয়াক hello.tex বুলি নামকৰণ কৰিলো।
01:51 ইয়াক pdflatex কমাণ্ড ব্যৱহাৰ কৰি কমপাইল কৰোঁ আহক।
01:55 আমি ইয়ালৈ আহিলো আৰু pdflatexhello.tex কমাণ্ডটো দেখা পালো।
02:08 ইয়াক কমপাইল কৰিবলৈ tex এক্সটেনশ্যনটো নোহোৱাকৈ আমি pdflatexhello কমাণ্ডটোও ব্যৱহাৰ কৰিব পাৰোঁ।
02:23 এই ক্ষেত্ৰত ডিফল্ট এক্সটেনশ্যন tex ব্যৱহাৰ কৰা হ’ব।
02:28 Pdflatex কমাণ্ডটো লেটেক্স চৰ্চ ফাইলৰ পৰা পিডিএফ ফাইল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
02:35 এই কমাণ্ডটো চলালে লেটেক্সে কিছুমান লাগতিয়াল তথ্যও দিয়ে। এই বাৰ্তাবোৰ আমি ইয়াত দেখাৰ দৰে hello.log নামৰ এটা ফাইলত store মানে সঞ্চিত হয়।
02:48 আমি এতিয়ালৈকে তৈয়াৰ কৰা সকলোবোৰ ফাইলতে hello অহাটো লক্ষ্য কৰক।
02:53 এতিয়া আমি hello.pdf ফাইলটো খোলোঁ আহক।
02:57 মোৰ Mac চিষ্টেমত, skim hello.pdf কমাণ্ড চলাই এই কামটো কৰোঁ।
03:12 Skim হৈছে Mac OSX-ৰ বাবে পোৱা এটা বিনামূলীয়া পিডিএফ ৰিডাৰ।
03:18 কমাণ্ডটো চলালে, skim-এ hello.pdf ফাইলটো খোলে।
03:22 আশা কৰা ধৰণে ইয়াত মাত্ৰ এটা শাৰী আছে। মই ফাইলটো জুম কৰোঁ।
03:33 Skim-এ মুকলি হৈ থকা ফাইলটোৰ latest version মানে শেহতীয়া সংস্কৰণটো দেখুৱায়।
03:37 উদাহৰণ স্বৰূপে, যদি মই ইয়াত সাল-সলনি কৰোঁ, ধৰক, ইয়াত মই অন্য এটা hello world বাক্যাংশ যোগ কৰোঁ।
03:48 প্ৰথমতে ইয়াক চেভ কৰোঁ আৰু তাৰপিছত কমপাইল কৰোঁ।
03:56 ইয়াক কৰা যাওক। ফাইলটো আপডেটেড হ’ল।
04:01 ইয়াক মই মচি পেলাও, চেভ কৰোঁ, কমপাইল কৰোঁ, এতিয়া এইটো পূৰ্বৰ অৱস্থালৈ ঘূৰি গ’ল।
04:14 লক্ষ্য কৰক যে ফাইলটো চেভ কৰাৰ পিছত মই সদায়েই ইয়াক কমপাইল কৰোঁ।
04:21 প্ৰথমতে চেভ কৰক আৰু তাৰপিছত কমপাইল কৰক। আপুনি যদি চেভ নকৰে, তেনেহ’লে আপুনি কৰা সাল-সলনিবোৰ কমপাইল কৰা ৰূপটোত নোসোমাব।
04:30 এই কথন প্ৰশিক্ষণটো তৈয়াৰ কৰিবলৈ মই এই তিনিখন উইণ্ড সজাই লৈছিলো।
04:36 ডকুমেণ্ট তৈয়াৰ কৰিবলৈ আপুনিও ঠিক এইধৰণেই সজোৱাৰ দৰকাৰ নাই। আৰু মন কৰিব যে আপুনি আপোনাৰ পছন্দ মতে এডিটৰ আৰু পিডিএফ ৰিডাৰ ব্যৱহাৰ কৰিব পাৰে।
04:45 লেটেক্স ব্যৱহাৰ কৰিবলৈ এই তিনিটা পৰ্যায়ৰ মাজেৰে যোৱাটো প্ৰয়োজনীয়: চ’ৰ্চ তৈয়াৰ, কমপিলেশ্যন আৰু পিডিএফ ফাইল দৰ্শন কৰা।
05:08 চৰ্চ ফাইলটো সাল-সলনিৰ জৰিয়তে আপুনিও এই পৰ্যায়বোৰৰ মাজেৰে যোৱাটোত মই উৎসাহ দিওঁ।
05:12 Begin আৰু end কমাণ্ডৰ মাজত আপুনি হয়তো আৰু কেইটামান টেক্সট শাৰী যোগ দিব বিচাৰিব।
05:20 আপুনি hello.log ফাইলটোও ব্ৰাউজ কৰিব বিচাৰিব পাৰে।
05:24 এটা প্ৰদৰ্শনৰ জৰিয়তে এই প্ৰশিক্ষণটো মই আগবঢ়াই নিম।
05:28 প্ৰথমতে মই এইটো মচি পেলাম।
05:38 লেটেক্সৰ উপযোগিতা সম্পৰ্কে কৈ মই আৰম্ভ কৰিম।
05:42 লেটেক্স হৈছে এটা অতি সুন্দৰ টাইপছেটিং চফটৱেৰ।
05:47 লেটেক্সৰ জৰিয়তে তৈয়াৰ কৰা ডকুমেণ্টৰ গুণ অতুলনীয়।
05:51 লেটেক্স বিনামূলীয়া আৰু মুক্তউৎস।
05:53 ই উইণ্ডজ তথা Mac আৰু Linux-অকে ধৰি Unix চিষ্টেমসমূহত উপলব্ধ।
06:00 লেটেক্সত বহুকেইটা বঢ়িয়া বৈশিষ্ট্য আছে, যেনে— সমীকৰণৰ স্বয়ংক্ৰিয় নাম্বাৰিং, চেপ্টাৰ আৰু চেকশ্যন, ফিগাৰ আৰু টেবুল আদি।
06:08 বহুতো গাণিতিক সমীকৰণ থকা ডকুমেণ্ট লেটেক্সত বৰ সহজভাৱে তৈয়াৰ কৰিব পাৰি।
06:13 সলনি কৰিব পৰা ফৰ্মেটৰ সৈতে তালিকাকৰণ (bibliographic entries) ইয়াত সহজে তৈয়াৰ কৰিব পাৰি।
06:19 লেটেক্সে নিজে নিজে ফৰমেটিং সম্পৰ্কত দায়িত্ব লোৱা বাবে লেখকে অন্য দৰকাৰী বিষয়, যেনে— বিষয়বস্তু চিন্তন, ধাৰণাৰ যুক্তিগত বিভাজন আদিত মনোনিৱেশ কৰিব পাৰে।
06:31 লেটেক্স সম্পৰ্কত আৰু অধিক কথন প্ৰশিক্ষণ আছে। লেটেক্স সম্পৰ্কীয়— কমপিলেশ্যন কি, পত্ৰ লেখন, প্ৰতিবেদন লিখন, গাণিতিক টাইপছেটিং, সমীকৰণ, টেবুল আৰু ফিগাৰ, বিব্লিঅ’গ্ৰাফী কেনেকৈ তৈয়াৰ কৰা হয়, বিব্লিঅ’গ্ৰাফীৰ ভিতৰচ’ৰা— এই কথন প্ৰশিক্ষণবোৰ চাবলৈ moudgalya.org ৱেবচাইট চাওক।
06:53 ভাল ফলাফলৰ বাবে প্ৰশিক্ষণবোৰৰ এই ক্ৰম অনুমোদন কৰা হৈছে।
06:57 এই প্ৰশিক্ষণসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা চ’ৰ্চ ফাইলবোৰো এই ৱেবচাইটত পোৱা যাব।
07:03 উইণ্ডজ অপাৰেটিং চিষ্টেমত লেটেক্স ইনষ্টল কৰা বিষয়ক এটা প্ৰশিক্ষণ আমি যোগ দিবলৈ পৰিকল্পনা কৰিছোঁ।
07:09 অদূৰ ভৱিষ্যতে অন্যান্য বিষয়ক প্ৰশিক্ষণো তাত থাকিব, উদাহৰণ স্বৰূপে, শ্লাইড প্ৰদৰ্শনৰ বাবে beamer।
07:15 এই প্ৰদৰ্শনটো লেটেক্স ব্যৱহাৰ কৰি beamer-ৰ জৰিয়তে তৈয়াৰ কৰা হৈছে।
07:21 কেইটামান পৰামৰ্শ: যিমান সম্ভৱ সিমান কথন প্ৰশিক্ষণ চাওক।
07:26 সমান্তৰালভাৱে সেইবোৰ অনুশীলন কৰক।
07:28 এটা কাৰ্যক্ষম লেটেক্স ফাইলৰ সৈতে আৰম্ভ কৰক।
07:31 এবাৰত এটা সলনি কৰক, চেভ কৰক, কমপাইল কৰক আৰু পৰৱৰ্তী সলনি কৰাৰ আগতে নিশ্চিত কৰক যে আপুনি কৰাটোৱে ভালকৈ কাম কৰিছে।
07:40 কমপাইলিং কৰাৰ আগতে চ’ৰ্চ ফাইলটো চেভ কৰিবলৈ নাপাহৰিব।
07:45 লেটেক্স সম্পৰ্কত বহুতো কিতাপ আছে। আমি দুখন অনুমোদন কৰোঁ।
07:48 প্ৰথমখন হৈছে— লেটেক্স তৈয়াৰ কৰোঁতা Leslie Lamport-এ লিখা।
07:53 এই কিতাপখনৰ সুলভ মূলৰ ভাৰতীয় সংস্কৰণো আছে।
07:57 অগ্ৰণী ব্যৱহাৰকাৰীয়ে Latex Companion নামৰ কিতাপখন চাব পাৰে।
08:03 সাধাৰণতে বেছিভাগ ক্ষেত্ৰত প্ৰথমখন কিতাপ আৰু ৱেবচাইটৰ সন্ধানেই যথেষ্ট হ’ব পাৰে। যি কি নহওক, লেটেক্স সম্পৰ্কীয় সকলোবোৰ বিষয়বস্তুৰ বাবে প্ৰধান ৱেবচাইট হৈছে ctan.org।
08:15 এই প্ৰশিক্ষণৰ বাবে পুঁজিৰ যোগান ধৰিছে National Mission on Education through ICT, Launched by MHRD, Government of India-ই।
08:24 এই মিছনৰ ৱেব ঠিকনা হৈছে— sakshat.ac.in। কথন প্ৰশিক্ষণ হৈছে এই মিছনৰ Talk to a Teacher প্ৰকল্পৰ এটা উদ্যম। ইয়াৰ সমন্বয়ক হিচাপে আছে CDEEP, IIT Bombay: cdeep.iitb.ac.in
08:39 চফটৱেৰ উন্নয়ন জনপ্ৰিয়কৰণৰ বাবে কথন প্ৰশিক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ মাজত Fosse.in-ৰ জৰিয়তে সমন্বয় সাধন কৰা হয়।
08:47 Fossee-এ Free and Open source software in science and engineering education-ক সূচায়ছে।
08:52 এই প্ৰকল্পটোলৈ national mission on education-এও সহযোগিতা আগবঢ়াইছে।
08:57 অধিক কথন প্ৰশিক্ষণ আৰু সেইবোৰৰ বিভিন্ন ভাষাৰ অনুবাদৰ বাবে এই সংযোগবোৰ চাওক।
09:05 ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে। যোগদানৰ বাবে ধন্যবাদ। এয়া আছিল CDEEP, IIT, Bombay-ৰ Kannan Moudgalya। বিদায়।

Contributors and Content Editors

Mousumi, Pratik kamble