Difference between revisions of "Linux/C2/File-System/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 3: | Line 3: | ||
!Narration | !Narration | ||
|- | |- | ||
− | | | + | | 00:00 |
| Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম। | | Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম। | ||
|- | |- | ||
− | | | + | | 00:04 |
|মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো। | |মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো। | ||
|- | |- | ||
− | | | + | | 00:07 |
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে। | |আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে। | ||
|- | |- | ||
− | | | + | | 00:13 |
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ। | |যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ। | ||
|- | |- | ||
− | | | + | | 00:25 |
|লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়। | |লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়। | ||
|- | |- | ||
− | | | + | | 00:28 |
| উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে। | | উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে। | ||
|- | |- | ||
− | | | + | | 00:36 |
| Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়। | | Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়। | ||
|- | |- | ||
− | | | + | | 00:39 |
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়। | |গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়। | ||
|- | |- | ||
− | | | + | | 00:47 |
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়। | |একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়। | ||
|- | |- | ||
− | | | + | | 00:53 |
|এটি directory (দিৰেক্তৰি) কি? | |এটি directory (দিৰেক্তৰি) কি? | ||
|- | |- | ||
− | | | + | | 00:56 |
|directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়। | |directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়। | ||
|- | |- | ||
− | | | + | | 01:02 |
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভাৱে গথন কৰাত সহায় কৰে। | |এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভাৱে গথন কৰাত সহায় কৰে। | ||
|- | |- | ||
− | | | + | | 01:08 |
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ। | |এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ। | ||
|- | |- | ||
− | | | + | | 01:12 |
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে। | | ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে। | ||
|- | |- | ||
− | | | + | | 01:20 |
|যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন। | |যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন। | ||
|- | |- | ||
− | | | + | | 01:31 |
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়। | |যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়। | ||
|- | |- | ||
− | | | + | | 01:42 |
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে। | |একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে। | ||
|- | |- | ||
− | | | + | | 01:55 |
|ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে। | |ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে। | ||
|- | |- | ||
− | | | + | | 02:08 |
|চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়। | |চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়। | ||
|- | |- | ||
− | | | + | |02:23 |
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে। | |আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে। | ||
|- | |- | ||
− | | | + | | 02:37 |
|আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে: | |আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে: | ||
|- | |- | ||
− | | | + | | 02:41 |
|1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে। | |1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে। | ||
|- | |- | ||
− | | | + | | 02:48 |
|2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো। | |2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো। | ||
|- | |- | ||
− | | | + | | 02:52 |
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো। | |3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো। | ||
|- | |- | ||
− | | | + | | 02:59 |
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে। | |এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে। | ||
|- | |- | ||
− | | | + | | 03:15 |
| Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়। | | Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়। | ||
|- | |- | ||
− | | | + | | 03:22 |
|ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে। | |ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে। | ||
|- | |- | ||
− | | | + | | 03:34 |
|একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে। | |একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে। | ||
|- | |- | ||
− | | | + | | 03:42 |
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে। | |যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে। | ||
|- | |- | ||
− | | | + | | 03:51 |
|আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব। | |আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব। | ||
|- | |- | ||
− | | | + | | 03:56 |
|এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে। | |এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে। | ||
|- | |- | ||
− | | | + | | 04:01 |
|বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম। | |বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম। | ||
|- | |- | ||
− | | | + | | 04:05 |
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম। | |যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম। | ||
|- | |- | ||
− | | | + | | 04:11 |
|এতিয়া terminal’লৈ যাও | |এতিয়া terminal’লৈ যাও | ||
|- | |- | ||
− | | | + | | 04:13 |
| Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে। | | Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে। | ||
|- | |- | ||
− | | | + | | 04:17 |
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে। | |হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে। | ||
|- | |- | ||
− | | | + | | 04:27 |
| home directory চাবলৈ, command prompt’ত type কৰক | | home directory চাবলৈ, command prompt’ত type কৰক | ||
"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক। | "echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 04:40 |
|ই আমাক আমাৰ home directory’ৰ pathname দিয়ে। | |ই আমাক আমাৰ home directory’ৰ pathname দিয়ে। | ||
|- | |- | ||
− | | | + | | 04:44 |
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। | |আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। | ||
|- | |- | ||
− | | | + | | 04:47 |
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক। | |কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক। | ||
|- | |- | ||
− | | | + | | 04:56 |
|pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory। | |pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory। | ||
|- | |- | ||
− | | | + | | 05:03 |
| command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory। | | command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory। | ||
|- | |- | ||
− | | | + | | 05:13 |
|আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। | |আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। | ||
|- | |- | ||
− | | | + | | 05:17 |
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে। | |কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে। | ||
|- | |- | ||
− | | | + | | 05:22 |
|আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক। | |আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক। | ||
|- | |- | ||
− | | | + | | 05:28 |
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক। | | command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 05:37 |
| গতিকে আমি এই directory’ত স্থাপন হ’লো। | | গতিকে আমি এই directory’ত স্থাপন হ’লো। | ||
|- | |- | ||
− | | | + | | 05:41 |
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক | |এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক | ||
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক। | "cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 05:56 |
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক। | |এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক। | ||
|- | |- | ||
− | | | + | | 06:03 |
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো | | হয়। আমি slash usr directory’লৈ মুভ কৰিলো | ||
|- | |- | ||
− | | | + | | 06:08 |
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে। | |ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে। | ||
|- | |- | ||
− | | | + | | 06:18 |
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়। | |ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়। | ||
|- | |- | ||
− | | | + | | 06:23 |
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে। | |ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে। | ||
|- | |- | ||
− | | | + | | 06:36 |
|এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক। | |এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক। | ||
|- | |- | ||
− | | | + | | 06:40 |
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি। | |কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি। | ||
|- | |- | ||
− | | | + | | 06:46 |
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক। | |কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 06:51 |
|এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। | |এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। | ||
|- | |- | ||
− | | | + | | 06:55 |
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki> | |এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki> | ||
|- | |- | ||
− | | | + | | 07:01 |
|এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক। | |এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 07:13 |
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো। | |এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো। | ||
|- | |- | ||
− | | | + | | 07:26 |
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক। | |মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক। | ||
|- | |- | ||
− | | | + | | 07:33 |
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক। | |কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 07:40 |
| pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো। | | pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো। | ||
|- | |- | ||
− | | | + | | 07:51 |
|এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক। | |এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক। | ||
|- | |- | ||
− | | | + | | 07:58 |
|কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক। | |কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক। | ||
|- | |- | ||
− | | | + | | 08:09 |
|pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো। | |pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো। | ||
|- | |- | ||
− | | | + | | 08:19 |
|control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব। | |control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব। | ||
|- | |- | ||
− | | | + | | 08:23 |
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক। | |cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 08:32 |
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো। | |আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো। | ||
|- | |- | ||
− | | | + | | 08:41 |
|<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki> | |<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki> | ||
|- | |- | ||
− | | | + | | 08:47 |
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home | |এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home | ||
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। | আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। | ||
User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি। | User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি। | ||
|- | |- | ||
− | | | + | | 09:05 |
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম। | | গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম। | ||
|- | |- | ||
− | | | + | | 09:12 |
|কমান্দ প্রম্পতত তাইপ কৰক | |কমান্দ প্রম্পতত তাইপ কৰক | ||
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক। | "cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক। | ||
|- | |- | ||
− | | | + | | 09:23 |
|কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। | |কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। | ||
<nowiki>আমি এতিয়া /bin [slash bin]ত আছো। </nowiki> | <nowiki>আমি এতিয়া /bin [slash bin]ত আছো। </nowiki> | ||
|- | |- | ||
− | | | + | | 09:30 |
|<nowiki>প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki> | |<nowiki>প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki> | ||
|- | |- | ||
− | | | + | | 09:37 |
|<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়। | |<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়। | ||
|- | |- | ||
− | | | + | | 09:43 |
|এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো। | |এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো। | ||
|- | |- | ||
− | | | + | | 09:48 |
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও। | |এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও। | ||
|- | |- | ||
− | | | + | | 09:52 |
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো। | |দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো। | ||
|- | |- | ||
− | | | + | | 09:56 |
|আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব। | |আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব। | ||
|- | |- |
Revision as of 11:27, 15 July 2014
Time | Narration |
---|---|
00:00 | Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম। |
00:04 | মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো। |
00:07 | আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে। |
00:13 | যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ। |
00:25 | লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়। |
00:28 | উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে। |
00:36 | Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়। |
00:39 | গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়। |
00:47 | একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়। |
00:53 | এটি directory (দিৰেক্তৰি) কি? |
00:56 | directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়। |
01:02 | এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভাৱে গথন কৰাত সহায় কৰে। |
01:08 | এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ। |
01:12 | ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে। |
01:20 | যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন। |
01:31 | যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়। |
01:42 | একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে। |
01:55 | ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে। |
02:08 | চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়। |
02:23 | আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে। |
02:37 | আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে: |
02:41 | 1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে। |
02:48 | 2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো। |
02:52 | 3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো। |
02:59 | এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে। |
03:15 | Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়। |
03:22 | ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে। |
03:34 | একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে। |
03:42 | যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে। |
03:51 | আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব। |
03:56 | এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে। |
04:01 | বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম। |
04:05 | যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম। |
04:11 | এতিয়া terminal’লৈ যাও |
04:13 | Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে। |
04:17 | হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে। |
04:27 | home directory চাবলৈ, command prompt’ত type কৰক
"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক। |
04:40 | ই আমাক আমাৰ home directory’ৰ pathname দিয়ে। |
04:44 | আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। |
04:47 | কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক। |
04:56 | pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory। |
05:03 | command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory। |
05:13 | আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো। |
05:17 | কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে। |
05:22 | আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক। |
05:28 | command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক। |
05:37 | গতিকে আমি এই directory’ত স্থাপন হ’লো। |
05:41 | এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক। |
05:56 | এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক। |
06:03 | হয়। আমি slash usr directory’লৈ মুভ কৰিলো |
06:08 | ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে। |
06:18 | ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়। |
06:23 | ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে। |
06:36 | এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক। |
06:40 | কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি। |
06:46 | কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক। |
06:51 | এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। |
06:55 | এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata [ narration- slash home slash gnuhata ] |
07:01 | এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক। |
07:13 | এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো। |
07:26 | মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক। |
07:33 | কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক। |
07:40 | pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো। |
07:51 | এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক। |
07:58 | কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক। |
08:09 | pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো। |
08:19 | control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব। |
08:23 | cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক। |
08:32 | আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো। |
08:41 | আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। |
08:47 | এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি। |
09:05 | গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম। |
09:12 | কমান্দ প্রম্পতত তাইপ কৰক
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক। |
09:23 | কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
আমি এতিয়া /bin [slash bin]ত আছো। |
09:30 | প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়। |
09:37 | এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়। |
09:43 | এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো। |
09:48 | এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও। |
09:52 | দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো। |
09:56 | আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব। |
10:04 | testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক। |
10:15 | ই testdir দিৰেক্তৰি সফলভাবে বনাব। |
10:19 | মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই। |
10:25 | আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই। |
10:30 | আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে। |
10:43 | বহুতো দিৰেক্তৰি বা দিৰেক্তৰি প্রজ্যায়বোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। |
10:49 | "mkdir space test1 space test2" তাইপ কৰি এন্তাৰ দবাৱক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব। |
11:06 | "mkdir space testtree space testtree slash test3" তাইপ কৰক। |
11:20 | ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়। |
11:28 | সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে। |
11:47 | mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। |
11:56 | "rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়। |
12:09 | এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি প্রজ্যায়ক্রমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু ই খালি। |
12:23 | এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক
"cd space testtree slash test3" |
12:35 | সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি। |
12:42 | "rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক। |
12:55 | আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই। |
13:02 | সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে |
13:08 | তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক। |
13:14 | "cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক। |
13:20 | এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক। |
13:24 | তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক। |
13:30 | testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল। |
13:38 | বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক। |
13:48 | কমান্দ প্রম্পতত তাইপ কৰক-
"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক। |
14:02 | চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়। |
14:11 | কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল। |
14:19 | সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক। |
14:27 | এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল। |
14:36 | সেয়ে এই linux tutorial’ত আমি শিকিলো Linux Files আৰু দিৰেক্তৰি আৰু কেনেকৈ Linux দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ। |
14:49 | এইখিনিতেই এই tutorial’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে। |
15:03 | ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব- |
15:08 | আই আই টি বম্বেৰ পৰা এয়া হৈছে মৌচুমী মেধী ।
যোগদানৰ বাবে ধন্যবাদ। |