Difference between revisions of "KTurtle/C3/Common-Errors-in-KTurtle/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(7 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{|border =1
 
{|border =1
!Visual Cue
+
!Time
 
!Narration
 
!Narration
 
|-
 
|-
 
|| 00:01
 
|| 00:01
||  ' '''KTurtleত''' ''Common Errors'''ৰ  এই টিউটোৰিয়েললৈ আপনাকে স্বাগতম
+
|| নমস্কাৰ দৰ্শক সকল. ' '''KTurtleত''' ''Common Errors'''ৰ  এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
 
|-
 
|-
 
|| 00:07
 
|| 00:07
||এই টিউটোৰিয়েলত , আমি শিকিম 
+
||এই টিউটোৰিয়েলত , আমি শিকিম 
 
|-
 
|-
 
|| 00:10
 
|| 00:10
|| '''Syntax errors'''  
+
|| '''Syntax errors'''
  
 
|-
 
|-
Line 16: Line 16:
 
|| '''Runtime errors'''আৰু
 
|| '''Runtime errors'''আৰু
 
|-
 
|-
|| 00:14  
+
|| 00:14
 
|| '''Logical errors'''
 
|| '''Logical errors'''
 
|-
 
|-
 
|| 00:17
 
|| 00:17
||এই টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ  
+
||এই টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ
  
 
|-
 
|-
 
||00:20
 
||00:20
|'''Ubuntu''' '''Linux''' OS version 12.04.  
+
|'''Ubuntu''' '''Linux''' OS ভাৰ্চন 12.04.
  
 
|-
 
|-
 
|| 00:25
 
|| 00:25
|'''KTurtle''' version. 0.8.1 beta.
+
|'''KTurtle''' ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো
 
|-
 
|-
|| 00:31  
+
|| 00:31
||We assume that you have basic working knowledge of '''KTurtle''' আমি ধৰি লৈছো যে  ' '' KTurtle 'ত আপোনাৰ '' মৌলিক কামৰ জ্ঞান আছে  
+
|| আমি ধৰি লৈছো যে  ' '' KTurtle 'ত আপোনাৰ '' মৌলিক কামৰ জ্ঞান আছে
 
|-
 
|-
 
|| 00:36
 
|| 00:36
|If not, for relevant tutorials, please visit our website.
+
| নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট পৰিৰ্দশন কৰক '' ' http://spoken-tutorial.org '''
 
+
'''http://spoken-tutorial.org'''
+
|-
+
|| 00:36
+
| নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক
+
 
+
'' ' http://spoken-tutorial.org '''
+
 
|-
 
|-
 
| | 00:42
 
| | 00:42
| | প্রথম সংজ্ঞায়িত কৰা যাক , একটি এ ৰৰ কি?
+
| | প্রথম সংজ্ঞায়িত কৰা যাক , এটা এৰৰ কি?
  
 
|-
 
|-
 
| | 00:46
 
| | 00:46
| প্রোগ্রাম ত '' ' ত্রুটি ''' হৈছে একটি '' ' ভুল ''' বা '' ' অপ্রত্যাশিত ''' ফলাফল যিয়ে অশুদ্ধ বা অপ্রত্যাশিত উত্পাদন কৰে.
+
| প্রোগ্রাম ত '' ' এৰৰ ''' হৈছে এটা '' ' ভুল ''' বা '' ' অপ্রত্যাশিত ''' ফলাফল যিয়ে অশুদ্ধ বা অপ্রত্যাশিত উত্পাদন কৰে.
 
|-
 
|-
 
| | 00:55
 
| | 00:55
| | প্রথম আমি আমি ব্যাখ্যা কৰিম'' ' " ত্রুটিৰ প্রকাৰ " '' . '
+
| | প্রথমে আমি ব্যাখ্যা কৰিম'' ' " এৰৰ প্রকাৰ (Types of errors) " ''
 
|-
 
|-
 
| | 01:00
 
| | 01:00
| | '' ' সিনট্যাক্স ত্রুটি ''' এটি '' ' প্রোগ্রামিং ভাষ্ৰ ''' এটি '' ' ব্যাকৰণৰ নিয়ম লঙ্ঘন ''' হয়  
+
| | '' ' সিনট্যাক্স এৰৰ (Syntax error)''' এটা '' ' প্রোগ্রামিং ভাষাৰ (programming language)'' ' ব্যাকৰণৰ নিয়ম লঙ্ঘন '' কৰোতা হয়
  
 
|-
 
|-
 
| | 01:09
 
| | 01:09
| যেতিয়া একটি প্রোগ্রামত '' ' সিনট্যাক্স ত্রুটি '' থাকে '' ' Compilation'' মানে সংকলন ''' ব্যর্থ হয় .
+
| যেতিয়া এটা প্রোগ্রামত '' ' সিনট্যাক্স এৰৰ (Syntax error) '' থাকে '' ' Compilation'' মানে সংকলন ''' ব্যর্থ হয় .
  
 
|-
 
|-
 
| | 01:15
 
| | 01:15
| '' ' সিনট্যাক্স ত্রুটি ''' বিচৰা আৰু ঠিক কৰা সহজ হয় .
+
| '' ' সিনট্যাক্স এৰৰ (Syntax error) ''' বিছৰা আৰু ঠিক কৰা সহজ হয় .
  
 
|-
 
|-
 
| | 01:22
 
| | 01:22
| উদাহৰণস্বৰুপ :
+
| উদাহৰণস্বৰুপে :
  
 
|-
 
|-
 
| | 01:23
 
| | 01:23
| | '' ''''Unmatched parentheses''', '''square ''' and '''curly braces'''.  
+
| | '' ''''নিমিলা (Unmatched) parentheses''', '''square ''' and '''curly braces'''.
  
 
|-
 
|-
 
| | 01:29
 
| | 01:29
| | ভেৰিয়েবলৰ ব্যবহাৰ 'যি'' ঘোষিত হোৱা নাই' .
+
| | ভেৰিয়েবলৰ( variable) ব্যবহাৰ 'যি'' ঘোষিত হোৱা নাই' .
  
 
|-
 
|-
 
| | 01:34
 
| | 01:34
| | স্ট্রিং ''ত অনুপস্থিত কোট ''
+
| | স্ট্রিং ''ত (strings) অনুপস্থিত কোট ''(quotes)
 
|-
 
|-
 
| | 01:38
 
| | 01:38
| | এতোয়া একটি নতুন '' ' KTurtle ''' আবেদন খুলো.
+
| | এতিয়া এটা নতুন '' ' KTurtle ''' আবেদন খুলো.
  
 
|-
 
|-
 
| | 01:42
 
| | 01:42
| '' ' ড্যাশ হোম ''' ক্লিক কৰক.  সার্চ বারত টাইপ কৰক '' ' KTurtle . '''
+
| '' ' ড্যাশ হোম (Dash home)''' ক্লিক কৰক. সার্চ বাৰত টাইপ কৰক '' ' KTurtle . '''
  
 
|-
 
|-
Line 92: Line 85:
 
|-
 
|-
 
| | 01:51
 
| | 01:51
| |  কিছু ধৰণেৰ  সিনট্যাক্স ত্রুটিৰ সৈতে টিউটোৰিয়েল শুৰু কৰা যাক ''' .
+
| | কিছু ধৰণেৰে  সিনট্যাক্স এৰৰ (Syntax error) সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক ''' .
 
|-
 
|-
 
| | 01:58
 
| | 01:58
| | আমাৰ উচৰত এটি টেক্সট এডিটৰত  ইতিমধ্যে  এটি প্রোগ্রাম আছে.
+
| | আমাৰ উচৰত এটা টেক্সট এডিটৰত  ইতিমধ্যে  এটা প্রোগ্রাম আছে.
 
|-
 
|-
 
| | 02:02
 
| | 02:02
| | প্রোগ্রামত'' ' ত্রুটি ''' ব্যাখ্যা কৰিবৰ বাবে  , আমি কোডৰ অংশ মন্তব্য কৰিম .
+
| | প্রোগ্রামত'' ' error ''' ব্যাখ্যা কৰিবৰ বাবে  , আমি কোডৰ অংশ মন্তব্য (comment) কৰিম .
 
|-
 
|-
 
| | 02:09
 
| | 02:09
| | ইয়াত , আমি লাইনটোক  মন্তব্য কৰিম
+
| | ইয়াত , আমি লাইনটোক  মন্তব্য (comment) কৰিম
  
 
|-
 
|-
 
| | 02:11
 
| | 02:11
| | '''$a=ask  double quotesত "কোনো নম্বৰ এটা লিখ ক  আৰু Okত কচলীক কৰক "'''
+
| | '''$a=ask  ডবল উদ্ধ্ৃটিত ""enter any number and click Ok"
 
|-
 
|-
 
| | 02.19
 
| | 02.19
| | আমি '' ' হ্যাশ ( # ) সিহ্ন''' ব্যবহাৰ কৰিম লাইনটো মন্তব্য কৰিবলৈ.  
+
| | আমি '' 'hash(#) সিহ্ন''' ব্যবহাৰ কৰিম লাইনটো মন্তব্য (comment) কৰিবলৈ.
 
'
 
'
 
|-
 
|-
 
| | 02:23
 
| | 02:23
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰি ' ' Kturtle ৰা''' সম্পাদক পেস্ট কৰিম.
+
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰি ' ' Kturtle ৰা''' সম্পাদক পেস্ট কৰিম.
  
 
|-
 
|-
Line 119: Line 112:
 
|-
 
|-
 
| | 02:37
 
| | 02:37
| প্রোগ্রামটি লিখা্ পিছত টিউটোৰিয়াল পুনৰায় শুৰু কৰক.
+
| প্রোগ্রামটি লিখক পিছত টিউটোৰিয়াল পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
 
| | 02:42
 
| | 02:42
| | এতিয়া প্রোগ্রাম ৰান কৰিবলৈ '' ৰান ''' বোতামত ক্লিক কৰক যাক
+
| | এতিয়া প্রোগ্রাম ৰান কৰিবলৈ ''Run ''' বোতামত ক্লিক কৰক যাক
  
 
|-
 
|-
 
| | 02:47
 
| | 02:47
| '' ' কম্পাইলাৰয়ে ''' নিম্নলিখিত ত্রুটি দেখায় ,
+
| '' ' কম্পাইলাৰয়ে (Compiler) ''' নিম্নলিখিত এৰৰ দেখায় ,
  
 
|-
 
|-
 
| | 02:50
 
| | 02:50
| '' ' প্রথম এটি মানলৈ নির্ধাৰিত নকৰাকৈ "একটি $" ' বয়বহাৰ কৰে ' . '
+
| '' 'variable "$a" was used without first being assigned to a value. ' . '
 
|-
 
|-
 
| | 02:57
 
| | 02:57
| | ইয়াত এৰৰ টো  লাইন নম্বৰ 4ত আাছে.
+
| | ইয়াত এৰৰ টো  লাইন নম্বৰ ৪ত আাছে.
  
 
|-
 
|-
 
| | 03:02
 
| | 03:02
| | এইটি একটি '' ' সিনট্যাক্স ত্রুটি ''' হয়. ই ঘটে যিহেতু  ভেৰিয়েবল a ঘোষণা কৰা হোৱা নাই
+
| | এইটি এটা '' 'সিনট্যাক্স এৰৰ (Syntax error) ''' হয়. ই ঘটে যিহেতু  ভেৰিয়েবল a ঘোষণা কৰা হোৱা নাই
 
|-
 
|-
 
| | 03:10
 
| | 03:10
| | সেয়ে আমি , সংখ্যা 2 লৈ যাও, মন্তব্যটি মুছে পেলাওক 
+
| | সেয়ে আমি , সংখ্যা 2 লৈ যাও, মন্তব্যটি (comment) মুছি পেলাওক 
 
|-
 
|-
 
| | 03:14
 
| | 03:14
| | আমি টেক্সট এডিটৰ পৰো প্রোগ্রামটি কপি কৰো ''আৰু ' KTurtle ৰ এডিটৰত 'পেস্ট কৰো '' .
+
| | আমি টেক্সট এডিটৰ পৰো প্রোগ্রামটো কপি কৰো ''আৰু ' KTurtle ৰ এডিটৰত 'পেস্ট কৰো '' .
 
|-
 
|-
 
| | 03:23
 
| | 03:23
| | প্রোগ্রামটো চলাবলৈ' ৰান বোতামত ক্লিক কৰা যাক
+
| | প্রোগ্রামটো চলাবলৈ' ৰান (Run) বোতামত ক্লিক কৰা যাওক
  
 
|-
 
|-
 
| | 03:27
 
| | 03:27
| ''a''ৰ কাৰনে '6''' অন্তৰ্ভুত্ত কৰক আৰু ওকে ক্লিক কৰক
+
| ''a''ৰ কাৰনে '6''' অন্তৰ্ভুত্ত কৰক আৰু OK ত  ক্লিক কৰক
  
 
|-
 
|-
Line 157: Line 150:
 
|-
 
|-
 
| | 03:35
 
| | 03:35
| | আমি '' ' KTurtle ''' এডিটৰ পৰা বর্তমান প্রোগ্রামটি  মুছে পেলাওক .
+
| | আমি '' ' KTurtle ''' এডিটৰ পৰা বর্তমান প্রোগ্রামটি  মুছি পেলাও .
  
 
|-
 
|-
 
| | 03:38
 
| | 03:38
| 'clear''' command  লিখক আৰু '''Run''' ক্যানভাস পৰিষ্কাৰ কৰিবলৈ
+
| 'clear''' command  লিখক আৰু '''Run''' ক্যানভাস পৰিষ্কাৰ কৰিবলৈ
  
 
|-
 
|-
 
| | 03:43
 
| | 03:43
| | অনয় এটা এৰৰ দেখা যাওক  .
+
| | অনয় এটা এৰৰ দেখা যাওক  .
 
|-
 
|-
 
| | 03:46
 
| | 03:46
| |টেক্সট এডিটৰত  আমাৰ উচৰত ইতিমধ্যে একটি প্রোগ্রাম আছে.
+
| |টেক্সট এডিটৰত  আমাৰ উচৰত ইতিমধ্যে এটা প্রোগ্রাম আছে.
 
|-
 
|-
 
| | 03:50
 
| | 03:50
| | ইয়াত ' ' পাই ''ৰ' " মান '' KTurtleত' '' পূর্বনির্ধাৰিত ' হয় .
+
| | ইয়াত ' '"pi" ''ৰ' " মান '' KTurtleত' '' পূর্বনির্ধাৰিত ' হয় .
 
|-
 
|-
 
| | 03:54
 
| | 03:54
| | প্রোগ্রামত " '' ' $ ''' " চিহ্ন মুছে দিয়ক .
+
| | প্রোগ্রামত " '' ' $ ''' " চিহ্ন মুছি দিয়ক .
 
|-
 
|-
 
| | 03:58
 
| | 03:58
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি করৰিম'' ' Kturtleৰ সম্পাদক ''' পেস্ট কৰিম
+
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰিম'' ' Kturtleৰ সম্পাদক ''' পেস্ট কৰিম
  
 
|-
 
|-
 
| | 04:05
 
| | 04:05
| ইয়াতে টিউটোৰিয়াল বিৰতি কৰক আৰু আপনাৰ '' ' KTurtle এডিটৰত প্রোগ্রাম টাইপ কৰক  
+
| ইয়াতে টিউটোৰিয়াল বিৰতি কৰক আৰু আপনাৰ '' ' KTurtle এডিটৰত প্রোগ্রাম টাইপ কৰক
 
+
 
+
 
|-
 
|-
 
| | 04:11
 
| | 04:11
| প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়ালটো  পুনৰায় শুৰু কৰক .
+
| প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়ালটো  পুনৰায় আৰম্ভ কৰক .
 
|-
 
|-
 
| | 04:16
 
| | 04:16
| | প্রোগ্রাম চালবলৈ বাবে ৰান ' বোতামত ক্লিক কৰক.
+
| | প্রোগ্রাম চালবলৈ বাবে (Run) ৰান ' বোতামত ক্লিক কৰক.
  
 
|-
 
|-
 
| | 04:19
 
| | 04:19
| '' ' Complierয়ে ''' নিম্নলিখিত ত্রুটি দেখায় ,
+
| '' ' Complierয়ে ''' নিম্নলিখিত এৰৰ দেখায় ,
  
 
|-
 
|-
 
| | 04:22
 
| | 04:22
| '' ' আপনি ''  ইয়াত " =" দিব নোৱাৰে
+
| '' 'you cannot put “=” here
 
|-
 
|-
 
| | 04:26
 
| | 04:26
| | এই ত্রুটি 2 নম্বৰ লাঈনত আছে 
+
| | এই এৰৰ 2 নম্বৰ লাইনত আছে 
 
|-
 
|-
 
| | 04:30
 
| | 04:30
| | এইটি একটি '' ' সিনট্যাক্স ত্রুটি ''' হয় , ই '' ঘতে যিহেতু তাত ভেৰিয়েবলৰ কোনো ধাৰক নাই
+
| | এইটি এটি '' ' সিনট্যাক্স এৰৰ (Syntax error) ''' হয় , ই '' ঘতে যিহেতু তাত ভেৰিয়েবলৰ কোনো ধাৰক নাই
 
|-
 
|-
 
|| 04:37
 
|| 04:37
||প্রোগ্রামৰ লৈ যাওক আৰু   '''$''' চিহ্ন সলাওক  
+
||প্রোগ্রামৰ লৈ যাওক আৰু  '''$''' চিহ্ন সলাওক
 
|-
 
|-
||  04:41
+
|| 04:41
||আমি '''text''' এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু '''KTurtle''' এডিটৰত পেস্ট কৰক।
+
||আমি ''' টেক্সট''' এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু '''KTurtle''' এডিটৰত পেস্ট কৰো।
 
|-
 
|-
 
||04:49
 
||04:49
Line 216: Line 207:
 
|-
 
|-
 
|| 04:53
 
|| 04:53
|কোণৰ মানৰ বাবে '''45''' লিখক আৰু '''OK''' টিপক।
+
|কোণৰ মানৰ বাবে '''45''' লিখক আৰু '''OK''ত ক্লিক কৰক।
  
 
|-
 
|-
Line 223: Line 214:
 
|-
 
|-
 
|| 05:00
 
|| 05:00
||'''String''' ৰ এটি '''quotes''' মুছি পেলাও।  
+
||'''String''' ৰ এটি '''quotes''' মুছি পেলাও।
 
|-
 
|-
 
||05:05
 
||05:05
|| আমি '''text''' এডিটৰ পৰা প্রোগ্রাম কপি কৰো অাৰু '''KTurtle''' এডিটৰলৈ পেস্ট কৰো।
+
|| আমি ''' টেক্সট''' এডিটৰ পৰা প্রোগ্রাম কপি কৰো অাৰু '''KTurtle''' এডিটৰলৈ পেস্ট কৰো।
 
|-
 
|-
 
|| 05:12
 
|| 05:12
 
||এটা প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত টিপক।
 
||এটা প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত টিপক।
 
 
|-
 
|-
 
|| 05:15
 
|| 05:15
 
|'''Compiler''' নিম্নলিখিত এৰৰ দেখোৱায়,
 
|'''Compiler''' নিম্নলিখিত এৰৰ দেখোৱায়,
 
 
|-
 
|-
 
|| 05:18
 
|| 05:18
Line 240: Line 229:
 
|-
 
|-
 
|| 05:25
 
|| 05:25
||ইয়াত এৰৰ টো লাইন নম্বৰ'''2'''ত আছে।
+
||ইয়াত এৰৰ টো লাইন নম্বৰ''''''ত আছে।
 
|-
 
|-
 
||05:29
 
||05:29
|| আমি লাইন নম্বৰ '''2'''লৈ উভতি যাম আৰু '''quotes''' প্রতিস্থাপন কৰিম।
+
|| আমি লাইন নম্বৰ ''''''লৈ উভতি যাম আৰু '''quotes''' প্রতিস্থাপন কৰিম।
 
|-
 
|-
||  05:34
+
|| 05:34
||আমি '''text''' এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু '''KTurtle''' এডিটৰত পেস্ট কৰো।
+
||আমি ''' টেক্সট''' এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু '''KTurtle''' এডিটৰত পেস্ট কৰো।
 
|-
 
|-
 
|| 05:41
 
|| 05:41
||এটা প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত টিপক।
+
||এটা প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত ক্লিক কৰক।
 
+
 
|-
 
|-
 
|| 05:44
 
|| 05:44
||কোণৰ মানৰ বাবে '''45''' লিখক আৰু  '''OK''' টিপক।
+
||কোণৰ মানৰ বাবে '''45''' লিখক আৰু  '''OK '' ক্লিক কৰক।
  
 
|-
 
|-
Line 267: Line 255:
 
|-
 
|-
 
|| 06:04
 
|| 06:04
|| প্রোগ্রাম এটাৰ নিষ্পাদনৰ সময়ত  '''Run-time error''' ঘটে।  
+
|| প্রোগ্রাম এটাৰ নিষ্পাদনৰ সময়ত  '''Run-time error''' ঘটে।
  
 
|-
 
|-
 
|| 06:10
 
|| 06:10
| যেতিয়া আপোনি ইয়াক ৰান কৰে ই প্রোগ্রাম এটা  ক্রাশ কৰিব পাৰে।  
+
| যেতিয়া আপোনি ইয়াক ৰান কৰে ই প্রোগ্রাম এটা  ক্রাশ (crash) কৰিব পাৰে।
  
 
|-
 
|-
Line 285: Line 273:
 
|-
 
|-
 
|| 06:29
 
|| 06:29
|মান নথকা এটি ভ্যাৰিয়েবলৰ দ্বাৰা বিভক্ত কৰাৰ চেষ্টা কৰিআছো।
+
|মান নথকা এটা ভ্যাৰিয়েবলৰ দ্বাৰা বিভক্ত কৰাৰ চেষ্টা কৰি আছে।
 
+
 
|-
 
|-
 
|| 06:35
 
|| 06:35
Line 299: Line 286:
 
|-
 
|-
 
|| 06:52
 
|| 06:52
||মোৰ উচৰত ইতিমধ্যে '''text editor'''ত এটি প্রোগ্রাম আছে।
+
||মোৰ উচৰত ইতিমধ্যে ''' টেক্সট  এডিটৰ'''ত এটি প্রোগ্রাম আছে।
 
+
 
|-
 
|-
 
|| 06:56
 
|| 06:56
 
|এই প্রোগ্রামটিয়ে দুটি সংখ্যা বিভক্ত কৰে।
 
|এই প্রোগ্রামটিয়ে দুটি সংখ্যা বিভক্ত কৰে।
 
 
|-
 
|-
 
|| 07:00
 
|| 07:00
|''''a'''' dividend হয় আৰু  ''''r'''' divisor হয়
+
|''''a'''' dividend হয় আৰু  ''''r'''' divisor হয়
 
+
 
|-
 
|-
||07:04 
+
||07:04 
||আমি '''text''' এডিটৰৰ পৰা প্রোগ্রামক কপি কৰো আৰু '''KTurtle''' এডিটৰলৈ পেস্ট কৰো।  
+
||আমি ''' টেক্সট''' এডিটৰৰ পৰা প্রোগ্রামক কপি কৰো আৰু '''KTurtle''' এডিটৰলৈ পেস্ট কৰো।
  
 
|-
 
|-
 
|| 07:11
 
|| 07:11
|টিউটোৰিয়েলক ৰখাওক আৰু '''KTurtle editor''' ত প্রোগ্রাম লিখক।  
+
|টিউটোৰিয়েলক ৰখাওক আৰু '''KTurtle এডিটৰ''' ত প্রোগ্রাম লিখক।
 
+
 
|-
 
|-
 
|| 07:16
 
|| 07:16
|প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰক।  
+
|প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰক।
 
|-
 
|-
 
|| 07:20
 
|| 07:20
||এতিয়া প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত ক্লিক কৰক।  
+
||এতিয়া প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত ক্লিক কৰক।
 
|-
 
|-
 
|| 07:24
 
|| 07:24
|''''a'''' ৰ বাবে '''5''' লিখক আৰু '''OK''' টিপক।
+
|''''a'''' ৰ বাবে '''''' লিখক আৰু '''OK''' ক্লিক কৰক।
  
 
|-
 
|-
 
|| 07:29
 
|| 07:29
|''''r'''' ৰ বাবে  '''0''' লিখক আৰু '''OK''' টিপক।
+
|''''r'''' ৰ বাবে  '''0''' লিখক আৰু '''OK''' ক্লিক কৰক।
  
 
|-
 
|-
Line 340: Line 323:
 
|-
 
|-
 
|| 07:39
 
|| 07:39
||এই এৰৰ টো লাইন সংখ্যা '''4'''ত আছে।
+
||এই এৰৰ টো লাইন সংখ্যা '''''ত আছে।
 
|-
 
|-
 
|| 07:43
 
|| 07:43
||এই এৰৰটো ঘটে কাৰন আমি  শূন্যৰ সৈতে এটা সংখ্যা বিভক্ত কৰিব নোৱাৰো।
+
||এই এৰৰটো ঘটে কাৰন আমি  শূন্যৰ সৈতে এটা সংখ্যা বিভক্ত কৰিব নোৱাৰো।
  
 
|-
 
|-
Line 351: Line 334:
 
|-
 
|-
 
|| 07:51
 
|| 07:51
|''''a'''' ৰ বাবে '''5''' লিখক আৰু  '''OK''' টিপক।
+
|''''a'''' ৰ বাবে '''''' লিখক আৰু  '''OK''' টিপক।
  
 
|-
 
|-
 
|| 07:54
 
|| 07:54
|''''r'''' ৰ বাবে '''২''' লিখক আৰু  '''OK''' টিপক।
+
|''''r'''' ৰ বাবে '''২''' লিখক আৰু  '''OK''' টিপক।
  
 
|-
 
|-
Line 369: Line 352:
 
|-
 
|-
 
||08:10
 
||08:10
||এতিয়া আমি  '''logical errors''' সম্পর্কে শিকিম।
+
||এতিয়া আমি  '''logical errors''' সম্পর্কে শিকিম।
 
|-
 
|-
 
|| 08:14
 
|| 08:14
||' প্রোগ্রামৰ সোর্স কোডত ''Logical error''' এটি ভুল হয়, যাৰ ফলাফল '''incorrect''' বা '''unexpected''' আচৰণ হয় ।
+
||' প্রোগ্রামৰ সোর্স কোডত ''Logical error''' এটা ভুল হয়, যাৰ ফলাফল '''incorrect''' বা '''unexpected''' আচৰণ হয় ।
 
+
 
|-
 
|-
 
|| 08:26
 
|| 08:26
 
|উদাহৰণস্বৰুপে:
 
|উদাহৰণস্বৰুপে:
 
 
|-
 
|-
 
|| 08:28
 
|| 08:28
 
|ভুল ভ্যাৰিয়েবলৰ মান নির্দিষ্ট কৰা।
 
|ভুল ভ্যাৰিয়েবলৰ মান নির্দিষ্ট কৰা।
 
 
|-
 
|-
 
|| 08:32
 
|| 08:32
Line 387: Line 367:
 
|-
 
|-
 
||08:36
 
||08:36
||ইতিমধ্যে '''text editor'''ত এটা প্রোগ্রাম আছে।
+
||ইতিমধ্যে ''' টেক্সট  এডিটৰ'''ত এটা প্রোগ্রাম আছে।
 
|-
 
|-
||  08:39
+
|| 08:39
||আমি '''text''' এডিটৰৰ পৰা প্রোগ্রাম কপি কৰিম আৰু '''KTurtle''' এডিটৰলৈ পেস্ট কৰো।
+
||আমি ''' টেক্সট''' এডিটৰৰ পৰা প্রোগ্রাম কপি কৰিম আৰু '''KTurtle''' এডিটৰলৈ পেস্ট কৰো।
 
+
 
|-
 
|-
 
|| 08:47
 
|| 08:47
|ইয়াতে টিউটোৰিয়ৰলটো ৰখাওক আৰু '''KTurtle editor'''ত প্রোগ্রামটো লিখক।  
+
|ইয়াতে টিউটোৰিয়ৰলটো ৰখাওক আৰু '''KTurtle এডিটৰ'''ত প্রোগ্রামটো লিখক।
 
+
 
|-
 
|-
 
|| 08:52
 
|| 08:52
|প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰো।  
+
|প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰো।
 
|-
 
|-
 
|| 08:57
 
|| 08:57
 
||এতিয়া প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতাম টিপক।
 
||এতিয়া প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতাম টিপক।
 
 
|-
 
|-
 
|| 09:01
 
|| 09:01
||এটি ডায়লগ বাক্স পপ আপ হয়, '''OK''' টিপক।
+
||এটা ডায়লগ বাক্স পপ আপ হয়, '''OK''' টিপক।
 
+
 
|-
 
|-
 
|| 09:05
 
|| 09:05
||লুপ '''infinite loop''' লৈ যায়।  
+
||লুপ '''infinite loop''' লৈ যায়।
 
|-
 
|-
||  09:08
+
|| 09:08
||আমি দেখো যে '''“while”''' লুপ '''31''' ৰ পৰা সংখ্যা প্রিন্ট কৰে আৰু এতিয়াও প্রিন্ট কৰিআছে ।
+
||আমি দেখো যে '''“while”''' লুপ '''৩১''' ৰ পৰা সংখ্যা প্রিন্ট কৰে আৰু এতিয়াও প্রিন্ট কৰিআছে ।
 
|-
 
|-
 
|| 09:15
 
|| 09:15
 
||এইটো এটা '''logical error''' হয়.
 
||এইটো এটা '''logical error''' হয়.
 
 
|-
 
|-
 
|| 09:18
 
|| 09:18
 
||'''“while”''' কন্ডিশনত '''x, 20'''তকৈ ডাঙৰ হয়
 
||'''“while”''' কন্ডিশনত '''x, 20'''তকৈ ডাঙৰ হয়
 
 
|-
 
|-
 
|| 09:23
 
|| 09:23
||কিন্তু variable '''x''' সর্বদা '''20''' তকৈ ডাঙৰ হয়।
+
||কিন্তু ভেৰিয়েবল (variable) '''x''' সর্বদা '''20''' তকৈ ডাঙৰ হয়।
 
+
 
|-
 
|-
 
|| 09:28
 
|| 09:28
Line 433: Line 406:
 
|-
 
|-
 
|| 09:36
 
|| 09:36
||'''$x=$x+1''' ক '''$x=$x-1'''লৈ সলনি কৰো।  
+
||'''$x=$x+1''' ক '''$x=$x-1'''লৈ সলনি কৰো।
 
|-
 
|-
 
||09:44
 
||09:44
|| আমি '''text''' এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু '''KTurtle''' এডিটৰত পেস্ট কৰো।
+
|| আমি ''' টেক্সট''' এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু '''KTurtle''' এডিটৰত পেস্ট কৰো।
|-  
+
|-
 
|| 09:51
 
|| 09:51
||এটা প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত টিপু।
+
||এটা প্রোগ্রাম ৰান কৰিবলৈ '''Run''' বোতামত টিপক।
 
|-
 
|-
 
|| 09:55
 
|| 09:55
 
||এটি ডায়লগ বাক্স পপ আপ হয়, '''OK''' টিপক।
 
||এটি ডায়লগ বাক্স পপ আপ হয়, '''OK''' টিপক।
 
 
|-
 
|-
 
|| 09:59
 
|| 09:59
Line 449: Line 421:
 
|-
 
|-
 
||10:05
 
||10:05
||ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ  শেষলৈ আহিলো।
+
||ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ  শেষলৈ আহিলো।
 
+
 
|-
 
|-
 
|| 10:10
 
|| 10:10
Line 457: Line 428:
 
|| 10:12
 
|| 10:12
 
||এই টিউটোৰিয়ালত আমি শিকিছো এৰৰ আৰু এৰৰ ধৰন যেনে,
 
||এই টিউটোৰিয়ালত আমি শিকিছো এৰৰ আৰু এৰৰ ধৰন যেনে,
 
 
|-
 
|-
 
|| 10:18
 
|| 10:18
| '''Variable'''ৰ ব্যবহাৰ যি ঘোষিত হোৱা নাই।
+
| '''ভেৰিয়েবল (variable)'''ৰ ব্যবহাৰ যি ঘোষিত হোৱা নাই।
 
+
 
|-
 
|-
 
|| 10:23
 
|| 10:23
 
|'''Strings''' ত অনুপস্থিত '''quotes'''.
 
|'''Strings''' ত অনুপস্থিত '''quotes'''.
 
 
|-
 
|-
 
|| 10:27
 
|| 10:27
|'''Runtime errors'''আৰু  
+
|'''Runtime errors'''আৰু
 
|-
 
|-
 
|| 10:30
 
|| 10:30
 
|| '''Logical errors'''
 
|| '''Logical errors'''
 
 
|-
 
|-
 
|| 10:31
 
|| 10:31
Line 478: Line 445:
 
|-
 
|-
 
||10:46
 
||10:46
||এই লিন্কত উপলব্ধ ভিদিওটো চাওক 
+
||এই লিন্কত উপলব্ধ ভিদিওটো চাওক   
 
|-
 
|-
 
|| 10:50
 
|| 10:50
Line 484: Line 451:
 
|-
 
|-
 
|| 10:54
 
|| 10:54
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
|যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
 
|-
 
|-
 
||10:59
 
||10:59
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
+
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
+
 
|-
 
|-
 
|| 11:01
 
|| 11:01
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
|কথন শিক্ষণ সহায়াৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|-
 
|-
 
|| 11:05
 
|| 11:05
Line 499: Line 465:
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
|| 11: 17
+
|| 11:17
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
 
|-
 
|-
 
|| 11:23
 
|| 11:23
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
+
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|-  
+
|-
 
||11:31
 
||11:31
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
 
||11:37
 
||11:37
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
 
|-
 
|-
||11:41  
+
||11:41
 
|| যোগদানৰ বাবে ধন্যবাদ।
 
|| যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 10:21, 15 July 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. ' KTurtleত' Common Errorsৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00:07 এই টিউটোৰিয়েলত , আমি শিকিম
00:10 Syntax errors
00:12 Runtime errorsআৰু
00:14 Logical errors
00:17 এই টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ
00:20 Ubuntu Linux OS ভাৰ্চন 12.04.
00:25 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো
00:31 আমি ধৰি লৈছো যে ' KTurtle 'ত আপোনাৰ মৌলিক কামৰ জ্ঞান আছে
00:36 নহলে, সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট পৰিৰ্দশন কৰক ' http://spoken-tutorial.org '
00:42 প্রথম সংজ্ঞায়িত কৰা যাক , এটা এৰৰ কি?
00:46 প্রোগ্রাম ত ' এৰৰ ' হৈছে এটা ' ভুল বা ' অপ্রত্যাশিত ফলাফল যিয়ে অশুদ্ধ বা অপ্রত্যাশিত উত্পাদন কৰে.
00:55 প্রথমে আমি ব্যাখ্যা কৰিম ' " এৰৰ প্রকাৰ (Types of errors) "
01:00 ' সিনট্যাক্স এৰৰ (Syntax error) এটা ' প্রোগ্রামিং ভাষাৰ (programming language) ' ব্যাকৰণৰ নিয়ম লঙ্ঘন কৰোতা হয়
01:09 যেতিয়া এটা প্রোগ্রামত ' সিনট্যাক্স এৰৰ (Syntax error) থাকে ' Compilation মানে সংকলন ব্যর্থ হয় .
01:15 ' সিনট্যাক্স এৰৰ (Syntax error) ' বিছৰা আৰু ঠিক কৰা সহজ হয় .
01:22 উদাহৰণস্বৰুপে :
01:23 'নিমিলা (Unmatched) parentheses, square and curly braces.
01:29 ভেৰিয়েবলৰ( variable) ব্যবহাৰ 'যি ঘোষিত হোৱা নাই' .
01:34 স্ট্রিং ত (strings) অনুপস্থিত কোট (quotes)
01:38 এতিয়া এটা নতুন ' KTurtle ' আবেদন খুলো.
01:42 ' ড্যাশ হোম (Dash home) ক্লিক কৰক. সার্চ বাৰত টাইপ কৰক ' KTurtle .
01:48 ' KTurtle ' আইকনত ক্লিক কৰক.
01:51 কিছু ধৰণেৰে সিনট্যাক্স এৰৰ (Syntax error) সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক .
01:58 আমাৰ উচৰত এটা টেক্সট এডিটৰত ইতিমধ্যে এটা প্রোগ্রাম আছে.
02:02 প্রোগ্রামত ' error ' ব্যাখ্যা কৰিবৰ বাবে , আমি কোডৰ অংশ মন্তব্য (comment) কৰিম .
02:09 ইয়াত , আমি লাইনটোক মন্তব্য (comment) কৰিম
02:11 $a=ask ডবল উদ্ধ্ৃটিত ""enter any number and click Ok"
02.19 আমি 'hash(#) সিহ্ন' ব্যবহাৰ কৰিম লাইনটো মন্তব্য (comment) কৰিবলৈ.

'

02:23 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰি ' ' Kturtle ৰা সম্পাদক পেস্ট কৰিম.
02:31 ইয়াতে টিউটোৰিয়েল বিৰতি কৰক আৰু আপনাৰ ' KTurtle ' সম্পাদকৰ প্রোগ্রাম টাইপ কৰক
02:37 প্রোগ্রামটি লিখক পিছত টিউটোৰিয়াল পুনৰায় আৰম্ভ কৰক.
02:42 এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run ' বোতামত ক্লিক কৰক যাক
02:47 ' কম্পাইলাৰয়ে (Compiler) ' নিম্নলিখিত এৰৰ দেখায় ,
02:50 'variable "$a" was used without first being assigned to a value. ' . '
02:57 ইয়াত এৰৰ টো লাইন নম্বৰ ৪ত আাছে.
03:02 এইটি এটা 'সিনট্যাক্স এৰৰ (Syntax error) ' হয়. ই ঘটে যিহেতু ভেৰিয়েবল a ক ঘোষণা কৰা হোৱা নাই
03:10 সেয়ে আমি , সংখ্যা 2 লৈ যাও, মন্তব্যটি (comment) মুছি পেলাওক
03:14 আমি টেক্সট এডিটৰ পৰো প্রোগ্রামটো কপি কৰো আৰু ' KTurtle ৰ এডিটৰত 'পেস্ট কৰো .
03:23 প্রোগ্রামটো চলাবলৈ' ৰান (Run) বোতামত ক্লিক কৰা যাওক
03:27 aৰ কাৰনে '6 অন্তৰ্ভুত্ত কৰক আৰু OK ত ক্লিক কৰক
03:31 প্রোগ্রামটো এৰৰ নোহোৱাকৈ ৰান কৰক .
03:35 আমি ' KTurtle ' এডিটৰ পৰা বর্তমান প্রোগ্রামটি মুছি পেলাও .
03:38 'clear command লিখক আৰু Run ক্যানভাস পৰিষ্কাৰ কৰিবলৈ
03:43 অনয় এটা এৰৰ দেখা যাওক .
03:46 টেক্সট এডিটৰত আমাৰ উচৰত ইতিমধ্যে এটা প্রোগ্রাম আছে.
03:50 ইয়াত ' '"pi" ৰ' " মান KTurtleত' পূর্বনির্ধাৰিত ' হয় .
03:54 প্রোগ্রামত " ' $ ' " চিহ্ন মুছি দিয়ক .
03:58 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰিম ' Kturtleৰ সম্পাদক ' পেস্ট কৰিম
04:05 ইয়াতে টিউটোৰিয়াল বিৰতি কৰক আৰু আপনাৰ ' KTurtle এডিটৰত প্রোগ্রাম টাইপ কৰক
04:11 প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়ালটো পুনৰায় আৰম্ভ কৰক .
04:16 প্রোগ্রাম চালবলৈ বাবে (Run) ৰান ' বোতামত ক্লিক কৰক.
04:19 ' Complierয়ে ' নিম্নলিখিত এৰৰ দেখায় ,
04:22 'you cannot put “=” here
04:26 এই এৰৰ 2 নম্বৰ লাইনত আছে
04:30 এইটি এটি ' সিনট্যাক্স এৰৰ (Syntax error) হয় , ই ঘতে যিহেতু তাত ভেৰিয়েবলৰ কোনো ধাৰক নাই
04:37 প্রোগ্রামৰ লৈ যাওক আৰু $ চিহ্ন সলাওক
04:41 আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো।
04:49 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক।
04:53 কোণৰ মানৰ বাবে 45' লিখক আৰু OKত ক্লিক কৰক।
04:57 প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়।
05:00 String ৰ এটি quotes মুছি পেলাও।
05:05 আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো অাৰু KTurtle এডিটৰলৈ পেস্ট কৰো।
05:12 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক।
05:15 Compiler নিম্নলিখিত এৰৰ দেখোৱায়,
05:18 Text string was not properly closed, expected a double quote “ ” to close the string.
05:25 ইয়াত এৰৰ টো লাইন নম্বৰত আছে।
05:29 আমি লাইন নম্বৰ লৈ উভতি যাম আৰু quotes প্রতিস্থাপন কৰিম।
05:34 আমি টেক্সট এডিটৰ পৰা প্রোগ্রাম কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো।
05:41 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত ক্লিক কৰক।
05:44 কোণৰ মানৰ বাবে 45' লিখক আৰু OK ক্লিক কৰক।
05:49 প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়।
05:52 এইভাবে আপোনি এৰৰ ঘটা জাগাত সেই লাইনটো খুঁজক আৰু তাক সংশোধন কৰক।
05:59 এতিয়া runtime errors সম্পর্কে শিকো।
06:04 প্রোগ্রাম এটাৰ নিষ্পাদনৰ সময়ত Run-time error ঘটে।
06:10 যেতিয়া আপোনি ইয়াক ৰান কৰে ই প্রোগ্রাম এটা ক্রাশ (crash) কৰিব পাৰে।
06:15 ব্যবহাৰকাৰীৰ পৰা ভুল ইনপুটৰ কাৰনে 'Runtime errors' সাধাৰণতে ঘটে।
06:23 Compilerয়ে এই এৰৰ বোৰ বিছাৰি পাব নোৱাৰে।
06:27 উদাহৰণস্বৰুপে:
06:29 মান নথকা এটা ভ্যাৰিয়েবলৰ দ্বাৰা বিভক্ত কৰাৰ চেষ্টা কৰি আছে।
06:35 Terminating condition বা increment value নথকা এটা লুপ ৰান কৰক
06:43 আমি KTurtle এডিটৰৰ পৰা বর্তমান প্রোগ্রাম মুছি পেলাও
06:47 Clear কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰক।
06:52 মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটি প্রোগ্রাম আছে।
06:56 এই প্রোগ্রামটিয়ে দুটি সংখ্যা বিভক্ত কৰে।
07:00 'a' dividend হয় আৰু 'r' divisor হয়
07:04 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামক কপি কৰো আৰু KTurtle এডিটৰলৈ পেস্ট কৰো।
07:11 টিউটোৰিয়েলক ৰখাওক আৰু KTurtle এডিটৰ ত প্রোগ্রাম লিখক।
07:16 প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰক।
07:20 এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত ক্লিক কৰক।
07:24 'a' ৰ বাবে লিখক আৰু OK ক্লিক কৰক।
07:29 'r' ৰ বাবে 0 লিখক আৰু OK ক্লিক কৰক।
07:33 ইয়াতে আমি runtime error পাও,
07:36 “you tried to divide by zero”
07:39 এই এৰৰ টো লাইন সংখ্যা 'ত আছে।
07:43 এই এৰৰটো ঘটে কাৰন আমি শূন্যৰ সৈতে এটা সংখ্যা বিভক্ত কৰিব নোৱাৰো।
07:49 আকৌ এবাৰ ৰান কৰা যাওক ।
07:51 'a' ৰ বাবে লিখক আৰু OK টিপক।
07:54 'r' ৰ বাবে লিখক আৰু OK টিপক।
07:58 প্রোগ্রাম এৰৰ নোহোৱাকৈ ৰান হয়।
08:01 আমি KTurtle এডিটৰৰ পৰা বর্তমান প্রোগ্রাম মুছি পেলাও
08:05 Clear কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰো ।
08:10 এতিয়া আমি logical errors সম্পর্কে শিকিম।
08:14 ' প্রোগ্রামৰ সোর্স কোডত Logical error' এটা ভুল হয়, যাৰ ফলাফল incorrect বা unexpected আচৰণ হয় ।
08:26 উদাহৰণস্বৰুপে:
08:28 ভুল ভ্যাৰিয়েবলৰ মান নির্দিষ্ট কৰা।
08:32 দুটি সংখ্যাৰ যোগৰ সলনি গুণ কৰা।
08:36 ইতিমধ্যে টেক্সট এডিটৰত এটা প্রোগ্রাম আছে।
08:39 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রাম কপি কৰিম আৰু KTurtle এডিটৰলৈ পেস্ট কৰো।
08:47 ইয়াতে টিউটোৰিয়ৰলটো ৰখাওক আৰু KTurtle এডিটৰত প্রোগ্রামটো লিখক।
08:52 প্রোগ্রামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰো।
08:57 এতিয়া প্রোগ্রাম ৰান কৰিবলৈ Run বোতাম টিপক।
09:01 এটা ডায়লগ বাক্স পপ আপ হয়, OK টিপক।
09:05 লুপ infinite loop লৈ যায়।
09:08 আমি দেখো যে “while” লুপ ৩১ ৰ পৰা সংখ্যা প্রিন্ট কৰে আৰু এতিয়াও প্রিন্ট কৰিআছে ।
09:15 এইটো এটা logical error হয়.
09:18 “while” কন্ডিশনত x, 20তকৈ ডাঙৰ হয়
09:23 কিন্তু ভেৰিয়েবল (variable) x সর্বদা 20 তকৈ ডাঙৰ হয়।
09:28 সেয়ে লুপ কেতিয়াও টর্মিনেট নহয়।
09:31 আমি প্রক্রিয়াটি এবর্ট কৰিবলৈ Abort বোতামত টিপিম।
09:36 $x=$x+1$x=$x-1লৈ সলনি কৰো।
09:44 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু KTurtle এডিটৰত পেস্ট কৰো।
09:51 এটা প্রোগ্রাম ৰান কৰিবলৈ Run বোতামত টিপক।
09:55 এটি ডায়লগ বাক্স পপ আপ হয়, OK টিপক।
09:59 29 ৰ পৰা20লৈ মান প্রিন্ট হোৱাৰ পিছত লুপটো টর্মিনেট হয়।
10:05 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো।
10:10 সংক্ষেপে:
10:12 এই টিউটোৰিয়ালত আমি শিকিছো এৰৰ আৰু এৰৰ ধৰন যেনে,
10:18 ভেৰিয়েবল (variable)ৰ ব্যবহাৰ যি ঘোষিত হোৱা নাই।
10:23 Strings ত অনুপস্থিত quotes.
10:27 Runtime errorsআৰু
10:30 Logical errors
10:31 নির্দেশিত কাম হিসাবে আমি আপোনাক প্রদত্ত প্রোগ্রামত এৰৰ চাবলৈ বিচাৰিছো
10:46 এই লিন্কত উপলব্ধ ভিদিওটো চাওক
10:50 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
10:54 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
10:59 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:01 কথন শিক্ষণ সহায়াৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:17 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:23 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:31 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
11:37 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
11:41 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya