Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
{|border =1 | {|border =1 | ||
− | + | |Time | |
− | + | |Narration | |
|- | |- | ||
− | |00 | + | |00:01 |
||নম্সকাৰ দৰ্শক সকল | ||নম্সকাৰ দৰ্শক সকল | ||
|- | |- | ||
− | |00 | + | |00:03 |
|| '''KTurtle'''ত '''Control Execution''' ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম | || '''KTurtle'''ত '''Control Execution''' ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম | ||
|- | |- | ||
− | ||00 | + | ||00:10 |
|| এই টিউটৰিয়েলত আমি শিকিম | || এই টিউটৰিয়েলত আমি শিকিম | ||
|- | |- | ||
− | |00 | + | |00:13 |
|| ''''while'''' loop আৰু | || ''''while'''' loop আৰু | ||
|- | |- | ||
− | |00 | + | |00:15 |
||''''for'''' loop | ||''''for'''' loop | ||
Line 33: | Line 33: | ||
|- | |- | ||
− | || 00 | + | || 00:17 |
||এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো . | ||এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো . | ||
Line 39: | Line 39: | ||
|- | |- | ||
− | ||00 | + | ||00:32 |
||আমি ধৰি লৈছো যে আপোনাৰ উচৰত '''Kturtle'''ৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . | ||আমি ধৰি লৈছো যে আপোনাৰ উচৰত '''Kturtle'''ৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . | ||
|- | |- | ||
− | |00 | + | |00:38 |
||যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | ||যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | ||
|- | |- | ||
− | ||00 | + | ||00:45 |
||এতিয়া '''KTurtle'''ৰ নতুন এপলিকেছনখোলা যাওক . | ||এতিয়া '''KTurtle'''ৰ নতুন এপলিকেছনখোলা যাওক . | ||
|- | |- | ||
− | |00 | + | |00:48 |
|| '''Dash home'''ত ক্লীক কৰক . | || '''Dash home'''ত ক্লীক কৰক . | ||
|- | |- | ||
− | |00 | + | |00:50 |
||Search barত, লিখক KTurtle. | ||Search barত, লিখক KTurtle. | ||
Line 65: | Line 65: | ||
|- | |- | ||
− | |00 | + | |00:53 |
|| অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে. | || অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে. | ||
Line 71: | Line 71: | ||
|- | |- | ||
− | ||00 | + | ||00:59 |
||এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. | ||এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. | ||
Line 77: | Line 77: | ||
|- | |- | ||
− | ||01 | + | ||01:05 |
||Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে | ||Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে | ||
Line 83: | Line 83: | ||
|- | |- | ||
− | |01 | + | |01:10 |
||প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. | ||প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. | ||
Line 89: | Line 89: | ||
|- | |- | ||
− | ||01 | + | ||01:16 |
||লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. | ||লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. | ||
Line 95: | Line 95: | ||
|- | |- | ||
− | |01 | + | |01:25 |
||Eg. '''“while”''' loop আৰু '''“for”''' loop | ||Eg. '''“while”''' loop আৰু '''“for”''' loop | ||
Line 101: | Line 101: | ||
|- | |- | ||
− | ||01 | + | ||01:30 |
||'''“while”''' loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক | ||'''“while”''' loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক | ||
Line 107: | Line 107: | ||
|- | |- | ||
− | ||01 | + | ||01:34 |
||'''“while'''” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে '''boolean''' 'false'লৈ মূল্যনির্ধাৰণ কৰে | ||'''“while'''” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে '''boolean''' 'false'লৈ মূল্যনির্ধাৰণ কৰে | ||
Line 113: | Line 113: | ||
|- | |- | ||
− | ||01 | + | ||01:42 |
|| '''“while”''' loopৰ গঠনটো ব্যাখ্যা কৰা যাওক | || '''“while”''' loopৰ গঠনটো ব্যাখ্যা কৰা যাওক | ||
Line 126: | Line 126: | ||
|- | |- | ||
− | ||01 | + | ||01:56 |
||মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. | ||মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. | ||
Line 132: | Line 132: | ||
|- | |- | ||
− | ||01 | + | ||01:59 |
||আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু '' ' KTurtle ''' সম্পাদকত পেস্ট কৰো | ||আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু '' ' KTurtle ''' সম্পাদকত পেস্ট কৰো | ||
Line 138: | Line 138: | ||
|- | |- | ||
− | |02 | + | |02:07 |
||ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. | ||ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. | ||
Line 144: | Line 144: | ||
|- | |- | ||
− | ||02 | + | ||02:13 |
||প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক | ||প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক | ||
Line 150: | Line 150: | ||
|- | |- | ||
− | || 02 | + | || 02:18 |
|| আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | || আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | ||
Line 156: | Line 156: | ||
|- | |- | ||
− | || 02 | + | || 02:25 |
|| আমি কোডটো ব্যাখ্যা কৰো. | || আমি কোডটো ব্যাখ্যা কৰো. | ||
Line 162: | Line 162: | ||
|- | |- | ||
− | || 02 | + | || 02:27 |
|| # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। | || # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। | ||
Line 168: | Line 168: | ||
|- | |- | ||
− | | 02 | + | | 02:32 |
|| ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় | || ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় | ||
Line 174: | Line 174: | ||
|- | |- | ||
− | || 02 | + | || 02:38 |
||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায় | ||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায় | ||
Line 180: | Line 180: | ||
|- | |- | ||
− | || 02 | + | || 02:43 |
|| '' ' $ x = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . | || '' ' $ x = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . | ||
Line 186: | Line 186: | ||
|- | |- | ||
− | || 02 | + | || 02:52 |
|| '''keyword''' '''message "ৰ পিছত "'''দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. '''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্ৰীং " ''' লয় | || '''keyword''' '''message "ৰ পিছত "'''দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. '''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্ৰীং " ''' লয় | ||
|- | |- | ||
− | | 03 | + | | 03:04 |
|| ই স্ট্ৰীংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. | || ই স্ট্ৰীংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. | ||
Line 197: | Line 197: | ||
|- | |- | ||
− | || 03 | + | || 03:11 |
||'''while $x<30''' য়ে </nowiki>'''“while”''' conditionক প্ৰশিক্ষন কৰে | ||'''while $x<30''' য়ে </nowiki>'''“while”''' conditionক প্ৰশিক্ষন কৰে | ||
Line 203: | Line 203: | ||
|- | |- | ||
− | || 03 | + | || 03:17 |
||''$x=$x+3''' য়ে $x by 3 ভেৰিয়েবল (variable) ৰ মান বঢ়ায় | ||''$x=$x+3''' য়ে $x by 3 ভেৰিয়েবল (variable) ৰ মান বঢ়ায় | ||
Line 209: | Line 209: | ||
|- | |- | ||
− | || 03 | + | || 03:27 |
|| '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | || '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | ||
Line 215: | Line 215: | ||
|- | |- | ||
− | | 03 | + | | 03:35 |
| | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . | | | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . | ||
Line 221: | Line 221: | ||
|- | |- | ||
− | | | 03 | + | | | 03:42 |
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে | | |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে | ||
Line 227: | Line 227: | ||
|- | |- | ||
− | | | 03 | + | | | 03:52 |
| | ''print $x''' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে. | | | ''print $x''' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে. | ||
Line 233: | Line 233: | ||
|- | |- | ||
− | | | 04 | + | | | 04:01 |
| | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " Run” ''' বোতামত ক্লিক কৰক. | | | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " Run” ''' বোতামত ক্লিক কৰক. | ||
Line 239: | Line 239: | ||
|- | |- | ||
− | | 04 | + | | 04:05 |
| | এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো . | | | এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো . | ||
Line 245: | Line 245: | ||
|- | |- | ||
− | | | 04 | + | | | 04:11 |
| | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে. | | | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে. | ||
Line 251: | Line 251: | ||
|- | |- | ||
− | | 04 | + | | 04:17 |
| | '''“Turtle”'''য়ে ক্যানভাসত 20টা steps আগলৈ যায়. | | | '''“Turtle”'''য়ে ক্যানভাসত 20টা steps আগলৈ যায়. | ||
Line 257: | Line 257: | ||
|- | |- | ||
− | | | 04 | + | | | 04:22 |
| | '''“for”''' loop ৰ সৈতে পিছৰ কাম কৰা যাওক | | | '''“for”''' loop ৰ সৈতে পিছৰ কাম কৰা যাওক | ||
Line 263: | Line 263: | ||
|- | |- | ||
− | | | 04 | + | | | 04:26 |
| | “for” লুপ এটা কাউন্টিং লুপ হয় . | | | “for” লুপ এটা কাউন্টিং লুপ হয় . | ||
Line 269: | Line 269: | ||
|- | |- | ||
− | | |04 | + | | |04:29 |
| | প্ৰতেয়ক সময়ত ''“for”''' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , | | | প্ৰতেয়ক সময়ত ''“for”''' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , | ||
Line 275: | Line 275: | ||
|- | |- | ||
− | | 04 | + | | 04:34 |
| | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. | | | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. | ||
Line 281: | Line 281: | ||
|- | |- | ||
− | | |04 | + | | |04:41 |
| | '''“for”''' loop ৰ গঠনক ব্যাখ্যা কৰো . | | | '''“for”''' loop ৰ গঠনক ব্যাখ্যা কৰো . | ||
Line 287: | Line 287: | ||
|- | |- | ||
− | | | 04 | + | | | 04:46 |
| | ''for variable = start number to end number { Statement}''' | | | ''for variable = start number to end number { Statement}''' | ||
Line 293: | Line 293: | ||
|- | |- | ||
− | | | 04 | + | | | 04:55 |
| | আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও. | | | আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও. | ||
Line 299: | Line 299: | ||
|- | |- | ||
− | | 04 | + | | 04:59 |
| | আমি '''clear''' কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো | | | আমি '''clear''' কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো | ||
Line 305: | Line 305: | ||
|- | |- | ||
− | | | 05 | + | | | 05:05 |
| | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো | | | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো | ||
Line 311: | Line 311: | ||
|- | |- | ||
− | | 05 | + | | 05:14 |
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. | | | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. | ||
Line 317: | Line 317: | ||
|- | |- | ||
− | | 05 | + | | 05:20 |
| | প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. | | | প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. | ||
Line 323: | Line 323: | ||
|- | |- | ||
− | | | 05 | + | | | 05:25 |
| | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | | | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে | ||
Line 329: | Line 329: | ||
|- | |- | ||
− | | | 05 | + | | | 05:32 |
| | প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক. | | | প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক. | ||
Line 335: | Line 335: | ||
|- | |- | ||
− | | | 05 | + | | | 05:34 |
| | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।. | | | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।. | ||
Line 341: | Line 341: | ||
|- | |- | ||
− | | | 05 | + | | | 05:39 |
| |'''reset'''কমান্ডে '''“Turtle”'''ক ' ডিফল্ট ''' অবস্থানলৈ সেট কৰে | | |'''reset'''কমান্ডে '''“Turtle”'''ক ' ডিফল্ট ''' অবস্থানলৈ সেট কৰে | ||
Line 347: | Line 347: | ||
|- | |- | ||
− | | | 05 | + | | | 05:44 |
| | ''$r=0''' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. | | | ''$r=0''' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. | ||
Line 353: | Line 353: | ||
|- | |- | ||
− | | | 05 | + | | | 05:52 |
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক 1ৰ পৰা 15 লৈকে প্ৰশিক্ষন কৰে . | | | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক 1ৰ পৰা 15 লৈকে প্ৰশিক্ষন কৰে . | ||
Line 359: | Line 359: | ||
|- | |- | ||
− | | | 06 | + | | | 06:01 |
| | ''$r=$x*($x+1)/2'' r ভেৰিয়েবলৰ মান হিসাব কৰে. | | | ''$r=$x*($x+1)/2'' r ভেৰিয়েবলৰ মান হিসাব কৰে. | ||
Line 365: | Line 365: | ||
|- | |- | ||
− | | | 06 | + | | | 06:12 |
| | '' ' fontsize 18 ''' য়ে প্ৰীন্ট ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . | | | '' ' fontsize 18 ''' য়ে প্ৰীন্ট ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . | ||
Line 371: | Line 371: | ||
|- | |- | ||
− | | | 06 | + | | | 06:19 |
| |''print $r''' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে | | |''print $r''' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে | ||
Line 377: | Line 377: | ||
|- | |- | ||
− | | | 06 | + | | | 06:26 |
| | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . | | | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . | ||
Line 383: | Line 383: | ||
|- | |- | ||
− | | | 06 | + | | | 06:34 |
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . | | |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . | ||
Line 389: | Line 389: | ||
|- | |- | ||
− | | | 06 | + | | | 06:48 |
| | ''“Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে . | | | ''“Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে . | ||
Line 395: | Line 395: | ||
|- | |- | ||
− | | 06 | + | | 06:54 |
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় | | | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় | ||
Line 401: | Line 401: | ||
|- | |- | ||
− | | | 07 | + | | | 07:04 |
| |''“print”''' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়. | | |''“print”''' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়. | ||
Line 407: | Line 407: | ||
|- | |- | ||
− | | | 07 | + | | | 07:13 |
| | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " ৰান" ''' বোতামত ক্লিক কৰো. | | | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " ৰান" ''' বোতামত ক্লিক কৰো. | ||
Line 413: | Line 413: | ||
|- | |- | ||
− | | 07 | + | | 07:17 |
| | এটা শ্ৰেণীৰ প্ৰথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়. | | | এটা শ্ৰেণীৰ প্ৰথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়. | ||
Line 419: | Line 419: | ||
|- | |- | ||
− | | 07 | + | | 07:27 |
| |'''Turtle''' য়ে কেনভাচত 15 steps আগলৈ যায় . | | |'''Turtle''' য়ে কেনভাচত 15 steps আগলৈ যায় . | ||
Line 425: | Line 425: | ||
|- | |- | ||
− | | | 07 | + | | | 07:32 |
| | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো | | | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো | ||
Line 431: | Line 431: | ||
|- | |- | ||
− | | | 07 | + | | | 07:37 |
| | আমি সংক্ষেপ কৰো. | | | আমি সংক্ষেপ কৰো. | ||
Line 437: | Line 437: | ||
|- | |- | ||
− | | 07 | + | | 07:40 |
| | এই টিউটোৰিয়েলত আমি | | | এই টিউটোৰিয়েলত আমি | ||
Line 443: | Line 443: | ||
|- | |- | ||
− | | 07 | + | | 07:44 |
| | ''“while”''' loop আৰু'' “for” ''' loop ব্যবহাৰ কৰিবলৈ শিকিছো , | | | ''“while”''' loop আৰু'' “for” ''' loop ব্যবহাৰ কৰিবলৈ শিকিছো , | ||
Line 449: | Line 449: | ||
|- | |- | ||
− | | | 07 | + | | | 07:47 |
| | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক | | | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক | ||
Line 455: | Line 455: | ||
|- | |- | ||
− | | 07 | + | | 07:54 |
| | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক | | | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক | ||
Line 461: | Line 461: | ||
|- | |- | ||
− | | 07 | + | | 07:58 |
| | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা | | | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা | ||
Line 467: | Line 467: | ||
|- | |- | ||
− | ||08 | + | ||08:03 |
||স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
Line 473: | Line 473: | ||
|- | |- | ||
− | |08 | + | |08:08 |
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
Line 479: | Line 479: | ||
|- | |- | ||
− | |08 | + | |08:12 |
||যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
Line 485: | Line 485: | ||
|- | |- | ||
− | |08 | + | |08:17 |
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
Line 491: | Line 491: | ||
|- | |- | ||
− | |08 | + | |08:20 |
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
Line 497: | Line 497: | ||
|- | |- | ||
− | |08 | + | |08:23 |
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
Line 503: | Line 503: | ||
|- | |- | ||
− | |08 | + | |08:27 |
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
Line 509: | Line 509: | ||
|- | |- | ||
− | ||08 | + | ||08:36 |
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
Line 515: | Line 515: | ||
|- | |- | ||
− | |08 | + | |08:41 |
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
Line 521: | Line 521: | ||
|- | |- | ||
− | |08 | + | |08:48 |
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
Line 527: | Line 527: | ||
|- | |- | ||
− | |08 | + | |08:54 |
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 16:13, 14 July 2014
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল |
00:03 | KTurtleত Control Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম |
00:10 | এই টিউটৰিয়েলত আমি শিকিম |
00:13 | 'while' loop আৰু |
00:15 | 'for' loop |
00:17 | এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো . |
00:32 | আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে . |
00:38 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00:45 | এতিয়া KTurtleৰ নতুন এপলিকেছনখোলা যাওক . |
00:48 | Dash homeত ক্লীক কৰক . |
00:50 | Search barত, লিখক KTurtle. |
00:53 | অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে. |
00:59 | এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো. |
01:05 | Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে |
01:10 | প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়. |
01:16 | লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়. |
01:25 | Eg. “while” loop আৰু “for” loop |
01:30 | “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক |
01:34 | “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে |
01:42 | “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক
while loop condition { do something with loop increment variable } |
01:56 | মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে. |
01:59 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো |
02:07 | ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
02:13 | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক |
02:18 | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
02:25 | আমি কোডটো ব্যাখ্যা কৰো. |
02:27 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
02:32 | ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয় |
02:38 | reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায় |
02:43 | ' $ x = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে . |
02:52 | keyword message "ৰ পিছত "'দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. “message” কমান্ডে ইনপুট হিচাবে ' " স্ট্ৰীং " লয় |
03:04 | ই স্ট্ৰীংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়. |
03:11 | while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে |
03:17 | $x=$x+3' য়ে $x by 3 ভেৰিয়েবল (variable) ৰ মান বঢ়ায় |
03:27 | ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
03:35 | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , . |
03:42 | forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে |
03:52 | print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে. |
04:01 | আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক. |
04:05 | এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো . |
04:11 | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে. |
04:17 | “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়. |
04:22 | “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক |
04:26 | “for” লুপ এটা কাউন্টিং লুপ হয় . |
04:29 | প্ৰতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় , |
04:34 | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়. |
04:41 | “for” loop ৰ গঠনক ব্যাখ্যা কৰো . |
04:46 | for variable = start number to end number { Statement}' |
04:55 | আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও. |
04:59 | আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো |
05:05 | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো |
05:14 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক. |
05:20 | প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক. |
05:25 | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে |
05:32 | প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক. |
05:34 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।. |
05:39 | resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে |
05:44 | $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে. |
05:52 | for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা 15 লৈকে প্ৰশিক্ষন কৰে . |
06:01 | $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে. |
06:12 | ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে . |
06:19 | print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে |
06:26 | forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে . |
06:34 | go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে . |
06:48 | “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে . |
06:54 | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায় |
07:04 | “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়. |
07:13 | আমি প্ৰোগ্ৰামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো. |
07:17 | এটা শ্ৰেণীৰ প্ৰথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়. |
07:27 | Turtle য়ে কেনভাচত 15 steps আগলৈ যায় . |
07:32 | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো |
07:37 | আমি সংক্ষেপ কৰো. |
07:40 | এই টিউটোৰিয়েলত আমি |
07:44 | “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো , |
07:47 | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক |
07:54 | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক |
07:58 | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা |
08:03 | স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08:08 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:12 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:17 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:54 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |