Difference between revisions of "PERL/C2/for-for-each-loops/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
| 00.01 | | 00.01 | ||
− | | নমস্কাৰ.পার্ল'ত ' 'foreach Loops''' ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম ''' | + | | নমস্কাৰ. Perl (পার্ল')ত ' 'foreach Loops''' ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম ''' |
|- | |- | ||
| 00.06 | | 00.06 | ||
− | | এই টিউটোৰিয়েলত. আমি শিকিম: | + | | এই টিউটোৰিয়েলত. আমি শিকিম: Perl (পার্ল')'ত ''for''' loop ''' আৰু |
|- | |- | ||
| 00.11 | | 00.11 | ||
− | |' ' | + | |' Perl (পার্ল')'ত 'Foreach'' loop |
|- | |- | ||
| 00.13 | | 00.13 | ||
− | | আমি'' ' | + | | আমি'' 'Ubuntu Linux 12.04''' অপাৰেটিং সিস্টেম আৰু 'Perl 5.14.2''''' ব্যবহাৰ কৰিছো |
|- | |- | ||
| 00.21 | | 00.21 | ||
− | | আমি ''' gedit' টেক্সট এডিটৰো' ব্যবহাৰ কৰিম | + | | আমি ''' gedit' text editor (টেক্সট এডিটৰো)' ব্যবহাৰ কৰিম |
− | + | ||
|- | |- | ||
| 00.25 | | 00.25 | ||
− | | আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. | + | | আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ (text editor) ব্যবহাৰ কৰিব পাৰিব. |
|- | |- | ||
| 00.29 | | 00.29 | ||
− | | আপোনাৰ উচৰত ' | + | | আপোনাৰ উচৰত ' Perl (পার্ল')'ত variable (ভেৰিয়েবল)''' আৰু'' 'comments (মন্তব্য)''ৰ মৌলিক জ্ঞান থাকিব লাগিব |
|- | |- | ||
| 00.33 | | 00.33 | ||
− | | নহলে'' 'স্পকেন টিউটোৰিয়েল''' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক | + | | নহলে'' 'স্পকেন টিউটোৰিয়েল''' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
|- | |- | ||
| 00.40 | | 00.40 | ||
− | |'' 'পার্লে''' আমাক বিভিন্ন মানৰ বাবে এটা শর্ত বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো ''loops''' ব্যবহাৰ কৰি কৰা হয়. | + | |'' (Perl)'পার্লে''' আমাক বিভিন্ন মানৰ বাবে এটা শর্ত (condition) বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো ''loops''' ব্যবহাৰ কৰি কৰা হয়. |
|- | |- | ||
| 00.49 | | 00.49 | ||
− | | | + | | ''Perl (পার্ল)ত'' বিভিন্ন ধৰনৰ loops আছে; |
|- | |- | ||
Line 41: | Line 40: | ||
|- | |- | ||
− | | 00.53 | + | | 00.53 |
|''foreach loop''' | |''foreach loop''' | ||
|- | |- | ||
Line 52: | Line 51: | ||
|- | |- | ||
| 00.56 | | 00.56 | ||
− | | এই টিউটোৰিয়েলত আমি ''for''' আৰু 'foreach | + | | এই টিউটোৰিয়েলত আমি ''for''' আৰু 'foreach loop'' চাম |
|- | |- | ||
| 01.01 | | 01.01 | ||
− | |'''' ' | + | |'''''Perl (পার্ল)ত'''' ''for'''loopয়ে এটা কোডক নির্দিষ্ট সময়ৰ বাবে দেখোৱাবলৈ ব্যবহাৰ কৰা হয়. |
|- | |- | ||
| 01.07 | | 01.07 | ||
− | | '''for loop'''ৰ সিনট্যাক্স নিম্নৰুপে দিয় হল: | + | | '''for loop'''ৰ সিনট্যাক্স (syntax) নিম্নৰুপে দিয় হল: |
|- | |- | ||
| 01.10 | | 01.10 | ||
Line 70: | Line 69: | ||
|- | |- | ||
| 01.22 | | 01.22 | ||
− | | কাৰ্লী বন্ধনী খোলক | + | | কাৰ্লী বন্ধনী খোলক |
|- | |- | ||
Line 113: | Line 112: | ||
|- | |- | ||
| 02.21 | | 02.21 | ||
− | | লিখক '''print space double quote Value of i colon space dollar i slash n''' double quote বন্ধ কৰক'''semicolon ''' | + | | লিখক '''print space double quote Value of i colon space dollar i slash n''' double quote বন্ধ কৰক'''semicolon ''' |
|- | |- | ||
| 02.35 | | 02.35 | ||
− | | আৰু এন্টাৰ টিপক | + | | আৰু এন্টাৰ টিপক |
|- | |- | ||
| 02.36 | | 02.36 | ||
− | | এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক | + | | এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক |
|- | |- | ||
| 02.39 | | 02.39 | ||
− | | ফাইল খন চেভ কৰিবলৈ '''Ctrl+S''' টিপক | + | | ফাইল খন চেভ কৰিবলৈ '''Ctrl+S''' টিপক |
|- | |- | ||
| 02.42 | | 02.42 | ||
− | |'''for''' loop য়ে কি কৰে ব্যাখ্যা কৰা | + | |'''for''' loop য়ে কি কৰে ব্যাখ্যা কৰা যাওক |
|- | |- | ||
| 02.46 | | 02.46 | ||
Line 138: | Line 137: | ||
|- | |- | ||
| 02.59 | | 02.59 | ||
− | | এই শর্তটো যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব. | + | | এই শর্তটো (condition) যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব. |
|- | |- | ||
| 03.05 | | 03.05 | ||
Line 156: | Line 155: | ||
|- | |- | ||
| 03.29 | | 03.29 | ||
− | | এই | + | | এই ক্ষেত্রত '''for''' loop'''i = 0, 1, 2, 3, 4'''ৰ বাবে কার্যকৰ কৰা হব |
|- | |- | ||
| 03.38 | | 03.38 | ||
Line 162: | Line 161: | ||
|- | |- | ||
| 03.41 | | 03.41 | ||
− | | এতিয়া ''' টার্মিনেললৈ যাওক | + | | এতিয়া ''' টার্মিনেললৈ যাওক |
|- | |- | ||
| 03.44 | | 03.44 | ||
Line 172: | Line 171: | ||
|- | |- | ||
| 03.54 | | 03.54 | ||
− | |আৰু এন্টাৰ টিপক | + | |আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 188: | Line 187: | ||
|- | |- | ||
| 04.03 | | 04.03 | ||
− | | এতিয়া '''perl forLoop dot pl''' টাইপ কৰি পাৰ্ল স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক | + | | এতিয়া '''perl forLoop dot pl''' টাইপ কৰি পাৰ্ল (Perl) স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 196: | Line 195: | ||
|- | |- | ||
| 04.16 | | 04.16 | ||
− | | এতিয়া আমি '''foreach '''loop | + | | এতিয়া আমি '''foreach '''loop দেখো. |
|- | |- | ||
| 04.19 | | 04.19 | ||
− | | আমি যদি এটা'' 'অ্যাৰে''' বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach''' লুপৰ ব্যবহাৰ কৰিব পাৰো | + | | আমি যদি এটা'' 'Array (অ্যাৰে)''' বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach''' লুপৰ ব্যবহাৰ কৰিব পাৰো |
|- | |- | ||
Line 208: | Line 207: | ||
|- | |- | ||
| 04.35 | | 04.35 | ||
− | | কাৰ্লী বন্ধনী খোলক | + | | কাৰ্লী বন্ধনী খোলক |
|- | |- | ||
| 04.37 | | 04.37 | ||
− | |' '''perform action on each element of an array ''' এন্টাৰ টিপক | + | |' '''perform action on each element of an array ''' এন্টাৰ টিপক |
|- | |- | ||
Line 220: | Line 219: | ||
|- | |- | ||
| 04.44 | | 04.44 | ||
− | |'' 'অনুগ্রহ কৰি লক্ষ্য কৰক:''' আমি অ্যাৰে | + | |'' 'অনুগ্রহ কৰি লক্ষ্য কৰক:''' আমি অ্যাৰে (array) অ্যাৰেৰ আৰম্ভৰ (array initialization) আৰু পৰবর্তী টিউটোৰিয়েলত এটা অ্যাৰেক (array) সংজ্ঞা আদি আৱৰণ কৰিম. |
|- | |- | ||
Line 228: | Line 227: | ||
|- | |- | ||
| 04.56 | | 04.56 | ||
− | |'টার্মিনেল'খোলক আৰু '''gedit foreachLoop dot pl স্পেচ ampersand'' আৰু এন্টাৰ টিপক | + | |'টার্মিনেল'খোলক আৰু '''gedit foreachLoop dot pl স্পেচ ampersand'' আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 239: | Line 238: | ||
|- | |- | ||
| 05.15 | | 05.15 | ||
− | |' ''hash exclamation mark slash u s r slash bin slash perl''' আৰু এন্টাৰ টিপক | + | |' ''hash exclamation mark slash u s r slash bin slash perl''' আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 247: | Line 246: | ||
|- | |- | ||
| 05.39 | | 05.39 | ||
− | | এন্টাৰ টিপক | + | | এন্টাৰ টিপক |
|- | |- | ||
Line 255: | Line 254: | ||
|- | |- | ||
| 05.52 | | 05.52 | ||
− | | কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক | + | | কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক |
|- | |- | ||
| 05.56 | | 05.56 | ||
− | |' ''print space double quote Element of an array is colon dollar var slash n'' close double quote '''semicolon''' | + | |' ''print space double quote Element of an array is colon dollar var slash n'' close double quote '''semicolon''' |
|- | |- | ||
Line 266: | Line 265: | ||
|- | |- | ||
| 06.17 | | 06.17 | ||
− | | ফাইলখন চেভ কৰিবলৈ 'Ctrl + | + | | ফাইলখন চেভ কৰিবলৈ 'Ctrl + s প্রেস কৰক. |
|- | |- | ||
| 06.20 | | 06.20 | ||
Line 272: | Line 271: | ||
|- | |- | ||
| 06.27 | | 06.27 | ||
− | | ইয়াত 3 টা উপাদান আছে 10 | + | | ইয়াত 3 টা উপাদান আছে 10, 20 আৰু 30 |
|- | |- | ||
| 06 .33 | | 06 .33 | ||
− | | Foreach লুপৰ প্রতিটো পুনৰাবৃত্তিত ডলাৰ varত এটা অ্যাৰেৰ একক উপাদান থাকিব | + | | Foreach লুপৰ প্রতিটো পুনৰাবৃত্তিত (ডলাৰ) dollar varত এটা অ্যাৰেৰ একক উপাদান থাকিব |
− | + | ||
|- | |- | ||
| 06.40 | | 06.40 | ||
Line 286: | Line 284: | ||
|- | |- | ||
| 06.55 | | 06.55 | ||
− | | '''Back-slash n''' য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব | + | | '''Back-slash n''' য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব |
|- | |- | ||
| 07.00 | | 07.00 | ||
Line 292: | Line 290: | ||
|- | |- | ||
| 07.06 | | 07.06 | ||
− | | তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় | + | | তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় |
|- | |- | ||
| 07.12 | | 07.12 | ||
Line 314: | Line 312: | ||
|- | |- | ||
| 07.41 | | 07.41 | ||
− | |টাইপ কৰক '''perl foreachLoop dot pl'''আৰু এন্টাৰ টিপক | + | |টাইপ কৰক '''perl foreachLoop dot pl'''আৰু এন্টাৰ টিপক |
|- | |- | ||
| 07.48 | | 07.48 | ||
Line 320: | Line 318: | ||
|- | |- | ||
| 07.54 | | 07.54 | ||
− | | সেয়ে ''for''' loop আৰু '''foreach''' loopৰ বাবে ইমানেই | + | | সেয়ে ''for''' loop আৰু '''foreach''' loopৰ বাবে ইমানেই |
|- | |- | ||
| 07.57 | | 07.57 | ||
Line 326: | Line 324: | ||
|- | |- | ||
| 07.59 | | 07.59 | ||
− | | এই টিউটোৰিয়েলত আমি শিকিছো | + | | এই টিউটোৰিয়েলত আমি শিকিছো |
|- | |- | ||
| 08.02 | | 08.02 | ||
− | |'' | + | |''Perl (পার্ল)ত''''for''' loop আৰু '''foreach''' loop |
|- | |- | ||
| 08.06 | | 08.06 | ||
Line 338: | Line 336: | ||
|- | |- | ||
| 08.10 | | 08.10 | ||
− | | ' Spoken Tutorial' স্ট্রিং এটা ঘোষণা কৰক | + | | ' Spoken Tutorial' স্ট্রিং এটা ঘোষণা কৰক |
|- | |- | ||
| 08.13 | | 08.13 | ||
− | | ইয়াক 5 বাৰ প্ৰইন্ট কৰ | + | | ইয়াক 5 বাৰ প্ৰইন্ট কৰ |
|- | |- | ||
| 08.16 | | 08.16 | ||
− | | এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = ব্ৰেকেট খোলক in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু | + | | এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = ব্ৰেকেট খোলক in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু |
|- | |- | ||
| 08.32 | | 08.32 | ||
− | |'' 'Foreach''' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক | + | |'' 'Foreach''' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক |
|- | |- | ||
|08.36 | |08.36 | ||
Line 377: | Line 375: | ||
|- | |- | ||
| 09.31 | | 09.31 | ||
− | | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. | + | | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
|- | |- | ||
|09.34 | |09.34 |
Revision as of 12:24, 3 July 2014
Visual Cue | Narration |
---|---|
00.01 | নমস্কাৰ. Perl (পার্ল')ত ' 'foreach Loops ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম |
00.06 | এই টিউটোৰিয়েলত. আমি শিকিম: Perl (পার্ল')'ত for loop আৰু |
00.11 | ' Perl (পার্ল')'ত 'Foreach loop |
00.13 | আমি 'Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু 'Perl 5.14.2 ব্যবহাৰ কৰিছো |
00.21 | আমি gedit' text editor (টেক্সট এডিটৰো)' ব্যবহাৰ কৰিম |
00.25 | আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ (text editor) ব্যবহাৰ কৰিব পাৰিব. |
00.29 | আপোনাৰ উচৰত ' Perl (পার্ল')'ত variable (ভেৰিয়েবল) আৰু 'comments (মন্তব্য)ৰ মৌলিক জ্ঞান থাকিব লাগিব |
00.33 | নহলে 'স্পকেন টিউটোৰিয়েল' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
00.40 | (Perl)'পার্লে আমাক বিভিন্ন মানৰ বাবে এটা শর্ত (condition) বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো loops ব্যবহাৰ কৰি কৰা হয়. |
00.49 | Perl (পার্ল)ত বিভিন্ন ধৰনৰ loops আছে; |
00.52 | for loop |
00.53 | foreach loop' |
00.54 | while loop & |
00.55 | ' do-while loop' |
00.56 | এই টিউটোৰিয়েলত আমি for আৰু 'foreach loop চাম |
01.01 | Perl (পার্ল)ত' forloopয়ে এটা কোডক নির্দিষ্ট সময়ৰ বাবে দেখোৱাবলৈ ব্যবহাৰ কৰা হয়. |
01.07 | for loopৰ সিনট্যাক্স (syntax) নিম্নৰুপে দিয় হল: |
01.10 | for space ব্ৰেকেট খোলক variable initialization semicolon condition semicolon increment |
01.20 | ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ টিপক |
01.22 | কাৰ্লী বন্ধনী খোলক |
01.24 | কোডক একাধিক বাৰ কার্যকৰ কৰা হব |
01.28 | কাৰ্লী বন্ধনী বন্ধ কৰক |
01.30 | এতিয়া আমি for loop এটা উদাহৰণ চাও. |
01.33 | 'টার্মিনাল খোলক আৰু টাইপ কৰক; 'gedit forLoop.pl space & (ampersand) |
01.42 | এন্টাৰ টিপক |
01.43 | এইটোৱে gedit'ত forLoop.pl ফাইল খুলিব. |
1.48 | কোডৰ নিম্নলিখিত টাইপ কৰক; hash exclamation mark slash u s r slash bin slash perl' |
01.58 | এন্টাৰ টিপক |
02.00 | ' for space ব্ৰেকেট খোলক dollar i equals to zero semicolon space dollar i less than or equal to four semicolon space dollar i plus plus ব্ৰেকেট বন্ধ কৰক' |
02.18 | স্পেচ |
02.19 | কাৰ্লী বন্ধনী খোলক আৰু এন্টাৰ টিপক |
02.21 | লিখক print space double quote Value of i colon space dollar i slash n double quote বন্ধ কৰকsemicolon |
02.35 | আৰু এন্টাৰ টিপক |
02.36 | এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক |
02.39 | ফাইল খন চেভ কৰিবলৈ Ctrl+S টিপক |
02.42 | for loop য়ে কি কৰে ব্যাখ্যা কৰা যাওক |
02.46 | i ভেৰিয়েবলক শূন্য লৈ সক্রিয়া (initialized) কৰা হৈছে. |
02.50 | পিছত, conditionটো প্ৰশিক্ষন কৰা হৈছে. |
02.53 | এই ক্ষেত্রেত conditionটো i less than or equal to 4. |
02.59 | এই শর্তটো (condition) যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব. |
03.05 | ইয়াৰ মানে প্রথম'print স্তেটমেন্ট "Value of i colon 0" |
03.11 | 'টার্মিনেলত' প্রদর্শন কৰা হব. |
03.14 | ইয়াৰ পিছত i ভেৰিয়েবল টো '1ৰ দ্বাৰা মান বৃদ্ধি হয় '. |
03.18 | আৰু for' loop condition টো আকৌ এবাৰ প্ৰশিক্ষন কৰা হয়. |
03.23 | এই লুপটো প্রস্থান কৰিব যেতিয়া i ৰ মান '4তকৈ দাঙৰ হব |
03.29 | এই ক্ষেত্রত for loopi = 0, 1, 2, 3, 4ৰ বাবে কার্যকৰ কৰা হব |
03.38 | যিমোট '5 বাৰ হয়. |
03.41 | এতিয়া টার্মিনেললৈ যাওক |
03.44 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক: |
03.48 | perl hyphen c forLoop dot pl |
03.54 | আৰু এন্টাৰ টিপক |
03.56 | ইয়াত এটা বার্তা প্রদর্শন কৰে |
03.58 | forLoop.pl syntax OK |
04.01 | সেয়ে আমাৰ উচৰত কোনো চেনটেক্চ নাই |
04.03 | এতিয়া perl forLoop dot pl টাইপ কৰি পাৰ্ল (Perl) স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক |
04.11 | এইয়া আউটপুট টার্মিনেলত দেখোৱা হব. |
04.16 | এতিয়া আমি foreach loop দেখো. |
04.19 | আমি যদি এটা 'Array (অ্যাৰে) বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach লুপৰ ব্যবহাৰ কৰিব পাৰো |
04.25 | সিনট্যাক্স হল: foreach space dollar variable স্পেচ ব্ৰেকেটত at the rate array স্পেচ |
04.35 | কাৰ্লী বন্ধনী খোলক |
04.37 | ' perform action on each element of an array এন্টাৰ টিপক |
04.42 | কাৰ্লী বন্ধনী বন্ধ কৰক |
04.44 | 'অনুগ্রহ কৰি লক্ষ্য কৰক:' আমি অ্যাৰে (array) অ্যাৰেৰ আৰম্ভৰ (array initialization) আৰু পৰবর্তী টিউটোৰিয়েলত এটা অ্যাৰেক (array) সংজ্ঞা আদি আৱৰণ কৰিম. |
04.52 | এতিয়া আমি ' 'foreach লুপৰ এটা উদাহৰণ চাও. |
04.56 | 'টার্মিনেল'খোলক আৰু 'gedit foreachLoop dot pl স্পেচ ampersand আৰু এন্টাৰ টিপক |
05.08 | এইটোৱে 'geditত foreachLoop.pl ফাইলটো খুলিব. |
05.12 | নিম্নলিখিত কোড লিখক |
05.15 | ' hash exclamation mark slash u s r slash bin slash perl' আৰু এন্টাৰ টিপক |
05.25 | ' at the rate myarray space is equal to space ব্ৰেকেট খোলক ten comma twenty comma thirty ব্ৰেকেট বন্ধ কৰক semicolon' |
05.39 | এন্টাৰ টিপক |
05.41 | ' foreach space dollar var space ব্ৰেকেট খোলক at the rate myarray ব্ৰেকেট বন্ধ কৰক space' |
05.52 | কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক |
05.56 | ' print space double quote Element of an array is colon dollar var slash n close double quote semicolon |
06.13 | এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক |
06.17 | ফাইলখন চেভ কৰিবলৈ 'Ctrl + s প্রেস কৰক. |
06.20 | এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে 'myArray' ঘোষণা কৰা হয়. |
06.27 | ইয়াত 3 টা উপাদান আছে 10, 20 আৰু 30 |
06 .33 | Foreach লুপৰ প্রতিটো পুনৰাবৃত্তিত (ডলাৰ) dollar varত এটা অ্যাৰেৰ একক উপাদান থাকিব |
06.40 | এটা অ্যাৰেৰ প্রতিটো উপাদানৰ বাবে 'Foreach কিৱৰ্দে এই লুপটো পুনৰাবৃত্তি কৰে. |
06.47 | তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি myArray' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব. |
06.55 | Back-slash n য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব |
07.00 | ইয়াৰ মানে প্রথম 'উপাদান'' 10'টো টার্মিনেলত প্রদর্শন কৰা হব. |
07.06 | তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় |
07.12 | এই লুপটোৱে myArrayত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব. |
07.17 | এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক |
07.24 | 'perl hyphen c foreachLoop dot pl আৰু এন্টাৰ টিপক |
07.32 | এই লাইনটো টার্মিনালত দেখোৱা হব |
07.36 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ নাই. |
07.38 | সেয়ে আমি 'পার্ল স্ক্রিপ্ট দেখোৱাও . |
07.41 | টাইপ কৰক perl foreachLoop dot plআৰু এন্টাৰ টিপক |
07.48 | এইয়া আউটপুট টার্মিনালত দেখোৱা হব. |
07.54 | সেয়ে for' loop আৰু foreach loopৰ বাবে ইমানেই |
07.57 | আমি সংক্ষেপ কৰো. |
07.59 | এই টিউটোৰিয়েলত আমি শিকিছো |
08.02 | Perl (পার্ল)ত'for loop আৰু foreach loop |
08.06 | কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. |
08.07 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - |
08.10 | ' Spoken Tutorial' স্ট্রিং এটা ঘোষণা কৰক |
08.13 | ইয়াক 5 বাৰ প্ৰইন্ট কৰ |
08.16 | এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = ব্ৰেকেট খোলক in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু |
08.32 | 'Foreach' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক |
08.36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
08.40 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08.43 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08.48 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08.55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08.59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09.07 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09.12 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09.20 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09.31 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
09.34 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
09.36 | যোগদানৰ বাবে ধন্যবাদ। |