Difference between revisions of "PERL/C2/Hash-in-Perl/Assamese"
From Script | Spoken-Tutorial
Line 18: | Line 18: | ||
|00.11 | |00.11 | ||
| '''hash'''ৰ এলিমেন্ত এক্সেচ কৰিবলৈ। | | '''hash'''ৰ এলিমেন্ত এক্সেচ কৰিবলৈ। | ||
− | + | ||
|- | |- | ||
|00.14 | |00.14 | ||
Line 53: | Line 53: | ||
|- | |- | ||
|00.52 | |00.52 | ||
− | |''' Hash''' আনঅৰ্দাৰত থকা দাতাৰ এটা সংগ্রহ।sangrahito data hoy kromot | + | |''' Hash''' আনঅৰ্দাৰত থকা দাতাৰ এটা সংগ্রহ।sangrahito data hoy kromot |
− | + | ||
|- | |- | ||
Line 62: | Line 62: | ||
|- | |- | ||
| 00.59 | | 00.59 | ||
− | | ''' Hash কি'''বোৰ অদ্বিতিয়। | + | | ''' Hash কি'''বোৰ অদ্বিতিয়। |
অসাধারণ | অসাধারণ | ||
Line 87: | Line 87: | ||
|- | |- | ||
|01.26 | |01.26 | ||
− | |ব’লক আমি এতা চেম্পল 'প্রগ্রেম | + | |ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি'' hash''' বুজো। |
|- | |- | ||
Line 108: | Line 108: | ||
|01.49 | |01.49 | ||
|আৰু এইয়াই ''' Hash'''ৰ ভেল্যু হয়। | |আৰু এইয়াই ''' Hash'''ৰ ভেল্যু হয়। | ||
− | + | ||
|- | |- | ||
|01.53 | |01.53 | ||
Line 115: | Line 115: | ||
|- | |- | ||
|01.59 | |01.59 | ||
− | |ফাইল চেভ কৰিবলৈ ''' Ctrl + S''' প্রেচ কৰক। | + | |ফাইল চেভ কৰিবলৈ ''' Ctrl + S''' প্রেচ কৰক। |
|- | |- | ||
|02.02 | |02.02 | ||
Line 130: | Line 130: | ||
|- | |- | ||
|02.14 | |02.14 | ||
− | | আওতপোত তাৰমিনেলত দেখা পাম। | + | | আওতপোত তাৰমিনেলত দেখা পাম। |
|- | |- | ||
Line 138: | Line 138: | ||
|- | |- | ||
|02.24 | |02.24 | ||
− | |যোগ কৰাৰ | + | |যোগ কৰাৰ |
|- | |- | ||
Line 145: | Line 145: | ||
|- | |- | ||
|02.30 | |02.30 | ||
− | |''' single quote KeyName single quote''' | + | |''' single quote KeyName single quote''' |
|- | |- | ||
|02.34 | |02.34 | ||
− | |''' close curly bracket equal to value semicolon''' | + | |''' close curly bracket equal to value semicolon''' |
|- | |- | ||
Line 157: | Line 157: | ||
|- | |- | ||
|02.46 | |02.46 | ||
− | |'''single quote KeyName single quote close curly bracket semicolon''' | + | |'''single quote KeyName single quote close curly bracket semicolon''' |
|- | |- | ||
Line 194: | Line 194: | ||
| 03.31 | | 03.31 | ||
|ফাইল চেভ কৰিবলৈ ''' Ctrl+S''' প্রেছ কৰক। | |ফাইল চেভ কৰিবলৈ ''' Ctrl+S''' প্রেছ কৰক। | ||
− | |||
|- | |- | ||
Line 202: | Line 201: | ||
|- | |- | ||
| 03.40 | | 03.40 | ||
− | | ''' perl hashKeyOperations dot pl''' | + | | ''' perl hashKeyOperations dot pl''' |
|- | |- | ||
Line 230: | Line 229: | ||
|- | |- | ||
|04.11 | |04.11 | ||
− | |''' sort open bracket values percentage hashName close bracket semicolon''' | + | |''' sort open bracket values percentage hashName close bracket semicolon''' |
|- | |- | ||
Line 278: | Line 277: | ||
|- | |- | ||
|05.22 | |05.22 | ||
− | |এতিয়া চাওচাও ব’ললক '''hash'''ৰ কি আৰু মূল্য কেনেকৈ আনে। | + | |এতিয়া চাওচাও ব’ললক '''hash'''ৰ কি আৰু মূল্য কেনেকৈ আনে। |
|- | |- | ||
Line 297: | Line 296: | ||
|- | |- | ||
| 05.53 | | 05.53 | ||
− | | এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো। | + | | এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো। |
|- | |- | ||
Line 341: | Line 340: | ||
|- | |- | ||
| 06.53 | | 06.53 | ||
− | | ''' perl perlHash dot pl''' | + | | ''' perl perlHash dot pl''' |
|- | |- | ||
Line 366: | Line 365: | ||
|07.20 | |07.20 | ||
|স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে। | |স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে। | ||
− | + | ||
|- | |- | ||
|07.24 | |07.24 | ||
Line 409: | Line 408: | ||
|- | |- | ||
|08.21 | |08.21 | ||
− | |মন কৰকঃ ''' Hash''' এটা | + | |মন কৰকঃ ''' Hash''' এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয় |
|- | |- | ||
Line 429: | Line 428: | ||
|- | |- | ||
|08.46 | |08.46 | ||
− | |''' perl loopingOverHash dot pl''' | + | |''' perl loopingOverHash dot pl''' |
|- | |- |
Revision as of 09:32, 2 July 2014
|
|
---|---|
00.01 | Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম। |
00.05 | এই তিওতৰিয়েলত আমি শিকিম; |
00.09 | Perlত Hash আৰু |
00.11 | hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ। |
00.14 | এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু |
00.16 | Ubuntu Linux12.04 অপাৰেতিং চিচতেম |
00.21 | Perl 5.14.2 আৰু |
00.24 | gedit টেক্সট এদিএদিতৰ। |
00.26 | আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। |
00.30 | এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব। |
00.38 | comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল। |
00.46 | অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক। |
00.52 | Hash আনঅৰ্দাৰত থকা দাতাৰ এটা সংগ্রহ।sangrahito data hoy kromot
|
00.56 | এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ । |
00.59 | Hash কিবোৰ অদ্বিতিয়।
অসাধারণ |
01.01 | পিছে Hashৰ প্রতিলিপি মূল্য / maan থাকিব পাৰে। |
01.05 | এইয়া Hashৰ দিল্রেৰেস্যন। |
01.08 | আহক আমি চাও Hash ৰ pora এতা ‘কি’ৰ ভেল্যু / maan কেনেকৈ পায়। |
01.12 | এতা কি’ৰ ভেল্যু/ maan এক্সেচ / upoyug কৰাৰ চিন্ত্যেক্স হয় |
01.17 | hashName open curly bracket single quote keyName single quote close curly bracket |
01.26 | ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো। |
01.31 | মই আগতেই geditৰ perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো। |
01.37 | আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক। |
01.42 | Perlত Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে। |
01.47 | এইয়া Hashৰ কি হয়। |
01.49 | আৰু এইয়াই Hashৰ ভেল্যু হয়। |
01.53 | মন কৰিব, Hashৰ কি upoyug কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব। |
01.59 | ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক। |
02.02 | তাৰ পিছত তাৰমিনেল যাওক aaru‘পাৰ্ল স্ক্রিপ্ত’ aiedoreএক্জিক্যুত karak। |
02.08 | perl perlHash dot pl |
02.11 | আৰু এন্তাৰ প্রেচ কৰক। |
02.14 | আওতপোত তাৰমিনেলত দেখা পাম। |
02.19 | এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে। |
02.24 | যোগ কৰাৰ |
02.26 | চিন্ত্যেক্স হহ’ল dollar hashName open curly bracket |
02.30 | single quote KeyName single quote |
02.34 | close curly bracket equal to value semicolon |
02.40 | নাইকিয়া কৰিবলৈ delete dollar hashName open curly bracket |
02.46 | single quote KeyName single quote close curly bracket semicolon |
02.53 | আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো। |
02.58 | মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো। |
03.05 | এইয়া hashৰ দিক্লেৰেস্বন হয়। |
03.08 | আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম। |
03.13 | ইয়াতে আমি আগতেই বনোৱা hash'ত key যোগ কৰিম। |
03.18 | ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়। |
03.23 | দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
03.27 | আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে। |
03.31 | ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক। |
03.35 | তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক |
03.40 | perl hashKeyOperations dot pl |
03.44 | আৰু এন্তাৰ প্রেচ কৰক। |
03.47 | আওতপোত তাৰমিনেল’ত দেখা পাব। |
03.52 | ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে। |
03.57 | sort keyৰ চিন্ত্যেক্স হ’ল- |
04.00 | sort open bracket keys percentage hashName close bracket semicolon |
04.07 | ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো |
04.11 | sort open bracket values percentage hashName close bracket semicolon |
04.18 | ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো। |
04.24 | মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো। |
04.30 | sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক। |
04.36 | ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো। |
04.41 | ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো। |
04.49 | ই hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে। |
04.54 | ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো। |
04.59 | নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো। |
05.05 | ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক। |
05.09 | perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক। |
05.17 | আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব। |
05.22 | এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে। |
05.27 | Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে। |
05.34 | কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে। |
05.40 | ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু |
05.46 | each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই। |
05.53 | এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো। |
05.57 | ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম। |
06.07 | স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক; |
06.12 | ব’লক এতিয়া আমি ক’দটো বু্জো। |
06.15 | hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে। |
06.22 | hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে। |
06.30 | each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই। |
06.34 | ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো। |
06.36 | ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই। |
06.43 | Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক। |
06.48 | এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি- |
06.53 | perl perlHash dot pl |
06.58 | আৰু এন্তাৰ প্রেছ কৰক। |
07.01 | তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম। |
07.05 | এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম। |
07.10 | আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো। |
07.15 | তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো। |
07.20 | স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে। |
07.24 | ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব। |
07.32 | তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব। |
07.40 | ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে। |
07.47 | আমি এটা চেম্পল প্রগ্রেম চাম। |
07.49 | সেইকাৰণে মই geditত loopingOverHash dot plলৈ যাম। |
07.55 | loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক। |
08.02 | এই ক’দে hashৰ এটা কি উভতাই। |
08.07 | আমাৰ এই কেছত, |
08.09 | প্রথমবাৰ dollar key ($key)ত Department কি হিছাপে আছে। |
08.15 | পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই। |
08.21 | মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয় |
08.26 | সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে। |
08.33 | ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে। |
08.38 | Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক। |
08.41 | তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক |
08.46 | perl loopingOverHash dot pl |
08.50 | আৰু এন্তাৰ প্রেছ কৰক। |
08.53 | তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব। |
08.58 | আকৌ চমুকৈ চাও |
08.59 | এই তিউতৰিয়েলত আমি শিকিলো- |
09.01 | Perlত থকা Hash আৰু |
09.03 | Hashৰ এলিমেন্ত এক্সেচ কৰা |
09.05 | চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি। |
09.08 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
09.11 | Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি |
09.15 | আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে। |
09.18 | কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই। |
09.24 | তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক। |
09.29 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
09.32 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
09.37 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে |
09.42 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
09.49 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
09.53 | আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
10.02 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
10.06 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
10.15 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
|
10.26 | আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে। |
10.30 | এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
10.33 | লগত থকাৰ কাৰণে ধন্যৱাদ। |