Difference between revisions of "PERL/C2/Data-Structures/Assamese"
From Script | Spoken-Tutorial
Line 12: | Line 12: | ||
|- | |- | ||
| 00.11 | | 00.11 | ||
− | | ইয়াত আমি '' ' উবুন্টু Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 ''' ব্যবহাৰ | + | | ইয়াত আমি '' ' উবুন্টু Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 ''' ব্যবহাৰ কৰিছো |
− | + | ||
|- | |- | ||
| 00.18 | | 00.18 | ||
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম. | | আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম. | ||
− | |||
|- | |- | ||
| 00.22 | | 00.22 | ||
Line 27: | Line 25: | ||
| 00.29 | | 00.29 | ||
| ''' comments, loops''' আৰু '''conditional statements'''ৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. | | ''' comments, loops''' আৰু '''conditional statements'''ৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. | ||
− | |||
|- | |- | ||
| 00.36 | | 00.36 | ||
Line 39: | Line 36: | ||
| 00.44 | | 00.44 | ||
| ''Scalar''' | | ''Scalar''' | ||
− | |||
− | |||
|- | |- | ||
| 00.45 | | 00.45 | ||
| '''Array''' | | '''Array''' | ||
− | |||
− | |||
|- | |- | ||
| 00.46 | | 00.46 | ||
Line 52: | Line 45: | ||
| 00.50 | | 00.50 | ||
| '''Scalar:''' এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ''ৰ এটি মান ধৰি ৰাখে | | '''Scalar:''' এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ''ৰ এটি মান ধৰি ৰাখে | ||
− | |||
|- | |- | ||
| 00.56 | | 00.56 | ||
| '' ' ডাটা টাইপ ''' ' স্ট্রিং , সংখ্যা, ডবল ''' ইত্যাদি '' হব পাৰে | | '' ' ডাটা টাইপ ''' ' স্ট্রিং , সংখ্যা, ডবল ''' ইত্যাদি '' হব পাৰে | ||
− | |||
− | |||
|- | |- | ||
| 01.01 | | 01.01 | ||
Line 238: | Line 228: | ||
| 05.08 | | 05.08 | ||
|'' Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় | |'' Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় | ||
− | |||
− | |||
|- | |- | ||
| 05.12 | | 05.12 | ||
Line 265: | Line 253: | ||
| 05.36 | | 05.36 | ||
|percentage variable name space equal to space open bracket | |percentage variable name space equal to space open bracket | ||
− | |||
|- | |- | ||
Line 273: | Line 260: | ||
| 05.42 | | 05.42 | ||
|'' single quote key Name single quote space equal to greater than sign space Value comma | |'' single quote key Name single quote space equal to greater than sign space Value comma | ||
− | |||
|- | |- | ||
Line 282: | Line 268: | ||
| 05.52 | | 05.52 | ||
|' single quote key Name single quote space equal to greater than sign space Value | |' single quote key Name single quote space equal to greater than sign space Value | ||
− | |||
|- | |- | ||
Line 356: | Line 341: | ||
| 07.09 | | 07.09 | ||
|' scalar | |' scalar | ||
− | |||
|- | |- | ||
| 07.10 | | 07.10 | ||
|'' Array আৰু | |'' Array আৰু | ||
− | |||
|- | |- |
Revision as of 19:59, 29 June 2014
|
|
---|---|
00.00 | ' পার্লত Data Structures'ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00.05 | এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structuresৰ বিষয়ে শিকিম |
00.11 | ইয়াত আমি ' উবুন্টু Linux12.04 ' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 ব্যবহাৰ কৰিছো |
00.18 | আমি ' gedit ' টেক্সট এডিটৰ ও ব্যবহাৰ কৰিম. |
00.22 | আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
00.25 | আপোনাৰ ' পার্লত ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব |
00.29 | comments, loops আৰু conditional statementsৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. |
00.36 | অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব. |
00.41 | ' পার্লত 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ আছে
|
00.44 | Scalar' |
00.45 | Array |
00.46 | Hash' যাক Associative Array বোলিও কোৱা হয় |
00.50 | Scalar: এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ৰ এটি মান ধৰি ৰাখে |
00.56 | ' ডাটা টাইপ ' স্ট্রিং , সংখ্যা, ডবল ইত্যাদি হব পাৰে |
01.01 | ই এটা ' অ্যাৰে বা এটা হ্যাশ ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে |
01.06 থেকে | ' মন কৰক পার্লত " থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব. |
01.11 | স্কালাৰ নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই |
01.16 | $count = 12 semicolon |
01.20 | $string = একক উদ্ধৃতিত 'I am scalar of type string' সেমিকোলন .
|
01.26 | আমি ' স্কালাৰত 'নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো
|
01.30 | ইয়ালৈ এটি মান ধার্য কৰক
|
01.32 | এটা স্কালাৰক' অন্য এটালৈ ধার্য কৰক
|
01.35 | ' নম্বৰত Arithmetic operations scalarবোৰ যেনে add, subtract ইত্যাদি |
01.41 | স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে concatenation, substr ইত্যাদি |
01.48 | এতিয়া আমি "স্কালাৰ ডাটা স্ট্রাকচাৰ ৰ এটি উদাহৰণ চাও |
01.52 | টার্মিনাললৈ যাওক আৰু টাইপ কৰক gedit scalars dot pl স্পেস & আৰু এন্টাৰ টিপক |
02.01 | ই ' scalars ডট PL ফাইল geditত খোলে'
|
02.05 | পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.
|
02.09 | এইট স্কালৰলৈ declaration আৰু assignment হয় |
02.13 | এইবোৰ কিছো গাণিতিক অপাৰেশন হয় যি নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় |
02.19 | এইবোৰ কিছো স্ট্রিং অপাৰেশন হয় যি স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় |
02.25 | substr এটা PERL ফাংশন হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ অংশ প্রদান কৰে |
02.30 | ইয়াত ' সূচক 0 এটি স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো |
02.39 | আৰু 11য়ে অফসেট উল্লেখ কৰে যৰলৈকে আমি ' স্ট্রিং ' আউটপুটত বিছাৰো
|
02.46 | ফাইলটি সংৰক্ষণ কৰিবলৈ ctrl + s প্রেস কৰক' |
02.50 | তাৰপিছত টার্মিনাললৈ যাওক আৰু ' পার্ল স্ক্রিপ্টক ' |
02.55 | perl scalars dot pl' হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক |
03.00 | টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয় |
03.05 | এতিয়া, আমি পার্লত array data structure চাও
|
03.09 | Array :' উপাদানবোৰৰ এটা তালিকা হয়
|
03.12 | উপাদানসমূহ 'স্ট্রিং, সংখ্যা' ইত্যাদি হব পাৰে
|
03.16 | ইয়াত এটা index আছে যি 'অ্যাৰেত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয় |
03.22 | Index ' শূন্যৰে আৰম্ভ হয়.
|
03.25 | অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই.
|
03.33 | Perl array ('পার্ল অ্যাৰে')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে
|
03.39 | এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে;
|
03.41 | at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন |
03.54 | এতিয়া array data structureঅৰ এটা উদাহৰণ চাও
|
03.57 | 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক
|
04.08 | এইটোৱে 'perlArray dot PL' ফাইলটো 'gedit'ত খুলে.
|
04.12 | পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক.
|
04.18 | এই'টো number array হয় যত number type (ধৰনৰ) উপাদান বোৰ আছে
|
04.23 | এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে |
04.29 | এইটো 'অ্যাৰেত' দুয়ুটা উপাদান number আৰু string টাইপ আছে.
|
04.34 | এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়. |
04.39 | এইধৰনে যি আমি' 'পার্লত 'অ্যাৰেক প্রিন্ট কৰিব পাৰো |
04.43 | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
|
04.47 | তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script ক এনেধৰনে দেখোৱাওক |
04.52 | perl perlArray dot pl আৰু এন্টাৰ টিপক
|
04.59 | এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয় |
05.04 | এতিয়া, আমি পার্লত Hash data structure চাও |
05.08 | Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় |
05.12 | এইটো Key Value pair data structure হয়
|
05.15 | ' hashত Key অতুলনিয় হয় . |
05.18 নীচে | যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ' বাতিল (overridde) কৰা হব |
05.28 | Value ' ডুপ্লিকেট হব পাৰে.
|
05.30 | এটি কোনো 'ডাটা টাইপৰ' মান 'ধৰি ৰাখে |
05.34 | hash এৰ সিনটেক্চ হয়; |
05.36 | percentage variable name space equal to space open bracket |
05.41 | এন্টাৰ টিপক |
05.42 | single quote key Name single quote space equal to greater than sign space Value comma
|
05.50 | এন্টাৰ টিপক
|
05.52 | ' single quote key Name single quote space equal to greater than sign space Value |
05.58 | এন্টাৰ টিপক
|
06.00 | বন্ধ বন্ধনী সেমিকোলন |
06.03 | এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও.
|
06.07 | টার্মিনাললৈ যাও আৰু টাইপ কৰক |
06.10 | gedit perlHash dot pl space & এন্টাৰ টিপক |
06.18 | এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে |
06.22 | পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. |
06.27 | এই 'হ্যাশ'এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে.
|
06.31 | এই উদাহৰনটোৱে 'হ্যাশ'ৰ ব্যবহাৰ দেখোৱায়. |
06.35 | এতোয়া চাও আমি 'হ্যাশ'ৰ প্রিন্ট কিভাবে কৰে
|
06.38 | এতিয়াৰ বাবে, মাত্ৰ,মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক |
06.42 | বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব. |
06.47 | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক |
06.50 | তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক |
06.55 | perl perlHash dot pl আৰুএন্টাৰ টিপক |
07.01 | নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয় |
07.05 | সংক্ষেপ কৰা যাওক .
|
07.06 | এই টিউটোৰিয়েলত, আমি শিকিছো -
|
07.09 | ' scalar
|
07.10 | Array আৰু
|
07.11 | ' Perlত Hash Data Structure |
07.13 | নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.
|
07.15 | আপোনাৰ বাবে নিয়োগ এটা- |
07.17 | scalar variable ঘোষণা কৰক |
07.19 | এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক |
07.23 | Red', 'Yellow' আৰু 'Green' ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক
|
07.28 | Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক |
07.33 | Hint: 'Employee' =>(equal to greater than sign) 'John' comma |
07.38 | 'Department' =>(equal to greater than sign) 'Engineering' |
07.42 | এই লিন্কত উপলব্ধ ভিদিওটো চাওক
|
07.46 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07.49 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|
07.53 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
|
07.59 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08.03 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
|
08.10 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
|
08.15 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|
08.22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08.33 | আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে
|
08.35 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
|
08.38 | যোগদানৰ বাবে ধন্যবাদ। |