Difference between revisions of "Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
− | |00 | + | |00:00 |
|টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। | |টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। | ||
Line 11: | Line 11: | ||
|- | |- | ||
− | |00 | + | |00:04 |
|এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। | |এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। | ||
Line 17: | Line 17: | ||
|- | |- | ||
− | |00 | + | |00:10 |
|আপুনি টাইপ কৰিব শিকিব - | |আপুনি টাইপ কৰিব শিকিব - | ||
Line 23: | Line 23: | ||
|- | |- | ||
− | |00 | + | |00:12 |
|নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। | |নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। | ||
Line 29: | Line 29: | ||
|- | |- | ||
− | |00 | + | |00:19 |
|আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। | |আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। | ||
Line 35: | Line 35: | ||
|- | |- | ||
− | |00 | + | |00:25 |
|টাক্স টাইপিং কি? | |টাক্স টাইপিং কি? | ||
Line 41: | Line 41: | ||
|- | |- | ||
− | |00 | + | |00:27 |
|টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। | |টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। | ||
Line 47: | Line 47: | ||
|- | |- | ||
− | |00 | + | |00:30 |
|ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। | |ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। | ||
Line 53: | Line 53: | ||
|- | |- | ||
− | |00 | + | |00:38 |
|আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। | |আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। | ||
Line 59: | Line 59: | ||
|- | |- | ||
− | |00 | + | |00:41 |
|আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। | |আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। | ||
Line 65: | Line 65: | ||
|- | |- | ||
− | |00 | + | |00:46 |
|টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। | |টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। | ||
Line 71: | Line 71: | ||
|- | |- | ||
− | |00 | + | |00:54 |
|এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। | |এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। | ||
Line 77: | Line 77: | ||
|- | |- | ||
− | |01 | + | |01:02 |
|আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। | |আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। | ||
Line 83: | Line 83: | ||
|- | |- | ||
− | |01 | + | |01:07 |
|Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক। | |Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক। | ||
Line 89: | Line 89: | ||
|- | |- | ||
− | |01 | + | |01:16 |
|টাক্স টাইপিং খোলো আহক। | |টাক্স টাইপিং খোলো আহক। | ||
Line 95: | Line 95: | ||
|- | |- | ||
− | |01 | + | |01:19 |
|প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। | |প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। | ||
Line 101: | Line 101: | ||
|- | |- | ||
− | |01 | + | |01:26 |
|Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। | |Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। | ||
Line 107: | Line 107: | ||
|- | |- | ||
− | |01 | + | |01:34 |
|লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। | |লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। | ||
Line 113: | Line 113: | ||
|- | |- | ||
− | |01 | + | |01:39 |
|টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। | |টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। | ||
Line 119: | Line 119: | ||
|- | |- | ||
− | |01 | + | |01:42 |
|টাক্স চাইপিঙৰ Window খোল খাব। | |টাক্স চাইপিঙৰ Window খোল খাব। | ||
Line 125: | Line 125: | ||
|- | |- | ||
− | |01 | + | |01:46 |
|টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। | |টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। | ||
Line 131: | Line 131: | ||
|- | |- | ||
− | |01 | + | |01:50 |
|Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। | |Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। | ||
Line 139: | Line 139: | ||
|- | |- | ||
− | |01 | + | |01:56 |
|Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। | |Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। | ||
Line 145: | Line 145: | ||
|- | |- | ||
− | |02 | + | |02:01 |
|Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। | |Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। | ||
Line 151: | Line 151: | ||
|- | |- | ||
− | |02 | + | |02:13 |
|Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। | |Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। | ||
Line 157: | Line 157: | ||
|- | |- | ||
− | |02 | + | |02:16 |
|অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। | |অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। | ||
Line 163: | Line 163: | ||
|- | |- | ||
− | |02 | + | |02:20 |
|Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। | |Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। | ||
Line 169: | Line 169: | ||
|- | |- | ||
− | |02 | + | |02:23 |
|অনুশীলন সমূহ থকা Window খন খোল খাব। | |অনুশীলন সমূহ থকা Window খন খোল খাব। | ||
Line 175: | Line 175: | ||
|- | |- | ||
− | |02 | + | |02:26 |
|প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। | |প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। | ||
Line 181: | Line 181: | ||
|- | |- | ||
− | |02 | + | |02:30 |
|basic_lesson_01.xml ত ক্লিক কৰক। | |basic_lesson_01.xml ত ক্লিক কৰক। | ||
Line 187: | Line 187: | ||
|- | |- | ||
− | |02 | + | |02:35 |
|ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। | |ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। | ||
Line 193: | Line 193: | ||
|- | |- | ||
− | |02 | + | |02:41 |
|অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। | |অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। | ||
Line 199: | Line 199: | ||
|- | |- | ||
− | |02 | + | |02:45 |
|কী-বোৰ্ড থকা window খন খোল খাব। | |কী-বোৰ্ড থকা window খন খোল খাব। | ||
Line 205: | Line 205: | ||
|- | |- | ||
− | |02 | + | |02:48 |
|আমি a আখৰটো টাইপ কৰিব শিকো। | |আমি a আখৰটো টাইপ কৰিব শিকো। | ||
Line 211: | Line 211: | ||
|- | |- | ||
− | |02 | + | |02:52 |
|অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। | |অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। | ||
Line 217: | Line 217: | ||
|- | |- | ||
− | |02 | + | |02:56 |
|টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। | |টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। | ||
Line 223: | Line 223: | ||
|- | |- | ||
− | |03 | + | |03:01 |
|‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? | |‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? | ||
Line 229: | Line 229: | ||
|- | |- | ||
− | |03 | + | |03:07 |
|আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। | |আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। | ||
Line 235: | Line 235: | ||
|- | |- | ||
− | |03 | + | |03:10 |
|এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। | |এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। | ||
Line 241: | Line 241: | ||
|- | |- | ||
− | |03 | + | |03:13 |
|এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। | |এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। | ||
Line 247: | Line 247: | ||
|- | |- | ||
− | |03 | + | |03:19 |
|aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। | |aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। | ||
Line 253: | Line 253: | ||
|- | |- | ||
− | |03 | + | |03:27 |
|কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। | |কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। | ||
Line 259: | Line 259: | ||
|- | |- | ||
− | |03 | + | |03:35 |
|টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। | |টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। | ||
Line 265: | Line 265: | ||
|- | |- | ||
− | |03 | + | |03:39 |
|কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। | |কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। | ||
Line 271: | Line 271: | ||
|- | |- | ||
− | |03 | + | |03:51 |
|কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। | |কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। | ||
Line 277: | Line 277: | ||
|- | |- | ||
− | |03 | + | |03:58 |
|টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। | |টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। | ||
Line 283: | Line 283: | ||
|- | |- | ||
− | |04 | + | |04:02 |
|কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। | |কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। | ||
Line 289: | Line 289: | ||
|- | |- | ||
− | |04 | + | |04:10 |
|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। | |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। | ||
Line 295: | Line 295: | ||
|- | |- | ||
− | |04 | + | |04:14 |
|কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। | |কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। | ||
Line 301: | Line 301: | ||
|- | |- | ||
− | |04 | + | |04:21 |
|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। | |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। | ||
Line 307: | Line 307: | ||
|- | |- | ||
− | |04 | + | |04:27 |
|বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। | |বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। | ||
Line 313: | Line 313: | ||
|- | |- | ||
− | |04 | + | |04:34 |
|উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। | |উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। | ||
Line 319: | Line 319: | ||
|- | |- | ||
− | |04 | + | |04:39 |
|ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। | |ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। | ||
Line 325: | Line 325: | ||
|- | |- | ||
− | |04 | + | |04:44 |
|কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। | |কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। | ||
Line 331: | Line 331: | ||
|- | |- | ||
− | |04 | + | |04:52 |
|এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? | |এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? | ||
Line 337: | Line 337: | ||
|- | |- | ||
− | |05 | + | |05:00 |
|লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। | |লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। | ||
Line 343: | Line 343: | ||
|- | |- | ||
− | |05 | + | |05:10 |
|এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। | |এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। | ||
Line 349: | Line 349: | ||
|- | |- | ||
− | |05 | + | |05:14 |
|এই ছৱিখন চাওক। | |এই ছৱিখন চাওক। | ||
Line 355: | Line 355: | ||
|- | |- | ||
− | |05 | + | |05:16 |
|ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - | |ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - | ||
Line 361: | Line 361: | ||
|- | |- | ||
− | |05 | + | |05:21 |
|কনিষ্ঠ আঙুলি, | |কনিষ্ঠ আঙুলি, | ||
Line 371: | Line 371: | ||
|- | |- | ||
− | |05 | + | |05:27 |
|কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। | |কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। | ||
Line 377: | Line 377: | ||
|- | |- | ||
− | |05 | + | |05:32 |
|লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। | |লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। | ||
Line 383: | Line 383: | ||
|- | |- | ||
− | |05 | + | |05:35 |
|অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। | |অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। |
Revision as of 11:10, 26 June 2014
Time | Narration |
---|---|
00:00 | টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। |
00:04 | এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। |
00:10 | আপুনি টাইপ কৰিব শিকিব - |
00:12 | নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। |
00:19 | আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। |
00:25 | টাক্স টাইপিং কি? |
00:27 | টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। |
00:30 | ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। |
00:38 | আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। |
00:41 | আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। |
00:46 | টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। |
00:54 | এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। |
01:02 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। |
01:07 | Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক। |
01:16 | টাক্স টাইপিং খোলো আহক। |
01:19 | প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। |
01:26 | Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। |
01:34 | লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। |
01:39 | টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। |
01:42 | টাক্স চাইপিঙৰ Window খোল খাব। |
01:46 | টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। |
01:50 | Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ। |
01:56 | Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। |
02:01 | Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। |
02:13 | Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। |
02:16 | অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। |
02:20 | Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। |
02:23 | অনুশীলন সমূহ থকা Window খন খোল খাব। |
02:26 | প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। |
02:30 | basic_lesson_01.xml ত ক্লিক কৰক। |
02:35 | ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। |
02:41 | অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। |
02:45 | কী-বোৰ্ড থকা window খন খোল খাব। |
02:48 | আমি a আখৰটো টাইপ কৰিব শিকো। |
02:52 | অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। |
02:56 | টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। |
03:01 | ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? |
03:07 | আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। |
03:10 | এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। |
03:13 | এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। |
03:19 | aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। |
03:27 | কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। |
03:35 | টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। |
03:39 | কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। |
03:51 | কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। |
03:58 | টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। |
04:02 | কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। |
04:10 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। |
04:14 | কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। |
04:21 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। |
04:27 | বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। |
04:34 | উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। |
04:39 | ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। |
04:44 | কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। |
04:52 | এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? |
05:00 | লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। |
05:10 | এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। |
05:14 | এই ছৱিখন চাওক। |
05:16 | ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - |
05:21 | কনিষ্ঠ আঙুলি,
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল |
05:27 | কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। |
05:32 | লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। |
05:35 | অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। |
05.38 | মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। |
05.41 | তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। |
05.44 | এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। |
05.49 | লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। |
05.54 | অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। |
05.56 | মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। |
06.00 | তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। |
06.03 | সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। |
06.08 | হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। |
06.14 | বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? |
06.19 | অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। |
06.23 | এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। |
06.29 | এটিয়া টাইপিং আৰম্ভ কৰো আহক। |
06.32 | আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। |
06.39 | এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। |
06.42 | এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। |
06.47 | ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। |
06.53 | ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। |
06.59 | আৰু কেইটামান আখৰ টাউপ কৰো আহক। |
07.02 | এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। |
07.07 | বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। |
07.13 | Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। |
07.17 | Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। |
07.21 | CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। |
07.26 | WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। |
07.31 | Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। |
07.34 | Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। |
07.40 | main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। |
07.45 | আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। |
07.47 | প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। |
07.52 | নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। |
07.59 | টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। |
08.03 | এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। |
08.11 | অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। |
08.13 | basic_lesson_02.xml আৰম্ভ কৰক। |
08.19 | এই পাঠটো অনুশীলন কৰক। |
08.21 | পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। |
08.26 | এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। |
08.30 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। |
08.33 | ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। |
08.36 | ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। |
08.41 | কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে |
08.43 | কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। |
08.46 | online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। |
08.50 | অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। |
08.56 | কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। |
09.00 | National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। |
09.08 | এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। |
09.19 | এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |