Difference between revisions of "Java/C2/do-while/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
− | | 00:01 | + | |00:01 |
| জাভাত '''do-while Loop'''ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম | | জাভাত '''do-while Loop'''ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম | ||
|- | |- | ||
− | | | + | |00:06 |
| এই টিউটোৰিয়েলত, আপোনি | | এই টিউটোৰিয়েলত, আপোনি | ||
Line 17: | Line 17: | ||
|- | |- | ||
− | | 00:12 | + | |00:12 |
| এই টিউটোৰিয়েলত আমি | | এই টিউটোৰিয়েলত আমি | ||
উবুন্টু 11.10, | উবুন্টু 11.10, | ||
Line 24: | Line 24: | ||
|- | |- | ||
− | | | + | |00:20 |
| এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব। | | এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব। | ||
|- | |- | ||
− | | 00:25 | + | |00:25 |
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক | |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক | ||
|- | |- | ||
− | | | + | |00:32 |
| ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে । | | ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে । | ||
|- | |- | ||
− | | 00:37 | + | |00:37 |
|লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ। | |লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ। | ||
|- | |- | ||
− | | 00:40 | + | |00:40 |
|ইয়াৰ দুটা অংশ আছে। | |ইয়াৰ দুটা অংশ আছে। | ||
|- | |- | ||
− | | 00:42 | + | |00:42 |
|প্ৰথমটো হল '''loop running condition''' আৰু দ্বিতীয়টো হল '''loop variable'''. | |প্ৰথমটো হল '''loop running condition''' আৰু দ্বিতীয়টো হল '''loop variable'''. | ||
|- | |- | ||
− | | 00:51 | + | |00:51 |
| একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে। | | একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে। | ||
|- | |- | ||
− | | 00:58 | + | |00:58 |
|সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়। | |সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়। | ||
|- | |- | ||
− | | 01:05 | + | |01:05 |
|এতিয়া এটা উদাহৰণ চাও। | |এতিয়া এটা উদাহৰণ চাও। | ||
|- | |- | ||
− | | 01:07 | + | |01:07 |
| '''Eclipse''' লৈ যাওক । | | '''Eclipse''' লৈ যাওক । | ||
|- | |- | ||
− | | 01:11 | + | |01:11 |
| ইয়াত বাকি কোডৰ বাবে '''eclipse IDE''' আৰু প্ৰয়োজনীয়া skeleton আছে । | | ইয়াত বাকি কোডৰ বাবে '''eclipse IDE''' আৰু প্ৰয়োজনীয়া skeleton আছে । | ||
|- | |- | ||
− | | 01:17 | + | |01:17 |
|আমি '''DoWhileDemo''' নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো। | |আমি '''DoWhileDemo''' নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো। | ||
|- | |- | ||
− | | 01:22 | + | |01:22 |
| আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো। | | আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো। | ||
|- | |- | ||
− | | 01:27 | + | |01:27 |
|লিখক | |লিখক | ||
|- | |- | ||
− | | 01:29 | + | |01:29 |
|'''int n = 1''' | |'''int n = 1''' | ||
|- | |- | ||
− | | 01:32 | + | |01:32 |
|n আমাৰ লুপ ভ্যাৰিয়েবল হব। | |n আমাৰ লুপ ভ্যাৰিয়েবল হব। | ||
|- | |- | ||
− | | | + | |01:36 |
| তাৰপিছত লিখক do | | তাৰপিছত লিখক do | ||
|- | |- | ||
− | | 01:40 | + | |01:40 |
|ওপেন আৰু ক্লোস ধনুর্বন্ধনী | |ওপেন আৰু ক্লোস ধনুর্বন্ধনী | ||
|- | |- | ||
− | | 01:44 | + | |01:44 |
|ধনুর্বন্ধনীত '''System.out.println(n)''' | |ধনুর্বন্ধনীত '''System.out.println(n)''' | ||
|- | |- | ||
− | | 01:55 | + | |01:55 |
|আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1 | |আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1 | ||
|- | |- | ||
− | | | + | |02:05 |
| আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে | | আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে | ||
|- | |- | ||
− | | 02:08 | + | |02:08 |
|n ইস লেস দেন বা ইকুয়াল টু 10 হয়। | |n ইস লেস দেন বা ইকুয়াল টু 10 হয়। | ||
|- | |- | ||
− | | 02:10 | + | |02:10 |
| ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10) | | ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10) | ||
|- | |- | ||
− | | 02:20 | + | |02:20 |
| আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। | | আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। | ||
|- | |- | ||
− | | 02:25 | + | |02:25 |
| আমি ক্ৰীয়াত কোডটো চাও। | | আমি ক্ৰীয়াত কোডটো চাও। | ||
|- | |- | ||
− | | 02:28 | + | |02:28 |
|সংৰক্ষণ কৰক ৰান কৰক। | |সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | 02:37 | + | |02:37 |
| আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে। | | আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে। | ||
|- | |- | ||
− | | 02:42 | + | |02:42 |
| এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে। | | এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে। | ||
|- | |- | ||
− | | | + | |02:47 |
| প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়। | | প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়। | ||
|- | |- | ||
− | | 02:52 | + | |02:52 |
|আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়। | |আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়। | ||
|- | |- | ||
− | | 02:55 | + | |02:55 |
|যিহেতু এইটো true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে। | |যিহেতু এইটো true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে। | ||
|- | |- | ||
− | | 03:00 | + | |03:00 |
|আৰু সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়। | |আৰু সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়। | ||
|- | |- | ||
− | | 03:06 | + | |03:06 |
|n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়। | |n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়। | ||
|- | |- | ||
− | | 03:11 | + | |03:11 |
| এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়। | | এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়। | ||
|- | |- | ||
− | | | + | |03:17 |
| সেয়ে আমি 50ৰে আৰম্ভ কৰো। | | সেয়ে আমি 50ৰে আৰম্ভ কৰো। | ||
|- | |- | ||
− | | 03:19 | + | |03:19 |
|n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক। | |n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক। | ||
|- | |- | ||
− | | | + | |03:23 |
| যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম । | | যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম । | ||
|- | |- | ||
− | | 03:29 | + | |03:29 |
|সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক । | |সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক । | ||
|- | |- | ||
− | | | + | |03:34 |
| আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়। | | আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়। | ||
|- | |- | ||
− | | 03:40 | + | |03:40 |
| সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক। | | সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক। | ||
|- | |- | ||
− | | 03:48 | + | |03:48 |
| এতিয়া আউটপুট চাও। | | এতিয়া আউটপুট চাও। | ||
|- | |- | ||
− | | 03:50 | + | |03:50 |
|সংৰক্ষণ কৰক ৰান কৰক। | |সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | 03:57 | + | |03:57 |
|আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে। | |আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে। | ||
|- | |- | ||
− | | | + | |04:02 |
| এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক। | | এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক। | ||
|- | |- | ||
− | | | + | |04:10 |
| দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়। | | দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়। | ||
|- | |- | ||
− | | | + | |04:15 |
| প্ৰথমে মেন মেথড মুছি পেলাওক। | | প্ৰথমে মেন মেথড মুছি পেলাওক। | ||
|- | |- | ||
− | | 04:19 | + | |04:19 |
|তাৰপিছত লিখক int n = 25 | |তাৰপিছত লিখক int n = 25 | ||
|- | |- | ||
− | | | + | |04:25 |
| আমি চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়। | | আমি চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়। | ||
|- | |- | ||
− | | | + | |04:32 |
| তাৰপিছত লিখক '''int x = 0''' | | তাৰপিছত লিখক '''int x = 0''' | ||
|- | |- | ||
− | | 04:37 | + | |04:37 |
|যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম । | |যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম । | ||
|- | |- | ||
− | | | + | |04:44 |
| তাৰপিছত লিখক do | | তাৰপিছত লিখক do | ||
|- | |- | ||
− | | 04:46 | + | |04:46 |
|ওপেন আৰু ক্লোস ধনুর্বন্ধনী | |ওপেন আৰু ক্লোস ধনুর্বন্ধনী | ||
|- | |- | ||
− | | 04:49 | + | |04:49 |
|ধনুর্বন্ধনীত '''x = x + 1''' | |ধনুর্বন্ধনীত '''x = x + 1''' | ||
|- | |- | ||
− | | 04:55 | + | |04:55 |
| আৰু ধনুর্বন্ধনীৰ বাহিৰত | | আৰু ধনুর্বন্ধনীৰ বাহিৰত | ||
|- | |- | ||
− | | 04:58 | + | |04:58 |
|while, বন্ধনীত '''(x * x < n)''' | |while, বন্ধনীত '''(x * x < n)''' | ||
|- | |- | ||
− | | 05:06 | + | |05:06 |
|আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। | |আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। | ||
|- | |- | ||
− | | 05:10 | + | |05:10 |
|যেতিয়ালৈকে'''x * x < n''' হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব। | |যেতিয়ালৈকে'''x * x < n''' হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব। | ||
|- | |- | ||
− | | | + | |05:16 |
| সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব। | | সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব। | ||
|- | |- | ||
− | | | + | |05:22 |
| যাৰ অর্থ হৈছে x * x, n ৰ সমান হব | | যাৰ অর্থ হৈছে x * x, n ৰ সমান হব | ||
|- | |- | ||
− | | 05:26 | + | |05:26 |
|অথবা ই nৰ ৰ পৰা ডাঙৰ হব। | |অথবা ই nৰ ৰ পৰা ডাঙৰ হব। | ||
|- | |- | ||
− | | | + | |05:28 |
| x * x, n ৰ সমান হল সংখ্যাটো এটা নির্ভুল বর্গ হব । | | x * x, n ৰ সমান হল সংখ্যাটো এটা নির্ভুল বর্গ হব । | ||
|- | |- | ||
− | | 05:32 | + | |05:32 |
|যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়। | |যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়। | ||
|- | |- | ||
− | | 05:37 | + | |05:37 |
| সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম । | | সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম । | ||
|- | |- | ||
− | | 05:47 | + | |05:47 |
| '''System.out.println(x * x == n)''' | | '''System.out.println(x * x == n)''' | ||
|- | |- | ||
− | | 05:55 | + | |05:55 |
| আমি ক্ৰীয়াত কোডটো চাও। | | আমি ক্ৰীয়াত কোডটো চাও। | ||
|- | |- | ||
− | | | + | |05:59 |
| সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true. | | সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true. | ||
|- | |- | ||
− | | 06:07 | + | |06:07 |
|অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো। | |অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো। | ||
|- | |- | ||
− | | 06:10 | + | |06:10 |
| n = 25 ক n = 49 লৈ সলনি কৰক। | | n = 25 ক n = 49 লৈ সলনি কৰক। | ||
|- | |- | ||
− | | | + | |06:15 |
| সংৰক্ষণ কৰক ৰান কৰক। | | সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | 06:20 | + | |06:20 |
|আমি দেখো যে আমি আকৌ true পাও। | |আমি দেখো যে আমি আকৌ true পাও। | ||
|- | |- | ||
− | | | + | |06:23 |
| এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়। | | এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়। | ||
|- | |- | ||
− | | 06:26 | + | |06:26 |
| 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু | | 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু | ||
|- | |- | ||
− | | 06:34 | + | |06:34 |
|আশানুৰুপে আমি false পাইছো । | |আশানুৰুপে আমি false পাইছো । | ||
|- | |- | ||
− | | | + | |06:37 |
|এতিয়া চাও যে nৰ মান 0 হলে কি হয়। | |এতিয়া চাও যে nৰ মান 0 হলে কি হয়। | ||
|- | |- | ||
− | | | + | |06:42 |
| n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও। | | n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও। | ||
|- | |- | ||
− | | 06:52 | + | |06:52 |
|কোডটো ৰান কৰো। | |কোডটো ৰান কৰো। | ||
|- | |- | ||
− | | 06:54 | + | |06:54 |
|সংৰক্ষণ কৰক ৰান কৰক। | |সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | | + | |07:00 |
| আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো । | | আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো । | ||
|- | |- | ||
− | | | + | |07:05 |
| এইটত হয় কাৰণ কন্ডিশনৰ আগতো | | এইটত হয় কাৰণ কন্ডিশনৰ আগতো | ||
|- | |- | ||
− | | 07:08 | + | |07:08 |
|x * x < n প্ৰশিক্ষন কৰা যাই, xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়। | |x * x < n প্ৰশিক্ষন কৰা যাই, xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়। | ||
|- | |- | ||
− | | 07:16 | + | |07:16 |
|লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে। | |লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে। | ||
|- | |- | ||
− | | 07:20 | + | |07:20 |
| এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়। | | এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়। | ||
|- | |- | ||
− | | | + | |07:26 |
| এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়। | | এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়। | ||
|- | |- | ||
− | | 07:31 | + | |07:31 |
|বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে। | |বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে। | ||
|- | |- | ||
− | | | + | |07:37 |
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
|- | |- | ||
− | | 07:40 | + | |07:40 |
|এই টিউটৰিয়েলত আমি শিকিছো | |এই টিউটৰিয়েলত আমি শিকিছো | ||
|- | |- | ||
− | | 07:42 | + | |07:42 |
| while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো। | | while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো। | ||
|- | |- | ||
− | | 07:46 | + | |07:46 |
| এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক। | | এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক। | ||
|- | |- | ||
− | | 07:50 | + | |07:50 |
|বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26 | |বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26 | ||
|- | |- | ||
− | | | + | |07:56 |
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, | | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, | ||
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | ||
|- | |- | ||
− | | 08:01 | + | |08:01 |
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে. | | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে. | ||
যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | | 08:06 | + | |08:06 |
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | |কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
− | | 08:10 | + | |08:10 |
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | ||
|- | |- | ||
− | | 08:16 | + | |08:16 |
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | | | + | |08:22 |
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | | 08:32 | + | |08:32 |
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | | | + | |08:36 |
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Latest revision as of 11:38, 23 June 2014
Time | Narration |
00:01 | জাভাত do-while Loopৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম |
00:06 | এই টিউটোৰিয়েলত, আপোনি
do-while Loop আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব । |
00:12 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো। |
00:20 | এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব। |
00:25 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক |
00:32 | ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে । |
00:37 | লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ। |
00:40 | ইয়াৰ দুটা অংশ আছে। |
00:42 | প্ৰথমটো হল loop running condition আৰু দ্বিতীয়টো হল loop variable. |
00:51 | একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে। |
00:58 | সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়। |
01:05 | এতিয়া এটা উদাহৰণ চাও। |
01:07 | Eclipse লৈ যাওক । |
01:11 | ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্ৰয়োজনীয়া skeleton আছে । |
01:17 | আমি DoWhileDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো। |
01:22 | আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো। |
01:27 | লিখক |
01:29 | int n = 1 |
01:32 | n আমাৰ লুপ ভ্যাৰিয়েবল হব। |
01:36 | তাৰপিছত লিখক do |
01:40 | ওপেন আৰু ক্লোস ধনুর্বন্ধনী |
01:44 | ধনুর্বন্ধনীত System.out.println(n) |
01:55 | আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1 |
02:05 | আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে |
02:08 | n ইস লেস দেন বা ইকুয়াল টু 10 হয়। |
02:10 | ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10) |
02:20 | আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। |
02:25 | আমি ক্ৰীয়াত কোডটো চাও। |
02:28 | সংৰক্ষণ কৰক ৰান কৰক। |
02:37 | আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে। |
02:42 | এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে। |
02:47 | প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়। |
02:52 | আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়। |
02:55 | যিহেতু এইটো true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে। |
03:00 | আৰু সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়। |
03:06 | n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়। |
03:11 | এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়। |
03:17 | সেয়ে আমি 50ৰে আৰম্ভ কৰো। |
03:19 | n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক। |
03:23 | যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম । |
03:29 | সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক । |
03:34 | আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়। |
03:40 | সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক। |
03:48 | এতিয়া আউটপুট চাও। |
03:50 | সংৰক্ষণ কৰক ৰান কৰক। |
03:57 | আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে। |
04:02 | এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক। |
04:10 | দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়। |
04:15 | প্ৰথমে মেন মেথড মুছি পেলাওক। |
04:19 | তাৰপিছত লিখক int n = 25 |
04:25 | আমি চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়। |
04:32 | তাৰপিছত লিখক int x = 0 |
04:37 | যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম । |
04:44 | তাৰপিছত লিখক do |
04:46 | ওপেন আৰু ক্লোস ধনুর্বন্ধনী |
04:49 | ধনুর্বন্ধনীত x = x + 1 |
04:55 | আৰু ধনুর্বন্ধনীৰ বাহিৰত |
04:58 | while, বন্ধনীত (x * x < n) |
05:06 | আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক। |
05:10 | যেতিয়ালৈকেx * x < n হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব। |
05:16 | সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব। |
05:22 | যাৰ অর্থ হৈছে x * x, n ৰ সমান হব |
05:26 | অথবা ই nৰ ৰ পৰা ডাঙৰ হব। |
05:28 | x * x, n ৰ সমান হল সংখ্যাটো এটা নির্ভুল বর্গ হব । |
05:32 | যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়। |
05:37 | সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম । |
05:47 | System.out.println(x * x == n) |
05:55 | আমি ক্ৰীয়াত কোডটো চাও। |
05:59 | সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true. |
06:07 | অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো। |
06:10 | n = 25 ক n = 49 লৈ সলনি কৰক। |
06:15 | সংৰক্ষণ কৰক ৰান কৰক। |
06:20 | আমি দেখো যে আমি আকৌ true পাও। |
06:23 | এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়। |
06:26 | 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু |
06:34 | আশানুৰুপে আমি false পাইছো । |
06:37 | এতিয়া চাও যে nৰ মান 0 হলে কি হয়। |
06:42 | n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও। |
06:52 | কোডটো ৰান কৰো। |
06:54 | সংৰক্ষণ কৰক ৰান কৰক। |
07:00 | আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো । |
07:05 | এইটত হয় কাৰণ কন্ডিশনৰ আগতো |
07:08 | x * x < n প্ৰশিক্ষন কৰা যাই, xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়। |
07:16 | লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে। |
07:20 | এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়। |
07:26 | এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়। |
07:31 | বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে। |
07:37 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:40 | এই টিউটৰিয়েলত আমি শিকিছো |
07:42 | while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো। |
07:46 | এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক। |
07:50 | বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26 |
07:56 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:01 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.
যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:06 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:10 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:16 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:22 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:32 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:36 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |