Difference between revisions of "Linux/C2/File-System/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 13: Line 13:
 
|-
 
|-
 
| 0:13
 
| 0:13
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা tutorial’ত উপলব্ধ।
+
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
 
|-
 
|-
 
| 0:25
 
| 0:25
Line 22: Line 22:
 
|-
 
|-
 
| 0:36
 
| 0:36
| Linux’ত প্রায় সকলোবোৰেই এটা ফাইল হয়।  
+
| Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।  
 
|-
 
|-
 
| 0:39
 
| 0:39
Line 28: Line 28:
 
|-
 
|-
 
| 0:47
 
| 0:47
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্র য’ত তথ্য জমা কৰিব পৰা যায়।
+
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
  
 
|-
 
|-
 
| 0:53
 
| 0:53
|এটি দিৰেক্তৰি কি?
+
|এটি directory (দিৰেক্তৰি) কি?
 
|-
 
|-
 
| 0:56
 
| 0:56
|দিৰেক্তৰি বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
+
|directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
 
|-
 
|-
 
| 1:02
 
| 1:02
Line 50: Line 50:
 
|-
 
|-
 
| 1:31
 
| 1:31
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্রদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
+
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
 
|-
 
|-
 
| 1:42
 
| 1:42
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্রপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।  
+
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।  
 
|-
 
|-
 
| 1:55
 
| 1:55
|ফাইলৰ inode’ত প্রপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
+
|ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
 
|-
 
|-
 
| 2:08
 
| 2:08
Line 65: Line 65:
 
|-
 
|-
 
| 2:37
 
| 2:37
|আচলতে Linux’ত ৩ প্রকাৰৰ ফাইল থাকে:
+
|আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে:
 
|-
 
|-
 
| 2:41
 
| 2:41
Line 74: Line 74:
 
|-
 
|-
 
| 2:52
 
| 2:52
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্রতিনিধিত্ব কৰো।
+
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো।
 
|-
 
|-
 
| 2:59
 
| 2:59
Line 101: Line 101:
 
|-
 
|-
 
| 4:05
 
| 4:05
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে home directory’ত থাকিম।
+
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম।
 
|-
 
|-
 
| 4:11
 
| 4:11
Line 107: Line 107:
 
|-
 
|-
 
| 4:13
 
| 4:13
| Ctrl+alt+T’এ Ubuntu terminal start কৰিবলৈ সহায় কৰে।
+
| Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে।
 
|-
 
|-
 
| 4:17
 
| 4:17
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্রক্ৰিয়া দিয়া হৈছে।  
+
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।  
 
|-
 
|-
 
| 4:27
 
| 4:27
 
| home directory চাবলৈ, command prompt’ত type কৰক
 
| home directory চাবলৈ, command prompt’ত type কৰক
"echo space dollar H-O-M-E capital’ত" আৰু enter press কৰক।
+
"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক।
 
|-
 
|-
 
| 4:40
 
| 4:40
Line 123: Line 123:
 
|-
 
|-
 
| 4:47
 
| 4:47
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়।. আকৌ আগৰ slide’লৈ যাওক।
+
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
 
|-
 
|-
 
| 4:56
 
| 4:56
Line 129: Line 129:
 
|-
 
|-
 
| 5:03
 
| 5:03
| command prompt’ত "pwd" type কৰক আৰু enter press কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
+
| command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
 
|-
 
|-
 
| 5:13
 
| 5:13
Line 141: Line 141:
 
|-
 
|-
 
| 5:28
 
| 5:28
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter press কৰক।
+
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক।
 
|-
 
|-
 
|5:37
 
|5:37
Line 147: Line 147:
 
|-
 
|-
 
| 5:41
 
| 5:41
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে type
+
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter press কৰক।
+
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক।
 
|-
 
|-
 
| 5:56
 
| 5:56
Line 157: Line 157:
 
|-
 
|-
 
| 6:08
 
| 6:08
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্রক্রিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।  
+
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।  
 
|-
 
|-
 
| 6:18
 
| 6:18
|ইয়াৰ সলনি আমি ৰিলেতিভ পাথনেম ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।  
+
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।  
 
|-
 
|-
 
| 6:23
 
| 6:23
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্রেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্রেজেন্ত কৰে।
+
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে।
 
|-
 
|-
 
| 6:36
 
| 6:36
Line 169: Line 169:
 
|-
 
|-
 
| 6:40
 
| 6:40
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ হ’ম দিৰেক্তৰিলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।  
+
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।  
 
|-
 
|-
 
| 6:46
 
| 6:46
|কমান্দ প্রম্পতত "cd" তাইপ কৰক আৰু enter প্রেচ কৰক।
+
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক।
 
|-
 
|-
 
| 6:51
 
| 6:51
Line 178: Line 178:
 
|-
 
|-
 
| 6:55
 
| 6:55
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।
+
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
+
 
|-
 
|-
 
| 7:01
 
| 7:01
|এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্রম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" আৰু এন্তাৰ প্রেচ কৰক।
+
|এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 7:13
 
| 7:13
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্রেচ কৰক।. চাওক আমি /home/gnuhata/Music মোভ কৰিলো।
+
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
 
|-
 
|-
 
| 7:26
 
| 7:26
Line 191: Line 190:
 
|-
 
|-
 
| 7:33
 
| 7:33
|কমান্দ প্রম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্রেচ কৰক।  
+
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।  
 
|-
 
|-
 
| 7:40
 
| 7:40
| pwd তাইপ কৰি প্রেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
+
| pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
 
|-
 
|-
 
| 7:51
 
| 7:51
Line 200: Line 199:
 
|-
 
|-
 
| 7:58
 
| 7:58
|কমান্দ প্রম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
+
|কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
 
|-
 
|-
 
| 8:09
 
| 8:09
|pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnuhata/Documents’ত আছো।
+
|pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
 
|-
 
|-
 
| 8:19
 
| 8:19
|control L প্রেচ কৰি স্ক্রিণ ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।  
+
|control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।  
 
|-
 
|-
 
| 8:23
 
| 8:23
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্রেচ কৰক।
+
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক।
 
|-
 
|-
 
| 8:32
 
| 8:32
Line 215: Line 214:
 
|-
 
|-
 
| 8:41
 
| 8:41
|<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্রিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki>
+
|<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki>
 
|-
 
|-
 
| 8:47
 
| 8:47
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্রজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
+
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
 
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।  
 
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।  
User নাম gnuhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
+
User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
 
|-
 
|-
 
| 9:05
 
| 9:05
| গতিকে আমি এতিয়া /home/gnuhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।  
+
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।  
 
|-
 
|-
 
| 9:12
 
| 9:12
 
|কমান্দ প্রম্পতত তাইপ কৰক
 
|কমান্দ প্রম্পতত তাইপ কৰক
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্রেচ কৰক।  
+
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।  
 
|-
 
|-
 
| 9:23
 
| 9:23
Line 234: Line 233:
 
|-
 
|-
 
| 9:30
 
| 9:30
|<nowiki>প্রথমে .. এ[dot dot] আমাক /home/gnuhata ৰ পৰা [slash home slash gnuhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki>
+
|<nowiki>প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki>
  
 
|-
 
|-
Line 241: Line 240:
 
|-
 
|-
 
| 9:43
 
| 9:43
|এতিয়া মাই / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
+
|এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
 
|-
 
|-
 
| 9:48
 
| 9:48
Line 248: Line 247:
 
| 9:52
 
| 9:52
 
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।  
 
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।  
 
 
|-
 
|-
 
| 9:56
 
| 9:56
Line 257: Line 255:
 
|-
 
|-
 
| 10:15
 
| 10:15
|ই testdir দিৰেক্তৰি সফলভাবে বনাব। successfully.
+
|ই testdir দিৰেক্তৰি সফলভাবে বনাব।  
 
|-
 
|-
 
| 10:19
 
| 10:19
Line 266: Line 264:
 
|-
 
|-
 
| 10:30
 
| 10:30
|আমি যুগান ধৰা যিকোনো ত্রি ১টাত দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।  
+
|আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।  
 
|-
 
|-
 
| 10:43
 
| 10:43
Line 352: Line 350:
 
|-
 
|-
 
| 15:08
 
| 15:08
|আৰু এয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ  পৰা।
+
|আই আই টি বম্বেৰ  পৰা এয়া হৈছে মৌচুমী মেধী ।
যোগদানৰ বাবে ধন্যবাদ।s
+
যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Revision as of 12:43, 12 June 2014

Time Narration
0:00 Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম।
0:04 মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
0:07 আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে।
0:13 যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
0:25 লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়।
0:28 উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
0:36 Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
0:39 গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
0:47 একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
0:53 এটি directory (দিৰেক্তৰি) কি?
0:56 directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
1:02 এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
1:08 এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
1:12 ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
1:20 যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
1:31 যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
1:42 একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
1:55 ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
2:08 চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
2:23 আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।
2:37 আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে:
2:41 1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
2:48 2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
2:52 3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো।
2:59 এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
3:15 Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
3:22 ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে।
3:34 একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে।
3:42 যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে।
3:51 আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
3:56 এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
4:01 বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
4:05 যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম।
4:11 এতিয়া terminal’লৈ যাও
4:13 Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে।
4:17 হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
4:27 home directory চাবলৈ, command prompt’ত type কৰক

"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক।

4:40 ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
4:44 আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
4:47 কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
4:56 pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
5:03 command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
5:13 আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
5:17 কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে।
5:22 আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
5:28 command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক।
5:37 গতিকে আমি এই directory’ত স্থাপন হ’লো।
5:41 এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক

"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক।

5:56 এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক।
6:03 হয়। আমি slash usr directory’লৈ মুভ কৰিলো
6:08 ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
6:18 ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
6:23 ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে।
6:36 এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
6:40 কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
6:46 কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক।
6:51 এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
6:55 এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata [ narration- slash home slash gnuhata ]
7:01 এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক।
7:13 এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
7:26 মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।
7:33 কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।
7:40 pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
7:51 এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
7:58 কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
8:09 pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
8:19 control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।
8:23 cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক।
8:32 আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।
8:41 আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো।
8:47 এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home

আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।

9:05 গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
9:12 কমান্দ প্রম্পতত তাইপ কৰক

"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।

9:23 কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।

আমি এতিয়া /bin [slash bin]ত আছো।

9:30 প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।
9:37 এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়।
9:43 এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
9:48 এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।
9:52 দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।
9:56 আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব।
10:04 testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক।
10:15 ই testdir দিৰেক্তৰি সফলভাবে বনাব।
10:19 মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই।
10:25 আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।
10:30 আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।
10:43 বহুতো দিৰেক্তৰি বা দিৰেক্তৰি প্রজ্যায়বোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
10:49 "mkdir space test1 space test2" তাইপ কৰি এন্তাৰ দবাৱক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব।
11:06 "mkdir space testtree space testtree slash test3" তাইপ কৰক।
11:20 ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।
11:28 সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।
11:47 mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
11:56 "rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।
12:09 এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি প্রজ্যায়ক্রমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু ই খালি।
12:23 এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক

"cd space testtree slash test3"

12:35 সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি।
12:42 "rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।
12:55 আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।
13:02 সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে
13:08 তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।
13:14 "cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
13:20 এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।
13:24 তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।
13:30 testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল।
13:38 বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।
13:48 কমান্দ প্রম্পতত তাইপ কৰক-

"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।

14:02 চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।
14:11 কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।
14:19 সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক।
14:27 এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল।
14:36 সেয়ে এই linux tutorial’ত আমি শিকিলো Linux Files আৰু দিৰেক্তৰি আৰু কেনেকৈ Linux দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।
14:49 এইখিনিতেই এই tutorial’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে।
15:03 ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-
15:08 আই আই টি বম্বেৰ  পৰা এয়া হৈছে মৌচুমী মেধী ।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya