Difference between revisions of "PERL/C2/for-for-each-loops/Assamese"
From Script | Spoken-Tutorial
| Line 6: | Line 6: | ||
| 00.01 | | 00.01 | ||
| নমস্কাৰ.পার্ল'ত ' 'foreach Loops''' ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম ''' | | নমস্কাৰ.পার্ল'ত ' 'foreach Loops''' ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম ''' | ||
| − | |||
|- | |- | ||
| 00.06 | | 00.06 | ||
| এই টিউটোৰিয়েলত. আমি শিকিম: 'পার্ল'''''ত ''for''' লুপ ''' আৰু | | এই টিউটোৰিয়েলত. আমি শিকিম: 'পার্ল'''''ত ''for''' লুপ ''' আৰু | ||
| − | |||
|- | |- | ||
| 00.11 | | 00.11 | ||
| Line 17: | Line 15: | ||
| 00.13 | | 00.13 | ||
| আমি'' 'উবুন্টু Linux 12.04''' অপাৰেটিং সিস্টেম আৰু 'পার্ল 5.14.2''''' ব্যবহাৰ কৰিছো | | আমি'' 'উবুন্টু Linux 12.04''' অপাৰেটিং সিস্টেম আৰু 'পার্ল 5.14.2''''' ব্যবহাৰ কৰিছো | ||
| − | |||
|- | |- | ||
| 00.21 | | 00.21 | ||
| আমি ''' gedit' টেক্সট এডিটৰো' ব্যবহাৰ কৰিম | | আমি ''' gedit' টেক্সট এডিটৰো' ব্যবহাৰ কৰিম | ||
| − | + | ||
|- | |- | ||
| 00.25 | | 00.25 | ||
| আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. | | আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. | ||
| − | |||
|- | |- | ||
| 00.29 | | 00.29 | ||
| আপোনাৰ উচৰত 'পার্লত ''' ভেৰিয়েবল''' আৰু'' 'মন্তব্য'''ৰ মৌলিক জ্ঞান থাকিব লাগিব | | আপোনাৰ উচৰত 'পার্লত ''' ভেৰিয়েবল''' আৰু'' 'মন্তব্য'''ৰ মৌলিক জ্ঞান থাকিব লাগিব | ||
| − | |||
|- | |- | ||
| 00.33 | | 00.33 | ||
| − | | নহলে'' ' | + | | নহলে'' 'স্পকেন টিউটোৰিয়েল''' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
| − | + | ||
|- | |- | ||
| 00.40 | | 00.40 | ||
| Line 260: | Line 254: | ||
|- | |- | ||
| 05.15 | | 05.15 | ||
| − | |' ''hash exclamation mark slash u s r slash bin slash perl''' | + | |' ''hash exclamation mark slash u s r slash bin slash perl''' আৰু এন্টাৰ টিপক |
| − | আৰু এন্টাৰ টিপক | + | |
|- | |- | ||
| Line 286: | Line 279: | ||
| 06.13 | | 06.13 | ||
| এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক | | এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক | ||
| − | |||
|- | |- | ||
| 06.17 | | 06.17 | ||
| ফাইলখন চেভ কৰিবলৈ 'Ctrl +এচ প্রেস কৰক. | | ফাইলখন চেভ কৰিবলৈ 'Ctrl +এচ প্রেস কৰক. | ||
| − | |||
|- | |- | ||
| 06.20 | | 06.20 | ||
| এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে'' 'myArray''' ঘোষণা কৰা হয়. | | এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে'' 'myArray''' ঘোষণা কৰা হয়. | ||
| − | |||
|- | |- | ||
| 06.27 | | 06.27 | ||
| ইয়াত 3 টা উপাদান আছে 10. 20 আৰু 30 | | ইয়াত 3 টা উপাদান আছে 10. 20 আৰু 30 | ||
| − | |||
|- | |- | ||
| 06 .33 | | 06 .33 | ||
| Line 310: | Line 299: | ||
| 06.47 | | 06.47 | ||
| তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি '' myArray''' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব. | | তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি '' myArray''' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব. | ||
| − | |||
|- | |- | ||
| 06.55 | | 06.55 | ||
| '''Back-slash n''' য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব | | '''Back-slash n''' য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব | ||
| − | |||
|- | |- | ||
| 07.00 | | 07.00 | ||
| ইয়াৰ মানে প্রথম'' 'উপাদান''''''' 10'টো''' টার্মিনেলত প্রদর্শন কৰা হব. | | ইয়াৰ মানে প্রথম'' 'উপাদান''''''' 10'টো''' টার্মিনেলত প্রদর্শন কৰা হব. | ||
| − | |||
|- | |- | ||
| 07.06 | | 07.06 | ||
| তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় | | তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় | ||
| − | |||
|- | |- | ||
| 07.12 | | 07.12 | ||
| এই লুপটোৱে ''' myArray'''ত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব. | | এই লুপটোৱে ''' myArray'''ত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব. | ||
| − | |||
|- | |- | ||
| 07.17 | | 07.17 | ||
| এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক | | এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক | ||
| − | |||
|- | |- | ||
| 07.24 | | 07.24 | ||
| 'perl hyphen c foreachLoop dot pl''' আৰু এন্টাৰ টিপক | | 'perl hyphen c foreachLoop dot pl''' আৰু এন্টাৰ টিপক | ||
| − | |||
|- | |- | ||
| 07.32 | | 07.32 | ||
| Line 342: | Line 324: | ||
| 07.36 | | 07.36 | ||
| কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ নাই. | | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ নাই. | ||
| − | |||
|- | |- | ||
| 07.38 | | 07.38 | ||
| সেয়ে আমি 'পার্ল''' স্ক্রিপ্ট দেখোৱাও . | | সেয়ে আমি 'পার্ল''' স্ক্রিপ্ট দেখোৱাও . | ||
| − | |||
|- | |- | ||
| 07.41 | | 07.41 | ||
| − | |টাইপ কৰক '''perl foreachLoop dot pl''' | + | |টাইপ কৰক '''perl foreachLoop dot pl'''আৰু এন্টাৰ টিপক |
| − | আৰু এন্টাৰ টিপক | + | |
| − | + | ||
|- | |- | ||
| 07.48 | | 07.48 | ||
| Line 361: | Line 339: | ||
| 07.57 | | 07.57 | ||
| আমি সংক্ষেপ কৰো. | | আমি সংক্ষেপ কৰো. | ||
| − | |||
|- | |- | ||
| 07.59 | | 07.59 | ||
| Line 371: | Line 348: | ||
| 08.06 | | 08.06 | ||
| কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. | | কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. | ||
| − | |||
|- | |- | ||
| 08.07 | | 08.07 | ||
| ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - | | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - | ||
| − | |||
|- | |- | ||
| 08.10 | | 08.10 | ||
| Line 385: | Line 360: | ||
| 08.16 | | 08.16 | ||
| এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = open bracket in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু | | এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = open bracket in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু | ||
| − | |||
|- | |- | ||
| 08.32 | | 08.32 | ||
| Line 392: | Line 366: | ||
|08.36 | |08.36 | ||
|এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক | |এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক | ||
| − | |||
|- | |- | ||
|08.40 | |08.40 | ||
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
| − | |||
|- | |- | ||
|08.43 | |08.43 | ||
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
| − | |||
|- | |- | ||
| 08.48 | | 08.48 | ||
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
| − | |||
|- | |- | ||
|08.55 | |08.55 | ||
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
| − | |||
|- | |- | ||
|08.59 | |08.59 | ||
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
| − | |||
|- | |- | ||
| 09.07 | | 09.07 | ||
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
| − | |||
|- | |- | ||
|09.12 | |09.12 | ||
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
| − | |||
|- | |- | ||
|09.20 | |09.20 | ||
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
| − | |||
|- | |- | ||
| 09.31 | | 09.31 | ||
| আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. | | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. | ||
| − | |||
|- | |- | ||
|09.34 | |09.34 | ||
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | ||
| − | |||
|- | |- | ||
|09.36 | |09.36 | ||
Revision as of 17:20, 10 June 2014
| Visual Cue | Narration |
|---|---|
| 00.01 | নমস্কাৰ.পার্ল'ত ' 'foreach Loops ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম |
| 00.06 | এই টিউটোৰিয়েলত. আমি শিকিম: 'পার্লত for লুপ আৰু |
| 00.11 | ' 'পার্লত 'Foreach লুপ |
| 00.13 | আমি 'উবুন্টু Linux 12.04 অপাৰেটিং সিস্টেম আৰু 'পার্ল 5.14.2 ব্যবহাৰ কৰিছো |
| 00.21 | আমি gedit' টেক্সট এডিটৰো' ব্যবহাৰ কৰিম |
| 00.25 | আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
| 00.29 | আপোনাৰ উচৰত 'পার্লত ভেৰিয়েবল' আৰু 'মন্তব্যৰ মৌলিক জ্ঞান থাকিব লাগিব |
| 00.33 | নহলে 'স্পকেন টিউটোৰিয়েল' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
| 00.40 | 'পার্লে আমাক বিভিন্ন মানৰ বাবে এটা শর্ত বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো loops ব্যবহাৰ কৰি কৰা হয়. |
| 00.49 | পার্লত বিভিন্ন ধৰনৰ loops আছে; |
| 00.52 | for loop |
| 00.53 | foreach loop'
|
| 00.54 | while loop & |
| 00.55 | ' do-while loop'
|
| 00.56 | এই টিউটোৰিয়েলত আমি for আৰু 'foreach লুপ চাম |
| 01.01 | '' 'পার্লত for loopয়ে এটা কোডক নির্দিষ্ট সময়ৰ বাবে দেখোৱাবলৈ ব্যবহাৰ কৰা হয়.***** |
| 01.07 | for loopৰ সিনট্যাক্স নিম্নৰুপে দিয় হল: |
| 01.10 | for space open bracket variable initialization semicolon condition semicolon increment |
| 01.20 | ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ টিপক |
| 01.22 | কাৰ্লী বন্ধনী খোলক |
| 01.24 | কোডক একাধিক বাৰ কার্যকৰ কৰা হব |
| 01.28 | কাৰ্লী বন্ধনী বন্ধ কৰক |
| 01.30 | এতিয়া আমি for loop এটা উদাহৰণ চাও. |
| 01.33 | 'টার্মিনাল খোলক আৰু টাইপ কৰক; 'gedit forLoop.pl space & (ampersand) |
| 01.42 | এন্টাৰ টিপক |
| 01.43 | এইটোৱে gedit'ত forLoop.pl ফাইল খুলিব. |
| 1.48 | কোডৰ নিম্নলিখিত টাইপ কৰক; hash exclamation mark slash u s r slash bin slash perl' |
| 01.58 | এন্টাৰ টিপক |
| 02.00 | ' for space open bracket dollar i equals to zero semicolon space dollar i less than or equal to four semicolon space dollar i plus plus close bracket' |
| 02.18 | স্পেচ |
| 02.19 | কাৰ্লী বন্ধনী খোলক আৰু এন্টাৰ টিপক |
| 02.21 | লিখক print space double quote Value of i colon space dollar i slash n close double quote semicolon |
| 02.35 | আৰু এন্টাৰ টিপক |
| 02.36 | এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক |
| 02.39 | ফাইল খন চেভ কৰিবলৈ Ctrl+S টিপক |
| 02.42 | for loop য়ে কি কৰে ব্যাখ্যা কৰা যাক. |
| 02.46 | i ভেৰিয়েবলক শূন্য লৈ সক্রিয়া (initialized) কৰা হৈছে. |
| 02.50 | পিছত, conditionটো প্ৰশিক্ষন কৰা হৈছে.
|
| 02.53 | এই ক্ষেত্রেত conditionটো i less than or equal to 4.
|
| 02.59 | এই শর্তটো যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব.
|
| 03.05 | ইয়াৰ মানে প্রথম'print স্তেটমেন্ট "Value of i colon 0"
|
| 03.11 | 'টার্মিনেলত' প্রদর্শন কৰা হব.
|
| 03.14 | ইয়াৰ পিছত i ভেৰিয়েবল টো '1ৰ দ্বাৰা মান বৃদ্ধি হয় '.
|
| 03.18 | আৰু for' loop condition টো আকৌ এবাৰ প্ৰশিক্ষন কৰা হয়.
|
| 03.23 | এই লুপটো প্রস্থান কৰিব যেতিয়া i ৰ মান '4তকৈ দাঙৰ হব |
| 03.29 | এই ক্ষেত্রেত for লোপ i = 0, 1, 2, 3, 4ৰ বাবে কার্যকৰ কৰা হব |
| 03.38 | যিমোট '5 বাৰ হয়.
|
| 03.41 | এতিয়া টার্মিনেললৈ যাওক
|
| 03.44 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক:
|
| 03.48 | perl hyphen c forLoop dot pl
|
| 03.54 | আৰু এন্টাৰ টিপক
|
| 03.56 | ইয়াত এটা বার্তা প্রদর্শন কৰে
|
| 03.58 | forLoop.pl syntax OK |
| 04.01 | সেয়ে আমাৰ উচৰত কোনো চেনটেক্চ নাই |
| 04.03 | এতিয়া perl forLoop dot pl টাইপ কৰি পাৰ্ল স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক
|
| 04.11 | এইয়া আউটপুট টার্মিনেলত দেখোৱা হব.
|
| 04.16 | এতিয়া আমি foreach loop দেখা যাওক.
|
| 04.19 | আমি যদি এটা 'অ্যাৰে বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach লুপৰ ব্যবহাৰ কৰিব পাৰো
|
| 04.25 | সিনট্যাক্স হল: foreach space dollar variable স্পেচ ব্ৰেকেটত at the rate array স্পেচ |
| 04.35 | কাৰ্লী বন্ধনী খোলক
|
| 04.37 | ' perform action on each element of an array এন্টাৰ টিপক
|
| 04.42 | কাৰ্লী বন্ধনী বন্ধ কৰক
|
| 04.44 | 'অনুগ্রহ কৰি লক্ষ্য কৰক:' আমি অ্যাৰে. অ্যাৰেৰ আৰম্ভৰ আৰু পৰবর্তী টিউটোৰিয়েলত এটা অ্যাৰেক সংজ্ঞা আদি আৱৰণ কৰিম.
|
| 04.52 | এতিয়া আমি ' 'foreach লুপৰ এটা উদাহৰণ চাও.
|
| 04.56 | 'টার্মিনেল'খোলক আৰু 'gedit foreachLoop dot pl স্পেচ ampersand আৰু এন্টাৰ টিপক
|
| 05.08 | এইটোৱে 'geditত foreachLoop.pl ফাইলটো খুলিব.
|
| 05.12 | নিম্নলিখিত কোড লিখক |
| 05.15 | ' hash exclamation mark slash u s r slash bin slash perl' আৰু এন্টাৰ টিপক
|
| 05.25 | ' at the rate myarray space is equal to space open bracket ten comma twenty comma thirty close bracket semicolon'
|
| 05.39 | এন্টাৰ টিপক
|
| 05.41 | ' foreach space dollar var space open bracket at the rate myarray close bracket space' |
| 05.52 | কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক
|
| 05.56 | ' print space double quote Element of an array is colon dollar var slash n close double quote semicolon |
| 06.13 | এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক |
| 06.17 | ফাইলখন চেভ কৰিবলৈ 'Ctrl +এচ প্রেস কৰক. |
| 06.20 | এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে 'myArray' ঘোষণা কৰা হয়. |
| 06.27 | ইয়াত 3 টা উপাদান আছে 10. 20 আৰু 30 |
| 06 .33 | Foreach লুপৰ প্রতিটো পুনৰাবৃত্তিত ডলাৰ varত এটা অ্যাৰেৰ একক উপাদান থাকিব
|
| 06.40 | এটা অ্যাৰেৰ প্রতিটো উপাদানৰ বাবে 'Foreach কিৱৰ্দে এই লুপটো পুনৰাবৃত্তি কৰে.
|
| 06.47 | তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি myArray' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব. |
| 06.55 | Back-slash n য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব |
| 07.00 | ইয়াৰ মানে প্রথম 'উপাদান'' 10'টো টার্মিনেলত প্রদর্শন কৰা হব. |
| 07.06 | তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয় |
| 07.12 | এই লুপটোৱে myArrayত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব. |
| 07.17 | এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক |
| 07.24 | 'perl hyphen c foreachLoop dot pl আৰু এন্টাৰ টিপক |
| 07.32 | এই লাইনটো টার্মিনালত দেখোৱা হব
|
| 07.36 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ নাই. |
| 07.38 | সেয়ে আমি 'পার্ল স্ক্রিপ্ট দেখোৱাও . |
| 07.41 | টাইপ কৰক perl foreachLoop dot plআৰু এন্টাৰ টিপক |
| 07.48 | এইয়া আউটপুট টার্মিনালত দেখোৱা হব. |
| 07.54 | সেয়ে for' loop আৰু foreach loopৰ বাবে ইমানেই |
| 07.57 | আমি সংক্ষেপ কৰো. |
| 07.59 | এই টিউটোৰিয়েলত আমি শিকিছো |
| 08.02 | পার্লত for loop আৰু foreach loop |
| 08.06 | কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. |
| 08.07 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - |
| 08.10 | ' Spoken Tutorial' স্ট্রিং এটা ঘোষণা কৰক |
| 08.13 | ইয়াক 5 বাৰ প্ৰইন্ট কৰ |
| 08.16 | এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = open bracket in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু |
| 08.32 | 'Foreach' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক |
| 08.36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 08.40 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 08.43 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08.48 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 08.55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 08.59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 09.07 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09.12 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 09.20 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09.31 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
| 09.34 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 09.36 | যোগদানৰ বাবে ধন্যবাদ। |