Difference between revisions of "Linux/C2/Redirection-Pipes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border=1
 
{| border=1
|Time
+
!Time
||Narration
+
!Narration
 
+
 
|-
 
|-
|0:00:00
+
|00:00
|| ৰিডাইৰেক্সন এণ্ড পাইপছ বিষয়ক স্পকেন টিউটৰিয়েলৈ আপোনাক স্বাগতম জনাইছে৷
+
| ৰিডাইৰেক্সন এণ্ড পাইপছ বিষয়ক কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম জনাইছোঁ।
 
+
 
|-
 
|-
|0:07:00
+
|00:07
|| মই ইউবান্টু ০৮ ব্যৱহাৰ কৰিছো৷
+
| মই উবুণ্টু 10.4 ব্যৱহাৰ কৰিছোঁ৷
 
+
 
|-
 
|-
|0:09:00
+
|00:09
|| ইতিমধ্যে আপেনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষেয় এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু মুল ধাৰণা আছে
+
|আমি ধৰি লৈছোঁ যে ইতিমধ্যে আপোনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষয়ে এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু প্ৰাথমিক ধাৰণা আছে।
 
+
 
|-
 
|-
|0:16:00
+
|00:16
|| ঘদি আপুনি আগ্ৰহী নিম্নাক্ত ৱেবচাইটত আন এক স্পকেন টিউটৰিয়েলেৰ ডৰিয়তে উপলব্ধ৷
+
|যদি আপুনি আগ্ৰহী, সেই সম্পৰ্কীয় আন এটা কথন প্ৰশিক্ষণ তলত উল্লেখ কৰা ৱেবচাইটত পাব
 
+
 
|-
 
|-
|0:22:00
+
|00:22
|| লিনাক্স, কেচ চেনচিটিড বুলি লক্ষ্য কৰিবা৷
+
| মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ।
 
+
|-
 +
|00:25
 +
| অন্য ধৰণেৰে উল্লেখ নকৰিলে এই  প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷
 
|-
 
|-
|0:25:00
+
|00:32
|| অন্য ধৰণেৰে উল্লেখ নকৰিলে এই টিউটৰিয়েলত ব্যৱহাৰ কৰা সকলো কামেই ই লৱাৰ কেছ৷
+
| লিনাক্সত আমি  কৰা বেছিভাগ কামেই টাৰমিনেলৰ  জৰিয়তে কৰা হয়৷
 
+
 
|-
 
|-
|0:32:00
+
|00:35
|| লিনাক্সত আমি কৰ সৰহ সংখ্যাক কামেই টাৰমিনেলৰ ডৰিয়তে হয়৷
+
| যেতিয়া এটা কমাণ্ড আমি কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে আমি কিবৰ্ডৰ জৰিয়তে টাইপ  কৰোঁ৷
 
+
 
|-
 
|-
|0:35:00
+
|00:39
|| ঘেতিয়া এটা কমাণ্ড আমি কাৰ্ঘ্যকৰী কৰিব লগা হয়, সাধাৰণতে আমি কিবৰ্ডৰ জৰিয়তে টাইপ (ছপা কৰো৷
+
|ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷
 
+
 
|-
 
|-
|0:39:00
+
|00:41
|| ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷
+
|আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে ‘ডেট’ টাইপ কৰি এন্টাৰ টিপি দিওঁ
 
+
 
|-
 
|-
|0:41:00
+
|00:46
|| আমি সহজকৈ কি বৰ্ডৰ ‘ডেট’ টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
+
| গতিকে আমি সাধাৰণ অৱস্থাত কিব’ৰ্ডৰ জৰিয়তে ইনপুট দিওঁ।
 
+
 
|-
 
|-
|0:46:00
+
|00:48
|| গতিকে আমি কি জৰিয়তে ঠিক মতে ইনপুত দিম৷
+
|একে ধৰণেৰে আমি দেখোঁ যে আমাৰ কামাণ্ডৰ (আউটপুটবোৰ) আউটপুটবোৰো টাৰমিনেল (উইনদতও) উইণ্ডত দেখা পোৱা গৈছে৷
 
+
 
|-
 
|-
|0:48:00
+
|00:56
|| একেধৰণেৰে আমি দেখোঘে আমাৰ কামাণ্ডৰ আউটপুটবোৰ টাৰমিনেল উইনদতও দেখা পোৱা গৈছে৷
+
| ধৰক, কিছুমান কামাণ্ড  কাৰ্যকৰী কৰোঁতে কিছু বিসংগতি ঘটিল।
 
+
 
|-
 
|-
|0:56:00
+
|00:59
|| ধৰক কিছুমান কামাণ্ড কাৰ্ঘ্যকৰী কৰোতে কিছুমান দোষ ক্ৰটি ধৰা পৰে৷
+
| উদাহৰণ হিচাপে, আমি "cat space aaa" টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
 
+
 
|-
 
|-
|0:59:00
+
|01:05
|| উদাহৰণ হিচাপে আমি ‘সিএটি’ স্পেছ এএএ টাইপ কৰি এন্টাৰটো প্ৰেছকৰো৷
+
|কিন্তু aaa নামৰ কোনো ফাইলৰ স্থিতি নাই।
 
+
 
|-
 
|-
|1:05:00
+
|01:08
|| এতিয়া এএএ নামৰ কোনো ফাইলৰ স্থিতি নাই
+
| গতিকে সেই কথা প্ৰকাশ কৰি তাত এটা বিসংগতি  প্ৰদৰ্শিত হৈ থাকে৷
 
+
 
|-
 
|-
|1:08:00
+
|01:10
|| গতিকে কোৱাৰ দৰে তাত এটা এৰৰ ডিচপ্লে হৈ থাকে৷
+
|এতিয়া এই বিসংগতিটো টাৰমিনেল (উইণ্ড’ত) উইণ্ডতো আহিব৷ গতিকে আমি (টাৰমিনেলত) টাৰমিনেলতো  বিসংগতিৰ ৰিপৰ্টিংটো দেখিম৷
 
+
 
|-
 
|-
|1:10:00
+
|01:20
|| এতিয়া এই ডুলটো টাৰমিনেল উইণ্ড’ত আহিব৷ গতিকে আমি টাৰমিনেলত ডুল ৰিপটিং এটা দেখিম৷
+
| ইনপুটিং, আউটপুটিং আৰু  ইৰৰ ৰিপৰ্টিং হৈছে কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য৷
 
+
 
|-
 
|-
|1:20:00
+
|01:24
|| এতিয়া ইনপুটিং, আউটপুটিং আৰু ডুল ৰিপটিং, কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্ঘ্য৷
+
|ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব, সেইকেইটা হ’ল— ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
 
+
 
|-
 
|-
|1:24:00
+
|01:31
|| পুনৰ নিৰ্দেশৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব সেইকেইটা হ’ল ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
+
|Bash-ৰ নিচিনা লিনাক্স shell-এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে ৰুপত বা চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৱ কেৰেক্টাৰৰ ৰূপত।
 
+
 
|-
 
|-
|1:31:00
+
|01:37
|| এটা লিনাক্স চেলে বেচৰ দৰে ইনপুট গ্ৰহণ কৰে আৰু আউটপুট এৰি দিয়ে চিকুৱেঞ্চৰ ৰুপত বা ষ্ট্ৰিমচ ৰ কেৰেক্তাৰৰ ৰুপত৷
+
| ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন
 
+
 
|-
 
|-
|1:37:00
+
|01:41
|| এটাৰ আগত বা পাছত প্ৰতিটো কেৰেক্টাৰেই স্বাধীন৷
+
| ফাইল  IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচড কৰা হয়৷
 
+
 
|-
 
|-
|1:41:00
+
|01:44
|| ফাইল ১০ টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমচবোৰ একচেচড কৰা হয়৷
+
|প্ৰকৃত ষ্ট্ৰিম অৱ কেৰেক্টাৰ হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।
 
+
 
|-
 
|-
|1:44:00
+
|01:51 
|| এইটোৰ লগত কোনো সম্পৰ্ক নাই, কেচুৱেল ষ্ট্ৰিম অব্ কেৰেক্টাৰ আহে বা নাহে বা কোনো ফাইললৈ ঘায় নে, এখন কীবৰ্ড, এখন উইণ্ড ইত্যাদি৷
+
|লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে।
 
+
 
|-
 
|-
|1:51:00
+
| 01:57
|| লিনাক্সত, সকলো খোলা প্ৰচেচৰ ফাইল ইন্টেজাৰ নম্বৰৰ লগত লগ হৈ থাকে৷
+
|এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায়
 
+
 
|-
 
|-
|1:57:00
+
|02:05
|| এইবোৰ নাম্বাৰিক ডেলুচ ফাইল দেচক্ৰিপটৰচ বুলি জনা ঘায়৷
+
|লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড আই/ও ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
 
+
 
|-
 
|-
|2:05:00
+
02:08
|| লিনাক্স চেলবোৰে তিনিটা ষ্টেনৰ্ডাড আই/ও ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
+
|তাৰ  প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে
 
+
 
|-
 
|-
|2:08:00
+
|02:12
|| প্ৰত্যেকেই পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ হৈ থাকে৷
+
|stdin  হ’ল  ষ্টেণ্ডাৰ্ড ইনপুট  ষ্ট্ৰিম৷
 
+
 
|-
 
|-
|2:12:00
 
|| স্টিডিন হ’ল বিশেষ ইনপুট ষ্ট্ৰিমচ৷
 
  
 +
|02:15
 +
|এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে
 
|-
 
|-
|2:15:00
+
|02:17
|| এইটোয়ে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে৷
+
|ইয়াৰ ফাইল ডেচক্ৰিপটৰ হ’ল 0
 
+
 
|-
 
|-
|2:17:00
+
|02:19
|| এইটোৰ ফাইল দেচক্ৰিপটৰ আছে৷
+
| stdout হ’ল ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম।
 
+
 
|-
 
|-
|2:19:00
+
|02:22
|| stdout হ’ল বিশেষ আউটপুট ষ্ট্ৰিম
+
|ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডিচক্ৰিপটৰ হ’ল 1।
 
+
 
|-
 
|-
|2:22:00
+
|stderr
|| এইটোয়ে আউটপুটৰ পৰা কামাণ্ডচ্ প্ৰদৰ্শন কৰে৷ ইয়াৰ ফাইল দেচক্ৰিপটৰ আছে৷
+
| হৈছে ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম। ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2।
 
+
 
|-
 
|-
|2:26:00
+
|02:36
|| এচ ডি আৰ আৰ এটা বিশেষ ডুল ষ্ট্ৰিম৷ ই কমাণ্ডৰ পৰা ডুল ঘে ওলিয়াই দি প্ৰদৰ্শন কৰে৷ ইয়াত আছে ফাইল বিৱৰণকাৰী৷
+
| ইনপুট ষ্ট্ৰীমে প্ৰগামলৈ ইনপুটৰ যোগান ধৰে।
 
+
 
|-
 
|-
|2:36:00
+
|02:40
|| ইনপুট ষ্ট্ৰিমে ইনপুটটো প্ৰগ্ৰেমলৈ ঘোগান ধৰে৷
+
| ডিফল্ট হিচাপে ই ইনপুট, টাৰমিনেল কিষ্ট্ৰ’কৰ পৰা গ্ৰহণ কৰে
 
+
 
|-
 
|-
|2:40:00
+
|02:44
|| ডিফল্টৰ ডৰিয়তে ইয়াৰক টাৰমিনেল কিষ্ট্ৰোকৰ পৰা লোৱা হয়৷
+
| আউটপুট ষ্ট্ৰীমে, ডিফল্ট হিচাপে টাৰমিনেলত, টেক্সট কেৰেক্টাৰ ছপা কৰে।
 
+
 
|-
 
|-
|2:44:00
+
|02:47
|| টাৰমিনেলটো প্ৰকৃততে এটা এএছচিআই আই টাই ৰাইটাৰ আছিল বা ডিচপ্লে টাৰমিনেল৷
+
| টাৰমিনেল প্ৰথম অৱস্থাত একোটা ASCII টাইপৰাইটাৰ বা ডিচপ্লে টাৰমিনেল আছিল।
 
+
 
|-
 
|-
|2:47:00
+
|02:52
|| কিন্তু এতিয়া এটা গ্ৰাফিকেল ডেক্সটপৰ ওপৰৰ বাবে এখন টেক্সট উইণ্ড৷
+
| কিন্তু এতিয়া ইয়াক সাধাৰণতে গ্ৰাফিকেল ডেস্কটপত টেক্সট উইণ্ড’ হিচাপে পোৱা হয়।
 
+
 
|-
 
|-
|2:52:00
+
|02:56
|| আমি দেখো ঘে, ষ্ট্ৰিমচ বোৰ ফাইল কিছুমানৰ লগত ডিফল্টৰ দ্বাৰা সংঘোগ কৰা থাকে৷
+
| আমি দেখিলো যে তিনিওটা ষ্ট্ৰীম ডিফল্ট হিচাপে কিছুমান ফাইলৰ সৈতে যুক্ত হৈ আছে।
 
+
 
|-
 
|-
|2:56:00
+
|03:01
|| কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰটো সলনি কৰিব পাৰো৷
+
| কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰ সলনি কৰিব পাৰো
 
+
 
|-
 
|-
|3:01:00
+
|03:04
|| এই প্ৰক্ৰিয়াটোক পুৰ্নিনিৰ্দেশ বুলি কোৱা হয়৷
+
| এই তিনিটা ষ্ট্ৰীমক আমি আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ।
 
+
 
|-
 
|-
|3:04:00
+
|03:07
|| আমরা এই 3 প্রবাহ অন্যান্য ফাইল সাথে সংযোগ করতে পারবে.
+
| এই প্ৰক্ৰিয়াটোক  ৰিডাইৰেক্সন বুলি কোৱা হয়৷
 
+
 
|-
 
|-
|3:07:00
+
|03:09
|| এই প্রক্রিয়াটি ফেরৎ বলা হয়.
+
| এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত (পুননিৰ্দেশ) পুনৰ্নিৰ্দেশ কৰা হয়৷
 
+
 
|-
 
|-
|3:09:00
+
|03:14
|| এতিয়া আমি চাম কেনেকৈ ষ্ট্ৰিমত পুননিৰ্দেশ কৰা হয়৷
+
|প্ৰথমে অৰমি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
 
+
 
|-
 
|-
|3:14:00
+
|03:17
|| প্ৰথমে অৰমি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
+
|(left angled bracket) কাৰক ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম।
 
+
কেনেকৈ, চাওঁ আহক।
 
|-
 
|-
|3:17:00
+
|03:22
||we redirect standardin from a file, using the < (left angled bracket) operator.
+
| আমি জানো যে এটা ফাইলৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে wc কমাণ্ড ব্যৱহাৰ কৰা হয়।
 
+
 
|-
 
|-
|  
+
|03:28
||Let us see how.
+
| টাৰমিনেল উইণ্ড’ত wc টাইপ কৰক
 
+
 
|-
 
|-
|  
+
|03:31
|| এতিয়া আমি চাম কেনেকৈ৷
+
| এতিয়া এন্টাৰটো হেঁচি দিয়ক
 
+
 
|-
 
|-
|3:22:00
+
|03:32
|| আমি জানো ঘে এটা ফাইলৰ সংখ্যা, শব্দ আৰু চৰিত্ৰ জানিবৰ বাবে আমি ডব্লিউ চি কমাণ্ড ব্যৱহাৰ কৰো৷
+
| কি ঘটিল? আমি কাৰ্ডৰডালে ব্লিংক কৰি থকা দেখা পাইছোঁ। ইয়াৰ অৰ্থ এয়ে যে আমি কিবৰ্ডৰ জৰিয়তে এণ্টাৰ কৰাটো প্ৰয়োজন
 
+
 
|-
 
|-
|3:28:00
+
|03:37
|| টাৰমিনেল উইণ্ড’ত ডব্লিউ চিটো টাইপ কৰক৷
+
| কিবা অলপ কথা ভৰাওক, ধৰক— "This tutorial is very important"।
 
+
 
|-
 
|-
|3:31:00
+
|03:46
|| এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
+
| এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
 
+
 
|-
 
|-
|3:32:00
+
|03:48
|| কি ঘটিল? আমি এটা ব্লিংকিং কচিৰ পাম৷ এইটো মানে কি বৰ্ডত এন্টাৰৰ প্ৰয়োজন৷
+
| এতিয়া  কণ্ট্ৰল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক
 
+
 
|-
 
|-
|3:37:00
+
|03:52
|| কিছুমান এন্টাৰৰ টেক্সট কয়, ‘‘এই টিউটৰিলেয়টো বৰ প্ৰয়োনজনীয়৷’’
+
|এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব।
 
+
 
|-
 
|-
|3:46:00
+
|03:55
|| এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
+
| কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব
 
+
 
|-
 
|-
|3:48:00
+
|03:57
|| এতিয়া চিটিআৰএল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক৷
+
| (এতিয়া ইয়াত ডব্লিউচি কামাণ্ড পিছত কোনো ফাইল দিয়া নহয়৷) এতিয়া, ইয়াত wc কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই।
 
+
 
|-
 
|-
|3:52:00
+
|04:01
|| এতিয়া আমি এন্টাৰড বুলি কামাণ্ড টোৱে কাম কৰিব৷
+
| সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে
 
+
 
|-
 
|-
|3:55:00
+
|04:04
|| কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুটত দিব৷
+
| এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিব’ৰ্ডৰ সৈতে যুক্ত হয়। সেইবাবে wc-এ কিব’ৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব।
 
+
 
|-
 
|-
|3:57:00
+
|04:12
|| এতিয়া ইয়াত ডব্লিউচি কামাণ্ড পিছত কোনো ফাইল দিয়া নহয়৷
+
|এতিয়া যদি আমি লিখোঁ— "wc space 'left-angled bracket" space test1 dot txt"
 
+
 
|-
 
|-
|4:01:00
+
|04:19
|| সেয়ে ইষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে৷
+
| যিটো ঘটিল, সেইটো হ’ল— wc-এ আমাক test1 dot txt ফাইলটোৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে।
 
+
 
|-
 
|-
|4:04:00
+
|04:27
|| এতিয়া কি বৰ্ডলৈ ডুল সংঘোগ কৰে৷ ষ্টেৰ্ডাড ইনপুত ষ্ট্ৰীম হব৷ গতিকে ডব্লিউ চত্ৰি কি বৰ্ডৰ পৰা ইনপুত লব৷
+
|এতিয়া টাইপ কৰক— "wc space test1 dot txt"
 
+
 
|-
 
|-
|4:12:00
+
|04:34
||Now if we write
+
| আমি একেটা (ফলকে) ফলাফলেই দেখিম
 
+
 
|-
 
|-
|  
+
|04:37
||"wc space 'left-angled bracket" space test1 dot txt"
+
| গতিকে পাৰ্থক্যটো কি?
 
+
|-04:39
 +
যেতিয়া আমি "wc space test1 dot txt" বুলি লিখোঁ, কমাণ্ডে test1 dot txt ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে।
 
|-
 
|-
|  
+
|04:46
|| ‘‘ডব্লিউ স্পেচ’’ লেফট এংগেল্ড ব্ৰেকেট স্পেচ জট টি এমটি৷
+
| কিন্তু যেতিয়া আমি "wc space 'left-angled bracket' test1 dot txt" বুলি লিখোঁ, wc-এ খুলিবৰ বাবে কোনো ফাইল নাপায়।
 
+
 
|-
 
|-
|4:19:00
+
|04:53
|| কি ঘটিল ঘে ফাইল টেষ্ট ১ ডট টিএক্সটিত ডব্লিউ সী এ লাইনৰ সংখ্যা, শব্দ আৰু চৰিত্ৰৰ বিষয়ে কব৷
+
| পৰিৱৰ্তে ই standardin-ৰ পৰা ইনপুট ল’ব বিচাৰে।
 
+
 
|-
 
|-
|4:27:00
+
|04:57
||Now type
+
| আমি ইতিমধ্যে standardin-ক test1 dot txt ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ
 
+
 
|-
 
|-
|  
+
|05:01
||"wc space test1 dot txt"
+
| গতিকে (টেষ্ট ১) test1 ৰ পৰা কামাণ্ডটোৱে (অধ্যয়ন) পঠন কৰে
 
+
 
|-
 
|-
|  
+
|05:04
|| ডব্লিউ সী স্পেছ টেষ্ট ৰ ডট টেক্সট
+
|কিন্তু প্ৰকৃতপক্ষে standardin-অলৈ তথ্যখিনি ক’ৰ পৰা আহিল সেই কথা জনা নাযায়।
 
+
 
|-
 
|-
|4:34:00
+
|05:10
|| আমি একোটা ফলকে দেখিম৷
+
| গতিকে, ষ্টেণ্ডাৰ্ড ইনপুট কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া আমি দেখিলো
 
+
 
|-
 
|-
|4:37:00
+
|05:12
|| গতিকে পাৰ্থক্যটো কি?
+
| এতিয়া, ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া চাম।
 
+
 
|-
 
|-
|4:39:00
+
|05:17
|| ঘেতিয়া আমি লিখো ডব্লিউ স্পেছ টেষ্ট ১ ডট টেক্সট কামাণ্ডটোৱে ফাইল টেষ্ট ১ ডট টেক্সট টো খোলে আৰু ইয়াৰ পৰা অধ্যয়ন কৰে৷
+
| আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে:
 
+
|-
 +
|05:20
 +
| (ধৰো এন য়ে ফাইলডেক্সক্ৰীপ্টৰক সূচায়৷) ধৰা হওক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়।
 +
n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
 
|-
 
|-
|4:46:00
+
|05:29
|| কিন্তু ঘেতিয়া আমি লিখো ডব্লিউ সি স্পেছ  লেক্ট এংগেলড ব্ৰেকেট টেষ্ট ১ ডট টেক্সট তেতিয়াও কোনো খুলিবলৈ নাপায়৷
+
|ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
 
+
 
|-
 
|-
|4:53:00
+
|05:32
|| পৰিবৰ্ত্তে, ই ষ্টেনডাৰদিনৰ পৰা ইনপুটটো পিক আপ কৰাটো তদাৰক কৰে৷
+
| ঘদি ফাইলটোৰ  অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
 
+
 
|-
 
|-
|4:57:00
+
|05:35
|| এতিয়া আমি ষ্টেনডাৰডিনটোক ফাইল টেষ্ট ১ ডট টেক্সট লৈ নিৰ্দ্দেশ দিলো৷
+
| যদি ফাইলটো ইতিমধ্যেই থাকে, তাত থকা তথ্য-পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়।
 
+
 
|-
 
|-
|5:01:00
+
|05:40
|| গতিকে টেষ্ট ১ ৰপৰা কামাণ্ডটোৱে অধ্যয়ন কৰে৷
+
|' n 'double right-angled bracket'-এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n-ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
 
+
 
|-
 
|-
|5:04:00
+
|05:47
|| কিন্তু আচলতে আকস্মিক বিষয় ঘে ডাটাটো ষ্টেণ্ডাৰদিনলৈ ক’ৰ পৰা আহিল৷
+
| ইয়াতো ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব। 
 
+
 
|-
 
|-
|5:10:00
+
|05:50
|| গতিকে আমি দেখা পালো কেনেকৈ ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড এৰ’ৰ ৰি ডাইণেক্ট কৰে৷
+
| ঘদি ফাইলটোৰ (স্থিতি) অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
 
+
 
|-
 
|-
|5:12:00
+
|05:52
|| ধৰক, এফাইল ডেছক্ৰিপ্তৰটোলৈ চাই চিংগল ৰাইট-এংগেল ব্ৰেকেট ৰি ডাইৰেক্টছ আউটপুত ক্ৰম ফাইল ডেছক্ৰিপ্তৰ টো এ ফাইল৷
+
| যদি ফাইলটো ইতিমধ্যেই থাকে, তেনেহ’লে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়।
 
+
 
|-
 
|-
|5:17:00
+
|05:59
|| ৰিডাইৰেক্ট আউটপুট বা এৰৰ টু এ ফাইল কৰিবলৈ দুই ধৰণৰ পথ আছে৷
+
| “n single right angle bracket” বা “n double right angle bracket”-অত থকা n-এ ফাইল ডেচক্ৰিপ্টৰক সূচায়।
 
+
 
|-
 
|-
|5:20:00
+
|06:05
||Suppose, n refers to the file descriptor.
+
| যদি ইয়াক বাদ দিয়া হয়, তেনেহ’লে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1-অক গ্ৰহণ কৰা হয়।
 
+
 
|-
 
|-
|  
+
|06:10
||redirects output from file descriptor n to a file.
+
| (গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷) গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। (?)
 
+
 
|-
 
|-
|  
+
|06:15
|| থেকে ফাইল বর্ণনাকারী n একটি ফাইল ফলাফল পুননির্দেশ.
+
| কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা যুটীয়া ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে।
 
+
 
|-
 
|-
|5:29:00
+
|06:22
|| আপুনি ফাইল ক্ষমতা বিষয়ে লিখিবই লাগিব৷
+
| এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম৷
 
+
 
|-
 
|-
|5:32:00
+
|06:24
|| ঘদি ফাইলটোৰ স্থিতি নাথাকে, এইটো সৃষ্টি কৰা হয়৷
+
| শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin-অত wc কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়।
 
+
 
|-
 
|-
|5:35:00
+
|06:31
|| ঘদি এইটোৰ স্থিতি থাকে স্থিতি মুক্ত সুচী বাস্তৰিকতে কোনো সাৱধান নো হোবাকৈ শেষ হৈ ঘায়৷
+
| কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো?
 
+
 
|-
 
|-
|5:40:00
+
|06:34
|| এন ডাবল ৰাইট-এংগেল ব্ৰেকেটছ এ ফাইল ডেছক্ৰিপ্তৰ এন পৰা আউটপুতক এটা ফাইললৈ ৰি ডাইৰেক্ট কৰে৷
+
| আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
 
+
 
|-
 
|-
|5:47:00
+
|06:38
|| আকৌ আপুনি ফাইলটোলৈ অধিকাৰ লিখিবই লাগিব৷
+
| ডিফল্ট হিচাপে wc-এ ইয়াৰ আউটপুটটো standardout-অত লিখে।
 
+
 
|-
 
|-
|5:50:00
+
|06:42
|| ঘদি ফাইলটোৰ স্থিতি নাথাকে, এইটো সৃষ্টি কৰা হয়৷
+
| Standardout-টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে।
 
+
 
|-
 
|-
|5:52:00
+
|06:45
|| ঘদি এইটোৰ স্থিতিশীল, আউটপুটটো স্থিতিশীল ফাইলৰ লগত সংলগ্ন হৈ ঘায়৷
+
|গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
 
+
 
|-
 
|-
|5:59:00
+
|06:48
|| n in n single right angle bracket or n double right angle bracket য়ে ফাইল ডেক্সক্ৰীপ্টৰক সূচায়৷
+
| কিন্তু ঘদি আমি (ষ্টেণ্ডাৰ্ড আউট) Standardout-টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো, তেতিয়া  wc কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব৷
 
+
 
|-
 
|-
|6:05:00
+
|6:57
|| ঘদি এইটো বাদ দিয়া হয়, তেতিয়া ষ্টেনডাৰ্ড আউটপুট ঘেনেফাইল ডেচক্ৰিপ্তৰটোক গ্ৰহণ কৰা হয়৷
+
|ধৰক আমি লিখো— "wc space test1 dot txt 'right-angled bracket' wc_results dot txt"
 
+
 
|-
 
|-
|6:10:00
+
|07:09
|| গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷
+
|এন্টাৰ প্ৰেছ কৰক৷
 +
|-07:11
 +
| এতিয়া চাব লাগিব যে আমি wc_results dot txt-ৰ তথ্য-পাতিখিনি c-a-t কমাণ্ডৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰিছোঁ নে নাই।
  
 
|-
 
|-
|6:15:00
+
|7:23
|| কিন্তু এৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ আপুনি ৰাইট এংগোল ব্ৰেকেট বা ডাবল ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব৷
+
|হয়, এইটো পৰা গৈছে।
 
+
 
|-
 
|-
|6:22:00
+
| 7:24
|| এইটো আমি ব্যৱহাৰিক ডাৱে চাবলৈ চেষ্টা কৰিম৷
+
|ধৰক, একেখন ডাইৰাক্টৰীত (আমি) আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷
  
 
|-
 
|-
|6:24:00
+
| 7:30
|| শেষৰ উদাহৰনৰ পৰা আমি দেখিলো ঘে এটা ফাইলৰ ওপৰত ডব্লিউ সী কামাণ্ডটো বা ষ্টেন্ডাৰ্ডিন টো টাৰ্মিনেল উইনডত প্ৰদৰ্শিত
+
|এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷  আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
  
 
|-
 
|-
|6:31:00
+
|07:44
|| কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিছাৰো?
+
|গতিকে wc_results ফাইলৰ তথ্য-পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হ’ব।
  
 
|-
 
|-
|6:34:00
+
| 7:48
|| আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
+
| এইটো চাওঁ আহক৷
  
 
|-
 
|-
|6:38:00
+
|07:56
|| ডুলৰ কৰিয়তে ডব্লিউ সী এষ্টেন্ডাৰ্ডআউটলৈ ইয়াৰ আউটপুট লিখে৷
+
| যদি আমি লিখো— "wc space test1 dot txt 'right-angled bracket' twice wc underscore results dot txt"
  
 
|-
 
|-
|6:42:00
+
|08:07
|| ষ্টেন্ডৰ্ডাআউটটো টাৰ্মিনেল লৈ ডু সংঘোগৰ দ্বাৰা হয়৷
+
| নতুন ফলাফলবোৰ wc underscore results dot txt ফাইলৰ ইতিমধ্যে থকা তথ্য-পাতিবোৰৰ ওপৰত লিখিত নহ’ব। পুৰণা তথ্যপাতিৰ পিছত যোগ হৈ হে যাব।
 
+
 
|-
 
|-
|6:45:00
+
|08:15
|| গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
+
| এইটোও আমি চাওঁ (আহা) আহক৷
  
 
|-
 
|-
|6:48:00
+
|08:26
|| কিন্তু ঘদি আমি ষ্টেণ্ডাৰ্ড আউটটো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব, পাৰো, তেতিয়া আউটপুতটো ডব্লিউ সী কামাণ্ডৰ পৰা সেই ফাইললৈ লিখিব৷
+
| একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হ’ল।
  
 
|-
 
|-
|6:57:00
+
|08:29
||Say we write
+
| কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা যুটীয়া ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন।
  
 
|-
 
|-
|  
+
|08:38
||"wc space test1 dot txt 'right-angled bracket' wc_results dot txt" .
+
|aaa নামৰ কোনো ফাইল নাই বুলি আমি জানো যদিও লিখিম— "wc space aaa"
  
 
|-
 
|-
|  
+
|08:46
|| "বাথরূম স্থান test1 বিন্দু txt 'সমকোণী বন্ধনী' বিন্দু txt wc_results".
+
|শ্বেলটোৱে বিসংগতি প্ৰদৰ্শন কৰিব— “No such file or directory”.
  
 
|-
 
|-
|7:09:00
+
|08:50
|| এন্টাৰ প্ৰেছ কৰক৷
+
|এতিয়া ধৰা হওক, আমি কোনো (ডুল খবৰ) বিসংগতিৰ বাৰ্তা স্ক্ৰিনত চাব নিবিচাৰো ৷ (সিহঁতক) সেইবিলাকক কিছুমান অন্য  ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷
  
 
|-
 
|-
|7:11:00
+
|08:55
|| এতিয়া চাবৰ বাবে ঘ’ত এইটো সচাকৈয়ে ঘটিছে, সী-এ-টী কামাণ্ডৰ ৰিজাল্টৰ সূচীখন আমি প্ৰদৰ্শন কৰিব পাৰো৷
+
|তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—
 
+
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
 
|-
 
|-
|7:23:00
+
|09:06
|| হয়, ইয়াৰ আছে৷
+
|তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—
 +
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
  
 
|-
 
|-
|7:24:00
+
|09:12
|| ধৰক একেখন ডাইৰাক্টৰীত আমি অন্য এটা ফাইল টেষ্ট ২ আছে৷
+
|আমি "cat space errorlog dot txt"  কামাণ্ডটোৰ দ্বাৰা এইটো চাব পাৰো৷
  
 
|-
 
|-
|7:30:00
+
|09:22
||Now we again execute the command with test2 file. We type
+
|এতিয় ধৰি লওঁ ঘে "cat space bbb space 2 'right-angled bracket' errorlog dot txt" কামাণ্ডটো চলাওঁতে  মই কিছু অন্য ডুল (কৰিছোঁ) কৰিলো৷
  
|-
 
|
 
||"wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
 
  
 
|-
 
|-
|  
+
|09:34
|| "বাথরূম স্থান test2 বিন্দু txt 'সমকোণী বন্ধনী' বিন্দু txt wc_results"
+
| আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ আগৰ বিসংগতিটোৰ ওপৰতে লিখিত হৈ ই নতুন বিসংগতিটো প্ৰদৰ্শন কৰিব।
 
+
 
|-
 
|-
|7:44:00
+
|09:39
|| গতিকে ফাইল ডব্লিউ সী ৰিজল্টবোৰৰ সুচীবোৰ অডাৰ ৰাইটেন হ’ল হেতেন৷
+
|“cat space errorlog dot txt"-টো চাওক।
  
 
|-
 
|-
|7:48:00
+
|09:46
|| এইটো চাওঁ আহক৷
+
| কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ?
 +
সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ—
 +
"wc space aaa space 2 'right-angled bracket' twice errorlog dot txt"
  
 
|-
 
|-
|7:56:00
+
|09:58
|| ইতিমধ্যে file wc underscore results dot txt" ৰ বৰ্ত্তমানৰ সূচীবোৰ নতুন সূচীবোৰ ওপৰাওপৰিকৈ লিখা নহয়৷
+
| আমি এইটো (কেট) cat কামাণ্ড ব্যৱহাৰ কৰি (চেক) পৰীক্ষা কৰিম৷
  
 
|-
 
|-
|8:07:00
+
|10:06
|| wc underscore results dot txt ফাইলৰআগতে উপস্থিত থকা নতুন কনটেক্সটত অডাৰ ৰাইট কৰা নহব৷
+
| তিনিটা ষ্ট্ৰীম— standard out, standard in আৰু standard error কেনেকৈ পৃথকে  ৰিডাইৰেকটেড আৰু মেনিপুলেটেড হ’ল, সেয়া  আমি দেখিলো। কিন্তু যেতিয়া আমি ষ্টীমকেইটাক একেলগে মেনিপুলেট কৰিব পাৰোঁ, অৰ্থাৎ বেলেগ বেলেগ ষ্ট্ৰীমক যুক্ত কৰিব পাৰোঁ, তেতিয়াহে এই ধাৰণাৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি।
  
 
|-
 
|-
|8:15:00
+
| ১০.২০
|| এইটোও আমি চাওঁ আহা৷
+
| এই পদ্ধতিটোক পাইপলাইনিং বোলে৷
  
 
|-
 
|-
|8:26:00
+
|10:22
|| বিশেষ ডুলটো একেদৰেই ৰিডাইৰেক্ট কৰা হৈছে৷
+
|পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
  
 
|-
 
|-
|8:29:00
+
|10:25
|| মাত্ৰ পাৰ্থক্য এইটো ঘে ইয়া (আমি উল্লেখ কৰা প্ৰয়োজন ঘে) ৰাইট এনগেলে ব্ৰেকেট বা ডাবোল ৰাইট এংগোল ব্ৰেকেট চাইনৰ আগত বিশেষ ডুলৰ ফাইল দেচক্ৰিপ্টৰ নম্বৰটো উল্লেখ কৰা প্ৰয়োজন৷
+
|চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷
  
 
|-
 
|-
|8:38:00
+
|10:30
||Like we know that their exists no file by the name aaa write the following
+
|এইটো দেখিবলৈ এনেধৰণৰ—
 +
command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4
  
 
|-
 
|-
|  
+
|10.45
||"wc space aaa"
+
| ধৰক, আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ
  
|-
+
|-
|8:46:00
+
|10:51
|| চেলটোয়ে ডুলটো দিব এনে কোনো ফাইল বা ডাইৰেক্টৰি নাই৷
+
| আমি কি কৰিব পাৰো? আমি জানো যে "ls space minus l"-এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
  
 
|-
 
|-
|8:50:00
+
|10:58
|| এতিয়া আমি কোনো ডুল খবৰ স্ক্ৰিনত চাব নিবিচাৰো ৷ সিহঁতক কিছুমান অন্য বেলেগ ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷
+
| আমি এটা ফাইললৈ আউটপুটটো ৰিডাইৰেক্ট কৰিব পাৰো— "ls space minus l 'right-angled bracket' files dot txt"
  
 
|-
 
|-
|8:55:00
+
|11:08
||For this we may give the command
+
|"cat space files dot txt" এই কমাণ্ডটো চলাওক
  
 
|-
 
|-
|  
+
|11.14
||"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
+
|এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷
 
+
 
|-
 
|-
|  
+
|11.17
|| "wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷
+
|গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা  জুখিব খোজোঁ, তেনেহ’লে files dot txt— এইটো  ব্যৱহাৰ কৰিব পাৰোঁ।
  
 
|-
 
|-
|9:06:00
+
| 11:24
|| এতিয়া ডুলটো টাৰমিনেলত দেখুৱা নহ’ব বৰং এইটষা ফাইলৰ errorlog dot txt হে লিখিব৷
+
|"wc space minus l files dot txt" কমাণ্ড ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰোঁ।
  
 
|-
 
|-
|9:12:00
+
|11:32
||we can see this by the command
+
| ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
  
 
|-
 
|-
|  
+
|11:35
||"cat space errorlog dot txt"
+
|প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ।  ইয়াত সেইটো— files dot txt .
 
+
 
+
  
 
|-
 
|-
|9:22:00
+
|11:40
||Now suppose that I make some other error by running the command
+
| ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
  
 
|-
 
|-
|  
+
|11:46
||"cat space bbb space 2 'right-angled bracket' errorlog dot txt".
+
| (ঘদি) আমি চেইন চেডেৰেল কামাণ্ডো (বিচাৰো) প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷
  
 
|-
 
|-
|  
+
| 11:50
|| "wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷
+
|এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো৷ আমি লিখিম— "wc space minus l files dot txt"
  
 
|-
 
|-
|9:34:00
+
|12:01
|| আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷
+
|আৰু অতি সহজতে আমি (একোফল) একে ফলাফল পাব পাৰো৷
  
 
|-
 
|-
|9:39:00
+
|12:06
|| চোৱা cat space errorlog dot txt"
+
| ls কমাণ্ডৰ আউটপুট wc কমাণ্ডৰ ইনপুট হিচাপে যায়।
  
 
|-
 
|-
|9:46:00
+
|12:10
||But what if we want to list all errors??
+
|পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
  
 
|-
 
|-
|  
+
|12:15
||"wc space aaa space 2 'right-angled bracket' twice errorlog dot txt"
+
|পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ (ডিচপ্লেছৰ অধ্যয়ন) ডিচপ্লেৰ পঠন৷
  
 
|-
 
|-
|  
+
|12:19
|| "wc space aaa space ৰাইট এংগোলড ব্ৰেকেট’ এৰৰ লগ ডট্ টেক্সট৷
+
| টাইপ কৰক "cd space slash user slash bin"
  
 
|-
 
|-
|9:58:00
+
|12:24
|| আমি এইটো কেট কামাণ্ড ব্যৱহাৰ কৰি চেক কৰিম৷
+
|গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷
  
 
|-
 
|-
|10:06:00
+
| 12:28
|| আমি দেখিছো কেনেকৈ তিনিটা ষ্ট্ৰিমে ষ্ট্ৰোণ্ডাৰ্ড আউট, ষ্টেণ্ডাৰ্ড ইন আৰু ষ্টেণ্ডাৰ্ড ইৰতে বেলেগ বেলেগ ৰিডাৰেক্টআৰু মেনপুলেট কৰিছে৷ কিন্তু প্ৰকৃত শক্তিটোক জুখিব ঘেতিয়া আমি ষ্ট্ৰিম কেইটাক একলগে মেনিপুলেট কৰিব পাৰোঁ৷ ঘিটো বেলেগ - বেলেগ ষ্ট্ৰিমক লগত সংঘুক্ত হৈ থাকে৷
+
|এতিয়া "ls minus l" ৰান কৰক৷
  
 
|-
 
|-
|10:20:00
+
| 12:31
|| এই পদ্ধতিকটোক পাইপলাইনিং বোলে৷
+
|আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ  কৰো (তাক) তেতিয়া পাৰিম৷
  
 
|-
 
|-
|10:22:00
+
|12:37
|| পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
+
| তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
  
 
|-
 
|-
|10:25:00
+
|12:41
|| চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷
+
| ইয়াৰ পৰা উলাই আহিবলৈ (‘কিউ’) q প্ৰেছ কৰক৷
  
|-
+
|-
|10:30:00
+
| 12:45
||It looks like
+
|এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
  
 
|-
 
|-
|  
+
|12:48
|| কামাণ্ডডাৰটিকেল বাৰ কামাণ্ড হাইফনে অপচন ডাৰটিকেল বাৰ কামাণ্ড হাইফেন অপচন হাইফনে ডাৰটিকল বাৰ কামাণ্ড৷
+
|আৰু অধিক কামাণ্ড আছে৷
  
 
|-
 
|-
|  
+
|12:50
||
+
|তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷
  
 
|-
 
|-
|10:46:00
+
|12:54
|| ধৰক আমি মুঠ ফাইলৰ সংখ্যা আৰু কাৰেন্ট ডিৰেক্টৰীত থকা ডিৰেক্টৰীৰ কথা জানিবলৈ বিছাৰো৷
+
|'man' কমাণ্ড ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷
  
 
|-
 
|-
|10:51:00
+
|12:58
||What we can do? We know
+
| কামাণ্ড শিকিবলৈ আটাইতলৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷
  
 
|-
 
|-
|  
+
|13:04
||"ls space minus l" will list all files and directories of the present directory.
+
| ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে।
  
 
|-
 
|-
|  
+
|13:07
|| "ls space minus l" য়ে প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
+
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
  
 
|-
 
|-
|10:58:00
+
|13:15
||We can redirect the output to a file
+
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|  
+
|13:19
||"ls space minus l 'right-angled bracket' files dot txt"
+
  
|-
+
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|
+
||"ls space minus l 'right-angled bracket' files dot txt"
+
  
|-
+
}
|11:08:00
+
|| Run "cat space files dot txt"
+
 
+
|-
+
|11:14:00
+
|| এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷
+
 
+
|-
+
|11:17:00
+
|| গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জোখে আমি ফাইলচ ডট টেক্সট টো আমাৰ উদ্দশ্যৰ কামত ব্যৱহাৰ কৰিব৷
+
 
+
|-
+
|11:24:00
+
|| এইটো আমি কৰিব পাৰো কামাণ্ডটো "wc space minus l files dot txt" ব্যৱহাৰ কৰি৷
+
 
+
|-
+
|11:32:00
+
|| ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
+
 
+
|-
+
|11:35:00
+
|| প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ here files dot txt .
+
 
+
|-
+
|11:40:00
+
||ঘদি প্ৰথম কামাণ্ডটোৱে কিছু তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অ প্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
+
 
+
|-
+
|11:46:00
+
|| ঘদি আমি চেইন চেডেৰেল কামাণ্ডো বিচাৰো এই পদ্ধতিটোলেহেম৷
+
 
+
|-
+
|11:50:00
+
||We can do it much easily using pipes like this . We write
+
 
+
|-
+
|
+
||"ls space minus l 'vertical bar' wc space minus l"
+
 
+
|-
+
|
+
|| "ls space minus l 'vertical bar' wc space minus l"
+
 
+
|-
+
|12:01:00
+
|| আৰু অতি সহজতে আমি একোফল পাব পাৰো৷
+
 
+
|-
+
|12:06:00
+
|| কামাণ্ডৰ বাবে ইনপুত হিচাপে কামাণ্ডৰ পৰা আউটপুতটো ঘায়৷
+
 
+
|-
+
|12:10:00
+
|| পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
+
 
+
|-
+
|12:15:00
+
|| পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ ডিচপ্লেছৰ অধ্যয়ন৷
+
 
+
|-
+
|12:19:00
+
|| টাইপ কৰক "cd space slash user slash bin".
+
 
+
|-
+
|12:24:00
+
|| গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷
+
 
+
|-
+
|12:28:00
+
|| এতিয়া "ls minus l" ৰান কৰক৷
+
 
+
|-
+
|12:31:00
+
|| আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰিবলৈ ব্যৱহাৰ কৰো তাক পাৰিম৷
+
 
+
|-
+
|12:37:00
+
|| তালিকাৰমাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
+
 
+
|-
+
|12:41:00
+
|| ইয়াৰ পৰা উলাই আহিবলৈ ‘কিউ’ প্ৰেছ কৰক৷
+
 
+
|-
+
|12:45:00
+
|| এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
+
 
+
|-
+
|12:48:00
+
|| আৰু বহুতো অধিক কামাণ্ড আছে৷
+
 
+
|-
+
|12:50:00
+
|| তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷
+
 
+
|-
+
|12:54:00
+
|| মেনটো ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷
+
 
+
|-
+
|12:58:00
+
|| কামাণ্ড শিকিবলৈ আটাইতলৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷
+
 
+
|-
+
|13:04:00
+
|| এইটোৱে মোক টিউটৰিয়লৰ শেষলৈলৈ আনিব৷
+
 
+
|-
+
|13:07:00
+
|| স্পকেন টিউটৰিয়েলছ টিটছাৰ প্ৰজেক্টৰ কথাৰ এটা অংশ ৰ জৰিয়তে শিক্ষা বিষয়ত নেচনেল মিচনে সমৰ্থন কৰিছে৷
+
 
+
|-
+
|13:15:00
+
|| অধিক তথ্যৰ বাবে এই একে বিষয়ত নিম্নাক্ত লিংকত উপলব্ধ৷
+
 
+
|-
+
|13:19:00
+
||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷
+
 
+
|-
+
|}
+

Revision as of 09:31, 26 May 2014

02:08 যেতিয়া আমি "wc space test1 dot txt" বুলি লিখোঁ, কমাণ্ডে test1 dot txt ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে।
Time Narration
00:00 ৰিডাইৰেক্সন এণ্ড পাইপছ বিষয়ক কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম জনাইছোঁ।
00:07 মই উবুণ্টু 10.4 ব্যৱহাৰ কৰিছোঁ৷
00:09 আমি ধৰি লৈছোঁ যে ইতিমধ্যে আপোনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষয়ে এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু প্ৰাথমিক ধাৰণা আছে।
00:16 যদি আপুনি আগ্ৰহী, সেই সম্পৰ্কীয় আন এটা কথন প্ৰশিক্ষণ তলত উল্লেখ কৰা ৱেবচাইটত পাব
00:22 মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ।
00:25 অন্য ধৰণেৰে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷
00:32 লিনাক্সত আমি কৰা বেছিভাগ কামেই টাৰমিনেলৰ জৰিয়তে কৰা হয়৷
00:35 যেতিয়া এটা কমাণ্ড আমি কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে আমি কিবৰ্ডৰ জৰিয়তে টাইপ কৰোঁ৷
00:39 ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷
00:41 আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে ‘ডেট’ টাইপ কৰি এন্টাৰ টিপি দিওঁ
00:46 গতিকে আমি সাধাৰণ অৱস্থাত কিব’ৰ্ডৰ জৰিয়তে ইনপুট দিওঁ।
00:48 একে ধৰণেৰে আমি দেখোঁ যে আমাৰ কামাণ্ডৰ (আউটপুটবোৰ) আউটপুটবোৰো টাৰমিনেল (উইনদতও) উইণ্ডত দেখা পোৱা গৈছে৷
00:56 ধৰক, কিছুমান কামাণ্ড কাৰ্যকৰী কৰোঁতে কিছু বিসংগতি ঘটিল।
00:59 উদাহৰণ হিচাপে, আমি "cat space aaa" টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
01:05 কিন্তু aaa নামৰ কোনো ফাইলৰ স্থিতি নাই।
01:08 গতিকে সেই কথা প্ৰকাশ কৰি তাত এটা বিসংগতি প্ৰদৰ্শিত হৈ থাকে৷
01:10 এতিয়া এই বিসংগতিটো টাৰমিনেল (উইণ্ড’ত) উইণ্ডতো আহিব৷ গতিকে আমি (টাৰমিনেলত) টাৰমিনেলতো বিসংগতিৰ ৰিপৰ্টিংটো দেখিম৷
01:20 ইনপুটিং, আউটপুটিং আৰু ইৰৰ ৰিপৰ্টিং হৈছে কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য৷
01:24 ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব, সেইকেইটা হ’ল— ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
01:31 Bash-ৰ নিচিনা লিনাক্স shell-এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে ৰুপত বা চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৱ কেৰেক্টাৰৰ ৰূপত।
01:37 ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন
01:41 ফাইল IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচড কৰা হয়৷
01:44 প্ৰকৃত ষ্ট্ৰিম অৱ কেৰেক্টাৰ হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।
01:51 লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে।
01:57 এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায়
02:05 লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড আই/ও ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
তাৰ প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে
02:12 stdin হ’ল ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিম৷
02:15 এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে
02:17 ইয়াৰ ফাইল ডেচক্ৰিপটৰ হ’ল 0
02:19 stdout হ’ল ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম।
02:22 ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডিচক্ৰিপটৰ হ’ল 1।
stderr হৈছে ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম। ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2।
02:36 ইনপুট ষ্ট্ৰীমে প্ৰগামলৈ ইনপুটৰ যোগান ধৰে।
02:40 ডিফল্ট হিচাপে ই ইনপুট, টাৰমিনেল কিষ্ট্ৰ’কৰ পৰা গ্ৰহণ কৰে
02:44 আউটপুট ষ্ট্ৰীমে, ডিফল্ট হিচাপে টাৰমিনেলত, টেক্সট কেৰেক্টাৰ ছপা কৰে।
02:47 টাৰমিনেল প্ৰথম অৱস্থাত একোটা ASCII টাইপৰাইটাৰ বা ডিচপ্লে টাৰমিনেল আছিল।
02:52 কিন্তু এতিয়া ইয়াক সাধাৰণতে গ্ৰাফিকেল ডেস্কটপত টেক্সট উইণ্ড’ হিচাপে পোৱা হয়।
02:56 আমি দেখিলো যে তিনিওটা ষ্ট্ৰীম ডিফল্ট হিচাপে কিছুমান ফাইলৰ সৈতে যুক্ত হৈ আছে।
03:01 কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰ সলনি কৰিব পাৰো
03:04 এই তিনিটা ষ্ট্ৰীমক আমি আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ।
03:07 এই প্ৰক্ৰিয়াটোক ৰিডাইৰেক্সন বুলি কোৱা হয়৷
03:09 এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত (পুননিৰ্দেশ) পুনৰ্নিৰ্দেশ কৰা হয়৷
03:14 প্ৰথমে অৰমি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
03:17 (left angled bracket) কাৰক ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম।

কেনেকৈ, চাওঁ আহক।

03:22 আমি জানো যে এটা ফাইলৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে wc কমাণ্ড ব্যৱহাৰ কৰা হয়।
03:28 টাৰমিনেল উইণ্ড’ত wc টাইপ কৰক
03:31 এতিয়া এন্টাৰটো হেঁচি দিয়ক
03:32 কি ঘটিল? আমি কাৰ্ডৰডালে ব্লিংক কৰি থকা দেখা পাইছোঁ। ইয়াৰ অৰ্থ এয়ে যে আমি কিবৰ্ডৰ জৰিয়তে এণ্টাৰ কৰাটো প্ৰয়োজন
03:37 কিবা অলপ কথা ভৰাওক, ধৰক— "This tutorial is very important"।
03:46 এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
03:48 এতিয়া কণ্ট্ৰল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক
03:52 এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব।
03:55 কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব
03:57 (এতিয়া ইয়াত ডব্লিউচি কামাণ্ড পিছত কোনো ফাইল দিয়া নহয়৷) এতিয়া, ইয়াত wc কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই।
04:01 সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে
04:04 এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিব’ৰ্ডৰ সৈতে যুক্ত হয়। সেইবাবে wc-এ কিব’ৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব।
04:12 এতিয়া যদি আমি লিখোঁ— "wc space 'left-angled bracket" space test1 dot txt"
04:19 যিটো ঘটিল, সেইটো হ’ল— wc-এ আমাক test1 dot txt ফাইলটোৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে।
04:27 এতিয়া টাইপ কৰক— "wc space test1 dot txt"
04:34 আমি একেটা (ফলকে) ফলাফলেই দেখিম
04:37 গতিকে পাৰ্থক্যটো কি?
04:46 কিন্তু যেতিয়া আমি "wc space 'left-angled bracket' test1 dot txt" বুলি লিখোঁ, wc-এ খুলিবৰ বাবে কোনো ফাইল নাপায়।
04:53 পৰিৱৰ্তে ই standardin-ৰ পৰা ইনপুট ল’ব বিচাৰে।
04:57 আমি ইতিমধ্যে standardin-ক test1 dot txt ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ
05:01 গতিকে (টেষ্ট ১) test1 ৰ পৰা কামাণ্ডটোৱে (অধ্যয়ন) পঠন কৰে
05:04 কিন্তু প্ৰকৃতপক্ষে standardin-অলৈ তথ্যখিনি ক’ৰ পৰা আহিল সেই কথা জনা নাযায়।
05:10 গতিকে, ষ্টেণ্ডাৰ্ড ইনপুট কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া আমি দেখিলো
05:12 এতিয়া, ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া চাম।
05:17 আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে:
05:20 (ধৰো এন য়ে ফাইলডেক্সক্ৰীপ্টৰক সূচায়৷) ধৰা হওক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়।

n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।

05:29 ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
05:32 ঘদি ফাইলটোৰ অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
05:35 যদি ফাইলটো ইতিমধ্যেই থাকে, তাত থকা তথ্য-পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়।
05:40 ' n 'double right-angled bracket'-এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n-ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
05:47 ইয়াতো ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
05:50 ঘদি ফাইলটোৰ (স্থিতি) অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
05:52 যদি ফাইলটো ইতিমধ্যেই থাকে, তেনেহ’লে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়।
05:59 “n single right angle bracket” বা “n double right angle bracket”-অত থকা n-এ ফাইল ডেচক্ৰিপ্টৰক সূচায়।
06:05 যদি ইয়াক বাদ দিয়া হয়, তেনেহ’লে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1-অক গ্ৰহণ কৰা হয়।
06:10 (গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷) গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। (?)
06:15 কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা যুটীয়া ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে।
06:22 এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম৷
06:24 শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin-অত wc কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়।
06:31 কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো?
06:34 আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
06:38 ডিফল্ট হিচাপে wc-এ ইয়াৰ আউটপুটটো standardout-অত লিখে।
06:42 Standardout-টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে।
06:45 গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
06:48 কিন্তু ঘদি আমি (ষ্টেণ্ডাৰ্ড আউট) Standardout-টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো, তেতিয়া wc কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব৷
6:57 ধৰক আমি লিখো— "wc space test1 dot txt 'right-angled bracket' wc_results dot txt"
07:09 এন্টাৰ প্ৰেছ কৰক৷
এতিয়া চাব লাগিব যে আমি wc_results dot txt-ৰ তথ্য-পাতিখিনি c-a-t কমাণ্ডৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰিছোঁ নে নাই।
7:23 হয়, এইটো পৰা গৈছে।
7:24 ধৰক, একেখন ডাইৰাক্টৰীত (আমি) আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷
7:30 এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷ আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
07:44 গতিকে wc_results ফাইলৰ তথ্য-পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হ’ব।
7:48 এইটো চাওঁ আহক৷
07:56 যদি আমি লিখো— "wc space test1 dot txt 'right-angled bracket' twice wc underscore results dot txt"
08:07 নতুন ফলাফলবোৰ wc underscore results dot txt ফাইলৰ ইতিমধ্যে থকা তথ্য-পাতিবোৰৰ ওপৰত লিখিত নহ’ব। পুৰণা তথ্যপাতিৰ পিছত যোগ হৈ হে যাব।
08:15 এইটোও আমি চাওঁ (আহা) আহক৷
08:26 একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হ’ল।
08:29 কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা যুটীয়া ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন।
08:38 aaa নামৰ কোনো ফাইল নাই বুলি আমি জানো যদিও লিখিম— "wc space aaa"
08:46 শ্বেলটোৱে বিসংগতি প্ৰদৰ্শন কৰিব— “No such file or directory”.
08:50 এতিয়া ধৰা হওক, আমি কোনো (ডুল খবৰ) বিসংগতিৰ বাৰ্তা স্ক্ৰিনত চাব নিবিচাৰো ৷ (সিহঁতক) সেইবিলাকক কিছুমান অন্য ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷
08:55 তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—

"wc space aaa space 2 'right-anged bracket' errorlog dot txt"

09:06 তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
09:12 আমি "cat space errorlog dot txt" কামাণ্ডটোৰ দ্বাৰা এইটো চাব পাৰো৷
09:22 এতিয় ধৰি লওঁ ঘে "cat space bbb space 2 'right-angled bracket' errorlog dot txt" কামাণ্ডটো চলাওঁতে মই কিছু অন্য ডুল (কৰিছোঁ) কৰিলো৷


09:34 আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ আগৰ বিসংগতিটোৰ ওপৰতে লিখিত হৈ ই নতুন বিসংগতিটো প্ৰদৰ্শন কৰিব।
09:39 “cat space errorlog dot txt"-টো চাওক।
09:46 কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ?

সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ— "wc space aaa space 2 'right-angled bracket' twice errorlog dot txt"

09:58 আমি এইটো (কেট) cat কামাণ্ড ব্যৱহাৰ কৰি (চেক) পৰীক্ষা কৰিম৷
10:06 তিনিটা ষ্ট্ৰীম— standard out, standard in আৰু standard error কেনেকৈ পৃথকে ৰিডাইৰেকটেড আৰু মেনিপুলেটেড হ’ল, সেয়া আমি দেখিলো। কিন্তু যেতিয়া আমি ষ্টীমকেইটাক একেলগে মেনিপুলেট কৰিব পাৰোঁ, অৰ্থাৎ বেলেগ বেলেগ ষ্ট্ৰীমক যুক্ত কৰিব পাৰোঁ, তেতিয়াহে এই ধাৰণাৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি।
১০.২০ এই পদ্ধতিটোক পাইপলাইনিং বোলে৷
10:22 পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
10:25 চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷
10:30 এইটো দেখিবলৈ এনেধৰণৰ—

command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4

10.45 ধৰক, আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ
10:51 আমি কি কৰিব পাৰো? আমি জানো যে "ls space minus l"-এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
10:58 আমি এটা ফাইললৈ আউটপুটটো ৰিডাইৰেক্ট কৰিব পাৰো— "ls space minus l 'right-angled bracket' files dot txt"
11:08 "cat space files dot txt" এই কমাণ্ডটো চলাওক
11.14 এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷
11.17 গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জুখিব খোজোঁ, তেনেহ’লে files dot txt— এইটো ব্যৱহাৰ কৰিব পাৰোঁ।
11:24 "wc space minus l files dot txt" কমাণ্ড ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰোঁ।
11:32 ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
11:35 প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ। ইয়াত সেইটো— files dot txt .
11:40 ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
11:46 (ঘদি) আমি চেইন চেডেৰেল কামাণ্ডো (বিচাৰো) প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷
11:50 এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো৷ আমি লিখিম— "wc space minus l files dot txt"
12:01 আৰু অতি সহজতে আমি (একোফল) একে ফলাফল পাব পাৰো৷
12:06 ls কমাণ্ডৰ আউটপুট wc কমাণ্ডৰ ইনপুট হিচাপে যায়।
12:10 পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
12:15 পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ (ডিচপ্লেছৰ অধ্যয়ন) ডিচপ্লেৰ পঠন৷
12:19 টাইপ কৰক "cd space slash user slash bin"
12:24 গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷
12:28 এতিয়া "ls minus l" ৰান কৰক৷
12:31 আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰো (তাক) তেতিয়া পাৰিম৷
12:37 তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
12:41 ইয়াৰ পৰা উলাই আহিবলৈ (‘কিউ’) q প্ৰেছ কৰক৷
12:45 এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
12:48 আৰু অধিক কামাণ্ড আছে৷
12:50 তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷
12:54 'man' কমাণ্ড ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷
12:58 কামাণ্ড শিকিবলৈ আটাইতলৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷
13:04 ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে।
13:07 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
13:15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13:19 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

}

Contributors and Content Editors

Mousumi, Udaya