Difference between revisions of "Java/C2/Logical-Operations/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{ | সীমানা = 1 | | '' টাইম '' ' | | '' ' আখ্যান ''' | - | 00:02 | জাভাত ' লজিক্যাল অপাৰেটৰ্চ ''' '' …')
 
Line 1: Line 1:
{ | সীমানা = 1
+
{| border=1
| | '' টাইম '' '
+
!Time
| | '' ' আখ্যান '''
+
!Narration
 
| -
 
| -
 
| 00:02
 
| 00:02
Line 12: Line 12:
 
| -
 
| -
 
| 00:11
 
| 00:11
| '' ' কিভাবে লজিক্যাল অপাৰেটৰ্চ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশন প্ৰশিক্ষন কৰে আৰু প্রথম বন্ধনী ব্যবহার কৰি প্রাধান্য (precedence)  অগ্রাহ্য (override) করার উপায় '''
+
| '' ' কিভাবে লজিক্যাল অপাৰেটৰ্চ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশন প্ৰশিক্ষন কৰে আৰু প্রথম বন্ধনী ব্যবহার কৰি প্রাধান্য (precedence) অগ্রাহ্য (override) করার উপায় '''
  
 
| -
 
| -
Line 26: Line 26:
 
| -
 
| -
 
| 00:30
 
| 00:30
| এই টিউটোরিয়ালটো অনুসরণ কৰিবলৈ  আপোনি '' ' জাভাত ৰিলেশনেল অপারেটৰ্চৰ ''' উপৰত জ্ঞান থাকা উচিত
+
| এই টিউটোরিয়ালটো অনুসরণ কৰিবলৈ  আপোনি '' ' জাভাত ৰিলেশনেল অপারেটৰ্চৰ ''' উপৰত জ্ঞান থাকা উচিত
  
 
| -
 
| -
Line 46: Line 46:
 
| -
 
| -
 
| 01:04
 
| 01:04
| ইয়াত আমি Eclipse IDE আৰু বাকি  কোড বোৰৰ বাবে প্রয়োজন skeleton (কঙ্কাল) আছে.
+
| ইয়াত আমি Eclipse IDE আৰু বাকি  কোড বোৰৰ বাবে প্রয়োজন skeleton (কঙ্কাল) আছে.
  
 
| -
 
| -
Line 69: Line 69:
 
| -
 
| -
 
| 01:35
 
| 01:35
|  
+
| int weight isequalto 42
int weight isequalto 42
+
  
 
| -
 
| -
Line 78: Line 77:
 
| -
 
| -
 
| 01:46
 
| 01:46
| আমি ব্যক্তিজন  18yrs বয়সৰ তলত আৰু কমেও 40kgs হয় নে নহয় সেয়া প্ৰশিক্ষন কৰিম .
+
| আমি ব্যক্তিজন  18yrs বয়সৰ তলত আৰু কমেও 40kgs হয় নে নহয় সেয়া প্ৰশিক্ষন কৰিম .
  
  
Line 97: Line 96:
 
| -
 
| -
 
| 02:24
 
| 02:24
| ই বয়স 18ত কৈ কম হয় নে নহয় আৰু ওজন টো  40ৰ সমান  বা তাতোতকৈ বেছি হয় নে নহয় তাকে প্ৰশিক্ষন কৰে.
+
| ই বয়স 18ত কৈ কম হয় নে নহয় আৰু ওজন টো  40ৰ সমান  বা তাতোতকৈ বেছি হয় নে নহয় তাকে প্ৰশিক্ষন কৰে.
  
  
Line 107: Line 106:
 
| -
 
| -
 
| 02:35
 
| 02:35
| এতিয়া আমি value b ক প্ৰীন্ট কৰো  .
+
| এতিয়া আমি value b ক প্ৰীন্ট কৰো  .
  
 
| -
 
| -
 
| 02:40
 
| 02:40
|
+
|System dot out dot println(b);  
System dot out dot println(b);  
+
  
 
| -
 
| -
Line 120: Line 118:
 
| -
 
| -
 
| 02:56
 
| 02:56
| আমি যেনে চাব পাৰো  আউটপুট '' ' '' সত্য ' হয় কাৰন দয়োটা শর্ত সন্তুষ্ট হয় *****.
+
| আমি যেনে চাব পাৰো  আউটপুট '' ' '' সত্য ' হয় কাৰন দয়োটা শর্ত সন্তুষ্ট হয় *****.
  
  
 
| -
 
| -
 
| 03:02
 
| 03:02
| এতিয়া weight ওজন টো সলনি কৰো যাতে এটা condition সন্তুষ্ট নহয় আৰু কোডটো পুনৰায়  ৰান কৰা যাওক.
+
| এতিয়া weight ওজন টো সলনি কৰো যাতে এটা condition সন্তুষ্ট নহয় আৰু কোডটো পুনৰায়  ৰান কৰা যাওক.
 
| -
 
| -
 
| 03:08
 
| 03:08
Line 142: Line 140:
 
| 03:24
 
| 03:24
 
| ইয়াৰ কাৰন হল যে  
 
| ইয়াৰ কাৰন হল যে  
 বয়স 18 কৈ কম হোৱা conditionটো সন্তুষ্ট হয়  
+
বয়স 18 কৈ কম হোৱা conditionটো সন্তুষ্ট হয়  
  
 
| -
 
| -
 
| 03:29
 
| 03:29
| কিন্তু ওজন 40কৈ বেছি বা সমান হোৱা conditionটো  সন্তুষ্ট নহয় **
+
| কিন্তু ওজন 40কৈ বেছি বা সমান হোৱা conditionটো  সন্তুষ্ট নহয় **
  
 
| -
 
| -
 
| 03:34
 
| 03:34
| '' ' ফলাফল টো true হবলৈ and ''' অপাৰেশন ৰ দোয়োটা 
+
| '' ' ফলাফল টো true হবলৈ and ''' অপাৰেশন ৰ দোয়োটা  condition ' 'true হোৱাটো  প্রয়োজন হয়  
condition ' 'true হোৱাটো  প্রয়োজন হয়  
+
 
| -
 
| -
 
| : 03:39
 
| : 03:39
Line 159: Line 156:
 
| 03:43
 
| 03:43
 
| এনেদৰে , একটি ডবল ampersand প্রতীক ব্যবহাৰ কৰি আমি '' সঞ্চালন 'আৰু ' অপাৰেশন কৰিব পাৰো
 
| এনেদৰে , একটি ডবল ampersand প্রতীক ব্যবহাৰ কৰি আমি '' সঞ্চালন 'আৰু ' অপাৰেশন কৰিব পাৰো
 
+
 
| -
 
| -
 
| 03:53
 
| 03:53
| ধৰা হওক আমাৰ উচৰত বয়স আৰু ওজন আছে আৰু এইটো যথেষ্ট হয় যদি 
+
| ধৰা হওক আমাৰ উচৰত বয়স আৰু ওজন আছে আৰু এইটো যথেষ্ট হয় যদি 
 
conditionবোৰৰ পৰা খালি এটা condition সন্তুষ্ট হয় .
 
conditionবোৰৰ পৰা খালি এটা condition সন্তুষ্ট হয় .
  
Line 169: Line 166:
 
| 03.59
 
| 03.59
 
| অর্থাৎ, আমি প্রথম শর্ত বা দ্বিতীয় শর্ত '' true হয় নে নহয় চাব লাগিব
 
| অর্থাৎ, আমি প্রথম শর্ত বা দ্বিতীয় শর্ত '' true হয় নে নহয় চাব লাগিব
 
 
 
| -
 
| -
 
| 04:05
 
| 04:05
| এইটো  '' 'or'' অপাৰেশন ব্যবহাৰ কৰি কৰা হয়.
+
| এইটো  '' 'or'' অপাৰেশন ব্যবহাৰ কৰি কৰা হয়.
  
 
| -
 
| -
Line 206: Line 201:
 
| -
 
| -
 
| 04:57
 
| 04:57
| ইয়াৰ কাৰন হল যে or  অপাৰেশন, and অপাৰেশনৰ নিচিনা দোয়োটা 
+
| ইয়াৰ কাৰন হল যে or  অপাৰেশন, and অপাৰেশনৰ নিচিনা দোয়োটা  condition true হোৱা দৰকাৰ নহয়.
condition true হোৱা দৰকাৰ নহয়. 
+
 
 
| -
 
| -
 
| 05:03
 
| 05:03
Line 223: Line 218:
 
| 05:18
 
| 05:18
 
| এতিয়া বয়সটো এনেদৰে সলনি কৰা যাওক যাতে দোয়োটা অবস্থান  
 
| এতিয়া বয়সটো এনেদৰে সলনি কৰা যাওক যাতে দোয়োটা অবস্থান  
false মিথ্যা হয় আৰু ফলাফলটো চাওক  .
+
false মিথ্যা হয় আৰু ফলাফলটো চাওক  .
  
 
+
 
| -
 
| -
 
| 05:25
 
| 05:25
| '11 'ক  '17 '''লৈ সলনি কৰক  
+
| '11 'ক  '17 '''লৈ সলনি কৰক  
  
  
Line 237: Line 232:
 
| -
 
| -
 
| 05:36
 
| 05:36
| এতিয়া দোয়োটা অবস্থান সন্তুষ্ট নোহোৱাৰ বাবে আউটপুটতো 
+
| এতিয়া দোয়োটা অবস্থান সন্তুষ্ট নোহোৱাৰ বাবে আউটপুটতো 
 
false মিথ্যা হয়  
 
false মিথ্যা হয়  
  
Line 255: Line 250:
 
| 06:03
 
| 06:03
 
| এই পরিস্থিতিতে , আমি '' not ' অপাৰেশন ব্যবহাৰ কৰো  
 
| এই পরিস্থিতিতে , আমি '' not ' অপাৰেশন ব্যবহাৰ কৰো  
 
+
 
| -
 
| -
 
| 06:07
 
| 06:07
Line 262: Line 257:
 
| -
 
| -
 
| 06:17
 
| 06:17
|আৰু  অবস্থাৰ আগত বিস্ময়বোধক চিহ্ন যোগ কৰক .
+
|আৰু  অবস্থাৰ আগত বিস্ময়বোধক চিহ্ন যোগ কৰক .
  
 
| -
 
| -
Line 268: Line 263:
 
| বিস্ময়বোধক চিহ্ন ব্যবহাৰ কৰি, আমি বন্ধনীৰ ভিতৰত conditionৰ সঠিক বিপৰীতৰ বাবে চেক কৰো.
 
| বিস্ময়বোধক চিহ্ন ব্যবহাৰ কৰি, আমি বন্ধনীৰ ভিতৰত conditionৰ সঠিক বিপৰীতৰ বাবে চেক কৰো.
  
 
+
  
 
| -
 
| -
 
| 06:32
 
| 06:32
| যিহেতু তাৰ আগৰ আউটপুটতো 
+
| যিহেতু তাৰ আগৰ আউটপুটতো 
false আছিলে এতিয়া ই 
+
false আছিলে এতিয়া ই 
 
true হোৱা আবশ্যক হয় . আমাি চাও  
 
true হোৱা আবশ্যক হয় . আমাি চাও  
  
Line 279: Line 274:
 
| 06:38
 
| 06:38
 
| '' ' সংৰক্ষণ কৰক আৰু ৰান কৰক
 
| '' ' সংৰক্ষণ কৰক আৰু ৰান কৰক
 
 
 
| -
 
| -
 
| 06:44
 
| 06:44
Line 287: Line 280:
 
| -
 
| -
 
| 06:48
 
| 06:48
| এইভাবে Exclamation চিহ্ন ''' ব্যবহাৰ কৰি আমি not অপাৰেশন সঞ্চালন কৰো . এতিয়া ধৰা হওক আমি   15 বছৰ বয়সতকৈ কম বয়সীয়াল মানুহ বিছাৰো
+
| এইভাবে Exclamation চিহ্ন ''' ব্যবহাৰ কৰি আমি not অপাৰেশন সঞ্চালন কৰো . এতিয়া ধৰা হওক আমি  15 বছৰ বয়সতকৈ কম বয়সীয়াল মানুহ বিছাৰো
  
 
| -
 
| -
Line 321: Line 314:
 
| -
 
| -
 
| 07:33
 
| 07:33
| আমি যেন চাব পাৰো, শর্তটো  নিজেই confusing মানে বিভ্রান্তিকৰ হয়  .
+
| আমি যেন চাব পাৰো, শর্তটো  নিজেই confusing মানে বিভ্রান্তিকৰ হয়  .
  
  
Line 336: Line 329:
 
| -
 
| -
 
| 07:46
 
| 07:46
| এই পৰিস্থিতিত, আমি প্রাধান্য মুছি পেলাবলৈ  বন্ধনী ব্যবহাৰ কৰো আৰু  
+
| এই পৰিস্থিতিত, আমি প্রাধান্য মুছি পেলাবলৈ  বন্ধনী ব্যবহাৰ কৰো আৰু  
 
conditionটোও পৰিষ্কাৰ কৰো.
 
conditionটোও পৰিষ্কাৰ কৰো.
  
Line 344: Line 337:
  
  
 
+
 
| -
 
| -
 
| 08:06
 
| 08:06
Line 369: Line 362:
 
| 08:30  
 
| 08:30  
  
| এটি নিয়ম হিসাবে, অস্পষ্টতা পৰ বাচিবলৈ আৰু এক্সপ্রেশন পৰিষ্কাৰ কৰিবলৈ বন্ধনী ব্যবহাৰ কৰক .  
+
| এটি নিয়ম হিসাবে, অস্পষ্টতা পৰ বাচিবলৈ আৰু এক্সপ্রেশন পৰিষ্কাৰ কৰিবলৈ বন্ধনী ব্যবহাৰ কৰক .  
  
  
Line 377: Line 370:
 
| 08:36  
 
| 08:36  
  
| | আৰু এইভাবে যি আমি একাধিক অবস্থাৰ বাবে প্ৰশিক্ষন কৰিবলৈ লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰো
+
| | আৰু এইভাবে যি আমি একাধিক অবস্থাৰ বাবে প্ৰশিক্ষন কৰিবলৈ লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰো
  
 
| -  
 
| -  
Line 399: Line 392:
 
| 08:54  
 
| 08:54  
  
|'' 'কিভাবে প্রথম বন্ধনী ব্যবহাৰ কৰি  precedence ক বাতিল কৰে ***  
+
|'' 'কিভাবে প্রথম বন্ধনী ব্যবহাৰ কৰি  precedence ক বাতিল কৰে ***  
  
  
Line 407: Line 400:
 
| 09:00  
 
| 09:00  
  
| এই টিউটোতৰিয়েলৰ বাবে এটি নিয়োগ হিসাবে,  
+
| এই টিউটোতৰিয়েলৰ বাবে এটি নিয়োগ হিসাবে,  
  
 
| -  
 
| -  
Line 413: Line 406:
 
| 09:02  
 
| 09:02  
  
| চাওক, যদি এই  দুই এক্সপ্রেশনে, সমতুল্য দেখোৱাই?
+
| চাওক, যদি এই  দুই এক্সপ্রেশনে, সমতুল্য দেখোৱাই?
  
 
|-
 
|-
 
| 09:10
 
| 09:10
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-

Revision as of 12:57, 25 April 2014

Time Narration - 00:02 জাভাত ' লজিক্যাল অপাৰেটৰ্চ ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . - 00:07 এই টিউটোৰিয়েলত, আপোনি ' লজিকাল অপাৰেটৰ্চৰ সম্পর্কে শিকিব - 00:11 ' কিভাবে লজিক্যাল অপাৰেটৰ্চ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশন প্ৰশিক্ষন কৰে আৰু প্রথম বন্ধনী ব্যবহার কৰি প্রাধান্য (precedence) অগ্রাহ্য (override) করার উপায় ' - 00:20 এই টিউটোরিয়াল বাবে আমি ব্যবহাৰ কৰিছো

' উবুন্টু 11.10 ' ,

' JDK 1.6 '

' ইক্লিপ্চ 3.7 '

- 00:30 এই টিউটোরিয়ালটো অনুসরণ কৰিবলৈ আপোনি ' জাভাত ৰিলেশনেল অপারেটৰ্চৰ ' উপৰত জ্ঞান থাকা উচিত - 00:35 না হলে প্রদর্শন করা হয়েছে , প্রাসঙ্গিক টিউটোরিয়াল জন্য, আমাদের ওয়েবসাইট দেখার জন্য অনুগ্রহ করে . - 00:40 লজিক্যাল অপারেটর multiple conditions প্ৰশিক্ষন কৰিবলৈ ব্যবহার করা হয়' . - 00:48 ইয়াতে জাভাত উপলব্ধ লজিক্যাল অপারেটৰৰ এখন তালিকা আছে - 00:54 and, or, not আমি বিষদভাবে তাৰ প্রতিটোকে তদন্ত কৰিম. Eclipseলৈ পৰিবর্তন কৰক. - 01:04 ইয়াত আমি Eclipse IDE আৰু বাকি কোড বোৰৰ বাবে প্রয়োজন skeleton (কঙ্কাল) আছে. - 01:10 আমি Logical Operators নামৰ এটি বর্গ তৈয়াৰ কৰিছো আৰু main method যোগ কৰিছো - 01:15 কিছু ভেরিয়েবল তৈয়াৰ কৰা যাওক. - 01:20 'boolean b ; ' - 01:23 আমি bত conditionৰ (অবস্থাৰ) ফলাফল সংৰক্ষণ কৰিম ; - 01:29 int age is equalto 11 - 01:35 int weight isequalto 42 - 01:42 আমাৰ উচৰত এজন ব্যক্তিৰ বয়স আৰু ওজন আছে. - 01:46 আমি ব্যক্তিজন 18yrs বয়সৰ তলত আৰু কমেও 40kgs হয় নে নহয় সেয়া প্ৰশিক্ষন কৰিম .


- 01:52 চাও কিভাবে কৰে . - 01:57 b is equal toage less than 18 ampersand ampersand weight greater than equal to 40


- 02.19 এই স্তেটমেন্তেত দুটা এক্সপ্রেশন আছে আৰু তাৰ মাজত এটি ডবল ampersand প্রতীক আছে. - 02:24 ই বয়স 18ত কৈ কম হয় নে নহয় আৰু ওজন টো 40ৰ সমান বা তাতোতকৈ বেছি হয় নে নহয় তাকে প্ৰশিক্ষন কৰে.


- 02:31 এই অপারেশনক

and ' অপারেশন বোলা হয়.

- 02:35 এতিয়া আমি value b ক প্ৰীন্ট কৰো . - 02:40 System dot out dot println(b); - 02:48 সংৰক্ষণ কৰক আৰু ৰান কৰক - 02:56 আমি যেনে চাব পাৰো আউটপুট ' সত্য ' হয় কাৰন দয়োটা শর্ত সন্তুষ্ট হয় *****.


- 03:02 এতিয়া weight ওজন টো সলনি কৰো যাতে এটা condition সন্তুষ্ট নহয় আৰু কোডটো পুনৰায় ৰান কৰা যাওক. - 03:08 '42 ক 32 লৈ সলনি কৰক - 03:14 ' সংৰক্ষণ কৰক আৰু ৰান কৰক ' - 03:21 আউটপুট এতিয়া

false মিথ্যা হয়


- 03:24 ইয়াৰ কাৰন হল যে
বয়স 18 কৈ কম হোৱা conditionটো সন্তুষ্ট হয় 
- 03:29 কিন্তু ওজন 40কৈ বেছি বা সমান হোৱা conditionটো সন্তুষ্ট নহয় ** - 03:34 ' ফলাফল টো true হবলৈ and ' অপাৰেশন ৰ দোয়োটা condition ' 'true হোৱাটো প্রয়োজন হয় -  : 03:39 সেয়ে আমি আমাৰ আউটপুট হিসাবে মিথ্যা false পাও - 03:43 এনেদৰে , একটি ডবল ampersand প্রতীক ব্যবহাৰ কৰি আমি সঞ্চালন 'আৰু ' অপাৰেশন কৰিব পাৰো - 03:53 ধৰা হওক আমাৰ উচৰত বয়স আৰু ওজন আছে আৰু এইটো যথেষ্ট হয় যদি

conditionবোৰৰ পৰা খালি এটা condition সন্তুষ্ট হয় .


- 03.59 অর্থাৎ, আমি প্রথম শর্ত বা দ্বিতীয় শর্ত true হয় নে নহয় চাব লাগিব - 04:05 এইটো 'or অপাৰেশন ব্যবহাৰ কৰি কৰা হয়. - 04:09 আমি প্রথমে আগৰ অবস্থান টো মোছি পেলাও .


- 04:15 আৰু টাইপ কৰক


- 04:17

age less than equal to 15 pipe pipe weight less than equal to 30

- 04:35 দুটা শর্ত আছে আৰু তাৰে মাজত এটি ডবল পাইপ চিহ্ন আছে. - 04:40 এই স্টেটমেন্টে দুটা অবস্থানৰ পৰা এটা conditionও যদি সন্তুষ্ট হয়, তাকে পৰীক্ষা কৰে. - 04:46 আউটপুটতো দেখিবলৈ কোড ৰান কৰা যাওক . সংৰক্ষণ কৰক আৰু ৰান কৰক - 04:54 আমি দেখো যে আউটপুট True হয় - 04:57 ইয়াৰ কাৰন হল যে or অপাৰেশন, and অপাৰেশনৰ নিচিনা দোয়োটা condition true হোৱা দৰকাৰ নহয়. - 05:03 ইয়াক মাত্ৰ এটা condition true হোৱা প্রয়োজন হয় - 05:06 সেয়ে যিহেতো বয়সৰ বাবে conditionটো সন্তুষ্ট হয়, যদিও ওজনৰ বাবে conditionটো সন্তুষ্ট নহয়. - 05:13 আমি আউটপুট true হিসাবে পাও - 05:18 এতিয়া বয়সটো এনেদৰে সলনি কৰা যাওক যাতে দোয়োটা অবস্থান

false মিথ্যা হয় আৰু ফলাফলটো চাওক .


- 05:25 '11 'ক '17 লৈ সলনি কৰক


- 05:30 ' সংৰক্ষণ কৰক আৰু ৰান কৰক - 05:36 এতিয়া দোয়োটা অবস্থান সন্তুষ্ট নোহোৱাৰ বাবে আউটপুটতো

false মিথ্যা হয়

- 05:41 এই ভাবে , আমি এটা or' অপাৰেশন কৰিবলৈ এটি ডবল PIPE প্রতীক ব্যবহাৰ কৰো

-

05:50 এতিয়া ধৰা হওক, আমি মানোহবোৰ যি 15 বছৰ বয়সকতকৈ ডাঙৰ আৰু উজনত 30kilo কৈ বেছি হয়

তাকে প্ৰশিক্ষন কৰা প্রয়োজন হয়

- 05:57 অর্থাৎ, আমি ঠিক কৰি থোৱা conditionৰ সঠিক বিপৰীত চেক কৰা প্রয়োজন হয় . - 06:03 এই পরিস্থিতিতে , আমি not ' অপাৰেশন ব্যবহাৰ কৰো - 06:07 প্রথমে বন্ধনীত conditionটো ৰাখক . - 06:17 আৰু অবস্থাৰ আগত বিস্ময়বোধক চিহ্ন যোগ কৰক . - 06:25 বিস্ময়বোধক চিহ্ন ব্যবহাৰ কৰি, আমি বন্ধনীৰ ভিতৰত conditionৰ সঠিক বিপৰীতৰ বাবে চেক কৰো.


- 06:32 যিহেতু তাৰ আগৰ আউটপুটতো

false আছিলে এতিয়া ই true হোৱা আবশ্যক হয় . আমাি চাও

- 06:38 ' সংৰক্ষণ কৰক আৰু ৰান কৰক - 06:44 আমি যেনে চাব পাৰো, আউটপুট আগৰটোৰ পৰা বিপৰীত হয় - 06:48 এইভাবে Exclamation চিহ্ন ব্যবহাৰ কৰি আমি not অপাৰেশন সঞ্চালন কৰো . এতিয়া ধৰা হওক আমি 15 বছৰ বয়সতকৈ কম বয়সীয়াল মানুহ বিছাৰো - 06:58 অথবা 18 বছৰ বয়সতকৈ সৰু আৰু 40kiloতকৈ কম উজন হোৱা মানুহ .


- 07:04 আমি এই অবস্থা সম্পর্কে কিভাবে যাও তাকে চাও - 07:07 তাৰ আগৰ শর্ত মোছি পেলাওক আৰু টাইপ কৰক - 07:12 '

age less than 15

- 07:15 '

or age less than 18

- 07:24

and weight less than 40


- 07:33 আমি যেন চাব পাৰো, শর্তটো নিজেই confusing মানে বিভ্রান্তিকৰ হয় .


- 07:36 আৰু or অপাৰেশন নে and অপাৰেশনে প্রথমে সম্পন্ন কৰে আমি নাজানো


- 07:42 ই অপাৰেটৰৰ প্রাধান্য উপৰত নির্ভৰ কৰে.


- 07:46 এই পৰিস্থিতিত, আমি প্রাধান্য মুছি পেলাবলৈ বন্ধনী ব্যবহাৰ কৰো আৰু

conditionটোও পৰিষ্কাৰ কৰো.

- 07:53 সেয়ে প্রথম বন্ধনী যোগ কৰা যাওক.


- 08:06 কোডটো ৰান কৰা যাওক save run ************* - 08:13 এতিয়া যদিও প্রথম অবস্থান যি 15 বছৰ বয়সতকৈ কম হয়, সন্তুষ্ট নহলেও,


- 08:20 দ্বিতীয় অবস্থান , যি


- 08:22 বয়স 18কৈ কম আৰু ওজন 40তকৈ কম, সন্তুষ্ট হয় . - 08:27 সেয়ে, আউটপুট True হয় . - 08:30 এটি নিয়ম হিসাবে, অস্পষ্টতা পৰ বাচিবলৈ আৰু এক্সপ্রেশন পৰিষ্কাৰ কৰিবলৈ বন্ধনী ব্যবহাৰ কৰক .


- 08:36 আৰু এইভাবে যি আমি একাধিক অবস্থাৰ বাবে প্ৰশিক্ষন কৰিবলৈ লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰো - 08:44 ইয়াতে এই টিউটোৰিয়েল শেষলৈ আহিলে.


- 08:47 আমি লজিকাল অপাৰেটৰ সম্পর্কে শিকিছো, কিভাবে' 'লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশনৰ বাবে চেক কৰে' আৰু


- 08:54 'কিভাবে প্রথম বন্ধনী ব্যবহাৰ কৰি precedence ক বাতিল কৰে ***


- 09:00 এই টিউটোতৰিয়েলৰ বাবে এটি নিয়োগ হিসাবে, - 09:02 চাওক, যদি এই দুই এক্সপ্রেশনে, সমতুল্য দেখোৱাই?
09:10 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:18 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:23 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:30 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:40 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:46 'এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:52 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।



Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble