Gedit-Text-Editor/C3/Default-plugins-in-gedit/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | gedit Text editor ত Default Plugins এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | ইয়াতে মই gedit Text editor ত ডিফল্ট প্লাগইন যেনে Sort, Change Case, Spell checker আৰু Insert Date and Time সম্পর্কে শিকিম। |
00:23 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো। |
00:34 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব। |
00:40 | Plugin এটা সফ্টওয়্যাৰ কম্পোনেন্ট হয় যিয়ে এপ্লিকেশনত এটা নির্দিষ্ট বৈশিষ্ট্য জোড়ে। |
00:46 | এইটোৱে অতিৰিক্ত কার্যকাৰিতা দিয়ে। |
00:49 | gedit Text editor খুলক। |
00:53 | কিছু plugins gedit Text editor ত ডিফল্টৰুপে সংস্থাপিত হয়। |
00:59 | ডিফল্ট plugins চাবলৈ, মেন মেনুৰ পৰা, Edit আৰু Preferences ত ক্লিক কৰক। |
01:06 | Preferences ডায়ালগ বাক্সত, Plugins ট্যাবত ক্লিক কৰক। |
01:12 | ডিফল্টৰুপে সংস্থাপিত plugins এৰ সূচী ইয়াতে তালিকাভুক্ত। |
01:18 | লক্ষ্য কৰক কিছু plugins ডিফল্টৰুপে চেক আছে। |
01:23 | এইটোৱে ইঙ্গিত দিয়ে যে সিহত সক্ষম আৰু তাক ব্যবহাৰ কৰিব পাৰি। |
01:28 | আপোনি ইয়াতে প্ৰদর্শিত কোনো plugins আপোনাৰ এডিটৰত যদি নেদেখে তাক সহজে সংস্থাপিত কৰিব পাৰে। |
01:36 | Ubuntu Software Center ব্যবহাৰ কৰি এইটো কৰিব পাৰে। |
01:40 | gedit Preferences বাক্সত Close বোতামত ক্লিক কৰক। |
01:45 | কম্পিউটাৰ ডেস্কটপৰ উপৰত বাও কোণত Dash Home আইকনত ক্লিক কৰক। |
01:52 | সার্চ বাক্সত, Ubuntu Software Center লিখক। |
01:57 | Ubuntu Software Center আইকন দেখাব। ইয়াতে ক্লিক কৰক। |
02:03 | সার্চ বাক্সত, gedit লিখক। |
02:07 | Text Editor আইকনত ক্লিক কৰক। তাৰপিছত More Info ত ক্লিক কৰক। |
02:14 | gedit Text editor ত উপলব্ধ Add-ons চাবলৈ তলত স্ক্ৰোল কৰক। |
02:20 | মই অতিৰিক্ত plugins বিকল্প চাব পাৰো। |
02:24 | এইটো আমাৰ প্ৰয়োজন অনুযায়ী ব্যবহাৰ কৰিব পাৰি। |
02:28 | A set of gedit plugins for developers আৰু Set of plugins for gedit চেক-বাক্স চয়ন কৰক যদি এইটো চয়নিত হৈ থকা নাই। |
02:40 | Apply Changes বোতামত ক্লিক কৰক। |
02:43 | প্ৰম্পটতৰ সময়ত এডমিন পাসওয়ার্ড লিখক। Authenticate ত ক্লিক কৰক। |
02:51 | এতিয়া, সবতচে বেশি ব্যবহৃত plugins তালিকাত জুড়িব। |
02:57 | Ubuntu Software Center বন্ধ কৰক। |
03:00 | এতিয়া মই কিছু plugins সক্ষম কৰিম। |
03:04 | মেন মেনুৰ পৰা Edit আৰু তাৰপিছত Preferences ত ক্লিক কৰক। |
03:09 | Plugins ট্যাবত, এই বৈশিষ্ট্যবোৰক সক্ষম কৰিবলৈ Change Case, Sort আৰু Spell checker চেক বাক্স চেক কৰক। |
03:21 | Close ত ক্লিক কৰক। |
03:24 | আকৌ এবাৰ, মেন মেনুৰ পৰা Edit ত ক্লিক কৰক। |
03:28 | মই মেনু লিস্টত জড়িত plugins চাব পাৰো। |
03:33 | মই Fruits.txt খুলো যাক মই আগেই বনাইছিলো। |
03:40 | Fruits.txt ফাইল এই টিউটোৰিয়েল সহ Codefile লিঙ্কত উপলব্ধ। |
03:48 | ডাউনলোড কৰক আৰু এই টেক্সট ডকুমেন্ট ব্যবহাৰ কৰক। |
03:51 | এতিয়া চাও ফন্টৰ আকাৰক বড়োৱা বা কমোৱা আৰু ডকুমেন্টত ব্যাকগ্ৰাউন্ডৰ ৰঙ সলোৱা। |
03:59 | মেনু বাৰ পৰা, Edit আৰু Preferences ত ক্লিক কৰক। |
04:03 | তাৰপিছত Font & Colors ট্যাব ত ক্লিক কৰক। |
04:08 | Use the system fixed width font বাক্সটো আনচেক কৰক, যদি এইটো চেক কৰা থাকে। |
04:14 | শেষত, Editor font বোতামত ক্লিক কৰক। |
04:18 | ইয়াতে, মই বিভিন্ন ফন্টৰ নাম চাব পাৰো। |
04:22 | ফন্ট নামটো চয়ন কৰক যাক আপোনি ব্যবহাৰ কৰিব বিচাৰে। |
04:26 | তলত সোফালে minus বা plus চিহ্ন বোতাম আছে। |
04:31 | ইয়াৰ ব্যবহাৰ ফন্টৰ আকাৰ কমাব বা বড়াবলৈ কৰা হয়। |
04:36 | মই ফন্টৰ আকাৰ 20লৈ বৃদ্ধি কৰিম। |
04:39 | ফন্টৰ আকাৰ সেট কৰিবলৈ Select ত ক্লিক কৰক। |
04:43 | ব্যাকগ্ৰাউন্ডৰ ৰঙ সলাবলৈ, Color Scheme বিকল্পত Cobalt ত ক্লিক কৰক। |
04:49 | আপোনি দেখে যে ব্যাকগ্ৰাউন্ডৰ ৰঙ নীলা ৰঙত সলনি হৈ গৈছে। |
04:54 | স্বাভাবিক সেটিংসত উভতি যাবলৈ Classic ত ক্লিক কৰক। |
04:58 | তাৰপিছত Close ত ক্লিক কৰক। |
05:01 | এতিয়া চাও যে sort বিকল্প কিভাবে কাম কৰে। |
05:05 | মেন মেনুৰ পৰা Edit আৰু Sort ত ক্লিক কৰক। |
05:09 | Sort ডায়ালগ বাক্স দেখায়। |
05:12 | মই ডকুমেন্টত, Oranges দুইবাৰ লিখিছো। |
05:17 | Remove duplicates বাক্স চেক কৰক। |
05:20 | এইটোৱে ডকুমেন্টৰ পৰা ডুপ্লিকেট শব্দ থাকিলে তাক অতৰাই দিব। |
05:25 | Ignore case চেকবাক্স টোও চেক কৰক। |
05:29 | এতিয়া Sort ত ক্লিক কৰক। |
05:32 | লক্ষ্য কৰক যে সূচীৰ শব্দ এতিয়া বর্ণানুক্ৰমিকভাবে সজোৱা আছে। |
05:38 | লগতে লক্ষ্য কৰক যে Oranges শব্দৰ ডুপ্লিকেট কপি মুছা গৈছে। |
05:44 | এতিয়া চাও যে Change Case বিকল্পক কিভাবে ব্যবহাৰ কৰে। |
05:49 | প্ৰথমে টেক্সটৰ লাইন চয়ন কৰক যাৰ কেস সলাব বিছাৰে। |
05:55 | ইয়াতে, মই সম্পূর্ণ ডকুমেন্ট চয়ন কৰিম। |
05:59 | মেন মেনু পৰা Edit আৰু Change Case ত ক্লিক কৰক। |
06:03 | মই বিকল্পবোৰ চাব পাৰো যেনে All Upper case, All Lower caseত সলোৱা
Invert case - অর্থাৎ, এইটোৱে সমস্ত lowercase ক uppercase ত আৰু uppercase ক lowercase ত সলাব। Title case- এইটোৱে সকলো শব্দৰ প্ৰথম অাখৰক uppercase ত সলাব। |
06:25 | এতিয়া মই Title Case চয়ন কৰিম। |
06:29 | ডকুমেন্টত পৰিবর্তনবোৰ চাওক। |
06:32 | অন্য বিকল্পবোৰ চেষ্টা কৰক আৰু নিজেই সম্বন্ধিত আউটপুট অন্বেষণ কৰক। |
06:38 | ইয়াৰ পিছত মই spell check বিকল্পটো চাম। |
06:42 | এই ডকুমেন্টত, দেখোৱাৰ দৰে Oranges শব্দটো ভুল লিখো । |
06:48 | মেন মেনুৰ পৰা Tools আৰু Highlight Misspelled Words চয়ন কৰক। |
06:54 | লক্ষ্য কৰক, ভুল শব্দটো এতিয়া ৰঙা ৰঙত ৰেখাঙ্কিত হৈছে। |
07:00 | শব্দত কার্সাৰ ৰাখক আৰু এইটোত সো ক্লিক কৰক। |
07:05 | Spelling Suggestions ত ক্লিক কৰক। |
07:08 | তালিকাৰ পৰা সঠিক শব্দ চয়ন কৰক। বানানটো এতিয়া ঠিক হৈ গৈছে। |
07:14 | মই সম্পূর্ণ ডকুমেন্টৰ বাবেও spell check ব্যবহাৰ কৰিব পাৰো। |
07:18 | মই grapes আৰু apples শব্দ ভুল কৰিলো, যেনেকৈ ইয়াত দেখাইছে। |
07:24 | মেন মেনুৰ পৰা Tools আৰু Check Spelling চয়ন কৰক। |
07:29 | Check Spelling ডায়ালগ বাক্স দেখায়, ডকুমেন্টত ভুল শব্দ দেখায়। |
07:36 | এইটোৱে সঠিক বানান প্ৰদর্শন কৰে। |
07:39 | Suggestions তালিকাৰ পৰা সঠিক শব্দ চয়ন কৰক আৰু Change ত ক্লিক কৰক। |
07:45 | ইয়াতে দুটা ভুল শব্দ আছে। সঠিক শব্দ চয়ন কৰক আৰু change ত ক্লিক কৰক। |
07:51 | প্ৰস্থান কৰিবলৈ Close ত ক্লিক কৰক। |
07:54 | যেতিয়া কোনো এটা নির্দিষ্ট ফাইল বনোৱা বা সংশোধন কৰা হয়, মাঝে মাঝে মই তাৰিখ আৰু সময়ৰ ৰেকর্ড কৰিব বিছাৰো । |
08:03 | সেয়ে pluginক সক্ষম কৰো যাক Insert Date and Time বোলে। |
08:09 | মেন মেনুৰ পৰা Edit আৰু Preferences ত ক্লিক কৰক। |
08:14 | Preferences ডায়ালগ বাক্সত, Plugins ট্যাবত ক্লিক কৰক। |
08:20 | Insert Date and Time চেক বাক্স চেক কৰক। Close ত ক্লিক কৰক। |
08:26 | এতিয়া ডকুমেন্টৰ প্ৰথম লাইনত তাৰিখ আৰু সময় লিখিবলৈ চাও। |
08:32 | কার্সাৰ প্ৰথম লাইনত ৰাখক। |
08:35 | মেন মেনুৰ পৰা, Edit ত ক্লিক কৰক আৰু Insert Date and Time চয়ন কৰক। |
08:41 | বিভিন্ন তাৰিখ আৰু সময় ফর্ম্যাটৰ সহ ডায়ালগ বাক্স দেখায়। |
08:46 | মই দ্বিতীয় ফৰম্যাট চয়ন কৰিম। |
08:48 | তাৰপিছত Insert ত ক্লিক কৰক। |
08:51 | মই চাব পাৰো যে যত মই কার্সাৰ ৰাখিছো তাতে তাৰিখ আৰু সময় আছে। |
08:59 | ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।সংক্ষেপে: |
09:04 | ইয়াতে মই gedit Text editor ত ডিফল্ট plugins যেনে Sort, Change Case, Spell checker, Insert Date and Time সম্পর্কে শিকিছো। |
09:16 | ইয়াতে অনুশীলনী আছে। Fruits.txt ডকুমেন্ট খুলক, ফন্টক Italic ত সলাওক আৰু ফন্টৰ আকাৰ 24 কৰক। টেক্সট ফাইলৰ কন্টেন্ট Upper case ত সলাওক। |
09:34 | নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
09:42 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু সার্টিফিকেট দিয়ে। |
09:48 | অধিক তথ্যৰ বাবে, আমালৈ লিখক। |
09:51 | এই ফোৰামত আপোনাৰ টাইমড ক্যোয়াৰী পোস্ট কৰক। |
09:56 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ। |
10:09 | আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |