Gedit-Text-Editor/C2/Common-Edit-Functions/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | gedit Text editor ত Common Edit Functions টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:08 | ইয়াতে মই এডিটিং এৰ ফাংশনবোৰ শিকিম যাক আমি gedit ত প্ৰায়েই ব্যবহাৰ কৰিম। |
00:15 | মই কন্টেন্ট Cut, Copy আৰু Paste, কাম Undo আৰু Redo আৰু টেক্সট Search আৰু Replace কৰাও শিকিম। |
00:25 | মই ডকুমেন্ট প্রিন্ট কৰাও শিকিম। |
00:29 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো। |
00:39 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব। |
00:44 | gedit Text editor খুলো। |
00:48 | Students.txt ফাইল খুলো যাক মই আগেই বনাইছিলো। |
00:55 | এইটোক কৰিবলৈ টুলবাৰত থকা open নামৰ আইকনত ক্লিক কৰো। |
01:01 | এইটো হৈছে বিদ্যমান ফাইল খুলিবলৈ শর্টকাট আইকন। |
01:06 | Open Files ডায়লগ বাক্স দেখায়। |
01:09 | সোফালে Desktop ফোল্ডাৰ চয়ন কৰক। |
01:12 | Students.txt ফাইলটো চয়ন কৰক আৰু Open ত ক্লিক কৰক। |
01:17 | এতিয়া টেক্সট cut, copy আৰু paste কৰা শিকো। |
01:22 | প্ৰথমে মই টেক্সট চয়ন কৰো যাক মই cut বা copy কৰিব বিছাৰো। |
01:27 | মই এই ফাইল পৰা প্ৰথম তিনটা শিক্ষার্থীৰ বিবৰণক cut কৰিব বিছাৰো। |
01:32 | প্ৰথম তিনটা শিক্ষার্থীৰ বর্ণন চয়ন কৰিবলৈ, এই তিনটা ৰেখাৰ উপৰত কার্সাৰ ক্লিক আৰু ড্ৰেগ কৰক। |
01:39 | এতিয়া, টেক্সট চয়নিত হয়। |
01:42 | মই টুলবাৰত Cut আইকন ব্যবহাৰ কৰিব পাৰো। বা মেন মেনুৰ পৰা Edit আৰু Cut চয়ন কৰিব পাৰো। |
01:51 | নতুবা টেক্সট cut কৰিবলৈ Ctrl + X কীস একেসৈতে টিপিব পাৰি। |
01:58 | লক্ষ্য কৰক যে চয়নিত টেক্সটবোৰ ফাইলটোত অাৰু দৃশ্যমান নহয়। |
02:03 | কিন্তু দয়া কৰি মনত ৰাখিব যে টেক্সটবোৰ মোছা হোৱা নাই। |
02:08 | এইটো কম্পিউটাৰৰ মেমোৰীৰ অংশত সংৰক্ষণ হৈ গৈছে, যাক clipboard কোৱা হয়। |
02:13 | clipboardএ কনটেন্ট স্টোৰ কৰে যাক cut বা copy কৰা হয়। |
02:18 | কনটেন্ট সাময়িকভাবে সংৰক্ষণ কৰা হয় যেতিয়ালৈকে এইটোক পেস্ট বা অন্য কনটেন্ট copy কৰা নহয়। |
02:25 | gedit বন্ধ কৰিলে Clipboardৰ কনটেন্ট মেমোৰীৰ পৰা মুছি যায়। |
02:31 | gedit ত উভতি যাও। |
02:34 | এতিয়া এই টেক্সটক নতুন ডকুমেন্টত paste কৰক। |
02:38 | মেন মেনুৰ পৰা, File আৰু New ত ক্লিক কৰক। |
02:42 | gedit উইন্ডোত Untitled Document 1 নামৰ নতুন ডকুমেন্ট খোলে। |
02:47 | এতিয়া, মেন মেনুৰ পৰা, Edit আৰু Paste চয়ন কৰক। |
02:53 | নতুবা, টেক্সট পেস্ট কৰিবলৈ মই Ctrl + V কীস একেসৈতে টিপিব পাৰো। |
03:00 | বা টুলবাৰ পৰা Paste আইকন ব্যবহাৰ কৰিব পাৰে। |
03:04 | Student dot txtৰ পৰা টেক্সটবোৰ এই ডকুমেন্টত পেস্ট হৈছে। |
03:11 | Student.txt ট্যাবক চয়ন কৰক। |
03:14 | এতিয়া, অবশিষ্ট শিক্ষাথীৰ বর্ণন চয়ন কৰক আৰু ইয়াৰ এটা কপি বনাওক। |
03:20 | মেন মেনুৰ পৰা, Edit আৰু Copy চয়ন কৰক। |
03:24 | আমি কন্টেন্ট কপি কৰিবলৈ কীবোর্ত শর্টকাট Ctrl + C ব্যবহাৰ কৰিব পাৰো। |
03:30 | লক্ষ্য কৰক যে কপি কৰা টেক্সট এতিয়াও দৃশ্যমান হৈ আছে। |
03:34 | এই টেক্সট clipboard ও সঞ্চিত হয়। |
03:38 | Untitled Document 1 ট্যাব চয়ন কৰক। |
03:42 | তৃতীয় লাইনৰ পৰ কার্সাৰ ৰাখক আৰু Enter টিপক। |
03:46 | এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু Paste চয়ন কৰক। |
03:52 | কন্টেন্ট নির্দিষ্ট স্থানত পেস্ট হৈছে। |
03:56 | এইটো gedit ত কনটেন্ট cut, copy আৰু paste কৰাৰ এটা সহজ আৰু কার্যকৰ উপায় হয়। |
04:04 | ইয়াৰ পিছত Undo আৰু Redo বিকল্প চাম। |
04:07 | gedit Text editorএ ফাইলত কৰা পৰিবর্তনৰ বাবে Undo কৰাৰ অনুমতি দিয়ে। |
04:13 | মূলত, এইটোৱে ডকুমেন্টত অন্তিম পৰিবর্তনটো মুছি দিয়ে। |
04:18 | এইটো দৰকাৰী হয় যেতিয়া আপোনি কোনো ভুল কৰে আৰু এইটোক Undo কৰিব বিচাৰে। |
04:23 | Undo কৰিবলৈ শর্টকাট কীস Ctrl + Z আছে। |
04:27 | Undo এৰ বিপৰীত হল Redo. |
04:31 | Redo কমান্ডে Undo ক্ৰিয়াৰ বিপৰীত কৰে। |
04:35 | Redo এৰ বাবে শর্টকাট কীস Shift + Ctrl + Z আছে। |
04:41 | এতিয়া gedit Text editor ত যাওক। |
04:44 | সো ক্লিক কৰি Undo চয়ন কৰক। |
04:47 | টেক্সট যাক মই কপি আৰু পেস্ট কৰিছিলো, সেইটো দৃশ্যমান নহয়। |
04:52 | Copy-paste ক্ৰিয়াটো নহোৱা হল। |
04:56 | আৰু এবাৰ undo কৰক। এতিয়া, Ctrl + Z কীস একেসৈতে টিপক। |
05:04 | মই চাব পাৰো যে কার্সাৰটো তৃতীয় লাইনৰ শেষত উভতি যায়। |
05।:09 | আগৰ ক্ৰিয়াটো এতিয়া আৰু নাই |
05:13 | সো ক্লিক কৰি আৰু এবাৰ Undo চয়ন কৰক। |
05:17 | প্ৰথম তিনটা লাইন যাক মই পূর্বে পেস্ট কৰিছিলো সি আৰু দৃশ্যমান নহয়। |
05:23 | মই টুলবাৰ পৰাও Undo আইকনক ব্যবহাৰ কৰিব পাৰো। |
05:28 | এইভাবে আমাৰ দ্বাৰা কৰা সকলো ক্ৰিয়া undo কৰিব পাৰি। |
05:34 | মই কিভাবে টেক্সট পুনৰায় উভতি পাম? |
05:38 | সাধাৰণতে সো ক্লিক কৰি Redo চয়ন কৰক। |
05:42 | আৰু এবাৰ ক্ৰিয়াটো redo কৰো। |
05:45 | এই বাৰ Shift + Ctrl + Z কীস টিপক। |
05:50 | মই টুলবাৰ পৰাও Undo আইকনটো ব্যবহাৰ কৰিব পাৰো। |
05:55 | মই আৰু এবাৰ টেক্সট উভতি পালো। |
05:57 | মই দেখো যে Students.txt নামৰ ফাইল পৰা মাত্ৰ শিক্ষাথীৰ বর্ণনহে gedit উইন্ডোত কপি হৈছে। |
06:06 | ইয়াৰ পিছত, মই Search আৰু Replace বিকল্প চাম। |
06:10 | ফাইলত এটা নির্দিষ্ট শব্দ খোঁজা বেশ কঠিন হয়, যেতিয়া তাতে শ শ টেক্সটৰ লাইন থাকে। |
06:17 | সার্চ ফাংশনে, সম্পূর্ণ ডকুমেন্টত এটা শব্দ বা সকলো উদাহৰণ খোঁজাৰ অনুমতি দিয়ে। |
06:24 | gedit Text editor ত উভতি যাওক। |
06:28 | মই school.txt নামৰ ডকুমেন্ট খুলো যাক মই আগেই বনাইছিলো। |
06:34 | school.txt ফাইল এই টিউটোৰিয়েল সহ Codefile লিঙ্কত উপলব্ধ। |
06:40 | ডাউনলোড কৰি সেই টেক্সট ডকুমেন্ট ব্যবহাৰ কৰক। |
06:44 | এই ডকুমেন্টত, মই এটা নির্দিষ্ট শব্দ খুঁজিব বিছাৰো। |
06:48 | এইটো কৰিবলৈ, মেন মেনুৰ পৰা Search তাৰপিছত Find ত ক্লিক কৰক। |
06:53 | নতুবা, মই Ctrl + F কীস একেসৈতে টিপিব পাৰো। |
06:58 | বা টুলবাৰ পৰা Search for text আইকনক ব্যবহাৰ কৰিব পাৰি। |
07:02 | উইন্ডোৰ উপৰত সোফালে Find বাক্স খোলে। |
07:07 | Find বাক্সত, School শব্দ লিখক। |
07:11 | লক্ষ্য কৰক যে ডকুমেন্টত সকলো school শব্দ হালধীয়া ৰঙত লক্ষণীয় হৈছে। |
07:18 | প্ৰথম সঠিক school শব্দ বাদামী ৰঙত লক্ষণীয়। |
07:24 | এতিয়া Find বক্সক কার্সাৰ ৰাখক আৰু মাউসত সো ক্লিক কৰক। |
07:29 | প্ৰদর্শিত বিকল্পৰ তালিকাৰ পৰা, Match Case ত ক্লিক কৰক। |
07:34 | case বিকল্পত মাত্ৰ এটা শব্দ মিলিছে, যি হৈছে School শব্দত ডাঙৰহাতৰ S. |
07:41 |
আকৌ এবাৰ Find বাক্সত কার্সাৰ ৰাখক আৰু মাউসত সো ক্লিক কৰক। Match Case বিকল্পক েআনচেক কৰক। |
07:50 | এতিয়া, মেন মেনু পৰা, Search আৰু Replace ত ক্লিক কৰক। |
07:56 | নতুবা, মই Ctrl + H কীস একেসৈতে টিপিব পাৰো। বা টুলবাৰ পৰা Search for and replace text আইকন ব্যবহাৰ কৰিব পাৰো। |
08:08 | Replace ডায়ালগ বাক্স দেখায়। |
08:11 | Search for ফীল্ডত, schools লিখক আৰু Enter টিপক। |
08:17 | Replace with বাক্সত, colleges টিপক। Match entire word only চেক বাক্স চেক কৰক। |
08:26 | মই চাব পাৰো যে, সকলো schools শব্দ হালধীয়া ৰঙত লক্ষণীয় হয়। |
08:31 | Replace বোতামত ক্লিক কৰক। |
08:34 | এইটোৱে প্ৰথমত schools ক colleges ত সলাব। |
08:39 | সকলো স্কুলস শব্দ কলেজত সলাবলৈ Replace All বোতামত ক্লিক কৰক। |
08:46 | উইন্ডো বন্ধ কৰিবলৈ Close বোতামত ক্লিক কৰক। |
08:50 | gedit Text editorএ আমাক যি কোনো টাইপ কৰি বিছৰাত অনুমতি দিয়ে। |
08:56 | Find বাক্স খুলিবলৈ Ctrl আৰু F কীস একেসৈতে টিপক। |
09:01 | এতিয়া, Find বাক্সত, Students লেখা আৰম্ভ কৰক। |
09:06 | লক্ষ্য কৰক যে মই প্ৰথম S অাখৰ লিখাত কার্সাৰে ডকুমেন্টৰ সকলো S অাখৰক লক্ষণীয় কৰে। |
09:14 | শেষত, সম্পূর্ণ শব্দ Students লক্ষণীয় হয় যেতিয়া মই সম্পূর্ণ টাইপ কৰো। |
09:20 | ইয়াৰ পিছত চাও school.txt ফাইল কিভাবে প্রিন্ট কৰে। |
09:25 | মেনু বাৰ পৰা File আৰু তাৰপিছত Print চয়ন কৰক। |
09:30 | মই টুলবাৰত Print আইকনতও ক্লিক কৰিব পাৰো। |
09:35 | Print ডায়ালগ বাক্স দেখায়। |
09:38 | প্রিন্টাৰ মেশিনৰ সৈতে জুড়ি থাকিলে এইটো ইয়াত Printer details এৰ সূচীত দেখাব। |
09:44 | এই উইন্ডোত ট্যাব আৰু সিলেকশন ডিফল্ট কনফিগাৰেশন সেটিংস অনুযায়ী থাকিব। |
09:50 | আপোনাৰ ডকুমেন্ট প্রিন্ট কৰিবলৈ, তলত সোফালে Print বোতামত ক্লিক কৰক। |
09:55 | প্রিন্টাৰ কনফিগাৰেশন সঠিক হলে আপোনাৰ ডকুমেন্ট প্রিন্ট হব। |
10:00 | ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।সংক্ষেপে- |
10:05 | ইয়াতে মই শিকিছো-
Cut, Copy আৰু Paste, Undo আৰু Redo, Search আৰু Replace টেক্সট আৰু Print বিকল্প। |
10:16 | এটা অনুশীলনী আছে- |
10:19 | gedit ত School.txt ফাইল খুলক। |
10:23 | প্ৰথম প্যেৰাগ্ৰাফ কপি কৰক আৰু তাক নতুন ডকুমেন্টত পেস্ট কৰক। |
10:27 | নতুন ডকুমেন্ট SchoolNew.txt হিসাবে সংৰক্ষণ কৰক। |
10:32 | প্ৰথম লাইনত About School শীর্ষত লিখক। পৰিবর্তন Undo কৰক। |
10:38 | ফাইলৰ কন্টেন্টত পৰিবর্তন লক্ষ্য কৰক। |
10:42 | নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
10:49 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু সার্টিফিকেট দিয়ে। |
10:54 | অধিক তথ্যৰ বাবে, আমালৈ লিখক। |
10:58 | আপোনাৰ এই স্পোকেন টিউটোৰিয়েলত কোনো প্ৰশ্ন আছে? এই সাইটত যাওক। |
11:03 | মিনিট আৰু সেকেন্ড চয়ন কৰক যত প্ৰশ্ন আছে। |
11:07 | আপোনাৰ প্ৰশ্ন সংক্ষেপে ব্যাখ্যা কৰক। আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব। |
11:13 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। |
11:20 | এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ। |
11:25 | আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |