What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম
00:06 স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয়
00:10 স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয়
00:13 আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়.
00:19 আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে.
00:26 ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে
00:29 "ফাইল ৰেকর্ডিং"
00:34 আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো
00:38 ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো.
00:41 ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো
00:45 তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো
00:47 আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো.
00:51 ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো
00:53 ৰেকর্ডিং ফাইল
00:59 এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল.
01:03 আমি ইয়াত উভতি আহিম.
01:06 ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয়
01:10 আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই
01:15 কর্মশালা 2 ঘন্টাৰ সময়কাল হয়
01:18 ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে
01:21 তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে.
01:23 সকলোৱে একেই স্তৰত পাব পাৰে.
01:26 আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও
01:30 এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে.
01:33 আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো
01:36 উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয়
01:42 ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে.
01:48 ইয়াত উভতি আহো.
01:49 আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো.
01:53 ইয়াতে এটা উদাহৰণ
01:54 "ফাইল ৰেকর্ডিং"
02:00 ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল.
02:04 "ফাইল ৰেকর্ডিং"
02:16 এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব
02:20 এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে
02:25 আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে?
02:28 মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya