What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-12min/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ ক্ষমতা বৰ্জন কৰা প্ৰযুক্তি বিষয়ৰ এটা স্পৌকেন টিওটৰিয়েলৰ প্ৰেচেনটেচনলৈ স্ৱাগতম
00:09 এই প্ৰজেক্টটো আই আই টি বোম্বেৰ পৰা কান্ন'ন মৌদগালয়্যয়ে নেতৃত্ব প্ৰদান কৰিছো.
00:15 স্পৌকেন টিওটৰিয়েল কি হয় ?
00:17 এটা কম্পিউটাৰ চেচন ৰেকৰ্ড কৰা কে স্পোকেন টিওটৰিয়েল বোলা হয়
00:19 চলিত বাৰ্তালাপৰ সৈতে কিছুমান ছ'ফ্টৱেৰ বুজোৱা
00:24 ফলাফল স্ৱৰূপে আমি এটা স্পৌকেন টিওটৰিয়েল পাম
00:27 সাধাৰণতে ১০মিনিটৰ হয়
00:30 স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লোৱা পদক্ষেপ
00:33 আওটলাইন স্ক্ৰীপ্ট
00:35 ৰেকৰ্ডিং স্ক্ৰীপ্ট সমূহ বিভীন্ন ভাষালৈ পৰিৱৰ্তন কৰা
00:38 দাবীং প্ৰত্যেক পদক্ষেপ বুজাবলৈ চেষ্টা কৰিলো
00:42 দুটা ছ'ফ্টৱেৰৰ আওটলাইন দেখুৱাম
00:47 Xfig আৰু PHP/MySQL
00:52 এই টিওটৰিয়েলৰ বাবে প্ৰয়োজনীয় লিংক সমূহ http://spoken-tutorial.orgৰ পৰা আগতে দাউনল'দ কৰি লোৱা হৈছে
01:03 Xfigৰ বাবে আওটলাইন চাও আহক
01:09 PHPৰ বাবে আওটলাইন চাও আহক
01:15 পাছৰ স্লাইদলৈ যাও আহক
01:19 স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ ২য় পদক্ষেপ হৈছে স্ক্ৰীপ্ট
01:24 যিদৰে এখন চিনেমাৰ বাবে ভাল স্ক্ৰীপ্ট লাগে
01:26 এটা স্পৌকেন টিওটৰিয়েলৰ বাবে এখন ভাল স্ক্ৰীপ্টৰ প্ৰয়োজন আছে
01:29 বৰ্তমানৰ টিওটৰিয়েলৰ বাবে স্ক্ৰীপ্ট খন ইয়াতে আছে
01:38 এখন স্ক্ৰীপ্ট লিখিবলৈ লোৱা পদক্ষেপ সমূহ ইয়াতে আছে
01:45 অতি শুনকালে এই পদক্ষেপ সমূহ বুজাবলৈ আৰু এটা টিওটৰিয়েল পাবলৈ সক্ষম হব
01:52 gmail একাউন্টৰ পৰা কিদৰে মেইল পথাব পাৰি তাক বুজাবলৈ মই এতিয়া এটা চুটি স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিম
02:00 iShowU বুলি এটা স্ক্ৰীণ ৰেকৰ্ডীং ছ'ফ্টৱেৰ খোলিলো
02:06 স্ক্ৰীণত এটা আয়তক্ষেত্ৰ মন কৰিব
02:09 এই আয়তক্ষেত্ৰৰ অন্তৰ্গত থকা সকলো খিনি ৰেকৰ্ড হ'ব
02:15 মই Netscape খোলিলো
02:17 মই ইয়াক আয়তক্ষেত্ৰৰ অন্তৰ্গত ৰাখিছো
02:22 ই gmailলৈ পইন্ট কৰি আছে
02:25 মই টামিল ভাষাত কথা পাতিম
02:27 ৰেকৰ্ডীংৰ আৰম্ভণি কৰিম
02:30 Guest.spoken aaga login seygiren gmail ai thirandagi vittadu
02:40 compose button moolam aarambikap pogiren kannan@iitb.ac.in
02:56 Subject :Test
03:03 ingu varuvom
03:06 This is a test mail (এইটো এটা পৰীক্ষামূলক মেইল)
03:11 Send button moolam email ai anuppugiren
03:16 ippodu sign out seygiren nanri, vanakkam
03:26 ইয়াতে ৰেকৰ্ডীংৰ অন্ত পৰিল.
03:28 লগে লগে ৰেকৰ্ডীং ছ'ফ্টৱেৰে এটা চিনেমা সৃষ্টি কৰিলে
03:32 নেটস্কেপ আৰু iShowU বন্ধ কৰিলো
03:43 ৰেকৰ্ড কৰা চিনেমা প্লে কৰিলো
03:47 ৰেকৰ্ডীং আৰম্ভ হৈছে - tamil record plays
03:53 অলপ আগোৱাই দিও আহক
03:57 ৰেকৰ্ডীং প্লে হৈছে - tamil record plays
04:04 এইটো বন্ধ কৰি দিও আহক
04:09 পাছৰ স্লাইদলৈ যাও আহক
04:11 এইটোৱেই হৈছে স্পৌকেন টিওটৰিয়েল
04:14 স্কুল যোৱা ল'ৰা-ছোৱালীয়ে এই স্পৌকেন টিওটৰিয়েল সমূহ সৃষ্টি কৰিব পাৰে - ই অতি সহজ
04:20 ৰেকৰ্ডীংৰ বাবে থকা টুল সমূহ বুজো আহক
04:24 লিনাক্সত, ৰেকৰ্ড মাই দেস্কটপ
04:27 এটা স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি
04:37 ৰেকৰ্ডীং প্লে হৈছে - English start
04:43 ৱিনড'চ ত কেমস্তোদিয়' আছে
04:47 এই স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি
04:52 দুয়োটায়ে হৈছে FOSS
04:59 এটা টিওটৰিয়েলে পদক্ষেপ সমূহ বাৰ্তাৰ মাধ্যমেৰে দিয়ে
05:03 প্লে কৰো আহক
05:08 ৰেকৰ্ডীং প্লে হৈছে - English start
05:16 স্লাইদ সমূহলৈ ঘূৰি আহো আহক
05:19 স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ চতুৰ্থ পদক্ষেপ হৈছে স্ক্ৰীপ্ট খন লকেল ভাষালৈ পৰিৱৰ্তন কৰা
05:26 ইংৰাজী তান পোৱা লোকৰ বাবে সহজলভ্য কৰিবলৈ
05:31 সাইলেব আৰম্ভণি কৰিবলৈ মই কিছুমান পৰিৱৰ্তিত স্ক্ৰীপ্ট দেখুৱাম
05:35 হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত
05:40 হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত
05:46 ব্ৰাউচাৰলৈ ঘূৰি যাও আহক
05:49 স্ক্ৰীপ্ট ব্যৱহাৰ কৰি আমি স্পৌকেন অংশ খিনি সলনি কৰিলো
05:53 ভীদিয়' একেই থাকিব
05:56 লিনাক্সত আমি Audacity আৰু ffmpeg ব্যৱহাৰ কৰিব পাৰো
06:00 এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি
06:06 ব্ৰাউচাৰ মিনিমাইয কৰো আহক
06:09 ইয়াৰ তলত, বিভীন্ন টেবৰ সৈতে আমাৰ আন এটা ব্ৰাউচাৰ আছে
06:13 ইয়াক আৰম্ভ কৰো আহক
06:31 ৱিনড'চ ত আমি মোভী মেকাৰ ব্যৱহাৰ কৰিব পাৰিম
06:38 এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি
06:42 পাছৰ স্লাইদলৈ যাও আহক
06:50 আমি সাইলেবৰ স্পৌকেন টিওটৰিয়েল সমূহ হিন্দী, মালিয়ালম আৰু বেংগলী ভাষাত দেখা পাম
07 06 ৰেকৰ্ডীং আৰম্ভ হৈছে, মই মালিয়ালম আৰম্ভ কৰিম, এতিয়া বেংগলী আৰম্ভ কৰিম
07:46 স্লাইদ সমূহলৈ ঘূৰি আহো আহক
07:50 স্পৌকেন টিওটৰিয়েলৰ যৰিয়তে কিদৰে কম্পলেক্স টপিক প্ৰেচেন্ট কৰিব পাৰি কথা পাতো আহক
07:54 এটা স্পৌকেন টিওটৰিয়েল সাধাৰণতে ১০ মিনিত দীঘল হয়
07:59 স্পৌকেন টিওটৰিয়েল সমূহ একেলগ কৰি, বহু উচ্চ মানৰ টপিক শিকাব পাৰি
08:03 যদি সৰু পদক্ষেপ ল'ব পাৰি
08:06 হিমালয়ো বগাব পাৰি
08:09 এতিয়া লেটেক্স আৰু চাইলেবৰ বাবে প্লেন সমূহ চাও আহক
08:20 লেটেক্সৰ পঢ়া প্লেন
08:26 চাইলেব পঢ়া প্লেন
08:29 পাছৰ স্লাইদলৈ যাও আহক
08:32 ডিজিটেল বিভাজন মাথো স্পৌকেন টিওটৰিয়েলৰ সহায়তে এক কৰিব পাৰি
08:36 উদাহৰণ স্ৱৰূপে, এজনে কিদৰে ট্ৰেইনৰ টিকেট কিনিব পাৰে irctcৰ মাধ্যমেৰে বুজিব পাৰে
08:41 কিদৰে সস্তীয়া কৃষিমূলক ঋণ বিচাৰিব পাৰে
08:44 প্ৰাথমিক শাস্হ্য কেন্দ্ৰৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি
08:47 ফাৰ্চট এইদৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি
08:51 ৱেব চাৰ্ছ কৰি কিদৰে কম দামত বেছা Tv সমূহৰ দুকানৰ বিচাৰ কৰা
08:56 এই লিষ্ট খন অনন্ত
08:58 সেইবাবে এই খোজে ডিগিটেল বিভাজন যোৰা দিব পাৰে
09:04 স্পৌকেন টিওটৰিয়েল সমূহ ক্ৰিয়েটিভ কমন লাইচেন্চৰ আধাৰত মুকলি কৰি দিয়া হয়
09:08 স্পৌকেন টিওটৰিয়েল ৱেবচাইটৰ পৰা ইয়াক সহজতে দাউনল'দ কৰিব পাৰি
09:13 দহ মিনিটৰ এটা স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লভ্য মাননিৰ বিষয়ে কথা পাতো আহক
09:19 স্ক্ৰীপ্ট আৰু স্লাইদ সৃষ্টি কৰিবলৈ ৩,৫০০ টকা
09:23 নতুন অথবা প্ৰাৰাম্ভিক স্তৰত ৰিভীউ কৰিলে ৫০০ টকা
09:28 স্পৌকেন টিওটৰিয়েল ৰেকৰ্ডীং কৰিলে ১০০০ টকা - এই কাৰ্য্য নতুনকৈ অহা জনে কৰিব পাৰে
09:34 লকেল ভাষালৈ পৰিৱৰ্তন কৰিলে ১০০০ টকা
09:37 লকেল ভাষালৈ দাবীং কৰিলে ৫০০ টকা
09:40 ৰিভীউ আৰু গ্ৰহণ কৰাৰ পাছত ধণ দিয়া হ'ব
09:43 ওপৰত দিয়া পৰিমাণ সমূহ ১০মিনিতৰ স্পৌকেন টিওটৰিয়েলৰ বাবে হয় । আচল মাননি এখন স্পৌকেন টিওটৰিয়েলৰ সময় অনুযায়ী হ'ব
09:50 এসময়ৰ বাবে কৰা সকলে ৫০০০ টকাৰ ব'নাচ পাব
09:54 আমাৰ শ্ৰোতা হৈছে এটা শিশু
09:57 ৰাতি অকলে কাম কৰি থকা কোনো সহায়ৰ অবিহনে
10:00 অন্য কথাত, নিজা ববীয়াকৈ শিকিবলৈ স্পৌকেন টিওটৰিয়েল অতি প্ৰয়োজন
10:05 আমি Open Source Software সক্ৰিয় ভাবে পদোন্নতি কৰো
10:08 ছাত্ৰ ক্লাবৰ যৰিয়তে স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে আৰু বিত্ত-বিষয়ত সহাৰি লাভ কৰি কর্মশালা আদি অনুষ্ঠিত কৰে
10:13 আমি কেম্পাচ এমবেচাদৰৰো বিচাৰ কৰো
10:16 কেম্পাচ এমবেচাদৰ প্ৰগ্ৰেমৰ বাবে এটা স্পৌকেন টিওটৰিয়েল আছে
10:21 প্লে কৰো আহক: ৰেকৰ্ডীং আৰম্ভ হৈছে
10:35 আহক আমাৰ প্ৰজেক্টৰ ৱেব চাইট প্ৰত্যক্ষ কৰো [1]
10:45 বৰ্তমানৰ টিওটৰিয়েল ইয়াতে আছে
10:48 আমাক যোগাযোগৰ ঠিকনা ইয়াতে আছে
10:50 FOSS চিস্টেমৰ তালিকা ৱিকিৰ সহায়ত পাব -ইয়াতে ক্লিক কৰো আহক
10:59 আপুনি এই প্ৰয়াস সমূহৰ ভিতৰত যিকোনো এটাত যোগদান দিব পাৰে
11:03 নতুন চিস্টেমত কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব পাৰে
11:06 আমাক যোগাযোগ কৰিবলৈ শংকোস নকৰিব
11:10 পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ যোগদানৰ বাবে স্ৱাগতম
11:14 স্পৌকেন টিওটৰিয়েল সৃষ্টি, ৰিভীউ আৰু ব্যৱহাৰ কৰিবলৈ
11:17 আমাক প্ৰযুক্তি সহাৰি লাগিব
10:20 আমাৰ বিভীন্ন কাৰ্য্য আছে
11:22 আমাৰ সৈতে সম্পূৰ্ণ অথবা অৰ্ধ সময় কাম কৰক
11:25 আমাৰ সৈতে আপুনি কিয় কাম কৰিব লাগে
11:27 ডিজিটেল বিভাজন আঁতৰাবলৈ
11:29 আমাৰ শিশুক প্ৰযুক্তিৰ দিশত শীক্ষিত কৰিবলৈ
11:31 FOSSৰ পদোন্নতিৰ বাবে
11:33 আমাৰ শিশুক কৰ্মত নিয়োগ কৰিবলৈ
11:35 আমাৰ দেশক এখন বিকাশিত দেশলৈ পৰিৱৰ্তন কৰিবলৈ
11:37 ডঃ আব্দুল কালামৰ সপুণ পূৰ্ণ কৰিবলৈ
11:40 পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ বাবে এটা সৰু কাৰ্য্য আছে
11:44 মন কৰিব যে এই টিওটৰিয়েলত দিয়া সকলো ৱেব পেজ আপুনি নিৰূপণ কৰিব পাৰিছে নে নাই
11:49 বিত্ত বিষয়ৰ সহাৰি সমূহ মই স্বীকাৰ কৰিবলৈ ৰাজি
11:52 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11:56 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
12:01 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
12:11 এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি
12:14 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধীৰ এতিয়া আপোনাৰ পৰা বিদায় লৈছো.
12:15 যোগ দিয়াৰ বাবে ধণ্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble