Thunderbird/C2/Introduction-to-Thunderbird/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 মোজিলা থান্ডাৰবার্ড পৰিচয়ৰ উপৰত এই টিউটোৰিয়েললৈ স্বাগতম
00:04 এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু
00:09 থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম
00:13 আমি আৰু শিকিম কিভাবে :
00:15 নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰা বার্তা ডাউনলোড কৰা আৰু পঢ়া
00:20 ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা
00:26 মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট.
00:29 ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে.
00:35 ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে
00:39 আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ .
00:42 ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে.
00:47 থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে.
00:50 আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি
01:01 আপোনি যদি POP 3 ব্যবহাৰ কৰে, আপোনি
01:04 সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক .
01:09 আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে
01:12 তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল .
01:18 ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
01:26 যদি মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে.
01:33 উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ কৰি এই ওয়েবসাইট চাওক.
01:40 আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে.
01:46 মোজিলা থান্ডাৰবার্ড
01:48 মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় .
01:56 এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ কৰি মোজিলা ওয়েবসাইট চাওক .
02:02 মোজিলা থান্ডাৰবার্ড ব্যবহাৰ কৰিবলৈ, আপোনাৰ উচৰত অন্তত দুটি বৈধ ইমেলৰ ঠিকনা থাকিব লাগিব .
02:08 আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে
02:15 আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব
02:19 থান্ডাৰবার্ড আৰম্ভ কৰা যাওক.
02:22 প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক.
02:29 অনুসন্ধান বক্স প্রদর্শিত হব .
02:31 এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব .
02:37 অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক.
02:40 মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব
02:43 উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক.
02:49 মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব
02:53 প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক .
02:59 মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে.
03:05 ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ.
03:11 উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে.
03:18 থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে .
03:21 বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে.
03:26 আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে
03:33 সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত.
03:41 এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে
03:44 এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল:
03:48 STUSERONE@gmail.com

STUSERTWO@yahoo.in

03:56 আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় .
04:02 ই দুটি মেইল অ্যাকাউন্টত আমি POP 3 এ বিকল্পটিও সক্ষম কৰিছো.
04:07 আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ?
04:11 প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক .
04:14 নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com .
04:21 এতিয়া ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড.
04:30 জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক.
04:40 সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক.
04:48 পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো .
04:53 তাৰপিছত Save Changes ক্লিক কৰক.
04:56 জিমেইল উইন্ডো প্রদর্শিত হব .
04:58 POP 3 এতিয়া Gmail ত সক্রিয় কৰা হয় !
05:02 জিমেইলৰ পৰা লগ আউট কৰো আৰু এই ব্রাউজাৰ বন্ধ কৰো.
05:08 থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক.
05:15 থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ স্বয়ংক্রিয়ভাবে কনফিগাৰ কৰা হয়.
05:19 আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম
05:26 প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক.
05:31 প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক.
05:36 থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স প্রদর্শিত হয় .
05:39 Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস ক্লিক কৰক.
05:48 কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক.
05:56 OK ক্লিক কৰক. ক্লোজ ক্লিক কৰক .
06:00 এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক
06:05 অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক.
06:12 মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব .
06:17 STUSERONE হিসাবে নাম লিখক.
06:20 STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক .
06:27 আৰু অবশেষত, জিমেইল অ্যাকাউন্টৰ পাসওয়ার্ড লিখক.
06:32 পিছত Continueত ক্লিক কৰক
06:36 মোজিলা আইএসপি ডাটাবেসত পোৱা বাৰ্তা কনফিগাৰেশন প্রদর্শিত হয় .
06:42 পৰবর্তী নির্বাচন কৰক POP 3 .
06:46 কেতিয়াবা এটা এৰৰ বার্তা ,
06:49 থান্ডাৰবার্ড, সেটিংস পোৱাত অসফলতা, প্রদর্শন হব পাৰে
06:53 ই কয় যে থান্ডাৰবার্ডে স্বয়ংক্রিয়ভাবে জিমেইল সেটিংস কনফিগাৰ কৰিবলৈ সক্ষম নহয়.
06:59 এই ক্ষেত্রত, আপোনি নিজেই সেটিংস কনফিগাৰ কৰা আবশ্যক.
07:04 এতিয়া, ম্যানুয়েল কনফিগ বাটনত ক্লিক কৰক
07:08 জিমেইলৰ বাবে কনফিগাৰেশন সেটিংস প্রদর্শন কৰা হয়.
07:12 যিহেতু থান্ডাৰবার্ডে ইতিমধ্যে জিমেইল সেটিংস সঠিকভাবে কনফিগাৰ কৰিছে, আমি সিহতক পৰিবর্তন নকৰো.
07:19 এই ভিডিওটি ৰখাওক আৰু এই সেটিংসৰ এটি নোট কৰক
07:24 নিজেই জিমেইল কনফিগাৰ কৰিবলৈ আপোনি সম্বন্ধিত ক্ষেত্রত এই সেটিংসবোৰ উল্লেখ কৰা আবশ্যক.
07:30 যেতিয়া সেটিংস বোৰ মেনোয়েলি কনফিগাৰ কৰা হয়, Create Account বাটনটো সক্রিয় কৰা হয়.
07:36 এই টিউটোৰিয়েলত , থান্ডাৰবার্ডে জিমেইল সঠিকভাবে কনফিগাৰ কৰিছে.
07:41 সেয়ে ক্ৰিয়েট একাউন্ট ক্লিক কৰো.
07:44 এইটোৱে আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি অলপ সময় লব পাৰে .
07:52 জিমেইল একাউন্ট তৈয়াৰ কৰা হল আৰু সো প্যানেল প্রদর্শিত হয়.
07:56 মন কৰক, বাও প্যানেলে এতিয়া STUSERONE এট জিমেইল ডট কম ইমেইল আইডি প্রদর্শন কৰে .
08:04 এই জিমেইল অ্যাকাউন্টৰ অধীনত, বিভিন্ন মেইল ফোল্ডাৰ প্রদর্শন কৰা হয়.
08:09 এতিয়া, বাও প্যানেলৰ পৰা, জিমেইল অ্যাকাউন্টৰ অধীনত , Inbox ক্লিক কৰক .গেত মেইল আইকনটো ক্লিক কৰক.
08:18 থান্ডাৰবার্ড উইন্ডোৰ তলত থকা স্ট্যাটাস বাৰ মন কৰক .
08:22 ই ডাউনলোড হোৱা বার্তাবোৰ প্রদর্শন কৰ হয়.
08:27 জিমেইল অ্যাকাউন্ট STUSERONE এট জিমেইল ডট কম ৰ পৰা সকলো ইমেইল মেসেজবোৰ এতিয়া ইনবক্সত ডাউনলোড কৰা হয়.
08:36 ইনবক্স ক্লিক কৰক আৰু এটি বার্তা নির্বাচন কৰক.
08:39 বার্তা তলৰ প্যানেলত প্রদর্শন কৰা হয় .
08:43 বার্তা ত ডাবল ক্লিক কৰা যাওক.
08:46 ই এটা নতুন ট্যাব খুলে .
08:49 ট্যাবৰ উপৰৰ সো ফালে , এক্স আইকনৰ উপৰত ক্লিক কৰি , এই ট্যাবটি বন্ধ কৰক.
08:55 এটি বার্তা কম্পোজ কৰো আৰু STUSERTWO এট ইয়াহু ডট ইন একাউন্টলৈ পঠোৱা যাওক
09:03 মেইল টুলবাৰ পৰা, ৰাইট ক্লিক কৰক.
09:07 ৰাইট ডায়লগ বক্স প্রদর্শিত হব.
09:10 ফ্ৰম ফিল্দে আপনাৰ নাম আৰু জিমেইল আইডি প্রদর্শন কৰে.
09:14 টু ফিল্দত STUSERTWO এট ইয়াহু ডট ইন লিখক
09:20 হাই বোলি টেক্সট টাইপ কৰা যাওক! মেইলৰ বদিত এতিয়া থান্ডাৰবার্ডত মোৰ এটা ইমেইল একাউন্ট আছে.
09:29 এতিয়া টেক্সট নির্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো .
09:33 এতিয়া, বৃহত্ত ফন্টৰ আকাৰ Icon ক্লিক কৰক.ফন্টৰ মাপ বৃদ্ধি পায়.
09:40 টেক্সট ৰ ৰং পৰিবর্তন কৰিবলৈ প্রথমে তাক নির্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ.
09:47 টেক্সট ৰং ডায়লগ বক্স প্রদর্শিত হয়. ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো.
09:55 টেক্সট ৰ ৰং পৰিবর্তন হৈছে.
09:58 এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক. Insert a Smiley face icon ত ক্লিক কৰক! .
10:04 স্মাইলি তালিকাৰ পৰা, স্মাইল ক্লিক কৰক. এটা স্মাইলি ভৰোৱা হৈছে .
10:11 আপোনি আপোনাৰ মেইলত বানান চেক কৰিবও পাৰে.
10:15 have বানানটি heve লৈ পৰিবর্তন কৰা যাওক.
10:20 স্পেলিঙ ক্লিক কৰক আৰু English US নির্বাচন কৰক
10:24 চেক বানান ডায়লগ বক্স প্রদর্শিত হয়, ভোল বানানটো হাইলাইট কৰে.
10:30 ই সঠিক বানান প্রদর্শন কৰে. Replace ক্লিক কৰক. প্রস্থান কৰিবলৈ ক্লোজ ক্লিক কৰক.
10:38 বানান পছন্দ সেট কৰিবলৈ, প্রধান মেনুৰ পৰা, সম্পাদনা আৰু পছন্দসমূহত (Preferences) ক্লিক কৰক.
10:44 Preferences.dialog বক্সৰ পৰা Composition ক্লিক কৰক.
10:48 আপোনি তেনেহলে আপোনাক লগা অপশনবোৰ ছেক কৰক . ক্লোজ ক্লিক কৰক
10:54 এতিয়া মেইল পঠাবলৈ, কেবল চেন্দ বাটনত ক্লিক কৰক.
10:59 এটা Subject Reminder বস্তু ডায়লগ বক্স প্রদর্শিত হয়.
11:03 ইয়াৰ কাৰন হল যে এই মেইলৰ বাবে আমি এটা বিষয় এন্টাৰ কৰা নাচিলো.
11:07 এটা চাবজেক্ট লাইন নোহোৱাকে মেইল পঠাবলৈ, আপোনি Send Without Subject ত ক্লিক কৰিব পাৰে
11:13 Cancel Sending ক্লিক কৰক .
11:16 এতিয়া, বিষয় ক্ষেত্রত , থান্ডাৰবার্ডৰ পৰা আমি My First Email টাইপ কৰিম.
11:21 Send ক্লিক কৰক. আপোনাৰ ইমেইল পঠোৱা হৈছে . ইয়াক চোৱা যাওক.
11:29 আমি STUSERTWO@yahoo.in একাউন্ট খুলিব লাগিব আৰু ইনবক্স চেক কৰো .
11:37 সেয়ে ইয়াহু লগইন কৰা যাওক
11:47 ইয়াহু লগইন পৃষ্ঠাযত , ইয়াহু আইডি STUSERTWO টাইপ কৰক. আপোনাৰ পাসওয়ার্ড টাইপ কৰক.
11:56 ইনবক্স ক্লিক কৰক. ইনবক্সে জিমেইল একাউন্টৰ পৰা মেইল পোৱা দেখায় !
12:03 এইটোক খুলিবলৈ মেইলত ক্লিক কৰক.
12:05 আপোনি Reply বাটন ব্যবহাৰ কৰি মেইলৰ উত্তৰ দিব পাৰি , কিন্তু ইয়াত এটি নতুন মেইল কম্পোজ কৰো .
12:13 Composeত ক্লিক কৰা যাওক
12:16 To field ত, STUSERONE এট জিমেইল ডট কম ঠিকানাটো লিখক
12:23 বিষয় ক্ষেত্রত, অভিনন্দন লিখক !
12:27 আপোনি মেইলত এটি নতুন অ্যাকাউন্ট পোৱা দেখি ভাল লাগিছে
12:32 Send বাটন ক্লিক কৰক আৰু ইয়াহু পৰা লগ আউট কৰক .
12:37 এই ব্রাউজাৰ বন্ধ কৰো.
12:39 এতিয়া থান্ডাৰবার্ড পৰীক্ষা কৰা যাওক.
12:42 Get Mail ক্লিক কৰক আৰু Get All New Messagesত ক্লিক কৰক.
12:48 বাও প্যানেলৰ পৰা, আপোনাৰ Gmail একাউন্ট আইডি অধীনত, ইনবক্স ক্লিক কৰক.
12:53 ইয়াহু একাউন্টৰ পৰা পঠোৱা নতুন বার্তা ইনবক্সত প্রদর্শন কৰা হয় .
12:58 মেইলৰ বিষয়বস্তু তলৰ প্যানেলত প্রদর্শিত হয়.
13:03 আপোনি উত্তৰ বাটন ব্যবহাৰ কৰি, এই মেইলটোলৈ উত্তৰ দিব পাৰে .
13:07 আমি থান্ডাৰবার্ড ব্যবহাৰ কৰি ইমেইল মেসেজ সফলভাবে sent, received আৰু viewed কৰিছো
13:14 থান্ডাৰবার্ড পৰা লগ আউট কৰিবলৈ, প্রধান মেনু পৰা , ফাইল ক্লিক কৰক আৰু প্রস্থান কৰক .
13:19 আপোনি মজিলা থান্ডাৰবার্ডৰ পৰা প্ৰস্থান কৰিব.
13:22 এই থান্ডাৰবার্ড টিউটোৰিয়েলৰ শেষলৈ আহিলো.
13:26 এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ বিষয়ে শিকিলো আৰু থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কৰা সম্পর্কে শিকিলো .
13:35 আমি আৰু শিকিলো কিভাবে :
13:37 নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰে,

কম্পোজ আৰু মেইল বার্তা পঠোৱা, বার্তা পোৱা আৰু পড়া , থান্ডাৰবার্ডৰ লগ আউটকৰা.

13:46 ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
13:49 মোজিলা থান্ডাৰবার্ড আবেদনপত্র ডাউনলোড কৰক
13:52 ইনস্টল কৰক আৰু আৰম্ভ কৰক .
13:54 থান্ডাৰবার্ডত এটি ইমেইল অ্যাকাউন্ট কনফিগাৰ কৰক'
13:58 এই অ্যাকাউন্ট ব্যবহাৰ কৰি মেইল পঠোৱা আৰু পোৱা. চোৱা কি ঘটে
14:06 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
14:09 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14:12 যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
14:16 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14:18 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14:22 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14:26 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
14:32 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
14:36 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
14:44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14:55 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya