Thunderbird/C2/Address-Book/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. মোজিলা থান্ডাৰবার্ডত এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00:06 এই টিউটোৰিয়েলত আমি যোগ, চোৱা, পৰিবর্তন আৰু মুছিবলৈ শিকিম.
00:14 আমি আৰু শিকিম :
00:16 কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে.
00:18 এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা.
00:20 অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা .
00:24 ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
00:32 এটি এদ্ৰেছ বোক কি?
00:34 আপোনাৰ মোবাইল ফোনত থকা Contacts (ঠিকানা) বৈশিষ্ট্যৰ নিচিনা এদ্ৰেছ বোকে একেই ভাবে কাম কৰে.
00:39 আপোনি যোগাযোগ তৈয়াৰ কৰা আৰু ভালকে ৰখাৰ বাবে এদ্ৰেছ বোক ব্যবহাৰ কৰিব পাৰে.
00:45 থান্ডাৰবার্ডত এদ্ৰেছ বোক দুই ধৰনৰ আছে :
00:48 ব্যক্তিগত এদ্ৰেছ বোকে আপোনাক নতুন যোগাযোগ তৈয়াৰ কৰিব দিয়ে.
00:53 সংগৃহীত এদ্ৰেছ বোকে স্বয়ংক্রিয়ভাবে outgoing বা sent মেইলৰ পৰা ইমেইল ঠিকানা সংগ্রহ কৰে.
00:59 লঞ্চাৰত থান্ডাৰবার্ড আইকনত ক্লিক কৰক.
01:02 থান্ডাৰবার্ড উইন্ডো প্রর্দশিত হব.
01:05 এতিয়া, ব্যক্তিগত এদ্ৰেছ বোকত যোগাযোগ যুক্ত কৰিবলৈ শিকা যাওক .
01:10 প্রধান মেনুৰ পৰা, টুল্চ আৰু এদ্ৰেছ বোকত ক্লিক কৰক .
01:14 এদ্ৰেছ বোক ডায়লগ বক্স প্রদর্শিত হয়.
01:17 বাও প্যানেলত , আপোনি ব্যক্তিগত আৰু সংগৃহীত এদ্ৰেছ বোক দুয়োটা দেখিব পাৰিব.
01:23 ডিফল্টৰুপে ব্যক্তিগত এদ্ৰেছ বোক বাও প্যানেলত নির্বাচন কৰা হয় .
01:28 সো প্যানেল দুই ভাগত ভাগ কৰা হৈছে .
01:31 উপৰৰ আধা ভাগ যোগাযোগ মানে contacts প্রদর্শন কৰে.
01:34 তলৰ আধা ভাগে শীর্ষত নির্বাচিত যোগাযোগ বোৰৰ সম্পূর্ণ বিৱৰণ প্রদর্শন কৰে.
01:40 এটি নতুন যোগাযোগ তৈয়াৰ কৰা যাওক.
01:44 টুলবাৰত, New Contact ক্লিক কৰক
01:47 নতুন যোগাযোগ (contact) ডায়লগ বক্স প্রদর্শিত হয়.
01:50 (Contact) যোগাযোগ ট্যাবত ক্লিক কৰক.
01:53 প্রথমে AMyNewContact হিসাবে প্রবেশ কৰা যাওক.
01:57 USERONE@gmail.com হিসাবে ইমেল লিখক
02:02 মন কৰক যে ডিসপ্লে(Display) নাম ফীল্দ স্বয়ংক্রিয়ভাবে প্রথম নামৰ সৈতে আপডেট হৈ যায়.
02:10 প্ৰাইভেত ট্যাব ক্লিক কৰক. যোগাযোগৰ বাবে সম্পূর্ণ পোস্টেল ঠিকনা সংৰক্ষণ কৰিবলৈ এই ট্যাব ব্যবহাৰ কৰক
02:18 আপোনি প্রাসঙ্গিক তথ্য আৰু যোগাযোগৰ চিত্র সংৰক্ষণ কৰিবলৈ other, work, আৰু photo ট্যাব ব্যবহাৰ কৰিব পাৰে.
02:26 OK ক্লিক কৰক
02:29 contact যোগ কৰা হৈছে আৰু সো প্যানেলত প্রদর্শন কৰা হৈছে.
02:34 একেই পদ্ধতিত আৰু দুটি contact VMyNewContact আৰু ZMyNewContact যোগ কৰো.
02:48 ধৰাহওক ,আমি নামেৰে contactsবোৰ ক্ৰমত(sort ) আনিব বিচাৰো.
02:52 প্রধান মেনুৰ পৰা, View, Sort by আৰু Nameত ক্লিক কৰক.
02:58 মন কৰক যে ডিফল্টৰুপে contact বোৰ আৰোহী ক্রমানুসাৰে(ascending order) সজ্জিত হৈছে .
03:04 ইয়াক ascending ক্রমত বিভত্ত কৰিবলৈ প্রধান মেনুৰ পৰা, View, Sort by আৰু Ascendingত ক্লিক কৰক.
03:13 অথবা, Address Book ডায়লগ বক্সত, সো প্যানেলৰ পৰা, কেবল নামত ক্লিক কৰক.
03:19 নামবোৰ এতিয়া descending ক্রমত বিভত্ত হয় !
03:24 এতিয়া, যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক .
03:27 আমি নাম বা ইমেলৰ দ্ৱাৰা (Name or the By Email) ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো.
03:33 নাম AMyNewContact ৰ বাবে অনুসন্ধান কৰো.
03:37 Address Book ডায়লগ বক্সলৈ যাওক .
03:40 অনুসন্ধান ক্ষেত্রত, AMyNewContact লিখক.
03:45 অনুসন্ধান ক্ষেত্র (Search field) মন কৰক
03:47 Magnifying glass আইকন ৰ পৰিবর্তে, এটি সৰু ক্রস আইকন প্রদর্শন কৰা হয়.
03:54 মাত্ৰ AMyNewContact যোগাযোগ উপৰৰ সো প্যানেলত প্রদর্শন কৰা হয় .
04:01 এতিয়া, অনুসন্ধান ক্ষেত্রত , ক্রস আইকনত ক্লিক কৰক.
04:05 সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয়.
04:09 এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক .
04:13 Subject মানে বিষয় দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক.
04:16 ধৰক ZMyContact ৰ বাবে যোগাযোগৰ তথ্য পৰিবর্তন হল.
04:21 আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে? হয়, আমি কৰিব পাৰো !
04:26 সো প্যানেলৰ পৰা, ZMyNewContact নির্বাচন কৰো .
04:30 এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নির্বাচন কৰক.
04:36 ZMyNewContact ডায়লগ বক্সৰ বাবে (সম্পাদনা যোগাযোগ) Edit Contact প্রদর্শিত হয়
04:42 নাম টো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
04:46 এতিয়া, Field Display Nameটো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
04:53 আমি এটি ওয়ার্ক শিৰোনাম (Work Title) আৰু বিভাগও (Department) যোগ কৰিম.
04:57 ওয়ার্ক ট্যাবত ক্লিক কৰক.
04:59 শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত HR লিখক. OKত ক্লিক কৰক.
05:06 তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক. ইয়াক আপডেট কৰা হৈছে.
05:13 এতিয়া, থান্ডাৰবার্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম?
05:18 প্রথমে, যোগাযোগ(Contact) নির্বাচন কৰক.
05:20 কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু দিলিট ক্লিক কৰক.
05:25 এটি কনফার্মেশন ডায়লগ বক্স উলায়. OK ক্লিক কৰক .
05:30 যোগাযোগটো মুছি গল আৰু যোগাযোগৰ তালিকাত আৰু প্রদর্শিত নহব.
05:37 থান্ডাৰবার্ডে আপোনাক আপোনাৰ নিজৰ এদ্ৰেছ বোক তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে
05:41 এইটো দুটি ডিফল্ট বোক্চৰ ( default books ) বাবে হয়, যি ব্যক্তিগত ঠিকানা পুস্তিকা (Personal Address Book) আৰু সংগৃহীত ঠিকানা (Collected Addresses) হয়
05:50 এটি নতুন এদ্ৰেছ বোক তৈয়াৰ কৰা যাওক.
05:53 মনত ৰাখিব, আপোনি এদ্ৰেছ বোক ডায়লগ খোলি ৰখা আবশ্যক হয়.
05:58 প্রধান মেনুৰ পৰা ফাইলৰলৈ যাওক, Newত ক্লিক কৰক আৰু নির্বাচন কৰক এদ্ৰেছ বোক.
06:04 New Address Book ডায়লগ বক্স প্রদর্শিত হয়
06:08 Address Book নামৰ ক্ষেত্রত , Office Contacts লিখক. OKত ক্লিক কৰক
06:16 আমি তৈয়াৰ কৰি থোৱা এদ্ৰেছ বোক বাও প্যানেলত প্রদর্শন কৰা হয় .
06:20 আপোনি ডিফল্ট এদ্ৰেছ বোক ব্যবহাৰ কৰা একেই পদ্ধতিতেই এই এদ্ৰেছ বোক ব্যবহাৰ কৰিব পাৰিব.
06:28 এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগটো কৰক .
06:31 নতুন এদ্ৰেছ বোক তৈয়াৰ কৰক আৰু ইয়াত যোগাযোগবোৰ যোগ কৰক.
06:36 পিছত, এদ্ৰেছ বোক delete মানে মুছিবলৈ শিকা যাওক .
06:41 মনত ৰাখিব, আপোনি এটি এদ্ৰেছ বোক ডিলিট কৰাত ইয়াৰ লগত সংযোগ হৈ থকা সকলো যোগাযোগ মুছি যায় .
06:50 বাও প্যানেলৰ পৰা address book Office Contacts ডিলিট কৰিবলৈ ইয়াক নিৰ্বাচন কৰক
06:56 context তালিকা চাবলৈ সো ক্লিক কৰক আৰু Delete নির্বাচন কৰক .
07:01 এটি ডায়লগ বক্সে আপোনাক ডিলিট (delete) প্ৰক্ৰীয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে. OK ক্লিক কৰক .
07:10 এদ্ৰেছ বোক মুছা গল .
07:14 এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগটো কৰক .
07:17 Additional Office Contacts (অতিৰিক্ত অফিস যোগাযোগ) নামৰ এটি নতুন এদ্ৰেছ বোক তৈয়াৰ কৰক.
07:22 এদ্ৰেছ বোক টুলবাৰত সম্পাদনা (Edit) অপশনটি ব্যবহাৰ কৰক
07:27 এই এদ্ৰেছ বোক মুছি দিয়ক .
07:30 প্রধান মেনুৰ পৰা এদ্ৰেছ বোক ডায়লগ বক্সত Edit আৰু Search Addresses নির্বাচন কৰক .
07:37 addresses ৰ বাবে Advanced Search বিকল্পটি ব্যবহাৰ কৰক .
07:43 থান্ডাৰবার্ডে আমাক অন্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগবোৰ আমদানি (import) কৰিবলৈ অনুমতি দিয়ে.
07:48 এনেধৰনে আমি যোগাযোগবোৰৰ তথ্য নেহেৰোৱাকে ইয়াক আপডেট কৰিব পাৰো .
07:55 আমাৰ জিমেইল একাউন্টৰ পৰা যোগাযোগবোৰ import মানে আমদানি কৰা যাওক
07:59 প্রথমে আমি জিমেইল একাউন্ট খুলু.
08:02 নতুন ব্রাউজাৰ এটা খোলক আৰু URL www.gmail.com লিখক. এন্টাৰ প্ৰেচ কৰক.
08:12 জিমেইল হোম পেজ প্রদর্শিত হয়.
08:15 STUSERONE@gmail.com হিসাবে ইউজাৰনেম লিখক. আপোনাৰ পাসওয়ার্ড লিখক.
08:24 সাইন ইন ক্লিক কৰক. জিমেইল উইন্ডো প্রদর্শিত হয়.
08:29 এই টিউটোৰিয়েলৰ বাবে আমি জিমেইলত চাৰিটা যোগাযোগ তৈয়াৰ কৰিছো.
08:35 জিমেইল উইন্ডোৰ উপৰৰ বাও ফালৰ পৰা, জিমেইল আৰু যোগাযোগত ক্লিক কৰক.
08:41 Contacts (যোগাযোগ) ট্যাব প্রদর্শিত হয়.
08:44 Moreত ক্লিক কৰক আৰু Export নির্বাচন কৰক
08:48 Export contacts ডায়লগ বক্স প্ৰদর্শিত হয়
08:51 ক্ষেত্রত আপোনি কোনটো যোগাযোগ export কৰিব বিচাৰে, সমস্ত যোগাযোগ নির্বাচন কৰক ? .
08:58 ক্ষেত্রত কোনটো export ফৰ্মেট ? আউটলুক CSV ফৰ্মেট নির্বাচন কৰক. Export ক্লিক কৰক.
09:06 Opening contacts.csv ডায়লগ বক্স প্রদর্শিত হয় .
09:11 নির্বাচন কৰক সেভ ফাইল. OKত ক্লিক কৰক.
09:15 ডাউনলোড ডায়লগ বক্স প্রদর্শিত হয় .
09:18 এইটো ডকুমেন্টটো সেভ হৈ থকা ডিফল্ট ফোল্ডাৰ হয়
09:23 ফাইলটো ডিফল্ট ডাউনলোড ফোল্ডাৰত contacts.csv হিসাবে সংৰক্ষিত হয়.
09:30 ডাউনলোড ডায়ালগ বক্স বন্ধ কৰক.
09:34 প্রধান মেনুৰ পৰা, টোল্চ ক্লিক কৰক আৰু Import নির্বাচন কৰক.
09:39 Import ডায়লগ বক্স প্রদর্শিত হয় .
09:42 Address Books নির্বাচন কৰক. Next ক্লিক কৰক .
09:47 Select type of file তালিকাৰ পৰা টেক্সট ফাইলত ক্লিক কৰক Next ক্লিক কৰক.
09:54 ডাউনলোড ফোল্ডাৰলৈ ব্রাউজ কৰক.
09:57 the Select which types of files are shown বাটনটো ক্লিক কৰক আৰু All Files নির্বাচন কৰক.
10:04 নির্বাচন কৰক contacts.csv. ওপেনত ক্লিক কৰক .
10:10 Import Address Book ডায়লগ বক্স প্রদর্শিত হয় .
10:14 নিশ্চিত কৰক যে বক্স First record contains field names চেক হৈ অাছে.
10:20 এই টিউটোৰিয়েলত, আমি মাত্ৰ First Name, Last Name আৰু Primary Email fields বোৰহে মিলাও আৰু প্ৰশিক্ষন কৰিম
10:28 আৰু বাও ফালৰ পৰা সকলো অনয় ক্ষেত্রবোৰক আনচেক কৰক
10:33 ইতিমধ্যে বাও ফালে থকা First Name এ সোফালে থকা First Nameৰ লগত সংযুক্ত হৈ আছে.
10:39 আপোনি বাওফালে মোজিলা থান্ডাৰবার্ড Address Book fields columnক মিলাবলৈ মোভ আপ আৰু মোভ ডাওন ব্যবহাৰ কৰা প্রয়োজন হয়
10:47 জিমেইলৰ লগত সো ফালে Record data to import কলমত.
10:52 বাও ফালে Last Name field নির্বাচন কৰক আৰু মোভ ডাওন বাটন ক্লিক কৰক.
10:58 মন কৰক যে, Address Book fields কলমত the Last Name আৰু the Record data to import কলমত থকা the Last Name এতিয়া সংযোক্ত হৈছে
11:07 এতিয়া, প্রাথমিক ইমেল নির্বাচন কৰক, আৰু Move Down বটনত ক্লিক কৰক যেতিয়ালৈকে ই E-mail Addressৰ লগত সংযোক্ত হৈ থাকিব. OK ত ক্লিক কৰক .
11:17 address book য়ে ইম্পোর্ট কৰা মেছেজটো প্রদর্শন কৰা হয়. Finish ক্লিক কৰক.
11:24 Gmail Address Book থান্ডাৰবার্ডলৈ import (আমদানি) হৈছে .
11:28 এদ্ৰেছ বোক ডায়লগ বক্সৰ বাও পেনেলত , এটি নতুন ফোল্ডাৰ contacts বোলি যোগ কৰিছে
11:36 contacts ত ক্লিক কৰক.
11:38 ইমেল ঠিকনাৰ সৈতে প্রথম নামটো প্রদর্শিত হয়.
11:43 আমি থান্ডাৰবার্ডলৈ জিমেইল এদ্ৰেছ বোক import (আমদানি) কৰিছো
11:48 ডায়লগ বক্সৰ উপৰৰ বাও কোনত ৰেড ক্রসত ক্লিক কৰি এদ্ৰেছ বোক বন্ধ কৰক.
11:55 অবশেষত, থান্ডাৰবার্ডৰ পৰা লগ আউট হওক. প্রধান মেনুৰ পৰা, File আৰু Quit ক্লিক কৰক .
12:02 ইয়াতে থান্ডাৰবার্ডৰ টিউটোৰিয়েলৰ শেষলৈ আহিলো .
12:06 এই টিউটোৰিয়েলত আমি এদ্ৰেছ বোকৰ পৰা যোগ কৰা, চোৱা, সংশোধন কৰা আৰু যোগাযোগ মুছা শিকিলো. আমি আৰু শিকিলো কিভাবে:
12:17 এটি নতুন এদ্ৰেছ বোক তৈয়াৰ কৰে.
12:19 এটা স্থায়ী এদ্ৰেছ বোক ডিলিট কৰা
12:21 অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ Import কৰক.
12:25 ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
12:27 নতুন এদ্ৰেছ বোক তৈয়াৰ কৰা
12:29 যোগাযোগ যোক্ত কৰা আৰু চোৱা
12:32 আপোনাৰ থান্ডাৰবার্ড অ্যাকাউন্টলৈ আপোনাৰ ব্যক্তিগত ইমেইল আইডিৰ পৰা যোগাযোগ Import (আমদানি) কৰক.
12:38 এদ্ৰেছ বোক ইমপোর্ট কৰাৰ সময়ত সকলো ক্ষেত্রক নিৰ্বাচন কৰক আৰু মিলাওক.
12:43 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
12:46 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12:50 যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12:54 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
12:56 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
12:59 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
13:03 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
13:10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
13:14 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13:22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13:32 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya