Spoken-Tutorial-Technology/C2/Side-by-Side-Method/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম
00:10 আমি side-by-side পদ্ধতি শিকিম
00:14 আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে
00:20 আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে.
00:26 আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়.
00:32 আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে.
00:36 আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে.
00:41 Side-by-side পদ্ধতি এটা কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো.
00:47 আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে.
00:54 আপোনি এইটো কেনেকৈ কৰিব পাৰিব?
00:56 এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি.
01:01 শিকা মানে কি বোঝায়?
01:03 এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি?
01:08 নহয়!অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি?
01:13 অাকৌ নহয়.শিকাৰ পদ্ধতি হৈছে ...
01:16 স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা.
01:24 কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি?
01:29 উত্তৰটো হয় হ্যাঁ .
01:31 মই এইটো কলো?
01:33 কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো.
01:39 আমি এইটো কেনেকৈ কৰো?
01:41 এইটো এটা দীঘল গল্প.মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো.
01:49 স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে.
01:52 আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে.
01:58 প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি?
02:02 প্রদর্শন কৰা যাওক.
02:04 আমি http://spoken-tutorial.org লৈ যাও
02:08 আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো
02:14 মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম.
02:18 মই এই ভিডিওটো ইতিমধ্যে অবস্থিত কৰিছো.
02:21 মই ভিডিওটো সর্বাধিক( maximise) কৰো নে?
02:23 আকৌ এবাৰ, নহয়.
02:26 আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে.
02:29 মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো.
02:33 পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম.
02:43 অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো.
02:49 এই ক্ষেত্রত, Scilab খোলক.
02:51 কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো.
02:56 স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে.
03:00 সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে.
03:05 আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক (maximise) কৰা উচিত নে?
03:08 আকৌ এবাৰ নহয়.পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক.
03:15 মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে

SIDE BY SIDE পদ্ধতি.

03:20 আমি এতিয়া কি কৰিম?
03:22 আমি পৰবর্তী স্লাইডলৈ যাও.
03:28 ভিডিওটো অাৰম্ভ কৰক.
03:29 স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক.
03:32 ভিডিওটো ৰখাওক.
03:34 সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক.
03:37 যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক.
03:41 যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক.
03:44 আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক.
03:47 পুনৰাবৃত্তি কৰক.
03:49 মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম.
03:54 অডিও --------------
04:14 ইয়াক বিৰতি কৰা যাওক.Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো.
04:23 P সমান 1 2 3, বন্ধ বন্ধনী.
04:32 আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও.
04:35 কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ.
04:37 আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে.
04:40 এটি অত্যন্ত লেহেমীয়া.
04:42 একো নাই.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে.
04:48 মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম.
04:51 আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে.
04:57 আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক.
05:03 প্লে বাটনত টিপা যাওক.
05:09 অডিও ---------------
05:31 মই ভিডিওটো ৰখাও.আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে.
05:36 এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি.
05:40 আকৌ এবাৰ কৈছো.স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে.
05:45 কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে.
05:50 এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে.
05:54 পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক.
06:03 মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়.
06:09 আপোনি xfig ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে 'xfig' সফ্টওয়্যাৰো.
06:15 যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে.
06:18 আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে.
06:23 Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়!
06:27 আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো .
06:32 কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়?
06:37 সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো?
06:41 চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও.
06:47 কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব.
06:55 আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম.
07:00 ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
07:11 মই ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো.
07:15 এতিয়া আৰম্ভ কৰা যাওক.
07:20 অডিও -----------------
07:40 বিৰতি কৰা যাওক.ভিডিওটোৱে কয় যে tokens.c' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.'
07:46 যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব.
07:50 আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়.
07:55 আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো.
08:06 আমি তললৈ স্ক্রল কৰো.
08:13 ইয়াতে এটা Code files নামৰ লিঙ্ক আছে.'
08:16 ইয়াতে tokens.c ফাইলটো দেখা গৈছে.
08:21 আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো.
08:24 এই লিঙ্কটো ক্লিক কৰা যাওক.
08:27 শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়.
08:31 যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো.
08:35 মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম.
08:38 বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে.
08:43 উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে.
08:48 যি কোনো ক্ষেত্ৰত, নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব.
08:54 ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব?
08:57 চিন্তা নকৰিব.অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব.
09:02 মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব.
09:09 এইটো পিছৰ ট্যাবত আছে.
09:12 যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে, সকলো লিঙ্কবোৰ দৃশ্যমান নহয়.
09:16 সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও.
09:21 এইটো Software Training, Downloads, Create your own disk image. ইয়াত উপলব্ধ
09:33 এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে.
09:37 কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে.
09:41 যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়.
09:44 আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক.
09:47 স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক.
09:50 আমি পূর্বৰ ট্যাবলৈ যাও.
09:56 আমি উপৰলৈ স্ক্রল কৰো.
09:59 Report missing component.' নামৰ লিঙ্কটো চাওক
10:03 এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক.
10:08 ইমানেই.আমি পৰবর্তী স্লাইডলৈ যাও.
10:12 আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক.
10:16 আমি শিকিলো side-by-side পদ্ধতি কি হয়.
10:20 আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে.
10:25 আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে.
10:31 আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়.
10:36 আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো.
10:40 আপোনি স্পোকেন টিউটোৰিয়েল মাত্ৰ চালে সম্পুৰ্ণ উপকাৰ নাপাব.
10:45 এইটো খালি কর্মশালা নহয়.
10:47 যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই.
10:52 এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক.
10:58 মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে.
11:01 এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক.
11:05 স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক.
11:08 শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে.
11:14 এই পাঠটিয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে
11:18 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:22 আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো।
11:25 প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয় অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক
11:28 স্পকেন টিউটোৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:34 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble