Skill-Development--InStore-Promoter/C2/Interacting-with-a-customer/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. আৰু Interacting with the customerৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনইছো.
00:06 এই টিউটোৰিয়েলত আমি শিকিম
00:09  কার্যকৰ বিক্রিৰ বাবে যোগাযোগ দক্ষতাৰ প্রয়োজন
00:14 শোনা আৰু প্ৰশ্ণ কৰা দক্ষতা উন্নতি কৰা
00:17  এজন গ্রাহকক পণ্যদ্রব্য বিক্রি কৰিবলৈ প্রয়োজনীয় পদক্ষেপ
00:22 প্রদর্শন কৰা আৰু প্রদর্শনত(display) হ্যান্ডসেট উন্নত কৰা
00:26 উত্পাদিত বস্তুটো কিনিবলৈ ওয়াক-ইন(walk-in) গ্রাহকক প্রভাবিত কৰা.
00:31 এটা কার্যকৰ যোগাযোগৰ বাবে, 'দোকানৰ প্রোমোটাৰে' চাৰিটা গুৰুত্বপূর্ণ বিষয়ৰ উপৰত ফোকাস কৰিবলৈ লাগিব. সেইয়া হল:
00:39 গ্রাহকৰ যোগাযোগৰ শৈলী বোজা
00:44 যোগাযোগত স্বচ্ছতা
00:46 শুনাৰ শিল্পকলা
00:49 প্রশ্ন সোধাৰ শিল্পকলা
00:51 সেয়ে, এখন দোকানত এটা টিপিক্যাল দৃশ্য সৈতে আৰম্ভ কৰা যাওক.
00:56 এজন গ্রাহকে দোকানত সোমায় আৰু প্রদর্শন কাউন্টাৰ (display counter. ) মাধ্যমেৰে ব্রাউজ কৰা আৰম্ভ কৰে.
01:00 এজন 'প্রোমোটাৰে' 'এই সময়ত " কি কৰা উচিত?
01:03 প্রথমে, গ্রাহকক উত্পাদিত বস্তু চাবলৈ অনুমতি দিয়ক আৰু তাক নিজস্ব পৰীক্ষা কৰিবলৈও অনুমতি দিয়ক
01:10 অন্তত 2 মিনিটৰ বাবে, 'প্রোমোটাৰে' সাময়িক বিৰতি বা গ্রাহকক বিৰক্ত নকৰা উচিত.
01:17 দোকানত গ্রাহক সোমোয়াৰ পিছত সহ্য নীৰবতা হৈ থকা মানে গ্রাহকক বোধসময় প্রদান কৰি তৃপ্তিকৰ অনুভব কৰা
01:25 এতিয়া 'প্রোমোটাৰে' বিক্রি কৰা কথা পাতিব পাৰে.
01:30 'প্রোমোটাৰে' গ্রাহকৰ প্রয়োজন সন্তুষ্ট কৰাত সাহায্য কৰিবলৈ আন্তৰিক আগ্রহেৰে ইঙ্গিত দিব লাগিব.
01:36 এইটো এটা হাহিৰ (SMILE) সৈতে আৰম্ভ কৰিব পাৰে.
01:39 আৰু এটা সহজ প্রশ্ন যেনে * "আপোনি কি ধৰনৰ ফোন বিছাৰিছে?"
01:46 "আপোনি ফোনৰ নির্দিষ্ট ব্র্যান্ড বিছাৰিছে নেকি?"
01:49 যেতিয়া যোগাযোগ কৰা হয়, এজন গ্রাহকৰ পছন্দৰ ভাষাত কথা পাতা এটা ভাল অভ্যাস হয়.
01:55 যেনে: গ্রাহকে হিন্দিত কথা পাতিলে, হিন্দিত যোগাযোগ কৰক.
02:02 সকলো সময়তে, 'প্রোমোটাৰে' গ্রাহকক অস্বস্তিদায়ক নোহোৱা কৰিব লাগে.
02:07 সিধা সিধা চকুৰে যোগাযোগ আৰু হাতৰ গতিয়ে গ্রাহকক নিশ্চিন্ত বোধ কৰিবলৈ সাহায্য কৰে.
02:14 ভাল কণ্ঠ আৰু বক্তৃতা অভ্যাস এই পর্যায়ত গুৰুত্বপূর্ণ হয়.
02:19 সহজ প্রশ্নৰ সৈতে আৰম্ভ কৰাত গ্রাহকে আপোনাক উপকাৰী তথ্য দিব পাৰে.
02:26 'প্রোমোটাৰে সকলো সময়তে গ্রাহকক সাবধানেৰে শুনা প্রয়োজন হয়.
02:30 এজন গ্রাহকে যদি “fancy”  ফোন বিছাৰে, তেনেহলে সেই গ্রাহকৰ বাবে “fancy” মানে কি হয়.
02:36 ইয়াক "“active listening” 'বোলা হয়.
02:40 “active listening”'ক  প্রদর্শন কৰিবলৈ উপায়টো হৈছে পুনৰাবৃত্তি বা শব্দান্তৰে অর্থপ্রকাশ কৰা, যি গ্রাহকৰ দ্ৱাৰা ভাষান্তৰ কৰা হয়.
02:48 এইটোৱে গ্রাহকৰ মনত এটা ইতিবাচক ইমেজ তৈয়াৰ কৰে.
02:53 'প্রোমোটাৰে' এনে ধৰনৰ প্রশ্নও সুধিব পাৰে যেনে-
02:56 আপোনি আপোনাৰ ফোন কিহৰ বাবে ব্যবহাৰ কৰে?
02:58 এটা ফোনত আপোনি  কি ধৰনৰ বৈশিষ্ট্য বিছাৰে?
03:01 ফোনটোৰ বাবে আপোনাৰ বাজেট কি?
03:04 আপোনি touch screen ফোন বা qwerty কীপ্যাড 'ফোন' বিছাৰে নেকি?
03:10 'বৈশিষ্ট্য' , সুবিধা আৰু 'লাভে' 'গ্রাহকক পণ্যদ্রব্যবোৰ ভালকৈ চাবলৈ সাহায্য কৰে.
03:17 'বৈশিষ্ট্য' বোৰ হৈছে এটা পণ্যৰ গুণাবলী বা বৈশিষ্ট্য.
03:21 'গ্রাহকে বৈশিষ্ট্যৰ বাহিৰে সুবিধাবোৰোও কিনে.
03:26 'প্রোমোটাৰে' গ্রাহকক তাৰ প্রয়োজন অনুসৰে সন্তুষ্ট হোৱাকৈ সঠিক পণ্য দেখোৱাই
03:32 সি / তাই এ পৰিষ্কাৰভাবে কব পাৰে যে গ্রাহকৰ দ্বাৰা প্রকাশ কৰা প্রয়োজন অনুসৰি  কোনটো পণ্য(product) দ্বাৰা গ্রাহক সন্তুষ্ট হব পাৰে.
03:40 সেয়ে, 'প্রোমোটাৰে ব্যাপকভাবে গ্রাহকে বিছৰা পণ্যৰ ধৰণ চিহ্নিত কৰিবলৈ গ্রাহকক সাহায্য কৰিব পাৰে.
03:48 যেনে: গ্রাহকে বিবেচনা কৰা মতে সমস্ত পণ্যৰ দামৰ পৰিসীমা বা ব্র্যান্ডত, পোৱা যায় .
03:56 প্রশ্ন যেনে:
03:58 গ্রাহকে ফোন ব্যবহাৰ কৰিবলৈ কিভাবে পৰিকল্পনা কৰে?
04:01 মোবাইলটো নিজৰ বাবে নে অন্য কোনোবাক উপহাৰ দিয়াৰ বাবে?
04:06 দ্রুতভাবে অপশনবোৰ সীমিত কৰিবলৈ সাহায্য কৰে.
04:10 কেতিয়াবা, গ্রাহকে এটা পণ্য কিনাৰ সম্পর্কে ৰিজার্ভেশন (সংৰক্ষণ) কৰি ৰাখে.
04:15 ইয়াৰ কাৰনে এই যে গ্ৰাহকে চাগে
04:19 মূল্য,পণ্য (product),
04:22 দোকান আৰু তাৰ সেৱা, অথবা 'দোকানৰ প্রোমোটাৰৰ সৈতে সন্তুষ্ট হোৱা নাই.
04:27  অমীমাংসিত গ্রাহকৰ সৈতে প্ৰেছাৰৰতকৈ পুনৰায় নিশ্চিতভাবে কাম কৰা ভাল হয়.
04:32 ৰিজার্ভেশন হ্যান্ডলিংৰ (পৰিচালনা কৰা) বাবে সবতচে ভাল উপায় হৈছে  আৰাম কৰি আৰু শুনা ( relax and listen).
04:39 গ্রাহকক সম্পূর্ণৰুপে তাৰ অনুভূতিবোৰ ভাষাত কবলৈ অনুমতি দিয়ক আৰু তাৰপিছত প্রতিক্রিয়া কৰক.
04:46 প্রথমে, গ্রাহকৰ প্রতিক্রিয়া অস্বাভাবিক নহয় বোলি সম্মত কৰক.
04:51 তাৰপিছত প্রতিবাদকক(objection) এটা সুবিধালৈ দেখোবাওক.
04:55   দুই ধাপ (two-step) পদ্ধতিৰ সৈতে ভাল মানে মূল্য সমূহ ৰিজাৰ্ভেছনক পৰিচালনা কৰা হয়.
05:00 প্রথমে, 'দোকান প্রোমোটাৰে' গ্রাহকৰ দৃষ্টিকোণৰ পৰা ৰিজার্ভেশনত চোৱাটো চেষ্টা কৰা উচিত.
05:07 উদাহৰন স্ৱৰুপে- প্রোমোটাৰে অনুৰোধ কৰিব পাৰে যে
05:10 "যদি আপোনি  ইয়াৰ অনুৰুপ মডেলক অন্যান্য ব্র্যান্ডৰ সদৃশত কম মূল্যত থকা পাইছে নেকি ?" বা
05:16 "আপোনি অন্য দোকানত কম মূল্যত এই মডেলটো দেখিছে নেকি?
05:21 আপোনি মোক আনুগ্ৰহ কৰি কব পাৰিবনে যদি এইটো একেই বৈশিষ্ট্যৰ সৈতে সেই একেই মডেল হয়?
05:25 মনত ৰাখিব, সমস্ত গ্রাহকে এটা কম দামী পণ্য কিনিব বিছাৰে.
05:31 কিন্তু অতিৰিক্ত সুবিধা তাত নির্দিষ্ট কৰাত গ্রাহকে এটা উচ্চ মূল্য দিব পাৰে.
05:37 যেনে - পণ্যৰ স্থায়িত্ব
05:41 দোকানৰ দ্বাৰা উপলব্ধ সেৱা
05:43 ক্রেডিট(Credit) প্রাপ্যতা
05:45 ৰিটাৰ্ণ পলিচি.( Return policy )
05:47 বিভিন্ন শ্রেণীত বিভক্ত দ্রব্যয়ে (assortment) এখন দোকানত এজন গ্রাহকক সম্পূর্ণ সাজসজ্জা কিনাত সক্ষম কৰে.
05:53 ৰিজাৰ্ভেছন হ্যান্ডেল কৰিবলৈ দ্বিতীয় উপায়টো হৈছে এটা নিম্ন মূল্যৰ সৈতে পণ্য পৰামর্শ কৰা.
06 00 কিভাবে 'দোকান প্রোমোটাৰে', গ্রাহকে কিনিবলৈ প্রস্তুত আছে নে নাই জানে?
06:04 গ্রাহকৰ মৌখিক বা অ মৌখিক যোগাযোগৰ পৰা পোৱা কিনা সংকেতে ইঙ্গিত দিয়ে যে তেখেতলোক কিনিবলৈ প্রস্তুত
06:11 গ্রাহকৰ মুখখন চাই গম পাই যে প্রায়েই কিনিবলৈ প্রস্তুত নাই.
06:16 গ্রাহকৰ বেছিকৈ বিচাৰ কৰা ভাবে হব পাৰে, পণ্যদ্রব্য বিক্রি নহব পাৰে.
06:25 গ্রাহকৰ অমৌখিক ইঙ্গিতে কয় যে স্টোৰ প্রোমোটাৰে বিক্রি কৰিবলৈ চেষ্টা কৰা উচিত যেনে
06:33 এটা 'স্টোৰ প্রোমোটাৰৰ' পণ্যদ্রব্যক অতৰুৱাৰ প্রচেষ্টাত প্রতিৰোধ কৰা.
06:38 পণ্যদ্রব্যক বাৰে বাৰে অধ্যয়ন কৰি চোৱা,পুনঃপৰীক্ষা, আৰু বিভিন্ন দৃষ্টিকোণৰ পৰা চোৱা.
06:45 আইটেমটোক চোৱাত উত্তেজিত হোৱা.
06:51 দ্বিতীয় বা তৃতীয় বাৰৰ বাবে এটা পণ্যক হ্যান্ডলিং বা ব্যবহাৰ কৰা.
06:56 যেতিয়া বিক্রি কৰোতা আৰু কিনা জনে বিক্রি হোৱা শর্তাবলীৰ সৈতে সম্মত হয় তেতিয়া এটা বিক্রিৰ বন্ধ ঘটে
07:02 আৰু কিনাজনে লেনদেন কৰাৰ বাবে এটা দৃঢ় প্রতিশ্রুতি লয়.
07:06 বিক্রি বন্ধ কৰা প্রক্রিয়াটো এটা প্রাকৃতিক পৰিসমাপ্তি হব লাগে.
07:11 বিক্রিয় প্রক্রিয়াত অাৰম্ভৰ পৰা শেষৰ লৈকে “trial close”' টেকনিকৰ লাভ উঠাওক.
07:17 ইয়াৰ পৰা এইটো নিশ্চিত কৰে যে বিক্রিয় কলৰ শেষৰলৈকে গ্রাহকে কিবা নহয় কিবা কিনিব.
07:24 "“trial close”"ৰ উদাহৰণ হল -
07:27 "স্যাৰ, আপোনি আপোনাৰ পছন্দ সম্পর্কে আবদ্ধ হয়?"
07:30 "মই কি আকৌ এবাৰ সকলো বৈশিষ্ট্য প্রদর্শন কৰাও নেকি?"
07:34  মিটিংৰ শেষ হোৱাৰ উছৰা উছৰিলৈকে trial close ব্যবহাৰ কৰি আপোনি বিক্রিয় প্রক্রিয়া নিয়ন্ত্রণ কৰিব পাৰে.
07:40 এতিয়া শেষৰ প্রশ্নটো সন্মোখত ৰাখক:
07:43 "মই বিলিংৰ বাবে এই পণ্যক গ্রহণ কৰো নে?"
07:46 অথবা "আপোনি নগদ বা কার্ডৰ মাধ্যমেৰে বিল পৰিশোধ কৰিব নে?"
07:49 অথবা "আপোনি সম্পূর্ণ পৰিশোধ কৰিব নে আপোনি কিস্তি প্রকল্প পাব বিছাৰে?"
07:56 এটা সময়ত মাত্র এটা প্রশ্ন সোধক আৰু গ্রাহকৰ প্রতিক্রিয়াৰ বাবে অপেক্ষা কৰক.
08:01 এটা প্রশ্ন সোধাত সেই সময়ত কিছু টান হৈ থাকিব পাৰে.
08:06 গ্রাহকে মন কৰি উত্তৰ দিয়া পর্যন্ত ধৈর্য ধৰি অপেক্ষা কৰক.
08:12 কিনোতা জনক ধন্যবাদ
08:13 তেখেতলোকক আশ্বস্ত দিয়ক যে তেখেতলোকে এটা মহান পছন্দ কৰিছে
08:16 আৰু, সেৱা, ইত্যাদিৰ বিষয়ে আলোচনা কৰি অাগলৈ যাওক
08:19 যদি গ্রাহক অমীমাংসিত হয়, তেনেহলে তেখেতক শুনক.
08:24 আৰু নিশ্চিত কৰক যে ভাববিনিময় এতিয়াও খোলা আছে.
08:28 এই ভাবে 'স্টোৰ প্রোমোটাৰে' গ্রাহকৰ চকুত ভাল সুনাম বিকশিত কৰিব.
08:34 গ্রাহকে এই সময়ত নিকিনিবও পাৰে.
08:37 কিন্তু পিছলে যেতিয়া কিনিব বিছাৰিব তেতিয়া আহিব.
08:40 এজন স্টোৰ প্রোমোটাৰে তেখেতৰ দোকানলৈ উভতি অহাকৈ সেই গ্রাহকৰ সৈতে দীর্ঘময় সম্পর্ক নির্মাণৰ বাবে ক্রমবর্ধমানভাবে গুৰুত্বপূর্ণ.
08:50 শুভেচ্ছা হৈছে ৰিটেইলাৰ বা স্টোৰ প্রোমোটাৰৰ কাৰনে থকা গ্রাহকৰ মনোভাবৰ মান .
08:58 সুনাম নির্মাণৰ বাবে পদ্ধতিবোৰ হৈছে:
09:01 গ্রাহকৰ আগ্রহক প্রধানতম ৰখা,
09:04 গ্রাহকৰ ৰায়ক পুনর্ব্যক্ত কৰা
09:07 পণ্যদ্রব্যৰ যথাযথ ব্যবহাৰৰ নিশ্চিত,
09:09  গ্রাহকৰ অভিযোগক চোৱা আৰু
09:11 যিমান লাগে তাতচেও বেছি চাৰভিচ প্ৰদান কৰা.
09:16 পণ্য কিনাৰ পিছত বিলিংৰ প্রক্রিয়া আহে.
09:20 বিলিং প্রক্রিয়াত গ্রাহকক চেল কাউন্টাৰ পৰা বিলিং কাউন্টাৰলৈ অনা বোধ প্ৰয়োজন হয়.
09:28 প্ৰভাবশালী চেল প্ৰোমোটাৰে ভোগতান কৰাৰ আগত অতিৰিক্ত পণ্য লেনদেনৰ বিষুয়ে কয়.
09:36 অতিৰিক্ত সমব্ধিত বস্তু বেছাৰ প্ৰোমোটাৰৰ দায়িত্ব হয় কাৰন গ্রাহকৰ লগত  প্ৰোমোটাৰে যি কথা পাতে.
09:45 এই ধৰনৰ বস্তুয়ে সাধাৰণতে প্রধান পণ্যক প্রশংসা কৰে.
09:49 উদাহৰণস্বৰুপে, সম্প্রসাৰিত ওয়্যাৰান্টি, অতিৰিক্ত ব্যাটাৰী, অতিৰিক্ত সংগ্রহস্থল, কভাৰ, সামগ্ৰী ইত্যাদি
10:00 গ্রাহকক আশ্বাস দিয়ক যে সেই আইটেমবোৰ সচায়েই সহায়ক হয় .
10:05 অবশেষত বিলিংৰ কাৰনে আগোৱাই যাওক.
10:08 বিলিংৰ পিছত, এটা হাহিৰে গ্রাহকক পণ্যৰ লগতে সেই অনয় বস্তুবোৰো দিয়ক!
10:18 ইয়াতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিলো
10:22 সংক্ষেপে
10:23 এই টিউটোৰিয়েলত আমি গ্রাহকক সক্রিয়ভাবে শুনিবলৈ আৰু যোগাযোগ কৰিবলৈ শিকিছো
10:29  গ্রাহকৰ সন্দেহ আৰু আপত্তিবোৰও অতৰুৱা
10:33 গ্রাহকক পণ্য আৰু তাৰ লগতে আৰু কিছো বস্তু কিনিবলৈ কোৱা
10:38 নিম্নলিখিত লিঙ্কৰ পৰা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ দিয়ে.
10:44 ডাউনলোড কৰি চাওক.
10:46 স্পোকেন টিউটোৰিয়েল টিমে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰাত সার্টিফিকেট দিয়ে. বিস্তাৰিত জানাৰ বাবে, আমালৈ লিখক.
10:57 স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, MHRD, ভাৰত সৰকাৰ দ্বাৰা নিহিত হয়.
11:04 আই আই টি বম্বেৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনৰ পৰা বিদায় লৈছো. দেখাৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, Pratik kamble