Ruby/C2/Variables-in-Ruby/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. ৰুবী ৰ ভেৰিয়েব্লচৰ স্পৌকেন টিওটৰিয়েল লৈ স্ৱাগতম ।
00:06 এই টিওটৰিয়েলত আমি শিকিম
00:09 ভেৰিয়েব্ল কি হয় ?ডায়নামিক টাইপীং
00:13 এটা ভেৰিয়েব্ল ডিক্লেয়াৰ কৰা
00:15 বিভিন্ন ধৰণৰ ভেৰিয়েব্ল কনভাৰ্ত কৰা
00:18 এটা ভেৰিয়েব্লৰ স্কৌপ কি হয় ?
00:20 বিভিন্ন ধৰণৰ ভেৰিয়েব্ল
00:23 আমি ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" আৰু ৰুবী 1.9.3
00:32 এই টিওটৰিয়েল বুজিবলৈ, লিনাক্সত টাৰমিনেলৰ ব্যৱহাৰৰ ওপৰত জ্ঞান থকা উচিত ।
00:38 Irb ৰ বিষয়ে জ্ঞান থকা উচিত ।
00:41 প্রাসংগীক টিওটৰিয়েলৰ বাবে আমাৰ ""স্পৌকেন টিওটৰিয়েল"" ৱেবসাইট প্রত্যক্ষ কৰক ।
00:47 ভেৰিয়েব্ল কি হয় বুজো আহক ।
00:50 এটা ভেৰিয়েব্ল মান সংৰক্ষণত ব্যৱহাৰ হয় ।
00:54 ভেৰিয়েব্ল সমূহ ৰেফাৰেন্চ হিচাপে কাৰ্য্য কৰে ।
00:58 মন কৰিব যে ৰুবীৰ ভেৰিয়েব্ল সমূহ কেচ চেনচিতিভ হয় ।
01:04 ভেৰিয়েব্লৰ নাম সমূহ অৰ্থপূৰ্ণ হ'ব লাগিব ।
01:07 ভেৰিয়েব্লৰ নামত মাথো সৰু আখৰ, নম্বৰ,আনদাৰস্ক'ৰ থাকিব পাৰে । ঊদাহৰন হিচাপে: first_name
01:20 এতিয়া চাও আহক ডাইনামিক টাইপীং কি হয়
01:23 ৰুবী এটা ডাইনামিক ভাষা
01:27 অৰ্থাৎ, ভেৰিয়েব্ল এটা সৃষ্টি কৰোতে আপুনি ডাতাটাইপৰ বৰ্ণনা দিব নালাগে ।
01:34 ভেৰিয়েব্ল এচাইনমেন্টৰ সময়ত ৰুবী ইনটাৰপ্ৰিটাৰে ডাতাটাইপ নিৰ্ণয় কৰে ।
01:39 ৰুবীত ভেৰিয়েব্ল বৰ্ণনা কৰা বুজো আহক ।
01:45 এবাৰত Ctrl, Alt আৰু T প্ৰেছ কৰি টাৰমিনেল খোলক ।
01:51 আপুনাৰ স্ক্ৰীণত এখন টাৰমিনেল ৱিনদ'ৱ দেখা পাব ।
01:55 এতিয়া, irb টাইপ কৰক ।
01:57 এন্টাৰ প্ৰেছ কৰি ইনটাৰেক্টিভ ৰুবী খোলক ।
02:02 এতিয়া, টাইপ কৰক var1=10 আৰু এন্টাৰ প্ৰেছ কৰক ।
02:09 ইয়াত আমি var1 বুলি এটা ভেৰিয়েব্ল বৰ্ণনা কৰি 10 এচাইন কৰিছো ।
02:15 ইনটাৰপ্ৰেটাৰে এল'ত কৰা ডাতাটাইপ ইন্তেযাৰ হয় নে নহয় পৰীক্ষা কৰো আহক ।
02:21 টাইপ কৰক, var1 dot kind_(underscore)of (?)(প্ৰশ্নবোধক চিহ্ন) Integer(ইন্তেযাৰ) আৰু এন্টাৰ প্ৰেছ কৰক ।
02:37 আমি আওতপুতত true বুলি পাম ।
02:39 ৰুবীত ভেৰিয়েব্ল টাইপ ডাইনামিকেলী সলনি কৰিব পাৰি
02:44 এনে কৰিবলৈ, এটা নতুন মান এচাইন কৰিব
02:47 ভেৰিয়েব্ল var1ত এটা string মান এচাইন কৰো আহক
02:53 টাইপ কৰক var1=hello, ঊৰ্ধ কমাৰ অন্তৰ্গত আৰু এন্টাৰ প্ৰেছ কৰক ।
03:02 এচাইন কৰা ভেৰিয়েব্লৰ টাইপ পৰীক্ষা কৰো আহক ।
03:06 টাইপ কৰক var1 dot class
03:12 ক্লাছ মেঠদৰ সহায়ত আমি জানিব পাৰিম যে ই কোন ক্লাছৰ ভেৰিয়েব্ল হয়। এতিয়া এন্টাৰ প্ৰেছ কৰক ।
03:20 আমি String আওতপুত পাম ।
03:23 ৰুবীয়ে ভেৰিয়েব্লৰ টাইপ ইন্তেযাৰ ৰ পৰা ষ্ট্ৰীংলৈ সলনি কৰিছে ।
03:29 এটা ভেৰিয়েব্লৰ মান বিভিন্ন টাইপলৈ সলনি কৰিবলৈ শিকো আহক ।
03:35 স্লাইদ সমূহলৈ ঘূৰি যাও আহক ।
03:38 ৰুবী ভেৰিয়েব্লৰ মান বিভিন্ন টাইপলৈ সলনি কৰিবলৈ ভেৰিয়েব্ল ক্লাছ সমূহৰ মেঠদ আছে ।
03:45 এটা ভেৰিয়েব্ল ইন্তেযাৰ লৈ সলনি কৰিবলৈ to_i মেঠদ ব্যৱহাৰ কৰা হয় ।
03:51 এটা ভেৰিয়েব্ল ফ্লটিং পইন্ট লৈ সলনি কৰিবলৈ to_f মেঠদ ব্যৱহাৰ কৰা হয় ।
03:57 এটা ভেৰিয়েব্ল ষ্ট্ৰীংলৈ সলনি কৰিবলৈ to_s মেঠদ ব্যৱহাৰ কৰা হয় ।
04:03 to_s মেঠদে নম্বৰৰ বেছ, আৰগ্যোমেন্ট হিচাপে লয় ।
04:08 সাল-সলনি সমূহ এই নম্বৰৰ বেছৰ ওপৰতে নিৰ্ভৰ ।
04:12 এতিয়া এই মেঠদ সমূহ চেষ্টা কৰি চাও আহক ।
04:15 টাৰমিনেল লৈ যাওক । টাৰমিনেল খন প্ৰথমে ক্লিয়েৰ কৰি ল'ৱ ।
04:21 Irb কনচ'ল ক্লিয়েৰ কৰিবলৈ Ctrl+ L প্ৰেছ কৰক ।
04:25 এতিয়া টাইপ কৰক y=20 আৰু এন্টাৰ প্ৰেছ কৰক ।
04:32 ইয়াত আমি y বুলি এটা ভেৰিয়েব্ল বৰ্ণনা কৰি ২০ ৰ মান এচাইন কৰিছো ।
04:39 এতিয়া আমি to underscore f মেঠদ ব্যৱহাৰ কৰি yক ফ্লটিং পইন্ট মান লৈ সলনি কৰিম ।
04:47 টাইপ কৰক y dot to underscore f আৰু এন্টাৰ প্ৰেছ কৰক ।
04:55 আমি ফ্লটিং পইন্ট মান পাম ।
04:57 এতিয়া টাইপ কৰক y dot to underscore s আৰু এন্টাৰ প্ৰেছ কৰক ।
05:06 আওতপুতত ঊৰ্ধ কমাৰ অন্তৰ্গত ২০ পাম ।
05:10 ভেৰিয়েব্ল y বাইনেৰী ফৰ্ম লৈ নিবৰ বাবে, to_s মেঠদত নম্বৰৰ বেছ 2 দিব লাগিব ।
05:18 আপ এৰ' প্ৰেছ কৰিলে স্ক্ৰীণত আগৰ কমান্দ পাব ।
05:22 টাইপ কৰক ব্ৰেকেট খোলাক, 2 ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ প্ৰেছ কৰক ।
05:29 আমি বাইনেৰী ফৰ্মত আওতপুত পাম ।
05:33 একেদৰে আপুনি y ভেৰিয়েব্ল অকটেল অথবা হেক্সাদেসিমেল ফৰ্ম লৈ সলনি কৰিব পাৰে ।
05:39 নম্বৰৰ বেছ ৮ অথবা ১৬ লৈ সলনি কৰি.
05:44 স্লাইদ সমূহলৈ ঘূৰি যাও আহক ।
05:47 variable scope কি হয় শিকো আহক ।
05:51 স্কৌপৰ সহায়ত জানিব পাৰি, প্ৰগ্ৰেম এটাৰ কোনটো অংশত ভেৰিয়েব্ল একচেস কৰিব পাৰি।
05:56 ৰুবীত চাৰিটা ধৰণৰ ভেৰিয়েব্ল স্কৌপ আছে.
06:00 ল'কেল গ্ল'বেল
06:02 ইনষ্টেন্চ আৰু
06:04 ক্লাছ
06:06 ভেৰিয়েব্লৰ নামৰ আগত এটা বিশেষ কেৰেকটাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ভেৰিয়েব্ল বিৱৰণ কৰিব পাৰি
06:14 global ভেৰিয়েব্লক $ ৰে প্ৰতিনিধিত্ব কৰা হয়
06:18 সৰু আখৰ আৰু আনদাৰস্কৌৰে local ভেৰিয়েব্লক প্ৰতিনিধিত্ব কৰে
06:25 এটা instance ভেৰিয়েব্ল প্ৰতিনিধিত্ব কৰে @ চিহ্নৰে।
06:29 দুটা @@ চিহ্নয়ে এটা class ভেৰিয়েব্লক প্ৰতিনিধিত্ব কৰে
06:33 ডাঙৰ আখৰে এটা constant প্ৰতিনিধিত্ব কৰে
06:37 অন্য এটা টিওটৰিয়েলত আমি ইয়াৰ বিষয়ে বহলাই বুজিব চেষ্টা কৰিম ।
06:42 ইয়াতে আমি এই স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্য্যায়ত উপনীত হ'লো । পৰ্য্যালোচনা কৰো আহক ।
06:48 এই টিওটৰিয়েলত আমি শিকিলো
06:51 এটা ভেৰিয়েব্ল বৰ্ণনা কৰিবলৈ, ঊদাহৰন হিচাপে: var1=10
06:56 ভেৰিয়েব্লৰ ধৰণ সলনি কৰিবলৈ, to_f, to_s মেঠদ ব্যৱহাৰ কৰি
07:04 বিভিন্ন ধৰণৰ ভেৰিয়েব্লৰ scope
07:06 কাৰ্য্য হিচাপে
07:08 এটা ভেৰিয়েব্ল বৰ্ণনা কৰি octal আৰু hexadecimal ফৰ্ম লৈ সলনি কৰিব
07:14 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
07:17 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:20 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
07:24 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে
07:27 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
07:30 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07:34 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
07:41 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
07:45 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
07:51 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
07:57 এই পাঠটো অম্লান শইকীয়াৰ দ্ৱাৰা যোগদন কৰা হৈছে. মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble