PERL/C3/Exception-and-error-handling-in-PERL/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. 'PERLত Exception and error handling ৰ স্পোকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি শিকিম:

Catch errors আৰু Handle exceptions

00:12 এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:

'উবুন্টু লিনাক্স 12.04' অপাৰেটিং সিস্টেম 'পার্ল 5.14.2' আৰু 'Gedit টেক্সট এডিটৰ.

00:23 আপোনি আপোনাৰ পছন্দৰ যি কোনো 'টেক্সট এডিটৰ' ব্যবহাৰ কৰিব পাৰে.
00:27 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ 'পার্ল' প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব.
00:32 যদি নাই তেনেহলে 'স্পোকেন টিউটোৰিয়েল' ওয়েবসাইটত গৈ তাৰ প্রাসঙ্গিক 'পার্ল' স্পোকেন টিউটোৰিয়েল চাওক.
00:39 যেতিয়া এটা   error' দেখা দিয়ে, Exception handlingএ' স্বাভাবিক সঞ্চালনৰ পথৰ পৰা এটা প্রোগ্রামৰ সঞ্চালনক বিচ্যুত(deviates) কৰে.
00:47 Error handlingএ  applicationক নতৰুৱাকৈ প্রোগ্রামক পুনৰুদ্ধাৰ কৰিবলৈ সাহায্য কৰে.
00:53 আমি এটা এৰৰক বহু পদ্ধতিৰে চিহ্নিত আৰু ট্ৰেপ কৰিব পাৰো. আমি 'পার্লত' সাধাৰণভাবে ব্যবহৃত কিছু পদ্ধতি চাম.
01:01 'warn' ফাংছনে মাত্র কোনো পদক্ষেপ গ্রহণ নকৰাকৈ এটা সতর্কতামূলক বার্তা উত্থাপন  কৰে.
01:07 'die  ফাংছনে অবিলম্বে সঞ্চালনক( execution) সমাপ্ত কৰে আৰু এৰৰ বার্তা প্রদর্শন কৰে.
01:13 আমি ইতিমধ্যে চেভ কৰি থোৱা এটা নমুনা প্রোগ্রাম ব্যবহাৰ কৰি die ফাংছন বুজো.
01:20 টার্মিনেলত যাওক আৰু টাইপ কৰক  gedit die dot pl ampersand আৰু Enter টিপক.
01:29 এইটো  'die.pl' ফাইলত কোড হয়. আমি কোডটো এতিয়া বুজো.
01:35 ইয়াত আমি এটা ফাংশন divide' ক  সংজ্ঞায়িত কৰিছো যিয়ে দুটা 'ইনপুট পেৰামিতাৰi.e dollar numerator আৰু dollar denominator.
01:46 At the rate underscore (@_) এটা 'বিশেষ ভেৰিয়েবল" হয় যিয়ে parameter listক ফাংশনত প্রেৰণ কৰিবলৈ ব্যবহৃত হয় .
01:53 যদি denominator শূন্য হয়, তেনেহলে die ফাংছনে স্ক্রিপ্টৰ পৰা প্রস্থান কৰিব.
01:57 এইটোৱে ইউজাৰৰ পড়াৰ বাবে 'এৰৰ বার্তা' প্রদর্শন কৰিব. অন্যথায়, এইটোৱে আউটপুট প্রিন্ট কৰিব.
02:05 এইবোৰ 'ফাংশন কল' বিবৃতি হয়.
02:08 প্রথম দুই বাৰত, ফাংশনটো সঞ্চালন কৰা হয় কাৰণ দ্বিতীয় পেৰামিতাৰ শূন্য নহয়.
02:15 তৃতীয়বাৰত, denominator মান শূন্য হয়. সেয়ে,  die ফাংশনটো সঞ্চালন কৰা হয়.
02:23 শেষৰ ডিভাইড ফাংশন সঞ্চালন কৰা নহব কাৰন die ফাংছন স্ক্রিপ্টৰ পৰা প্রস্থান কৰে .
02:29 প্রোগ্রামটো চেভ কৰিবলৈ Ctrl + S টিপক.
02:32 আহক প্রোগ্রামটো 'এক্সিকিউট' কৰো .
02:35 টার্মিনেললৈ উভতি যাও আৰু টাইপ কৰো: perl die dot pl আৰু এন্টাৰ টিপক.
02:43  আউটপুট ইয়াত দেখোৱাৰ দৰে প্রদর্শন কৰা হয়."Can't divide by zero!"
02:49 এইটোৱেই এৰৰ মেসেজ যি আমি প্রোগ্রামত দিছো, die  স্টেমেন্টত.
02:54 ইয়াৰ পিছত, আমি এৰৰ হ্যান্ডলিংত কিভাবে 'Eval' ফাংশন ব্যবহাৰ কৰিব লাগে তাক চাও.
03:00 Eval ফাংছন ' 'ৰান টাইম এৰৰ' অথবা 'exceptions' হ্যান্ডলিংৰ বাবে ব্যবহাৰ কৰা হয়.
03:06 উদাহৰণস্বৰুপে, 'বিল্ট-ইন এৰৰ'  যেনে out of memory, divide by zero বা  user defined error (ব্যবহাৰকাৰী নির্ধাৰিত এৰৰ).
03:14 'Eval' 'ফাংশনৰ বাবে সাধাৰণ সিনট্যাক্স ইয়াত দেখোৱা হৈছে.
03:19 dollar exclamation($!) special variable এ এৰৰ বার্তা ৰাখে, যদি কোনো আছে.
03:25 অন্যথা,   dollar exclamation( $!)এ এটা খালি 'স্ট্রিং' ৰাখে. তাৰ মানে এইটোক  false হিচাবে মূল্যায়ন কৰা হয়.
03:33 আমি এটা নমুনা প্রোগ্রাম ব্যবহাৰ কৰি  'Eval'   ফাংছন বুজো."'টার্মিনেলত যাওক.
03:40 প্রকাৰ: 'gedit eval dot pl ampersand আৰু এন্টাৰ টিপক.
03:47 eval dot pl ফাইলত, পর্দাত প্রদর্শিত হিসাবে নিম্নলিখিত কোড টাইপ কৰক.মই এতিয়া কোডটো ব্যাখ্যা কৰো.
03:54 ইয়াত, আমাৰ উদাহৰণত, open FILEএ  die স্টেতমেন্টক কল কৰে, যদি ইয়াত এটা ফাইল "test.dat" খোলাত কিছু অসুবিধা আছে.
04:05 'পার্লে' শেষৰ eval  ব্লকৰ পৰা  ভেৰিয়েবল dollar exclamation( $!)ৰ লৈকেsystem error বার্তা দিয়ে.
04:13 ফাইলটো চেভ কৰিবলৈ 'Ctrl + S' টিপক.
04:17 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক: perl eval dot p আৰু এন্টাৰ টিপক.
04:25  ইয়াত দেখোৱাৰ দৰে  system error বার্তা প্রদর্শন কৰা হয়.
04:30 আমি আৰু এটা উদাহৰণ চাও. এইবাৰ, আমি এটা এৰৰ বার্তা দেখিম যি  '$@' (dollar at the rate) ব্যবহাৰ কৰি eval ফাংশনৰ পৰা উভতি(return) আহে.
04:40 আহক eval dot pl ফাইললৈ উভতি আহো.
04:44  পর্দাত দেখোৱাৰ দৰে কোডটো লিখক.
04:48 আমি ফাংশন averageত ইনপুট পেৰামিতাৰ হিসাবে  $total, $count পাছ কৰি আছো.
04:56 যদি count'শূন্য হয় তেনেহলে আমাৰ উচৰত এটা এৰৰ পোৱাৰ এটা সম্ভাবনা আছে.
05:00 ইয়াতে যি  die স্তেটমেন্ট হেন্দেল কৰা যায়.
05:04  'Eval'ৰ পৰা ৰিটাৰ্ণ হোৱা এৰৰ বাৰ্তা  $@ ( dollar at the rate) ব্যবহাৰ কৰি প্রদর্শন কৰা হৈছ.
05:11 যদি নহয়, এইটোৱে Average মান প্রিন্ট কৰিব.
05:15 ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক. আহক আমি প্রোগ্রামটোক 'এক্সিকিউট' কৰো .
05:22 টার্মিনেলত উভতি যাওক আৰু টাইপ কৰক: perl eval.pl আৰু Enter টিপক.
05:31 আউটপুট ইয়াত দেখোৱাৰ দৰে হয়.
05:35 ইয়াতে টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে.
05:41 এই টিউটোৰিয়েলত আমি এনেধৰনৰ শিকিছো :

Catch errors আৰু Handle exceptions.

05:47 এটা অনুশীলনী হিসাবে নিম্নলিখিত কামবোৰ কৰক.আপোনাৰ 'লিনাক্স' মেশিনত, 5জন কর্মচাৰী 'নামৰ সৈতে এটা ফাইল' emp.txt 'তৈয়াৰ কৰক.
05:57 'emp.txt' এৰ অনুমতি(permission) READonly লৈ পৰিবর্তন কৰক.
06:02 নোট: change permission(পৰিবর্তনৰ অনুমতি) অপশনৰ বাবে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক 'লিনাক্স' 'স্পোকেন টিউটোৰিয়েল' লৈ যাওক.
06:10 ' emp.txt' ফাইলটো খোলিবলৈ এটা 'পার্ল' প্ৰোগ্ৰাম লিখক আৰ ইয়াত কিছু কর্মচাৰী নামবোৰ জুড়ক.
06:19 যদি open/write  অপাৰেশন ব্যর্থ হয়, তেনেহলে "Eval"ব্যবহাৰ কৰি, উপযুক্ত এৰৰ বার্তা প্ৰীন্ট কৰক.
06:26 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক.
06:33 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
06:42 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
06:46 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
06:53 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
06:58 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble