PERL/C2/while-do-while-loops/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 ‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’(while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম।
00:06 এই তিউতৰিয়েলত( tutorial) আমি শিকিম;
00:09 ‘’’পাৰ্ল’’’ত থকা ‘’’while’’’ লোপ।
00:11 ‘’’পাৰ্ল’’’ত ‘’’do-while’’’ লোপ।মই Ubuntu Linux 12.04 অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো।
00:20 মই gedit Text Editorৰো ব্যৱহাৰ কৰিম।
00:24 আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে।
00:28 আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব।
00:33 ‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল।
00:38 অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব।
00:43 ‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ।
00:45 ‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে।
00:50 ‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল-
00:53 while space ব্ৰেকেট খোলক condition ব্ৰেকেট বন্ধ কৰক
00:58 কাৰ্লি ব্রেকেত খোলক
01:00 ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব
01:04 কাৰ্লি ব্রেকেত বন্ধ কৰক।
01:07 কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ।
01:16 এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক।
01:19 তাৰমিনেল খুলি টাইপ কৰক
01:22 gedit whileLoop dot pl space ampersand
01:29 আৰু এন্তাৰ প্রেছ কৰক।
01:31 gedit whileLoop.pl ফাইল খোলিব।
01:34 এতিয়া তলত দিয়া ক’দ টাইপ কৰক
01:37 hash exclamation mark slash u s r slash bin slash perl
01:45 এন্তাৰ প্রেছ কৰক।
01:47 'dollar i = ০ ছেমিকলন।
01:52 এন্তাৰ প্রেছ কৰক।
01:54 ‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ dollar i less than or equal to four আৰ ব্রেকেত স্পেচ বন্ধ কৰক।
02:04 কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক
02:08 print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon
02:20 এন্তাৰ প্রেছ কৰক
02:22 dollar i plus plus semicolon
02:27 এন্তাৰ প্রেছ কৰক আৰু
02:28 কাৰ্লি ব্রেকেত বন্ধ কৰক।
02:31 “হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও।
02:33 আমি ভেৰিয়েবল i'ক ০’লৈ আৰম্ভ কৰিলো।
02:38 এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন $i less than or equal to 4 স্পেচিফাই কৰিলো।
02:46 যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব।
02:52 ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' প্রিন্ট কৰিব।
03:01 তাৰ পিছত $i++ এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব।
03:08 এতিয়া আকৌ লোপৰ কন্দিচ্যন $i<=4 পৰীক্ষা কৰিব।
03:16 আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ।
03:22 এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব।
03:32 ctrl+s প্রেছ কৰি ফাইল চেভ কৰক।
03:35 এতিয়া তাৰমিনেল’ত যাওক।
03:37 চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক-
03:42 perl hyphen c whileLoop dot pl
03:47 আৰু এন্তাৰ টিপক।
03:49 তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব।
03:52 whileLoop.pl syntax OK
03:56 যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম-
04:02 perl whileLoop dot pl
04:06 আৰু এন্তাৰ টিপক।
04:09 তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব।
04:14 ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও।
04:20 ’’do-while’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব।
04:25 তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে।
04:30 ’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল-
04:34 do space
04:36 কাৰ্লি ব্রেকেত খোলক
04:38 কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক
04:42 কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক।
04:45 while ব্রেকেতৰ মাজত স্পেচ condition াৰু তাৰপিছত চেমি-ক’লন দিয়ক।
04:50 তাৰমিনেল খুলি তাইপ কৰক;
04:54 gedit doWhileLoop dot pl space ampersand
05:03 আৰু তাৰ পিছত এন্তাৰ টিপক।
05:05 geditdoWhileLoop.pl ফাইল খুলিব।
05:09 তলত দিয়া ক’দ টাইপ কৰক-
05:11 hash exclamation mark slash u s r slash bin slash perl এন্তাৰ টিপক।
05:21 dollar i equals to zero semicolon এন্তাৰ টিপক
05:27 do space
05:29 কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক
05:33 print space ডবল কোটচতValue of i colon space dollar i slash n ডবল কোট বন্ধ কৰক semicolon
05:46 এন্তাৰ টিপক
05:48 dollar i plus plus semicolon
05:52 এন্তাৰ টিপক
05:54 কাৰলি ব্রেকেত বন্ধ কৰক
05:56 space while space ব্রেকেত খুলক dollar i less than or equal to four
06:06 ব্রেকেত সেমিক’লন বন্ধ কৰক।
06:10 এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা।
06:13 আমি ভেৰিয়েবল i'ক ০’লৈ আৰম্ভ কৰিলো।
06:18 প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে।
06:28 $i++ এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়।
06:36 দ্বিতীয় বাৰ, $i কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে।
06:43 যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়।
06:48 আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা 'Value of i colon 1'
06:57 যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব।
07:05 ctrl+s প্রেছ কৰি ফাইল চেভ কৰক।
07:09 এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক।
07:16 perl hyphen c doWhileLoop dot pl
07:21 আৰু এন্তাৰ টিপক
07:23 তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব
07:26 doWhileLoop.pl syntax OK
07:30 যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম।
07:36 perl doWhileLoop dot pl টাইপ কৰক
07:41 আৰু এন্তাৰ টিপক
07:43 তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব।
07:48 এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক।
07:53 তাৰমিনেল খোলক, আৰু টাইপ কৰক-
07:55 gedit loop dot pl space ampersand
08:01 আৰু এন্তাৰ টিপক
08:03 gedit loop dot pl ফাইল খোলিব।
08:07 এতিয়া দেখোৱা ক’দ টাইপ কৰক।
08:12 আমি এটা ভেৰিয়েবল count দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো।
08:19 ‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল count ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো।
08:29 কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়।
08:36 ‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো।
08:44 সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব।
08:49 তাৰ পাছত count ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে।
08:57 কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব।
09:02 এতিয়া ctrl+s প্রেছ কৰি ফাইল চেভ কৰক।
09:05 এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক-
09:12 perl hyphen c loop dot pl
09:16 আৰু এন্তাৰ টিপক
09:19 তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব।
09:22 loop dot pl syntax OK
09:26 যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো
09:31 perl loop dot pl টাইপ কৰিলৈ
09:36 আৰু এন্তাৰ প্রেছ কৰি।
09:38 তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব।
09:43 I am in do-while loop
09:46 ইয়াতে আমি দেখিম যে 'I am in while loop' লিখা একো আওতপুত নাই।
09:52 এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই।
09:59 ই বুজায় যে
10:01 “do-while” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে।
10:07 কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে।
10:15 মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে।
10:18 “হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই।
10:22 আকৌ চমুকৈ চাও।
10:24 এই তিউতৰিয়েলত আমি শিকিলো-
10:26 পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ।
10:29 চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি।
10:31 এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
10:33 'Hello Perl' প্রিন্ট কৰক
10:35 যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ
10:38 “হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি।
10:41 তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
10:45 স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
10:49 আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে।
10:53 স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে
10:56 কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
11:00 অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
11:04 অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
11:12 স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
11:17 ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
11:24 এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
11:36 আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে।
11:38 মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো।
11:40 লগত থকাৰ কাৰণে ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble