PERL/C2/More-Conditional-statements/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 নমস্কাৰ দৰ্শক সকল. পার্লৰ if-elsif-else আৰু switch কন্দিচনেল স্তেৎমেন্তৰ উপৰত এই স্পকেন তিওতৰিয়েললৈ আপোনাক স্বাগতম ৷
00:07 এই তিওতৰিয়েলত আমি শিকিম
00:10 পার্লত if-elsif-else স্তেৎমেন্ত আৰু switch স্তেৎমেন্তৰ বিষয়ে ।
00:15 মই ব্যৱহাৰ কৰিছো Ubuntu Linux12.04 অপাৰেতিং সিস্টেম আৰু Perl 5.14.2
00:22 আৰু মই ব্যৱহাৰ কৰিম gedit টেক্সট এডিটৰ ।
00:25 আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি ৷
00:29 আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় ভেৰিয়েবোল (Variables) আৰু কম্মেন্ট (Comment) উপৰত পার্লৰ ।
00:34 আৰু জ্ঞান থকা আৱশ্যকিয় প্রতিতু for, foreach, while আৰু do-while লুপৰ আৰু
00:38 if আৰু if-else স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ ।
00:43 পৰাপক্ষ্ ৎ সম্পর্কিয় স্পকেন তিওতৰিয়েলৰ spoken tutorial ওয়েবসাইট ।
00:48 If-elsif-else স্তেতমেন্ত পার্লত ব্যৱহাৰ কৰিব পাৰি
00:52 বিভিন্ন অৱস্থা চাবলৈ আৰু
00:54 জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট else ব্লক ।
00:59 if-elsif-else স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয়
01:04 if space ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট প্রেস এন্তেৰ
01:13 কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্রু সেমিকলন হয় ।
01:18 এন্টাৰ তিপক ।
01:20 ক্লোজ কার্লী ব্র্যাকেট স্পেস elsif স্পেস ওপেন ব্র্যাকেট condition ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট ।
01:30 এন্টাৰ তিপক ।
01:31 আন এটা কোডৰ তুকুৰা সেমিকোলন
01:33 এক্সিকিওত হব জেতিয়া elsif condition শুদ্ধ হব ।
01:37 এন্টাৰ তিপক ।
01:39 ক্লোজ কার্লী ব্র্যাকেট স্পেস else স্পেস ওপেন ব্র্যাকেট
01:44 এন্টাৰ
01:45 কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব
01:51 এন্টাৰ তিপক ।কার্লী ব্র্যাকেট বন্‌ধ কৰক ।
01:55 প্রথমতে if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় ।
02:01 যদি নহয় তেন্তে else if কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয় ।
02:06 নাইবা, else ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই ।
02:11 if-elsif-else স্তেতমেন্তৰ এতিয়া আমি কিসুমান উদাহৰণ সাও ।
02:16 তাৰমিনাল খুলক আৰু লিখক
02:19 'gedit conditionalBlocks dot pl space ampersand
02:26 আৰু এন্টাৰ তিপক ।
02:28 এনে কৰাৰ পাছত gedit conditionalBlocks.pl ফাইল খুল খাব ।
02:33 স্ক্রীনত দেখুওাৰ দৰে কোড বিলাক লিখক ।
02:38 আমি 'Perl' ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত ।
02:44 মন কৰিব, eq হই string comparison অপাৰেতৰ
02:49 আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু ।
02:55 এতিয়া তিপক ctrl+s ফাইল সেভ কৰিবলে ।
02:58 এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক ।
03:02 লিখক, perl conditionalBlocks dot pl
03:09 লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু । পার্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই ।
03:16 যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয়,
03:18 এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব ।
03:23 এতিয়া এন্টাৰ তিপক ।
03:25 তাৰিনেলত দেখুৱা অউতপুত হৈছে
03:27 Hi, I am Perl
03:29 এতিয়া, যোৱা
03:31 gedit ত লই সুইচ কৰক
03:33 এইয়াত দেখুৱাৰ দৰে ভাৰিয়াব্লে ল্যাঙ্গুয়েজত 'Java' জুগ কৰক ।
03:37 ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ ।
03:40 তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক ।
03:43 perl conditionalBlocks dot pl টাইপ কৰক
03:50 আৰু এন্টাৰ তিপক ।
03:53 তাৰমিনেলত অউতপুত দেখুৱা হৈছে Hi, I am Java
03:59 এতিয়া আকৈ gedit লৈ ঘুৰি যাও ।
04:03 এতিয়া , language ভেৰিয়েবল লৈ 'English' দিয়া জাওক ।
04:07 ctrl+s তিপক ফাইল তু সেভ কৰিবলৈ ।
04:09 তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক ।
04:13 টাইপ কৰক perl conditionalBlocks dot pl
04:18 আৰু এন্টাৰ তিপক ।তাৰমিনেলত দেখুৱা অউতপুত হৈছে
04:22 I am not a computer language
04:27 তিনিউতা কেছে ইয়াকে দেখুয়াইছে;
04:29 অকল এটা if block যোনটোৱে কন্দিছন মানিব, এক্সিকিওত হব ।
04:35 নহলে ডিফল্ট else block এক্সিকিওত হৈ যাব ।
04:39 এই দৰে আমাৰ প্রয়োজন আনুসাৰি, আমাৰ বহুতু elsif কন্দিছন থাকিব পাৰে ।
04:46 আপুনাৰ বাবে এখন assignment আছে ।
04:48 এটা if-elsif-else বাক্য লিখক প্রিন্ট কৰিবলৈ
04:51 “I am a Science graduate” যদি stream হৈ science
04:55 “I am a Commerce graduate” যদি stream হৈ commerce
04:59 ' “I am an Arts graduate” যদি stream science নাইবা commerce নহই ।
05:06 এতিয়া আমি switch স্টেতমেন্টৰ বিষয়ে শিকিম ।
05:10 Perl 5.8 থকা লৈকে Perlswitch স্টেতমেন্ট নাছিল ।
05:14 তাৰ পাছত Switch module উলিওৱা হল,
05:18 যিহে switch স্টেতমেন্টৰ কামখিনি কৰে ।
05:22 লখ্য কৰকঃ Perl Modules খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে ।
05:27 switch ৰ নিয়ম এই দৰে হয়ঃ
05:30 'Switch ব্যৱহাৰ কৰক সেমিকোলন ।
05:32 এন্টাৰ তিপক ।
05:34 switch স্পেস ওপেন ব্রাকেট dollar value ক্লোজ ব্রাকেট স্পেস ওপেন কার্লী ব্রাকেট
05:42 এন্টাৰ তিপক ।
05:44 case স্পেস 1 স্পেস কার্লী ব্রাকেট খোলক executes when dollar value equal to 1 কার্লী ব্রাকেট বন্ধ কৰক ।
05:53 এন্টাৰ তিপক ।
05:55 case স্পেস উদ্ধকমা a উদ্ধকমা স্পেস কার্লী ব্রাকেট খোলক executes when $value= একক কোট a একক কোট কার্লী ব্রাকেট বন্ধ কৰক
06:09 এন্টাৰ তিপক ।' else স্পেস কার্লী ব্রাকেট খোলকexecutes when $value does not match any of the cases"
06:18 কার্লী ব্রাকেট বন্ধ কৰক ।এন্টাৰ তিপক
06:20 কার্লী ব্রাকেট বন্ধ কৰক
06:22 চেম্পল প্ৰোগ্ৰামৰ সহায়ত 'switch তু বুজিবলৈ চেষ্টা কৰক ।
06:26 তাৰিনেল খুলক আৰু লিখক
06:29 gedit sampleSwitch dot pl space ampersand
06:36 আৰু এন্টাৰ তিপক ।
06:38 এতিয়া, চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্রীনত দেখুৱাৰ দৰে ।
06:43 এতিয়া আমি শিকিম কি দৰে switch স্টেতমেন্তে কাম কৰে ।
06:46 Perl কোডৰ ভিতৰত use Switch স্টেতমেন্টৰ ভিতৰত Switch module থাকে ।
06:54 লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত use keywordৰ উপৰত শিকিম।
07:00 আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম ।
07:03 আমি 'Perl' তু ভেৰিয়েবল $varত দিলো ।
07:08 ভেৰিয়েবল $varৰ মান চোৱা হয় switch স্টেতমেন্টত ।
07:14 প্রথম কেছত ই 'Perlৰ কেছৰ লগত মিল খাই ।
07:19 হেয় কাৰনে এই কেছৰ লগত লিখা case এক্সিকিউত হব ।
07:24 ctrl+s তিপক ফাইল সেভ কৰিবলৈ ।
07:27 এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক
07:31 perl sampleSwitch.pl
07:36 এন্টাৰ তিপক ।
07:38 ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে
07:41 ' I am Perl
07:43 gedit sampleSwitch.pl উভতি যাওক ।
07:48 এতিয়া, ভেৰিয়েবল $var 'Linux' দিয়া হল ।
07:52 Ctrl S তিপক ফাইল সেভ কৰিবলৈ ।
07:57 আকৌ, ভেৰিয়েবল $var switchত ছেক হব ।
08:03 'Linux' ৰ কেছৰ লগত মিল হল ।
08:05 হেয় কাৰনে এই কেছৰ লগত লিখা code এক্সিকিউত হব ।
08:10 এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক
08:15 perl sampleSwitch.pl
08:19 এন্টাৰ তিপক ।
08:21 ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে
08:24 I am Linux
08:26 gedit sampleSwitch.pl যাওক
08:30 একেদৰে, যদি ভেৰিয়েবল $var ৰ মান 'Java' হয়, তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব ।
08:38 এতিয়া, ভেৰিয়েবল $var 'English' দিয়া যাওক ।
08:42 আকৌ, ভেৰিয়েবল $var ৰ মান switchত ছেক হব ।
08:47 ই কোনো এটা case স্টেতমেন্টৰ লগত মিল নহয় ।
08:50 হেয় কাৰনে else বাক্য এক্সিকিউত হয় ।
08:54 এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক ।
09:00 perl sampleSwitch.pl
09:07 আৰু এন্টাৰ তিপক ।
09:09 অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে -
09:12 I am not a computer language
09:17 এই ৩ কেছে দেখাইছে যেঃ
09:20 এক্চপ্ৰেছনৰ মানে ভাবে case তো কি দৰে এক্সিকিউত কৰিব লাগে ।
09:25 অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু
09:28 যেতিয়া কোনো ভলিদ case নাথাকে, তেতিয়া ডিফল্ট else কেছ এক্সিকিউত হব ।
09:35 এইটো ধৰা বন্ধা নিয়ম নহই else case লিখা তু ।
09:39 এনেকোৱা ক্ষেত্রত,
09:41 যদি কোনো cases নিমিলে
09:44 তেতিয়া switch বাক্যৰ কোনো অউতপুত নাথাকে ।
09:48 ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে-
09:50 পুনৰ আগৰ কায্য খন লিখক
09:53 আগৰ তুতৰিয়েলত দিয়া হৈছে switch বাক্য প্রয়োগ কৰি ।
09:57 সাৰাংশ বর্ননা কৰা হৈছে ।
09:59 এই তিওতৰিয়েলত আমি শিকিলো -
10:01 if-elsif-else বাক্য আৰু
10:04 Perl switch বাক্য
10:05 চেম্পল প্ৰোগ্ৰাম বয়ৱহাৰ কৰি
10:08 তলৰ সংযোগত থকা ভিডিও তু সাওক ।
10:12 ই স্পকেন তিওতৰিয়েলৰ প্রজেক্ট সমোহ বর্ণনা কৰে ।
10:15 আপুনাৰ ভাল বেন্দৱিথ নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে ।
10:20 The Spoken Tutorial Project ডলে এই কর্মশালা আয়োজন কৰে স্পকেন তিওতৰিয়েলs ব্যৱহাৰ কৰি
10:25 প্রমান পত্র দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীর্ণ হয় ।
10:30 আৰু যানিবলৈ এই থিকনালৈ লিখক spoken hyphen tutorial dot org
10:36 স্পকেন তিওতৰিয়েল প্ৰোজেক্ট এটা ভাগ হয় Talk to a Teacher project
10:40 ইয়াক সহায় কৰে National Mission on Education ICT MHRD, Government of India ৰ যোগেদি ।
10:47 অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT
10:58 আসা কৰো আপুনি Perl তিওতৰিয়েল ভাল পালে ।
11:00 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
11:03 যোগ দিয়াৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble