PERL/C2/Conditional-statements/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 পার্লত if and if-else conditional স্টেতমেন্ট উপৰৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
00:07 এই টিউটোৰিয়েলত , আমি
00:09 if স্টেতমেন্ট আৰু
00:11 পার্লত if-else স্টেতমেন্টৰ সম্পর্কে শিকিম; আমি উবুন্টু লিনাক্স 12.04 ' অপাৰেটিং সিস্টেম আৰু পাৰ্ল 5.14.2 ব্যবহাৰ কৰিছো
00:20 আমি ' gedit টেক্সট এডিটৰ ও' ব্যবহাৰ কৰিম.
00:24 আপোনি আপোনাৰ পছন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
00:28 আপোনি পার্লত ' ভেৰিয়েবল ' আৰু ' মন্তব্যৰ ' মৌলিক জ্ঞান থাকিব লাগিব
00:33 পার্লত for', foreach , while আৰু do-while loops ৰ জ্ঞান থকা এটি অতিৰিক্ত সুবিধাজনক হয়.
00:40 স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল দিয়া আছে.
00:45 পার্লে নিম্নলিখিত conditionalস্টেতমেন্ট প্রদান কৰে -
00:49 if if-else
00:51 if-elsif-else and
00:53 switch এই টিউটোৰিয়েলত , আমি if আৰুIf-elseস্টেতমেন্ট আৱৰণ কৰিম
00:59 ' পার্লত if'স্টেতমেন্ট ব্যবহাৰ কৰিব পাৰি
01:01 কোড এটা প্ৰৰ্দশন কৰিবলৈ যেতিয়া এটা নির্দিষ্ট condition (শর্ত) সন্তুষ্ট হয়
01:07 if conditionalস্টেতমেন্ট ৰ সিনট্যাক্স নিম্নৰুপে দিয়া আছে
01:11 if space খোলা বন্ধনী condition বন্ধ বন্ধনী space ওপেন কাৰ্লীবন্ধনী
01:19 এন্টাৰ টিপক যেতিয়া conditionটি সত্য হয় কোড সেমিকোলন প্ৰৰ্দশন কৰা হব
01:25 Enter , বন্ধ কাৰ্লী বন্ধনী
01:29 যেতিয়া শর্তটো সত্য হয় তেতিয়াহে ifস্টেতমেন্ট ৰ ভিতৰত থকা কোডটো প্ৰৰ্দশন কার্যকৰ কৰা হব .
01:36 এতিয়া আমি if স্টেতমেন্টৰ এটি উদাহৰণ চাও.
01:40 টার্মিনাল খুলক আৰু লিখক
01:43 gedit conditionalBlocks dot pl space &'(ampersand )
01:49 আৰু এন্টাৰ টিপক
01:52 ই geditত conditionalBlocks.pl ফাইল খুলিব .
01:57 পর্দাত প্রদর্শিত হোৱা দৰে নিম্নলিখিত কোড টাইপ কৰক.
02:02 ইয়াত আমি ifৰ বাবে এটি শর্ত উল্লেখ কৰিছো, ' যি ভেৰিয়েবল গণনাৰ মান পৰীক্ষা কৰে.
02:09 equal to equal to চিহ্ন লক্ষ্য কৰক. এইটো comparison (তুলনা) অপাৰেটৰ হয়.
02:15 $count equal to equal to 5 শর্তক ভেৰিয়েবল গণনাৰ মানৰ বিৰুদ্ধে চেক কৰা হয় .
02:23 যেতিয়া ই 5ৰ সমান হয়, if ব্লকত থকা কোডটো প্ৰৰ্দশন কৰা হব
02:28 এতিয়া, ফাইল সংৰক্ষন কৰিবলৈ Ctrl + S প্ৰেচ কৰক .
02:32 তাৰপিছত টার্মিনাললৈ যাওক.
02:36 নিশ্চিত কৰক যে আপোনি আপোনাৰ ফাইল সংৰক্ষণ কৰা ডিৰেক্টৰিত আছে
02:41 কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ নিম্নলিখিত টাইপ কৰক -
02:46 perl hyphen c conditionalBlocks dot pl
02:53 আৰু এন্টাৰ টিপক
02:55 টার্মিনাল উইন্ডোত তলৰ লাইনটো প্রদর্শন কৰা হব
02:59 conditionalBlocks.pl syntax OK
03:04 যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্চ এৰৰ নাই, আমি পার্ল স্ক্রিপ্ট টাইপ কৰি প্ৰৰ্দশন কৰিম -
03:10 perl conditionalBlocks dot pl '
03:14 আৰু এন্টাৰ টিপক
03:16 টার্মিনেলত তলৰ আউটপুট দেখোৱা হব.
03:19 I am inside if statement'
03:23 Gedit লৈ উভতি যাওক
03:26 অথবা, আমি উপৰৰৰ ifস্টেতমেন্ট তলত দিয়াৰ দৰে লিখিব পাৰো-
03:31 print space ডবল উদ্ধৃতিত I am inside if statement slash n বন্ধ ডবল উদ্ধৃতি space if খোলা বন্ধনী dollar count space equal to equal to space 5 বন্ধ বন্ধনী সেমিকোলন
03:57 এতিয়া, আমি if-elseস্টেতমেন্ট চাও
04:01 এই স্তেতমেন্টটো ব্যবহাৰ কৰা হয় যেতিয়া ইউজাৰে
04:06 শর্তটো সত্য হলে কোড এটা আৰু
04:09 শর্তটো মিথ্যা হলে অন্য এটা কোড প্ৰৰ্দশন কৰিব বিচাৰে
04:13 if-else' শর্তৰ বাবে সিনট্যাক্স দিয়া আছে -
04:17 if space খোলা বন্ধনী condition বন্ধ বন্ধনী space খোলা কাৰ্লী বন্ধনী আৰু এন্টাৰ টিপক
04:27 কোড সেমিকোলন
04:29 দেখোৱা হব যেতিয়া if শর্ত সত্য হয়
04:32 এন্টাৰ টিপক
04:34 বন্ধ কাৰ্লীবন্ধনী space else space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক
04:41 অন্য এটা কোড সেমিকোলন
04:43 দেখোৱা হব যেতিয়া if শর্ত মিথ্যা হব
04:47 এন্টাৰ টিপক আৰু বন্ধ কাৰ্লীবন্ধনী লিখক
04:51 এতিয়া আকৌ, ' conditionalBlocks.pl 'ফাইলৰ লৈ যাওক যি আমি ইতিমধ্যে geditত তৈয়াৰ কৰি থৈছো
04:58 গণনা ভেৰিয়েবলক 4 ধার্য কৰক তাৰপিছত if ব্লকৰ শেষত স্পেচ টাইপ কৰক
05:07 else '
05:09 space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক
05:14 print space ডবল উদ্ধৃতি I am inside else statement slash n বন্ধ ডবল উদ্ধৃতি সেমিকোলন
05:30 এন্টাৰ টিপক আৰু " কাৰ্লীবন্ধনী বন্ধ কৰক
05:34 ইয়াত $count ভেৰিয়েবললৈ '4 নির্ধাৰিত কৰা হৈছে
05:38 যিহেতু count' ভেৰিয়েবলৰ মান 5ৰ সৈতে নিমিলে
05:43 if' ব্লকত থকা কোডটো দেখোৱা নহব
05:47 পৰিবর্তে else ব্লকত থকা কোডটো হে দেখোৱা (এক্সিকিউট)হব.
05:52 এতিয়া ফাইলটি সংৰক্ষণ কৰিবলৈ' Ctrl + S ' টিপক .
05:56 এতিয়া টার্মিনেল লৈ যাওক.
05:59 আৰু টাইপ কৰক perl hyphen c conditionalBlocks dot plকোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ
06:11 এতিয়া এন্টাৰ টিপক
06:13 তলৰ লাইনটো টার্মিনালেৰ প্রদর্শন কৰা হব
06:17 conditionalBlocks.pl syntax OK
06:20 তাত যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্স এৰৰ নাই, আমি এতিয়া পার্ল স্ক্রিপ্ট প্ৰৰ্দশন কৰিম
06:27 perl conditionalBlocks dot pl ' টাইপ কৰক
06:33 আৰু এন্টাৰ টিপক
06:35 তলত দিয়া আউটপুট টার্মিনেলত দেখোৱাব.
06:39 I am inside else statement'
06:44 সংক্ষেপ কৰা যাওক
06:46 এই টিউটোৰিয়েলত, আমি শিকিছো-
06:49 if আৰু পার্লত if-else conditional statements
06:53 নমুনা প্রোগ্রাম ব্যবহাৰ কৰি .
06:55 ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে -
06:57 প্রিন্ট কৰক “It is an open source language”
07:01 যেতিয়া ভেৰিয়েবলেৰ মান ঘোষিত পার্ল ' '
07:04 অন্যথায় প্ৰীন্ট কৰক “It's a proprietary language”
07:08 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
07:11 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:15 যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:20 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:22 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:26 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:31 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:37 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:42 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:50 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:00 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে.
08:04 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08:06 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble