LibreOffice-Suite-Math/C2/Derivatives-Differential-Equations-Integral-Equations-Logarithms/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
00:05 এই টিউটৰিয়েলত আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশ্বিয়েল সমীকৰণ, ইন্টিগ্ৰেল সমীকৰণ আৰু সূত্ৰ ঘাতাংকৰ (Logarithms) সৈতে কেনেকৈ লিখে সেই বিষয়ে শিকিম|
00:17 ইয়াৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে MathExample1.odt.
00:29 এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম|
00:37 এতিয়া টাইপ কৰক “Derivatives and Differential Equations: ” আৰু Enter কি-টো দুবাৰ টাইপ কৰক|
00:45 Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক|
00:54 আৰু আগবঢ়াৰ আগেয়ে আমি ফ’ন্টৰ আকাৰ 18 point-লৈ বৄদ্ধি কৰো আহক|
01:00 এলাইনমেন্ট বাওঁফাললৈ সলনি কৰক
01:03 আৰু পঢ়নযোগয়তা বঢ়াবলৈ আমাৰ প্ৰতিটো উদাহৰণৰ মাজত নতুন ৰেখা আৰু খালী ৰেখা যোগ কৰিম|
01:11 এতিয়া আহক আমি Derivatives আৰু differential equation কেনেকৈ লিখে তাক শিকো|
01:19 Math-এ এই সূত্ৰ বা সমীকৰণ সমূহ লিখিবলৈ অতি উজু উপায় দিছে|
01:25 আমি মাত্ৰ সেইবোৰক ভগ্নাংশ হিছাপে গণ্য কৰিব লাগিব আৰু mark up ‘over’ ব্যৱহাৰ কৰিব লাগিব|
01:33 উদাহৰণ স্বৰূপে, এটা মুঠ ডেৰিভেটিভ df পূৰণ dx লিখিবলৈ হ’লে Formula Editor Window-ত mark up টো হ’ব 'df over dx' |
01:50 ইয়াৰ পিছত আংশিক ডেৰিভেটিভৰ বাবে আমি ‘partial’ শব্দটো ব্যৱহাৰ কৰিব পাৰো| আৰু markup-টো এনে ধৰণৰ দেখা যাব: del f over del x |
02:02 আমি যেতিয়া mark up ‘partial’ লিখিম তেতিয়া মাজু (curly) বন্ধনীৰ ব্যৱহাৰ কৰিব লাগিব|
02:08 Writer-ৰ ধূসৰ বাকছটোত del চিহ্নটো মন কৰক|
02:14 এইয়া অইন এটা উদাহৰণ: Newton's Second law of Motion (নিউটনৰ দ্বিতীয় গতি সূত্ৰ).
02:21 যিটোৱে বল আৰু ত্বৰণৰ মাজৰ সম্পৰ্কৰ ব্যখ্যা দিয়ে|
02:26 F, m a ৰ সমান|
02:30 এইটো এটা সাধাৰণ differential সমীকৰণ হিছাপে এনেধৰণে লিখিব পাৰি: F of t is equal to m into d squared x over d t squared|  
02:45 অৰ্ডাৰ অফ অপাৰেশ্যন ( order of operation) বুজাবলৈ আমি বিভিন্ন ধৰণৰ মাজু বন্ধনীৰ যোৰা ব্যৱহাৰ কৰিছো
02:56 আৰু সমীকৰণটো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|
03:01 Differential equation-ৰ এইয়া অইন এটা উদাহৰণ|
03:05 নিউটনৰ শীতলীকৰণ সূত্ৰ| 
03:08 যদিহে t-ৰ theta হৈছে এটা বস্তুৰ t সময়্ত তাপমান, তেনেহলে আমি এটা differential equation লিখিব পাৰো:
03:18 d of theta over d of t সমান বিয়োগ k পূৰণ theta বিয়োগ S
03:30 য’ত S চাৰিওফালৰ পাৰিৱেশিক তাপমান|
03:35 Writer-ৰ ধূসৰ বাকছটোত সমীকৰণটো লক্ষ কৰক|
03:39 আহক আমি আমাৰ কামখিনি ছেভ কৰো| File-লৈ যাওক আৰু Save-ত ক্লিক কৰক|
03:45 এতিয়া আহক আমি Integral equation কেনেকৈ লিখে তাক চাও|
03:50 আৰু আহক আমি এটা নতুন পেজলৈ যাও, ইয়াৰ বাবে Writer-ৰ ধূসৰ বাকছটোত তিনিবাৰ লাহে লাহে ক্লিক কৰিব লাগিব
03:58 আৰু তাৰ পাছত Control Enter দবাব লাগিব|
04:03 টাইপ কৰক “Integral Equations: ”
04:06 আৰু enter দুবাৰ দবাওক|
04:11 এতিয়া, Insert Object মেন্যুৰ পৰা Math-ক কল কৰা হওক
04:17 ফ’ন্টৰ আকাৰ 18 point-লৈ বঢ়োৱা হওক
04:22 আৰু এলাইনমেন্টটো বাওঁফাললৈ সলনি কৰা যাওক|
04:25 Integral চিহ্নটো আমি Formula Editor Window-ত mark up “int” ব্যৱহাৰ কৰিলেই হ’ল|
04:35 গতিকে, যদিহে ফাংকশ্যন f –ৰ প্ৰকৄত variable x আৰু এটা interval a, b x-axis-ত প্ৰকৄত লাইন হয়,তেনেহলে ডেফিনিট ইন্টিগ্ৰেল লিখা হয় Integral from a to b f of x dx |
04:58 Integral চিহ্ন বুজাবলৈ আমি mark up ‘int’ ব্যৱহাৰ কৰিছো|
05:04 a আৰু b-ৰ সীমা বুজাবলৈ আমি mark up ‘from’ আৰু ‘to’ ব্যৱহাৰ কৰিছো|
05:13 Writer-ৰ ধূসৰ বাকছটোত সূত্ৰটো মন কৰক|
05:17 ইয়াৰ পাছত আহক আমি cuboid-ৰ আয়তন নিৰ্ণয় কৰিবলৈ এটা ডাবল ইন্টিগ্ৰেল সূত্ৰ লিখি উলিয়াও|
05:26 আৰু সূত্ৰটো স্ক্ৰীণত দেখুওৱাৰ দৰে|
05:30 আমি দেখা পাইছো যে ডাবল ইন্টিগ্ৰেলৰ বাবে mark up-টো হৈছে ‘iint’ | সৰল|
05:38 একেধৰণে, আমি cuboid-ৰ আয়তন নিৰ্ণয় কৰিবলৈ এটা ট্ৰিপল ইন্টিগ্ৰেল ব্যৱহাৰ কৰিব পাৰো|
05:46 আৰু ট্ৰিপল ইন্টিগ্ৰেলৰ বাবে mark up-টো হৈছে  ‘i i i n t’.
05:52 আমি subscript mark ব্যৱহাৰ কৰি ইন্টিগ্ৰেলটোৰ Limit নিৰ্দিষ্ট কৰিব পাৰো|
06:00 Subscript ব্যৱহাৰ কৰি Math-এ ইন্টিগ্ৰেলটোৰ সোঁকাষে তলত আখৰটো স্থাপিত কৰে|
06:06 গতিকে এইবিলাক উপায় অৱলম্বন কৰি আমি Math-ত সূত্ৰ আৰু সমীকৰণবিলাক লিখিব পাৰো|
06:13 এতিয়া দেখা যাওক ঘাতাংক(logarithms) থকা সূত্ৰ এটা কেনেকৈ লিখিব পাৰি|
06:19 এই বিলাক আমি এটা নতুন Math-ৰ ধূসৰ বাকছত বা Math object-ত লিখো আহক|
06:24 টাইপ কৰক ‘Logarithms:‘ আৰু Enter দুবাৰ দবাওক|
06:29 Math-ক পুনৰ কল কৰক;
06:35 আৰু ফ’ন্ট 18 point-লৈ বঢ়াওক
06:39 আৰু সিহঁতক বাওঁফাললৈ এলাইন কৰক|
06:42 এটা সাধাৰণ ঘাতাংকৰ (logarithm ) সূত্ৰ হৈছে 10 ভূমিত( base) Log 1000 সমান 3 |
06:52 ইয়াত mark-টো মন কৰক|
06:55 এইয়া অইন এটা উদাহৰণ: 2 ভূমিত( base) Log 64 সমান 6 |
07:03 এতিয়া আহক আমি প্ৰাকৄতিক ঘাতাংকৰ(logarithm)  ইন্টিগ্ৰেল প্ৰকাশটো চাও|
07:10 t-ৰ প্ৰাকৄতিক ঘাতাংকৰ(logarithm) 1-পৰা t-লৈ 1 by x dx-ৰ ইন্টিগ্ৰেলৰ সমান|
07:20 আৰু mark up-টো স্ক্ৰীণত দেখুওৱা ধৰণৰ|
07:25 আহক আমি আমাৰ উদহৰণ সমূহ চেভ কৰো|
07:29 এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
07:31 তলত দিয়া derivative সূত্ৰবিলাক লিখি উলিওৱা:
07:35 y-ৰ দ্বাৰা d-ৰ বৰ্গ পূৰণ x-ৰ দ্বাৰা d-ৰ বৰ্গ সমান d পূৰণ dx of ( dy by dx) |
07:47 আকাৰ সম্প্ৰসাৰণ কৰিব পৰা বন্ধনীৰ ব্যৱহাৰ কৰক|
07:51 তলৰ integral-টো লিখক:
07:53 সীমা 0 –ৰ পৰা 1-লৈ Integral {square root of x } dx.
08:04 ইয়াৰ পাছত এটা ডাবল ইন্টিগ্ৰেল তলত দিয়া ধৰণে লিখক|
08:09 T-ৰ পৰা { 2 Sin x – 3 y cubed + 5 } dx dy-ৰ ডাবল ইন্টিগ্ৰেল 
08:23 আৰু সূত্ৰ ব্যৱহাৰ কৰি:
08:25 b ভুমিত log x তু দি পাৱাৰ অফ p সমান p পূৰণ b ভুমিত log x ;
08:35 2 ভূমিত log 1024-ক সমাধান কৰক|
08:41 আপোনাৰ সূত্ৰ সমূহ ফৰ্মেট কৰক|
08:43 এইখিনিতে আমাৰ LibreOffice Math-ত ডিফাৰেনশ্বিয়েল সমীকৰণ, ইন্টিগ্ৰেল সমীকৰণ আৰু ঘাতাংক (logarithms) কেনেকৈ লিখিব লাগে সেই বিষয়ক টিউটৰিয়েলৰ অন্ত পৰিছে|
08:52 চমুকৈ আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশ্বিয়েল সমীকৰণ,
08:58 ইন্টিগ্ৰেল সমীকৰণ আৰু সূত্ৰ আৰু ঘাতাংকৰ(logarithms) সৈতে সেইবিলাকক কেনেকৈ লিখে সেই বিষয়ে শিকিলো|
09:02 Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ,
09:06 যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
09:13 এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org.
09:18 এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:24 এই পাঠত Priya Suresh, DesiCrew Solutions, চেন্নাই-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions এই পাঠৰ ইমানতে সামৰণি মাৰিছো|
09:31 অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|

Contributors and Content Editors

Mousumi, PoojaMoolya