LibreOffice-Suite-Impress/C2/Printing-a-Presentation-Document/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Impress - Printing a Presentation’ৰ Spoken Tutorial’লৈ স্বাগতম।
00:06 এই Tutorial’ত আমি printing’ৰ বিভিন্ন options শিকিম -
00:11 Slides Handouts Notes আৰু Outline
00:16 ইয়াতে আমি Ubuntu Linux 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছো।
00:25 কিছুমান সময়ত আমাৰ presentation’ৰ কাৰণে আমি hard copies print কৰিব লগীয়া হয়।
00:29 উদাহৰণ স্বৰূপে, আপুনি আপোনাৰ দৰ্শকৰ ভৱিষ্যতৰ সুবিধাৰ্থে আপোনাৰ presentation’ৰ copy দিব পাৰে।
00:35 সেয়ে প্রথমতে, Sample Impress’ত double-click কৰি খোলো আহঁক।
00:41 আপোনাৰ slide’বোৰ print কৰিবলৈ, File আৰু Print’ত click কৰক। নহ’লে CTRL আৰু P press কৰক।
00:50 General আৰু Options tabবোৰৰ settingsৰ বিষয়ে জানিবলৈ <PAUSE>
00:55 অনুগ্রহ কৰি ‘LibreOffice Writer series’ৰ Viewing and printing Documents’ৰ tutorial’টো চাব।
01:02 Document field ‘ৰ print’ৰ ভিতৰৰ General tab’ত কিছুমান options দেখিবলৈ পাওঁ যিবোৰ আমি অকল Impress’ত দেখিবলৈ পাওঁ।
01:09 এই optionবোৰে আমাক আমাৰ slidesবোৰ মনে বিচৰা format’ত print কৰাত সহায় কৰে।
01:15 Slides Handouts Notes আৰু Outline। আমি Slides optionটো বাছি ল’ম।
01:22 এতিয়া আমি LibreOffice Impress tab’ত click কৰিম।
01:26 ইয়াতে আমি slide’ৰ কোনটো ভাগ print কৰিম, print’তৰ ৰং আৰু size বাছি ল’ব পাৰো।
01:34 Contents’ৰ তলত, Slide name, ‘Date and time’ আৰু Hidden pages বাছি লওক।
01:41 Text’ৰ বিৱৰণী মতে, ই Slide name, ‘Date and time’ আৰু Hidden pages print কৰিব, যদি থাকে।
01:49 তাৰ পিছত আমি Color’ৰ ভিতৰত Grayscale বাছি ল’ম।
01:53 Text’ৰ বিৱৰণী মতে, আন optionবোৰে slideটো তাৰ আচল ৰঙত বা কলা-বগা ৰঙত print কৰিব।
02:00 আৰু Size’ৰ ভিতৰত, print কৰিব পৰা page’ৰ বাবে Fit বাছি লওক। Libreoffice impress tabঅত আপুনি আপুনাৰ মতে বেলেগ ধৰনৰ চাইজ অপচনো বাচি লব পাৰে
02:10 Print কৰাৰ উদ্দেশ্য অনুসৰি Page Layout tab’ত বিভিন্ন ধৰণৰ option উপলব্ধ।
02:18 ধৰি লওক, আপোনি একেখন print কৰা page’তেই বহুসংখ্যক slides থকাটো বিচাৰিছে।
02:23 সেয়ে, প্ৰতিতোৰ ছিতৰ পেজ বিলাক চিলেক্ট কৰক. ই সাধাৰন ভাবে প্ৰতিতোৰ পেজৰ এতাকৌ চলাইদ প্ৰিন্ত কৰে
02:29 এইয়া page’টোৰ এটা সৰু preview.
02:33 Drop-down arrow’ত click কৰক আৰু প্রতিখন page’ত কিমান সংখ্যক page print কৰিব সেয়া নিৰ্ধাৰণ কৰক।
02:39 যদি আমি ২ বাছনি কৰো, তেনেহ’লে preview’ত আমি ২খন page দেখিবলৈ পাম। যদি আমি ৬ বাছনি কৰো, তেনেহ’লে preview’ত আমি ৬খন page দেখিবলৈ পাম।
02:48 Draw a border around each page optionটো click কৰিলে ই print কৰাৰ সময়ত প্রতিটো page’ৰ চাৰিওপিনে এডাল ক’লা ীমাৰেখাৰ সৃষ্টি কৰে।
02:56 ই pageটোক অধিক আকৰ্ষণীয় কৰি তোলে।
02:59 পিছৰ option, Brochure,এ সহজ binding’ৰ কাৰণে slidesবোৰ brochure হিচাপে print কৰিবলৈ অনুমতি দিয়ে।
03:06 কিন্তু এইটো ক্ষেত্ৰত আমি এই option বাছি নলও। আপুনি নিজেই এই option পাছতকৈ চাব পাৰিব।
03:14 Options tab’ত থকা check boxবোৰ’ত clickযাতে নাই চাই ল’ব।
03:19 এই check boxবোৰ বিশেষ উদ্দেশ্যৰ কাৰণেহে, যিবোৰ আমি এই tutorial’ত আলোচনা নকৰো।
03:25 এতিয়া Print button’ত click কৰক।
03:28 যদি printer’টো সঠিকভাবে configure কৰা আছে তেতিয়াহ’লে printer’এ print কৰা start কৰিব।<PAUSE>
03:36 এতিয়া ব’লক আমি Handouts option’ৰ কথা শিকো। File আৰু Print’ত click কৰক।
03:41 আৰু Document field’ৰ Print’ৰ তলৰ General tab’ত থকা Handout বাছি লওঁক।
03:47 আগৰ পৰাই তাতে এখন page’ত ৪খন slides আৰু ক্রমশঃ বাওঁপিনৰ পৰা সোঁফালে তললৈ। Presentation’ৰ কাৰণে এইয়া তেনেকৈ থৈ দিওক।
03:58 LibreOffice Impress tab’ত, Size options disable হৈ থকা দেখিব।
04:05 ইয়াৰ কাৰণ হ’ল print’ৰ size,sheet’ত slide’ৰ পৰিমান আৰু size চাই নিৰ্ণয় কৰা হয়।
04:12 এতিয়া Print button’ত click কৰক।
04:15 Printer’টো ভালকৈ configure থাকিলে printer’এ print কৰিবলৈ আৰম্ভ কৰিব।
04:20 প্রথম slide’লৈ ব’লক আৰু Notes tab’ত click কৰক।
04:25 ইয়াতে এখন note type কৰিম - “This is a sample note”.
04:30 Slide’ত type কৰা notes print কৰিবলৈ, File আৰু Print’ত click কৰক।
04:35 Document field’ৰ Print’ৰ ভিতৰত General tab’ত under Notes option বাছি লওক।
04:42 Preview page’ৰ বাওপিনে চাওঁক। ই আপোনি type কৰা note Slide’ৰ তলৰফালে দেখোৱায়।
04:48 এতিয়া LibreOffice Impress tab’ত click কৰক।
04:52 মন কৰিব যে Size’ৰ optionsবোৰ Notes print কৰাৰ সময়ত উপলব্ধ নহয়।
04:57 এতিয়া Print button’ত click কৰক। যদি printer ভালকৈ configure কৰা আছে তেতিয়া printer’এ print কৰা আৰম্ভ কৰিব।
05:05 শেষত presentation’ৰ সময়ত quick reference’ৰ কাৰণে slide’বোৰৰ outline print কৰিবলৈ File আৰু Print click কৰক।
05:13 Document field’ৰ Print’ৰ তলত General tab’ত Outline option বাছি লওক।
05:19 বাওপিনে থকা আগৰ page’লৈ চাওক। ই slide heading আৰু sub-points’ৰ সহায়ত slide’ৰ outline আৰু sequence দেখোৱায়।
05:28 এতিয়া LibreOffice Impress tab’ত click কৰক।
05:32 মন কৰিব যে print কৰা সময়ত Size options উপলব্ধ নেথাকে।
05:38 এতিয়া Print button click কৰক। Printer ভালকৈ configure আছে যদি এতিয়া printer’এ print কৰা আৰম্ভ কৰিব।
05:47 ইয়াৰ সৈতে আমি এই tutorial’ৰ সামৰণি মাৰিছো য’ত আমি শিকিলো printing -
05:52 Slides, Handouts, Notes আৰু Outline।
05:57 এই comprehension test assignment’টো চেষ্টা কৰক। নতুন presentation এটা বনাওক।
06:02 অকল ২নং slide Print কৰক। প্রথম ৪খন slide handout হিচাপে print কৰক।
06:10 তলত দিয়া link’ত গৈ Spoken Tutorial project’ৰ video চাব পাৰে।
06:16 আপোনাৰ ভাল bandwidth নাথাকিলে videos download কৰিও চাব পাৰে।
06:21 Spoken Tutorial Project Team’এ spoken tutorials ব্যৱহাৰ কৰি কৰ্মশলা পাতে
06:27 Online test উত্তীৰ্ণ কৰাসকলক মানপত্র দিয়ে।
06:31 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org
06:38 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
06:42 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
06:50 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
07:01 এই প্ৰশিক্ষণ Pragyan Bezboruah দ্ৱ্ৰৰা যুগ্দান কৰা হইচে

মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi, Pratik kamble