LibreOffice-Suite-Draw/C4/Set-Draw-preferences/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত থকা চেতিং প্ৰিফাৰেঞ্চৰ বিষয়ে স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:06 এই টিউটৰিয়েলত আপোনালোকে শিকিব কেনেকৈ নিন্ম উল্লেখিত মনোনয়নবোৰ সংস্থাপন কৰা যায় :

প্ৰ’পাৰ্তিজ(Properties) ভাৰ্চন(Versions) তৈয়াৰ কৰা । ৰঙত/গ্ৰেস্কেলত/কলা-আৰু বগা ৰঙত দেখুওৱা ।

00:18 ইয়াত আমাৰ অপাৰেতিং চিচতেম( operating system) হিচাবে আমি ১০.০৪ ভাৰ্চনৰ উবান্তু লিনাক্স(Ubuntu Linux) আৰু ৩.৩.৪ ভাৰ্চনৰ লিব্ৰে অফিচ চুট(LibreOffice Suite) ৱ্যবহাৰ কৰি আছো ।
00:29 থ্ৰিদি অবজেক্ত ছাৰ্ত(3D ObjectsChart) ফাইলতো খোলা যাওক যিটো আমি আগতে সংৰক্ষন কৰি থৈছিলো।আৰু পৃষ্ঠা ১ লৈ যাওক ।
00:40 ধৰা হওক পাছৰ উদ্ধৃতিৰ বাবে আমি এই ফাইলত বৰ্ননা যোগ কৰিব বিচাৰো।
00:45 এইটো কৰাৰ বাবে,মেইন মেনুৰ(Main menu) পৰা ফাইল নিৰ্বাচন কৰক আৰু প্ৰ’পাৰতিজ( Properties) নিৰ্বাচন কৰক ।
00:50 আপোনালোকে প্ৰ’পাৰতিজ( Properties) দাইল’গ বক্স দেখা পাব ।
00:56 জেনেৰেল( General) টেবত ক্লিক কৰক ।আটাইবোৰ তথ্য যিবোৰ ফাইলতোলৈ প্ৰাসংগিক হয় ইয়াত লিষ্ট কৰা আছে ।
01:02 অনুগ্ৰহ কৰি নোট কৰক:আমি মাত্ৰ ইয়াত ফাইলৰ বিতং বৰ্ননা দেখা পাও ।আপোনালোকে কোনো ধৰনৰ পৰিবৰ্তন কৰিব নোৱাৰে ।
01:09 পাছত, দেচক্ৰিপচন( Description) টেবত ক্লিক কৰক ।
01:13 ইয়াত আমি শিৰ্ষনাম, বিষয়বস্তু, মুলশব্দ আৰু মতামত আপোনালোকৰ আৱশ্যকতা অনুসাৰে সংস্থাপন কৰিব পাৰে ।
01:20 এই তথ্যবোৰ পাছত উদ্ধৃতিৰ কাৰনেও ৱ্যবহাৰ কৰিব পাৰে ।
01:25 শিৰ্ষনামৰ ঠাইত “থ্ৰিদি অবজেক্ত চাৰ্ট”(3D Objects Chart) টাইপ কৰো আহক ।
01:30 বিষয় বস্তুৰ ঠাইত আমি “থ্ৰিদি অবজেক্ত ক’ম্প্যাৰিজঞ্ছ”(3D Objects Comparisons)টাইপ কৰিম ।
01:37 মূলশব্দত আমি “থ্ৰিদি আৰু থ্ৰিদি এফেক্ত”(3D and 3D Effects) টাইপ কৰিম ।
01:42 অবশেষত,মতামতৰ ঠাইত আমাক “লাৰ্নিং এবাওত ফাইল প্ৰ’পাৰ্তিজ”('Learning about File Properties) টাইপ কৰিবলৈ দিয়ক ।
01:48 দ্ৰ ফাইললৈ(Draw file) প্ৰাসংগিক হোৱা তথ্যবোৰ টাইপ কৰা এইতো এটা ভাল অভ্যাস হয় ।
01:54 দেচক্ৰিপচন তেবত উপস্থিত থকা বিষয় বস্তুবোৰলৈ যোগ দি আপোনালোকে হয়তো নিজৰ বিষয় বস্তু সংস্থাপন কৰিবলৈ বিচাৰিব পাৰে ।
02:00 উদাহৰনস্বৰূপে,আপোনালোকে হয়তো জানিবলৈ বিচাৰিব: তাৰিখতো যেতিয়া নথিপত্ৰ তৈয়াৰ কৰা হৈছিল ।
02:05 নথিপত্ৰৰ সংপাদকজন ।
02:07 গ্ৰাহক যাৰ বাবে নথিপত্ৰ তৈয়াৰ কৰা হৈছিল,ইত্যাদি ।
02:11 দ্ৰ( Draw)ৰ গঠন আছে যিবোৰে আপোনালোকক এই তথ্য বিক্ৰি কৰাত সহায় কৰিব ।
02:17 প্ৰ’পাৰতিজ( Properties) দাইল’গ বক্সত কাস্তম প্ৰ’পাৰতিজ(Custom Properties) ক্লিক কৰক ।
02:23 ইয়াত আপোনালোকে তিনিখন ঠাই দেখা পাব: (“নাম, প্ৰ্কাৰ আৰু পৰিমান”) Name, Type and Value.
02:30 তলৰ সোফালে থকা এদ(Add) বাটানতোত ক্লিক কৰো আহক ।
02:33 আপোনালোকে এতিয়া প্ৰতিতো ঠাইতে ওপৰৰ পৰা পৰিযোৱা বক্স দেখা পাব ।
02:40 এতিয়া ওপৰৰ পৰা পৰি যোৱা নেম( Name) ত ক্লিক কৰো আহক আৰু দেত ক’ম্পলিতেত(Date Completed) অপচনতো নিৰ্বাচন কৰো আহক ।
02:46 ওপৰৰ পৰা পৰি অহা টাইপ( Type)ত,আমি দেট টাইম(Date Time)নিৰ্বাচন কৰিম ।
02:51 ভেলু( Value) ঠাইখিনিয়ে এতিয়া তাৰিখ আৰু সময় দেখাব।
02:55 তাৰিখতো পৰিবৰ্তন নকৰো আহক ।
02:57 সময় লিখা থকা ঠাইত ১০:৩০:৩৩ ভৰাও আহক ।
03:05 এতিয়া আপোনালোকে তাৰিখতো গম পাইছে যেতিয়া তথ্যতো প্ৰস্তুত কৰা হৈছিল ।
03:09 এতিয়া অন্য ঠাই যোগ কৰো আহক।এদত( Add)ক্লিক কৰক ।
03:14 আপোনালোকে দ্বিতীয় ওপৰৰ পৰা পৰি যোৱা বক্সৰ লিষ্ট দেখা পাব ।
03:21 ওপৰৰ পৰা পৰি যোৱা নেম( Name) ত আমি ছেক্‌দ বাই (Checked by) নিৰ্বাচন কৰো আহক ।
03:25 টাইপৰ( Type) ঠাইৰ কাৰনে টেক্স( Text) নিৰ্বাচন কৰো আহক ।
03:29 ভেলু(Value)ত '“ABC” বাক্যতো লিখো আহক ।
03:33 ওকেত( OK) ক্লিক কৰক । তেনেকৈয়ে আপোনালোকে নিজৰ বিষয় বস্তু এটা দ্ৰ ফাইললৈ(Draw file) যোগ দিব পাৰে ।
03:39 এতিয়া, আমি তৈয়াৰ কৰা বিষয় বস্তু কেনেকৈ নোহোৱা কৰিব পাৰি আমি শিকো আহক।
03:44 মেইন মেনুলৈ(Main menu) যাওক,ফাইলত( File) ক্লিক কৰক আৰু প্ৰ’পাৰতিজ('Properties)নিৰ্বাচন কৰক ।
03:51 প্ৰ’পাৰতিজ(Properties) দাইল’গ বক্সত কাস্ত’ম প্ৰ’পাৰতিজত ক্লিক কৰক ।
03:55 প্ৰথম বিষয় বস্তু “ছেক্‌ট বাই”(Checked by)নোহোৱা কৰো আহক ।
04:01 সোফালৰ বাটানত থকা ৰিমোভ প্ৰ’পাৰতিজত(Remove Property) ক্লিক কৰক। বিষয় বস্তুতো নোহোৱা হৈ গৈছে ।
04:07 ওকেত( OK) ক্লিক কৰক
04:11 আপোনালোকে দ্ৰ ফাইলৰ বিভিন্ন ধৰনৰ সংস্কৰন সংৰক্ষন কৰিবও পাৰিব!

এই গঠনতোক ভাৰ্চন (Versions)বুলি কোৱা হয় ।

04:17 উদাহৰন স্বৰূপে,আপোনালোকে প্ৰথম দিনত বস্তু যোগ দিব পাৰে আৰু ইয়াক সংৰক্ষন কৰিব পাৰে ।
04:22 পিছৰ দিনত আপোনালোকে ছবিখনৰ পৰিবৰ্তনো কৰিব পাৰে ।
04:24 আপোনালোকে সম্ভবত প্ৰকৃত আৰু পৰিবৰ্তন কৰা দুয়োখন ছবিৰে প্ৰতিলিপি বিচাৰিছে ।
04:31 আমি ফাইলতো ভাৰ্চন (Versions)অপচন ব্যবহাৰ কৰি সংৰক্ষন কৰো আহক ।
04:33 মেইন মেনুৰ(Main menu)পৰা ফাইললৈ( File') যাওক আৰু ভাৰ্চন('Versions')ক্লিক কৰক ।
04:39 আপোনালোকে ভাৰ্চন( Versions) দাইল’গ বক্স দেখা পাব ।
04:42 চেভ নিউ ভাৰ্চন (Save New Version) বাটানত ক্লিক কৰক ।
04:47 আপোনালোকে ইঞ্চাৰ্ত ভাৰ্চন কমেন্ত (Insert Version Comment )দাইলগ বক্সতো দেখা পাব
04:51 ভাৰ্চন ওৱান(Version One) মতামততো টাইপ কৰো আহক ।
04:55 ওকে( OK)ত ক্লিক কৰক আৰু তাৰ পাছত ক্ল’জত(Close) ক্লিক কৰক
05:00 এতিয়া জিমিওত্ৰি ইন তু দি চেফচ আৰু থ্ৰিদি চেফচ(Geometry in Two D Shapes and Three D Shapes) শিৰ্ষনামত থকা বাক্যতো পৰিবৰ্তন কৰো আহক ।
05:07 বাক্যতোৰ ৰং নীলা ৰঙলৈ পৰিবৰ্তন কৰো আহক ।
05:18 ভাৰ্চন( Versions) অপচন ব্যবহাৰ কৰি ফাইলতো সংৰক্ষন কৰো আহক ।
05:22 মেইন মেনুৰ(Main menu) পৰা ফাইললৈ( File) যাওক আৰু ভাৰ্চনত( Versions) ক্লিক কৰক ।
05:26 চেভ নিউ ভাৰ্চন(Save New Version) বাটানত ক্লিক কৰক
05:30 ইঞ্চাৰ্ত ভাৰ্চন ক’মেন্ত(Insert Version Comment) দাইল’গ বক্স দেখা দিব ।
05:34 ভাৰ্চন তু(Version Two) মতামততো টাইপ কৰক ।
05:36 ওকে(OK)ত ক্লিক কৰক ।
05:40 ইয়াত এতিয়া দুটা ভাৰ্চন লিষ্টত আছে-ভাৰ্চন ওৱান(Version One )আৰু ভাৰ্চন টু( Version Two)
05:46 আমি জানো যে ভাৰ্চন ওৱানতো(Version One) এটা ক’লা ৰঙৰ বিভিন্ন ধৰনৰ শিৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় ।
05:51 আৰু ভাৰ্চন টু নীলা ৰঙৰ বিভিন্ন ধৰনৰ শিৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় ।
05:54 ভাৰ্চন ওৱান(Version One) নিৰ্বাচন কৰো আহক আৰু ওপেনত( Open) ক্লিক কৰক ।
06:00 বিভিন্ন ধৰনৰ ক’লা ৰঙৰ শিৰ্ষনামৰ সৈতে আমি ভাৰ্চনতো চাব পাৰিম ।
06:05 আপোনালোকে প্ৰতিবাৰে এটা দ্ৰ ফাইল(Draw file) বন্ধ কৰোতে আপোনালোকে নিজে নিজে সংৰক্ষন হোৱা ভাৰ্চনতো সমৰ্থ কৰি তুলিব পাৰে
06:11 সেইতো কৰিবলৈ,ফাইলত( File) ক্লিক কৰক আৰু তাৰ পাছত ভাৰ্চনত( Versions) ক্লিক কৰক ।
06:15 এতিয়া এটা ছেক বক্স অপচন আছে যিটোয়ে কয় “সদায় এটা ভাৰ্চন বন্ধৰ সময়ত সংৰক্ষন কৰক”
06:23 এই বক্সত নিৰিক্ষন কৰক ।
06:24 এইতোয়ে নিচ্চিত কৰিব যে প্ৰতিবাৰে আপোনালোকে দ্ৰ ফাইল(Draw file) বন্ধ কৰিতো ,এটা নতুন ভাৰ্চন সংৰক্ষন হব ।ক্ল’জ( Close) ত ক্লিক কৰক ।
06:34 আপোনালোকে আকৌ দৃশ্যমান মনোনয়ন আপোনালোকৰ দ্ৰ ফাইলৰ(Draw file) বাবে সংস্থাপন কৰিব পাৰে ।
06:38 আপোনালোকে আপোনালোকৰ ছবি ৰ্ং, গাঢ়তা মাপ নতুবা ৰ্ং বিহীন ভাবে চাব পাৰে ।
06:44 নিজে নিজে,আমি দ্ৰ ফাইল ৰঙত দেখা পাব ।
06:48 দৃশ্যতো গ্ৰে স্কেললৈ(Gray Scale) পৰিবৰ্তন কৰো আহক ।
06:53 ভিউত( 'View') ক্লিক কৰক, কালাৰ/গ্ৰেস্কেলত(Color/Grayscale) ক্লিক কৰক আৰু গ্ৰে স্কেল(Gray Scale. ) নিৰ্বাচন কৰক ।
06:59 আপোনালোকে দেখা পাব যে বস্তুবোৰ এতিয়া ধূসৰ বৰনত দৃশ্যমান হৈছে।
07:03 এতিয়া দৃশ্যতো ৰ্ং বিহীন কৰো আহক ।
07:08 মেইন মেনুৰ(Main Menu) পৰা ভিউ( View) নিৰ্বাচন কৰক ,কালাৰ/গ্ৰেস্কেলত ('Color/Grayscale)ক্লিক কৰক আৰু ব্লেক এন্দ হুৱাইত (Black and White)নিৰ্বাচন কৰক ।
07:17 আপোনালোকে দেখিব যে বস্তুবোৰ এতিয়া ৰং বিহীনভানে দেখা গৈছে ।
07:25 আপোনালোকে দৃশ্যতো আকৌ ৰঙলৈ উভতাই নিবও পাৰে ।
07:29 সেইতো কৰাৰ বাবে,ভিউত( View) ক্লিক কৰক, কালাৰ/গ্ৰেস্কেলত ('Color/Grayscale)ক্লিক কৰক আৰু কালাৰ (Color) নিৰ্বাচন কৰক ।
07:36 ছবিখন আকৌ এবাৰ ৰঙত দেখা যাব ।
07:43 এইতোয়ে আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে ।
07:45 এই টিউটৰিয়েলত , দ্ৰ( Draw )ত আমি তলৰ মনোনয়নবোৰ সংস্থাপন কৰিবলৈ শিকিছো ।

দ্ৰ ফাইলৰ('Draw file)'বিষয় বস্তু 'দ্ৰ ফাইলৰ Draw file'অনুমোদিত ৰূপ তৈয়াৰ কৰা । চিত্ৰখন ৰঙত/গ্ৰেস্কেল/ৰঙবিহীনঅতাত দেখুওৱা ।

07:59 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।
08:02 এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে
08:06 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে
08:11 স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।

যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।

08:21 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
08:29 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।
08:33 এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয়
08:40 এই মিচনৰ ওপৰত অধিক তথ্য htpp://spoken-tutorialorg/NMEICT-Intro ত উপলব্ধ আছে ।
08:54 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble