LibreOffice-Suite-Draw/C3/Working-with-Objects/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচদ্ৰত থকা “ৱোৰ্কিং উইথ অবজেক্তচ”ৰ (Working with Objects )স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:06 এই টিউটৰিয়েলত আমি কেনেকৈ:
00:08 * গ্ৰিদ('Grids) আৰু গাইদ লাইন(Guide lines) ৱ্যবহাৰ কৰি বস্তুৰ অৱস্থান নিৰ্নয় কৰা
00:12 * স্নেপ ফানচন(snap functions) ৱ্যবহাৰ কৰা।
00:14 * লাইন(lines) আৰু এৰোহেদ( arrowheads) সাল সলনি কৰা ।
00:18 আপোনালোকে আকৌ শিকিব কেনেকৈ: * বস্তুবোৰৰ প্ৰতিৰুপ( Duplicate) কৰিব পাৰি ।
00:21 * বস্তুবোৰৰ নিৰ্ভুলকৈ পুন:আকৃতি কৰা
00:24 * বস্তুবোৰৰ ভাগ কৰা ।
00:25 * বস্তুবোৰ লগ,সংযুক্ত,বিয়োগ আৰু চ্ছেদ কৰা
00:30 আমাৰ অপাৰেতিং চিচতেম (operating system) হিচাবে আমি ১০.০৪ ভাৰ্চনৰ উবান্তু লিনাক্স( Ubuntu Linux') আৰু ৩.৩.৪ ভাৰ্চনৰ লিব্ৰে অফিচ চুইত(LibreOffice Suite) ৱ্যবহাৰ কৰি আছো.
00:40 গ্ৰিদ( Grids) বোৰ নো কি হয়?
00:42 * গ্ৰিদে বস্তুবোৰৰ দিশত সহায় কৰে ।'
00:45 * নিৰ্ভুলভাবে দ্ৰ( Draw) পৃষ্ঠালৈ ।
00:48 ফাইল ৰুটেমেপ( RouteMap) খোলো আহক যিতো দেস্কতবত( Desktop) সংৰক্ষন কৰা আছে ।
00:53 আমি আগৰ টিউটৰিয়েলত সংক্ষেপে গ্ৰিদ( grids) ৱ্যবহাৰ কৰিছো ।
00:57 এতিয়া বিস্তৃত্ভাবে গ্ৰিদৰ (grids) বিষয়ে শিকো আহক ।
01:01 মেইন মেনুৰ(Main menu) পৰা ভিউ('View) নিৰ্বাচন কৰক আৰু গ্ৰিদত( Grid) ক্লিক কৰক ।
01:05 'তাৰ পাছত দিচপ্লে গ্ৰিদত (Display Grid )ক্লিক কৰক ।
01:08 ছবি অকা পৃষ্ঠাতো বহুত লম্বিয় আৰু প্ৰস্থিয় ৰেখাৰে ভৰি পৰিছে ।এইবোৰে গ্ৰিদৰ( grid) গঠন কৰে ।
01:17 এই গ্ৰিদবোৰ( grid)মাত্ৰ দেখাবৰ বাবেহে ।সেইবোৰ চপা কৰা নহয় ।
01:22 .আমি গ্ৰিদৰ আকাৰ সলসলনি কৰিব পাৰো সেইতো হৈছে আমি বিচৰা অনুসাৰে সৰু নতুবা ডাঙৰলৈ সজোৱা ।
01:30 মেইন মেনুৰ(Main menu) পৰা তুল( Tools) নিৰ্বাচন কৰক আৰু অপচনত( Options) ক্লিক কৰক ।
01:35 আপোনালোকে অপচন দাইল’গ বক্স (Options dialog box) দেখা পাব
01:38 লিব্ৰে অফিচ দ্ৰত ( 'LibreOffice Draw)ক্লিক কৰক আৰু গ্ৰিদ( 'Grid) নিৰ্বাচন কৰক ।
01:42 ৰিজোলিউচনৰ( Resolution)ভিতৰত তলৰ পৰিমানবোৰ ভৰাওক ।
01:46 পথালি- ৭ চেন্টিমিটাৰ
01:49 লম্বীয় – ৫ চেণ্টিমিটাৰ ।
01:53 চাবদিভিজনে( Subdivision') গ্ৰিদত থকা ফাকৰ সংক্ষা নিৰ্নয় কৰিব ।
01:57 চাবদিভিচন( Subdivision')ৰ পৰিমানবোৰ সংস্থাপন কৰো আহক ।
02:00 পথালি- ৩
02:02 লম্বীয় –৪
02:05 .চিক্ৰ’নাইজ এক্সেজ('Synchronize axes) অপচনতো নোচোৱাকৈ এৰি দিও আহক ।
02:09 ওকেত( OK )ক্লিক কৰক ।
02:11 ছবি অকা পৃষ্ঠাতোত চাওক ।গ্ৰিদত( grid') থকা প্ৰতিতো বক্সৰে আকাৰ নিৰিক্ষন কৰক ।
02:17 আমি চাবদিভিজনত( Subdivision) সংস্থাপন কৰা ফাকবোৰ গননা কৰো আহক ।
02:22 পথালিকৈ তাত ১,২,৩, ফাক আছে আৰু লম্বিয়ভাবে তাত ১,২,৩,৪ ফাক আছে ।
02:33 এতিয়া গাইদৰ ('Guides )বিষয়ে শিকো আহক ।
02:36 গাইদবোৰ ('Guides ) নো কি হয়?
02:38 গাইদচবোৰ সহায়কাৰি নতুবা বস্তুবোৰৰ কোনৰ বিস্তাৰন হয় ।
02:43 এইতো যেতিয়া ঘুৰোৱা যায় সেইবোৰ দেখা পোৱা যায় ।
02:47 গাইদলাইনবোৰ কাৰ্যক্ৰম কৰি তোলো আহক ।
02:50 মেইন মেনুলৈ (Main menu)যাওক ভিউ( View') নিৰ্বাচন কৰক আৰু গাইদ (Guide)অপচনতো নিৰ্বাচন কৰক ।
02:55 এতিয়া দিচপ্লে গাইদ(Display Guides) অপচনতোত ক্লিক কৰক ।
02:59 মেইন মেনুৰ( Main menu) পৰা টুলত( Tools) আৰু অপচনত( Options) ক্লিক কৰক
03:03 অপচন দাইল’গ বক্স (Options dialog box')দেখা যাব ।
03:06 বাওফালৰ নামসুচিৰ পৰা লিব্ৰে অফিচ দ্ৰৰ(LibreOffice Draw) পাছৰ সৰু কলা ত্ৰিভূজত ক্লিক কৰক ।ভিউ ('View )ত ক্লিক কৰক ।
03:15 সোফালৰ নামসুচিৰ পৰা গাইদচ হুয়েন মুভিং(Guides when moving.) নিৰ্বাচন কৰক।এই ধৰনে আপোনালোকে গাইদচ দেখা পাব যেতিয়া বস্তুবোৰ গতি কৰিব ।
03:23 .ওকেত ক্লিক কৰক ।
03:27 এতিয়া বাগিচাখন অলপ সোফাললৈ গতি কৰোৱা যাওক ।
03:29 .যেতিয়া বাগিচাখন গতি কৰিব বস্তুবোৰৰ কোনৰ বিস্তাৰিত ৰেখাবোৰ দেখা পোৱা যাব ।এইবোৰে হৈছে গাইদলাইন( Guidelines') ।
03:39 স্নেপ লাইনবোৰনো(Snap Lines) কি হয় ?
03:41 স্নেপ লাইনবোৰে(Snap Lines) আমাক সহায় কৰে সিদ্ধান্ত কৰা এটা ঠাইৰ ভিতৰত দুটা নতুবা বেচি বস্তু দিশ নিৰ্নয় কৰাত ।
03:48 স্নেপ লাইন(Snap lines) আৰু স্নেপ পইণ্ট বোৰ(Snap points) ৱ্যবহাৰকাৰি ৱ্যক্তিৰদ্বাৰা তৈয়াৰ কৰা যায় ।
03:53 স্নেপ লাইনবোৰ(Snap lines) প্ৰস্থিয় আৰি লম্বিয় ভাবে গতি কৰে আৰু দেচ ৰেখা হিচাবে দেখা পোৱা যায় ।
03:59 আপোনালোকে স্নেপ লাইনবোৰ সজোৱাৰ আগতে আপোনালোকে স্নেপ লাইন অপচনতো (Snap Lines option )সক্ৰিয় কৰিব লাগিব ।
04:05 ছবি অকা পৃষ্ঠালৈ যাওক। ক’নতেক্স মেনুৰ(context menu) বাবে সোফালে ক্লিক কৰক আৰু স্নেপ লাইন( Snap Lines) নিৰ্বাচন কৰক ।
04:12 এতিয়া আটাইবোৰ তিনিটা অপচন অনুবিক্ষন কৰক
04:16 স্নেপ লাইন ভিজিবল(Snap Lines Visible')
04:18 স্নেপ তু স্নেপ লাইন(Snap to Snap Lines)
04:20 স্নেপ লাইন তু ফ্ৰ’ন্ত(Snap Lines to Front)
04:22 আমি তৈয়াৰ কৰা স্নেপ লাইনবোৰ(Snap lines) এতিয়া দেখা পোৱা যাব ।
04:26 স্নেপ লাইন(Snap lines) ৱ্যবহাৰ কৰা এটা ঠাই নিচ্চিত কৰো আহক, যাৰ ভিতৰত মেপত থকা বস্তুবোৰ অন্তৰ্ভুক্ত হব(শ্লাইদত দেখুৱাৰ দৰে )
04:34 প্ৰস্থিয় ৰুলাৰৰ ওপৰত মাউচ কাৰ্চাৰদাল ঘুৰাওক
04:38 বাওফালৰ মাউচ বাটানতো দবাওক
04:41 আপোনালোকে লক্ষ্য কৰিব যে কাৰ্চাৰ দাল এতিয়া দুয়োটা ফালে ধেনুকাড় থকাৰ দৰে আকাৰ লব ।
04:46 মাউচতো ছবি অকা পৃষ্ঠালৈ টানি আনক
04:50 আপোনালোকে বিন্দুযুক্ত ৰেখা দেখিব
04:53 মাউচ বাটানতো এৰি নিদিব ।
04:55 .বাওফালৰ মাউচ বাটানতো ধৰি, বিন্দুযুক্ত ৰেখাদাল পৃষ্ঠাতোলৈ টানি আনক ।
05:01 এতিয়া মাউচ বাটানতো এৰি দিয়ক ।
05:04 আপোনালোকে ৰেখা দেখা পাইছেনে?
05:06 এইতোয়ে হৈছে স্নেপ লাইন(Snap Line)
05:07 সকোলোতকৈ তলৰ ৰেখা তৈয়াৰ কৰিবলৈ মাত্ৰ ৰেখাদাল পৃষ্ঠাৰ তললৈ টানি আনক ।
05:13 মেপখন য’ত সোমোৱা যাব সেই ঠাইখিনি নিচ্চিত কৰাৰ বাবে তিনিদাল স্নেপ লাইন(Snap Line) তৈয়াৰ কৰো আহক ।
05:24 আমি লম্বিয় আৰু প্ৰস্থিয় স্নেপ লাইন(Snap Line) তৈয়াৰ কৰো আহক
05:29 এইবোৰ স্নেপ লাইনৰ(Snap Line) সৈতে আপোনালোকে এতিয়া বস্তুবোৰ দিশ নিৰ্নয় কৰিব পাৰে ।
05:34 আপোনালোকে পাৰিব, আপোনালোকে যিমান বিচাৰে সিমান স্নেপ লাইন(Snap Line) তৈয়াৰ কৰক ।
05:40 লম্বিয় আৰু প্ৰ্স্থইয় স্নেপ লাইনবোৰে X-আৰু Y- এক্সিচ”ৰ দৰে নক্সাত কাম কৰে ।
05:48 এই দুটা এক্সেচৰ ভিতৰত আপোনালোকে বস্তুবোৰ নিৰ্ভুলভাবে স্থানান্তৰিত কৰিব পাৰে ।
05:54 আপোনালোকে স্নেপ ফানচন(Snap function) গ্ৰিদ লাইনৰ(grid lines) সৈতে বস্তুবোৰ নিৰ্ভূলভাবে স্থানন্তৰিত কৰিব পাৰে
05:59 আপোনালোকে আকৌ * স্নেপ তু গ্ৰিদ –গ্ৰিদ পইন্তত এটা বস্তু নিচ্চিতভাবে স্থাপিত কৰিব পাৰে।
06:06 স্নেপ তু স্নেপ লাইন(Snap to Snap lines )- এটা বস্তুৰ স্নেপ লাইনত স্থাপিত কৰে ।
06:11 স্নেপ তু পেজ মাৰ্জিন(Snap to Page margin )-পৃষ্ঠাৰ মাৰ্জিনত এটা বস্তু নিৰ্ভূলভাবে স্থাপিত কৰে ।
06:18 এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামতো কৰক ।
06:21 আটাইবোৰ গ্ৰিদ অপচন(Grid options) পৰীক্ষা কৰক ।
06:24 বস্তুবোৰৰ লগত কি ঘতে চাওক যেতিয়া আপোনালোকে স্নেপ তু গ্ৰিদ,স্নেপ লাইন(snap to Grid, snap lines) আৰু পেজ মাৰ্জিন(page margins) ভাগে ।
06:31 এতিয়া আকৌ এটা নিজৰা যোগ কৰিবলৈ দিয়ক ,এই নিজৰাৰ একদম একে আকাৰত স্কুল কেম্পাচৰ পাছত ।
06:38 এইতো কৰাৰ বাবে দুপ্লিকেত( Duplicate) অপচনতো ৱ্যহবাৰ কৰো আহক ।
06:43 নিজৰাতো নিৰ্বাচন কৰো আহক ।
06:45 মেইন মেনুলৈ(Main menu) যাওক এদিত( Edit) নিৰ্বাচন কৰক আৰু দুপ্লিকেতত( Duplicate) ক্লিক কৰক ।
06:51 দুপ্লিকেত দাইল’গ বক্স(Duplicate dialog box) দেখা যাব
06:54 নাম্বাৰ অফ কপিচঅত(Number of copies) পৰিমান ১ সংস্থাপন কৰক আৰু ওকে ক্লিক কৰক
06:59 নিজৰাতো প্ৰ্তিলিপি হৈ যাব ।
07:03 নিজৰাতো টানি আনো আহক অৰু ইয়াক স্কুলৰ কাষত সংস্থাপন কৰক
07:06 বস্তুবোৰো বিচৰা ধৰনে নিৰ্ভুলভাবে আকাৰ পৰিবৰ্তন কৰিব পৰা যাব।
07:11 শুদ্ধ মাপ ৱ্যবহাৰ কৰো আহক আৰু ঘৰৰ আকাৰ এই শ্লাইদত দেখুওৱাৰ দৰে পৰিবৰ্তন কৰো আহক ।
07:18 একে উচ্চতা আৰু প্ৰস্থতা দিও আহক আৰু ইয়াৰ কোনবোৰ হলাওক আৰু ইয়াক ঘুৰাওক ।
07:24 প্ৰথমতে ঘৰ নিৰ্বাচন কৰক,সোফালে ক্লিক কৰক ক’নতেক্স মেনুৰ(context menu) বাবে আৰু প’জিচন আৰু চাইজ(Position and Size) নিৰ্বাচন কৰক ।
07:31 প’জিচন এন্দ চাইজ দাইল’গ('Position and Size dialog box)বক্স দেখা দিব
07:35 প’জিচন এন্দ চাইজ তেব (Position and Size tab')ক্লিক কৰক
07:38 চাইজৰ( Size) ভিতৰত প্ৰস্থতা আৰু উচ্চতা দুয়োটা ঠাইৰ বাবে ৩ পৰিমান সংস্থাপন কৰক ।
07:43 .তাৰ পাছত ৰ’তেচন তেবত(Rotation tab) ক্লিক কৰক
07:46 এংগেলৰ( Angle') ঠাইত পৰিমান ১০ ভৰাওক
07:50 অৱশেষত শ্লেন্ত ক’ৰ্নাৰ এন্দ ৰেদিয়াচ তেব (Slant Corner and Radius Tab.)নিৰ্বাচন কৰক
07:55 শ্লেন্ত এংগেল(Slant Angle) ঠাইত ৫ দিগ্ৰি ভৰাওক ।
07:59 .ওকে ক্লিক কৰক ।
08:01 আমি ঘৰতো আকৌ এবাৰ সজাইছো ।
08:05 এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামতো কৰক
08:08 # বিভিন্ন ধৰনৰ আকাৰ আকক দ্ৰইং তুলবাৰ(Drawing tool bar )ৱ্যবহাৰ কৰি ।
08:11 আটাইবোৰ আকাৰৰ বাবে আপোনালোকে ক’ৰ্নাৰ ৰেদিয়াচ(Corner radius) প্ৰয়োগ কৰিছে নেকি নিৰিক্ষন কৰক ।
08:16 এতিয়া কিছুমান বস্তুৰ সোফালৰ কোনবোৰৰ শুধ্যকৈ ফাক কৰো আহক ।
08:21 আমি এইতোত উপনিত হোৱাৰ বাবে দিচত্ৰিবিউচন (Distribution )অপচন ৱ্যবহাৰ কৰিম ।
08:26 আমি অন্তত তিনিটা বস্তু নিৰ্বাচন কৰিব লাগিব দিস্ত্ৰিবিউচন( Distribution) অপচনতো ৱ্যবহাৰ কৰাৰ বাবে ।
08:32 প্ৰথমতে, ৰেজিচতেঞ্চিয়েল ক’মপ্লেক্সতো(Residential Complex) পাৰ্কিং ল’ট(Parking Lot) আৰু ক’মাৰ্চিয়েল ক’মপ্লেক্স(Commercial Complex') নিৰ্বাচন কৰক
08:39 আটাইবোৰ বস্তু আগুৰিবৰ বাবে চিলেক্ত এৰো(Select arrow) টানি আনি সেইবোৰ দলবদ্ধ কৰো আহক ।
08:45 এতিয়া,সোফালে ক্লিক কৰক আৰু দিচত্ৰিবিউচন (Distribution )নিৰ্বাচন কৰক
08:50 হোৰিজ’ন্তেলৰ (Horizontal')ভিতৰত ৰাইট( Right) নিৰ্বাচন কৰক।ওকে ক্লিক কৰক ।
08:56 বস্তুতোৰ সোফালৰ কোনতো শুধ্যকৈ ভাগ হব।
09:01 দিচত্ৰিবিউচন( Distribution) অপচনতোয়ে বস্তুবোৰ লম্বিয় বা পথালিকৈ ভাগ নকৰে ।
09:07 হ’ৰিজন্তেল দিচত্ৰিবিউচন অপচনে(Horizontal Distribution option) ভাগ কৰে ।
09:10 * সোফাল আৰু বাওফালৰ কোনবোৰ
09:12 * লম্বিয় কেন্দ্ৰ আৰু
09:14 * বস্তুবোৰৰ ফাকবোৰ
09:17 ভাৰ্তিকেল দিচত্ৰিবিউচন অপচনে (Vertical Distribution option)ভাগ কৰে
09:21 ওপৰৰ আৰু তলৰ কোনবোৰ,প্ৰস্থিয় কেন্দ্ৰ বিন্দু আৰু বস্তুবোৰৰ মাজৰ ঠাইবোৰ ।
09:26 এতিয়া এই মেপৰ বাবে ধেনু ৰেখাৰ ষ্টাইল তৈয়াৰ কৰো আহক
09:32 মেইন মেনুৰ (Main menu )পৰা ফ’ৰ্মেত( Format) নিৰ্বাচন কৰক আৰু লাইনত( Line) ক্লিক কৰক
09:35 লাইন দাইল’গ বক্স দেখা যাব
09:38 লাইন ষ্টাইল তেবত(Line Styles tab) ক্লিক কৰক ।
09:41 লাইন ষ্টাইলত(Line Styles) থ্ৰি দেচেচ আৰু থ্ৰি দত(Three dashes and three dots) অপচনতো নিৰ্বাচন কৰক ।
09:47 টাইপ (Type )ঠাইখিনি যেনেকৈ আছে তেনেকৈ এৰি দিয়ক
09:50 নাম্বাৰত( Number') ১০ আৰু ৫; লেন্থ (Length )৮% ভৰাও আহক
09:57 এদ (Add )ত ক্লিক কৰক। মাই লাইন ষ্টাইল(My Line Style) নামতো ভৰাওক।ওকে( OK) ত ক্লিক কৰক
10:06 আকৌ ওকে ক্লিক কৰক
10:08 এই ধেনুকাড় দাল নিৰ্বাচন কৰো আহক আৰু লাইন( Line) নিৰ্বাচন কৰক।লাইন দাইল’গ বক্স দেখা দিব ।
10:13 লাইন তেবত (Line tab)ক্লিক কৰক
10:16 ষ্টাইল দ্ৰ’প দাউন(Style drop-down) বক্সতোত ক্লিক কৰক
10:19 এইতোয়ে এতিয়া নতুন ষ্টাইল দেখাব যিটো তৈয়াৰ কৰা হৈছিল ।
10:22 এইতো নিৰ্বাচন কৰক আৰু ওকে ক্লিক কৰক ।
10:26 আমি নতুন ৰেখাৰ ষ্টাইল তৈয়াৰ কৰিছো !
10:29 স্কুল কেম্পাচৰ বাওফালে সৰু ষ্টেদিয়াম এখন আকো আহক ।
10:34 .দ্ৰইং তুলবাৰৰ (Drawing toolbar)পৰা বেচিক চেপচ (Basic Shapes )ক্লিক কৰক আৰু এটা বৃত্ত নিৰ্বাচন কৰক
10:40 এইতো ছবি অকা পৃষ্ঠাতোত সংস্থাপন কৰো আহক ।
10:44 বৃত্ততোৰ বাহিৰৰ ৰেখাৰ ষ্টাইলতো হৈছে মাই লাইন ষ্টাইল('My Line Style)
10:49 .ইয়াৰ ভিতৰত ষ্টেদিয়াম( Stadium) টাইপ কৰো আহক ।
10:53 এতিয়া, বস্তুবোৰ লগকৰা,সংযুক্ত কৰা,বিয়োগ কৰা আৰু চ্ছেদ কৰা শিকো আহক ।
10:59 বস্তুবোৰ দলবদ্ধ কৰা আৰু লগ কৰাৰ মাজিত কি প্ৰাৰ্থক্য আছে ?
11:03 যেতিয়া বস্তুবোৰ দলবদ্ধ কৰা যায় কিছু সংক্ষ্যক বস্তু মাত্ৰ একে লগে সংস্থাপন কৰা যায়।
11:09 যেতিয়া বস্তুবোৰ লগ কৰা যায়,নতুন বস্তু তৈয়াৰ কৰা যায় ।
11:13 এই অপচনতো দেখাবলৈ আমি তিনিটা বস্তু ৱ্যবহাৰ কৰিম ।
11:18 প্ৰথমতে,এটা নতুন পৃষ্ঠা ছবি অকা ফাইলত যোগ কৰা যাওক ।
11:23 দ্ৰইং তুলবাৰৰ(Drawing toolbar) পৰা এটা বৃত্ত আকো আহক,বেচিক চেপ্‌চ(Basic Shapes) ক্লিক কৰক আৰু এটা বৃত্ত নিৰ্বাচন কৰক ।
11:32 .ছবি থকা পৃষ্ঠাতোত মাউচতো ঘুৰাওক আৰু এইতো তললৈ টানি আনক ।
11:35 দ্বিতীয় বস্তু দাইম’ন্দ আকো আহক ।
11:38 দ্ৰইং তুলবাৰৰ (Drawing toolbar)পৰা বেচিক চেপেচ(Basic Shapes) ক্লিক কৰক আৰু এটা দাইম’ন্দ নিৰ্বাচন কৰক ।
11:43 ছবি অকা পৃষ্ঠাত কাৰ্চাৰদাল ঘুৰাওক,তললৈ ইয়াক টানি আনক।আৰু মেনু বাৰৰ পৰা এৰিয়া/ষ্টাইল/ফিলিং দ্ৰ’প দাউন বাটান (Area Style / Filling Drop down button) আৰু ৰেদ থ্ৰি(Red 3)ৰং নিৰ্বাচন কৰক
11:55 তৃতীয় বস্তু আয়ত এটা আকক আৰু বস্তুতো গ্ৰিন চিক্স(Green 6)হিচাবে ৰং কৰক ।
12:02 চিফ্‌ত কি ধৰি আৰু প্ৰতিতো বস্তুৰ ওপৰত ক্লিক কৰি তিনিতা বস্তু নিৰ্বাচন কৰক
12:11 ক’নতেক্স মেনুৰ (Context menu')বাবে সোফালে ক্লিক কৰক আৰু ক’মবাইন( Combine) ক্লিক কৰক ।
12:14 এটা নতুন বস্তু তৈয়াৰ হব ।
12:18 লক্ষ্য কৰিব যে নতুন বস্তুতোৱে বস্তুঅতোৰ ৰং ধৰিব যিটো শেষ আৰু পাছফালে থাকে ।
12:24 কি একে লগে দবায় এই কামতো নোহোৱা কৰো আহক ।
12:29 আকৃতিকেইটা আকৌ এবাৰ নিৰ্বাচন কৰক আৰু ক’নতেক্স মেনুৰ(context menu) বাবে সোফালে ক্লিক কৰক ।
12:35 চেপ্‌চ( Shapes) নিৰ্বাচন কৰক আৰু মাৰ্জ (Merge )ক্লিক কৰক
12:38 অন্য এটা নতুন আকাৰ তৈয়াৰ হব ।
12:41 মনত ৰাখিব যে এই ক্ৰিয়াকাণ্ডৰ সৈতে যিমানেই বেচি পৰীক্ষা কৰিব সিমাএনি বেচি আপোনালোকে শিকিব ।
12:48 এইতোয়ে আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে ।
12:51 এই টিউটৰিয়েলত আপোনালোকে গ্ৰিদ,গাইদ আৰু স্নেপ লাইন এটা বস্তু চিধা কৰিবলৈ কেনেকৈ ৱ্যবহাৰ কৰা হয় তাক শিকিছে ।
12:59 আপোনালোকে আকৌ দ্বিবাৰকাৰন পূন:আকাৰ পৰিবৰ্তন আৰু বস্তুবোৰ ভগাবলৈ শিকিছে ।
13:06 আমি আকৌ নতুন লাইন ষ্টাইল তৈয়াৰ কৰিছো আৰু শিকিছো কেনেকৈ নতুন বস্তু গঠন কৰা হয়
13:12 *লগ (Combine), *সংলগ্ন (Merge), *বিয়োগ Subtract, * চ্ছেদ Intersect ৱ্যবহাৰ কৰি ।
13:17 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক
13:20 এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে ।
13:23 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
13:28 স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।| যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
13:37 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
13:43 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ
13:48 এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় ।
13:55 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে ।
14:06 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ।
14:10 যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi