LibreOffice-Suite-Draw/C2/Fill-objects-with-color/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচত ৰঙৰ সৈতে অবজেক্টস ভৰোৱা স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম .
00:06 এই টিউটোৰিয়েলত , আপোনি শিকিব কিভাবে :
00:09 ৰঙ, গ্রেডিয়েন্ট , হ্যাচিং আৰু বিটম্যাপ সৈতে বস্তুবোৰ পূৰণ কৰে
00:15 সেয়ে পাত ব্যাকগ্রাউন্ডে
00:17 নতুন ৰ তৈয়াৰ কৰে
00:20 আমাি ফাইল WaterCycle খোলি আৰম্ভ কৰা যাওক.
00:24 আপোনি বস্তুবোৰ   
00:25 ৰঙ
00:26 গ্রেডিয়েন্ট
00:29 লাইনৰ নমুনা বা হ্যাচিং আৰু
00:32 ছবিৰে পূৰণ কৰিব পাৰে
00:33 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো .
00:42 আমি WaterCycle ডায়াগ্রামটো ৰঙ কৰো .
00:46 সূর্যৰ পৰবর্তীত থকা  দুটা মেঘক ৰঙ দি আৰম্ভ কৰো. আমি সিহতক বগাৰ সৈতে তাক পূৰণ কৰো .
00:54 সূর্য পিছত থকা মেঘটো নির্বাচন কৰো.
00:56 কনটেক্সট মেনু দেখিবলৈ  সো ক্লিক কৰো আৰু " এৰিয়া " ত ক্লিক কৰো .
01:01 " এৰিয়া " ডায়লগ বক্স প্রদর্শন কৰা হয়.
01:05 " এৰিয়া " ট্যাবত ক্লিক কৰক আৰু " ফিল " বিকল্পৰ অধীনত, " ৰঙ " নির্বাচন কৰক.
01:13 স্ক্রোল ডাউন কৰক আৰু "হুৱাইট " এ ক্লিক কৰক.
01:16 ওক ক্লিক কৰক.
01:19 একে ভাবে, আমি অন্যান্য মেঘক ৰঙ কৰিম.
01:24 হুৱাইট  আৰু ৰঙৰ এলাকা অধীনত সো ক্লিক কৰক.
01:30 প্রতিটো মেঘক ৰঙ কৰাতো দীর্ঘ সময় লাগিব.
01:33 এইটো কাম কৰিবলৈ এটি সহজ উপায় হয় সিহতক গ্রুপ কৰাতো .
01:38 তাৰে গ্ৰে ৰঙত থকা দুটা মেঘক ৰঙ কৰো যিহেতু সিহত rain-bearing মানে বৰষুন দিয়া মেঘ হয়  .
01:46 প্রথমে সিহতক গ্রুপ কৰো .
01:48 Shift কী টিপক আৰু প্রথম মেঘত ক্লিক কৰক আৰু তাৰ পিছত দ্বিতীয়টোত ক্লিক কৰক.
01:54 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু গ্রুপ ত ক্লিক কৰক.
01:58 মেঘবোৰ গ্রুপ হৈছে.
02:00 আকৌ , কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.
02:07 " এৰিয়া " ডায়লগ বাক্সত, " ফিল " বিকল্প অধীনত থকা " এৰিয়া " ট্যাবত ক্লিক কৰক " ৰঙ " নির্বাচন কৰক আৰু তললৈ স্ক্রল কৰক আৰু " গ্রে 70% " ৰঙত  ক্লিক কৰক.
02:23 ওকেত ক্লিক কৰক.
02:25 এক ভাবে ত্রিভুজ " ব্ৰাওন 3 "ক ৰঙ কৰা ​​যাওক .
02:37 এতিয়া আমি আকৌ, একেভাবে " ব্ৰাওন 4"ত আয়তক্ষেত্র ৰঙ কৰা যাওক .
02:48 একেভাবে, সূর্যক  হালধীয়া ৰঙ দিয়া যাওক.
02:58 পিছত, অন্যান্য ত্রিভুজ আৰু ক্রৰেখা ৰঙ কৰা যাওক  যি " turquoise 1 "ৰঘৰ সৈতে পানীক প্রতিনিধিত্ব কৰে
03:05 যিহেতো সিহতক একেই ফৰ্মেতিঙৰ প্রয়োজন হয়, সিহতক  দলবদ্ধ কৰো যদি ইতিমধ্যে সিহত দলবদ্ধ হোৱা নাই .
03:12 সিহতক ৰঙ কৰিবলৈ, আগৰ নিচিনা একেই পদক্ষেপ অনুসৰণ কৰা যাওক - সোন ক্লিক কৰক , এলাকা , এলাকা ট্যাব , ফিল , ৰঙ,  turquoise ১ .
03:27 "লক্ষ্য কৰক যে অবজেক্ট" পানীত , ত্রিভুজ আৰু বক্রৰেখা প্রান্তৰেখা প্রদর্শিত হয়.
03:35 ছবিটো ভাল দেখিবলৈ , এই প্রান্তৰেখা অদৃশ্য কৰা যাওক .
03:41 বস্তু নির্বাচন কৰক, কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰক আৰু " লাইন" ক্লিক কৰক.
03:48 " লাইন" ডায়লগ বক্স প্রদর্শন কৰা হয়.
03:52 " লাইন " ট্যাবত ক্লিক কৰক.
03:55 " লাইন বৈশিষ্ট্য "ত  " স্টাইল" ড্রপ ডাউন বক্সত ক্লিক কৰক আৰু " অদৃশ্য " নির্বাচন কৰক.
04:03 ওকেত ক্লিক কৰক.
04:05 পানী বস্তুৰ সীমাৰেখা অদৃশ্য হৈ যায়.
04:09 এতিয়া , আমি গাছ ৰঙ কৰো  .
04:14 আমি বাও অধিকাংশ গছ নির্বাচন কৰো.
04:16 কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰক আৰু " এন্টাৰ গ্রুপ" ক্লিক কৰক .
04:23 এতিয়া, গছক সম্পাদনা কৰা যাওক .
04:26 সোফালৰ পাতক নির্বাচন কৰো.
04:30 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.
04:36 " এৰিয়া " ডায়লগ বক্সত .
04:38 " এৰিয়া " ট্যাবত ক্লিক কৰক
04:40 "ফিল" অধীনত ৰঙ নির্বাচন কৰক .
04:44 স্ক্রোল ডাউন কৰক আৰু " Green 5" ত ক্লিক কৰক.
04:47 ওকেত ক্লিক কৰক.
04:49 আমি বাও পাতৰ বাবে একেই কৰো
04:57 পিছত ট্রিৰ ট্রাঙ্ক ৰঙ কৰা যাওক .
05:05 আকৃতি এৰো নির্বাচন কৰক , কনটেক্সট মেনু বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.
05:08 লক্ষ্য কৰক যে সকলো নির্বাচন খিনি" এৰিয়া " ডায়লগ বক্সত অপৰিবর্তিত ৰাখা হয়
05:15 সেয়ে " ৰঙ " নির্বাচন কৰো.
05:18 স্ক্রোল ডাউন কৰক আৰু " ব্রাউন 1" ত ক্লিক কৰক.
05:21 ওকেত ক্লিক কৰক.
05:23 আমি গছক ৰঙ কৰো!
05:26 গ্রুপৰ পৰা প্রস্থান কৰিবলৈ, সো ক্লিক কৰক আৰু  " Exit গ্রুপ" নির্বাচন কৰক.
05:31 আমি একেই ভাবে অন্যান্য গছৰ ৰঙ কৰিবলৈ পাৰো .
05:36 আমি অন্যান্য গছ মুছিব পাৰো , ৰঙ হৈ থকা গছদাল কপি  পেস্ট কৰি আৰু আকাঙ্ক্ষিত অবস্থানলৈ নিয়ক .
05:44 এই ভাবে ই অনেক সহজ হয়, নহয় জানো?
05:49 এতিয়া আমি  " সূর্য " পৰবর্তীত মেঘ এটিত " ছা " যোগ কৰো.
05:55 দ্ৰৱিঙ টুলবাৰ পৰা নিৰ্বাচন কৰিবলৈ Select ক্লিক কৰো আৰু তাৰপিছত সিহতক গ্রুপ কৰাও.
06:03 বগা মেঘ গ্রুপ নির্বাচন কৰক আৰু কনটেক্সট মেনু বাবেসো ক্লিক কৰক আৰু  " এৰিয়া " ক্লিক কৰক.
06:10 " এৰিয়া " ডায়লগ বাক্সত, " শ্যাডো " ট্যাবত ক্লিক কৰক.
06:15 বৈশিষ্ট্যত, ব্যবহাৰ কৰা শ্যাডো বক্স চেক কৰক.
06:20 অন্যান্য ক্ষেত্র এখন সক্রিয় হয়.
06:24 " “Position মানে অবস্থান ত" , তলৰ সো কোনৰ অপশনটি ক্লিক কৰক.
06:29 “Position য়ে ছা প্রদর্শিত হোৱা যেগাখিনিক সংজ্ঞায়িত কৰে.
06:33 ৰঙৰ ক্ষেত্রত, গ্রে নির্বাচন কৰক.
06:36 ওকেত ক্লিক কৰক.
06:39 এটি ছা প্রতিটি বগা মেঘৰ পিছত প্রদর্শন কৰা হয়.
06:44 এতিয়া মেঘ বোৰ আৰু বাস্তবসম্মত বনোৱা যাওক .
06:48 গ্ৰে মেঘ গ্রুপক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰক আৰু এৰিয়া " নির্বাচন কৰক.
06:55 " এৰিয়া " ডায়লগ বাক্সত, " এৰিয়া " ট্যাব নির্বাচন কৰক. " ফিল ৰ অধিনত " গ্রেডিয়েন্ট " ক্লিক কৰক.
07:02 এতিয়া Gradient 1 নির্বাচন কৰক.
07:04 ওকেত ক্লিক কৰক.
07:06 মেঘৰ এতিয়া  আৰু এটি বাস্তবসম্মত গ্ৰে ছায় আছে!
07:11 এটি আকৃতি নির্বাচন কৰক - মেঘ গ্রুপ বোলি . কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু " এৰিয়া " ক্লিক কৰক.
07:19 এৰিয়া ট্যাব অপশন দেখিন পাৰে.
07:23 ফিলৰ অধীনত, আপোনি 4 অপশন দেখিব পাৰিব -
07:27 ৰ, গ্রেডিয়েন্ট , হ্যাচিং আৰু  বিটম্যাপ .
07:32 লক্ষ্য কৰক যে এই প্রতিটো অপশনৰ বাবে ডায়লগ বক্সত সংশ্লিষ্ট ট্যাব আছে  .
07:39 এই ট্যাবে আমাক নতুন স্টাইল তৈয়াৰ কৰা আৰু সংৰক্ষণ কৰিবলৈ অনুমতি দিয়ে.
07:43 ৰঙৰ ট্যাবত ক্লিক কৰক.
07:46 প্রোপার্টি অধীনত  ,ৰঙ ড্রপ ডাউন পৰা Red 3 নির্বাচন কৰো .
07:53 তাৰপিছত , আৰজিবি নির্বাচন কৰো আৰু দেখোৱাৰ দৰে আৰ, জি আৰু বি বাবে মান লিখক .
08:01 আৰ, জি আৰু বি কোনো ৰঙত ৰঙা , সেউজীয়া অৰু নীলা অনুপাতৰ বাবে হয়
08:08 আমি  আৰ বাবে ২০০,  জি বাবে 100 আৰু বি বাবে ৫০ লিখিম
08:16 ইয়াত আমি ৰঙ সলনি কৰিবলৈ ৰঙা, সেউজীয়া অৰু নীলা ৰ অনুপাত  পৰিবর্তন কৰো .
08:22 আৰজিবি ক্ষেত্র উপৰত প্রিভিউ বাক্স চাওক .
08:28 প্রথম প্রিভিউ বক্সে আসল ৰঙ প্রদর্শন কৰে.
08:31 পৰবর্তী ৰঙ ক্ষেত্রত দ্বিতীয় প্রিভিউ বক্সে আমি পৰিবর্তন কৰা দেখোৱায়.
08:37 নামৰ ক্ষেত্রত ইয়াৰ বাবে একটি নাম টাইপ কৰো.

 

08:41 “New red”বোলি নাম লিখো
08:44 Add বাটন ক্লিক কৰক.
08:46 নতুন ৰঙ তালিকাযলৈ যুক্ত হয়.
08:49 ওকেত ক্লিক কৰো.
08:51 আমি এটি নতুন ৰঙ তৈয়ৰ কৰিছো !
08:54 CTRL আৰু জেড টিপি , এই কর্ম আনডো কৰো
08:59 মেঘৰ ৰঙ আকৌ এবাৰ বগা হয় .
09:03 এৰিয়া " ডায়লগ বক্সত ট্যাব ব্যবহাৰ কৰি তুমি তোমাৰ নিজৰ গ্রেডিয়েন্ট আৰু "  হ্যাচিং  তৈয়াৰ কৰিব পাৰে
09:10 গ্রেডিয়েন্ট হৈছে  ছা যি এটাৰ পৰা অন্য এটা ৰঙৰলৈ মিশ্রণ হয় .
09:14 উদাহৰণস্বৰুপে, ৰঙৰ ছা  নীলা পৰা সেউজীয়া হৈ যায় .
09:18 হ্যাচিং সূক্ষ্ম সমান্তৰাল লাইন ব্যবহাৰ কৰি তৈয়াৰ কৰা হয় যি অঙ্কনত এটি ছায়াকৰণ বা texture হয় .
09:24 এতিয়া ড্রলৈ এটা বিটম্যাপ আমদানি কৰা শিকো .
09:28 প্রধান মেনু পৰা, ফৰমেট নির্বাচন কৰো আৰু Area মানে এলাকা ক্লিক কৰো.
09:33 আগত দেখোৱাৰ দৰে এৰিয়া ডায়লগ বক্স প্রর্দশিত হয়, বিটম্যাপ ট্যাবত ক্লিক কৰক
09:39 এতিয়া Import বোতামত ক্লিক কৰক .
09:42 Import ডায়লগ বক্স প্রদর্শিত হয়.
09:45 ব্রাউজ অৰু এটি বিটম্যাপ নির্বাচন কৰক.
09:48 ওপেন বাটন ক্লিক কৰক.
09:50 ড্র য়ে বিটম্যাপৰ বাবে এটি নাম লেখিবলৈ অনুৰোধ জনায়  .
09:55 নাম " NewBitmap " প্রবেশ কৰা যাওক.
09:58 ওকেত ক্লিক কৰক.
10:00   বিটম্যাপ এতিয়া ড্রপ ডাউন তালিকাত প্ৰৰ্দশিত হয় ।
10:04 প্রস্থান কৰিবলৈ OK ক্লিক কৰক ।
10:07 এতিয়া মেঘবোৰ লক্ষয় কৰক ।
10:10 CTRL আৰু Z টিপি ইয়াক আনডু কৰো ।
10:14 অবজেক্ট  "ওৱাটাৰ"ক ফিল কৰিবলৈ, বিটম্যাপ ব্যবহাৰ কৰো।
10:19 এতিয়া পানী আৰু বাস্তবসম্মত কৰা যাওক ।
10:22 এইতৌ কৰিবলৈ দলবদ্ধ ত্রিভুজ আৰু বক্রৰাখা নির্বাচন কৰক ।
10:26 কনটেক্সট মেনুৰ বাবে, সো ক্লিক কৰক অৰু "এৰিয়া" নির্বাচন কৰক ।
10:31 "এৰিয়া" ডায়লগ বাক্সত, "বিটম্যাপ" ট্যাবত ক্লিক কৰক ।
10:36 বিটম্যাপ তালিকাখন তললৈ স্ক্রোল কৰক আৰু "ওকেত" নির্বাচন কৰক ।
10:41 OK ক্লিক কৰক ।
10:43 এতিয়া পানী দেখাত আৰু বাস্তবসম্মত হয় !
10:46 এই টিউটোৰীয়ালটি ইয়াতে ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
10:50 বস্তুবোৰ আঁকক আৰু ৰঙ, গ্রেডিয়েন্ট, হ্যাচিং আৰু বিটম্যাপৰে ভৰাওক ।
10:57 Transparency ট্যাব ব্যবহাৰ কৰক আৰু বস্তুৰ উপৰত তাৰ প্রভাব চাওক।
11:02 এতিয়া আকাশখন ৰঙ কৰা যাওক । এইটো খুবে সহজ !
11:06 আমি গোতেই পাঠটোত মাত্ৰ এটি বেঘগ্ৰাওন্দ দিম ।
11:10 কোনো বস্তু যাতে নির্বাচিত হোৱ নাই তাৰ বাবে পাঠটিত কার্সাৰত ক্লিক কৰক ।
11:15 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
11:21 পেজ  সেটআপ" দাইলগ বক্স প্ৰৰ্দশিত হৈছে। 
11:25 "Background" টেব ক্লিক কৰক অাৰু "Fill"ৰ অধিনত "Color" নির্বাচন কৰক ।
11:30 কালাৰ "নীল ৮" ৰঙ নির্বাচন কৰক ।
11:34 OK ক্লিক কৰক ।
11:36 ড্র সকলো পাঠবোৰৰ বাবে এই বেগগ্ৰাওন্দ সেটিঙ্চ থাকে নে নাই সোধে, পটভূমির এই সেটিং সব পৃষ্ঠার জন্য প্রয়োগ করতে হবে কিনা ।
11:41 NO ক্লিক করুন ।
11:44 এতিয়া নির্বাচিত লৰা পৃষ্ঠাতহে  বেগগ্ৰাওন্দ ৰঙ আছে ।
11:48 আপনি বস্তুবোৰ ৰঙৰ সৈতে নভৰাবলৈও বাছনি কৰিব পাৰে ।
11:52 মাওন্তেন নির্বাচন কৰা যাওক ।
11:55 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু Area নির্বাচন কৰক ।
11:59 "Area" ডায়লগ বাক্সত, "Area" ট্যাবটি নির্বাচন কৰক ।
12:04 "Fill"-ত "None" নির্বাচন কৰক ।
12:06 OK ক্লিক কৰক ।
12:08 বস্তুবোৰ কোনো ৰঙেৰে ভৰি থকা নাই আৰু আউটলাইনবোৰ হে বাগগ্ৰাওন্দত দেখা হৈছে ।
12:15 এইটো কাৰ্য আনডো কৰিবলৈ, Ctrl + Z কি-দুটি টিপক ।
12:20 আপনি ফম্যাট মেনু থেকেও এই সমস্ত বিকল্পগুলি ব্যবহাৰ কৰিব পাৰে।
12:25 মনে ৰাখক , কোনো পৰিবর্তন কৰাৰ পিছত, আপনাৰ ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + s কী-দুটি একসলগে টিপক ।  
12:34 অথবা, Automatic Save বিকল্পটিৰ মান নিদিষ্ট কৰক যাতে পৰিবর্তনগুলি স্বয়ংক্রিয়ভাবে সংৰক্ষিত হয় ।
12:41 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
12:43 যে ছবিটি আপনি তৈয়াৰ কৰক, সেটি ৰঙ কৰক ।
12:45 পৃষ্ঠায় একটি পটভূমি দিন ।
12:47 কিছু নতুন ৰং তৈয়াৰ কৰক ।
12:50 ইয়াতে LibreOffice ড্রৰ এই টিউটোৰিয়ালটি সমাপ্ত হল ।
12:54 এই টিউটোৰিয়ালটিতে আমি শিকিছো: ৰং, গ্রেডিয়েন্ট, হ্যাচিং আৰু বিটম্যাপ ব্যবহাৰ কৰো ।
13:01 বস্তু ভৰাও ।
13:03 পটভূমি তৈয়াৰ কৰা আৰু
13:05 নতুন শৈলী তৈয়াৰ কৰক ।
13:07 নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটি দেখক ।
13:10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
13:13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
13:18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
13:20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
13:23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
13:27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
13:33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
13:38 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13:45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13:56 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya